Difference between revisions of "Thunderbird/C2/How-to-Use-Thunderbird/Assamese"
From Script | Spoken-Tutorial
(Created page with ' Time Narration 00.00 থাণ্ডাৰবাৰ্ড কেনেকৈ ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কীয় কথন শ…') |
|||
Line 1: | Line 1: | ||
+ | {| border=1 | ||
+ | !Time | ||
+ | !Narration | ||
+ | |- | ||
+ | |00.00 | ||
+ | |Welcome to the Spoken Tutorial on How to Use Thunderbird | ||
− | + | |00.00 থাণ্ডাৰবাৰ্ড কেনেকৈ ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কীয় কথন শিক্ষণলৈ স্বাগতম। | |
− | 00.00 থাণ্ডাৰবাৰ্ড কেনেকৈ ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কীয় কথন শিক্ষণলৈ স্বাগতম। | + | |
− | 00.05 এই শিক্ষণত আমি শিকিম, কেনেকৈ: | + | |00.05 এই শিক্ষণত আমি শিকিম, কেনেকৈ: |
− | 00.07 লঞ্চাৰত থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট যোগ দিয়া হয় | + | |
− | 00.10 মেচেজ কেনেকৈ টেগ কৰা হয়, | + | |00.07 লঞ্চাৰত থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট যোগ দিয়া হয় |
+ | |||
+ | |00.10 মেচেজ কেনেকৈ টেগ কৰা হয়, | ||
Quick Filter Sort আৰু Thread Messages-অৰ বিষয়ে | Quick Filter Sort আৰু Thread Messages-অৰ বিষয়ে | ||
− | 00.17 আমি আৰু শিকিম: | + | |
− | 00.18 কেনেকৈ Save As কৰা হয় আৰু মেচেজ কেনেকৈ প্ৰিণ্ট কৰা হয় | + | |00.17 আমি আৰু শিকিম: |
− | 00.21 ফাইল কেনেকৈ এটাশ্ব কৰা হয় | + | |
− | 00.22 মেচেজ কেনেকৈ আৰ্কাইভ কৰা হয় | + | |00.18 কেনেকৈ Save As কৰা হয় আৰু মেচেজ কেনেকৈ প্ৰিণ্ট কৰা হয় |
− | 00.24 কেনেকৈ একটিভিটি মেনেজাৰ চোৱা হয় | + | |
− | 00.27 ইয়াত আমি Ubuntu 12.04-অত Mozilla Thunderbird 13.0.1 ব্যৱহাৰ কৰিছোঁ। | + | |00.21 ফাইল কেনেকৈ এটাশ্ব কৰা হয় |
− | 00.36 যিহেতু আমি সঘনে থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰোঁ, ইয়াৰ বাবে এটা শ্বৰ্টকাট আইকন তৈয়াৰ কৰি লওঁ আহক। | + | |
− | 00.43 থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট আইকনটো ড্ৰেগ আৰু ড্ৰপ কৰি লঞ্চাৰত দিওঁ। | + | |00.22 মেচেজ কেনেকৈ আৰ্কাইভ কৰা হয় |
− | 00.49 প্ৰথমতে Dash Home-অত ক্লিক কৰক। | + | |
− | 00.52 প্ৰদৰ্শিত হোৱা Search-অৰ ঘৰত Thunderbird টাইপ কৰক। | + | |00.24 কেনেকৈ একটিভিটি মেনেজাৰ চোৱা হয় |
− | 00.57 Search ঘৰৰ অধীনত থাণ্ডাৰবাৰ্ড আইকনটো দেখা পোৱা যায়। | + | |
− | 01.01 ইয়াক চিলেক্ট কৰক, মাউচৰ বাওঁ বুটামত দিয়া হেঁচাটো এৰি নিদিব। | + | |00.27 ইয়াত আমি Ubuntu 12.04-অত Mozilla Thunderbird 13.0.1 ব্যৱহাৰ কৰিছোঁ। |
− | 01.06 এতিয়া, ড্ৰেগ আৰু ড্ৰপ কৰি আইকনটো লঞ্চাৰত দিয়ক | + | |
− | 01.09 আৰু মাউচৰ বাওঁ বুটামত দিয়া হেঁচা এৰি দিয়ক। | + | |00.36 যিহেতু আমি সঘনে থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰোঁ, ইয়াৰ বাবে এটা শ্বৰ্টকাট আইকন তৈয়াৰ কৰি লওঁ আহক। |
− | 01.12 ইয়াক বন্ধ কৰিবলৈ Dash home-অত ক্লিক কৰক। | + | |
− | 01.14 লঞ্চাৰৰ থাণ্ডাৰবাৰ্ড আইকনত ক্লিক কৰক। | + | |00.43 থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট আইকনটো ড্ৰেগ আৰু ড্ৰপ কৰি লঞ্চাৰত দিওঁ। |
− | 01.19 থাণ্ডাৰবাৰ্ড উইণ্ড খোল খায়। | + | |
− | 01.23 STUSERONE at gmail dot com আইডিৰ অধীনৰ Inbox-অত ক্লিক কৰক। | + | |00.49 প্ৰথমতে Dash Home-অত ক্লিক কৰক। |
− | 01.29 লক্ষ্য কৰক যে কিছুমান মেচেজ ডাঠ হৈ আছে। | + | |
− | 01.32 এইবিলাক এতিয়াও নপঢ়া মেচেজ। | + | |00.52 প্ৰদৰ্শিত হোৱা Search-অৰ ঘৰত Thunderbird টাইপ কৰক। |
− | 01.35 Get Mail আইকনত ক্লিক কৰি Get All New Messages নিৰ্বাচন কৰক। | + | |
− | 01.41 আমি জিমেইল একাউণ্টৰ মেচেজসমূহ পালো। | + | |00.57 Search ঘৰৰ অধীনত থাণ্ডাৰবাৰ্ড আইকনটো দেখা পোৱা যায়। |
− | 01.45 ধৰা হওক, আমি প্ৰেৰক অনুযায়ী এই মেচেজবোৰ সজাব বিচাৰোঁ। | + | |
− | 01.49 ইয়াৰ বাবে, column heading Form-অত ক্লিক কৰক। | + | |01.01 ইয়াক চিলেক্ট কৰক, মাউচৰ বাওঁ বুটামত দিয়া হেঁচাটো এৰি নিদিব। |
− | 01.52 মেচেজবোৰ এতিয়া বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হ’ল। | + | |
− | 01.57 Form-অত আকৌ এবাৰ ক্লিক কৰোঁ। | + | |01.06 এতিয়া, ড্ৰেগ আৰু ড্ৰপ কৰি আইকনটো লঞ্চাৰত দিয়ক |
− | 02.01 এতিয়া মেচেজবোৰ উলোটা বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হ’ল! | + | |
− | 02.06 এতিয়া, আহক বিষয় অনুযায়ী সজাও। | + | |01.09 আৰু মাউচৰ বাওঁ বুটামত দিয়া হেঁচা এৰি দিয়ক। |
− | 02.09 সাধাৰণভাৱে Subject-অত ক্লিক কৰক। | + | |
− | 02.12 মেচেজবোৰ এতিয়া বিষয় অনুযায়ী সজ্জিত হ’ল! | + | |01.12 ইয়াক বন্ধ কৰিবলৈ Dash home-অত ক্লিক কৰক। |
− | 02.16 এই শিক্ষণ সাময়িকভাৱে স্থগিত ৰাখি এই কামটো কৰিবলৈ চেষ্টা কৰক। | + | |
− | 02.20 মেচেজ পোৱাৰ তাৰিখ অনুযায়ী মেচেজবোৰ সজাওক। | + | |01.14 লঞ্চাৰৰ থাণ্ডাৰবাৰ্ড আইকনত ক্লিক কৰক। |
− | 02.24 আপুনি মেচেজবোৰ টেগ কৰিবও পাৰে। | + | |
