Difference between revisions of "Git/C2/Stashing-and-Cleaning/Assamese"
From Script | Spoken-Tutorial
(Created page with " {|Border = 1 | <center>Time</center> | <center>Narration</center> |- | 00:01 | '''গিতত (Git)''' '''ষ্টেচিং (stashing) এন্দ (and) ক্লি...") |
|||
Line 1: | Line 1: | ||
− | |||
{|Border = 1 | {|Border = 1 | ||
− | | | + | | '''Time''' |
− | | | + | | '''Narration''' |
− | + | ||
|- | |- | ||
| 00:01 | | 00:01 | ||
Line 15: | Line 13: | ||
| 00:11 | | 00:11 | ||
| আমি শিকিম কেনেকৈ: | | আমি শিকিম কেনেকৈ: | ||
− | + | '''ষ্টেচ (stash)''' এটা বনোৱা হয় | |
− | + | '''ষ্টেচ (stash)''' এটা প্ৰয়োগ কৰা হয় আৰু | |
− | + | '''ষ্টেচ (stash)''' এটা চাফা কৰা হয় | |
|- | |- | ||
|00:19 | |00:19 | ||
| এই টিউট’ৰিয়েলটোৰ বাবে, মই ব্যৱ্হাৰ কৰিছো- | | এই টিউট’ৰিয়েলটোৰ বাবে, মই ব্যৱ্হাৰ কৰিছো- | ||
− | + | '''উবুন্তো (Ubuntu) লিনাক্স (Linux) 14.04''' | |
− | + | '''গিত (Git) 2.3.2''' আৰু | |
− | + | '''gedit টেকস্ত (Text) এদিতৰ (Editor)''' | |
|- | |- | ||
Line 421: | Line 419: | ||
| 10:51 | | 10:51 | ||
| আমি লগতে শিকিলো কেনেকৈ: | | আমি লগতে শিকিলো কেনেকৈ: | ||
− | + | '''ষ্টেচ (stash)''' এটা বনোৱা হয় | |
− | + | '''ষ্টেচ (stash)''' এটা প্ৰয়োগ কৰা হয় আৰু | |
− | + | '''ষ্টেচ (stash)''' এটা চাফা কৰা হয় | |
|- | |- |
Latest revision as of 11:57, 6 March 2017
Time | Narration |
00:01 | গিতত (Git) ষ্টেচিং (stashing) এন্দ (and) ক্লিনিং (cleaning) ৰ স্প’কেন টিউট'ৰিয়েল (spoken tutorial) টোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি ষ্টেচিং (stashing) ৰ বিষয়ে শিকিম |
00:11 | আমি শিকিম কেনেকৈ:
ষ্টেচ (stash) এটা বনোৱা হয় ষ্টেচ (stash) এটা প্ৰয়োগ কৰা হয় আৰু ষ্টেচ (stash) এটা চাফা কৰা হয় |
00:19 | এই টিউট’ৰিয়েলটোৰ বাবে, মই ব্যৱ্হাৰ কৰিছো-
উবুন্তো (Ubuntu) লিনাক্স (Linux) 14.04 গিত (Git) 2.3.2 আৰু gedit টেকস্ত (Text) এদিতৰ (Editor) |
00:32 | আপুনি আপোনাৰ পচন্দৰ যিকোনো এদিতৰ (editor) ব্যৱ্হাৰ কৰিব পাৰে |
00:36 | এই টিউট’ৰিয়েলটো অনুসৰন কৰিবলৈ, আপোনাৰ গিত (Git) কমান্ডচৰ আৰু গিতত (Git) ব্ৰানচিঙৰ (branching)জ্ঞান থাকিব লাগিব |
