Difference between revisions of "Git/C2/Basic-commands-of-Git/Assamese"
From Script | Spoken-Tutorial
(Created page with " {| Border=1 |<center>Time</center> |<center>Narration</center> |- |00:01 |'''বেচিক (Basic) কমান্ডচ (commands) অফ (of) গিতৰ (Git)''' '''...") |
|||
Line 1: | Line 1: | ||
− | |||
{| Border=1 | {| Border=1 | ||
− | | | + | |'''Time''' |
− | | | + | |'''Narration''' |
|- | |- | ||
Line 11: | Line 10: | ||
|00:05 | |00:05 | ||
|এই টিউট’ৰিয়েলটোত, আমি শিকিম: | |এই টিউট’ৰিয়েলটোত, আমি শিকিম: | ||
− | + | '''গিত (Git) ৰেপ’জিত’ৰি (repository)''' আৰু | |
− | + | '''গিতৰ (Git)''' কিছু প্ৰধান কমান্ডচৰ বিষয়ে | |
|- | |- | ||
|00:13 | |00:13 | ||
|এই টিউট’ৰিয়েলটোৰ বাবে, মই ব্যৱ্হাৰ কৰিছো: | |এই টিউট’ৰিয়েলটোৰ বাবে, মই ব্যৱ্হাৰ কৰিছো: | ||
− | + | '''উবুন্তো (Ubuntu) লিনাক্স (Linux) 14.04''' | |
− | + | '''গিত (Git) 2.3.2''' আৰু | |
− | + | '''gedit টেকস্ত (Text) এদিতৰ (Editor)''' | |
|- | |- | ||
Line 384: | Line 383: | ||
|09:44 | |09:44 | ||
|আপুনি কিছু সবিশেষ দেখিব, যেনে: | |আপুনি কিছু সবিশেষ দেখিব, যেনে: | ||
− | + | '''কমিত মেচেজ (commit message)''' টো | |
− | + | আমি কিমান ফাইলচ পৰিবৰ্তিত কৰিলো | |
− | + | আমি কিমান সন্নিবেশ কৰিলো আৰু | |
− | + | ফাইলটোৰ নামটো | |
|- | |- | ||
Line 440: | Line 439: | ||
|11:00 | |11:00 | ||
|আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো: | |আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো: | ||
− | + | '''গিত (Git) ৰেপ’জিত’ৰি (repository)''' আৰু | |
− | + | '''গিতৰ (Git)''' কিছু প্ৰধান কমান্ডচ যেনে '''গিত (git) ইনিত (init), ষ্টেতাচ (status), কমিত (commit)''' আৰু '''ল’গ (log)''' | |
|- | |- |
Latest revision as of 11:48, 6 March 2017
Time | Narration |
00:01 | বেচিক (Basic) কমান্ডচ (commands) অফ (of) গিতৰ (Git) স্প’কেন টিউট'ৰিয়েল (spoken tutorial) টোলৈ স্বাগতম |
00:05 | এই টিউট’ৰিয়েলটোত, আমি শিকিম:
গিত (Git) ৰেপ’জিত’ৰি (repository) আৰু গিতৰ (Git) কিছু প্ৰধান কমান্ডচৰ বিষয়ে |
00:13 | এই টিউট’ৰিয়েলটোৰ বাবে, মই ব্যৱ্হাৰ কৰিছো:
উবুন্তো (Ubuntu) লিনাক্স (Linux) 14.04 গিত (Git) 2.3.2 আৰু gedit টেকস্ত (Text) এদিতৰ (Editor) |
00:23 | আপুনি আপোনাৰ পচন্দৰ যিকোনো এদিতৰ (editor) ব্যৱ্হাৰ কৰিব পাৰে |
00:27 | এই টিউট’ৰিয়েলটো অনুসৰন কৰিবলৈ, আপোনাৰ টাৰ্মিনেলত (Terminal) লিনাক্স (Linux) কমান্ডচ ৰান কৰাৰ জ্ঞান থাকিব লাগিব |
