Difference between revisions of "BASH/C2/Introduction-to-BASH-Shell-Scripting/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 37: Line 37:
 
|-
 
|-
 
| 00:35
 
| 00:35
|* '''Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04''' OS আৰু  
+
| '''Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04''' OS আৰু  
  
 
|-
 
|-
Line 57: Line 57:
 
|-
 
|-
 
| 00:56
 
| 00:56
|* '''Bash Shell'''(বেচ চেল) হৈছে এটা '''Command language interpreter'''(কমান্ড লেংগুৱেজ ইন্টাৰপ্ৰিটাৰ), যি কমান্ডসমূহ কাৰ্যকৰী কৰে
+
|'''Bash Shell'''(বেচ চেল) হৈছে এটা '''Command language interpreter'''(কমান্ড লেংগুৱেজ ইন্টাৰপ্ৰিটাৰ), যি কমান্ডসমূহ কাৰ্যকৰী কৰে
  
 
|-
 
|-
 
| 01:02
 
| 01:02
|*এই কমান্ডসমূহ ষ্টেনদাৰ্দ ইনপুট দিভাইচ(standard input device)ৰ পৰা পঢ়া হয়
+
|এই কমান্ডসমূহ ষ্টেনদাৰ্দ ইনপুট দিভাইচ(standard input device)ৰ পৰা পঢ়া হয়
  
 
|-
 
|-
 
| 01:07
 
| 01:07
|*ইনপুট দিভাইচ(input device)টো হ’ব পাৰে
+
|ইনপুট দিভাইচ(input device)টো হ’ব পাৰে
  
 
|-
 
|-
 
|01:09
 
|01:09
|*আপোনাৰ '''keyboard'' (কীবৰ্ড)
+
|আপোনাৰ '''keyboard'' (কীবৰ্ড)
  
 
|-
 
|-
 
|01:11
 
|01:11
|* বা এটা সাধাৰণ ''' text file'''(টেকষ্ট ফাইল)
+
| বা এটা সাধাৰণ ''' text file'''(টেকষ্ট ফাইল)
  
 
|-
 
|-
Line 113: Line 113:
 
|-
 
|-
 
|02:00
 
|02:00
|*এইটো Stephen Bourne (ষ্টিফেন ব’ৰন)এ লিখা প্ৰকৃত UNIX shell(চেল)
+
|এইটো Stephen Bourne (ষ্টিফেন ব’ৰন)এ লিখা প্ৰকৃত UNIX shell(চেল)
  
 
|-
 
|-
 
|02:06
 
|02:06
|* আজিকালি সৰহসংখ্যক আধুনিক চেলে(shell) প্ৰদান কৰা ইন্টাৰেক্তিভিতি(interactivity)ৰ ইয়াত অভাৱ আছিল
+
| আজিকালি সৰহসংখ্যক আধুনিক চেলে(shell) প্ৰদান কৰা ইন্টাৰেক্তিভিতি(interactivity)ৰ ইয়াত অভাৱ আছিল
  
 
|-
 
|-
Line 145: Line 145:
 
|-  
 
|-  
 
| 02:30
 
| 02:30
|* '''Bash Shell'''(বেচ চেল)টো '''GNU প্ৰকল্প(Project)'''ই বিকশিত কৰিছিল   
+
| '''Bash Shell'''(বেচ চেল)টো '''GNU প্ৰকল্প(Project)'''ই বিকশিত কৰিছিল   
  
 
|-
 
|-
 
| 02:32
 
| 02:32
|* ই '''B Shell(চেল)''' ভাষাৰ ওপৰত ভিত্তি কৰি
+
| ই '''B Shell(চেল)''' ভাষাৰ ওপৰত ভিত্তি কৰি
  
 
|-
 
|-
 
|02:35
 
|02:35
|* ইয়াৰ ''' C''' আৰু '''K Shells(চেল)'''ৰ দৰে বৈশিষ্ট আছে
+
| ইয়াৰ ''' C''' আৰু '''K Shells(চেল)'''ৰ দৰে বৈশিষ্ট আছে
  
 
|-
 
|-
Line 161: Line 161:
 
|-  
 
|-  
 
| 02:41
 
| 02:41
|* ই default '''Shell '''(দিফ’ল্ট চেল) হয় '''FreeBSD ''' আৰু ইয়াৰ উত্তৰপুৰূষসমূহৰ
+
| ই default '''Shell '''(দিফ’ল্ট চেল) হয় '''FreeBSD ''' আৰু ইয়াৰ উত্তৰপুৰূষসমূহৰ
  
