Difference between revisions of "BASH/C2/Conditional-Loops/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border=1 !Time !Narration |- | 00:01 | মৰমৰ বন্ধুসকল, লোপচ ইন বেচ ('''loops''' in '''BASH''') ৰ স্প’কেন টি...") |
|||
Line 12: | Line 12: | ||
|- | |- | ||
| 00:09 | | 00:09 | ||
− | | | + | | '''for loop''' (ফৰ লোপ) |
|- | |- | ||
| 00:11 | | 00:11 | ||
− | | | + | | '''while loop''' (হোৱাইল লোপ) <br/> কিছু উদাহৰণৰ সৈতে |
|- | |- | ||
Line 24: | Line 24: | ||
|- | |- | ||
| 00:18 | | 00:18 | ||
− | | | + | | '''Ubuntu(উবুন্তো) Linux(লিনাক্স)''' 12.04 '''অপাৰেটিং চিষ্টেম(Operating System)''' |
|- | |- | ||
| 00:22 | | 00:22 | ||
− | | | + | | '''GNU BASH(বেচ)''' তাঙৰণ 4.1.10 |
|- | |- |
Revision as of 20:49, 20 February 2017
Time | Narration |
---|---|
00:01 | মৰমৰ বন্ধুসকল, লোপচ ইন বেচ (loops in BASH) ৰ স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম |
00:07 | এই টিউট'ৰিয়েলটোত, আমি শিকিম |
00:09 | for loop (ফৰ লোপ) |
00:11 | while loop (হোৱাইল লোপ) কিছু উদাহৰণৰ সৈতে |
00:15 | এই টিউট’ৰিয়েলটো বাণীবদ্ধ কৰিবলৈ মই ব্যৱহাৰ কৰিছো, |
00:18 | Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম(Operating System) |
00:22 | GNU BASH(বেচ) তাঙৰণ 4.1.10 |
00:26 | অনুগ্ৰহ কৰি মন কৰিব, GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় এই টিউট’ৰিয়েলটো অভ্যাসৰ বাবে |
00:34 | আহক আমি loops (লোপচ)ৰ এটা পৰিচয়ৰে আৰম্ভ কৰো |
00:37 | এটা ষ্টেতমেন্তৰ সংহতিক ক্ৰমানুসৰি কাৰ্যকৰী কৰিবলৈ Loops (লোপচ) ব্যৱ্হাৰ কৰা হয় |
00:43 | আহক আমি গাঠণিটো চাওঁ |
00:45 | for(ফৰ) সমীকৰণ(expression) 1, 2, 3 |
00:49 | ষ্টেতমেন্ত(statement) 1, 2, 3 |
00:51 | আৰু এইটো হৈছে for loop (ফৰ লোপ)ৰ শেষ |
00:55 | for loop (ফৰ লোপ)ৰ এটা অতিৰিক্ত গাঠণি হৈছে: |
00:58 | for(ফৰ) variable in (ভেৰিয়েবল ইন) sequence (চিকোৱেঞ্চ)/range (ৰেঞ্জ) |
01:03 | ষ্টেতমেন্ত(statement) 1, 2, 3 |
01:06 | আৰু for loop (ফৰ লোপ)ৰ শেষ |
01:09 | আহক আমি প্ৰথম গাঠণিটো ব্যৱ্হাৰ কৰি for loop (ফৰ লোপ)ৰ এটা উদাহৰণ চাওঁ |
01:14 | এই প্ৰোগ্ৰামটোত, আমি প্ৰথম n সংখ্যাৰ যোগফলটো গণনা কৰিম |
01:20 | মন কৰিব যে আমাৰ ফাইলনামটো হৈছে for(ফৰ).sh |
01:25 | এইটো হৈছে আমাৰ চিবেং শাৰী (shebang line) |
01:28 | number(নাম্বাৰ) ভেৰিয়েবলটোৱে উপভোক্তাই দিয়া মানটো জমা কৰিব |
01:34 | ইয়াত মানটো হৈছে এটা ইন্তিজাৰ (integer) |
01:37 | এতিয়া, আমি ভেৰিয়েবল sum (চাম)টোক শূণ্যৰে প্ৰাৰম্ভণ (initialize) কৰিম |
01:42 | ইয়াত আমি for loop (ফৰ লোপ)টো আৰম্ভ কৰিম |
01:45 | প্ৰথমে, আমি 1 লৈ i ক প্ৰাৰম্ভণ (initialize) কৰিম |
01:48 | তাৰপাছত আমি i টো number(নাম্বাৰ)ত্কৈ সৰু বা সমান নেকি পৰীক্ষা কৰিম |
01:54 | এতিয়া ইয়াত, আমি sum (চাম)টোক sum(চাম) plus(প্লাচ) i হিচাবে গণনা কৰিম |
02:00 | আৰু তাৰপাছত আমি ইয়াক ছপা কৰিম |
02:03 | ইয়াৰ পাছত, আমি iৰ মানটো 1ৰে বৰ্ধিত কৰিম |
02:08 | আৰু তেতিয়া আমি এই চৰ্তটো false (ফলচ) হোৱালৈকে চৰ্তটো পৰীক্ষা কৰিম |
02:14 | for loop (ফৰ লোপ)টো বাহিৰ হওঁতে, এই বাৰ্তাটো ছপা হৈছে |
02:19 | আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো আৰু কি হয় নিৰীক্ষণ কৰো |
02:24 | টাৰ্মিনেলত লিখক - chmod +x for(ফৰ).sh |
02:31 | তাৰপাছত লিখক: ./for(ফৰ).sh |
02:36 | মই ইনপুত সংখ্যা হিচাবে 5 এন্টাৰ কৰিম |
02:40 | iৰ প্ৰত্যেক মানৰ বাবে গণনা হোৱা sum(চাম) টো দৰ্শিত হৈছে |
02:46 | তাৰপাছত, আউতপুতটোৰ শেষ শাৰীটো দৰ্শিত হৈছে: |
02:50 | Sum of first n numbers is 15 |
02:54 | এতিয়া আহক আমি প্ৰোগ্ৰামটোৰ প্ৰবাহ চাওঁ |
02:57 | মই উইন্দ’খনৰ মাপ পৰিৱৰ্তন কৰিম |
03:00 | প্ৰথমে আমাৰ iৰ মানটো 1 হিচাবে আছে |
03:04 | তেতিয়া আমি 1 টো 5 তকৈ সৰু বা সমান নেকি পৰীক্ষা কৰিম |
03:10 | যিহেতু চৰ্তটো সত্য হয়, আমি sum(চাম)টো 0 + 1 বুলি গণনা কৰিম |
03:16 | এতিয়া আমাৰ sum (চাম)টো 1 হিচাবে আছে |
03:20 | তেতিয়া আমি sum(চাম) টো ছপা কৰিম যি হৈছে 1 |
03:24 | পাছত, i টো 1ৰে বৰ্দ্ধিত হ’ব আৰু i ৰ নতুন মানটো হৈছে 2 |
03:31 | তেতিয়া আমি 2 টো 5 তকৈ সৰু বা সমান নেকি পৰীক্ষা কৰিম |
03:36 | চৰ্তটো সত্য হয় আৰু এতিয়া sum(চাম)টো 1 + 2 হ’ব যি হৈছে 3 |
03:44 | তেতিয়া i টো 1ৰে বৰ্দ্ধিত হ’ব আৰু i ৰ নতুন মানটো হৈছে 3 |
03:51 | আৰু আমি sumটোক 6 হিচাবে পাম |
03:55 | i ৰ পাছৰ মানটো sum(চাম)ৰ পূৰ্বৰ মানটোলৈ সংলগ্ন হবলৈ স্ক্ৰিপ্তটো চলি থাকিব |
04:02 | i<=5 টো false(ফলচ) হোৱালৈকে এইটো চলি থাকিব |
04:09 | for loop (ফৰ লোপ)টো বাহিৰ হওঁতে, অন্তিম বাৰ্তাটো ছপা হৈছে |
04:14 | আহক আমি দ্বিতীয় গাঠণিটো ব্যৱ্হাৰ কৰি for loop (ফৰ লোপ)ৰ অন্য এটা উদাহৰণ চাওঁ |
04:20 | মই ক’ডটো এই ফাইলত লিখিলো আৰু ইয়াক for-loop(ফৰ লোপ).sh বুলি নাম দিলো |
04:27 | এই সৰল প্ৰোগ্ৰামটোৱে এটা দাইৰেক্তৰীত ফাইলসমূহ তালিকা ভুক্ত কৰিব |
04:32 | এইটো হৈছে চিবেং শাৰী (shebang line) |
04:35 | তাৰপাছত আমাৰ for loop (ফৰ লোপ) আছে |
04:37 | ls কমান্ডে দাইৰেক্তৰীৰ বিষয় বস্তুটো তালিকা ভুক্ত কৰে |
04:41 | -1 (হাইফেন ওৱান)এ প্ৰত্যেক শাৰীত এটাকৈ ফাইল তালিকা ভুক্ত কৰে |
04:46 | ই আপোনাৰ হোম (Home) দাইৰেক্তৰীত অৱস্থিত সকলো ফাইল সমূহক তালিকা ভুক্ত কৰিব |
04:51 | এইটো হৈছে for loop (ফৰ লোপ)ৰ শেষ |
04:53 | আহক টাৰ্মিনেলত স্ক্ৰিপ্তটো কাৰ্যকৰী কৰো লিখি - |
04:58 | chmod +x for-loop(ফৰ-লোপ).sh |
05:04 | ./for-loop(ফৰ-লোপ).sh |
05:09 | ই হোম (Home) দাইৰেক্তৰীত থকা সকলো ফাইল সমূহ দৰ্শিত কৰিব |
05:14 | এতিয়া, আমি while loop(হোৱাইল লোপ)ৰ বিষয়ে শিকিম |
05:18 | আহক প্ৰথমে আমি গাঠণিটো বুজো |
05:21 | while condition(হোৱাইল চৰ্ত)
statement(ষ্টেতমেন্ত) 1, 2, 3 while loop(হোৱাইল লোপ)ৰ শেষ |
05:27 | ই বুজায় যে while loop(হোৱাইল লোপ)টো কাৰ্যকৰী হ’ব যেতিয়া লৈকে চৰ্তটো সত্য হয় |
05:34 | আহক আমি while loop(হোৱাইল লোপ)ৰ এটা উদাহৰণ চাওঁ |
05:37 | ইয়াত মই ইয়াক while(হোৱাইল).sh নাম দিছো |
05:42 | এই প্ৰোগ্ৰামটোত, আমি প্ৰদত্ত পৰিসৰৰ ভিতৰত অযুগ্ম সংখ্যা (even numbers)ৰ যোগফলটো গণনা কৰিম |
05:49 | আহক আমি ক’ডটোৰ দ্বাৰা আগবাঢ়ো |
05:52 | ইয়াত, আমি উপভোক্তাৰ পৰা সংখ্যা এটা গ্ৰহণ কৰিম আৰু ইয়াক ভেৰিয়েবল নাম্বাৰ ( number)ত জমা কৰিম |
05:59 | পাছত, আমি ভেৰিয়েবল i আৰু sum(চাম)ক ডিক্লেয়াৰ কৰিম আৰু সিহঁতক 0 (শূণ্য)ৰে প্ৰাৰম্ভণ কৰিম |
06:06 | এতিয়া এইটো হৈছে হোৱাইল চৰ্ত (while condition) |
06:08 | ইয়াত আমি i টো উপভোক্তাই দিয়া সংখ্যা (number)টোৰ মানতকৈ সৰু বা সমান নেকি পৰীক্ষা কৰিম |
06:17 | তেতিয়া আমি i ৰ মানটো sum(চাম)ৰ মানত সংলগ্ন কৰি sum(চাম)টো গণনা কৰিম |
06:24 | পাছত, আমি iৰ মানটো 2ৰে বৰ্দ্ধিত কৰিম |
06:28 | ই নিশ্বিত কৰিব যে আমি মাত্ৰ অযুগ্ম সংখ্যা সমূহহে সংলগ্ন কৰিম |
06:33 | আৰু iৰ মানটোৱে number(নাম্বাৰ)ৰ মানটোক অতিক্ৰম নকৰালৈকে হোৱাইল লোপটো পুনৰাবৃত্তি হৈ থাকিব |
06:40 | যেতিয়া আমি while loop(হোৱাইল লোপ) টোৰ বাহিৰ হ’ম, আমি প্ৰদত্ত পৰিসৰৰ ভিতৰৰ সকলো অযুগ্ম সংখ্যা(even numbers)ৰ যোগফলটো ছপা কৰো |
06:47 | আহক প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো |
06:50 | টাৰ্মিনেলত ( terminal) লিখক: |
06:52 | chmod +x while(হোৱাইল).sh |
06:56 | ./while(হোৱাইল).sh |
07:00 | মই মোৰ ইনপুত হিচাবে 15 দিম |
07:04 | আউতপুতটোৰ শেষ শাৰীটো হৈছে: |
07:06 | Sum of even numbers within the given range is 56 |
07:11 | মই উইন্দ’খনৰ মাপ পৰিৱৰ্তন কৰিম আৰু আউতপুতটো বৰ্ণনা কৰিম |
07:14 | প্ৰথমে আমি পৰীক্ষা কৰো i যিটো হৈছে 0, সৰু বা সমান হয় নেকি নাম্বাৰৰ (number), যিটো হৈছে 15 |
07:24 | চৰ্তটো সত্য হয়, গতিকে চাম (sum)টো হ’ব 0+0 যিটো হৈছে 0 |
07:31 | এতিয়া iটো 2ৰে বৰ্দ্ধিত হ’ব আৰু i ৰ নতুন মানটো হৈছে 2 |
07:37 | তেতিয়া আমি 2 টো 15 ত্কৈ সৰু বা সমান হয় নেকি পৰীক্ষা কৰিম |
07:43 | চৰ্তটো পুনৰ সত্য হৈছে, গতিকে 0+2 সংলগ্ন কৰো |
07:49 | এতিয়া sum(চাম) ৰ মান 2 আছে |
07:52 | পুনৰ iৰ মানটো 2ৰে বৰ্দ্ধিত হ’ব |
07:56 | গতিকে এতিয়া iৰ মান হ’ব 2+2 যিটো 4 |
08:03 | আৰু চামৰ ( sum ) পাছৰ মানটো হ’ব 4+2 যিটো 6 |
08:09 | একে ধৰণে, iৰ পূৰ্বৰ মানৰ লগত 2 সংলগ্ন কৰিবলৈ স্ক্ৰিপ্তটো চলি থাকিব, যেতিয়া লৈকে ই 15 অতিক্ৰ্ম নকৰে |
08:18 | আৰু আমি চাম (sum)ত সম্পূৰ্ণ মানটো 56 হিচাবে পাম |
08:24 | ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
08:27 | আহক আমি মূলভাৱ চাওঁ |
08:28 | এই টিউটৰিয়েলত আমি শিকিলো for loop(ফৰ লোপ)ৰ দুটা ভিন্ন গাঠণি আৰু আমি লগতে while loop(হোৱাইল লোপ)ৰ বিষয়েও শিকিলো |
08:37 | এটা অনুশিলনী হিচাবে - |
08:38 | প্ৰথম nটা প্ৰাইম (prime) সংখ্যাৰ যোগফলটো উলিয়াওক |
08:43 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব |
08:46 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
08:50 | আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড (download) কৰি চাব পাৰিব |
08:54 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে |
08:56 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
09:00 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
09:04 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
09:11 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher ) প্ৰকল্পৰ অংশ হয় |
09:14 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
09:22 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ |
09:28 | স্ক্ৰিপ্ত (script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েলৰ দলে অৱ্দান(contributed) দিছে |
09:34 | মই মৌচম হাজৰিকা |
09:38 | সংযোগ কৰাৰ বাবে ধন্যবাদ |