00:34 | যদি নাই, সঙ্গত লিনাক্স (Linux) টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰ্হ কৰি আমাৰ ওৱেবচাইত চাওঁক |
00:40 | এতিয়া, আমি চাম গিত (Git) ৰেপ’জিত’ৰি (repository) কি হয় |
00:44 | গিত (Git) ৰেপ’জিত’ৰি (repository) হৈছে এটা ফ’ল্দাৰ য’ত আমাৰ প্ৰকল্পৰ সকলো দাতা জমা হ’ব |
00:50 | ই ল’কেল মেচিনটোত বা এটা ৰিম’ত মেচিনত অৱস্থিত হ’ব পাৰে |
00:55 | সাধাৰণ ফ’ল্দাৰ আৰু এটা গিত (Git) ৰেপ’জিত’ৰি (repository) ৰ মাজত পাৰ্থক্যটো হৈছে: |
01:00 | সাধাৰণ ফ’ল্দাৰত মাত্ৰ ফাইলচ আৰু দাইৰেক্তৰীচ থাকে |
01:04 | কিন্তু গিত (Git) ৰেপ’জিত’ৰি (repository) টোত ফাইলচ আৰু দাইৰেক্তৰীচৰ সংহতি থাকে সিহঁতৰ সম্পূৰ্ণ হিষ্ট’ৰীৰ সৈতে |
01:11 | এতিয়া, আহক আমাৰ ল’কেল মেচিনত আমি গিত (Git) ৰেপ’জিত’ৰি (repository) এটা বনাবলৈ শিকো |
01:17 | টাৰ্মিনেলটো (terminal) খুলিবলৈ Ctrl+Alt+T কীজ টিপক |
01:22 | মোৰ মেচিনত , মই দাইৰেক্তৰী (directory) এটা বনাম মোৰ হ’ম (Home) দাইৰেক্তৰীটোত গিত (Git) ৰেপ’জিত’ৰি (repository) টোৰ বাবে |
01:28 | আপুনি দাইৰেক্তৰীটো আপোনাৰ মেচিনত য’তে বিচাৰে তাতে বনাব পাৰে |
01:33 | দিফল্টভাবে, আমি আমাৰ হ’ম (Home) দাইৰেক্তৰীটোত আছো |
01:37 | লিখক: mkdir স্পেছ (space) মাইওৱেবপেজ (mywebpage) আৰু এন্টাৰ (Enter) টিপক |
01:44 | গতিকে, এতিয়া আমি আমাৰ হ’ম (Home) দাইৰেক্তৰীটোত এটা দাইৰেক্তৰী "মাইওৱেবপেজ (mywebpage)" বনালো |
01:49 | এই দাইৰেক্তৰীটোত (directory) যাবলৈ, লিখক: cd স্পেছ (space) মাইওৱেবপেজ (mywebpage) আৰু এন্টাৰ (Enter) টিপক |
02:00 | "মাইওৱেবপেজ (mywebpage)" দাইৰেক্তৰীটো গিত (Git) ৰেপ’জিত’ৰি (repository) হিচাবে বনাবলৈ, লিখক: গিত (git) স্পেছ (space) init আৰু এন্টাৰ (Enter) টিপক |
02:08 | আপুনি বাৰ্তাটো দেখিছে “ইনিচিয়েলাইজদ (Initialized) এম্পতি (empty) গিত (Git) ৰেপ’জিত’ৰি (repository)” |
02:13 | ই সূচায় যে গিত (Git) সফলভাবে ইনিচিয়েলাইজদ (Initialized) হ’ল |
02:17 | আৰু এইটো হৈছে পথটো য’ত গিত (Git) ৰেপ’জিত’ৰি (repository) টো আমাৰ চিষ্টেমত নিৰ্মিত হৈছে |
02:24 | ইনিচিয়েলাইজেচনৰ পাছত, মাইওৱেবপেজ (mywebpage) ফ’ল্দাৰৰ ভিতৰত এটা হিদেন ফ’ল্দাৰ দত (dot) গিত (git) নিৰ্মিত হ’ব |
02:32 | হিদেন ফ’ল্দাৰটো চাবলৈ, লিখক: ls স্পেছ (space) হাইফেন (hyphen) a আৰু এন্টাৰ (Enter) টিপক |
02:39 | ই দত (dot) গিত (git) ফ’ল্দাৰটো দেখুৱায় । এই দত (dot) গিত (git) ফ’ল্দাৰটো দিলেত কৰিলে সম্পূৰ্ণ ৰেপ’জিত’ৰি (repository) টো দিলেত হ’ব |
02:47 | গতিকে, আপুনি এই দত (dot) গিত (git) ফ’ল্দাৰৰ সৈতে অত্যন্ত সাবধান হ’ব লাগিব |
