Difference between revisions of "LibreOffice-Calc-on-BOSS-Linux/C2/Working-with-Cells/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border=1 ||'''Time''' ||'''Narration''' |- |00:00 ||লিবাৰ অফিচ কেল্কৰ চেলসমূহৰ সৈতে কাৰ্য্য পৰি...") |
|||
Line 311: | Line 311: | ||
|- | |- | ||
|09:28 | |09:28 | ||
− | ||চেলসমূহৰ মাজত চলাচল কৰিবলৈ অন্যটো প্ৰক্ৰিয়া হ’ল, | + | ||চেলসমূহৰ মাজত চলাচল কৰিবলৈ অন্যটো প্ৰক্ৰিয়া হ’ল, “টেব” ৰ’ৰ পৰবৰ্তি চেললৈ যাবলৈ| |
|- | |- | ||
Line 480: | Line 480: | ||
|- | |- | ||
|13:21 | |13:21 | ||
− | || | + | ||উল্লেখিত লিংকটোত উপলবদ্ধ ভিডিঅ’টো চাওঁক| |
|- | |- | ||
|13:25 | |13:25 | ||
− | || | + | ||ই কথিত টিউটৰিয়েল প্ৰজেক্টটোক সাৰাংশিত কৰিছে| |
|- | |- | ||
|13:27 | |13:27 | ||
− | || | + | || আপোনাৰ যদি বেণ্ড-ৱুইড্থ ভাল নহয়, আপুনি ডাউনল’ড কৰিও চাব পাৰে| |
|- | |- | ||
Line 496: | Line 496: | ||
|- | |- | ||
|13:35 | |13:35 | ||
− | || | + | ||স্পকেন টিউটৰিয়েলসমূহৰ সহায়ত কৰ্মশালা অনিষ্ঠিত কৰে| |
|- | |- | ||
|13:38 | |13:38 | ||
− | || | + | ||যিসকলে অন লাইন টেষ্টত উত্তিৰ্ণ হয় তেওঁলোকক প্ৰমান পত্ৰ প্ৰদান কৰে| |
|- | |- | ||
|13:41 | |13:41 | ||
− | || | + | ||অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি স্পকেন হাইফেন টিউটৰিয়েল ডট অৰ্গলৈ লিখক| |
|- | |- | ||
|13:48 | |13:48 | ||
− | || | + | || স্পকেন টিউটৰিয়েল প্ৰজেক্ট হ’ল টক টু এ টিচাৰ প্ৰজেক্টৰ অংশ| |
|- | |- | ||
|13:52 | |13:52 | ||
− | || | + | || নেছনেল মিছন অন এদুকেছন থ্ৰু ICT, MHRD, গভাৰ্নমেন্ট অফ ইন্দিয়া দ্বাৰা সমৰ্থিত |
|- | |- | ||
|14:00 | |14:00 | ||
− | || | + | ||এই মিছনৰ বিষয়ে সবিশেষ তথ্য উপলবদ্ধ |
|- | |- | ||
|14:03 | |14:03 | ||
− | || | + | ||spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
|- | |- | ||
|14:11 | |14:11 | ||
− | || | + | ||এই টিউটৰিয়েলটো আগবঢ়ালে DesiCrew Solutions Pvt. Ltdএ| |
|- | |- | ||
|14:16 | |14:16 | ||
− | || | + | || অংশগ্ৰহনৰ বাবে ধন্যবাদ| |
|- | |- | ||
|} | |} |
Latest revision as of 12:10, 27 March 2017
Time | Narration |
00:00 | লিবাৰ অফিচ কেল্কৰ চেলসমূহৰ সৈতে কাৰ্য্য পৰিচয় বিষয়ক কথিত টিউটৰিয়েললৈ স্বাগতম |
00:06 | এই টিউটৰিয়েলত আমি শিকিব পাৰিম: |
00:08 | এখন স্প্ৰেডশ্বিটত কেনেদৰে সংখ্যা, টেক্সট, টেক্সট ৰূপত সংখ্যা, তাৰিখ আৰু সময় অন্তৰ্ভুক্ত কৰা হয়| |
00:16 | কেনেদৰে ফৰমেট চেলচ্ ডায়লগ বক্স ব্যৱহাৰ কৰা হয়| |
00:19 | কেনেদৰে চেলসমূহ আৰু শ্বিটসমূহৰ মাজত চলাচল কৰিব পাৰি| |
00:23 | কেনেদৰে ৰ’, কলম আৰু শ্বিটসমূহৰ বস্তুবোৰ ছিলেক্ট কৰিব পাৰি| |
00:29 | ইয়াত আমি অপাৰেটিং চিষ্টেম হিচাপে GNU/Linux আৰু লিবাৰ অফিচ চুইট সংস্কৰণ 3.3.4 ব্যৱহাৰ কৰিম| |
00:39 | গতিকে আহাঁ প্ৰথমে আমি চেলসমূহত ডাটা কেনেদৰে অন্তৰ্ভুক্ত কৰিব লাগে তাকে শিকোঁ| |
00:43 | আমি “পাৰ্চনেল ফাইনেঞ্চ ট্ৰেকাৰ.ods” ফাইলটো খুলিম| |
00:49 | আপুনি নিৰ্দিষ্ট এটা চেলত ক্লিক কৰিয়েই চেলটোত যিকোনো টেক্সট টাইপ কৰিব পাৰে আৰু তাৰপিছত কীব’ৰ্ড ব্যৱহাৰ কৰি টাইপ কৰি যাব পাৰে| |
00:59 | ডিফল্ট হিচাপে টেক্সট বাওঁ ফালে সংৰেখিত হয়| ফৰ্মেটিং বাৰত থকা যিকোনো এটা এলাইনমেন্ট টেবত ক্লিক কৰি সংৰেখন সলনি কৰিব পাৰা হয়| |
01:10 | ইয়াক আন্ডু কৰা যাওঁক| |
01:12 | এতিয়া স্প্ৰেডশ্বিটত “A1” সূচোৱা চেলটোত ক্লিক কৰা| |
01:16 | আপুনি দেখিব যে ছিলেক্ট হোৱা চেলসমূহ হাইলাইট হৈছে। |
01:20 | ইয়াত আমি ইতোমধ্যে কলাম হেডিংসমূহ টাইপ কৰিছো| |
01:24 | আমি “আইটেম” হেডিংৰ ভিতৰত এটাৰ তলত আনটোকৈ কিছুমান বস্তুৰ নাম টাইপ কৰিম, যেনে “বেতন”, “ঘৰ ভাড়া”, “ইলেক্ট্ৰিচিটি বিল”, “ফোন বিল”, আৰু “অন্যান্য” |
01:38 | চেলৰ ভিতৰত সংখ্যা অন্তৰ্ভুক্ত কৰিবলৈ, চেলটোত ক্লিক কৰক আৰু সংখ্যাবোৰ টাইপ কৰক| |
01:43 | এটা ঋণাত্মক সংখ্যা টাইপ কৰিবলৈ, হয় এটা বিয়োগ চিহ্ন প্ৰথমে টাইপ কৰক অথবা সৰু বন্ধনীৰ ভিতৰত তাক বন্ধ কৰক| |
01:53 | ডিফল্ট ৰূপত, সংখ্যাসমূহ বাওঁ ফালে সংৰেখিত হয় আৰু ঋণাত্মক সংখ্যাসমূহৰ আগত এটা বিয়োগ চিহ্ন থাকে| |
02:01 | সালসলনিবোৰ আন্ডু কৰা যাওঁক| |
02:04 | এতিয়া আমাৰ “পাৰ্চনেল ফাইনেঞ্চ ট্ৰেকাৰ.ods” স্প্ৰেডশ্বিটত, “SN”এ সূচোৱা ক্ৰমিক নম্বৰ হেডিংৰ ভিতৰত, আমি বস্তুবোৰৰ ক্ৰমিক নম্বৰ এটাৰ তলত আনটো অন্তৰ্ভুক্ত কৰিব বিছাৰোঁ| |
02:18 | গতিকে “A2” নিৰ্ণয় কৰা চেলটোত ক্লিক কৰক আৰু সংখ্যাসমূহ 1,2,3 হিচাপে এটাৰ তলত আনটো অন্তৰ্ভুক্ত কৰক| |
02:28 | ক্ৰমিক নম্বৰসমূহ স্বয়ংক্ৰিয় ভাবে ভৰ্তি কৰিবলৈ, “A4” চেলটোত ক্লিক কৰক| চেলটোৰ তলৰ সোঁ কোনত এটা সৰু কলা বাকচ দৃশ্যমান হব| “A7” লৈ তাক ড্ৰেগ কৰক আৰু মাউচৰ বুতামটো এৰি দিয়ক| |
02:44 | আপুনি দেখিব যে, “A5”ৰ পৰা “A7”লৈ চেলসমূহে নিৰ্দিষ্ট ক্ৰমিক নম্বৰসমূহ লাভ কৰিছে| |
02:51 | বস্তুবোৰৰ ক্ৰমিক নম্বৰসমূহ অন্তৰ্ভুক্ত কৰাৰ পিছত, “মূল্য” হেডিংৰ ভিতৰত আমি প্ৰত্যেক বস্তুৰ মূল্যসমূহ অন্তৰ্ভুক্ত কৰিম| |
02:59 | গতিকে “C3” সূচোৱা চেলটোত আমি ক্লিক কৰিম আৰু “ঘৰ ভাড়া” শিতানত খৰছ হিচাপে “6000টকা” টাইপ কৰিম| |
03:08 | এতিয়া, যদি আমি টকাৰ পৰিবৰ্তে তাৰ চিহ্নটো ব্যৱহাৰ কৰিব খুজোঁ? |
03:12 | ধৰা হওঁক, আমি “ইলেক্ট্ৰিচিটি বিল” হিচাপে “800 টকা” অন্তৰ্ভুক্ত কৰিব খুজিছো. গতিকে, C4 চেলটোত ৰাইট ক্লিক কৰক আৰু “ফৰমেট চেলচ্” অপশ্বনটোত ক্লিক কৰক| |
03:24 | ই “ফৰমেট চেলচ্” ডায়লগ বক্সটো অপেন কৰিব| |
03:28 | প্ৰথম টেবটো হ’ল “সংখ্যা”. যদি ই ছিলেক্ট হৈ নেথাকে তাত ক্লিক কৰক| |
03:32 | “কেটেগ’ৰি” শিতানত বিভিন্ন বিভাগসমূহ দেখিবলৈ পোৱা যায় যেনে সংখ্যা, শতাংশ, কাৰেঞ্চি, তাৰিখ, সময় আৰু অন্যান্য বহুতো| |
03:42 | কাৰেঞ্চি ছিলেক্ট কৰা যাওঁক| |
03:45 | এতিয়া ফৰমেট অপশ্বনৰ ভিতৰত, নিম্নমুখি কাডঁডালত ক্লিক কৰক| ই বিশ্বৰ বিভিন্ন মুদ্ৰা চিহ্নসমূহ দৃশ্যায়িত কৰিব| |
03:54 | উপৰলৈ স্ক্ৰ’ল কৰক আৰু INR Rupees English India ছিলেক্ট কৰক| ডিফল্ট ৰূপে, Rupee 1234 ছিলেক্ট হ’ল| |
04:05 | আপুনি ইয়াৰ পূৰ্বাভাষ সোঁফালৰ সৰু প্ৰিভিউ ক্ষেত্ৰত দেকিবলৈ পাব| |
04:11 | অপশ্বনসমূহৰ ভিতৰত, আমি বিছৰা মতে দশমিক অংকৰ সংখ্যাসমূহ যোগ কৰিব পৰা অপশ্বনটো আৰু আমি বিছৰা শিৰ্ষক শূণ্যসমূহৰ সংখ্যাও পাওঁ| |
04:20 | মন কৰিব যে আমি শূণ্যৰ সংখ্যা বৃদ্ধি কৰি যোৱাৰ লগে লগে, ফৰ্মেটৰ ছিলেকশ্বন Rupees 1,234 লৈ সলনি হয়| দশমিক শূণ্য শূণ্য ই দুটা দশমিক স্থানক সূচায়| |
04:35 | পৰিবৰ্তন দৃশ্যায়িত হোৱা প্ৰিভিউ ক্ষেত্ৰলৈ মন কৰক| |
04:40 | প্ৰত্যক হাজাৰত এটা “কমা” যোগ কৰিবলৈ থাউজেণ্ড ছেপাৰেটৰত ক্লিক কৰক| আকৌ এবাৰ, প্ৰিভিউ ক্ষেত্ৰত হোৱা পৰিবৰ্তন লক্ষ্য কৰক| |
04:50 | ফন্ট টেবত ক্লিক কৰি কোনোৱে ফন্টৰ ষ্টাইল সলনি কৰিব পাৰে| ইয়াত বিভিন্ন ফন্ট, টাইপফেইচ আৰু আকাৰৰ অপশ্বনসমূহ আছে| |
05:00 | ফন্ট এফেক্সসমূহৰ আৰু অন্য টেবসমূহৰ বিষয়ে অধিক জানিবলৈ অনুসন্ধান কৰক| |
05:06 | এলাইনমেন্ট টেবত থকা অপশ্বনসমূহৰ বিষয়ে আমি অন্য এটা টিউটৰিয়েলত পৰৱর্তী পৰ্য্যায়ত শিকিম| |
05:11 | OKত ক্লিক কৰা যাওঁক| |
05:16 | 800 টাইপ কৰা যাওঁক আৰু এন্টাৰ দবাওঁক| আপুনি লক্ষ্য কৰিব যে 800 সংখ্যাটোৱে দুটা দশমিক স্থানেৰে 800 টকাক প্ৰতিনিধিত্ব কৰিছে| |
05:27 | এতিয়া, C5ৰ পৰা C7লৈ ছিলেক্ট কৰা যাওঁক| CTRL কীত হেচাঁ মাৰক আৰু G2 চেলটোকো ছিলেক্ট কৰক| মন কৰিব যে ছিলেক্ট কৰা চেলসমূহ হাইলাইট হৈছে| |
05:40 | হাইলাইট হৈ থকা চেলসমূহৰ যিকোনো এটাত সোঁ-ক্লিক কৰক আৰু ফৰ্মেট চেল ছিলেক্ট কৰক| |
05:46 | পূৰ্বৰ দৰে একেই অপশ্বন বাছি লওঁক| OKত ক্লিক কৰক| |
05:51 | এতিয়া, আমি অন্য সকলো খৰছ এটাৰ তলত আনটোকৈ টাইপ কৰিম যেনে “ফোন বিল”ৰ বাবে “600 টকা”, “ধুবিৰ” বাবে “300 টকা”, আৰু “অন্যান্য” শিতানত খৰছৰ বাবে “2000 টকা”| |
06:06 | “একাউন্ট” হেডিংৰ ভিতৰত “30000 টকা” আমি মাহটোৰ বেতন হিচাপে টাইপ কৰিম| |
06:13 | কেল্কত তাৰিখ অন্তৰ্ভুক্ত কৰিবলৈ, চেলটো ছিলেক্ট কৰক আৰু তাৰিখ টাইপ কৰক| |
06:18 | আপুনি তাৰিখ উপাদানসমূহ পৃথক কৰিবলৈ এটা ফৰ্ৱাৰ্ড শ্লেচ্ বা এটা হাইফেন বা 10 অক্টোবৰ 2011ৰ দৰে টেক্সট ব্যৱহাৰ কৰিব পাৰে| |
06:28 | কেল্কএ বিভিন্ন তাৰিখ ফৰমেট চিনাক্ট কৰে| |
06:32 | বিকল্প হিচাপে, কোনোৱে চেলটোত ৰাইট ক্লিক কৰি আৰু “ফৰমেট চেলচ্” অপশ্বন বাছি লব পাৰে| |
06:38 | কেটেগৰিৰ পৰা “ডেইট” বাছি লওঁক আৰু “ফৰমেট”ৰ পৰা ভাল লগা ফৰমেটতো বাছি লওঁক| মই 12,31,1999 টো বাছনি কৰিম| প্ৰিভিউ ক্ষেত্ৰত হোৱা দৃশ্যায়নলৈ মন কৰক| |
06:52 | ফৰমেট ক’ডটো MM,DD আৰু YYYY ৰূপে তলত দৃশ্যায়িত হ’ব| প্ৰয়োজন অনুসৰি কোনোৱে ফৰমেট ক’ড সলনি কৰি লব পাৰে| |
07:02 | মই লিখিম DD,MM আৰু YYYY| প্ৰিভিউ ক্ষেত্ৰত পৰিবৰ্তন মন কৰক|
OK ক্লিক কৰক| |
07:12 | কেল্কত সময় অন্তৰ্ভুক্ত কৰিবলৈ, চেলটো ছিলেক্ট কৰক আৰু সময় টাইপ কৰক| |
07:18 | সময় উপাদানসমূহ কলন ব্যৱহাৰ কৰি পৃথক কৰিব পাৰে যেনে 10 কলন 43 কলন 20| |
07:24 | বিকল্প হিচাপে, কোনোৱে চেলটোত ৰাইট ক্লিক কৰিব পাৰে আৰু “ফৰ্মেট চেলচ্” অপশ্বনটো বাছি লব পাৰে| |
07:31 | কেটেগৰিৰ পৰা “টাইম” আৰু “ফৰমেট”ৰ পৰা ভাল লগা ফৰমেট বাছি লওঁক| মই 13,37,46 বাছি ল’ম| প্ৰিভিউ ক্ষেত্ৰত হোৱা দৃশ্যায়নলৈ মন কৰক| |
07:44 | ফৰমেট ক’ডটো HH:MM:SS ৰূপে তলত দৃশ্যায়িত হ’ব| প্ৰয়োজন অনুসৰি কোনোৱে ফৰমেট ক’ড সলনি কৰি লব পাৰে| মই টাইপ কৰিম HH:MM| |
07:57 | প্ৰিভিউ ক্ষেত্ৰত হোৱা পৰিবৰ্তনলৈ মন কৰক|
OKত ক্লিক কৰক| |
08:03 | সাল-সলনিসমূহ আন্ডু কৰা যাওঁক| |
08:06 | কেল্কত টেক্সট, সংখ্যা আৰু তাৰিখ লিখিবলৈ শিকাৰ পিছত, আমি এতিয়া শিকিম এখন স্প্ৰেডশ্বিটৰ ভিতৰত এটা চেলৰ পৰা অন্য এটা চেললৈ আৰু এখন শ্বিটৰ পৰা অন্য এখন শ্বিটলৈ কিদৰে যাব পাৰি| |
08:17 | গতিকে আমি প্ৰথমে চাম কেনেদৰে স্প্ৰেডশ্বিটৰ ভিতৰত এটা চেলৰ পৰা অন্য এটা চেললৈ যাব পাৰি| |
08:23 | আপুনি সাধাৰণতে এটা নিৰ্দিষ্ট চেলত কাৰ্চাৰৰ দ্বাৰা ক্লিক কৰি তাক এক্সেচ কৰিব পাৰে| |
08:29 | আপুনি মন কৰিব যে নিৰ্দিষ্ট চেলটো হাইলাইট হৈছে| |
08:33 | নিৰ্দিষ্ট চেল এটা এক্সেচ কৰাৰ অন্যটো পদ্ধতি হ’ল চেল ৰেফাৰেঞ্চৰ ব্যৱহাৰৰ দ্বাৰা| |
08:38 | “নেইম বক্স”ৰ সোঁফালে অৱস্থিত সৰু কলা নিম্নমুখি কাড়ঁডালত ক্লিক কৰক| |
08:44 | এতিয়া আপুনি যাব খুজা চেল ৰেফাৰেঞ্চটো টাইপ কৰক আৰু “এন্টাৰ” দবাওঁক| |
08:49 | আপুনি “নেইম বক্স”ত ক্লিক কৰিবও পাৰে, মজুত চেল ৰেফাৰেঞ্চটো ডিলিট কৰক আৰু আপুনি বিছৰা চেল ৰেফাৰেঞ্চটো টাইপ কৰক আৰু এন্টাৰ দবাওঁক| |
08:58 | ইয়াৰ পিছত আমি শিকিম স্প্ৰেডশ্বিটৰ চেলসমূহৰ মাজত কেনেদৰে চলাচল কৰিব পাৰি| |
09:03 | চেলসমূহৰ মাজত চলাচল কৰা প্ৰথম প্ৰক্ৰিয়াটো হ’ল কাৰ্চাৰৰ ব্যৱহাৰ| |
09:09 | কাৰচাৰ ব্যৱহাৰ কৰি ফকাচ আতঁৰাবলৈ, আপুনি যি চেলত ফকাচ কৰিব বিচাৰে সেই চেলটোলৈ কাৰচাৰডাল চালনা কৰক আৰু মাউচৰ বুতামত লেফ্ট ক্লিক কৰক| |
09:19 | ই নতুন চেলটোলৈ ফকাচ সলনি কৰে| |
09:22 | দুটা চেলৰ মাজৰ দূৰত্ব অতি বেছি হ’লে এই প্ৰক্ৰিয়াটো আটাইতকৈ বেছি ব্যৱহাৰ উপযোগি| |
09:28 | চেলসমূহৰ মাজত চলাচল কৰিবলৈ অন্যটো প্ৰক্ৰিয়া হ’ল, “টেব” ৰ’ৰ পৰবৰ্তি চেললৈ যাবলৈ| |
09:35 | “Shift + Tab” ৰ’ৰ পূৰ্ববৰ্তি চেললৈ যাবলৈ, |
09:39 | “এন্টাৰ” এটা কলামৰ পৰৱৰ্তি চেললৈ যাবলৈ, |
09:42 | “Shift + Enter” এটা কলামৰ পূৰ্বৱৰ্তি চেললৈ যাবলৈ| |
09:46 | ইয়াৰ পিছত আমি শিকিম কিদৰে কিব’ৰ্ড ব্যৱহাৰ কৰি কেল্কৰ বিভিন্ন স্প্ৰেডশ্বিটৰ মাজত চলাচল কৰিব পাৰি| |
09:53 | সক্ৰিয় শ্বিটৰ সোঁফালৰ শ্বিটখন এক্সেচ্ কৰিবলৈ, সমকালীনবাৱে “কন্ট্ৰ’ল” প্লাচ্ “পেইজ ডাওন” চাবি দবাই থাকক| |
10:01 | চলিত শ্বিটখনৰ বাওঁফালৰ শ্বিটখন এক্সেচ্ কৰিবলৈ, সমকালীন ভাৱে “কন্ট্ৰ’ল” প্লাচ্ “পেইজ আপ” চাবি দবাই থাকক| |
10:08 | আপুনি কাৰচাৰ ব্যৱহাৰ কৰিও শ্বিটসমূহৰ মাজত চলাচল কৰিব পাৰে| |
10:13 | “Working with Sheets” টিউটৰিয়েলত এই বিষয়ত সবিশেষ তথ্য উপলবদ্ধ| |
10:19 | আপোনাৰ যদি বেছি সংখ্যক শ্বিট আছে, তেনে কিছুমান শ্বিট টেব স্ক্ৰিণৰ তলত থকা পথালি স্ক্ৰ’লবাৰ পিছফালে লুকাই থাকিবও পাৰে| |
10:28 | এনে ক্ষেত্ৰত, শ্বিট টেবৰ নিম্ন-বাওঁ অংশত থকা চাৰিটা বুতামৰ চালনাত টেবসমূহ দৃশ্যায়িত হব পাৰে| |
10:36 | পৰিবৰ্তনসমূহ আন্ডু কৰা যাওঁক| |
10:39 | কাৰচাৰৰ দ্বাৰা এক শ্ৰেণীৰ প্ৰতিবেশি চেল ছিলেক্ট কৰিবলৈ, প্ৰথমে এটা চেলত ক্লিক কৰক| |
10:45 | এতিয়া মাউচৰ বাওঁ বুতামটো দবাওঁক আৰু তললৈ ধৰক| |
10:49 | কাৰ্চাৰডাল স্ক্ৰিণৰ মাজেৰে লৈ যাওঁক আৰু যেতিয়া বাঞ্চিত চেলৰ ব্লকটো হাইলাইট হ’ব, মাউচৰ লেফ্ট বুতামটো এৰি দিয়ক| আপুনি দেখিব যে ছিলেক্ট কৰা চেলসমূহ হাইলাইট হৈছে| |
11:01 | গুণিতক প্ৰতিবেশি কলাম আৰু ৰ’ ছিলেক্ট কৰিবলৈ শ্ৰেণীটোৰ প্ৰথম কলাম বা ৰ’টোত ক্লিক কৰক| |
11:09 | এতিয়া “শ্বিফ্ট” চাবিটো তললৈ ধৰক| |
11:12 | শ্ৰেণীটোৰ শেষৰ কলাম বা ৰ’ত ক্লিক কৰক| |
11:15 | অপ্ৰতিবেশি গুণিতক কলাম ব ৰ’ ছিলেক্ট কৰিবলৈ, শ্ৰেণীটোৰ প্ৰথম কলাম বা ৰ’টোত ক্লিক কৰক| |
11:23 | “কন্ট্ৰল” চাবিটো দবাওঁক আৰু “কন্ট্ৰল” চাবিটো দবাই থাকিয়ে পৰবৰ্তি কলাম বা ৰ’সমূহত ক্লিক কৰক| |
11:33 | প্ৰতিবেশি গুণিতক শ্বিট ছিলেক্ট কৰিবলৈ, বাঞ্চিত প্ৰথম শ্বিটকনৰ শ্বিট টেবত ক্লিক কৰক| |
11:39 | এতিয়া শ্বিট টেবৰ উপৰেৰে শেষৰ বাঞ্চিত শ্বিটখনলৈ কাৰচাৰডাল লৈ যাওঁক| |
11:44 | “শ্বিফ্ট” চাবিটো দবাওঁক আৰু শ্বিট টেবত ক্লিক কৰক| |
11:48 | এই দুয়োখন শ্বিটৰ মাজৰ টেবসমূহ বগা হৈ পৰিব, যি সকলো ছিলেক্ট হোৱাতো দৰ্শাব| |
11:56 | এতিয়া আপুনি প্ৰদৰ্শন কৰা যিকোনো কাৰ্য্য সকলো হাইলাইট হোৱা শ্বিটতে ফলৱৰিত হব|
|
12:02 | গুণিতক অপ্ৰতিবেশি শ্বিট ছিলেক্ট কৰিবলৈ, শ্বিট টেবৰ প্ৰথম শ্বিটখনত ক্লিক কৰক| |
12:08 | এতিয়া তৃতীয়খন শ্বিট টেবলৈ কাৰচাৰডাল লৈ যাওঁক| |
12:12 | “কন্ট্ৰল” চাবিটো দবাওঁক আৰু শ্বিট টেবটোত ক্লিক কৰক| |
12:16 | ছিলেক্ট কৰা টেবসমূহ বগা হৈ পৰিব আৰু আপুনি প্ৰদৰ্শন কৰা যিকোনো কাৰ্য্য হাইলাইট হৈ থকা সকলো শ্বিটতে ফলৱৰ্তি হব| |
12:25 | ইয়াৰ লগে লগে লিবাৰ অফিচ কেল্কৰ কথিত টিউটৰিয়েলৰ সমাপ্তি ঘটিল| |
12:31 | সাৰাংক্ষিত ৰূপত, আমি শিকিলো: |
12:33 | কেল্কত কিদৰে সংখ্যা, টেক্সট, টেক্সট ৰূপত সংখ্যা, তাৰিখ আৰি সময় অন্তৰ্ভুক্ত কৰিব পাৰি| |
12:40 | ফৰমেট চেলচ্ ডায়লগ বক্স কিদৰে ব্যৱহাৰ কৰিব পাৰি| |
12:43 | চেল আৰু শ্বিটসমূহৰ মাজত কিদৰে চলাচল কৰিব পাৰি| |
12:48 | ৰ’, কলাম আৰু শ্বিটৰ বস্তুবোৰ কিদৰে ছিলেক্ট কৰিব পাৰি| |
12:52 | সৰ্বাত্মক অনুশিলনী |
12:55 | “স্প্ৰেডশ্বিট প্ৰেকটিচ.ods” খোলক| |
12:58 | “ছিৰিয়েল নম্বৰ”ৰ ভিতৰত 1ৰ পৰা 5লৈ এটাৰ তলত আনটো ক্ৰমিক নম্বৰ টাইপ কৰক| |
13:06 | কীবোৰ ব্যৱহাৰ কৰি চেলবোৰৰ মাজত চলাচল কৰক| |
13:09 | ক্ৰমিক নম্বৰৰ ভিতৰত থকা সকলো বস্তু ছিলেক্ট কৰক| |
13:13 | তাৰিখ আৰু সময়ৰ বাবে এটা কলাম যোগ কৰক| |
13:16 | ইয়াত ফৰমেট চেলচ্ ডায়লগ বক্স অপশ্বন ব্যৱহাৰ কৰি কিছুমান মূল্য অন্তৰ্ভুক্ত কৰক| |
13:21 | উল্লেখিত লিংকটোত উপলবদ্ধ ভিডিঅ’টো চাওঁক| |
13:25 | ই কথিত টিউটৰিয়েল প্ৰজেক্টটোক সাৰাংশিত কৰিছে| |
13:27 | আপোনাৰ যদি বেণ্ড-ৱুইড্থ ভাল নহয়, আপুনি ডাউনল’ড কৰিও চাব পাৰে| |
13:32 | স্পকেন টিউটৰিয়েল প্ৰজেক্ট টিমে |
13:35 | স্পকেন টিউটৰিয়েলসমূহৰ সহায়ত কৰ্মশালা অনিষ্ঠিত কৰে| |
13:38 | যিসকলে অন লাইন টেষ্টত উত্তিৰ্ণ হয় তেওঁলোকক প্ৰমান পত্ৰ প্ৰদান কৰে| |
13:41 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি স্পকেন হাইফেন টিউটৰিয়েল ডট অৰ্গলৈ লিখক| |
13:48 | স্পকেন টিউটৰিয়েল প্ৰজেক্ট হ’ল টক টু এ টিচাৰ প্ৰজেক্টৰ অংশ| |
13:52 | নেছনেল মিছন অন এদুকেছন থ্ৰু ICT, MHRD, গভাৰ্নমেন্ট অফ ইন্দিয়া দ্বাৰা সমৰ্থিত |
14:00 | এই মিছনৰ বিষয়ে সবিশেষ তথ্য উপলবদ্ধ |
14:03 | spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
14:11 | এই টিউটৰিয়েলটো আগবঢ়ালে DesiCrew Solutions Pvt. Ltdএ| |
14:16 | অংশগ্ৰহনৰ বাবে ধন্যবাদ| |