Difference between revisions of "FrontAccounting-2.4.7/C2/Purchase-and-Reports-in-FrontAccounting/Assamese"
From Script | Spoken-Tutorial
(Created page with " {| border=1 | <center>'''Time'''</center> | <center>'''Narration'''</center> |- | 00:01 | '''FrontAccounting ত Purchases আৰু Reports ৰ''' স্প’কেন...") |
|||
Line 99: | Line 99: | ||
|- | |- | ||
− | | | + | | 02:18 |
− | 02:18 | + | |
| '''Supplier''' হৈছে এজন লোক বা ব্যৱসায় যি বস্তু বা চাৰ্ভিচেচ চাপ্লাই কৰে | | '''Supplier''' হৈছে এজন লোক বা ব্যৱসায় যি বস্তু বা চাৰ্ভিচেচ চাপ্লাই কৰে | ||
Line 202: | Line 201: | ||
|- | |- | ||
− | | | + | | 04:42 |
− | 04:42 | + | |
| এতিয়া, আমি '''Purchase Order''' টোৰ বাবে '''items''' ৰিচিভ কৰিব লাগিব | | এতিয়া, আমি '''Purchase Order''' টোৰ বাবে '''items''' ৰিচিভ কৰিব লাগিব | ||
Latest revision as of 11:52, 2 April 2020
|
|
00:01 | FrontAccounting ত Purchases আৰু Reports ৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:08 | এই টিউট’ৰিয়েলটোত, আমি শিকিম Suppliers যোগ কৰিবলৈ |
00:13 | Purchase Order Entry এটা বনাবলৈ |
00:15 | Suppliers invoice বনাবলৈ আৰু transactions ত বিভিন্ন reports জেনেৰেত কৰিবলৈ |
00:24 | এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:
উবুন্তো লিনাক্স OS ভাৰ্চন 16.04 |
00:32 | আৰু FrontAccounting ভাৰ্চন 2.4.7 |
00:37 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ জ্ঞান থাকিব লাগিব: উচ্চতৰ মাধ্যমিকৰ কমাৰ্চ আৰু একাউন্টিং আৰু বুককিপিঙৰ নিয়মসমূহৰ |
00:47 | আৰু আপুনি ইতিমধ্যে FrontAccounting ত এটা Organisation বা Company চেতাপ কৰিব লাগিব |
00:53 | যদি নাই, সংগত FrontAccounting টিউট’ৰিয়েলচৰ বাবে অনুগ্ৰহ কৰি এই ওৱেবচাইত চাওঁক |
00:59 | আপুনি FrontAccounting ইন্তাৰফেচত কাম কৰিবলৈ আৰম্ভ কৰাৰ আগতে XAMPP services আৰম্ভ কৰক |
01:05 | আহক Purchase ৰ অৰ্থটো বুজো |
01:09 | Purchase এ বুজাই এটা প্ৰদাক্ত বা চাৰ্ভিচক যাক এজন লোক বা ব্যৱসায়ে কিনে |
01:17 | এটা ব্যৱসায়ে বস্তু বা চাৰ্ভিচক সংগ্ৰহ কৰিবলৈ চেষ্টা কৰে ইয়াৰ লক্ষ্যত উপনীত হ’বলৈ |
01:24 | Now, আহক FrontAccounting ইন্তাৰফেচক খোলো |
01:28 | ব্ৰাউজাৰ টো খোলক, লিখক localhost slash account আৰু Enter টিপক |
01:36 | login পেজ আহিছে |
01:39 | ইউজাৰনেমটো লিখক admin হিচাবে আৰু পাচৱৰ্দটো । তেতিয়া Login বুটামত ক্লিক কৰক |
01:47 | FrontAccounting ইন্তাৰফেচ আহিছে । Purchases টেবত ক্লিক কৰক |
01:53 | আহক FrontAccounting ত Purchases ৰ বাবে প্ৰণালীটো চাওঁ |
01:58 | Purchase Entry এটাৰ বাবে অনুসৰণ কৰিবলগীয়া ষ্টেপচ হৈছে: Suppliers যোগ কৰা |
02:04 | Purchase Order Entry এটা বনোৱা |
02:07 | Supplier এজন আৰু Suppliers invoice ৰ পৰা Receivable note |
02:13 | কিন্তু প্ৰথমে আহক Supplier ৰ অৰ্থটো বুজো |
02:18 | Supplier হৈছে এজন লোক বা ব্যৱসায় যি বস্তু বা চাৰ্ভিচেচ চাপ্লাই কৰে |
02:24 | FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাওঁক |
02:27 | Maintenance পানেলত, Suppliers লিংকত ক্লিক কৰক |
02:32 | ইয়াত, আমি Supplier এজনলৈ সংগত সকলো আৱশ্যকীয় তথ্য ভৰ্ত্তি কৰিব লাগিব ।
মই আৱশ্যকীয় সবিশেষ ভৰালো ইয়াত দেখুৱা দৰে |
02:42 | তললৈ স্ক্ৰ’ল কৰক । উইন্দ’খনৰ তলত Add New Supplier Details বুটামত ক্লিক কৰক |
02:50 | আমি ছেভ কৰা entry টোৰ বাবে কনফাৰমেচন বাৰ্তাটো দেখিছো |
02:55 | আমি নতুন Purchase Order Entry টোৰ বাবে এই পৰিবৰ্তনক এপ্লাই কৰিব লাগিব |
03:00 | তললৈ স্ক্ৰ’ল কৰক আৰু উইন্দ’খনৰ তলত Update Supplier বুটামত ক্লিক কৰক |
03:06 | সফলতাৰ বাৰ্তাটোৱে দেখাই যে আমি supplier আপদেত কৰিলো |
03:11 | তললৈ স্ক্ৰ’ল কৰক । উইন্দ’খনৰ তলত Back লিংকত ক্লিক কৰক |
03:17 | আহক Purchase Order Entry এটা বনাওঁ । ই ব্যৱহৃত হয় চিষ্টেমত সকলো Purchase Orders পঞ্জীয়ণ কৰিবলৈ |
03:25 | Transactions পানেলত, Purchase Order Entry লিংকত ক্লিক কৰক |
03:30 | আমি সবিশেষ দেখিছো Supplier নেম আৰু আন সংগত তথ্যৰ সৈতে |
03:36 | ইয়াৰ কাৰণ হৈছে আমি ইতিমধ্যে আগতে supplier ৰ সবিশেষ আপদেত কৰিছিলো |
03:42 | Supplier’s reference দিয়াটো বাধ্যতামূলক |
03:46 | গতিকে, মই Supplier’s reference লিখিম S001 হিচাবে |
03:53 | Item Description দ্ৰপ-দাউন মেনুত, Item বাচক Dell laptop হিচাবে |
04:00 | Quantity ফিল্দত, মই কোৱানতিতি হিচাবে 2 লিখিম |
04:05 | Required Delivery Date বাচক অনুসৰি |
04:09 | দিফল্টভাবে, ই হ’ব অৰ্দাৰ দেতৰ পাছত ১০ দিন । মই একে ৰাখিম |
04:15 | এতিয়া, Price before Tax ফিল্দত, মই Price টো লিখিম 48,000 হিচাবে |
04:22 | entry টো ছেভ কৰিবলৈ, ৰৌটোৰ সোঁফালে Add Item বুটামত ক্লিক কৰক |
04:28 | আমি GST ৰ সৈতে Amount Total দেখিছো |
04:32 | এতিয়া, উইন্দ’খনৰ তলত Place Order বুটামত ক্লিক কৰক |
04:37 | সফলতাৰ বাৰ্তাটোৱে দেখাই যে Purchase Order টো প্লেচ কৰা হ’ল |
04:42 | এতিয়া, আমি Purchase Order টোৰ বাবে items ৰিচিভ কৰিব লাগিব |
04:47 | উইন্দ’খনত, Receive Items on this Purchase Order লিংকত ক্লিক কৰক |
04:53 | আমাৰ Purchase Order ৰ বাবে ৰিচিভ কৰা items ৰ সবিশেষ আমি দেখিছো |
