Difference between revisions of "C-and-Cpp/C2/Logical-Operators/Assamese"
From Script | Spoken-Tutorial
Line 395: | Line 395: | ||
|- | |- | ||
| 07:37 | | 07:37 | ||
− | | মই কৃষ্ণ কমল দুৱৰা | + | | মই কৃষ্ণ কমল দুৱৰা, উপভোগ কৰাৰ বাবে ধন্যবাদ । |
− | উপভোগ কৰাৰ বাবে ধন্যবাদ । | + | |
|} | |} |
Latest revision as of 17:24, 24 March 2017
Time | Narration | ||
00:02 | Logical operators in (ল’জিকেল অপাৰেতৰচ ইন) C C++ ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)লৈ আদৰণি জনাইছো | ||
00:08 | এই টিউট’ৰিয়েল ( tutorial)ত আমি ল’জিকেল অপাৰেতৰচ( Logical operators) যেনে ল’জিকেল(Logical) ANDৰ বিষয়ে শিকিম উদাহৰণ expression1 && expression2 | ||
00:16 | ল’জিকেল OR(Logical OR )
উদাহৰণ expression1 or expression2 | ||
00:21 | ল’জিকেল NOT(Logical NOT)
উদাহৰণ not (Expression1) | ||
00:25 | এইটো আমি উদাহৰণৰ সহায়ত কৰিম | ||
00:28 | মই এই শিকনিতো( tutorial) বাণীবদ্ধ( record) কৰোতে ব্যৱহাৰকৰিছো উবুনটো অপাৰেটিং ছিচটেমৰ( Ubuntu operating system) 11.10 তাঙৰণ(version) | ||
00:33 | উবুনটোত gcc আৰু g++ কমপাইলাৰৰ( Compiler) 4.6.1 তাঙৰণ( version) | ||
00:39 | আহক আমি logical operators(ল’জিকেল অপাৰেতৰচ)ৰ পৰিচয়ৰে( introduction) আৰম্ভ কৰো | ||
00:43 | C আৰু C++,ত true হৈছে 0ৰ বাদে আন যিকোনো মান | ||
00:48 | শুণ্যৰ( zero) বাদে আন যিকোনো মানে true | ||
00:50 | আৰু শুণ্য( zero) মানে false (অসত্য) | ||
00:53 | ল’জিকেল অপাৰেতৰচ( logical operators) ব্যৱ্হাৰ কৰা সমীকৰণে(Expressions) trueৰ বাবে 1 আৰু false'ৰ বাবে 0 ঘূৰাই দিয়ে | ||
00:58 | এতিয়া মই এটা উদাহৰণৰ জৰিয়তে ল’জিকেল অপাৰেতৰচ( logical operators)ৰ বিষয়ে বৰ্ণনা(explain) কৰিম . | ||
01:03 | এইটো হ’ল Cত logical operators' (ল’জিকেল অপাৰেতৰচ)ৰ বাবে প্ৰোগ্ৰাম(program) | ||
01:08 | প্ৰ্ধান ব্ল’ক( main block)ৰ ভিতৰত | ||
01:10 | এই ষ্টেটমেন্তত(statement)টোৱে a,b আৰু c ভেৰিয়েবলক( variables) ইন্তিজাৰ (integer) ৰূপে ঘোষণা (declare) কৰে | ||
01:16 | printf ষ্টেটমেন্তত(statement)টোৱে ব্যৱ্হাৰ কৰোতাক( user) a,b আৰু cৰ মানসমূহ( values) এন্টাৰ কৰিবলে কয় | ||
01:21 | scanfষ্টেটমেন্তত(statement)টোৱে a,b আৰু c ভেৰিয়েবল (variable)ৰ বাবে ব্যৱ্হাৰ কৰোতাৰ( user) পৰা ইনপুট (input) লয় | ||
01:28 | ইয়াত,আমি সকলোতকৈ ডাঙৰটো( greatest) পাবৰ বাবে a ৰ মান b আৰু c ৰ লগত তুলনা( comparing) কৰিছো | ||
01:33 | ক্ৰমান্বয়ে( simultaneously) তুলনা( compare) কৰিবলে, আমি logical AND অপাৰেতৰ(operator)ব্যৱহাৰ কৰিছো | ||
01:38 | ইয়াত, এটা true মান ঘুৰাই দিবলে logical AND ৰ কাৰণে সকলোবিলাক চৰ্ত (conditions)সত্য(true) হ’ব লাগিব. | ||
01:43 | সমীকৰণ(Expression) টো আগলৈ সমাধান(evaluate) ন’হব যদিহে এটা ভূল চৰ্ত অৱস্থাপন( encountering) হয় | ||
01:49 | সেইকাৰণে, সমীকৰণ(expression) (a>c) টো সমাধান(evaluated) হ’ব মাত্ৰ যদিহে (a>b)টো সত্য হয় | ||
01:56 | যদি a, bত্কৈ সৰু হয়, তেতিয়া সমীকৰণ (expression) টো আগলৈ সমাধান ন’হব | ||
02:02 | সমীকৰণ(expression) টো আগলৈ সমাধান হ’ব যদিহে আগৰ চৰ্তটো (conditions) সত্য (true) হয় | ||
02:07 | তাৰপাছত' (b>c) সমাধান(evaluate) হ’ব | ||
02:10 | যদিহে চৰ্তটো(conditions)সত্য(true) হয়, তেতিয়া b is greatest বুলি পৰ্দাত দৰ্শিত হব | ||
02:16 | অন্যথা 'c is greatest বুলি পৰ্দাত দৰ্শিত হব | ||
02:21 | এতিয়া আমি logical OR অপাৰেতৰ (operator)লৈ ঘূৰি আহোঁ | ||
02:24 | ইয়াত, এটা শুদ্ধ মান ঘূৰাই দিবলৈ logical OR ৰ যিকোনো এটা চৰ্ত(conditions) সত্য(true) হ’বই লাগিব | ||
02:30 | সমীকৰণ(expression) টো আগলৈ সমাধান(evaluate) ন’হব যদিহে এটা শুদ্ধ কাৰণ অৱস্থাপন( encountering) হয় | ||
02:35 | গতিকে,যদি a == zero, তেতিয়া বাকী থকা সমীকৰণ(expression) দুটা সমাধান (evaluate) ন’হব | ||
02:43 | এই printfষ্টেটমেন্তত(statement)টো কাৰ্যকৰী হ’ব যদিহে ইয়াৰে a, b বা c টো 0 হয় | ||
02:49 | প্ৰোগ্ৰামৰ শেষলৈ আহক ।return 0 লিখক আৰু মাজুবন্ধনি( ending curly bracket) শেষ কৰক | ||
02:54 | এতিয়া প্ৰোগ্ৰামটো ছেভ কৰক. | ||
02:57 | ইয়াক এষ্টেনচন(extension) .c বুলি ছেভ কৰক | ||
03:00 | মই মোৰ ফাইলটো logical.cহিচাবে ছেভ কৰিছো | ||
03:03 | তাৰমিনেল উইনদ’(terminal window) খুলিবলৈ একেলগে 'Ctrl, Alt আৰু T কীছ( keys) টিপক | ||
03:08 | ক’ডটো কম্পাইল (compile) কৰিবলৈ লিখক gcc space(স্পেছ) logical dot c space (স্পেছ) minus o space(স্পেছ) log এন্টাৰ টিপক | ||
03:23 | কাৰ্যকৰী( execute) কৰিবলৈ লিখক ./log | ||
03:27 | Enter.(এন্টাৰ)টিপক | ||
03:29 | মই মান সমূহ এন্টাৰ কৰিম এনেদৰে
0 34 567 | ||
03:39 | আউতপুতটো দেখুৱাব যে, | ||
03:42 | c is greatest. | ||
03:45 | The product of a, b and c is zero. | ||
03:50 | আপুনি এই প্ৰোগ্ৰামটো কাৰ্যকৰী কৰিবলৈ বিভিন্ন যোৰীয়া(set) ইনপুট(input)ৰে চেষ্টা কৰি চাব | ||
03:55 | এতিয়া একেটা প্ৰোগ্ৰামকে C++ ত লিখো আহক | ||
03:59 | মই প্ৰোগ্ৰামটো আগতেই তৈয়াৰ কৰি থৈছো আৰু ইয়াৰ সহায়েৰে আপুনাক লৈ যাম | ||
04:03 | ইয়াত এইটো C++ৰ ক’ড | ||
04:06 | এতিয়া একেটা প্ৰোগ্ৰামকে C++ ত লিখিবলৈ, আমি কিছু সলনি( changes) কৰিম | ||
04:11 | তাত হেডাৰ ফাইল( header file)ত সলনি হব | ||
04:14 | Using statement (ইউজিং ষ্টেতমেন্ত)টো ব্যৱহাৰ হৈছে | ||
04:18 | লগতে তাত আউত্পুট আৰু ইনপুত ষ্টেতমেন্তট ( output and input statements.)ৰ পাৰ্থক্য থাকিব | ||
04:21 | অপাৰেটৰ(operator) বিলাকে Cৰ দৰে একে ধৰণে পৰিদৰ্শন(behave) কৰিব | ||
04:25 | 'Save (ছেভ)ত টিপক. | ||
04:27 | ফাইলটো .cpp extension(এষ্টেনচন) ৰে ছেভ কৰাটো প্ৰয়োজনীয় | ||
04:31 | তাৰমিনেল উইনদ’(terminal window) খুলিবলৈ একেলগে 'Ctrl, Alt আৰু T কীছ( keys) টিপক. | ||
04:36 | প্ৰোগ্ৰামটো কম্পাইল (compile) কৰিবলৈ লিখক g++ logical.cpp space(স্পেছ) minus o space(স্পেছ) log1এন্টাৰ টিপক | ||
04:49 | কাৰ্যকৰী( execute)কৰিবলৈ লিখক ./log1 | ||
04:53 | Enter.(এন্টাৰ)টিপক | ||
04:56 | মই মান সমূহ এন্টাৰ কৰিম এনেদৰে
0 34 567 | ||
05:02 | গতিকে আমি দেখিছো যে আউত্পুট(output) টো C প্ৰোগ্ৰামৰ সৈতে একেবাৰে একে | ||
05:05 | আপুনি এই প্ৰোগ্ৰামটো কাৰ্যকৰী( executing) কৰিবলৈ বিভিন্ন যোৰীয়া ইনপুটৰে চেষ্টা কৰি চাব | ||
05:10 | এতিয়া আমি এটা ভূল( error) চাম যিটো আমি সচৰাচৰ পাই আহিছো | ||
05:12 | এদিতৰ( editor)লৈ যাওঁ আহক | ||
05:16 | ধৰাহল আমি ইয়াত বন্ধনী(bracket)টো দিবলৈ পাহৰিলো | ||
05:20 | এইটো আৰু এইটো নাইকীয়া( Delete) কৰক | ||
05:26 | এতিয়া কি হয় চাওঁ আহক,প্ৰোগ্ৰামটো ছেভ কৰক | ||
05:30 | তাৰ্মিনেল(terminal)লৈ ঘূৰি আহক | ||
05:32 | আগতে কৰাৰ দৰে ক’ম্পাইল আৰু কাৰ্যকৰী( Compile and execute) কৰক | ||
05:38 | আমি ভূলটো দেখিছো | ||
05:41 | Expected identifier before '(' token. | ||
05:45 | ইয়াৰ কাৰণ হৈছে আমি ইয়াত দু্টা ভিন্ন সমীকৰণ(expression) পাইছো | ||
05:48 | আমি AND operator(অপাৰেটৰ) ব্যৱ্হাৰ কৰি সিহঁতক এটা সমীকৰণ(expression) হিচাবে সমাধান( evaluate) কৰিব লাগিব | ||
05:53 | আহক আমি এতিয়া প্ৰোগ্ৰামটোলৈ ঘূৰি যাওঁ আৰু ভুলটো ঠিক( fix) কৰো | ||
05:57 | আহক ইয়াত আৰু ইয়াত বন্ধনি(bracket) ব্যৱহাৰ কৰো | ||
06:04 | 'Save (ছেভ)ত টিপক | ||
06:06 | তাৰ্মিনেললৈ ঘূৰি আহো | ||
06:09 | আগৰ দৰে কম্পাইল আৰু কাৰ্যকৰী( Compile and execute) কৰো | ||
06:14 | গতিকে এইটোৱে এতিয়া কাম কৰিছে | ||
06:22 | আহক আমি টিউটৰিয়েল( tutorial)ৰ মূলভাব( summarize) চাওঁ | ||
06:24 | আমি এই টিউটৰিয়েল( tutorial)ত শিকিলো Logical AND উদাহৰণ ((a > b) && (a > c)) | ||
06:32 | Logical OR উদাহৰণ(eg.) "'(a == 0 | b == 0 | c == 0)"' |
06:39 | অনুশিলনী | ||
06:41 | এটা প্ৰোগ্ৰাম লিখক যি ব্যৱহাৰ কৰোতা( user)ৰ পৰা দুটা সংখ্যা ইনপুত( input) হিচাবে লয় | ||
06:44 | NOT অপাৰেটৰ (operator) ব্যৱ্হাৰ কৰি দুটা সংখ্যা সমান হ্য় নে নহয় পৰীক্ষা কৰক. সংকেতঃ(a != b) | ||
06:54 | এই কথা চিত্ৰটো( video) তলত দেখুওৱা সংযোজন (ink)ত দেখিবলৈ পাব | ||
06:57 | এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ | ||
06:59 | আপোনাৰ যদি বেণ্ডউইথ (bandwidth)ভাল নহয় তেন্তে এই কথা চিত্ৰ্টো দাউনলদ (download)কৰি চাওঁক | ||
07:03 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প(Spoken Tutorial Project)ৰ দলে স্পকেন টিউট’ৰিয়েল (Spoken Tutorial)ৰ ব্যৱ্হাৰৰ কৰ্মশালাও (workshop) পাতে | ||
07:07 | “অনলাইন পৰীক্ষাত”( online test) উত্তীৰ্ন সকলক প্ৰমান পত্ৰ দিয়ে | ||
07:11 | অধিক জানিবলৈ অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org লৈ লিখক | ||
07:18 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্প( Talk to a Teacher project)ৰ অংশ হয় | ||
07:21 | ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷ | ||
07:27 | ইয়াৰ বিষয়ে অধিক দেখা পাব৷ | ||
07:30 | spoken hyphen tutorial dot org slash NMEICT hyphen Intro | ||
07:37 | মই কৃষ্ণ কমল দুৱৰা, উপভোগ কৰাৰ বাবে ধন্যবাদ । |