00:43 | যদি নাই, সঙ্গত টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰ্হ কৰি আমাৰ ওৱেবচাইত চাওঁক |
00:48 | আহক আমি ষ্টেচিং (stashing) ৰ বিষয়ে শিকো |
00:51 | ব্ৰানচ (branch) এটাৰ অস্থায়ী পৰিবৰ্তনসমূহক ছেভ (save) কৰিবলৈ ষ্টেচিং (stashing) ব্যৱহৃত হয় |
00:57 | ই বৰ্তমান কামটোক কমিত নকৰাকৈ ৰখাবলৈ সহয় কৰে, যেতিয়া ব্ৰানচেচলৈ (branches) যোৱা হয় |
01:04 | অস্থায়ী পৰিবৰ্তনৰ ষ্টেচ (Stash) টো যিকোনো সময়ত ঘূৰাই আনিব পাৰি |
01:08 | মন কৰিব যে আমি ইতিমধ্যে ষ্টেচ (Stash) শব্দটো পাই আহিছো, এই টিউট’ৰিয়েলৰ ক্ৰমত আগতে |
01:16 | এতিয়া, আহক ইয়াক অধিককৈ শিকো |
01:20 | আহক আমি টাৰ্মিনেলটো (terminal) খুলি আৰম্ভ কৰো |
01:25 | আমি আমাৰ গিত (Git) ৰেপ’জিতেৰি (repository) মাইওৱেবপেজ (mywebpage) খুলিম যি আমি আগতে বনাইছিলো |
01:30 | লিখক: cd স্পেছ (space) মাইওৱেবপেজ (mywebpage) আৰু এন্টাৰ (Enter) টিপক |
01:35 | আপুনি আপোনাৰ পচন্দৰ যিকোনো প্ৰকাৰৰ ফাইল ব্যৱ্হাৰ কৰিব পাৰে |
01:44 | ইয়াৰ পৰা, অনুগ্ৰহ কৰি টাৰ্মিনেলত (terminal) প্ৰতিটো কমান্ড (command) লিখাৰ পাছত এন্টাৰ কীটো (Enter key ) টিপিবলৈ মনত ৰাখিব |
01:52 | প্ৰথমে, আমি ব্ৰানচ লিষ্ট (branch list) খন চাম লিখি গিত (git) স্পেছ (space) ব্ৰানচ (branch) |
01:58 | মই ইতিমধ্যে চেপতাৰ-থ্ৰি (chapter-three) নামৰ ব্ৰানচ এটা বনালো |
02:03 | মই ইয়াৰ ভিতৰত কমিত (commit) এটা কৰিলো, বৰ্ণনামূলক উদ্দেশ্যৰ বাবে |
02:08 | অমুগ্ৰহ কৰি আপুনিওঁ নতুন ব্ৰানচ এটা বনোৱাতো আৰু ইয়াৰ ভিতৰত কমিত (commit) এটা কৰাতো নিশ্বিত কৰক |
02:15 | আমি ব্ৰানচ (branch) চেপতাৰ-থ্ৰি (chapter-three) টোত যাম লিখি গিত (git) স্পেছ (space) চেকআউত (checkout) স্পেছ (space) চেপতাৰ-থ্ৰি (chapter-three) |
02:23 | আহক গিত (Git) ল’গটো চাওঁ |
02:26 | এইটো হৈছে মই চেপতাৰ-থ্ৰি (chapter-three) ব্ৰানচত বৰ্ণনাৰ বাবে বনোৱা কমিতটো (commit) |
02:31 | আহক "ls" লিখি ফ’ল্দাৰৰ উপাদানটো চাওঁ |
02:35 | যদি আপুনি উইন্দ’চ (Windows) অপাৰেতিং চিষ্টেমত কাম কৰি আছে, "ls" কমান্ডৰ সলনি "dir" কমান্ড ব্যৱ্হাৰ কৰক |
02:43 | মন কৰিব যে আমাৰ তিনিটা html ফাইলচ আছে |
02:47 | এতিয়া, আমি মাইপেজ (mypage).html ফাইলটোত কিছু পৰিবৰ্তন কৰিম |
02:53 | আহক আমি মাইপেজ (mypage).html ফাইলটো খোলো লিখি gedit স্পেছ (space) মাইপেজ (mypage).html স্পেছ (space) এম্পাৰচেন্দ (ampersand) |