− | 02.26 এই ধৰণে আপুনি পুনৰ খুলিব বিচৰা মেচেজবোৰ সহজে চিনাক্ত কৰিব পাৰে। | + | |01.19 থাণ্ডাৰবাৰ্ড উইণ্ড খোল খায়। |
− | 02.32 একেধৰণৰ মেচেজ একগোট কৰিবৰ বাবেও আপুনি টেগ ব্যৱহাৰ কৰিব পাৰে। | + | |
− | 02.37 ধৰা হওক, আপুনি এটা মেইল Important হিচাপে টেগ কৰিব বিচাৰে। | + | |01.23 STUSERONE at gmail dot com আইডিৰ অধীনৰ Inbox-অত ক্লিক কৰক। |
− | 02.40 ইনবক্সত ক্লিক কৰক আৰু প্ৰথমটো মেইল বাছনি কৰক। | + | |
− | 02.44 টুলবাৰৰ Tag আইকনত ক্লিক কৰক আৰু Important নিৰ্বাচন কৰক। | + | |01.29 লক্ষ্য কৰক যে কিছুমান মেচেজ ডাঠ হৈ আছে। |
− | 02.51 লক্ষ্য কৰক যে মেইলটো ৰঙা ৰঙত প্ৰদৰ্শিত হৈছে। | + | |
− | 02.54 তলৰ পেনেলখনত চাওক। | + | |01.32 এইবিলাক এতিয়াও নপঢ়া মেচেজ। |
− | 02.57 মেইলটো Important বুলি টেগ হৈছে। | + | |
− | 03.00 টেগ গুচাবৰ বাবে প্ৰথমতে মেইলটো নিৰ্বাচন কৰক। | + | |01.35 Get Mail আইকনত ক্লিক কৰি Get All New Messages নিৰ্বাচন কৰক। |
− | 03.04 টুলবাৰৰ Tag আইকনত ক্লিক কৰক আৰু তাৰ পিছত Important-অত আকৌ ক্লিক কৰক। | + | |
− | 03.09 এইবাৰ আহক, ইনবক্সৰ প্ৰথম মেইলটো Important বুলি আৰু দ্বিতীয় মেইলটো Work বুলি টেগ কৰোঁ। | + | |01.41 আমি জিমেইল একাউণ্টৰ মেচেজসমূহ পালো। |
− | 03.17 ধৰা হওক, আমি সোঁফালৰ সূচীখনত কেৱল টেগ কৰা মেইলহে চাব বিচাৰোঁ। | + | |
− | 03.22 এইটো কৰা সম্ভৱ হ’ব নে? | + | |01.45 ধৰা হওক, আমি প্ৰেৰক অনুযায়ী এই মেচেজবোৰ সজাব বিচাৰোঁ। |
− | 03.25 মেচেজ খৰতকীয়াকৈ বাছিব আৰু চাবৰ বাবে Quick Filter টুলবাৰ ব্যৱহাৰ কৰিব পাৰে। | + | |
− | 03.31 টেগ কৰা মেচেজ চাবৰ বাবে Quick Filter টুলবাৰৰ Tagged আইকনত ক্লিক কৰক। | + | |01.49 ইয়াৰ বাবে, column heading Form-অত ক্লিক কৰক। |
− | 03.37 কেৱল আমি টেগ কৰা মেচেজবোৰহে ওলাইছে! | + | |
− | 03.42 আকৌ Tagged আইকনত ক্লিক কৰোঁ আহক। | + | |01.52 মেচেজবোৰ এতিয়া বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হ’ল। |
− | 03.45 এতিয়া আমি সকলোবোৰ মেইল চাব পাৰোঁ! | + | |
− | 03.49 এতিয়া মেচেজ থ্ৰেডৰ বিষয়ে শিকোঁ আহক। | + | |01.57 Form-অত আকৌ এবাৰ ক্লিক কৰোঁ। |
− | 03.52 মেচেজ থ্ৰেড কি? পৰস্পৰ সম্পৰ্কিত বাৰ্তা কিছুমান যেতিয়া | + | |
− | 03.57 এটা ক্ৰমত বা এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হয়, তেতিয়া তাক মেচেজ থ্ৰেড বুলি কোৱা হয়। | + | |02.01 এতিয়া মেচেজবোৰ উলোটা বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হ’ল! |
− | 04.02 পাৰস্পৰিক সম্পৰ্কিত বাৰ্তাসমূহ এটা অনুক্ৰমত সম্পূৰ্ণ কথোপকথন হিচাপে চাবলৈ আমি মেচেজ থ্ৰেড ব্যৱহাৰ কৰোঁ। | + | |
− | 04.10 সেয়া কেনেকৈ কৰা হয়, সেই বিষয়ে শিকোঁ আহক। | + | |02.06 এতিয়া, আহক বিষয় অনুযায়ী সজাও। |
− | 04.14 ইনবক্সৰ বাওঁফালৰ চুকত থকা Click to display message threads আইকনত ক্লিক কৰক। | + | |
− | 04.21 মেইলবিলাক এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হৈছে। | + | |02.09 সাধাৰণভাৱে Subject-অত ক্লিক কৰক। |
− | 04.24 গোটেই কথোপকথনটো চাবলৈ নিৰ্দিষ্ট কথোপকথনটোৰ কাষত থকা থ্ৰেডিং প্ৰতীকটোত ক্লিক কৰক। | + | |
− | 04.33 গোটেই কথোপকথনটো বাৰ্তা চোৱা সূচীখনত দেখা পোৱা গৈছে। | + | |02.12 মেচেজবোৰ এতিয়া বিষয় অনুযায়ী সজ্জিত হ’ল! |
− | 04.38 থ্ৰেড ভিউৰ পৰা ওলাই আহিবলৈ, Thread আইকনত আকৌ ক্লিক কৰক। | + | |
− | 04.45 এতিয়া আমি, ফল্ডাৰত কেনেকৈ মেইল এটা সাঁচি থোৱা হয় আৰু তাৰ পিছত ছপা কৰা হয়, সেই বিষয়ে শিকিম। | + | |02.16 এই শিক্ষণ সাময়িকভাৱে স্থগিত ৰাখি এই কামটো কৰিবলৈ চেষ্টা কৰক। |
− | 04.50 এই শিক্ষণৰ বাবে: | + | |
− | 04.53 ডেস্কটপত আমি এটা ফল্ডাৰ তৈয়াৰ কৰিলো | + | |02.20 মেচেজ পোৱাৰ তাৰিখ অনুযায়ী মেচেজবোৰ সজাওক। |
− | 04.56 আৰু ইয়াক Saved Mails বুলি নামকৰণ কৰিলো। | + | |
− | 05.00 এতিয়া আমি প্ৰথম মেইলটো নিৰ্বাচন আৰু চেভ কৰোঁ আহক। | + | |02.24 আপুনি মেচেজবোৰ টেগ কৰিবও পাৰে। |
− | 05.04 মেইলটোত দুবাৰ ক্লিক কৰক। | + | |
− | 05.06 মেইলটো অন্য এটা টেবত খোল খায়। | + | |02.26 এই ধৰণে আপুনি পুনৰ খুলিব বিচৰা মেচেজবোৰ সহজে চিনাক্ত কৰিব পাৰে। |
− | 05.09 টুলবাৰৰ File তাৰপিছত Save As আৰু File-অত ক্লিক কৰক। | + | |
− | 05.15 Save Message As ডায়লগ বাকচটো খোল খায়। | + | |02.32 একেধৰণৰ মেচেজ একগোট কৰিবৰ বাবেও আপুনি টেগ ব্যৱহাৰ কৰিব পাৰে। |
− | 05.19 ব্ৰাউজ কৰি ডেস্কটপলৈ যাওক আৰু Saved Mails ফল্ডাৰটো নিৰ্বাচন কৰক। Save-অত ক্লিক কৰক। | + | |
− | 05.26 মেচেজটো ফল্ডাৰটোত চেভ হৈ যাব। | + | |02.37 ধৰা হওক, আপুনি এটা মেইল Important হিচাপে টেগ কৰিব বিচাৰে। |
− | 05.29 এতিয়া Saved Mails ফল্ডাৰলৈ যাওঁ। | + | |
− | 05.33 দুবাৰ ক্লিক কৰি ফল্ডাৰটো খোলক। | + | |02.40 ইনবক্সত ক্লিক কৰক আৰু প্ৰথমটো মেইল বাছনি কৰক। |
− | 05.35 মেইলটো এটা টেক্সট ফাইল হিচাপে Gedit-অত খোল খায়। | + | |
− | 05.40 এতিয়া ফাইলটো বন্ধ কৰি ইয়াৰ পৰা ওলাই যাওঁ। | + | |02.44 টুলবাৰৰ Tag আইকনত ক্লিক কৰক আৰু Important নিৰ্বাচন কৰক। |
