Difference between revisions of "LaTeX/C3/Simple-block-diagram/Assamese"
From Script | Spoken-Tutorial
Nancyvarkey (Talk | contribs) m (Nancyvarkey moved page Xfig/C2/Simple-block-diagram/Assamese to LaTeX/C3/Simple-block-diagram/Assamese without leaving a redirect) |
|
(No difference)
|
Latest revision as of 12:15, 16 May 2018
Timing | Narration |
0:00 | নমস্কাৰ দৰ্শকসকল
স্পোকেন টিউটৰিয়েল লৈ (মৌখিক খম্পাদিতলৈ) স্ৱাগতম |
00:07 | এই টিউটৰিয়েলত আমি ইয়াত বাখ্য়া কৰিম যে কেনেকৈ ভিন্ন ধৰণৰ ব্ল্ক চবি প্ৰচ্টুত
কৰিব পাৰি |
00:17 | আমি ইয়াৰ উদেশ্য়ৰ কাৰনে কি কি সামগ্ৰি লাগে চাউচুন. |
oo:19 | মই এক্স ফিগাৰ ব্য়বহাৰ কৰিম, এইতো এতা ব্ল্ক চবি হস্তচালন সামগ্ৰি. |
00:24 | মই ইয়াত ৩.২ অনুবাদ ( ৱাৰ্চন ) ব্য়বহাৰ কৰিচো, পাথ লেৱেল ৫ |
00:29 | মই তাৰ্মিনেলো ব্য়বহাৰু কৰিম আৰু এতা পিদিফ ব্ৰাওচাৰ |
00:37 | মই এইতো খম্পাদিত মেক ওএচ এক্স সত স্ৰিস্তি কৰিচো |
00:41 | এক্স ফিগাৰ লিনাক্স আৰু ৱিনদৌচতো কাম কৰে |
00:45 | লিনাক্সত প্ৰতিস্থা কৰাতু সকলোতকৈ সহজ. |
00:50 | এক্স ফিগাৰ ব্য়বহাৰ কৰা নিয়মতু তিনিউতাতে একে (সমান) |
00:56 | এইতু উপদেশ দিয়া হয় যে এক্স ফিগাৰ কাৰনে তিনিতা বাটন থকা মাউচ ব্য়বহাৰ কৰিব লাগে |
01:00 | কিন্তু এতা বা দুতা বাটন থকা মাউচ কাম কৰা বাবেও গঠন কৰিব পাৰি |
01:07 | এক্স ফিগাৰ ব্য়বহাৰ প্ৰনালি ৱেবত পোৱা যায় |
01:16 | আহক আমি চাউ এতিয়া. আমি এই পাঠ্ত এক্স ফিগাৰ পৰিচয় চাব পাৰু. |
01:23 | আমি ইয়াত এই মেনুয়েলৰ টেবুল খনৰ সুচিপত্ৰ চাব পাৰু. |
01:28 | অমি ইয়াত ক্লিক কৰু. |
01:31 | আমি ইয়াত মানুহৰ সবিশেষ জানিব পাৰু যোনখকলে ইয়াত এক্স ফিগাৰ স্ৰিস্তি কৰিচে. |
01:36 | আহক আমি এই পাঠতি চাউ |
01:40 | এতিয়া মই এই সম্পাদিতৰ কাৰনে স্ক্ৰীনৰ বাহিৰাক্ৰিতি বাখ্য়া কৰিম. |
01:46 | ইয়াত স্লাইদচ, এক্সফিগাৰ, ইন্তাৰনেত ব্ৰাওচাৰ-ফায়াৰ ফক্স আৰু তাৰমিনেল আচে. |
01:58 | এইতোয়েই কমান্দ জি মই এক্স ফিগাৰ মেকত আবাহন কৰো |
02:04 | এইবোৰ উপৰা উপৰিকৈ লগাই বন্দবস্ত কৰা হইচে, এতাৰ পৰা আন এতালৈ সহজ ধালৰ কাৰনে. |
02:10 | শোনোতা জনে সহজে পৰিবৰ্তন হোৱাতু চাব পাৰিব - অনুমান কৰিব দৰকাৰ নাই |
02:17 | আহক এক্স ফিগাৰি আৰম্ভ কৰো |
02:20 | এক্স ফিগাৰ ৱৰ্কছীতৰ বাও হাতৰ ফালে "দ্ৰৱিঙ মদ পেনেল" আচে |
02:26 | এইতো পেনেলৰ উপৰৰ আধা বটন্স বুৰ বহুত ধৰণৰ বস্তু স্ৰিস্তি কৰিবলৈ ব্য়বহাৰ কৰিব পাৰে |
02:33 | বটমত থকা খামগ্ৰি খিনি একেলগে খিহতৰ লগতে কাম কৰে |
02:39 | এজনে উপৰত থকা বতমবুৰ ব্য়বহাৰ কৰি, ফাইল আৰু অপাৰেচন কাৰ্জ্য় কৰিব পাৰে |
02:46 | কেন্দ্ৰিয়ত থকা ঠাই খিনিক কেনভাচ বুলি কয় |
02:50 | ইয়াতে যি চিত্ৰ বুৰ স্ৰিস্তি কৰা হব. |
02:53 | এতিযা আমি চবি জৰিয়তে আৰম্ভ কৰো |
02:55 | প্ৰথমতে মই গ্ৰিড্চ্তু কেনভাচত থম |
03:01 | এতিয়া মই তলত থকা "গ্ৰিদ মদ" বত্তন তোক ক্লিক কৰিম . |
03:05 | আমি বহোত ধৰনৰ গ্ৰিদ আক্ৰিতি বাচি লব পাৰো. মই মাজৰ তো বাচি লম. |
03:11 | গ্ৰিদে বহোত ধৰনৰ বস্তু থিক কৰাত সহায় কৰে য়িবুৰ আমি বহোয়াম. |
03:16 | এইতো খম্পাদিতত, ক্লিক কৰি, মানে মাউচৰ বাও ফালৰ বত্তম টোত ক্লিক কৰি আৰু তাক এৰি দিম. |
03:21 | ঠিক তেনেকৈ, বত্তম এতা বাচি লুৱা মানে বুজা যায় যে তুমি এইতুত বাও ফালৰ মাওচ তোৰে ক্লিক কৰিব লাগিব. |
03:29 | যদি এটা বেলেগ ধৰনৰ কাৰ্জ্য় প্ৰয়োজন হয়, মই স্পস্ত ভাবে বৰ্ণনা কৰিম. |
03:34 | যিহেতু আমাৰ চবিত এতা বক্স হব লাগে, আমি এতা বক্স চিম্বল প্ৰখৰ চুকৰ লগত বাও হাতৰ পেনেলৰ পৰা বাচি লও |
04:43 | আমি যত বাকচতো ৰাখিবলৈ বিচাৰিচু আমি তাৰ লৈকে যাম. |
03:50 | আমি এইতো থাইত মাউচটো ক্লিক কৰিম. |
03:53 | এইখিনিয়ে বাকস্তুৰ উত্তৰ পচ্চিম চুকটো বাচি লয়. |
03:57 | মাউচটো বিপৰিত ফালে ঘুৰোয়াই থাকা যেতিয়ালৈকে বাকস্তু আমি বিচৰা আক্ৰিতি মতে নাহে. |
04:12 | এবাৰ যেতিয়া বাকস্তু শুধ্ধ আক্ৰিতিত হৈ যাব অমি আকৌ এবাৰ মাওচটু ক্লিক কৰিব পাৰিম. |
04:16 | এতিয়া বাকস্তু স্ৰিস্তি হল. |
04:18 | এতিয়া আমি বাখ্য়া কৰিম যে কেনেকৈ এক্স ফিগাৰৰ "সম্পাদনা (edit)" ফিছাৰতু ব্য়বহাৰ কৰা হয়. এইখিনি ব্য়বহাৰ কৰি আমি বাকচতুৰ গাৰ্হতা বৰ্হাব পাৰিম. |
04:26 | এতিয়া আমি বাও হাতৰ পেনেলতোৰ "এদিত বত্তন" প্ৰেচ কৰো. |
04:31 | আমি দেখিব পাৰিচো যে বাকচৰ সকলো কি পইন্টচ বোৰ প্ৰদৰ্শন হৈচে. |
04:36 | এতিয়া আমি কোনো এতা বিন্দুত ক্লিক কৰি আৰু তেনেধৰনেৰে বকচ তু বাচি লম. |
04:41 | এতা দাইলগ্চ বাকচ খুলিচে. |
04:43 | আমি মাউচ তু "ৱিদ্থ" বাকচলৈ লৈ যাম. |
04:47 | এইতু সঠিক কৰি লব যে মওচ পইন্তাৰ তু বাকচতুৰ ভিতৰতে থাকে. |
04:51 | এতিয়া অমি ১ কৰ আউকান মূল্য় তু নাইকিয়া কৰো. |
04:55 | এই বাকচতুৰ সুচিপত্ৰ সলাব নুয়াৰে যদি মওচ তু বাকচত নাথাকে. |
05:01 | মাওচ তু যদি বাকচতুত সুমায় যি কোনো সময়ত আতৰি আহে, অনুগ্ৰহ কৰি মনত পেলাই ইয়াক ভিতৰলৈ আনি টাইপিঙ কৰি থাকক |
05:07 | এতিযা ২ অন্তৰভুক্ত কৰো |
05:13 | আমি "দান" ক্লিক কৰিম. এইখিনি মই তুমালোকক দেখোৱাই দিম |
05:17 | দান টো ক্লিক কৰি আৰো দাইলগ্স বাকচতু এৰি দিয়ক. |
05:20 | আমি দেখিব পাৰো যে বাকচৰ গাৰ্হতা বাৰ্হি গৈচে |
05:24 | এতিয়া আমি ৰেখাৰ লগত কাৰ চিহ্ণৰে আৰম্ভ কৰিব বিচাৰিচু. |
05:28 | আমি বাউহাতৰ ফালে পেনেলৰ পৰা "পলিলাইন বত্তন বাচি লম |
05:34 | টলত থকা পেনেলক "এত্ৰিবিউট্চ পেনেল" বোলে. |
05:40 | এইতু পেনেলত থকা বত্তন বুৰ ব্য়বহাৰ কৰি, প্ৰতিতু সামগ্ৰিৰ পেৰামিতাৰ্চ সলাব পাৰি |
05:45 | বাচি লোৱা বস্তুৰ উপৰত নিৰ্ভৰ কৰি হে বত্তন বুৰ সলনি হয় |
05:52 | এতিয়া আমি "কাৰ চিহ্ণৰে মদ" বত্তন তু এত্ৰিবিউট্চ পেনেলৰ পৰা বাচি লম. |
05:57 | দাইলগ বাকচতোৰ দিতিয় নিৰ্বাচন বাচি লও, যিহেতু ই শেখৰ বিন্দুত কাৰ চিহ্ণ এদাল দিয়ে. |
06:04 | এতিয়া আমি "কাৰ চিহ্ণ তাইপ" বত্তন তু ক্লিক কৰিম. |
06:08 | ৱিন্দত যি খিনি উলাই, আমি কাৰ চিহ্ণ শিৰ্সা তু আমৰ মতে বাচি লম. |
06:14 | এতিয়া আমি এতা বিন্দুত ক্লিক কৰিম যৰ পৰা আমি ৰেখা দাল আৰম্ভ কৰিব বিচাৰো |
06:23 | এতিয়া মাউচতু ৰেখাদালৰ শেষ বিন্দুৰ লৈ ঘুৰাই লও . |
06:31 | আমি এতিয়া তাত "মিদ্দিল মাউচ" বত্তনেৰে ক্লিক কৰো |
06:36 | ৰেখা দাল এৰো ৰে স্ৰিস্তি হৈচে |
06:39 | মানত ৰাখিব, আমি সৰ দাল সম্পুৰ্ন কৰিবলৈ মাজৰ বত্তম তু প্ৰেস্স (হেসা) কৰিব লাগিব. |
06:43 | বাউ বা সো বত্তমটো নহয় |
06:45 | যদি কিবা ভুল কৰা হয়, অনুগ্ৰহ কৰি "এদিত" বত্তন তু ক্লিক কৰি আৰু "আন্দো" প্ৰেস্স কৰক. |
06:52 | বাকচৰ উত্পাদনত এতিয়া আৰু এদাল লাইন আকক, কপি কৰি |
06:59 | বাউ হাতৰ ফালৰ পেনেলৰ পৰা কপি বত্তন তু বাচি লম. |
07:05 | ৰেখা দাল বাচি লক |
07:09 | লখ্য়লৈ মাউচতু ঘুৰোয়াই আৰু ক্লিক কৰক. |
07:15 | ৰেখা দাল কপি কৰা হৈইচে. |
07:18 | এতিয়া আমি কিচুমান তথ্য় লিখো. |
07:21 | এতিয়া বাউ হাতৰ পেনেলৰ পৰা ট ৰে দেখুৱা "তেক্সট বক্স" তু ক্লিক কৰিম. |
07:29 | এতিয়া আমি তথ্য়ৰ ফন্ত চাইজ তু বাচি লম . |
07:35 | এতিয়া এট্ৰিবিউটচ পেনেলৰ পৰা তেক্সট(তথ্য়) চাইজ বত্তন তু ক্লিক কৰি এতা দাইলগ ৱিন্দো পুৱা যাব. |
07:41 | এতিয়া আমি মাউচতু ভেলু বাকচলৈ লৌ আৰু মাউচতু তাতে ৰাখিম. |
07:46 | এতিয়া আমি দিফল্ট ভেলু ১২ দিলিত কৰি ১৬ এন্তাৰ কৰিম. |
07:52 | এতিয়া"চেত" বত্তমতু বাচি লম. |
07:56 | ডাইলগ্চ বাকচতু ওচৰ চাপিচে আৰু "তেক্সট চাইজ" এতিয়া এট্ৰিবিউটচ পেনেলত ১৬ দেখাইচে. |
08:05 | আমি তথ্য় তু কেন্দ্ৰিয়ত ৰাখিম. |
08:08 | এট্ৰিবিউটচ পেনেলত থকা "তেক্স্ট যাস্ট" বত্তম তু ক্লিক কৰিম. |
08:13 | এতা ডাইলগ বক্স খুলিচে. |
08:15 | এতিয়া কেন্দ্ৰিয়ত কৰিবলৈ মাজৰ তু বাচিলু. |
08:21 | এতিয়া বাকচতুৰ কেন্দ্ৰিয়ত ক্লিক কৰিম. |
08:29 | মই "প্লেন্ত" টাইপ কৰি আৰু মাউচ ক্লিক কৰিম. |
08:36 | তথ্য় স্ৰিস্তি হল. |
08:38 | যদি লাগে, মই তথ্য় খিনি বাউ হাতৰ ফালৰ পেনেলত "মোভ কী" ৰে ঘুৰাব পাৰো , |
08:50 | এতিয়া আক্ৰিতিতু জমা বা চেভ কৰিম. |
08:52 | এতিয়া এক্স ফিগাৰৰ উপৰত বাউ হাতৰ ফালৰ চুকৰ ফাইল বত্তন তু ক্লিক কৰি, তাৰ পিচত চেভ কৰিবৰ কাৰনে মাউচ তু দ্ৰেগ কৰি আৰু ৰিলিজ কৰা হয় |
09:04 | যিহেতু এইবাৰ প্ৰথম বাৰ হয়, এক্স ফিগাৰ ৰে ফাইলৰ নামতু সুধিব. |
09:09 | আমি দাইৰেক্তৰী বাচি লব পাৰো আৰু তাৰ পিচত ফাইলৰ নাম. |
09:12 | এতিয়া আমি নাম্তু "ব্লক" বুলি টাইপ কৰি আৰু "চেভ" কৰো. |
09:27 | ফাইল তু ব্লক.ফিগাৰ বুলি চেভ হৈচে. |
09:30 | অপুনালৈকে উপৰত নামতু দেখিব পাৰে. |
09:34 | এতিয়া আমি ফাইলতু এক্সপৰ্ত মানে ৰপ্তানি কৰিম. |
09:36 | এতিয়া ফাইল বত্তনটু আকৌ এবাৰ ক্লিক কৰিম, তাৰপিচত মাউচ তু ধৰি এক্সপৰ্তলৈ তানি নিউ. |
09:47 | লেন্গুয়েজৰ পিচত থকা বক্সতু ২ ক্লিক কৰক, আৰু মাউচতু ধৰি "পিদিএফ " দ্ৰেগ কৰক মানে তানি নিয়ক আৰু কিতু এৰি দিয়া হয় "পিদিএফ ফৰ্মেত" চিলেক্ট মানে বাচিব কাৰনে. |
09:59 | এতিয়া "এক্স্পৰ্ত" বত্তন ক্লিক কৰিম. আমি "ব্লক.পিদিএফ" ফাইল খন পাম. |
10:05 | এতিয়া তাৰ্মিনেলৰ পৰা আদেশৰ মতে "অপেন ব্লক.পিদিএফ" ফাইল খন খুলু |
10:18 | এতিয়া অমি বিচৰা মতে ব্লক চবি খন আমাৰ লগত আচে. |
10:21 | আমি আমৰ উদ্দেশ্য় তু সম্পুৰ্ন কৰিলো. আমি বিচৰা মতে ফিগাৰ মানে অক্ৰিতি তু আমাৰ লগত আচে. |
10:30 | আমাৰ উচৰত অপোনলুকৰ কাৰনে এতা এচাইনমেন্ত মানে হস্তান্তকৰন এতা আচে. |
10:33 | বাকচবুৰ বেলেগ বস্তুৰ লগত সলনি কৰোয়া. |
10:36 | পলিলাইন ব্য়বহাৰ কৰি এতা ছতুৰ্ভুষী স্ৰিস্তি কৰক. চবিতুত ৰেখা দালৰ অক্ৰিতি আৰু দিশা তু শলাই দিয়ক . |
10:43 | তথ্য়, ৰেখা আৰু বাকচ তু ঘুৰুৱাই বেলেগ এতা অবস্থানত নিয়ক. |
10:48 | ফাইল খন ইপিএচ ফৰ্মেতত এক্সপৰ্ত কৰি আৰু চাব পাৰে. |
10:51 | "ব্লক.ফিগাৰ " ফাইল খন খমপাদকত চাব পাৰে আৰু বহুত ধৰনৰ বস্তু বুৰ চিনাক্ত কৰক. |
10:58 | সম্পুৰ্ন ৰুপে বেলেগ ধৰনৰ ব্লক চবি স্ৰিস্তি কৰক. |
11:02 | এতিয়া আমি এই টিউতৰিয়েল ইয়াতে খমাপ্ত কৰিলো |
11:06 | শ্পকেন টিউতৰিয়েল এতা টক টু এ টিছাৰ এন এম ই আই চি টি অৰ্থাত (নেছনেল মিছন অন এদুকেছন থ্ৰ আই চি টি, এম এছ আৰ দি ভাৰত চৰকাৰৰ দোৱাৰা কৰা হৈচে)
ইয়াৰ উদেশ্য় বিষয়ে আৰু জানিবলৈ এই লিন্ক তুত চাব পাৰে হ্ত্ত্প://স্পোকেন-তুতোৰিঅল.ওৰ্গ/ণংএঈছ্ট-ঈন্ত্ৰো |
11:28 | মই কেইতামান ৱেব পেজ দাওনলোদ কৰি থৈইচু |
11:38 | শ্পকেন টিউতৰিয়েল প্ৰজেক্তৰ কাৰনে ৱেবসাইত হৈইচে |
11:48 | ঐই প্ৰজেকতু যি ভিদিৱোৰে বুজুয়া হৈচে গোতেইখিনি এই লিন্কতু :"হুৱাত ইজ এ স্পোকেন টিউতৰিয়েল?" দিয়া হৈচে. |
11:57 | আৰু এই টিউতৰিয়েল ৱেবচাইত স্পোকেন-টিউতৰিয়েল.অৰ্গ/ৱিকি, আমি ফচ তূল্চ অৰ্থাত খামগ্ৰি খিনি দেখুয়া হৈচে |
12:12 | আমি এক্স ফিগাৰ থকা পাথখিনিউ চাউচুন |
12:27 | আমি অপুনাৰ অন্শগ্ৰহন আৰু প্ৰতিক্ৰিয়া স্ৱাগতম জনাইচু.
মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ নমস্কাৰ |