03:03 | মই এই ফাইলটোত কিছু শাৰী ক’পি (copy) আৰু পেষ্ট (paste) কৰিম, মোৰ ৰাইতাৰ (Writer) দ’কোমেন্ত টোৰ পৰা, যাক মই আগতে ছেভ কৰিছিলো |
03:11 | তাৰপাছত ছেভ (save) আৰু ফাইলটো বন্ধ কৰক |
03:14 | গিত (Git) ষ্টেতাচ (status) টো চাবলৈ, লিখক: গিত (git) স্পেছ (space) ষ্টেতাচ (status) |
03:19 | আমি বুজিব পাৰিছো যে আমাৰ পৰিবৰ্তন এতিয়ালৈকে ষ্টেজদ হোৱা নাই |
03:24 | যেতিয়া আমি এটা ডাঙৰ প্ৰকল্পত কাম কৰো, আমি হয়তো ব্ৰানচসমূহক (branches) ক্ৰমান্বয়ে সলাব লাগিব |
03:30 | এতিয়া, ধৰক, আমি কিবা বেলেগ কাম কৰিবলৈ আমাৰ মাষ্টাৰ (master) ব্ৰানচটোলৈ ঘূৰি যাব বিচাৰিছো |
03:37 | লিখক:গিত (git) স্পেছ (space) চেকআউত (checkout) স্পেছ (space) মাষ্টাৰ (master) |
03:41 | এই এৰ’ৰটোৱে দেখুৱায় যে আমি পৰিবৰ্তনক কমিত নকৰাকৈ আন ব্ৰানচসমূহলৈ (branches) যাব নোৱাৰো |
03:48 | মই এতিয়া পৰিবৰ্তনক কমিত (commit) কৰিব নিবিচাৰো, যিহেতু মোৰ কাম মাত্ৰ আধা কৰা হৈছে |
03:55 | যদি আমি হাইফেন (hyphen) হাইফেন (hyphen) ফ’ৰ্চ (force) ফ্লেগ ব্যৱ্হাৰ কৰি বলপূৰ্বকভাবে এই ব্ৰানচটো এৰো, পৰিবৰ্তনসমূহ নাকচ হ’ব |
04:04 | কিন্তু, কিহ’ব যদি মই পৰিবৰ্তনসমূহক অস্থায়ীভাবে ছেভ (save) কৰিব বিচাৰো? ইয়াক ষ্টেচিং (Stashing) ব্যৱ্হাৰ কৰি কৰা হ’ব |
04:11 | আমি পৰিবৰ্তনসমূহক অস্থায়ীভাবে ছেভ কৰিব পাৰো লিখি গিত (git) স্পেছ (space) ষ্টেচ (stash) স্পেছ (space) ছেভ (save) স্পেছ (space) দ্বৈত উৰ্ধক’মাৰ ভিতৰত “ষ্টেচদ (Stashed) মাইপেজ (mypage).html” |
04:24 | ইয়াত, “ষ্টেচদ (Stashed) মাইপেজ (mypage).html” হৈছে মই দিয়া ষ্টেচ (stash) নামটো । আপুনি ইয়াক আপোনাৰ পচন্দ অনুসৰি নাম দিব পাৰে |
04:34 | টাৰ্মিনেলটোত, ষ্টেচ (stash) নামটো আৰু ব্ৰানচ (branch) নামটো দৰ্শিত হৈছে য’ত ষ্টেচ (stash) টো নিৰ্মিত হৈছে |
04:42 | আপুনি বাৰ্তাটো দেখিছে “নাঠিং তু কমিত (nothing to commit)” |
04:51 | গতিকে, আমি এতিয়া ব্ৰানচেচলৈ (branches) যাব পাৰো |
04:55 | এতিয়া, আহক মাষ্টাৰ (master) ব্ৰানচ (branch) লৈ যাবলৈ চেষ্টা কৰো লিখি গিত (git) স্পেছ (space) চেকআউত (checkout) স্পেছ (space) মাষ্টাৰ (master) |
05:03 | মন কৰিব যে ষ্টেচিং (Stashing) ৰ পাছত, আমি আন ব্ৰানচেচলৈ যাব পাৰো |
05:07 | পাছত, আহক আমি ষ্টেচিং (Stashing) ৰ অন্য এটা পদ্ধতি চাওঁ |