02:51 | এতিয়া, আমি গিত (Git) লৈ আমাৰ পৰিচয় সজাব লাগিব |
02:55 | ইমেইল এদ্ৰেচটো সজাবলৈ, লিখক: গিত (git) স্পেছ (space) কনফিগ (config) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) গ্ল’বেল (global) স্পেছ (space) ইউজাৰ (user) দত (dot) ইমেইল (email) স্পেছ (space) priya[dot]spoken@gmail.com আৰু এন্টাৰ (Enter) টিপক |
03:12 | ইয়াত, মই ব্যৱ্হাৰ কৰিছো priya[dot]spoken[at]gmail[dot]com |
03:18 | আপুনি আপোনাৰ নিজা বৈধ ইমেইল এদ্ৰেচ ব্যৱ্হাৰ কৰিব পাৰে |
03:21 | ইউজাৰনেমটো সজাবলৈ, লিখক: গিত (git) স্পেছ (space) কনফিগ (config) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) গ্ল’বেল (global) স্পেছ (space) ইউজাৰ (user) দত (dot) নেম (name) স্পেছ (space) প্ৰিয়া (Priya) আৰু এন্টাৰ (Enter) টিপক |
03:36 | মই "প্ৰিয়া (Priya)"ক এটা ইউজাৰনেম হিচাবে ব্যৱ্হাৰ কৰিছো । অনুগ্ৰহ কৰি "প্ৰিয়া (Priya)"ৰ সলনি আপোনাৰ নামটো ব্যৱ্হাৰ কৰক |
03:43 | আমি সজোৱা নাম আৰু ইমেইল এদ্ৰেচটো গিত (Git) ত কাম কৰি থকা লোকজনৰ পৰিচয় হয় |
03:51 | পাছত, মই কমিত (commit) বাৰ্তাটো দিবলৈ gedit টেকস্ত (text) এদিতৰ (editor) টো কনফিগাৰ (configure) কৰিম |
03:57 | লিখক: গিত (git) স্পেছ (space) কনফিগ (config) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) গ্ল’বেল (global) স্পেছ (space) ক’ৰ (core) দত (dot) এদিতৰ (editor) স্পেছ (space) gedit আৰু এন্টাৰ (Enter) টিপক |
04:09 | এতিয়া, gedit গিত (Git) লৈ কনফিগাৰদ (configured) হ’ল |
04:14 | ইয়াত, 'গ্ল’বেল (global)' ফ্লেগ (flag) বিকল্পিত হয় |
04:17 | আমি গ্ল’বেল (global) ফ্লেগৰ বিষয়ে অধিক জানিবলৈ আমাৰ শ্লাইদচলৈ ঘূৰি যাম |
04:22 | এটা একক মেচিনত বহুতো ৰেপ’জিত’ৰিচ বনাব পাৰি |
04:26 | যদি আপুনি হাইফেন (hyphen) হাইফেন (hyphen) গ্ল’বেল (global) ফ্লেগ ব্যৱ্হাৰ কৰে, চেতিংগটো মেচিনৰ সকলো ৰেপ’জিত’ৰিচলৈ প্ৰযোজ্য হ’ব |
04:34 | গতিকে, যেতিয়াই আপুনি এটা নতুন গিত (Git) ৰেপ’জিত’ৰি (repository) বনায়, এই চেতিংগটো দিফল্টভাবে প্ৰযোজ্য হ’ব |
04:42 | যদি আপুনি পৰিচয়টো এটা নিৰ্দিষ্ট ৰেপ’জিত’ৰিৰ বাবে বিচাৰে তেন্তে হাইফেন (hyphen) হাইফেন (hyphen) গ্ল’বেল (global) ফ্লেগ ব্যৱ্হাৰ নকৰিব |
04:49 | টাৰ্মিনেল (terminal) টোলৈ যাওঁ |
04:51 | এতিয়া, আহক পৰিচয়টোৰ কনফিগাৰেচন (configuration) সবিশেষ চাওঁ যি আমি আগতে সজাইছিলো |
04:57 | লিখক: গিত (git) স্পেছ (space) কনফিগ (config) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) লিষ্ট (list) আৰু এন্টাৰ (Enter) টিপক |