− | 05.42 আপুনি টেমপ্লেট হিচাপেও মেচেজটো চেভ কৰিব পাৰে। | + | |
− | 05.46 টুলবাৰৰ File, Save As আৰু Templates-অত ক্লিক কৰক। | + | |02.51 লক্ষ্য কৰক যে মেইলটো ৰঙা ৰঙত প্ৰদৰ্শিত হৈছে। |
− | 05.52 মেচেজটো থাণ্ডাৰবাৰ্ডৰ Templates ফল্ডাৰত চেভ হৈছে। | + | |
− | 05.56 থাণ্ডাৰবাৰ্ডৰ বাওঁফালৰ সূচীত থকা Templates ফল্ডাৰত ক্লিক কৰক। | + | |02.54 তলৰ পেনেলখনত চাওক। |
− | 06.01 মেইলটো নিৰ্বাচন কৰি তাত দুবাৰ ক্লিক কৰক। | + | |
− | 06.04 মেইলটো এটা সুকীয়া টেবত খোল খায় আৰু To ঠিকনাৰ ঘৰত প্ৰকৃত মেইলটোত থকা যোগাযোগৰ ঠিকনা ভৰ্তি হৈ থাকে। | + | |02.57 মেইলটো Important বুলি টেগ হৈছে। |
− | 06.13 আপুনি এতিয়া এই মেইলটোৰ যোগাযোগৰ ঠিকনা সালসলনি কৰিব পাৰে, ঠিকনা যোগ বা বিয়োগ কৰি প্ৰেৰণ কৰিব পাৰে। | + | |
− | 06.20 Subject-অৰ ঘৰত 1 সংখ্যাটো লিখক। | + | |03.00 টেগ গুচাবৰ বাবে প্ৰথমতে মেইলটো নিৰ্বাচন কৰক। |
− | 06.23 এই টেমপ্লেটটো বন্ধ কৰিবলৈ টেবৰ ওপৰৰ বাওঁফালে থকা X আইকনত ক্লিক কৰক। | + | |
− | 06.29 Save Message ডায়লগ বাকচটো ওলাই আহে। Don’t Save-অত ক্লিক কৰক। | + | |03.04 টুলবাৰৰ Tag আইকনত ক্লিক কৰক আৰু তাৰ পিছত Important-অত আকৌ ক্লিক কৰক। |
− | 06.36 এতিয়া এটা বাৰ্তা ছপা কৰোঁ আহক। | + | |
− | 06.39 ইনবক্সত ক্লিক কৰক আৰু সোঁফালৰ সূচীত থকা দ্বিতীয়টো মেইল নিৰ্বাচন কৰক আৰু দুবাৰ ক্লিক কৰক। | + | |03.09 এইবাৰ আহক, ইনবক্সৰ প্ৰথম মেইলটো Important বুলি আৰু দ্বিতীয় মেইলটো Work বুলি টেগ কৰোঁ। |
− | 06.46 মেইলটো এটা নতুন টেবত খোল খায়। | + | |
− | 06.50 Main মেনুৰ File-অলৈ যাওক আৰু তাৰ পিছত Print নিৰ্বাচন কৰক। | + | |03.17 ধৰা হওক, আমি সোঁফালৰ সূচীখনত কেৱল টেগ কৰা মেইলহে চাব বিচাৰোঁ। |
− | 06.55 Print ডায়লগ বাকচটো ওলাই আহে। | + | |
− | 06.58 আমি এই মেইলটো এ-ফ’ৰ কাগজত থিয়কৈ দুটা কপি ছপা কৰিম। | + | |03.22 এইটো কৰা সম্ভৱ হ’ব নে? |
− | 07.08 Page Setup টেবত ক্লিক কৰক। | + | |
− | 07.11 Paper Size-অৰ ঘৰত থকা ড্ৰপ-ডাউন তালিকাত ক্লিক কৰি A4 নিৰ্বাচন কৰক। | + | |03.25 মেচেজ খৰতকীয়াকৈ বাছিব আৰু চাবৰ বাবে Quick Filter টুলবাৰ ব্যৱহাৰ কৰিব পাৰে। |
− | 07.16 Orientation ঘৰত থকা ড্ৰপ-ডাউন তালিকাত ক্লিক কৰি Portrait নিৰ্বাচন কৰক? | + | |
− | 07.22 এতিয়া General টেবত ক্লিক কৰক। | + | |03.31 টেগ কৰা মেচেজ চাবৰ বাবে Quick Filter টুলবাৰৰ Tagged আইকনত ক্লিক কৰক। |
− | 07.25 Copies-অৰ ঘৰত 2 ভৰাওক। এতিয়া Print-অত ক্লিক কৰক। | + | |
− | 07.31 যদি আপোনাৰ প্ৰিণ্টাৰ ঠিকে-ঠাকে সজ্জিত হৈ আছে, তেনেহ’লে মেইলটো এতিয়া ছপা হ’বলৈ আৰম্ভ কৰিব। | + | |03.37 কেৱল আমি টেগ কৰা মেচেজবোৰহে ওলাইছে! |
− | 07.38 Print ডায়লগ বাকচটো বন্ধ কৰিবলৈ Cancel-অত ক্লিক কৰোঁ। Mail টেবটোও বন্ধ কৰোঁ আহক। | + | |
− | 07.46 এতিয়া এটা ভিডিঅ’ এটাশ্বমেণ্ট হিচাপে য়াহু একাউণ্টলৈ পঠাওঁ আহক। | + | |03.42 আকৌ Tagged আইকনত ক্লিক কৰোঁ আহক। |
− | 07.51 আহক, এতিয়া নতুন বাৰ্তা লিখোঁ। | + | |
− | 07.54 মেনুবাৰৰ Write-অত ক্লিক কৰক। New Message উইণ্ড’ খোল ফায়। | + | |03.45 এতিয়া আমি সকলোবোৰ মেইল চাব পাৰোঁ! |
− | 08.00 To-ৰ ঘৰত য়াহু আইডিৰ প্ৰথম আখৰটো অৰ্থাৎ S টাইপ কৰক। | + | |
− | 08.06 লক্ষ্য কৰক যে য়াহু মেইল আইডিটো নিজেনিজেই ভৰ্তি হৈ গৈছে। | + | |03.49 এতিয়া মেচেজ থ্ৰেডৰ বিষয়ে শিকোঁ আহক। |
− | 08.11 Subject-অৰ ঘৰত Video Attachment বুলি টাইপ কৰক। | + | |
− | 08.16 টুলবাৰৰ Attach-অত ক্লিক কৰক। Attach Files ডায়লগ বাকচটো খোল খায়। | + | |03.52 মেচেজ থ্ৰেড কি? পৰস্পৰ সম্পৰ্কিত বাৰ্তা কিছুমান যেতিয়া |
− | 08.23 ডেস্কটপত থকা What is a Spoken Tutorial.rar ফাইলটো নিৰ্বাচন কৰক। Open-অত ক্লিক কৰক। | + | |
− | 08.34 ফাইলটো এটাশ্বমেণ্ট হিচাপে যোগ হ’ব আৰু সেইটো ওপৰৰ সোঁফালৰ কোণত দেখা যাব। এতিয়া Send-অত ক্লিক কৰক। | + | |03.57 এটা ক্ৰমত বা এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হয়, তেতিয়া তাক মেচেজ থ্ৰেড বুলি কোৱা হয়। |
− | 08.44 এতিয়া য়াহু একাউণ্টত লগিন কৰোঁ। | + | |
− | 08.56 এটাশ্বমেণ্টৰ সৈতে মেচেজটো আমি পালো। | + | |04.02 পাৰস্পৰিক সম্পৰ্কিত বাৰ্তাসমূহ এটা অনুক্ৰমত সম্পূৰ্ণ কথোপকথন হিচাপে চাবলৈ আমি মেচেজ থ্ৰেড ব্যৱহাৰ কৰোঁ। |
− | 08.59 য়াহু একাউণ্টটো বন্ধ কৰোঁ | + | |
− | 09.03 এনেকুৱা হ’ব পাৰে যে আমাৰ এটা দৰকাৰী মেচেজ পিছতো প্ৰয়োজন হ’ব পাৰে, | + | |04.10 সেয়া কেনেকৈ কৰা হয়, সেই বিষয়ে শিকোঁ আহক। |
− | 09.07 কিন্তু ইনবক্সত বহুতো মেইল থকাৰ বাবে ই সান-মিহলি হৈ থাকিব। | + | |
− | 09.12 থাণ্ডাৰবাৰ্ডে তেনেকুৱা মেচেজ আৰ্কাইভ কৰাৰ সুবিধা দিয়ে। | + | |04.14 ইনবক্সৰ বাওঁফালৰ চুকত থকা Click to display message threads আইকনত ক্লিক কৰক। |
− | 09.16 প্ৰথমে আমি আৰ্কাইভৰ চেটিং পৰীক্ষা কৰিব লাগিব। | + | |
− | 09.20 বাওঁফালৰ সূচীত থকা STUSERONE gmail একাউণ্টত ক্লিক কৰক। | + | |04.21 মেইলবিলাক এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হৈছে। |
− | 09.25 সোঁফালৰ সূচীৰ Accounts-অৰ অধীনত থকা View Settings for this account-অত ক্লিক কৰক। | + | |
− | 09.31 Account Settings ডায়লগ বাকচ ওলাই আহে। | + | |04.24 গোটেই কথোপকথনটো চাবলৈ নিৰ্দিষ্ট কথোপকথনটোৰ কাষত থকা থ্ৰেডিং প্ৰতীকটোত ক্লিক কৰক। |
− | 09.35 বাওঁফালৰ সূচীৰ STUSERONE gmail একাউণ্টত ক্লিক কৰক আৰু তাৰপিছত Copies and Folders-অত ক্লিক কৰক। | + | |
− | 09.43 Message Archive বিকল্পটো এতিয়া সক্ৰিয় হ’ল। | + | |04.33 গোটেই কথোপকথনটো বাৰ্তা চোৱা সূচীখনত দেখা পোৱা গৈছে। |
− | 09.48 এই বিকল্পটোৱে মেচেজ কোনটো ফল্ডাৰত আৰ্ভাইভ কৰিব সেইটো সিদ্ধান্ত কৰে। | + | |
− | 09.53 যদি বিকল্পটো সক্ৰিয় হোৱা নাই, তেনেহ’লে: | + | |04.38 থ্ৰেড ভিউৰ পৰা ওলাই আহিবলৈ, Thread আইকনত আকৌ ক্লিক কৰক। |
− | 09.57 Keep message archives in box-অত শুদ্ধ চিন দিয়ক | + | |
− | 10.01 STUSERONE at gmail.com-অৰ বাবে Archives Folder অপশ্যনটো নিৰ্বাচন কৰক। OK-ত ক্লিক কৰক। | + | |04.45 এতিয়া আমি, ফল্ডাৰত কেনেকৈ মেইল এটা সাঁচি থোৱা হয় আৰু তাৰ পিছত ছপা কৰা হয়, সেই বিষয়ে শিকিম। |
− | 10.10 এতিয়া, STUSERONE Gmail একাউণ্টৰ ইনবক্সত ক্লিক কৰক। | + | |
− | 10.15 তৃতীয় মেচেজটো আৰ্কাইভ কৰোঁ আহক। | + | |04.50 এই শিক্ষণৰ বাবে: |
− | 10.19 সোঁফালৰ সূচীৰ পৰা মেচেজটো নিৰ্বাচন কৰক। | + | |
− | 10.21 কনটেক্সট মেনুৰ বাবে ইয়াত সোঁ-ক্লিক কৰক আৰু Archive নিৰ্বাচন কৰক। | + | |04.53 ডেস্কটপত আমি এটা ফল্ডাৰ তৈয়াৰ কৰিলো |
− | 10.27 STUSERONE Gmail একাউণ্টৰ Archive ফল্ডাৰলৈ মেচেজটো গুচি গৈছে। | + | |
− | 10.36 ইয়াক আৰু ইনবক্সত দেখিবলৈ পোৱা নাযায়। | + | |04.56 আৰু ইয়াক Saved Mails বুলি নামকৰণ কৰিলো। |
− | 10.39 থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰি আমি কৰা কামখিনি যদি চাব বিচাৰোঁ, তাৰ উপায় কি? | + | |
− | 10.44 খুব সহজ! থাণ্ডাৰবাৰ্ডত কৰা কামবোৰ Activity Manager-এ প্ৰদৰ্শন কৰে। | + | |05.00 এতিয়া আমি প্ৰথম মেইলটো নিৰ্বাচন আৰু চেভ কৰোঁ আহক। |
− | 10.52 Main মেনুৰ Tool-অত ক্লিক কৰি Activity Manager-অত ক্লিক কৰক। | + | |
− | 10.57 Activity Manager ডায়লগ বাকচ ওলাই আহে। | + | |05.04 মেইলটোত দুবাৰ ক্লিক কৰক। |
− | 11.01 আপুনি এতিয়া মেইল সংক্ৰান্তীয় সকলোবোৰ কাৰ্যকলাপৰ তালিকা চাব পাৰে! | + | |
− | 11.05 Activity Manager ডায়লগ বাকচটো বন্ধ কৰোঁ আহক। | + | |05.06 মেইলটো অন্য এটা টেবত খোল খায়। |
− | 11.09 থাণ্ডাৰবাৰ্ড উইণ্ড’ৰ বাওঁফালৰ কোণত থকা ৰঙা বৰণীয়া পূৰণচিনত ক্লিক কৰি এতিয়া থাণ্ডাৰবাৰ্ড বন্ধ কৰোঁ। | + | |
− | 11.16 এই শিক্ষণত আমি শিকিলো: | + | |05.09 টুলবাৰৰ File তাৰপিছত Save As আৰু File-অত ক্লিক কৰক। |
− | 11.20 লঞ্চাৰত কেনেকৈ থাণ্ডাৰবাৰ্ড আইকন যোগ দিয়া হয় | + | |
− | 11.23 মেচেজ কেনেকৈ টেগ কৰা হয়; কুইক ফিল্টাৰ, চৰ্ট আৰু থ্ৰেড মেচেজৰ বিষয়ে। | + | |05.15 Save Message As ডায়লগ বাকচটো খোল খায়। |
− | 11.28 আমি আৰু শিকিলো: | + | |
− | 11.30 চেভ এজ আৰু প্ৰিণ্ট মেচেজ, ফাইল এটাশ্ব | + | |05.19 ব্ৰাউজ কৰি ডেস্কটপলৈ যাওক আৰু Saved Mails ফল্ডাৰটো নিৰ্বাচন কৰক। Save-অত ক্লিক কৰক। |
− | 11.34 মেচেজ আৰ্কাইভ আৰু একটিভিটি মেনেজাৰৰ বিষয়ে। | + | |
− | 11.38 এতিয়া আপোনাৰ বাবে কাম। | + | |05.26 মেচেজটো ফল্ডাৰটোত চেভ হৈ যাব। |
− | 11.41 থাণ্ডাৰবাৰ্ডত লগিন কৰক। | + | |
− | 11.44 এটা মেচেজ থ্ৰেড চাওক। | + | |05.29 এতিয়া Saved Mails ফল্ডাৰলৈ যাওঁ। |
+ | |||
+ | |05.33 দুবাৰ ক্লিক কৰি ফল্ডাৰটো খোলক। | ||
+ | |||
+ | |05.35 মেইলটো এটা টেক্সট ফাইল হিচাপে Gedit-অত খোল খায়। | ||
+ | |||
+ | |05.40 এতিয়া ফাইলটো বন্ধ কৰি ইয়াৰ পৰা ওলাই যাওঁ। | ||
+ | |||
+ | |05.42 আপুনি টেমপ্লেট হিচাপেও মেচেজটো চেভ কৰিব পাৰে। | ||
+ | |||
+ | |05.46 টুলবাৰৰ File, Save As আৰু Templates-অত ক্লিক কৰক। | ||
+ | |||
+ | |05.52 মেচেজটো থাণ্ডাৰবাৰ্ডৰ Templates ফল্ডাৰত চেভ হৈছে। | ||
+ | |||
+ | |05.56 থাণ্ডাৰবাৰ্ডৰ বাওঁফালৰ সূচীত থকা Templates ফল্ডাৰত ক্লিক কৰক। | ||
+ | |||
+ | |06.01 মেইলটো নিৰ্বাচন কৰি তাত দুবাৰ ক্লিক কৰক। | ||
+ | |||
+ | |06.04 মেইলটো এটা সুকীয়া টেবত খোল খায় আৰু To ঠিকনাৰ ঘৰত প্ৰকৃত মেইলটোত থকা যোগাযোগৰ ঠিকনা ভৰ্তি হৈ থাকে। | ||
+ | |||
+ | |06.13 আপুনি এতিয়া এই মেইলটোৰ যোগাযোগৰ ঠিকনা সালসলনি কৰিব পাৰে, ঠিকনা যোগ বা বিয়োগ কৰি প্ৰেৰণ কৰিব পাৰে। | ||
+ | |||
+ | |06.20 Subject-অৰ ঘৰত 1 সংখ্যাটো লিখক। | ||
+ | |||
+ | |06.23 এই টেমপ্লেটটো বন্ধ কৰিবলৈ টেবৰ ওপৰৰ বাওঁফালে থকা X আইকনত ক্লিক কৰক। | ||
+ | |||
+ | |06.29 Save Message ডায়লগ বাকচটো ওলাই আহে। Don’t Save-অত ক্লিক কৰক। | ||
+ | |||
+ | |06.36 এতিয়া এটা বাৰ্তা ছপা কৰোঁ আহক। | ||
+ | |||
+ | |06.39 ইনবক্সত ক্লিক কৰক আৰু সোঁফালৰ সূচীত থকা দ্বিতীয়টো মেইল নিৰ্বাচন কৰক আৰু দুবাৰ ক্লিক কৰক। | ||
+ | |||
+ | |06.46 মেইলটো এটা নতুন টেবত খোল খায়। | ||
+ | |||
+ | |06.50 Main মেনুৰ File-অলৈ যাওক আৰু তাৰ পিছত Print নিৰ্বাচন কৰক। | ||
+ | |||
+ | |06.55 Print ডায়লগ বাকচটো ওলাই আহে। | ||
+ | |||
+ | |06.58 আমি এই মেইলটো এ-ফ’ৰ কাগজত থিয়কৈ দুটা কপি ছপা কৰিম। | ||
+ | |||
+ | |07.08 Page Setup টেবত ক্লিক কৰক। | ||
+ | |||
+ | |07.11 Paper Size-অৰ ঘৰত থকা ড্ৰপ-ডাউন তালিকাত ক্লিক কৰি A4 নিৰ্বাচন কৰক। | ||
+ | |||
+ | |07.16 Orientation ঘৰত থকা ড্ৰপ-ডাউন তালিকাত ক্লিক কৰি Portrait নিৰ্বাচন কৰক? | ||
+ | |||
+ | |07.22 এতিয়া General টেবত ক্লিক কৰক। | ||
+ | |||
+ | |07.25 Copies-অৰ ঘৰত 2 ভৰাওক। এতিয়া Print-অত ক্লিক কৰক। | ||
+ | |||
+ | |07.31 যদি আপোনাৰ প্ৰিণ্টাৰ ঠিকে-ঠাকে সজ্জিত হৈ আছে, তেনেহ’লে মেইলটো এতিয়া ছপা হ’বলৈ আৰম্ভ কৰিব। | ||
+ | |||
+ | |07.38 Print ডায়লগ বাকচটো বন্ধ কৰিবলৈ Cancel-অত ক্লিক কৰোঁ। Mail টেবটোও বন্ধ কৰোঁ আহক। | ||
+ | |||
+ | |07.46 এতিয়া এটা ভিডিঅ’ এটাশ্বমেণ্ট হিচাপে য়াহু একাউণ্টলৈ পঠাওঁ আহক। | ||
+ | |||
+ | |07.51 আহক, এতিয়া নতুন বাৰ্তা লিখোঁ। | ||
+ | |||
+ | |07.54 মেনুবাৰৰ Write-অত ক্লিক কৰক। New Message উইণ্ড’ খোল ফায়। | ||
+ | |||
+ | |08.00 To-ৰ ঘৰত য়াহু আইডিৰ প্ৰথম আখৰটো অৰ্থাৎ S টাইপ কৰক। | ||
+ | |||
+ | |08.06 লক্ষ্য কৰক যে য়াহু মেইল আইডিটো নিজেনিজেই ভৰ্তি হৈ গৈছে। | ||
+ | |||
+ | |08.11 Subject-অৰ ঘৰত Video Attachment বুলি টাইপ কৰক। | ||
+ | |||
+ | |08.16 টুলবাৰৰ Attach-অত ক্লিক কৰক। Attach Files ডায়লগ বাকচটো খোল খায়। | ||
+ | |||
+ | |08.23 ডেস্কটপত থকা What is a Spoken Tutorial.rar ফাইলটো নিৰ্বাচন কৰক। Open-অত ক্লিক কৰক। | ||
+ | |||
+ | |08.34 ফাইলটো এটাশ্বমেণ্ট হিচাপে যোগ হ’ব আৰু সেইটো ওপৰৰ সোঁফালৰ কোণত দেখা যাব। এতিয়া Send-অত ক্লিক কৰক। | ||
+ | |||
+ | |08.44 এতিয়া য়াহু একাউণ্টত লগিন কৰোঁ। | ||
+ | |||
+ | |08.56 এটাশ্বমেণ্টৰ সৈতে মেচেজটো আমি পালো। | ||
+ | |||
+ | |08.59 য়াহু একাউণ্টটো বন্ধ কৰোঁ | ||
+ | |||
+ | |09.03 এনেকুৱা হ’ব পাৰে যে আমাৰ এটা দৰকাৰী মেচেজ পিছতো প্ৰয়োজন হ’ব পাৰে, | ||
+ | |||
+ | |09.07 কিন্তু ইনবক্সত বহুতো মেইল থকাৰ বাবে ই সান-মিহলি হৈ থাকিব। | ||
+ | |||
+ | |09.12 থাণ্ডাৰবাৰ্ডে তেনেকুৱা মেচেজ আৰ্কাইভ কৰাৰ সুবিধা দিয়ে। | ||
+ | |||
+ | |09.16 প্ৰথমে আমি আৰ্কাইভৰ চেটিং পৰীক্ষা কৰিব লাগিব। | ||
+ | |||
+ | |09.20 বাওঁফালৰ সূচীত থকা STUSERONE gmail একাউণ্টত ক্লিক কৰক। | ||
+ | |||
+ | |09.25 সোঁফালৰ সূচীৰ Accounts-অৰ অধীনত থকা View Settings for this account-অত ক্লিক কৰক। | ||
+ | |||
+ | |09.31 Account Settings ডায়লগ বাকচ ওলাই আহে। | ||
+ | |||
+ | |09.35 বাওঁফালৰ সূচীৰ STUSERONE gmail একাউণ্টত ক্লিক কৰক আৰু তাৰপিছত Copies and Folders-অত ক্লিক কৰক। | ||
+ | |||
+ | |09.43 Message Archive বিকল্পটো এতিয়া সক্ৰিয় হ’ল। | ||
+ | |||
+ | |09.48 এই বিকল্পটোৱে মেচেজ কোনটো ফল্ডাৰত আৰ্ভাইভ কৰিব সেইটো সিদ্ধান্ত কৰে। | ||
+ | |||
+ | |09.53 যদি বিকল্পটো সক্ৰিয় হোৱা নাই, তেনেহ’লে: | ||
+ | |||
+ | |09.57 Keep message archives in box-অত শুদ্ধ চিন দিয়ক | ||
+ | |||
+ | |10.01 STUSERONE at gmail.com-অৰ বাবে Archives Folder অপশ্যনটো নিৰ্বাচন কৰক। OK-ত ক্লিক কৰক। | ||
+ | |||
+ | |10.10 এতিয়া, STUSERONE Gmail একাউণ্টৰ ইনবক্সত ক্লিক কৰক। | ||
+ | |||
+ | |10.15 তৃতীয় মেচেজটো আৰ্কাইভ কৰোঁ আহক। | ||
+ | |||
+ | |10.19 সোঁফালৰ সূচীৰ পৰা মেচেজটো নিৰ্বাচন কৰক। | ||
+ | |||
+ | |10.21 কনটেক্সট মেনুৰ বাবে ইয়াত সোঁ-ক্লিক কৰক আৰু Archive নিৰ্বাচন কৰক। | ||
+ | |||
+ | |10.27 STUSERONE Gmail একাউণ্টৰ Archive ফল্ডাৰলৈ মেচেজটো গুচি গৈছে। | ||
+ | |||
+ | |10.36 ইয়াক আৰু ইনবক্সত দেখিবলৈ পোৱা নাযায়। | ||
+ | |||
+ | |10.39 থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰি আমি কৰা কামখিনি যদি চাব বিচাৰোঁ, তাৰ উপায় কি? | ||
+ | |||
+ | |10.44 খুব সহজ! থাণ্ডাৰবাৰ্ডত কৰা কামবোৰ Activity Manager-এ প্ৰদৰ্শন কৰে। | ||
+ | |||
+ | |10.52 Main মেনুৰ Tool-অত ক্লিক কৰি Activity Manager-অত ক্লিক কৰক। | ||
+ | |||
+ | |10.57 Activity Manager ডায়লগ বাকচ ওলাই আহে। | ||
+ | |||
+ | |11.01 আপুনি এতিয়া মেইল সংক্ৰান্তীয় সকলোবোৰ কাৰ্যকলাপৰ তালিকা চাব পাৰে! | ||
+ | |||
+ | |11.05 Activity Manager ডায়লগ বাকচটো বন্ধ কৰোঁ আহক। | ||
+ | |||
+ | |11.09 থাণ্ডাৰবাৰ্ড উইণ্ড’ৰ বাওঁফালৰ কোণত থকা ৰঙা বৰণীয়া পূৰণচিনত ক্লিক কৰি এতিয়া থাণ্ডাৰবাৰ্ড বন্ধ কৰোঁ। | ||
+ | |||
+ | |11.16 এই শিক্ষণত আমি শিকিলো: | ||
+ | |||
+ | |11.20 লঞ্চাৰত কেনেকৈ থাণ্ডাৰবাৰ্ড আইকন যোগ দিয়া হয় | ||
+ | |||
+ | |11.23 মেচেজ কেনেকৈ টেগ কৰা হয়; কুইক ফিল্টাৰ, চৰ্ট আৰু থ্ৰেড মেচেজৰ বিষয়ে। | ||
+ | |||
+ | |11.28 আমি আৰু শিকিলো: | ||
+ | |||
+ | |11.30 চেভ এজ আৰু প্ৰিণ্ট মেচেজ, ফাইল এটাশ্ব | ||
+ | |||
+ | |11.34 মেচেজ আৰ্কাইভ আৰু একটিভিটি মেনেজাৰৰ বিষয়ে। | ||
+ | |||
+ | |11.38 এতিয়া আপোনাৰ বাবে কাম। | ||
+ | |||
+ | |11.41 থাণ্ডাৰবাৰ্ডত লগিন কৰক। | ||
+ | |||
+ | |11.44 এটা মেচেজ থ্ৰেড চাওক। | ||
+ | |||
এটা মেচেজ চেভ কৰক আৰু প্ৰিণ্ট কৰক। | এটা মেচেজ চেভ কৰক আৰু প্ৰিণ্ট কৰক। | ||
− | 11.48 এটা মেইল নিৰ্বাচন কৰক, কনটেক্সট মেনু পাবৰ বাবে তাত সোঁ-ক্লিক কৰক। | + | |
− | 11.53 তাত থকা সকলোবোৰ অপশ্যন চাওক। | + | |11.48 এটা মেইল নিৰ্বাচন কৰক, কনটেক্সট মেনু পাবৰ বাবে তাত সোঁ-ক্লিক কৰক। |
− | 11.56 Activity Manager ডায়লগ বাকচটো চাওক। | + | |
− | 12.00 থাণ্ডাৰবাৰ্ডৰ পৰা লগআউট কৰক। | + | |11.53 তাত থকা সকলোবোৰ অপশ্যন চাওক। |
− | 12.03 আকৌ লগিন কৰি Activity Manager ডায়লগ বাকচ পৰীক্ষা কৰক। | + | |
− | 12.07 তলৰ সংযোগত থকা ভিডিঅ’টো চাওক: | + | |11.56 Activity Manager ডায়লগ বাকচটো চাওক। |
− | 12.10 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে। | + | |
− | 12.13 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | + | |12.00 থাণ্ডাৰবাৰ্ডৰ পৰা লগআউট কৰক। |
− | 12.18 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | + | |
− | 12.20 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | + | |12.03 আকৌ লগিন কৰি Activity Manager ডায়লগ বাকচ পৰীক্ষা কৰক। |
− | 12.23 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | + | |
− | 12.27 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক। | + | |12.07 তলৰ সংযোগত থকা ভিডিঅ’টো চাওক: |
− | 12.33 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | + | |
− | 12.37 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে। | + | |12.10 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে। |
− | 12.45 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | + | |
− | 12.56 এই শিক্ষণ সহায়িকা আগবঢ়ালে DesiCrew Solutions Pvt. Ltd-এ। যোগদানৰ বাবে ধন্যবাদ। | + | |12.13 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
+ | |||
+ | |12.18 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | ||
+ | |||
+ | |12.20 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | ||
+ | |||
+ | |12.23 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | ||
+ | |||
+ | |12.27 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক। | ||
+ | |||
+ | |12.33 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ||
+ | |||
+ | |12.37 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে। | ||
+ | |||
+ | |12.45 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | ||
+ | |||
+ | |12.56 এই শিক্ষণ সহায়িকা আগবঢ়ালে DesiCrew Solutions Pvt. Ltd-এ। যোগদানৰ বাবে ধন্যবাদ। |
Revision as of 12:30, 14 October 2013
Time | Narration | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
00.00 | Welcome to the Spoken Tutorial on How to Use Thunderbird | 00.00 থাণ্ডাৰবাৰ্ড কেনেকৈ ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কীয় কথন শিক্ষণলৈ স্বাগতম। | 00.05 এই শিক্ষণত আমি শিকিম, কেনেকৈ: | 00.07 লঞ্চাৰত থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট যোগ দিয়া হয় | 00.10 মেচেজ কেনেকৈ টেগ কৰা হয়,
Quick Filter Sort আৰু Thread Messages-অৰ বিষয়ে |
00.17 আমি আৰু শিকিম: | 00.18 কেনেকৈ Save As কৰা হয় আৰু মেচেজ কেনেকৈ প্ৰিণ্ট কৰা হয় | 00.21 ফাইল কেনেকৈ এটাশ্ব কৰা হয় | 00.22 মেচেজ কেনেকৈ আৰ্কাইভ কৰা হয় | 00.24 কেনেকৈ একটিভিটি মেনেজাৰ চোৱা হয় | 00.27 ইয়াত আমি Ubuntu 12.04-অত Mozilla Thunderbird 13.0.1 ব্যৱহাৰ কৰিছোঁ। | 00.36 যিহেতু আমি সঘনে থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰোঁ, ইয়াৰ বাবে এটা শ্বৰ্টকাট আইকন তৈয়াৰ কৰি লওঁ আহক। | 00.43 থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট আইকনটো ড্ৰেগ আৰু ড্ৰপ কৰি লঞ্চাৰত দিওঁ। | 00.49 প্ৰথমতে Dash Home-অত ক্লিক কৰক। | 00.52 প্ৰদৰ্শিত হোৱা Search-অৰ ঘৰত Thunderbird টাইপ কৰক। | 00.57 Search ঘৰৰ অধীনত থাণ্ডাৰবাৰ্ড আইকনটো দেখা পোৱা যায়। | 01.01 ইয়াক চিলেক্ট কৰক, মাউচৰ বাওঁ বুটামত দিয়া হেঁচাটো এৰি নিদিব। | 01.06 এতিয়া, ড্ৰেগ আৰু ড্ৰপ কৰি আইকনটো লঞ্চাৰত দিয়ক | 01.09 আৰু মাউচৰ বাওঁ বুটামত দিয়া হেঁচা এৰি দিয়ক। | 01.12 ইয়াক বন্ধ কৰিবলৈ Dash home-অত ক্লিক কৰক। | 01.14 লঞ্চাৰৰ থাণ্ডাৰবাৰ্ড আইকনত ক্লিক কৰক। | 01.19 থাণ্ডাৰবাৰ্ড উইণ্ড খোল খায়। | 01.23 STUSERONE at gmail dot com আইডিৰ অধীনৰ Inbox-অত ক্লিক কৰক। | 01.29 লক্ষ্য কৰক যে কিছুমান মেচেজ ডাঠ হৈ আছে। | 01.32 এইবিলাক এতিয়াও নপঢ়া মেচেজ। | 01.35 Get Mail আইকনত ক্লিক কৰি Get All New Messages নিৰ্বাচন কৰক। | 01.41 আমি জিমেইল একাউণ্টৰ মেচেজসমূহ পালো। | 01.45 ধৰা হওক, আমি প্ৰেৰক অনুযায়ী এই মেচেজবোৰ সজাব বিচাৰোঁ। | 01.49 ইয়াৰ বাবে, column heading Form-অত ক্লিক কৰক। | 01.52 মেচেজবোৰ এতিয়া বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হ’ল। | 01.57 Form-অত আকৌ এবাৰ ক্লিক কৰোঁ। | 02.01 এতিয়া মেচেজবোৰ উলোটা বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হ’ল! | 02.06 এতিয়া, আহক বিষয় অনুযায়ী সজাও। | 02.09 সাধাৰণভাৱে Subject-অত ক্লিক কৰক। | 02.12 মেচেজবোৰ এতিয়া বিষয় অনুযায়ী সজ্জিত হ’ল! | 02.16 এই শিক্ষণ সাময়িকভাৱে স্থগিত ৰাখি এই কামটো কৰিবলৈ চেষ্টা কৰক। | 02.20 মেচেজ পোৱাৰ তাৰিখ অনুযায়ী মেচেজবোৰ সজাওক। | 02.24 আপুনি মেচেজবোৰ টেগ কৰিবও পাৰে। | 02.26 এই ধৰণে আপুনি পুনৰ খুলিব বিচৰা মেচেজবোৰ সহজে চিনাক্ত কৰিব পাৰে। | 02.32 একেধৰণৰ মেচেজ একগোট কৰিবৰ বাবেও আপুনি টেগ ব্যৱহাৰ কৰিব পাৰে। | 02.37 ধৰা হওক, আপুনি এটা মেইল Important হিচাপে টেগ কৰিব বিচাৰে। | 02.40 ইনবক্সত ক্লিক কৰক আৰু প্ৰথমটো মেইল বাছনি কৰক। | 02.44 টুলবাৰৰ Tag আইকনত ক্লিক কৰক আৰু Important নিৰ্বাচন কৰক। | 02.51 লক্ষ্য কৰক যে মেইলটো ৰঙা ৰঙত প্ৰদৰ্শিত হৈছে। | 02.54 তলৰ পেনেলখনত চাওক। | 02.57 মেইলটো Important বুলি টেগ হৈছে। | 03.00 টেগ গুচাবৰ বাবে প্ৰথমতে মেইলটো নিৰ্বাচন কৰক। | 03.04 টুলবাৰৰ Tag আইকনত ক্লিক কৰক আৰু তাৰ পিছত Important-অত আকৌ ক্লিক কৰক। | 03.09 এইবাৰ আহক, ইনবক্সৰ প্ৰথম মেইলটো Important বুলি আৰু দ্বিতীয় মেইলটো Work বুলি টেগ কৰোঁ। | 03.17 ধৰা হওক, আমি সোঁফালৰ সূচীখনত কেৱল টেগ কৰা মেইলহে চাব বিচাৰোঁ। | 03.22 এইটো কৰা সম্ভৱ হ’ব নে? | 03.25 মেচেজ খৰতকীয়াকৈ বাছিব আৰু চাবৰ বাবে Quick Filter টুলবাৰ ব্যৱহাৰ কৰিব পাৰে। | 03.31 টেগ কৰা মেচেজ চাবৰ বাবে Quick Filter টুলবাৰৰ Tagged আইকনত ক্লিক কৰক। | 03.37 কেৱল আমি টেগ কৰা মেচেজবোৰহে ওলাইছে! | 03.42 আকৌ Tagged আইকনত ক্লিক কৰোঁ আহক। | 03.45 এতিয়া আমি সকলোবোৰ মেইল চাব পাৰোঁ! | 03.49 এতিয়া মেচেজ থ্ৰেডৰ বিষয়ে শিকোঁ আহক। | 03.52 মেচেজ থ্ৰেড কি? পৰস্পৰ সম্পৰ্কিত বাৰ্তা কিছুমান যেতিয়া | 03.57 এটা ক্ৰমত বা এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হয়, তেতিয়া তাক মেচেজ থ্ৰেড বুলি কোৱা হয়। | 04.02 পাৰস্পৰিক সম্পৰ্কিত বাৰ্তাসমূহ এটা অনুক্ৰমত সম্পূৰ্ণ কথোপকথন হিচাপে চাবলৈ আমি মেচেজ থ্ৰেড ব্যৱহাৰ কৰোঁ। | 04.10 সেয়া কেনেকৈ কৰা হয়, সেই বিষয়ে শিকোঁ আহক। | 04.14 ইনবক্সৰ বাওঁফালৰ চুকত থকা Click to display message threads আইকনত ক্লিক কৰক। | 04.21 মেইলবিলাক এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হৈছে। | 04.24 গোটেই কথোপকথনটো চাবলৈ নিৰ্দিষ্ট কথোপকথনটোৰ কাষত থকা থ্ৰেডিং প্ৰতীকটোত ক্লিক কৰক। | 04.33 গোটেই কথোপকথনটো বাৰ্তা চোৱা সূচীখনত দেখা পোৱা গৈছে। | 04.38 থ্ৰেড ভিউৰ পৰা ওলাই আহিবলৈ, Thread আইকনত আকৌ ক্লিক কৰক। | 04.45 এতিয়া আমি, ফল্ডাৰত কেনেকৈ মেইল এটা সাঁচি থোৱা হয় আৰু তাৰ পিছত ছপা কৰা হয়, সেই বিষয়ে শিকিম। | 04.50 এই শিক্ষণৰ বাবে: | 04.53 ডেস্কটপত আমি এটা ফল্ডাৰ তৈয়াৰ কৰিলো | 04.56 আৰু ইয়াক Saved Mails বুলি নামকৰণ কৰিলো। | 05.00 এতিয়া আমি প্ৰথম মেইলটো নিৰ্বাচন আৰু চেভ কৰোঁ আহক। | 05.04 মেইলটোত দুবাৰ ক্লিক কৰক। | 05.06 মেইলটো অন্য এটা টেবত খোল খায়। | 05.09 টুলবাৰৰ File তাৰপিছত Save As আৰু File-অত ক্লিক কৰক। | 05.15 Save Message As ডায়লগ বাকচটো খোল খায়। | 05.19 ব্ৰাউজ কৰি ডেস্কটপলৈ যাওক আৰু Saved Mails ফল্ডাৰটো নিৰ্বাচন কৰক। Save-অত ক্লিক কৰক। | 05.26 মেচেজটো ফল্ডাৰটোত চেভ হৈ যাব। | 05.29 এতিয়া Saved Mails ফল্ডাৰলৈ যাওঁ। | 05.33 দুবাৰ ক্লিক কৰি ফল্ডাৰটো খোলক। | 05.35 মেইলটো এটা টেক্সট ফাইল হিচাপে Gedit-অত খোল খায়। | 05.40 এতিয়া ফাইলটো বন্ধ কৰি ইয়াৰ পৰা ওলাই যাওঁ। | 05.42 আপুনি টেমপ্লেট হিচাপেও মেচেজটো চেভ কৰিব পাৰে। | 05.46 টুলবাৰৰ File, Save As আৰু Templates-অত ক্লিক কৰক। | 05.52 মেচেজটো থাণ্ডাৰবাৰ্ডৰ Templates ফল্ডাৰত চেভ হৈছে। | 05.56 থাণ্ডাৰবাৰ্ডৰ বাওঁফালৰ সূচীত থকা Templates ফল্ডাৰত ক্লিক কৰক। | 06.01 মেইলটো নিৰ্বাচন কৰি তাত দুবাৰ ক্লিক কৰক। | 06.04 মেইলটো এটা সুকীয়া টেবত খোল খায় আৰু To ঠিকনাৰ ঘৰত প্ৰকৃত মেইলটোত থকা যোগাযোগৰ ঠিকনা ভৰ্তি হৈ থাকে। | 06.13 আপুনি এতিয়া এই মেইলটোৰ যোগাযোগৰ ঠিকনা সালসলনি কৰিব পাৰে, ঠিকনা যোগ বা বিয়োগ কৰি প্ৰেৰণ কৰিব পাৰে। | 06.20 Subject-অৰ ঘৰত 1 সংখ্যাটো লিখক। | 06.23 এই টেমপ্লেটটো বন্ধ কৰিবলৈ টেবৰ ওপৰৰ বাওঁফালে থকা X আইকনত ক্লিক কৰক। | 06.29 Save Message ডায়লগ বাকচটো ওলাই আহে। Don’t Save-অত ক্লিক কৰক। | 06.36 এতিয়া এটা বাৰ্তা ছপা কৰোঁ আহক। | 06.39 ইনবক্সত ক্লিক কৰক আৰু সোঁফালৰ সূচীত থকা দ্বিতীয়টো মেইল নিৰ্বাচন কৰক আৰু দুবাৰ ক্লিক কৰক। | 06.46 মেইলটো এটা নতুন টেবত খোল খায়। | 06.50 Main মেনুৰ File-অলৈ যাওক আৰু তাৰ পিছত Print নিৰ্বাচন কৰক। | 06.55 Print ডায়লগ বাকচটো ওলাই আহে। | 06.58 আমি এই মেইলটো এ-ফ’ৰ কাগজত থিয়কৈ দুটা কপি ছপা কৰিম। | 07.08 Page Setup টেবত ক্লিক কৰক। | 07.11 Paper Size-অৰ ঘৰত থকা ড্ৰপ-ডাউন তালিকাত ক্লিক কৰি A4 নিৰ্বাচন কৰক। | 07.16 Orientation ঘৰত থকা ড্ৰপ-ডাউন তালিকাত ক্লিক কৰি Portrait নিৰ্বাচন কৰক? | 07.22 এতিয়া General টেবত ক্লিক কৰক। | 07.25 Copies-অৰ ঘৰত 2 ভৰাওক। এতিয়া Print-অত ক্লিক কৰক। | 07.31 যদি আপোনাৰ প্ৰিণ্টাৰ ঠিকে-ঠাকে সজ্জিত হৈ আছে, তেনেহ’লে মেইলটো এতিয়া ছপা হ’বলৈ আৰম্ভ কৰিব। | 07.38 Print ডায়লগ বাকচটো বন্ধ কৰিবলৈ Cancel-অত ক্লিক কৰোঁ। Mail টেবটোও বন্ধ কৰোঁ আহক। | 07.46 এতিয়া এটা ভিডিঅ’ এটাশ্বমেণ্ট হিচাপে য়াহু একাউণ্টলৈ পঠাওঁ আহক। | 07.51 আহক, এতিয়া নতুন বাৰ্তা লিখোঁ। | 07.54 মেনুবাৰৰ Write-অত ক্লিক কৰক। New Message উইণ্ড’ খোল ফায়। | 08.00 To-ৰ ঘৰত য়াহু আইডিৰ প্ৰথম আখৰটো অৰ্থাৎ S টাইপ কৰক। | 08.06 লক্ষ্য কৰক যে য়াহু মেইল আইডিটো নিজেনিজেই ভৰ্তি হৈ গৈছে। | 08.11 Subject-অৰ ঘৰত Video Attachment বুলি টাইপ কৰক। | 08.16 টুলবাৰৰ Attach-অত ক্লিক কৰক। Attach Files ডায়লগ বাকচটো খোল খায়। | 08.23 ডেস্কটপত থকা What is a Spoken Tutorial.rar ফাইলটো নিৰ্বাচন কৰক। Open-অত ক্লিক কৰক। | 08.34 ফাইলটো এটাশ্বমেণ্ট হিচাপে যোগ হ’ব আৰু সেইটো ওপৰৰ সোঁফালৰ কোণত দেখা যাব। এতিয়া Send-অত ক্লিক কৰক। | 08.44 এতিয়া য়াহু একাউণ্টত লগিন কৰোঁ। | 08.56 এটাশ্বমেণ্টৰ সৈতে মেচেজটো আমি পালো। | 08.59 য়াহু একাউণ্টটো বন্ধ কৰোঁ | 09.03 এনেকুৱা হ’ব পাৰে যে আমাৰ এটা দৰকাৰী মেচেজ পিছতো প্ৰয়োজন হ’ব পাৰে, | 09.07 কিন্তু ইনবক্সত বহুতো মেইল থকাৰ বাবে ই সান-মিহলি হৈ থাকিব। | 09.12 থাণ্ডাৰবাৰ্ডে তেনেকুৱা মেচেজ আৰ্কাইভ কৰাৰ সুবিধা দিয়ে। | 09.16 প্ৰথমে আমি আৰ্কাইভৰ চেটিং পৰীক্ষা কৰিব লাগিব। | 09.20 বাওঁফালৰ সূচীত থকা STUSERONE gmail একাউণ্টত ক্লিক কৰক। | 09.25 সোঁফালৰ সূচীৰ Accounts-অৰ অধীনত থকা View Settings for this account-অত ক্লিক কৰক। | 09.31 Account Settings ডায়লগ বাকচ ওলাই আহে। | 09.35 বাওঁফালৰ সূচীৰ STUSERONE gmail একাউণ্টত ক্লিক কৰক আৰু তাৰপিছত Copies and Folders-অত ক্লিক কৰক। | 09.43 Message Archive বিকল্পটো এতিয়া সক্ৰিয় হ’ল। | 09.48 এই বিকল্পটোৱে মেচেজ কোনটো ফল্ডাৰত আৰ্ভাইভ কৰিব সেইটো সিদ্ধান্ত কৰে। | 09.53 যদি বিকল্পটো সক্ৰিয় হোৱা নাই, তেনেহ’লে: | 09.57 Keep message archives in box-অত শুদ্ধ চিন দিয়ক | 10.01 STUSERONE at gmail.com-অৰ বাবে Archives Folder অপশ্যনটো নিৰ্বাচন কৰক। OK-ত ক্লিক কৰক। | 10.10 এতিয়া, STUSERONE Gmail একাউণ্টৰ ইনবক্সত ক্লিক কৰক। | 10.15 তৃতীয় মেচেজটো আৰ্কাইভ কৰোঁ আহক। | 10.19 সোঁফালৰ সূচীৰ পৰা মেচেজটো নিৰ্বাচন কৰক। | 10.21 কনটেক্সট মেনুৰ বাবে ইয়াত সোঁ-ক্লিক কৰক আৰু Archive নিৰ্বাচন কৰক। | 10.27 STUSERONE Gmail একাউণ্টৰ Archive ফল্ডাৰলৈ মেচেজটো গুচি গৈছে। | 10.36 ইয়াক আৰু ইনবক্সত দেখিবলৈ পোৱা নাযায়। | 10.39 থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰি আমি কৰা কামখিনি যদি চাব বিচাৰোঁ, তাৰ উপায় কি? | 10.44 খুব সহজ! থাণ্ডাৰবাৰ্ডত কৰা কামবোৰ Activity Manager-এ প্ৰদৰ্শন কৰে। | 10.52 Main মেনুৰ Tool-অত ক্লিক কৰি Activity Manager-অত ক্লিক কৰক। | 10.57 Activity Manager ডায়লগ বাকচ ওলাই আহে। | 11.01 আপুনি এতিয়া মেইল সংক্ৰান্তীয় সকলোবোৰ কাৰ্যকলাপৰ তালিকা চাব পাৰে! | 11.05 Activity Manager ডায়লগ বাকচটো বন্ধ কৰোঁ আহক। | 11.09 থাণ্ডাৰবাৰ্ড উইণ্ড’ৰ বাওঁফালৰ কোণত থকা ৰঙা বৰণীয়া পূৰণচিনত ক্লিক কৰি এতিয়া থাণ্ডাৰবাৰ্ড বন্ধ কৰোঁ। | 11.16 এই শিক্ষণত আমি শিকিলো: | 11.20 লঞ্চাৰত কেনেকৈ থাণ্ডাৰবাৰ্ড আইকন যোগ দিয়া হয় | 11.23 মেচেজ কেনেকৈ টেগ কৰা হয়; কুইক ফিল্টাৰ, চৰ্ট আৰু থ্ৰেড মেচেজৰ বিষয়ে। | 11.28 আমি আৰু শিকিলো: | 11.30 চেভ এজ আৰু প্ৰিণ্ট মেচেজ, ফাইল এটাশ্ব | 11.34 মেচেজ আৰ্কাইভ আৰু একটিভিটি মেনেজাৰৰ বিষয়ে। | 11.38 এতিয়া আপোনাৰ বাবে কাম। | 11.41 থাণ্ডাৰবাৰ্ডত লগিন কৰক। | 11.44 এটা মেচেজ থ্ৰেড চাওক।
এটা মেচেজ চেভ কৰক আৰু প্ৰিণ্ট কৰক। |
11.48 এটা মেইল নিৰ্বাচন কৰক, কনটেক্সট মেনু পাবৰ বাবে তাত সোঁ-ক্লিক কৰক। | 11.53 তাত থকা সকলোবোৰ অপশ্যন চাওক। | 11.56 Activity Manager ডায়লগ বাকচটো চাওক। | 12.00 থাণ্ডাৰবাৰ্ডৰ পৰা লগআউট কৰক। | 12.03 আকৌ লগিন কৰি Activity Manager ডায়লগ বাকচ পৰীক্ষা কৰক। | 12.07 তলৰ সংযোগত থকা ভিডিঅ’টো চাওক: | 12.10 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে। | 12.13 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | 12.18 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | 12.20 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | 12.23 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | 12.27 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক। | 12.33 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | 12.37 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে। | 12.45 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | 12.56 এই শিক্ষণ সহায়িকা আগবঢ়ালে DesiCrew Solutions Pvt. Ltd-এ। যোগদানৰ বাবে ধন্যবাদ। |