05:11 | তাৰ বাবে, মই পুনৰ চেপতাৰ-থ্ৰি (chapter-three) ব্ৰানচটোত যাম লিখি গিত (git) স্পেছ (space) চেকআউত (checkout) স্পেছ (space) চেপতাৰ-থ্ৰি (chapter-three) |
05:20 | লিখক: gedit স্পেছ (space) হিষ্ট’ৰি (history).html স্পেছ (space) এম্পাৰচেন্দ (ampersand) |
05:31 | মই ইয়াত মোৰ ৰাইতাৰ (Writer) দ’কোমেন্ত টোৰ পৰা কিছু শাৰী যোগ কৰিম |
05:35 | তাৰপাছত ছেভ (save) আৰু ফাইলটো বন্ধ কৰক |
05:38 | আহক গিত (Git) ষ্টেতাচ (status) টো চাওঁ লিখি গিত (git) স্পেছ (space) ষ্টেতাচ (status) |
05:44 | ধৰক, উদাহৰণস্বৰূপে, ষ্টেচত (stash), মই এই পৰিবৰ্তনক অন্য এটা পদ্ধতিৰে ছেভ কৰিব বিচাৰো । লিখক:গিত (git) স্পেছ (space) ষ্টেচ (stash) |
05:54 | মন কৰিব যে আমি ইয়াত ষ্টেচ (stash) নামটো নিদিওঁ |
05:58 | যদি আমি ষ্টেচ (stash) নামটো নিদিওঁ, ষ্টেচ (stash) টো নতুন কমিত (commit) টোৰ নামত ছেভ হ’ব |
06:04 | পাছত, আমি ষ্টেচ (stash) নামটো আৰু নতুন কমিত (commit) টো সদৃশ হয় নেকী চাম |
06:10 | আহক প্ৰথমে গিত (Git) ল’গটো (log) চাওঁ |
06:14 | ষ্টেচ (stash) তালিকাখন চাবলৈ, লিখক: গিত (git) স্পেছ (space) ষ্টেচ (stash) স্পেছ (space) লিষ্ট (list) |
06:20 | আপুনি দেখিছে যে নতুন কমিত (commit) আৰু নতুন ষ্টেচ (stash) নাম দুটা একে |
06:25 | মন কৰিব যে নতুন ষ্টেচ (stash) টো প্ৰথমে তালিকাভুক্ত হৈছে যি বুজায় ষ্টেচসমূহ (stashes) সময়ানুক্ৰমিক ক্ৰমত তালিকাভুক্ত হয় |
06:35 | এইটো হৈছে ষ্টেচ আইদি (stash id) যি স্বয়ংক্ৰিয়ভাবে উৎপন্ন হ’ব |
06:40 | মই বৰ্ণনামূলক উদ্দেশ্যৰ বাবে আৰু এটা ষ্টেচ (stash) বনাম |
06:45 | তাৰ বাবে, মই ষ্ট’ৰি (story).html ফাইলটো এদিত কৰিম । লিখক: gedit স্পেছ (space) ষ্ট’ৰি (story).html স্পেছ (space) এম্পাৰচেন্দ (ampersand) |
06:55 | মই ষ্ট’ৰি (story).html ফাইলটোত কিছু শাৰী যোগ কৰিম |
07:00 | তাৰপাছত ছেভ (save) আৰু ফাইলটো বন্ধ কৰক |
07:03 | এতিয়া, মই পৰিবৰ্তনসমূহক ষ্টেচ (stash) এটাত ছেভ কৰিম |
07:07 | লিখক: গিত (git) স্পেছ (space) ষ্টেচ (stash) স্পেছ (space) ছেভ (save) স্পেছ (space) দ্বৈত উৰ্ধক’মাৰ ভিতৰত “ষ্টেচদ (Stashed) ষ্ট’ৰি (story).html” |
07:17 | আহক ষ্টেচ লিষ্ট (stash list) খন চাওঁ লিখি গিত (git) স্পেছ (space) ষ্টেচ (stash) স্পেছ (space) লিষ্ট (list) |
07:24 | আমি দেখিছো যে এতিয়া আমাৰ চেপতাৰ-থ্ৰি (chapter-three) ব্ৰানচত তিনিটা ষ্টেচ আছে |