05:04 | এতিয়া, আপুনি এদিতৰ নেম (editor name), ইমেইল এদ্ৰেচ (email address) আৰু ইউজাৰনেম (username) টো দেখিছে |
05:10 | মই বৰ্ণনা কৰিবলৈ html ফাইলচ ব্যৱ্হাৰ কৰিম |
05:14 | উদাহৰণস্বৰূপে টেকস্ত ফাইলচ বা দক (doc) ফাইলচ |
05:22 | টাৰ্মিনেল (terminal) টোলৈ যাওঁ । মই প্ৰমপ্ত (prompt) টো খালী কৰো |
05:26 | এতিয়া, লিখক: gedit স্পেছ (space) মাইপেজ (mypage).html স্পেছ (space) এম্পাৰচেন্দ (ampersand) |
05:34 | যদি আপুনি অন্যএটা ফাইল ব্যৱ্হাৰ কৰি আছে তেন্তে "মাইপেজ (mypage).html" ৰ পৰিবৰ্তে সেই ফাইলনেমটো দিয়ক |
05:41 | আমি প্ৰমপ্তটো খালী কৰিবলৈ '&' (এম্পাৰচেন্দ) ব্যৱহাৰ কৰো । এতিয়া, এন্টাৰ (Enter) টিপক |
05:47 | মই এই ফাইলটোত কিছু ক’ড ক’পি (copy) আৰু পেষ্ট (paste) কৰিম, মোৰ ৰাইতাৰ (Writer) দ’কোমেন্ত টোৰ পৰা, যাক মই আগতে ছেভ কৰিছিলো |
05:54 | এনেদৰে, আপোনাৰ ফাইলটোত কিছু উপাদান যোগ কৰক |
05:58 | এতিয়া, মই মোৰ ফাইলটো ছেভ (save) কৰিম |
06:00 | গতিকে, মোৰ এটা html ফাইল আছে কিছু ক’ডৰ সৈতে |
06:05 | মন কৰিব: য’তেই মই মাইপেজ (mypage).html ব্যৱ্হাৰ কৰো, আপুনি ইয়াক আপোনাৰ ফাইলনেমটোৰ সৈতে সলনি কৰিব লাগিব |
06:13 | পাছত, আমি গিত (Git) ক "মাইপেজ (mypage).html" ফাইলটো অনুসৰণ কৰিবলৈ ক’ম |
06:18 | টাৰ্মিনেল (terminal) টোলৈ যাওঁক আৰু লিখক: গিত (git) স্পেছ (space) এদ (add) স্পেছ (space) মাইপেজ (mypage).html আৰু এন্টাৰ (Enter) টিপক |
06:27 | এতিয়া, আমি গিত (Git) ৰ বৰ্তমান অৱস্থাটো চাম । গতিকে, লিখক: গিত (git) স্পেছ (space) ষ্টেতাচ (status) আৰু এন্টাৰ (Enter) টিপক |
06:36 | আপুনি দেখিছে “নিউ ফাইল (new file): মাইপেজ (mypage).html" । ই বুজায় যে গিতে (Git) এই "মাইপেজ (mypage).html" ফাইলটোত কৰা পৰিবৰ্তনক অনুসৰণ কৰিবলৈ আৰম্ভ কৰিলে |
06:48 | ইয়াক ট্ৰেকিং (tracking) বোলা হয় |
06:51 | আহক আমাৰ মাইপেজ (mypage).html ফাইলটোলৈ ঘূৰি যাওঁ |
06:55 | আৰু এই ফাইলটোত ক’ডৰ কিছু অধিক শাৰী যোগ কৰো |
06:58 | আগৰ দৰে, মই মোৰ ৰাইতাৰ (Writer) ফাইলৰ পৰা ক’পি-পেষ্ট কৰিম |
07:06 | ছেভ (Save) আৰু ফাইলটো বন্ধ কৰক |
07:10 | তাৰপাছত টাৰ্মিনেল (terminal) টোলৈ যাওঁক । আগৰ দৰে, গিত (Git) ৰ বৰ্তমান অৱস্থাটো চাবলৈ, লিখক: গিত (git) স্পেছ (space) ষ্টেতাচ (status) আৰু এন্টাৰ (Enter) টিপক |
07:21 | ই দেখায়: “চেঞ্জেচ (Changes) নত (not) ষ্টেজদ (staged) ফৰ (for) কমিত (commit):” আৰু “ম’দিফাইদ (modified): মাইপেজ (mypage).html” |
07:28 | ই বুজায় যে আমি কৰা পৰিবৰ্তনসমূহ, ষ্টেজিং এৰিয়া (staging area) টোলৈ যোগ নহ’ল |
07:34 | আহক ষ্টেজিং এৰিয়া (staging area) ৰ বিষয়ে অধিক জানিবলৈ আমাৰ শ্লাইদচলৈ (slide) ঘূৰি যাওঁ |
07:39 | ষ্টেজিং এৰিয়া (staging area) হৈছে এটা ফাইল যি কমিত কৰিব লগীয়া পৰিবৰ্তনসমূহৰ তথ্য জমা কৰে |
07:46 | ফাইলৰ উপাদানসমূহক কমিত কৰাৰ আগতে ষ্টেজিং এৰিয়া (staging area) টোলৈ যোগ কৰিব লাগে |
07:51 | আমি আহিবলগীয়া টিউট’ৰিয়েলচত কমিত (commit) ৰ বিষয়ে অধিক আলোচনা কৰিম |
07:56 | পূৰণা গিত (Git) ভাৰ্চনে ষ্টেজিং এৰিয়া (staging area) ৰ পৰিবৰ্তে ইন্দেক্স (index) শব্দটো ব্যৱ্হাৰ কৰিছিলে |
08:01 | এতিয়া, আহক আমি চাওঁ কেনেকৈ ফাইলটোৰ নতুন পৰিবৰ্তনসমূহক ষ্টেজিং এৰিয়া (staging area) টোলৈ যোগ কৰা হয় |
08:07 | টাৰ্মিনেল (terminal) টোলৈ যাওঁ । মই প্ৰমপ্ত (prompt) টো খালী কৰো |
08:11 | লিখক: গিত (git) স্পেছ (space) এদ (add) স্পেছ (space) মাইপেজ (mypage) দত (dot) html আৰু এন্টাৰ (Enter) টিপক |
08:19 | গিত (Git) ৰ অৱস্থাটো চাবলৈ, লিখক: গিত (git) স্পেছ (space) ষ্টেতাচ (status) আৰু এন্টাৰ (Enter) টিপক |
08:26 | এতিয়া আপুনি বাৰ্তাটো দেখিব: “চেঞ্জেচ (Changes) তু বি (to be) কমিতেদ (committed):” |
08:30 | ই বুজায় যে ফাইলটো ষ্টেজিং এৰিয়া (staging area) টোলৈ যোগ হ’ল আৰু ই কমিত কৰিবলৈ সাজু |
08:37 | এতিয়া, আমি এই সময়ত আমাৰ ক’ডক ফ্ৰিজ (freeze) কৰিম |
08:40 | যেতিয়া আমি আমাৰ কামত এটা বিশেষ অৱস্থাত অৱতীৰ্ণ হওঁ, আমি সিহঁতক ৰেপ’জিত’ৰি (repository) টোত ছেভ (save) কৰিব পাৰো । ইয়াকেই কমিত (commit) বোলা হয় |
08:49 | প্ৰতিটো কমিত (commit) ইউজাৰনেম (username), ইমেইল-আইদি (email-id), দেত (date), টাইম (time) আৰু কমিত মেচেজ (commit message) ৰ তথ্যৰ সৈতে সংৰক্ষিত হয় |
08:57 | এতিয়া, আহক আমি কমিত (commit) কেনেকৈ কৰা হয় চাওঁ । টাৰ্মিনেল (terminal) টোলৈ যাওঁক আৰু লিখক: গিত (git) স্পেছ (space) কমিত (commit) আৰু এন্টাৰ (Enter) টিপক |
09:07 | কমিত মেচেজ (commit message) টো পাবলৈ gedit টেকস্ত (text) এদিতৰ (editor) স্বয়ংক্ৰিয়ভাবে খোল খায় |
09:13 | প্ৰথম শাৰীটোত, মই লিখিম: “ইনিচিয়েল কমিত (Initial commit)” কমিত মেচেজ (commit message) হিচাবে |
09:18 | আপুনি যিকোনো তথ্যদায়ক বাৰ্তা লিখিব পাৰে যি আপুনি বিচাৰে |
09:22 | ইয়াত, আপুনি হেচ (hash) ৰ সৈতে আৰম্ভ হোৱা কিছু শাৰী দেখিছে । আপুনি সিহঁতক তেনেদৰে এৰিব পাৰে বা দিলেত কৰিব পাৰে |
09:30 | অনুগ্ৰহ কৰি কমিত মেচেজ (commit message) টো হেচ (hash) শাৰীটোৰ আগত বা পাছত লিখক |
09:35 | ভৰিষ্যতত, এই কমিত মেচেজ (commit message) ৰ সৈতে, আমি এই অৱস্থালৈকে কি কৰিলো তাক চিনাক্ত কৰিব পাৰিম |
09:41 | মই ছেভ (save) কৰিম আৰু এদিতৰটো বন্ধ কৰিম |