 
|-
 
|-
Line 169: Line 169:
 
|-
 
|-
 
|02:49
 
|02:49
|* এইটো এটা ইন্টাৰেক্তিভ (interactive)ব্যৱ্হাৰৰ বাবে পৰিকল্পিত(designed) '''Shell''' (চেল) হয়
+
| এইটো এটা ইন্টাৰেক্তিভ (interactive)ব্যৱ্হাৰৰ বাবে পৰিকল্পিত(designed) '''Shell''' (চেল) হয়
  
 
|-  
 
|-  
 
| 02:52
 
| 02:52
|* ইয়াত '''ksh,bash(বেচ) আৰু tcsh'''ৰ বহুতো উপকাৰী বৈশিষ্ট আছে
+
| ইয়াত '''ksh,bash(বেচ) আৰু tcsh'''ৰ বহুতো উপকাৰী বৈশিষ্ট আছে
  
 
|-  
 
|-  
Line 185: Line 185:
 
|-  
 
|-  
 
| 03:08
 
| 03:08
|* ই '''Shell''' (চেল)টোক এই ''' text file'''(টেকষ্ট ফাইল)টো কাৰ্যকৰী কৰিবলৈ কয়, ক’মান্ডসমূহ লিখাৰ পৰিৱৰ্তে
+
| ই '''Shell''' (চেল)টোক এই ''' text file'''(টেকষ্ট ফাইল)টো কাৰ্যকৰী কৰিবলৈ কয়, ক’মান্ডসমূহ লিখাৰ পৰিৱৰ্তে
  
 
|-
 
|-
Line 385: Line 385:
 
|-
 
|-
 
|06:48
 
|06:48
|* বিভিন্ন প্ৰকাৰৰ '''Shells'''(চেলচ)
+
| বিভিন্ন প্ৰকাৰৰ '''Shells'''(চেলচ)
  
 
|-
 
|-
 
|06:50
 
|06:50
|* '''Bash Shell '''(বেচ চেল)
+
|  '''Bash Shell '''(বেচ চেল)
  
 
|-
 
|-
 
|06:51
 
|06:51
|*'''Bash Shell script'''(বেচ চেল স্ক্ৰিপ্ত)
+
|'''Bash Shell script'''(বেচ চেল স্ক্ৰিপ্ত)
  
 
|-
 
|-
Line 401: Line 401:
 
|-
 
|-
 
| 06:57
 
| 06:57
| এটা অনুশিলনী হিচাবে এটা সাধাৰন '''script'''(স্ক্ৰিপ্ত) লিখক দৰ্শিত কৰিবলৈ * “'''Welcome to Bash learning'''”
+
| এটা অনুশিলনী হিচাবে এটা সাধাৰন '''script'''(স্ক্ৰিপ্ত) লিখক দৰ্শিত কৰিবলৈ “'''Welcome to Bash learning'''”
  
 
|-
 
|-
 
|07:03
 
|07:03
|* আৰু''' “***************” ''' (asterisks)(এষ্টেৰিস্কচ) বেলেগ শাৰীত
+
| আৰু''' “” ''' (asterisks)(এষ্টেৰিস্কচ) বেলেগ শাৰীত
  
 
|-
 
|-

Revision as of 19:43, 20 February 2017

Time Narration
00:01 মৰমৰ বন্ধুসকল,BASH shell scripting(বেছ চেল স্ক্ৰিপ্তিং)ৰ পৰিচয়ৰ স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম
00:08 এই টিউটৰিয়েলটোত,আমি শিকিম
00:10 বিভিন্ন প্ৰকাৰৰ Shells(চেলচ)ৰ বিষয়ে
00:13 Bash Shell script(বেছ চেল স্ক্ৰিপ্ত)এটা লিখা আৰু
00:16 ইয়াক কাৰ্যকৰী কৰা
00:18 এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ,আপুনি লিনাক্স অপাৰেটিং চিষ্টেম(Linux Operating System)ৰ সৈতে জ্ঞাত হ’ব লাগিব
00:25 যদি নহয়,তেন্তে সংগত Linux(লিনাক্স)টিউট’ৰিয়েলৰ বাবে, অনুগ্ৰহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেব্চাইট(website) পৰিদৰ্শন কৰক
00:32 এই টিউটৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো
00:35 Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 OS আৰু
00:39 GNU Bash(বেচ) তাঙৰণ 4.1.10
00:43 অনুগ্ৰহ কৰি লক্ষ্য কৰক GNU bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে
00:50 আহক আমি এটা পৰিচয়ৰে আৰম্ভ কৰো
00:53 আমি চাম এটা Bash Shell (বেচ চেল)কি হয়
00:56 Bash Shell(বেচ চেল) হৈছে এটা Command language interpreter(কমান্ড লেংগুৱেজ ইন্টাৰপ্ৰিটাৰ), যি কমান্ডসমূহ কাৰ্যকৰী কৰে
01:02 এই কমান্ডসমূহ ষ্টেনদাৰ্দ ইনপুট দিভাইচ(standard input device)ৰ পৰা পঢ়া হয়
01:07 ইনপুট দিভাইচ(input device)টো হ’ব পাৰে
01:09 আপোনাৰ 'keyboard (কীবৰ্ড)
01:11 বা এটা সাধাৰণ text file(টেকষ্ট ফাইল)
01:14 আহক মই আপোনাক দেখুৱাওঁ এটা Bash Shell (বেচ চেল)কি হয়
01:16 আপোনাৰ কীবৰ্ডত Ctrl+Alt+T কীছ( keys)একেলগে টিপি তাৰমিনেল উইন্দ’(terminal window) খোলক
01:24 ই জিন’ম তাৰমিনেল(Gnome terminal)টো খুলিব
01:27 কি ধৰণৰ shell(চেল) আমি ব্যৱ্হাৰ কৰি আছো তাক পৰীক্ষা কৰিবলৈ লিখক echo স্পেছ(space) ড’লাৰ চিহ্ন(dollar sign) SHELL(চেল) (বৰফলাত)
01:38 Enter(এন্টাৰ)টিপক
01:40 আপুনি আউতপুটটো পাছৰ শাৰীটোত ছপা হোৱা দেখিব যে slash(শ্লাছ) bin(বিন) slash(শ্লাছ) bash(বেচ)
01:47 ই সূচায় যে আমি Bash Shell (বেচ চেল)টো ব্যৱহাৰ কৰি আছো
01:51 এতিয়া আহক আমি বিভিন্ন ধৰণৰ উপলদ্ধ Shells (চেলচ)ৰ বিষয়ে জানো
01:56 আহক আমি আমাৰ শ্লাইডসমূহলৈ ঘূৰি যাওঁ Bourne Shell (ব’ৰন চেল)
02:00 এইটো Stephen Bourne (ষ্টিফেন ব’ৰন)এ লিখা প্ৰকৃত UNIX shell(চেল)
02:06 আজিকালি সৰহসংখ্যক আধুনিক চেলে(shell) প্ৰদান কৰা ইন্টাৰেক্তিভিতি(interactivity)ৰ ইয়াত অভাৱ আছিল
02:11 C Shell(চেল)
02:12 Bourne Shell (ব’ৰন চেল)ত অভাৱ হোৱা বৈশিষ্টসমূহ প্ৰদান কৰে
02:16 K Shell(চেল)
02:17 এইটো David Korn (ডেভিড ক’ৰ্ন )এ নিৰ্মাণ কৰিছিল
02:20 ইয়াত B Shell(চেল) আৰু C Shell(চেল) দুয়োটাৰে বৈশিষ্ট থকাৰ লগতে, কিছু অত্যাধিক বৈশিষ্টও আছে
02:27 Bash Shell(বেচ চেল)
02:30 Bash Shell(বেচ চেল)টো GNU প্ৰকল্প(Project)ই বিকশিত কৰিছিল
02:32 B Shell(চেল) ভাষাৰ ওপৰত ভিত্তি কৰি
02:35 ইয়াৰ C আৰু K Shells(চেল)ৰ দৰে বৈশিষ্ট আছে
02:40 TC Shell(চেল)
02:41 ই default Shell (দিফ’ল্ট চেল) হয় FreeBSD আৰু ইয়াৰ উত্তৰপুৰূষসমূহৰ
02:46 Z shell(চেল)
02:49 এইটো এটা ইন্টাৰেক্তিভ (interactive)ব্যৱ্হাৰৰ বাবে পৰিকল্পিত(designed) Shell (চেল) হয়
02:52 ইয়াত ksh,bash(বেচ) আৰু tcshৰ বহুতো উপকাৰী বৈশিষ্ট আছে
02:58 এতিয়া আহক আমি চাওঁ এটা Bash Shell script(বেচ চেল স্ক্ৰিপ্ত)কি হয়
03:02 Bash Shell script(বেচ চেল স্ক্ৰিপ্ত)টোৱে সাধাৰণ text file(টেকষ্ট ফাইল)ত Bash(বেচ)ক’মান্ড ৰ সংহতি এটা ধাৰণ কৰি থাকে
03:08 Shell (চেল)টোক এই text file(টেকষ্ট ফাইল)টো কাৰ্যকৰী কৰিবলৈ কয়, ক’মান্ডসমূহ লিখাৰ পৰিৱৰ্তে
03:15 আহক আমি চাওঁ এটা সাধাৰণ Bash script(বেচ স্ক্ৰিপ্ট) কেনেকৈ লিখা হয়
03:20 আমি echo ক’মান্ড(command)টো পৰিক্ষা কৰিম, যি তাৰমিনেলত(terminal) Hello World ছপা কৰিব
03:25 তাৰমিনেল(terminal) লৈ ঘুৰি যাওক
03:29 এতিয়া লিখক echo স্পেছ(space) দ্বৈত উৰ্দ্ধ ক’মাৰ ভিতৰত Hello world
03:35 আৰু এন্টাৰ(Enter) টিপক
03:37 ই তাৰমিনেলত(terminal) Hello World ছপা কৰিব
03:40 ক’মান্ডটোৱে আশাকৰা ধৰণে কাম কৰিলে
03:43 এতিয়া,যদি আমি এই কমান্ডটো এটা ফাইলত ব্যৱহাৰ কৰিব বিচাৰো ?
03:47 মাত্ৰ এই কমান্ডটো এটা ফাইলত থওঁক আৰু সেই ফাইলটো কাৰ্যকৰী কৰক
03:52 মই এই উদ্দেশ্যে gedit টেকষ্ট এদিটৰ(text-editor) ব্যৱহাৰ কৰিম
03:57 আপুনি মুক্ত হয় আপোনাৰ পচন্দৰ টেকষ্ট এদিটৰ(text-editor) ব্যৱহাৰ কৰিবলৈ
04:00 মই মোৰ ফাইলটো Desktop(দেক্সট’প)ত নিৰ্মাণ কৰিব বিচাৰিছো
04:03 গতিকে, লিখক cdস্পেছ(space) Desktop(দেক্সট’প)
04:07 এন্টাৰ(Enter) টিপক
04:09 এতিয়া লিখক gedit স্পেছ(space) hello(হেল্ল’) underscore(আন্দাৰস্ক’ৰ) world dot sh স্পেছ(space) &'(ampersand sign)(এম্পাৰচেন্ত চিহ্ন)
04:20 Gedit হৈছে টেকষ্ট এদিটৰ । Hello(হেল্ল’) underscore(আন্দাৰস্ক’ৰ) world dot sh হৈছে ফাইল নাম আৰু
04:27 আমি প্ৰমপ্ত(prompt) খালী কৰিবলৈ & (ampersand)(এম্পাৰচেন্ত) ব্যৱহাৰ কৰিছো
04:32 এতিয়া এন্টাৰ(Enter) টিপক
04:33 আমি gedit ব্যৱহাৰ কৰি hello_world.shনামৰ এটা নতুন ফাইল খুলিছো
04:40 এতিয়া, লিখক hash(হেচ) exclamation mark(এক্সক্লেমেচন মাৰ্ক) front(ফ্ৰন্ত) slash(শ্লাছ) bin(বিন) front(ফ্ৰন্ত) slash(শ্লাছ) bash(বেচ)
04:47 এইটো প্ৰত্যেক বেচ স্ক্ৰিপ্ট(bash script)ৰ প্ৰথম শাৰী হয়
04:51 এইটো shebang(চিবেংগ) বা bang(বেংগ) শাৰী বুলি কোৱা হয়
04:55 এন্টাৰ(Enter) টিপক
04:57 এতিয়া, আহক ফাইলটোত এটা ক’মেন্ত যোগ কৰো লিখি
05:00 hash(হেচ) স্পেছ(space) my first Bash(বেচ) script(স্ক্ৰিপ্ট)
05:06 মনত ৰাখিব যে hash(হেচ)ৰ পাছৰ যিকোনো শাৰীক, এটা comment(ক’মেন্ত) হিচাবে গণ্য কৰা হয়
05:11 আৰু comment(ক’মেন্ত)সমূহক Bash(বেচ)ইন্টাৰপ্ৰিটাৰৰ(interpreter) দ্বাৰা অৱজ্ঞা(ignored) কৰা হয়
05:15 এতিয়া আমি ক’মান্ডটো যোগ কৰিব পাৰিম যিটো আমি কিছু আগতে ব্যৱহাৰ কৰিছিলো
05:19 এন্টাৰ(Enter) টিপক
05:20 আৰু লিখক echo স্পেছ(space) দ্বৈত উৰ্দ্ধ ক’মাৰ ভিতৰত Hello world
05:27 এন্টাৰ(Enter) টিপক
05:28 লিখক echo স্পেছ(space) ড’লাৰ চিহ্ন(dollar sign) SHELL(চেল) (বৰফলাত)
05:34 এন্টাৰ(Enter) টিপক
05:35 লিখক echo স্পেছ(space) backtick(বেকটিক) date(দেত) backtick(বেকটিক)
05:41 backtick(বেকটিক) চিহ্ন(symbol) tilde কেৰেক্তাৰ(character)থকা কীটোত উপলদ্ধ
05:47 এতিয়া, ফাইলটো সংৰক্ষণ কৰিবলৈ Save(ছেভ)ত টিপক
05:50 আহক আমি কাৰ্যকৰী কৰো আমাৰ তাৰমিনেললৈ(terminal) ঘূৰি আহক
05:55 প্ৰথমে আমি কাৰ্যকৰী হ’বলগীয়া ফাইলটো বনাব লাগিব
05:58 ইয়াৰ বাবে লিখক chmod স্পেছ(space) plus x স্পেছ(space) hello (হেল্ল’) underscore(আন্দাৰস্ক’ৰ) world dot sh
06:09 আৰু এন্টাৰ(Enter) টিপক
06:12 এতিয়া লিখক
06:14 dot slash(শ্লাছ) hello (হেল্ল’) underscore(আন্দাৰস্ক’ৰ) world dot sh
06:19 এন্টাৰ(Enter) টিপক
06:22 আপুনি দেখিছে তাৰমিনেলত (terminal)Hello World দৰ্শিত হৈছে
06:27 shell (চেল)ৰ প্ৰকাৰটো পাছৰ শাৰীটোত দৰ্শিত হৈছে । যি হৈছে slash(শ্লাছ) bin(বিন) slash(শ্লাছ) bash(বেচ)
06:32 আৰু দিন(Day), মাহ(Month), সময়(Time), সময় অঞ্চল(Time zone) আৰু চন(Year) সমূহ দৰ্শিত হৈছে
06:38 আউতপুটটো চিষ্টেমটোৰ(system) ওপৰত ভিত্তি কৰি বেলেগ হ’ব পাৰে
06:43 আহক আমি আমাৰ শ্লাইডলৈ ঘুৰি যাওঁ আৰু মূলভাৱ চাওঁ
06:46 এই টিউট’ৰিয়েলটোত আমি শিকিলো,
06:48 বিভিন্ন প্ৰকাৰৰ Shells(চেলচ)
06:50 Bash Shell (বেচ চেল)
06:51 Bash Shell script(বেচ চেল স্ক্ৰিপ্ত)
06:52 এটা সাধাৰন Shell script(চেল স্ক্ৰিপ্ত)লিখা আৰু স্ক্ৰিপ্তটো কাৰ্যকৰী কৰা
06:57 এটা অনুশিলনী হিচাবে এটা সাধাৰন script(স্ক্ৰিপ্ত) লিখক দৰ্শিত কৰিবলৈ “Welcome to Bash learning
07:03 আৰু “” (asterisks)(এষ্টেৰিস্কচ) বেলেগ শাৰীত
07:06 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
07:10 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
07:13 আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব
07:17 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে
07:20 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
07:22 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
07:26 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
07:34 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher ) প্ৰকল্পৰ অংশ হয়
07:39 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
07:45 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ http://spoken-tutorial.org\NMEICT-Intro
07:51 স্ক্ৰিপ্ত(script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েল দল IIT Bombayয়ে অৱ্দান(contributed) দিছে
07:56 মই মৌচম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Mousumi, PoojaMoolya