07:30 | নিৰ্দিষ্ট অৱস্থাত, আমি ষ্টেচসমূহত কি পৰিবৰ্তন ছেভ কৰিলো আমাৰ মনত নপৰিব পাৰে |
07:36 | আহক আমি ইয়াক কেনেকৈ কৰা হয় চাওঁ |
07:40 | ধৰক, উদাহৰণস্বৰূপে, মই ষ্টেচ (stash)@{0} ৰ সবিশেষ চাব বিচাৰো |
07:45 | গতিকে, লিখক: গিত (git) স্পেছ (space) দিফ (diff) স্পেছ (space) ষ্টেচ (stash) এত দ ৰেত (at the rate)(@) চিহ্ন মাজু বন্ধনীৰ ভিতৰত জিৰ’ (zero) |
07:54 | আমি ষ্ট’ৰি (story).html ৰ পৰিবৰ্তনক দেখিছো । এইটোৱেই আমি ষ্টেচ (stash)@{0} ত ছেভ কৰিছিলো |
08:01 | পাছত, আমি ষ্টেচদ (stashed) ফাইলচৰ ওপৰত কাম কৰিম |
08:06 | তাৰ বাবে, প্ৰথমে আমি ষ্টেচসমূহ (stashes) প্ৰয়োগ কৰিব লাগিব |
08:10 | ষ্টেচ লিষ্ট (stash list) খন চাবলৈ লিখক গিত (git) স্পেছ (space) ষ্টেচ (stash) স্পেছ (space) লিষ্ট (list) |
08:17 | উদাহৰণস্বৰূপে, আমি এতিয়া ষ্টেচ (stash)@{1} টো প্ৰয়োগ কৰিম |
08:21 | তাক কৰিবলৈ, লিখক গিত (git) স্পেছ (space) ষ্টেচ (stash) স্পেছ (space) এপ্লাই (apply) স্পেছ (space) ষ্টেচ (stash) @ (এত দ ৰেত (at the rate) চিহ্ন) মাজু বন্ধনীৰ ভিতৰত এক |
08:33 | যদি আপুনি ষ্টেচ আইদি (stash id) টো উল্লেখ নকৰে, নতুন ষ্টেচটো অৰ্থাৎ ষ্টেচ (stash)@{0} প্ৰয়োগ হ’ব |
08:40 | আপুনি দেখিছে যে আমাৰ ষ্টেচ (stash) টো সফলভাবে প্ৰয়োগ হ’ল |
08:44 | আহক ষ্টেচ লিষ্ট (stash list) খন চাওঁ লিখি গিত (git) স্পেছ (space) ষ্টেচ (stash) স্পেছ (space) লিষ্ট (list) |
08:51 | আমি ষ্টেচ (stash)@{1} টো এতিয়াওঁ তালিকাখনত দেখিছো, আৰু ই ভবিষ্যতত ভ্ৰমিত কৰিব পাৰে |
08:58 | গতিকে, ষ্টেচ এটা প্ৰয়োগ কৰাৰ পাছত, ইয়াক মেনুৱেলী (manually) দিলেত কৰাতো উন্নত |
09:03 | ষ্টেচ (stash)@{1} টো দিলেত কৰিবলৈ, লিখক: গিত (git) স্পেছ (space) ষ্টেচ (stash) স্পেছ (space) দ্ৰপ (drop) স্পেছ (space) ষ্টেচ (stash)@ (এত দ ৰেত (at the rate) চিহ্ন) মাজু বন্ধনীৰ ভিতৰত এক |
09:16 | ষ্টেচ লিষ্ট (stash list) খন চাবলৈ লিখক গিত (git) স্পেছ (space) ষ্টেচ (stash) স্পেছ (space) লিষ্ট (list) |
09:22 | আমি দেখিছো যে আমাৰ ষ্টেচ (stash)@{1} আতৰোৱা হ’ল । আৰু ষ্টেচ (stash)@{2} টো ষ্টেচ (stash)@{1} হ’ল |
09:30 | এতিয়া, আমি ষ্টেচ (stash) এটা অন্য এটা পদ্ধতিৰে প্ৰয়োগ কৰিবলৈ শিকিম । লিখক: গিত (git) স্পেছ (space) ষ্টেচ (stash) স্পেছ (space) প’প (pop) |
