Difference between revisions of "Koha-Library-Management-System/C2/Global-System-Preferences/Assamese"
From Script | Spoken-Tutorial
(Created page with " {| border=1 | <center>'''Time'''</center> | <center>'''Narration'''</center> |- | 00:01 | '''Global System Preferences''' স্প’কেন টিউট’ৰিয...") |
|||
Line 53: | Line 53: | ||
|- | |- | ||
− | | 01: | + | | 01:09 |
| '''Acquisitions preferences''' পৃষ্ঠা খুলিছে | | '''Acquisitions preferences''' পৃষ্ঠা খুলিছে | ||
|- | |- | ||
− | | 01: | + | | 01:13 |
| বাওঁফালে, '''Enhanced Content''' টেবত ক্লিক কৰক | | বাওঁফালে, '''Enhanced Content''' টেবত ক্লিক কৰক | ||
|- | |- | ||
− | | 01: | + | | 01:20 |
| '''Enhanced Content preferences''' পৃষ্ঠা খুলিছে | | '''Enhanced Content preferences''' পৃষ্ঠা খুলিছে | ||
|- | |- | ||
− | | 01: | + | | 01:25 |
| '''All''' চেকচনৰ ভিতৰত, '''Preference''' লৈ যাওঁক | | '''All''' চেকচনৰ ভিতৰত, '''Preference''' লৈ যাওঁক | ||
|- | |- | ||
− | | 01: | + | | 01:30 |
| '''FRBR Editions''' ৰ বাবে, দ্ৰপ-দাউনৰ পৰা '''Show''' বাচক | | '''FRBR Editions''' ৰ বাবে, দ্ৰপ-দাউনৰ পৰা '''Show''' বাচক | ||
|- | |- | ||
− | | 01: | + | | 01:37 |
| '''OPAC FRBR Editions''' দ্ৰপ-দাউনৰ পৰা '''Show''' বাচক | | '''OPAC FRBR Editions''' দ্ৰপ-দাউনৰ পৰা '''Show''' বাচক | ||
|- | |- | ||
− | | 01: | + | | 01:44 |
| পাছত, '''Amazon''' ৰ বাবে, '''Preference''' টেবলৈ যাওঁক | | পাছত, '''Amazon''' ৰ বাবে, '''Preference''' টেবলৈ যাওঁক | ||
|- | |- | ||
− | |01: | + | |01:49 |
| মই '''Amazon Tag''' ক খালি ৰাখিম | | মই '''Amazon Tag''' ক খালি ৰাখিম | ||
|- | |- | ||
− | | 01: | + | | 01:53 |
| '''AmazonCoverImages''' ৰ বাবে, দ্ৰপ-দাউনৰ পৰা '''Show''' বাচক | | '''AmazonCoverImages''' ৰ বাবে, দ্ৰপ-দাউনৰ পৰা '''Show''' বাচক | ||
|- | |- | ||
− | | | + | |01:59 |
| মই '''AmazonLocale''' ক এনেদৰেই থ’ম | | মই '''AmazonLocale''' ক এনেদৰেই থ’ম | ||
|- | |- | ||
− | |02: | + | |02:03 |
| '''OPACAmazonCoverImages''' ৰ বাবে, দ্ৰপ-দাউনৰ পৰা '''Show''' বাচক | | '''OPACAmazonCoverImages''' ৰ বাবে, দ্ৰপ-দাউনৰ পৰা '''Show''' বাচক | ||
|- | |- | ||
− | | 02: | + | | 02:11 |
| পাছত, '''HTML5 Media''' ৰ বাবে, '''Preference-''' টেবৰ ভিতৰত | | পাছত, '''HTML5 Media''' ৰ বাবে, '''Preference-''' টেবৰ ভিতৰত | ||
|- | |- | ||
− | | 02: | + | | 02:18 |
| '''HTML5MediaEnabled''' ৰ বাবে, দ্ৰপ-দাউনৰ পৰা '''in OPAC and staff client''' বাচক | | '''HTML5MediaEnabled''' ৰ বাবে, দ্ৰপ-দাউনৰ পৰা '''in OPAC and staff client''' বাচক | ||
|- | |- | ||
− | |02: | + | |02:28 |
| '''HTML5MediaExtensions''' এনেদৰেই এৰক | | '''HTML5MediaExtensions''' এনেদৰেই এৰক | ||
|- | |- | ||
− | | 02: | + | | 02:33 |