09:44 | আপুনি কিছু সবিশেষ দেখিব, যেনে:
কমিত মেচেজ (commit message) টো আমি কিমান ফাইলচ পৰিবৰ্তিত কৰিলো আমি কিমান সন্নিবেশ কৰিলো আৰু ফাইলটোৰ নামটো |
09:56 | এতিয়া, আহক আমি গিত (git) ল’গ (log) কমান্ড ব্যৱ্হাৰ কৰি কমিত (commit) টোৰ সবিশেষ চাওঁ |
10:00 | লিখক:গিত (git) স্পেছ (space) ল’গ (log) আৰু এন্টাৰ (Enter) টিপক |
10:06 | আমাৰ ৰেপ’জিত’ৰিত মাত্ৰ এটা কমিত (commit) আছে |
10:09 | ই এটা বিশিষ্ট ID দেখুৱায় যাক কোৱা হয় কমিত (commit) হেচ (hash) বা SHA-1 হেচ (hash) |
10:16 | SHA-1 হেচ (hash) ৰ বিষয়ে অধিক জানিবলৈ আমাৰ শ্লাইদসমূহ (slides) লৈ ঘূৰি যাওঁ |
10:20 | SHA-1 হেচ (hash) হৈছে 40 আলফা-নিউমেৰিক (alpha-numeric) কেৰেক্তাৰচৰ এটা বিশিষ্ট ID |
10:25 | গিতে তাৰ দাতাবেচটোত হেচ ভেলু (hash value) টোৰ দ্বাৰা সকলো তথ্য জমা কৰে |
10:31 | গিতৰ কমিত (Git commit) সমূহ SHA-1 হেচ (hash) টোৰ দ্বাৰা চিনাক্ত কৰা হয় |
10:35 | আপুনি SHA-1 হেচ (hash) ৰ গুৰূত্বটো ভবিষ্যতৰ টিউট’ৰিয়েলচত বুজিব |
10:41 | আহক আমাৰ টাৰ্মিনেল (terminal) টোলৈ যাওঁ |
10:43 | ই কমিত (commit) টোৰ সবিশেষ দেখুৱায় যেনে অথ’ৰ নেম (author name), ইমেইল এদ্ৰেচ (email address), দেত (date), টাইম (time) আৰু কমিত মেচেজ (commit message) টো যি আমি আগতে দিছিলো |
10:56 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
11:00 | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো:
গিত (Git) ৰেপ’জিত’ৰি (repository) আৰু গিতৰ (Git) কিছু প্ৰধান কমান্ডচ যেনে গিত (git) ইনিত (init), ষ্টেতাচ (status), কমিত (commit) আৰু ল’গ (log) |
11:14 | এটা অনুশিলনী হিচাবে- আপোনাৰ মেচিনত এটা দাইৰেক্তৰী (directory) নিৰ্মান কৰক আৰু তাক এটা ৰেপ’জিত’ৰি (repository) হিচাবে বনাওঁক |
11:20 | টেকস্ত ফাইল এটা বনাওঁক আৰু তাত কিছু উপাদান যোগ কৰক |
11:25 | ফাইলটো গিত (Git) ৰেপ’জিত’ৰি (repository) টোৰ ষ্টেজিং এৰিয়া (staging area) টোলৈ যোগ কৰক |
11:29 | ফাইলটো আপোনাৰ ৰেপ’জিত’ৰিলৈ (repository) কমিত (commit) কৰক আৰু |
11:32 | গিত (git) ল’গ (log) কমান্ড ব্যৱ্হাৰ কৰি কমিত (commit) সবিশেষটো চাওঁক |
11:35 | তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰক আৰু চাওঁক |
11:43 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে । অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক |
11:55 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ অৱদান |
12:02 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ |
12:08 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |