Difference between revisions of "C-and-Cpp/C2/Arithmetic-Operators/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 25: Line 25:
 
|-
 
|-
 
| 00:20
 
| 00:20
| পূৰণফল (* Multiplication)উদাহৰণ a*b
+
| পূৰণফল ( Multiplication)উদাহৰণ a*b
  
|-
+
|-
 
| 00:24
 
| 00:24
 
| % ভগ্নাংশ(% Modulus) উদাহৰণ a%b
 
| % ভগ্নাংশ(% Modulus) উদাহৰণ a%b
Line 89: Line 89:
 
|-
 
|-
 
| 01:37
 
| 01:37
|   পাচৰ  ষ্টেটমেন্ত( statement)টোত,'''a''' আৰু '''b''' ৰ পূৰণফলটো( product) '''c''' ত ৰখা হৈছে
+
| পাচৰ  ষ্টেটমেন্ত( statement)টোত,'''a''' আৰু '''b''' ৰ পূৰণফলটো( product) '''c''' ত ৰখা হৈছে
  
 
|-
 
|-
Line 121: Line 121:
 
|-
 
|-
 
| 02:10
 
| 02:10
|মই মোৰ ফাইলটো ''' arithmetic.c'''ৰে ছেভ( Save) কৰিছো
+
| মই মোৰ ফাইলটো ''' arithmetic.c'''ৰে ছেভ( Save) কৰিছো
  
 
|-
 
|-
Line 153: Line 153:
 
|-
 
|-
 
| 02:53
 
| 02:53
|এইটোৱে দেখোৱাব,
+
| এইটোৱে দেখোৱাব,
  
 
|-
 
|-

Latest revision as of 13:15, 24 March 2017

Time Narration
00:01 Arithmetic Operators in(আৰিথমেটিক অপাৰেতৰচ ইন) C C++ ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)লৈ আদৰণি জনাইছো
00:07 এই টিউট’ৰিয়েল ( tutorial)ত আমি শিকিম
00:10 আৰিথমেটিক অপাৰেতৰচ( Arithmetic operators) যেনে যোগফল(+ Addition) উদাহৰণ a+b
00:14 - বিয়োগফল(- Subtraction) উদাহৰণ a-b
00:18 / হৰণফল(/ Division) উদাহৰণ a/b
00:20 পূৰণফল ( Multiplication)উদাহৰণ a*b
00:24  % ভগ্নাংশ(% Modulus) উদাহৰণ a%b
00:27 মই এই শিকনিতো( tutorial) বাণীবদ্ধ( record) কৰোতে ব্যৱহাৰ‍‌কৰিছো উবুনটো অপাৰেটিং ছিচটেমৰ( Ubuntu operating system) 11.10 তাঙৰণ(version)
00:32 উবুনটোত gcc আৰু g++ কমপাইলাৰৰ( Compiler) 4.6.1 তাঙৰণ( version)
00:38 মই এতিয়া এটা C প্ৰোগ্ৰামৰ সহায়েৰে এই আৰিথমেটিক অপাৰেচনচ(arithmetic operations) বিলাক ব্যৱ্হাৰৰ ব্যাখ্যা ( demonstrate)দিম
00:44 মই ইতিমধ্যে প্ৰোগ্ৰাম( program) টো লিখি থৈছো
00:47 গতিকে মই এদিতৰ( editor) টো খুলিম আৰু ক’ড টো বৰ্ণনা কৰিম
00:49 আৰিথমেটিক অপাৰেতৰচ(Arithmetic operators) ৰ বাবে এইটো হ’ল C প্ৰোগ্ৰাম( program)
00:56 প্ৰথম দুটা ষ্টেটমেন্তত(statement) ভেৰিয়েবল (variable) বিলাক ঘোষণা(declared) আৰু সুচোৱা( defined) হয়
01:02 পাচৰ দুটা ষ্টেটমেন্তত(statement),
01:04 a ৰ মান 5 ধাৰ্য্য( assigned) কৰা হৈছে
01:06 b ৰ মান 2 ধাৰ্য্য( assigned) কৰা হৈছে
01:10 এতিয়া এদিচন অপাৰেটৰে(addition operator) কেনেকৈ কাম কৰে চাওঁ আহক
01:14 a আৰু b ৰ যোগফলটো c ত ৰখা হৈছে
01:19 printf ষ্টেতমেন্ত্টোৱে( statement) a আৰু b ৰ যোগফলটো পৰ্দাত দৰ্শিত কৰিব
01:28 ইয়াত % dot 2f য়ে ডেচিমেল পইন্তৰ( decimal point) পাছৰ দুটা সংখ্যা নিখুত( precision) ভাবে উপস্থাপন(provide) কৰে
01:37 পাচৰ ষ্টেটমেন্ত( statement)টোত,a আৰু b ৰ পূৰণফলটো( product) c ত ৰখা হৈছে
01:43 printf ষ্টেতমেন্ত্টোৱে( statement) a আৰু b ৰ পূৰণফলটো( product) পৰ্দাত দৰ্শিত কৰিব
01:48 এই দুয়োটা অপাৰেটৰে(operator) কেনেকৈ কাম কৰে চাওঁ আহক
01:52 আমি তলত উল্লেখিত লাইন সমূহত কমেন্ত( comment) কৰিম
01:55 লিখক /*
02:01 */
02:05 'Save (ছেভ) টিপক
02:07 ফাইলটো extension(এষ্টেনচন) .c ৰে ছেভ( Save)কৰক
02:10 মই মোৰ ফাইলটো arithmetic.cৰে ছেভ( Save) কৰিছো
02:15 তাৰমিনেল উইনদ’(terminal window) খুলিবলৈ একেলগে 'Ctrl, Alt আৰু T কীছ( keys) টিপক
02:22 ক’ডটো কম্পাইল (compile) কৰিবলৈ, তাৰমিনেল ( terminal)ত তলত দিয়া ধৰণে লিখক
02:27 gcc স্পেচ(space) arithmetic dot c স্পেচ(space) minus o স্পেচ(space) arith
02:38 Press Enter(এন্টাৰ প্ৰেছ কৰক)
02:40 কাৰ্য্কৰী কৰিবলৈ, লিখক ./arith
02:48 ( Enter)এন্টাৰ টিপক
02:50 আউত্পুত( output)টো পৰ্দাত দৰ্শিত হব
02:53 এইটোৱে দেখোৱাব,
02:54 Sum of 5 and 2 is 7.00 আৰু
02:59 Product of 5and 2 is 10.00
03:03 এতিয়া আপুনি ছাবৰ্ষ্টেকত্চন অপাৰেতৰ (subtraction operator)টো নিজে চেষ্টা কৰি চাওঁক
03:08 এদিচন অপাৰেটৰ(addition operator)টো ছাবষ্ট্ৰেকত্চন অপাৰেতৰ (subtraction operator) ৰে সলনি( replacing) কৰি চেষ্টা কৰক
03:13 আপুনি ফলাফলটো( result) 3 হিচাবে পাব
03:18 প্ৰোগ্ৰামটোলৈ ঘূৰি আহো আৰু শেষৰ যোৰা ষ্টেতমেন্ত( statement)লৈ আহো
03:23 এতিয়া মই হৰণফল( division)ৰ বাবে ক’ডটো বৰ্ণনা কৰিম
03:26 মাল্টিলাইন কমেন্ত্চ( multi line comments ) ইয়াত আৰু ইয়াত নাইকীয়া কৰক
03:34 এই ষ্টেতমেন্ত(statement)বোৰত a হৰণ b ৰ ইন্তিজাৰ হৰণফল( integer division)টো c ত ৰখা হৈছে
03:40 অনুগ্ৰহ কৰি মন কৰিব যে ইন্তিজাৰ হৰণফল( integer division)ত ভগ্নাংশিক( fractional) অংশটো উপেক্ষা( truncated) কৰা হয়
03:47 printf ষ্টেতমেন্ত(statement)টোৱে হৰণফলৰ আউটপুতটো(division output) টো পৰ্দাত দেখোৱাব
03:57 এই ষ্টেতমেন্তটোত আমি ৰিয়েল দিভিজন( real division) প্ৰদৰ্শন(perform) কৰিছো
04:02 ইয়াত এটা অপাৰেণ্ডচ( operands)ক float হিচাবে চিহ্নিত( cast) কৰিব লাগিব
04:10 আমাৰ ওচৰত টাইপ কাষ্ট ভেৰিয়েবল( type-cast variable) a আছে
04:13 এতিয়া এটা একক কাৰ্যক্ৰমৰ( single operation) বাবে a য়ে এটা ফ্ল’ট ভেৰিয়েবল(float variable) হিচাবে পৰিদৰ্শন( behave) কৰিব
04:22 printf ষ্টেতমেন্ত্টোৱে( statement) ৰিয়েল দিভিজন( real division)ৰ আউটপুত( output)টো পৰ্দাত দৰ্শিত কৰিব
04:30 return 0 লিখক আৰু সামৰনি মাজুবন্ধনি বন্ধ কৰক
04:37 'Save (ছেভ)ত টিপক
04:40 ক’ডটো কম্পাইল( compile) আৰু কাৰ্যকৰী( execute) কৰিবলৈ তাৰ্মিনেল( terminal)লৈ ঘূৰি আহক
04:45 কম্পাইল( compile) কৰিবলৈ লিখক typegcc space arithmetic dot c minus o space arith. এন্টাৰ টিপক
04:59 ক’ডটো কাৰ্যকৰী( execute) কৰিবলৈ লিখক ./arithএন্টাৰ টিপক
05:05 আ্উত্পুত( output)টো পৰ্দাত দৰ্শিত হৈছে
05:08 আমাৰ ওচৰত এদিচন(addition) আৰু মাল্টিপ্লিকেচন অপাৰেটৰ(multiplication operator)ৰ আগতীয়া আ্উত্পুত( output) সমূহ আছে
05:16 আমাৰ ওচৰত আছে the integer Division of 5 by 2 is 2
05:22 আমি দেখিছো যে ইন্তিজাৰ হৰণফল( integer division)ত ভগ্নাংশিক( fractional) অংশটো উপেক্ষা( truncated) কৰা হৈছে
05:29 তাৰ পাছত আমাৰ ওচৰত আছে the real division of 5 by 2 is 2.5
05:35 ৰিয়েল দিভিজন( real division)ত ফলাফলটো বিচৰা ধৰণৰ
05:37 আমি এই ফলাফল সমূহ পাবৰ কাৰণে টাইপ-কাষ্টিং (type-casting)ব্যৱহাৰ কৰিছো
05:45 এতিয়া ধৰাহল,মই একেটা প্ৰোগ্ৰামকে C++ ত লিখিব বিছাৰিচো
05:50 যদি মই একেটা ক’ড C++ টো ব্যৱহাৰ কৰিব পাৰো,তাক চাওঁ আহক?
05:54 আহক বিচাৰি চাওঁ
05:56 মই এতিয়া এদিতৰ( editor)লৈ ঘূৰি যাওঁ
06:00 এইটো এটা C++ ক’ড
06:05 লক্ষ্য কৰিব যে হেদাৰ( header)টো C ফাইলৰ হেদাৰ( header)তকৈ বেলেগ
06:12 ইয়াত 'namespace টোও ব্যৱ্হাৰ হৈছে
06:18 লগতে লক্ষ্য কৰিব যে C++ ত আউতপুত ষ্টেতমেন্ত( output statement) টো cout.
06:25 গতিকে,এই ভিন্নতাৰ(difference) বাহিৰে,ক’ড দুটা একেবাৰে একে
06:32 Save (ছেভ)ত টিপক. ফাইলটো .cpp' extension ৰে ছেভ কৰাটো প্ৰয়োজনীয়
06:37 মই মোৰ ফাইলটো arithmetic.cpp হিচাবে ছেভ কৰিছো
06:41 আহক ক’ডটো কাৰ্যকৰী( execute) কৰো আৰু আমি কি ফলাফল(result) পাম চাওঁ
06:49 তাৰ্মিনেল( terminal) খোলক আৰু লিখক 'g++ space arithmetic dot cpp space minus o arithএন্টাৰ টিপক
07:09 ক’ডটো কাৰ্যকৰী( execute) কৰিবলৈ লিখক ./ arith এন্টাৰ টিপক
07:16 ইয়াত আউত্পুতটো দৰ্শিত হৈছে
07:19 গতিকে আমি দেখিছো যে ফলাফলসমূহ C প্ৰোগ্ৰামৰ সৈতে একেবাৰে একে( similar)
07:23 একমাত্ৰ ভিন্নতা( difference) হৈছে আউত্পুতৰ নিখুততা( precision)
07:29 আহক আমি টিউটৰিয়েল( tutorial)ৰ মূলভাব চাওঁ
07:32 আমি এই টিউটৰিয়েল( tutorial)ত শিকিলো আৰিথমেটিক অপাৰেতৰচ( Arithmetic operators)কেনেকৈ ব্যৱ্হাৰ কৰা হয়
07:36 অনুশিলনী হিচাবে
07:38 মডোলাছ অপাৰেতৰ( modulus operator) ব্যৱ্হাৰৰ ব্যাখ্যা(demonstrate) কৰিবলৈ এটা প্ৰোগ্ৰাম লিখক
07:42 মন কৰিব যে মডোলাছ অপাৰেতৰে( modulus operator) হৰণফলৰ উকলাটো( remainder of division) বিচাৰি ওলিয়াই । উদাহৰণঃ c = a % b;
07:50 আপুনি ফলাফলটো 1 হিচাবে পাব
07:55 এই কথা চিত্ৰটো( video) তলত দেখুওৱা সংযোজন (ink)ত দেখিবলৈ পাব
07:57 এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ
08:00 আপোনাৰ যদি বেণ্ডউইথ (bandwidth)ভাল নহয় তেন্তে এই কথা চিত্ৰ্টো দাউনলদ (download)কৰি চাওঁক
08:05 স্পকেন টিউট’ৰিয়েল প্ৰকল্প(Spoken Tutorial Project)ৰ দলে স্পকেন টিউট’ৰিয়েল (Spoken Tutorial)ৰ ব্যৱ্হাৰৰ কৰ্মশালাও(workshop) পাতে
08:09 “অনলাইন পৰীক্ষাত”( online test) উত্তীৰ্ন সকলক প্ৰমান পত্ৰ দিয়ে
08:14 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org লৈ লিখক
08:20 স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্প( Talk to a Teacher project)ৰ অংশ হয়
08:25 ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷
08:30 ইয়াৰ বিষয়ে অধিক দেখা পাব৷
08:33 spoken hyphen tutorial dot org slash NMEICT hyphen Intro
08:41 মই কৃষ্ণ কমল দুৱৰা উপভোগ কৰাৰ বাবে ধন্যবাদ ।

Contributors and Content Editors

Dhrubaghy, Mousumi, PoojaMoolya