| '''HTML5MediaYouTube''' ৰ বাবে, দ্ৰপ-দাউনৰ পৰা '''Embed''' বাচক | | '''HTML5MediaYouTube''' ৰ বাবে, দ্ৰপ-দাউনৰ পৰা '''Embed''' বাচক | ||
|- | |- | ||
− | | 02: | + | | 02:41 |
| '''Library Thing''' ৰ ভিতৰত, '''Preference''' টেবলৈ যাওঁক | | '''Library Thing''' ৰ ভিতৰত, '''Preference''' টেবলৈ যাওঁক | ||
|- | |- | ||
− | | 02: | + | | 02:46 |
| '''ThingISBN''' ৰ বাবে, দ্ৰপ-দাউনৰ পৰা '''Use''' বাচক | | '''ThingISBN''' ৰ বাবে, দ্ৰপ-দাউনৰ পৰা '''Use''' বাচক | ||
|- | |- | ||
− | | 02: | + | | 02:52 |
| সকলো প্ৰয়োজনীয় সলনি কৰাৰ পাছত, পৃষ্ঠাটো '''save''' কৰক | | সকলো প্ৰয়োজনীয় সলনি কৰাৰ পাছত, পৃষ্ঠাটো '''save''' কৰক | ||
|- | |- | ||
− | | | + | | 02:57 |
| পৃষ্ঠাটোৰ ওপৰত '''Save all Enhanced Content preferences''' ত ক্লিক কৰি ইয়াক কৰক | | পৃষ্ঠাটোৰ ওপৰত '''Save all Enhanced Content preferences''' ত ক্লিক কৰি ইয়াক কৰক | ||
|- | |- | ||
− | | 03: | + | | 03:06 |
| এতিয়া, একেটা পৃষ্ঠাত, বাওঁফালে অৱস্থিত অপচনলৈ যাওঁক আৰু '''OPAC''' ত ক্লিক কৰক | | এতিয়া, একেটা পৃষ্ঠাত, বাওঁফালে অৱস্থিত অপচনলৈ যাওঁক আৰু '''OPAC''' ত ক্লিক কৰক | ||
|- | |- | ||
− | | 03: | + | | 03:16 |
| '''OPAC preferences''' পৃষ্ঠাটো খুলিছে | | '''OPAC preferences''' পৃষ্ঠাটো খুলিছে | ||
|- | |- | ||
− | | 03: | + | | 03:20 |
| '''Appearance''' ৰ ভিতৰত, '''Preference''' টেবলৈ যাওঁক | | '''Appearance''' ৰ ভিতৰত, '''Preference''' টেবলৈ যাওঁক | ||
|- | |- | ||
− | | 03: | + | | 03:26 |
| '''LibraryName''' ৰ বাবে, উক্ত '''Library''' নামটো ভৰাওঁক | | '''LibraryName''' ৰ বাবে, উক্ত '''Library''' নামটো ভৰাওঁক | ||
|- | |- | ||
− | | 03: | + | | 03:31 |
| মই লিখিম: '''Spoken Tutorial Library''' | | মই লিখিম: '''Spoken Tutorial Library''' | ||
|- | |- | ||
− | | 03: | + | | 03:35 |
| আপুনি নিজে বনোৱা লাইব্ৰেৰী নামটো ভৰাব লাগিব | | আপুনি নিজে বনোৱা লাইব্ৰেৰী নামটো ভৰাব লাগিব | ||
|- | |- | ||
− | | 03: | + | | 03:40 |
| পাছত, '''OPACBaseURL''' লৈ যাওঁক আৰু '''domain''' নামটো ভৰাওঁক । মই এইটো লিখিম | | পাছত, '''OPACBaseURL''' লৈ যাওঁক আৰু '''domain''' নামটো ভৰাওঁক । মই এইটো লিখিম | ||
|- | |- | ||
− | | 03: | + | | 03:51 |
| আপোনাৰ প্ৰিফাৰেঞ্চ অনুসৰি, আপুনি '''OPAC''' ৰ বাবে '''domain''' নামটো চেত কৰিব পাৰে | | আপোনাৰ প্ৰিফাৰেঞ্চ অনুসৰি, আপুনি '''OPAC''' ৰ বাবে '''domain''' নামটো চেত কৰিব পাৰে | ||
|- | |- | ||
− | | | + | | 03:56 |
| পাছত, '''Opaccredits''' ৰ বাবে, '''Click to Edit''' ত ক্লিক কৰক | | পাছত, '''Opaccredits''' ৰ বাবে, '''Click to Edit''' ত ক্লিক কৰক | ||
|- | |- | ||
− | | 04: | + | | 04:03 |
| '''footer''' ৰ বাবে '''HTML''' টেগটো লিখক । মই এইটো লিখিম | | '''footer''' ৰ বাবে '''HTML''' টেগটো লিখক । মই এইটো লিখিম | ||
|- | |- | ||
− | | 04: | + | | 04:10 |
| পাছত '''Opacheader''' আহে । ইয়াত, '''Click to Edit''' ত ক্লিক কৰক | | পাছত '''Opacheader''' আহে । ইয়াত, '''Click to Edit''' ত ক্লিক কৰক | ||
|- | |- | ||
− | | 04: | + | | 04:18 |
| '''header''' ৰ বাবে '''HTML''' টেগটো লিখক । মই এইটো লিখিম | | '''header''' ৰ বাবে '''HTML''' টেগটো লিখক । মই এইটো লিখিম | ||
|- | |- | ||
− | | 04: | + | | 04:25 |
| '''Features''' চেকচনৰ ভিতৰত, '''Preference''' টেবলৈ যাওঁক | | '''Features''' চেকচনৰ ভিতৰত, '''Preference''' টেবলৈ যাওঁক | ||
|- | |- | ||
− | |04: | + | |04:31 |
| পাছত, '''OPACpatronimages''' লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা '''Show''' বাচক | | পাছত, '''OPACpatronimages''' লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা '''Show''' বাচক | ||
|- | |- | ||
− | | 04: | + | | 04:39 |
| পাছত, '''OpacResetPassword''' লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা '''allowed''' বাচক | | পাছত, '''OpacResetPassword''' লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা '''allowed''' বাচক | ||
|- | |- | ||
− | | 04: | + | | 04:49 |
| '''Privacy''' চেকচনৰ ভিতৰত, '''Preference''' টেবলৈ যাওঁক | | '''Privacy''' চেকচনৰ ভিতৰত, '''Preference''' টেবলৈ যাওঁক | ||
|- | |- | ||
− | | | + | |04:55 |
| পাছত, '''OPACPrivacy''' লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা '''Allow''' বাচক | | পাছত, '''OPACPrivacy''' লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা '''Allow''' বাচক | ||
|- | |- | ||
− | | 05: | + | | 05:03 |
| সকলো প্ৰয়োজনীয় সলনি কৰাৰ পাছত, পৃষ্ঠাটো '''save''' কৰক | | সকলো প্ৰয়োজনীয় সলনি কৰাৰ পাছত, পৃষ্ঠাটো '''save''' কৰক | ||
|- | |- | ||
− | |05: | + | |05:08 |
| পৃষ্ঠাটোৰ ওপৰত '''Save all OPAC preferences''' ত ক্লিক কৰি ইয়াক কৰক | | পৃষ্ঠাটোৰ ওপৰত '''Save all OPAC preferences''' ত ক্লিক কৰি ইয়াক কৰক | ||
|- | |- | ||
− | | 05: | + | | 05:16 |
| এতিয়া, আপোনাৰ '''Koha Superlibrarian''' একাউন্টৰ পৰা ল’গ আউত কৰক | | এতিয়া, আপোনাৰ '''Koha Superlibrarian''' একাউন্টৰ পৰা ল’গ আউত কৰক | ||
|- | |- | ||
− | | 05: | + | | 05:22 |
| তাক কৰিবলৈ, প্ৰথমে ওপৰত সোফালে চুকলৈ যাওঁক, '''Spoken Tutorial Library''' ত ক্লিক কৰক | | তাক কৰিবলৈ, প্ৰথমে ওপৰত সোফালে চুকলৈ যাওঁক, '''Spoken Tutorial Library''' ত ক্লিক কৰক | ||
|- | |- | ||
− | | 05: | + | | 05:31 |
| পাছত, দ্ৰপ-দাউনৰ পৰা '''Log out''' বাচক | | পাছত, দ্ৰপ-দাউনৰ পৰা '''Log out''' বাচক | ||
|- | |- | ||
− | | 05: | + | | 05:36 |
| এতিয়া, '''OPAC''' ত হোৱা সলনিক পৰীক্ষা কৰিবলৈ, মই মোৰ '''Web Browser''' খুলিম আৰু লিখিম: '''http://127.0.1.1/8000 ''' | | এতিয়া, '''OPAC''' ত হোৱা সলনিক পৰীক্ষা কৰিবলৈ, মই মোৰ '''Web Browser''' খুলিম আৰু লিখিম: '''http://127.0.1.1/8000 ''' | ||
|- | |- | ||
− | |05: | + | |05:53 |
| মন কৰিব - এই '''URL''' টো ইনষ্টলেচনৰ সময়ত দিয়া '''port number''' আৰু '''domain''' নামৰ ওপৰত আধাৰিত | | মন কৰিব - এই '''URL''' টো ইনষ্টলেচনৰ সময়ত দিয়া '''port number''' আৰু '''domain''' নামৰ ওপৰত আধাৰিত | ||
|- | |- | ||
− | |06: | + | |06:01 |
| গতিকে, আপুনি অনুগ্ৰহ কৰি উল্লেখ কৰা ধৰণে লিখক । পাছত '''Enter''' টিপক | | গতিকে, আপুনি অনুগ্ৰহ কৰি উল্লেখ কৰা ধৰণে লিখক । পাছত '''Enter''' টিপক | ||
|- | |- | ||
− | | 06: | + | | 06:08 |
| এতিয়া আপুনি পৰিবৰ্তনক ন’ত কৰিব পাৰে যেনে: '''OPAC''' হ’মপেজৰ টাইটল- '''Welcome to Spoken Tutorial Library''' | | এতিয়া আপুনি পৰিবৰ্তনক ন’ত কৰিব পাৰে যেনে: '''OPAC''' হ’মপেজৰ টাইটল- '''Welcome to Spoken Tutorial Library''' | ||
|- | |- | ||
− | | 06: | + | | 06:20 |
| পৃষ্ঠাটোৰ তলত '''Copyright@2017 Spoken Tutorial Library, Mumbai. All Rights Reserved''' | | পৃষ্ঠাটোৰ তলত '''Copyright@2017 Spoken Tutorial Library, Mumbai. All Rights Reserved''' | ||
|- | |- | ||
− | | 06: | + | | 06:30 |
− | | ইয়াৰ সৈতে আমি শিকিলো কেনেকৈ '''Library OPAC''' ক কাষ্ট’মাইজ কৰা হয় আৰু | + | | ইয়াৰ সৈতে আমি শিকিলো কেনেকৈ '''Library OPAC''' ক কাষ্ট’মাইজ কৰা হয় আৰু লগতে প্ৰতিটো '''module''' ত প্ৰয়োজনীয় চেতিংগচক সংশোধিত কৰিবলৈ |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
− | | 06: | + | | 06:41 |
| ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি | | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি | ||
|- | |- | ||
− | | 06: | + | | 06:44 |
| আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি '''Library OPAC''' ক কাষ্ট’মাইজ কৰিবলৈ '''Global System Preferences''' চেত কৰিবলৈ শিকিলো | | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি '''Library OPAC''' ক কাষ্ট’মাইজ কৰিবলৈ '''Global System Preferences''' চেত কৰিবলৈ শিকিলো | ||
|- | |- | ||
− | | | + | | 06:54 |
| অনুশিলনীৰ বাবে, '''OPAC''' ত '''Books''' ৰ ক’ভাৰ ইমেজ পৰীক্ষা কৰক | | অনুশিলনীৰ বাবে, '''OPAC''' ত '''Books''' ৰ ক’ভাৰ ইমেজ পৰীক্ষা কৰক | ||
|- | |- | ||
− | | 07: | + | | 07:00 |
| তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল ('''Spoken Tutorial''') প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক | | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল ('''Spoken Tutorial''') প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক | ||
|- | |- | ||
− | | 07: | + | | 07:07 |
|স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক | |স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক | ||
|- | |- | ||
− | |07: | + | |07:17 |
| অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক | | অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক | ||
|- | |- | ||
− | | 07: | + | | 07:21 |
|স্প’কেন টিউট’ৰিয়েল প্ৰকল্প '''NMEICT, MHRD,''' ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ | |স্প’কেন টিউট’ৰিয়েল প্ৰকল্প '''NMEICT, MHRD,''' ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ | ||
|- | |- | ||
− | | 07: | + | | 07:33 |
| মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ | | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ | ||
|} | |} |
Latest revision as of 18:45, 22 February 2019
|
|
00:01 | Global System Preferences স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি Library OPAC ক কাষ্ট’মাইজ কৰিবলৈ Global System Preferences চেত কৰিবলৈ শিকিম |
00:16 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :
Ubuntu Linux OS 16.04 আৰু Koha ভাৰ্চন 16.05 |
00:27 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Library Science ৰ জ্ঞান থাকিব লাগিব |
00:33 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব |
00:39 | আৰু, আপোনাৰ Koha ত Admin এক্সেচ থাকিব লাগিব |
00:44 | যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক |
00:50 | আহক আৰম্ভ কৰো |
00:52 | Superlibrarian ত Bella আৰু তাৰ পাচৱৰ্দৰে ল’গিন কৰক |
00:58 | 'Koha' Home page ত Koha administration ত ক্লিক কৰক |
01:04 | পাছত, Global system preferences ত ক্লিক কৰক |
01:09 | Acquisitions preferences পৃষ্ঠা খুলিছে |
01:13 | বাওঁফালে, Enhanced Content টেবত ক্লিক কৰক |
01:20 | Enhanced Content preferences পৃষ্ঠা খুলিছে |
01:25 | All চেকচনৰ ভিতৰত, Preference লৈ যাওঁক |
01:30 | FRBR Editions ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Show বাচক |
01:37 | OPAC FRBR Editions দ্ৰপ-দাউনৰ পৰা Show বাচক |
01:44 | পাছত, Amazon ৰ বাবে, Preference টেবলৈ যাওঁক |
01:49 | মই Amazon Tag ক খালি ৰাখিম |
01:53 | AmazonCoverImages ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Show বাচক |
01:59 | মই AmazonLocale ক এনেদৰেই থ’ম |
02:03 | OPACAmazonCoverImages ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Show বাচক |
02:11 | পাছত, HTML5 Media ৰ বাবে, Preference- টেবৰ ভিতৰত |
02:18 | HTML5MediaEnabled ৰ বাবে, দ্ৰপ-দাউনৰ পৰা in OPAC and staff client বাচক |
02:28 | HTML5MediaExtensions এনেদৰেই এৰক |
02:33 | HTML5MediaYouTube ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Embed বাচক |
02:41 | Library Thing ৰ ভিতৰত, Preference টেবলৈ যাওঁক |
02:46 | ThingISBN ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Use বাচক |
02:52 | সকলো প্ৰয়োজনীয় সলনি কৰাৰ পাছত, পৃষ্ঠাটো save কৰক |
02:57 | পৃষ্ঠাটোৰ ওপৰত Save all Enhanced Content preferences ত ক্লিক কৰি ইয়াক কৰক |
03:06 | এতিয়া, একেটা পৃষ্ঠাত, বাওঁফালে অৱস্থিত অপচনলৈ যাওঁক আৰু OPAC ত ক্লিক কৰক |
03:16 | OPAC preferences পৃষ্ঠাটো খুলিছে |
03:20 | Appearance ৰ ভিতৰত, Preference টেবলৈ যাওঁক |
03:26 | LibraryName ৰ বাবে, উক্ত Library নামটো ভৰাওঁক |
03:31 | মই লিখিম: Spoken Tutorial Library |
03:35 | আপুনি নিজে বনোৱা লাইব্ৰেৰী নামটো ভৰাব লাগিব |
03:40 | পাছত, OPACBaseURL লৈ যাওঁক আৰু domain নামটো ভৰাওঁক । মই এইটো লিখিম |
03:51 | আপোনাৰ প্ৰিফাৰেঞ্চ অনুসৰি, আপুনি OPAC ৰ বাবে domain নামটো চেত কৰিব পাৰে |
03:56 | পাছত, Opaccredits ৰ বাবে, Click to Edit ত ক্লিক কৰক |
04:03 | footer ৰ বাবে HTML টেগটো লিখক । মই এইটো লিখিম |
04:10 | পাছত Opacheader আহে । ইয়াত, Click to Edit ত ক্লিক কৰক |
04:18 | header ৰ বাবে HTML টেগটো লিখক । মই এইটো লিখিম |
04:25 | Features চেকচনৰ ভিতৰত, Preference টেবলৈ যাওঁক |
04:31 | পাছত, OPACpatronimages লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা Show বাচক |
04:39 | পাছত, OpacResetPassword লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা allowed বাচক |
04:49 | Privacy চেকচনৰ ভিতৰত, Preference টেবলৈ যাওঁক |
04:55 | পাছত, OPACPrivacy লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা Allow বাচক |
05:03 | সকলো প্ৰয়োজনীয় সলনি কৰাৰ পাছত, পৃষ্ঠাটো save কৰক |
05:08 | পৃষ্ঠাটোৰ ওপৰত Save all OPAC preferences ত ক্লিক কৰি ইয়াক কৰক |
05:16 | এতিয়া, আপোনাৰ Koha Superlibrarian একাউন্টৰ পৰা ল’গ আউত কৰক |
05:22 | তাক কৰিবলৈ, প্ৰথমে ওপৰত সোফালে চুকলৈ যাওঁক, Spoken Tutorial Library ত ক্লিক কৰক |
05:31 | পাছত, দ্ৰপ-দাউনৰ পৰা Log out বাচক |
05:36 | এতিয়া, OPAC ত হোৱা সলনিক পৰীক্ষা কৰিবলৈ, মই মোৰ Web Browser খুলিম আৰু লিখিম: http://127.0.1.1/8000 |
05:53 | মন কৰিব - এই URL টো ইনষ্টলেচনৰ সময়ত দিয়া port number আৰু domain নামৰ ওপৰত আধাৰিত |
06:01 | গতিকে, আপুনি অনুগ্ৰহ কৰি উল্লেখ কৰা ধৰণে লিখক । পাছত Enter টিপক |
06:08 | এতিয়া আপুনি পৰিবৰ্তনক ন’ত কৰিব পাৰে যেনে: OPAC হ’মপেজৰ টাইটল- Welcome to Spoken Tutorial Library |
06:20 | পৃষ্ঠাটোৰ তলত Copyright@2017 Spoken Tutorial Library, Mumbai. All Rights Reserved |
06:30 | ইয়াৰ সৈতে আমি শিকিলো কেনেকৈ Library OPAC ক কাষ্ট’মাইজ কৰা হয় আৰু লগতে প্ৰতিটো module ত প্ৰয়োজনীয় চেতিংগচক সংশোধিত কৰিবলৈ |
06:41 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
06:44 | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি Library OPAC ক কাষ্ট’মাইজ কৰিবলৈ Global System Preferences চেত কৰিবলৈ শিকিলো |
06:54 | অনুশিলনীৰ বাবে, OPAC ত Books ৰ ক’ভাৰ ইমেজ পৰীক্ষা কৰক |
07:00 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
07:07 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
07:17 | অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক |
07:21 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
07:33 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |