Difference between revisions of "BASH/C2/More-on-Arrays/Assamese"
From Script | Spoken-Tutorial
(Created page with " {| border=1 !Time !Narration |- | 00:02 | ম’ৰ অন এৰেজ ইন বেচ('''More on Arrays in BASH''')ৰ স্পকেন টিউটৰিয়ে...") |
|||
Line 1: | Line 1: | ||
− | |||
− | |||
{| border=1 | {| border=1 | ||
!Time | !Time | ||
Line 15: | Line 13: | ||
|- | |- | ||
| 00:10 | | 00:10 | ||
− | | | + | | '''Array'''(এৰে) এটাৰ পৰা উপাদান( element) এটা নিষ্কাৰ্সন(Extract) কৰা |
|- | |- | ||
| 00:13 | | 00:13 | ||
− | | | + | | '''Array'''(এৰে) এটাত উপাদান( element) এটা প্ৰতিস্থাপন(Replace) কৰা |
|- | |- | ||
| 00:16 | | 00:16 | ||
− | | | + | | '''Array'''(এৰে) এটাত উপাদান( element) এটা সংলগ্ন কৰা আৰু |
|- | |- | ||
| 00:19 | | 00:19 | ||
− | | | + | | '''Array'''(এৰে) এটাৰ পৰা উপাদান( element) এটা আতৰ কৰা |
|- | |- | ||
Line 38: | Line 36: | ||
|- | |- | ||
| 00:34 | | 00:34 | ||
− | | এই টিউটৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো | + | | এই টিউটৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো '''Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04''' OS |
|- | |- | ||
| 00:41 | | 00:41 | ||
− | | আৰু | + | | আৰু '''GNU Bash(বেচ)''' তাঙৰণ '''4.1.10''' |
|- | |- | ||
Line 54: | Line 52: | ||
|- | |- | ||
| 00:55 | | 00:55 | ||
− | | | + | | '''Array''' (এৰে) এটাৰ উপাদান( element)সমূহ যিকোনো স্থানৰ পৰা নিষ্কাৰ্সন(Extract) কৰিব পাৰি |
|- | |- | ||
| 01:00 | | 01:00 | ||
− | | | + | | ইয়াত, স্থানটো হৈছে ইন্দেক্স নাম্বাৰ('''index number''') |
|- | |- | ||
| 01:04 | | 01:04 | ||
− | | | + | | মন কৰিব যে ইন্দেক্স নাম্বাৰ('''index number''') সদায় শূণ্য(''' zero''')ৰ পৰা আৰম্ভ হয় |
|- | |- | ||
Line 102: | Line 100: | ||
|- | |- | ||
| 02:06 | | 02:06 | ||
− | | | + | | '''Debian, '''(দেবিয়ান) |
|- | |- | ||
| 02:07 | | 02:07 | ||
− | | | + | | '''Redhat, '''(ৰেদহেট) |
|- | |- | ||
| 02:08 | | 02:08 | ||
− | | | + | | '''Ubuntu(উবুন্তো) আৰু ''' |
|- | |- | ||
| 02:09 | | 02:09 | ||
− | | | + | | '''Fedora'''(ফেদ’ৰা)ৰ সৈতে |
|- | |- | ||
Line 304: | Line 302: | ||
|- | |- | ||
| 06:25 | | 06:25 | ||
− | | | + | | '''Array'''(এৰে) এটাৰ পৰা উপাদান( element) এটা নিষ্কাৰ্সন(Extract) কৰা |
|- | |- | ||
| 06:28 | | 06:28 | ||
− | | | + | | '''Array'''(এৰে) এটাত উপাদান( element) এটা প্ৰতিস্থাপন(Replace) কৰা |
|- | |- | ||
| 06:30 | | 06:30 | ||
− | | | + | | '''Array'''(এৰে) এটাত উপাদান( element) এটা সংলগ্ন কৰা আৰু |
|- | |- | ||
| 06:32 | | 06:32 | ||
− | | | + | | '''Array'''(এৰে) এটাৰ পৰা উপাদান( element) এটা আতৰ কৰা |
|- | |- | ||
Line 328: | Line 326: | ||
|- | |- | ||
| 06:44 | | 06:44 | ||
− | | | + | | ইন্দেক্স দুইৰ(index two) পৰা আৰম্ভ হোৱা উপাদান( element) তিনিটা নিষ্কাৰ্সন(Extract) কৰা |
|- | |- | ||
| 06:48 | | 06:48 | ||
− | | | + | | তৃতীয় উপাদানটো '''Debian'''(দেবিয়ান)ৰে প্ৰতিস্থাপন(Replace) কৰা আৰু দৰ্শিত কৰা |
|- | |- |
Latest revision as of 20:18, 20 February 2017
Time | Narration |
---|---|
00:02 | ম’ৰ অন এৰেজ ইন বেচ(More on Arrays in BASH)ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম |
00:07 | এই টিউটৰিয়েলটোত,আমি শিকিম |
00:10 | Array(এৰে) এটাৰ পৰা উপাদান( element) এটা নিষ্কাৰ্সন(Extract) কৰা |
00:13 | Array(এৰে) এটাত উপাদান( element) এটা প্ৰতিস্থাপন(Replace) কৰা |
00:16 | Array(এৰে) এটাত উপাদান( element) এটা সংলগ্ন কৰা আৰু |
00:19 | Array(এৰে) এটাৰ পৰা উপাদান( element) এটা আতৰ কৰা |
00:22 | এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ, আপুনি লিনাক্স অপাৰেটিং চিষ্টেম(Linux Operating System)ৰ সৈতে জ্ঞাত হ’ব লাগিব |
00:28 | যদি নহয়, সঙ্গত শিকনিৰ( relevant tutorials) বাবে অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট(website) পৰিদৰ্শন কৰক |
00:34 | এই টিউটৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 OS |
00:41 | আৰু GNU Bash(বেচ) তাঙৰণ 4.1.10 |
00:45 | GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে |
00:50 | আহক আমি চাও Array (এৰে) এটাৰ পৰা উপাদান( element) এটা কেনেকৈ নিষ্কাৰ্সন(Extract) কৰা হয় |
00:55 | Array (এৰে) এটাৰ উপাদান( element)সমূহ যিকোনো স্থানৰ পৰা নিষ্কাৰ্সন(Extract) কৰিব পাৰি |
01:00 | ইয়াত, স্থানটো হৈছে ইন্দেক্স নাম্বাৰ(index number) |
01:04 | মন কৰিব যে ইন্দেক্স নাম্বাৰ(index number) সদায় শূণ্য( zero)ৰ পৰা আৰম্ভ হয় |
01:09 | গাঠণিতো তলত দিয়া ধৰণৰঃ |
01:12 | ArrayName(এৰে নেম) বৰ বন্ধনীৰ ভিতৰত At চিহ্ন ক’লন(colon) স্থান(position) ক’লন(colon) উল্লেখিত স্থানৰ পৰা নিষ্কাসিত হ’বলগা উপাদানৰ সংখ্যা |
01:25 | আহক আমি এটা উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰো |
01:29 | টাৰ্মিনেল(terminal) খুলিবলৈ আপোনাৰ কীবৰ্ড(keyboard)ত একেলগে Ctrl Alt আৰু T কী টিপক |
01:37 | লিখক: gedit space(স্পেছ) array2.sh space(স্পেছ) & (এম্পাৰচেন্দ) চিহ্ন । এন্টাৰ(Enter) টিপক |
01:47 | এতিয়া আপোনাৰ array2.sh ফাইল(file)ত ইয়াত দৰ্শিত ধৰণে ক’ডটো লিখক |
01:54 | মই প্ৰোগ্ৰামটো বৰ্ণনা কৰিম |
01:56 | এইটো এটা চিবেং শাৰী ( Shenbang line) |
01:59 | এই declare command(ডিক্লেয়াৰ কমান্ড)টোৱে Linux(লিনাক্স) নামৰ Array (এৰে) এটা ডিক্লেয়াৰ(declare) কৰে উপাদান(element) |
02:06 | Debian, (দেবিয়ান) |
02:07 | Redhat, (ৰেদহেট) |
02:08 | Ubuntu(উবুন্তো) আৰু |
02:09 | Fedora(ফেদ’ৰা)ৰ সৈতে |
02:11 | এই echo কমান্ড(command)টোৱে এৰে(array)টোত থকা সকলোবিলাক উপাদানৰ তালিকাখন ছপা কৰিব |
02:16 | পাছৰ echo কমান্ড(command)টোৱে নিষ্কাসিত উপাদানসমূহ ছপা কৰিব |
02:21 | ${Linux[@]:1:2} কমান্ড(command)টোৱে ইন্দেক্স (index) এক(one)ৰ পৰা আৰম্ভ কৰি দুটা উপাদান ছপা কৰিব যিটো হৈছে Redhat(ৰেদহেট) |
02:34 | এতিয়া টাৰ্মিনেল(Terminal)লৈ যাওঁ |
02:36 | প্ৰথমে ফাইল(file) টো এক্সিকিউটেবল বনাবলৈ লিখকchmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) array2.sh । এন্টাৰ(Enter) টিপক |
02:50 | লিখক: dot slash(দত শ্লাচ) array2.sh এন্টাৰ(Enter) টিপক |
02:56 | আমি আউতপুত(output)টো পাম - Original elements in an array Linux: Debian Redhat Ubuntu and Fedora |
03:06 | The two elements starting from index one(Redhat): Redhat and Ubuntu |
03:12 | আহক আমাৰ শ্লাইড সমূহলৈ ঘূৰি আহো |
03:15 | আমি চাম কেনেকৈ এৰে এটাত উপাদান এটা প্ৰতিস্থাপন কৰা হয়( “Replace an element in an Array”) |
03:19 | এৰে( Array) এটাৰ পূৰ্বস্থিত উপাদান এটা তলৰ গাঠণিটো ব্যৱ্হাৰ কৰি প্ৰতিস্থাপন কৰিব পাৰি |
03:25 | এৰেনেম(ArrayName) বৰ বন্ধনীৰ ভিতৰত n সমান একক উৰ্দ্ধকমাৰ ভিতৰত NewWord(নিউ ওৱৰ্ড) |
03:34 | ইয়াত nটো হৈছে index number(ইন্দেক্স নাম্বাৰ ) বা element number(এলিমেন্ট নাম্বাৰ) |
03:38 | আমাৰ টেকষ্ট এদিটৰ(text editor)লৈ ঘূৰি আহক |
03:41 | Linux[2]='Mandriva'(মেনড্ৰিভা) |
03:45 | এই কমান্ডটোৱে তৃতীয় উপাদান Ubuntu(উবুন্টো)ক Mandriva (মেনড্ৰিভা)ৰে প্ৰতিস্থাপন কৰিব |
03:51 | এই কমান্ডটোৱে প্ৰতিস্থাপনৰ পাছত এৰে লিনাক্স(array Linux)ৰ সকলো উপাদান দৰ্শিত কৰিব |
03:58 | আমাৰ টাৰ্মিনেল(Terminal)লৈ ঘূৰি আহক |
04:01 | আহক আকৌ কাৰ্যকৰী কৰো |
04:04 | ই প্ৰতিস্থাপনৰ পাছত সকলো বিলাক উপাদান দৰ্শিত কৰিবঃ Debian(দেবিয়ান) Redhat(ৰেদহেট) Mandriva(মেনড্ৰিভা) আৰু Fedora(ফেদ’ৰা) |
04:12 | এতিয়া শ্লাইড সমূহলৈ ঘূৰি আহো |
04:14 | কেনেকৈ এটা এৰে( array)ত উপাদান এটা সংযুক্ত কৰা হয় আমি চাম |
04:18 | ArrayName(এৰেনেম) সমান আৰম্ভণি সৰু বন্ধনী দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত ডলাৰ চিহ্ন আৰম্ভণি মাজু বন্ধনী ArrayName(এৰেনেম) আৰম্ভণি বৰবন্ধনী At চিহ্ন সামৰণি বৰবন্ধনী সামৰণি মাজুবন্ধনী
space(স্পেছ) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত New_Word_1 space(স্পেছ) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত New_Word_2 আৰু সামৰণি সৰুবন্ধনী |
04:45 | আহক আমাৰ উদাহৰণটোৰ সহায়ত ইয়াক বুজিবলৈ যত্ন কৰো |
04:50 | ক’ড ফাইল(code file)টোলৈ গতি কৰো |
04:52 | লক্ষনীয়(highlighted) কমান্ডটোৱে এৰে লিনাক্স(array Linux)লৈ এটা নতুন উপাদান (element) Suse(চোছে)ক যুক্ত(append )কৰিব |
04:59 | তেতিয়া আমি Suse(চোছে)ক যুক্ত কৰাৰ পাছত সকলো বিলাক উপাদানক echo কৰিম |
05:05 | টাৰ্মিনেল(Terminal)লৈ যাওঁ |
05:07 | মই প্ৰমপ্ত(prompt)টো খালি কৰিম |
05:09 | আমি প্ৰোগ্ৰামটো পুনৰ কাৰ্যকৰী কৰিম |
05:12 | Suse(চোছে)ক যুক্ত কৰাৰ পাছত আউতপুতটোৱে সকলো উপাদান দৰ্শিত কৰিব : Debian(দেবিয়ান) Redhat(ৰেদহেট) Mandriva(মেনড্ৰিভা) Fedora(ফেদ’ৰা) আৰু Suse(চোছে) |
05:22 | এতিয়া, আমাৰ শ্লাইড সমূহলৈ ঘূৰি আহো |
05:24 | আমি কেনেকৈ এটা এৰে(array)ৰ পৰা উপাদান এটা আঁতৰ কৰিব পাৰি চাম |
05:29 | তলৰ গাঠনি(syntax)টো ব্যৱ্হাৰ কৰি এৰে( array) এটাৰ পৰা উপাদান এটা আঁতৰ কৰিব পাৰি- |
05:35 | Unset(আনচেট) space(স্পেছ) ArrayName(এৰেনেম) আৰম্ভণি বৰবন্ধনী ইন্দেক্স নাম্বাৰ(index number) সামৰণি বৰবন্ধনী |
05:44 | আহক আমি ক’ড ফাইল(code file)টোলৈ গতি কৰো |
05:46 | ইয়াত আমি unset(আনচেট) command(কমান্ড)টো ব্যৱহাৰ কৰিছো |
05:50 | আৰু আমি এৰে লিনাক্স(array Linux)ৰ পৰা তৃতীয় উপাদান Mandriva (মেনড্ৰিভা)ক আঁতৰ কৰিম |
05:56 | তেতিয়া আমি Mandriva (মেনড্ৰিভা)ক আঁতৰ কৰাৰ পাছত সকলো বিলাক উপাদানক আকৌ echo কৰিম |
06:02 | এতিয়া টাৰ্মিনেল(Terminal)লৈ যাওঁক |
06:04 | আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰিম |
06:07 | এইখন হৈছে Mandriva (মেনড্ৰিভা)ক আঁতৰ কৰাৰ পাছত উপাদানৰ তালিকা |
06:12 | Debian(দেবিয়ান) Redhat(ৰেদহেট) Fedora(ফেদ’ৰা) আৰু Suse(চোছে) |
06:16 | ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
06:19 | আমাৰ শ্লাইড সমূহলৈ ঘূৰি আহো |
06:21 | আহক আমি মূলভাৱ চাওঁ |
06:23 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো |
06:25 | Array(এৰে) এটাৰ পৰা উপাদান( element) এটা নিষ্কাৰ্সন(Extract) কৰা |
06:28 | Array(এৰে) এটাত উপাদান( element) এটা প্ৰতিস্থাপন(Replace) কৰা |
06:30 | Array(এৰে) এটাত উপাদান( element) এটা সংলগ্ন কৰা আৰু |
06:32 | Array(এৰে) এটাৰ পৰা উপাদান( element) এটা আতৰ কৰা |
06:36 | এটা অনুশিলনী হিচাবে |
06:37 | # এৰে(array) এটা ডিক্লেয়াৰ(Declare) কৰক 7 দৈৰ্ঘ্যৰ নাম থকা আৰু তলৰ অপাৰেচনসমূহ(operations) প্ৰদৰ্শন কৰিবলৈ |
06:44 | ইন্দেক্স দুইৰ(index two) পৰা আৰম্ভ হোৱা উপাদান( element) তিনিটা নিষ্কাৰ্সন(Extract) কৰা |
06:48 | তৃতীয় উপাদানটো Debian(দেবিয়ান)ৰে প্ৰতিস্থাপন(Replace) কৰা আৰু দৰ্শিত কৰা |
06:55 | এৰে( Array)টোৰ শেষত যিকোনো নতুন নাম যুক্ত কৰা |
06:58 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব |
07:01 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
07:04 | আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব |
07:09 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে |
07:12 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
07:15 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
07:19 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
07:27 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher) প্ৰকল্পৰ অংশ হয় |
07:31 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
07:38 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ |
07:44 | স্ক্ৰিপ্ত(script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েল দলে অৱ্দান(contributed) দিছে |
07:50 | মই মৌচম হাজৰিকা |
07:55 | সংযোগ কৰাৰ বাবে ধন্যবাদ |