Difference between revisions of "Scilab/C4/Optimization-Using-Karmarkar-Function/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| Border=1 |'''Time''' |'''Narration''' |- | 00:01 |মৰমৰ বন্ধুসকল, '''লিনিয়াৰ কনচষ্ট্ৰেইনচৰ সৈতে...") |
|||
Line 7: | Line 7: | ||
|- | |- | ||
| 00:01 | | 00:01 | ||
− | |মৰমৰ বন্ধুসকল, | + | |মৰমৰ বন্ধুসকল, লিনিয়াৰ কনচষ্ট্ৰেইনচৰ সৈতে চাইলেব ব্যৱ্হাৰ কৰি লিনিয়াৰ ফাংচনৰ অপ্তিমাইজেচনৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
|- | |- | ||
Line 63: | Line 63: | ||
|- | |- | ||
|00:58 | |00:58 | ||
− | | | + | |চাইলেব ফাংচন কৰমৰকাৰ '''(Scilab function karmarkar)''' ব্যৱহৃত হয় |
|- | |- | ||
Line 111: | Line 111: | ||
|- | |- | ||
|01:54 | |01:54 | ||
− | | ''' | + | | হেল্প কৰমৰকাৰ '''(help karmarkar)''' |
|- | |- |
Latest revision as of 15:56, 29 September 2017
Time | Narration |
00:01 | মৰমৰ বন্ধুসকল, লিনিয়াৰ কনচষ্ট্ৰেইনচৰ সৈতে চাইলেব ব্যৱ্হাৰ কৰি লিনিয়াৰ ফাংচনৰ অপ্তিমাইজেচনৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:10 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: |
00:12 | অপ্তিমাইজেচনে (Optimization) কি বুজায় ? |
00:15 | আৰু কেনেকৈ ব্যৱ্হাৰ কৰা হয় চাইলেব ফাংচন কৰমৰকাৰ (Scilab function karmarkar), অপ্তিমাইজেচনৰ বাবে |
00:20 | অপ্তিমাইজেচনে (Optimization) বুজায় |
00:22 | এটা প্ৰদত্ত অবজেক্তিভ ফাংচন (objective function) মিনিমাইজ বা মেক্সিমাইজ কৰা |
00:26 | যাক কেতিয়াবা লগতে কষ্ট ফাংচন (Cost function) বুলি কোৱা হয়, |
00:30 | দিচিজন ভেৰিয়েবলচ বিভিন্ন কৰি |
00:33 | দিচিজন ভেৰিয়েবলচ পূৰ্বেসূচীত কনচষ্ট্ৰেইনচৰ বিষয় অনুসৰি ভিন্ন হয় |
00:38 | এই কনচষ্ট্ৰেইনচ লগতে ভেৰিয়েবলচৰ কিবা ফাংচনৰ ফৰ্মত থাকে |
00:44 | অপ্তিমাইজেচন (Optimization) ব্যাপকভাবে অধিকাংশ ইঞ্জিনিয়াৰিংত ব্যৱহৃত হয় লগতে নন-ইঞ্জিনিয়াৰিং ফিল্দটো হয় যেনে: |
00:52 | ইক’নমিকচ |
00:54 | কনট্ৰ’ল থিঅৰি আৰু |
00:56 | অপাৰেচনচ আৰু ৰিচাৰ্চ |
00:58 | চাইলেব ফাংচন কৰমৰকাৰ (Scilab function karmarkar) ব্যৱহৃত হয় |
01:01 | লিনিয়াৰ অবজেক্তিভ ফাংচনটো অপ্তিমাইজ কৰোতে, |
01:05 | লিনিয়াৰ কনচষ্ট্ৰেইনচৰ বিষয়লৈ |
01:07 | দিচিজন ভেৰিয়েবলচত |
01:10 | আমি তলৰ উদাহৰণটো সমাধান কৰিম কৰমৰকাৰ (karmarkar) ফাংচন ব্যৱ্হাৰ কৰি: |
01:14 | মিনিমাইজ মাইনাচ থ্ৰি 'x' ওৱান মাইনাচ 'x' তু মাইনাচ থ্ৰি 'x' থ্ৰি |
01:19 | ফৰ: তু 'x' ওৱান প্লাচ 'x' তু প্লাচ 'x' থ্ৰি লেচ দেন অৰ ইকুৱেল তু তু |
01:26 | 'x' ওৱান প্লাচ তু 'x' তু প্লাচ থ্ৰি 'x' থ্ৰি লেচ দেন অৰ ইকুৱেল তু ফাইভ |
01:32 | তু 'x' ওৱান প্লাচ তু 'x' তু প্লাচ 'x' থ্ৰি লেচ দেন অৰ ইকুৱেল তু চিক্স |
01:36 | য’ত 'x' ওৱান 'x' তু 'x' থ্ৰি সকলো গ্ৰেতাৰ দেন (greater than) বা ইকুৱেল তু জিৰ’ (equal to zero) |
01:42 | মন কৰিব যে সকলো ফাংচনচ, অবজেক্তিভ ফাংচনচ লগতে কনচষ্ট্ৰেইনচ, লিনিয়াৰ হয় |
01:49 | আমি প্ৰদত্ত সমস্যাটো সমাধান কৰাৰ আগতে, চাইলেব ক’নচ’ললৈ (scilab console) যাওঁক আৰু লিখক: |
01:54 | হেল্প কৰমৰকাৰ (help karmarkar) |
01:57 | আৰু এন্টাৰ (Enter) টিপক |
01:59 | আপুনি আৰগুমেন্তটোৰ কলিং ক্ৰমটো চাব পাৰে |
02:03 | আৰগুমেন্তটোৰ ব্যাখ্যা, বিবৰণ আৰু হেল্প ব্ৰৌজাৰটোত (Help Browser) কিছু উদাহৰণ |
02:12 | হেল্প ব্ৰৌজাৰটো (Help Browser) বন্ধ কৰক |
02:14 | আমি ইয়াত ইনপুত আৰু আউতপুতৰ মূলভাৱ চাম |
02:19 | আউতপুত আৰগুমেন্তচ হৈছে 'x' opt, 'f' opt, exitflag, iter, 'y' opt |
02:25 | 'x' opt: হৈছে অপ্তিমাম সমাধান |
02:28 | 'f' opt: হৈছে অপ্তিমাম সমাধানত অবজেক্তিভ ফাংচনৰ মান |
02:33 | 'exitflag' : হৈছে এক্সিকিউচনৰ অৱস্থাটো, ই এলগ’ৰিথিমটো কনভাৰজিং হৈছেনে নাই চিনাক্ত কৰাত সহায় কৰে |
02:41 | 'iter' : হৈছে 'x' opt পাবলৈ প্ৰয়োজন হোৱা আইতিৰেচনচৰ সংখ্যা |
02:46 | 'y' opt : হৈছে দ্বৈত সমাধান ধৰি থকা গাঠণিটো |
02:49 | ই লাগৰেঞ্জ মাল্টিপ্লায়াৰচ দিয়ে |
02:53 | ইনপুত আৰগুমেন্তচ হৈছে 'Aeq' 'beq' 'c' 'x zero' 'rtolf 'gam' 'maxiter' 'outfun' 'A' 'b' 'lb' আৰু 'ub' |
03:09 | 'Aeq' : হৈছে লিনিয়াৰ সমতাৰ কনচট্ৰেইনচত থকা মেত্ৰিক্সটো |
03:12 | 'beq' : হৈছে লিনিয়াৰ সমতাৰ কনচট্ৰেইনটৰ সোফাল |
03:17 | 'c' : হৈছে লিনিয়াৰ অবজেক্তিভ ফাংচন (Linear objective function) 'x' ৰ গুণাঙ্ক |
03:21 | 'x' zero : হৈছে ইনিচিয়েল গেচ (Initial guess) |
03:25 | rtolf : হৈছে সংগত ট’লাৰেঞ্চ 'f' অফ 'x' ইজ ইকুৱেল তু 'c' ট্ৰানচপ’জ মাল্টিপ্লাইদ বাই 'x' |
03:34 | 'gam' : হৈছে স্কেলিং ফেক্টৰ |
03:36 | 'maxiter' : হৈছে আইতিৰেচনচৰ মেক্সিমাম ( maximum) নাম্বাৰ যাৰ পাছত আউতপুতটো ঘূৰি আহে |
03:43 | 'outfun' : হৈছে অতিৰিক্ত ইউজাৰ-সূচীত আউত্পুত ফাংচন |
03:47 | 'A' : হৈছে লিনিয়াৰ অসমতাৰ কনচট্ৰেইনচৰ মেত্ৰিক্সটো |
03:51 | 'b' : হৈছে লিনিয়াৰ অসমতাৰ কনচট্ৰেইনটৰ সোফাল |
03:55 | 'lb' : হৈছে 'x' ৰ নিম্ন সীমা |
03:58 | 'ub' হৈছে 'x' ৰ উচ্চ সীমা |
04:02 | এতিয়া, আমি প্ৰ্দত্ত উদাহৰণটো চাইলেবত কৰমৰকাৰ (karmarkar) ফাংচন ব্যৱ্হাৰ কৰি সমাধান কৰিব পাৰো |
04:07 | চাইলেব কনচ’ললৈ (scilab console) যাওঁক আৰু লিখক: |
04:11 | 'A' সমান আৰম্ভণী বৰ বন্ধনী, তু <স্পেচ> ওৱান <স্পেচ> ওৱান <চেমিক’লন> ওৱান <স্পেচ> তু <স্পেচ> থ্ৰি <চেমিক’লন> তু <স্পেচ> তু <স্পেচ> ওৱান, সামৰণী বৰ বন্ধনী |
04:26 | আৰু এন্টাৰ (Enter) টিপক |
04:28 | একেদৰে লিখক: সৰুফলা 'b' সমান আৰম্ভণী বৰ বন্ধনী, তু <চেমিক’লন> ফাইভ <চেমিক’লন> চিক্স, সামৰণী বৰ বন্ধনী |
04:38 | আৰু এন্টাৰ (Enter) টিপক |
04:41 | লিখক: 'c' সমান আৰম্ভণী বৰ বন্ধনী, মাইনাচ থ্ৰি <চেমিক’লন> মাইনাচ ওৱান <চেমিক’লন> মাইনাচ থ্ৰি, সামৰণী বৰ বন্ধনী |
04:53 | আৰু এন্টাৰ (Enter) টিপক |
04:55 | লিখক: 'lb' সমান আৰম্ভণী বৰ বন্ধনী, জিৰ’ <চেমিক’লন> জিৰ’ <চেমিক’লন> জিৰ’, সামৰণী বৰ বন্ধনী |
05:05 | আৰু এন্টাৰ (Enter) টিপক |
05:07 | এতিয়া clc কমান্দ ব্যৱ্হাৰ কৰি কনচ’লটো খালী কৰক |
05:12 | লিখক: আৰম্ভণী বৰ বন্ধনী, 'x' opt <ক’মা> 'f' opt <ক’মা> 'exitflag' <ক’মা> iter, সামৰণী বৰ বন্ধনী সমান কৰমৰকাৰ অ’পেন ৰাউন্দ ব্ৰেকেত, আৰম্ভণী বৰ বন্ধনী, সামৰণী বৰ বন্ধনী <ক’মা> আৰম্ভণী বৰ বন্ধনী, সামৰণী বৰ বন্ধনী <ক’মা> 'c' <ক’মা> আৰম্ভণী বৰ বন্ধনী, সামৰণী বৰ বন্ধনী <ক’মা> আৰম্ভণী বৰ বন্ধনী, সামৰণী বৰ বন্ধনী <ক’মা> আৰম্ভণী বৰ বন্ধনী, সামৰণী বৰ বন্ধনী <ক’মা> আৰম্ভণী বৰ বন্ধনী, সামৰণী বৰ বন্ধনী <ক’মা> আৰম্ভণী বৰ বন্ধনী, সামৰণী বৰ বন্ধনী <ক’মা> বৰফলা 'A' <ক’মা> 'সৰুফলা b' <ক’মা> 'lb', ক্ল’জ ৰাউন্দ ব্ৰেকেত |
06:09 | আৰু এন্টাৰ (Enter) টিপক |
06:11 | দিচপ্লেটো কন্তিনিউ কৰিবলৈ এন্টাৰ (Enter) টিপক |
06:14 | ই পৰ্দাত দৰ্শিত ধৰণে আউতপুতটো দিব |
06:18 | য’ত xopt হৈছে সমস্যাটোৰ অপ্তিমাম সমাধান, |
06:23 | fopt হৈছে অবজেক্তিভ ফাংচনটোৰ মানটো, অপ্তিমাম সমাধানত গণনা কৰা হৈছে x সমান xopt |
06:32 | আৰু অপ্তিমাম সমাধান xopt পাবলৈ প্ৰয়োজন হোৱা আইতিৰেচনৰ সংখ্যাটো হৈছে 70 |
06:39 | অনুগ্ৰহ কৰি মন কৰিব যে: একেটা ক্ৰমত ইনপুত আৰগুমেন্তক সূচীত কৰাটো দৰকাৰ |
06:46 | যিদৰে সিহত ওপৰত লিষ্টেদ হৈছে, ফাংচনটো কল কৰোতে |
06:51 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো: |
06:53 | অপ্তিমাইজেচন (Optimization) কি হয়? |
06:55 | লিনিয়াৰ সমস্যা সমাধান কৰিবলৈ অপ্তিমাইজেচনত চাইলেব ফাংচন কৰমৰকাৰৰ (Scilab function karmarkar) ব্যৱ্হাৰ |
07:01 | চাইলেব দলক সংযোগ কৰিবলৈ, অনুগ্ৰহ কৰি contact@scilab.in লৈ লিখক |
07:08 | তলৰ সংযোজনত থকা কথাচিত্ৰটো চাওঁক |
07:10 | ই স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় |
07:14 | আপোনাৰ বেন্দউইথ যদি ভাল নহয়, আপুনি ইয়াক দাউনল’দ কৰি চাব পাৰে |
07:18 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে: |
07:20 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
07:23 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
07:27 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
07:34 | স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্প টক তু এ টিচাৰ প্ৰকল্পৰ এটা অংশ হয় |
07:37 | ই ভাৰত চৰকাৰৰ নেচনেল মিচন অন এদুকেচনৰ ICT, MHRD ৰদ্বাৰা সমর্থিত |
07:44 | এই মিচনৰ বিষয়ে অধিক তথ্য spoken-tutorial.org/NMEICT-Intro ত উপলদ্ধ |
07:53 | মই মৌচুম হাজৰিকা |
07:57 | সংযোগ কৰাৰ বাবে ধন্যবাদ । শুভবিদায় |