09:39 | আমি দেখিছো যে আমাৰ ষ্টেচ (stash)@{0} টো প্ৰয়োগ হ’ল |
09:43 | গতিকে, যদি আমি ষ্টেচ (stash) প’প (pop) কমান্ডটো ব্যৱ্হাৰ কৰো, অতিকৈ শেহতীয়া ষ্টেচটো অৰ্থাৎ (i.e) ষ্টেচ (stash)@{0} প্ৰয়োগ হ’ব |
09:52 | পুনৰ, আমি ষ্টেচ লিষ্ট (stash list) খন চাম লিখি গিত (git) স্পেছ (space) ষ্টেচ (stash) স্পেছ (space) লিষ্ট (list) |
09:59 | এতিয়া, আমি দেখিছো যে ষ্টেচ (stash)@{0} টো আতৰোৱা হ’ল । আৰু, ষ্টেচ (stash)@{1} টো ষ্টেচ (stash)@{0} হ’ল |
10:07 | গতিকে, ষ্টেচ (stash) প’প (pop) কমান্ডটোৱে ষ্টেচ (stash)@{0} টোক প্ৰয়োগ কৰিব আৰু তাক স্বয়ংক্ৰিয়ভাবে দিলেত কৰিব |
10:15 | পাছত, আমি কেনেকৈ সকলো ষ্টেচক এবাৰতে আতৰোৱা হয় শিকিম |
10:20 | আমাৰ ৰেপ’জিত’ৰিৰ পৰা সকলো ষ্টেচক দিলেত কৰিবলৈ, লিখক: গিত (git) স্পেছ (space) ষ্টেচ (stash) স্পেছ (space) ক্লিয়েৰ (clear) |
10:28 | পুনৰ, আমি ষ্টেচ লিষ্ট (stash list) খন চাম লিখি গিত (git) স্পেছ (space) ষ্টেচ (stash) স্পেছ (space) লিষ্ট (list) |
10:36 | আমি দেখিছো যে এতিয়া আমাৰ ষ্টেচ (stash) তালিকাখন খালী |
10:40 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
10:44 | আহক মূলভাব চাওঁ |
10:46 | এই টিউট’ৰিয়েলটোত, আমি ষ্টেচিঙৰ বিষয়ে শিকিলো |
10:51 | আমি লগতে শিকিলো কেনেকৈ:
ষ্টেচ (stash) এটা বনোৱা হয় ষ্টেচ (stash) এটা প্ৰয়োগ কৰা হয় আৰু ষ্টেচ (stash) এটা চাফা কৰা হয় |
10:58 | এটা অনুশিলনী হিচাবে- আপোনাৰ ৰেপ’জিত’ৰিত (repository) তিনিটা ষ্টেচ বনাওঁক |
11:03 | গিত (git) ষ্টেচ (stash) চৌ (show) কমান্ডটো খোলক |
11:07 | গিত (git) ষ্টেচ (stash) চৌ (show) আৰু গিত (git) ষ্টেচ (stash) চৌ (show) ষ্টেচ (stash)@{1} কমান্ড দুটাৰ মাজত পাৰ্থক্যটোক বুজক |
11:14 | নতুন ষ্টেচ (stash) টোক প্ৰয়োগ কৰক (ব্যৱ্হাৰ কৰক – গিত (git) ষ্টেচ (stash) প’প (pop)) |
11:21 | আৰু ৰেপ’জিত’ৰিটোৰ পৰা সকলো ষ্টেচক দিলেত কৰক (সংকেত – গিত (git) ষ্টেচ (stash) ক্লিয়েৰ (clear)) |
11:28 | অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰক আৰু চাওঁক |
11:36 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক |
11:48 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ অৱদান |
11:55 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ |
12:01 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |