Difference between revisions of "Java/C3/Subclassing-and-Method-Overriding/Assamese"
From Script | Spoken-Tutorial
(Created page with " {| border=1 | <center>'''Time'''</center> | <center>'''Narration'''</center> |- | 00:01 | Subclassing and Method overriding ইয়াৰ টিউটোৰিয়েল...") |
|||
Line 182: | Line 182: | ||
|- | |- | ||
| 04:43 | | 04:43 | ||
− | | কিন্তু তথাপিও আমি আউটপুট পাইছো। ইয়াৰ কাৰণ হল, Manager ক্লাসে Employee ক্লাসক | + | | কিন্তু তথাপিও আমি আউটপুট পাইছো। ইয়াৰ কাৰণ হল, Manager ক্লাসে Employee ক্লাসক extends কৰে। |
|- | |- | ||
| 04:52 | | 04:52 | ||
− | | Manager ক্লাসে স্বয়ংক্ৰিয়ভাবে Employee ক্লাসৰ ভ্যাৰিয়েবল্স আৰু মেথডস বনায়। | + | | Manager ক্লাসে স্বয়ংক্ৰিয়ভাবে Employee ক্লাসৰ ভ্যাৰিয়েবল্স আৰু মেথডস বনায়। |
|- | |- | ||
Line 340: | Line 340: | ||
|- | |- | ||
| 09:31 | | 09:31 | ||
− | | অনুশীলনী হিসাবে, Vehicle ক্লাস বনাওক যত run মেথড আছে যি "The Vehicle is running" প্ৰিন্ট কৰে। | + | | অনুশীলনী হিসাবে, Vehicle ক্লাস বনাওক যত run মেথড আছে যি "The Vehicle is running" প্ৰিন্ট কৰে। |
|- | |- | ||
| 09:40 | | 09:40 | ||
− | | এটা Bike ক্লাসও বনাওক, যত run মেথড আাছে যি The Bike is running safely প্ৰিন্ট কৰে। | + | | এটা Bike ক্লাসও বনাওক, যত run মেথড আাছে যি The Bike is running safely প্ৰিন্ট কৰে। |
|- | |- |
Latest revision as of 12:16, 20 June 2019
|
|
00:01 | Subclassing and Method overriding ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:06 | ইয়াতে আমি শিকিম: subclassing , extends কীওয়ার্ড আৰু method overriding. |
00:15 | ইয়াতে ব্যবহাৰ কৰিছো: উবুন্টু লিনাক্স সংস্কৰণ 12.04, JDK 1.7, Eclipse 4.3.1. |
00:25 | টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ, Java আৰু Eclipse IDE ইয়াৰ মৌলিক জ্ঞান থাকিব লাগিব। |
00:32 | নহলে, প্ৰাসঙ্গিক Java টিউটোৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইটত যাওক। |
00:37 | প্ৰথমে আমি শিকিম যে subclassing কি। |
00:41 | এইটো এটা বিদ্যমান classৰ পৰা নতুন class বনোৱাৰ উপায়। |
00:46 | নতুন নির্মিত ক্লাস হল subclass বা derived class বা child class. |
00:53 | ইতিমধ্যে বিদ্যমান ক্লাসক superclass বা base class বা parent class বোলে। |
01:00 | এতিয়া, আপোনাক subclass বনোৱা দেখাও। মই ইতিমধ্যে MyProject নামৰ এটা প্ৰকল্প বনাইছো। |
01:10 | মই ইয়াতে Employee নামৰ এটা ক্লাস বনাইছো। |
01:15 | ইয়াতে variable, name আৰু email_address আছে। |
01:19 | ইয়াতে ক্লাসৰ বাবে setter আৰু getter মেথডও আছে। |
01:24 | ইয়াতে getDetails() মেথড আছে। এই মেথডে name আৰু email_address ৰিটার্ন কৰে। |
01:31 | এতিয়া, Manager ক্লাসত যাও। |
01:35 | ইয়াতে variable, name, email_address আৰু department আছে। |
01:40 | আমি দেখো যে কিছু ভ্যাৰিয়েবল Employee আৰু Manager class উভয়ৰ বাবে একেই। |
01:47 | name আৰু email_address, Employee ক্লাসত আছে। আমি দেখো যে এইটো Manager ক্লাসতও আছে। |
01:57 | এইভাবে, Manager ক্লাসক Employee ক্লাসৰ subclass বনোৱা যায়। |
02:03 | ইয়াৰ বাবে, Manager ক্লাসত কিছু পৰিবর্তন কৰিব লাগিব। |
02:08 | public class Manager ইয়াৰ পিছত, লিখক: extends Employee |
02:14 | আমি বিদ্যমান ক্লাসৰ পৰা subclass বনাবলৈ extends কীওয়ার্ড ব্যবহাৰ কৰো। |
02:21 | উভয় ক্লাসৰ অনুৰুপ ডুপ্লিকেট ভ্যাৰিয়েবলক অতৰাওক। |
02:26 | Manager ক্লাসৰ পৰা name আৰু email_address অতৰাওক। |
02:32 | লগতে setter আৰু getter মেথডও মুছি পেলাওক। |
02:37 | Manager ক্লাসত, কেবল এটা department ভ্যাৰিয়েবল থাকিব। |
02:43 | আমাৰ উচৰত department ইয়াৰ বাবে setter আৰু getter মেথডও আছে। |
02:49 | এইভাবে, Manager ক্লাসে Employee ক্লাসৰ সদস্যদক ইনহেৰিট কৰে। |
02:55 | এটা ক্লাসক অন্য ক্লাসত বিস্তাৰ কৰাৰ এই পদ্ধতিক single inheritance বোলে। |
03:02 | আমি TestEmployee নামৰ আৰু এটা ক্লাস বনাইছো। |
03:08 | Main মেথডত, আমি Manager ক্লাসৰ object বনাম। |
03:14 | সেয়ে, main মেথডত লিখক : Manager manager equal to new Manager প্ৰথম বন্ধনী। |
03:23 | আমি Manager ক্লাসৰ setter মেথড কল কৰিম। |
03:28 | লিখক, manager dot setName বন্ধনীত আৰু ডবল উদ্ধৃতিত Nikkita Dinesh |
03:38 | তাৰপিছত লিখক: manager dot setEmail বন্ধনীত আৰু ডাবল উদ্ধৃতিত abc at gmail dot com. |
03:49 | তাৰপিছত লিখক, manager dot setDepartment বন্ধনীত আৰু ডাবল উদ্ধৃতিত Accounts. |
03:57 | আপোনি যি কোনো name, email address আৰু department ব্যবহাৰ কৰিব পাৰে। |
04:02 | এতিয়া, Manager অবজেক্ট দ্বাৰা getDetails() মেথড কল কৰো। |
04:08 | সেয়ে লিখক: System.out.println বন্ধনীত manager dot getDetails. |
04:17 | এতিয়া, প্ৰোগ্ৰামটো সংৰক্ষণ কৰি ৰান কৰি। |
04:21 | আমি দেখো যে আমি আউটপুটটো পাইছো: Name: Nikkita Dinesh Email: abc@gmail.com |
04:30 | ইয়াতে Manager ক্লাসৰ অবজেক্ট getDetails () মেথডক কল কৰে। |
04:36 | এতিয়া, Manager ক্লাসত আহক। |
04:39 | আমি দেখো যে ইয়াতে getDetails() মেথড নাই। |
04:43 | কিন্তু তথাপিও আমি আউটপুট পাইছো। ইয়াৰ কাৰণ হল, Manager ক্লাসে Employee ক্লাসক extends কৰে। |
04:52 | Manager ক্লাসে স্বয়ংক্ৰিয়ভাবে Employee ক্লাসৰ ভ্যাৰিয়েবল্স আৰু মেথডস বনায়। |
04:59 | এইটোৱে parent ক্লাসত চেক কৰে যি হল Employee. |
05:04 | Employee ক্লাসত উভতি আহো। এইটোৱে ইয়াত getDetails() মেথড পাই। |
05:11 | আমি department ৰিটার্ন কৰা নাই। ফলস্বৰুপে, এইটোৱে আউটপুটত department প্ৰিন্ট নকৰে। |
05:20 | getDetails মেথডক privateত সলাওক। ফাইলটো সংৰক্ষণ কৰক। |
05:27 | আমি দেখো যে আমি TestEmployee ক্লাসত এটা সংকলন এৰৰ পাইছো। |
05:34 | এইটোৱে দেখায় যে The method getDetails() from the type Employee is not visible. |
05:40 | ইয়াৰ মানে getDetails () মেথডক ব্যবহাৰ কৰিব নোৱাৰে। |
05:45 | ইয়াৰ কাৰণ হল আমি getDetails () মেথডক private কৰিছিলো। |
05:52 | subclass এ superclass ইয়াৰ private সদস্য ইনহেৰিট নকৰে। |
05:58 | Subclasএ superclass ইয়াৰ private সদস্যদক অ্যাক্সেস কৰিব নোৱাৰে। |
06:04 | superclassৰ public বা protected মেথড হব পাৰে। |
06:09 | এই মেথডে তাৰ private ফীল্ড অ্যাক্সেস কৰিব পাৰে। |
06:13 | subclassএ এই মেথডৰ দ্বাৰা private ফীল্ডও অ্যাক্সেস কৰিব পাৰে। |
06:18 | সেয়ে এইটোক আকৌ এবাৰ publicত সলাও। |
06:21 | এতিয়া, Manager ক্লাসত getDetails মেথডক অন্তর্ভুক্ত কৰো। |
06:27 | এই মেথডে name, email_address আৰু departmentক ৰিটার্ন কৰিব। |
06:33 | সেয়ে লিখক: public String getDetails প্ৰথম বন্ধনী। |
06:39 | মেথডে লিখক: return বন্ধনীত Name প্লাস getName() প্লাস slash n প্লাস Email plus getEmail() প্লাস slash n প্লাস Manager of প্লাস getDepartment() সেমিকোলন। ফাইলটোক সংৰক্ষণ কৰক। |
07:07 | লক্ষ্য কৰক, এতিয়া getDetails মেথড, Manager আৰু Employee উভয় ক্লাসত আছে। |
07:15 | মেথডৰ name, return type আৰু argument list উভয় ক্লাসত একেই। |
07:22 | subclassত থকা মেথডক parent ক্লাসত থকা মেথডক override কৰা বোলি কয় যদি:
name, return type, argument list একে হয়। |
07:33 | Manager ক্লাসত উভতি আহক। |
07:36 | getDetails () মেথডৰ আগত লিখক: @Override |
07:43 | এইটো override annotation হয়. এইটোৱে নির্দেশ কৰে যে এটা মেথড, superclassত থকা মেথডক override কৰিবলৈ অভিপ্ৰেত কৰা হৈছে। |
07:53 | এতিয়া, দেখো যে annotation কি। |
07:57 | Annotations: at (@) চিহ্ন দি আৰম্ভ হয়, প্ৰোগ্ৰাম সম্পর্কে ডেটা প্ৰদান কৰে, কোডৰ অপাৰেশনত কোনো প্ৰভাব নাই। |
08:10 | যদি এটা মেথড @Override সহ annotate হয়, কম্পাইলাৰ এৰৰ উৎপন্ন কৰে যদি মেথডে: superclassত ঘোষিত মেথডক override নকৰে। |
08:23 | method signature তাৰ superclassত ভিন্ন। |
08:28 | এতিয়া, IDE ত উভতো আহো। Manager ক্লাসত উভতি আহক। |
08:34 | at (@) চিহ্ন ক্যাৰেক্টাৰে কম্পাইলাৰক ইঙ্গিত কৰে যে annotation ইয়াৰ পিছত কি হয়। |
08:42 | ইয়াতে, এইটোৱে দেখায় যে getDetails() মেথড overridden হয়। |
08:48 | TestEmployee ক্লাসত উভতি আহক। |
08:51 | ফাইলটো সংৰক্ষণ কৰি প্ৰোগ্ৰামটো ৰান কৰক। |
08:55 | আমি নিম্ন আউটপুট পাও: Name: Nikkita Dinesh, Email: abc@gmail.com, Manager of Accounts |
09:05 | ইয়াতে, Manager ক্লাসৰ অবজেক্টে getDetails () মেথডক কল কৰে। |
09:11 | কিন্তু এইবাৰ, এইটোৱে নিজেই Manager ক্লাসৰ মেথডক কল কৰিছে। |
09:16 | এইভাবে, আমি subclass দ্বাৰা parent ক্লাসৰ মেথডক override কৰো। |
09:23 | সংক্ষেপে, ইয়াতে আমি শিকিছো: Subclassing আৰু Method Overriding. |
09:31 | অনুশীলনী হিসাবে, Vehicle ক্লাস বনাওক যত run মেথড আছে যি "The Vehicle is running" প্ৰিন্ট কৰে। |
09:40 | এটা Bike ক্লাসও বনাওক, যত run মেথড আাছে যি The Bike is running safely প্ৰিন্ট কৰে। |
09:48 | আউটপুট The Bike is running safely হোৱা উচিত। |
09:52 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প সম্পর্কে অধিক জানিবলৈ, এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। এইটো প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। ভাল ব্যান্ডউইডথ নাথাকিলে আপোনি ভিডিওটো ডাউনলোড কৰিও চাব পাৰে। |
10:06 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে। অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়া হয়। এই বিষয়ত বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
10:21 | স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্ৰকল্পৰ অংশবিশেষ। এইটো ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত। এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্ৰাপ্তিসাধ্য, |
10:42 | আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। অংশগ্ৰহনৰ বাবে ধন্যবাদ। |