04:58 | উইন্দ’খনৰ তলত Process Receive Items বুটামত ক্লিক কৰক |
05:03 | আমি বাৰ্তা এটা দেখিছো, “Purchase Order delivery has been processed” |
05:08 | তাৰ তলত, আমি আৰু কিছু অপচনচ দেখিছো |
05:12 | আপুনি পাছত নিজে এই অপচনচ চাব পাৰে |
05:16 | ইয়াৰ পাছত, আমি Purchase invoice এটা ৰিচিভ কৰিব লাগিব |
05:21 | গতিকে, Entry purchase invoice for this receival লিংকত ক্লিক কৰক |
05:27 | ইয়াত, আমি Supplier invoice এন্টাৰ কৰিবলৈ সবিশেষ দেখিছো |
05:32 | লিখক S001 Supplier’s reference হিচাবে |
05:37 | ই এটা এৰ’ৰ দিব যদি আপুনি supplier reference নিদিয়ে |
05:42 | ৰৌটোৰ সোঁফালে Add বুটামত ক্লিক কৰক । তললৈ স্ক্ৰ’ল কৰক |
05:47 | আমি GST ৰ সৈতে invoice ৰ বাবে সবিশেষ দেখিছো |
05:52 | উইন্দ’খনৰ তলত Enter Invoice বুটামত ক্লিক কৰক |
05:56 | আমি বাৰ্তা এটা দেখিছো যে আমি সফলভাবে Supplier invoice প্ৰচেচ কৰিলো |
06:02 | পাছত, আমি বনোৱা invoice খনৰ বাবে Supplier ক পে কৰিব লাগিব |
06:08 | Entry supplier payment for this invoice লিংকত ক্লিক কৰক |
06:13 | আমি Supplier Invoice সবিশেষ দেখিছো যি দেখাই যে আমি Supplier ক পে কৰিব লাগিব |
06:19 | লগতে, তাত কিছু Bank Balance থাকিব লাগিব Supplier ক পে কৰিবলৈ |
06:24 | Memo ফিল্দত, লিখক ‘Being payment made to the supplier - S001’ |
06:31 | তেতিয়া উইন্দ’খনৰ তলত Enter Payment বুটামত ক্লিক কৰক |
06:36 | কনফাৰমেচন বাৰ্তাটোৱে দেখাই যে আমি সফলভাবে Payment কৰিলো |
06:41 | তাৰ তলত, আমি আৰু কিছু অপচনচ দেখিছো । আপুনি পাছত নিজে এই অপচনচ চাব পাৰে |
06:48 | View the GL journal Entries for this Payment লিংকত ক্লিক কৰক |
06:55 | উইন্দ’খনৰ তলত close লিংকত ক্লিক কৰক |
06:59 | এটা অনুশিলনী হিচাবে, নিম্নখিনি কৰক: Suppliers অপচন ব্যৱ্হাৰ কৰি, Purchases ৰ বাবে এটা নতুন Supplier যোগ কৰক |
07:07 | এটা নতুন Purchase Order Entry বনাওঁক |
07:10 | এটা Supplier payment for this invoice বনাওঁক |
07:14 | আৰু সবিশেষৰ বাবে এই টিউট’ৰিয়েলৰ Assignment লিংক চাওঁক |
07:20 | এতিয়ালৈকে, আমাৰ company ত, আমি Sales আৰু Purchases লৈ সংগত কিছু transactions কৰিলো |
07:27 | এতিয়া আহক এই transactions লৈ সংগত বিভিন্ন reports চাওঁ |
07:33 | Banking and General Ledger টেবত ক্লিক কৰক |
07:37 | Inquiries and Reports পানেলৰ ভিতৰত, Banking Reports লিংকত ক্লিক কৰক |
07:43 | সোঁফালৰ পানেলত Bank statement লিংকত ক্লিক কৰক |
07:47 | সোঁফালৰ পানেলত, Bank Accounts ফিল্দক Current account হিচাবে ৰাখক |
07:52 | transactions ৰ বাবে Start Date আৰু End Date বাচক report চাবলৈ |
07:58 | ওপৰত সোঁফালৰ চুকত Display:Bank statement বুটামত ক্লিক কৰক |
08:04 | আমি এটা consolidated Bank statement report দেখিছো |
08:08 | এই উইন্দ’ বন্ধ কৰক |
08:10 | পাছত, Sales টেবত ক্লিক কৰক |
08:13 | Inquiries and Reports পানেলত, Customer and Sales Reports লিংকত ক্লিক কৰক |
08:19 | পাছৰ উইন্দ’ত, Report Classes ৰ ভিতৰত, General Ledger লিংকত ক্লিক কৰক |
08:26 | তেতিয়া সোঁফালৰ পানেলত List of Journal Entries লিংকত ক্লিক কৰক |
08:31 | transactions ৰ বাবে Start Date আৰু End Date বাচক report চাবলৈ |
08:37 | ওপৰত সোঁফালৰ চুকত Display:List of journal entries বুটামত ক্লিক কৰক |
08:44 | আমি সকলো Journal Entries দেখিছো যাক company ত এন্টাৰ কৰা হৈছে |
08:50 | আহক এই উইন্দ’ বন্ধ কৰো |
08:52 | Report classes ৰ ভিতৰত, General Ledger লিংকত ক্লিক কৰক |
08:57 | সোঁফালৰ পানেলত, Trial Balance লিংকত ক্লিক কৰক |
09:01 | transactions ৰ বাবে Start Date আৰু End Date বাচক report চাবলৈ |
09:07 | ওপৰত সোঁফালে Display:Trial balance বুটামত ক্লিক কৰক |
09:12 | আমি সংগত report দেখিছো |
09:15 | ই ভিত্তি কৰে সকলো General Ledger accounts ৰ লিষ্টখনৰ ওপৰত |
09:20 | উইন্দ’খন বন্ধ কৰক |
09:22 | Report classes ৰ ভিতৰত, General Ledger লিংকত ক্লিক কৰক |
09:27 | সোঁফালৰ পানেলত, Balance Sheet লিংকত ক্লিক কৰক |
09:31 | transactions ৰ বাবে Start Date আৰু End Date বাচক report চাবলৈ |
09:37 | ওপৰত সোঁফালে Display:Balance sheet বুটামত ক্লিক কৰক |
09:42 | আমি Assets and Liabilities ৰ সংগত report দেখিছো |
09:48 | উইন্দ’খন বন্ধ কৰক |
09:50 | Report classes ৰ ভিতৰত, Customer লিংকত ক্লিক কৰক |
09:55 | ইয়াত আমি দেখিছো Price listing, customer detail listing, Customer trial balance |
10:02 | আপুনি নিজে এই reports চাওঁক |
10:05 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
10:11 | এই টিউট’ৰিয়েলত, আমি শিকিলো - Suppliers যোগ কৰিবলৈ |
10:16 | Purchase Order Entry এটা বনাবলৈ |
10:19 | Suppliers invoice বনাবলৈ |
10:22 | আৰু transactions ত বিভিন্ন reports জেনেৰেত কৰিবলৈ |
10:26 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
10:34 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
10:43 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
10:47 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত |
10:53 | স্ক্ৰিপ্ত আৰু ভিদিঅ’টো স্প’কেন টিউট’ৰিয়েল দলে অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |