Difference between revisions of "PHP-and-MySQL/C4/User-Registration-Part-5/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- |00:00 |ইউজাৰ ৰেজিষ্ট্ৰেচন টিউট’ৰিয়েলৰ পঞ্চম অংশলৈ...") |
|||
Line 149: | Line 149: | ||
|- | |- | ||
|05:30 | |05:30 | ||
− | |ভবিষ্যতত আপদেতচৰ বাবে চাবস্ক্ৰাইব কৰক । দৰ্শনৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো | + | |ভবিষ্যতত আপদেতচৰ বাবে চাবস্ক্ৰাইব কৰক । দৰ্শনৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো |
Latest revision as of 19:23, 7 December 2015
Time | Narration |
00:00 | ইউজাৰ ৰেজিষ্ট্ৰেচন টিউট’ৰিয়েলৰ পঞ্চম অংশলৈ স্বাগতম |
00:04 | আমি কিছু বিতচ আৰু টুকুৰাক একেলগে আমাৰ ৰেজিষ্ট্ৰেচন ল’গিন প্ৰক্ৰিয়াত পৰিপাটি লগাম |
00:11 | তাৰপাছত আমি এটা সম্পূৰ্ণ পৰীক্ষা কৰিম ই আচলতে কাম কৰেনে চাবলৈ |
00:14 | শেষৰ অংশটোত, আপুনি দেখিছিলে যে মই মোক এই দাতাবেচত পঞ্জীয়ণ কৰিছিলো |
00:19 | সকলোৱে ঠিকে কাম কৰিলে আৰু মই ইয়াত ল’গিন পৰ্দাত আছো |
00:24 | আহক চাওঁ মই ল’গিন কৰিব পাৰোনে । ধৰক ইউজাৰনেম হৈছে এলেক্স ("alex") আৰু মোৰ পাচৱৰ্দ হৈছে মই ব্যৱহৃত কৰা পাচৱৰ্দটো |
00:34 | মই দেখিছো যে যেতিয়া মই ল’গিনত টিপো, পুনৰ, ইনকাৰেক্ট পাচৱৰ্দ ("Incorrect password") |
00:40 | ই নুবুজায় যে মোৰ ইউজাৰনেমটো পোৱা নগ’ল |
00:44 | আহক মই ইয়াক ইউজাৰনেমত লিখো আৰু মোৰ পাচৱৰ্দ লিখো |
00:49 | ই মোক ক’ব যে উপভোক্তা উপলদ্ধ নহয় |
00:52 | কিন্তু ইয়াত, ই কৈছে যে মোৰ ইউজাৰনেম উপলদ্ধ কিন্তু মোৰ পাচৱৰ্দটো ভুল |
00:58 | এতিয়া, মোৰ পাচৱৰ্দটো ভুল হোৱাৰ কাৰণটো হৈছে ইয়াত মোৰ চিধা টেকস্তৰ পাচৱৰ্দক দাতাবেচৰ ভিতৰৰ "md5-এনক্ৰিপ্তেদ (encrypted)" পাচৱৰ্দটোলৈ তুলনা কৰা হৈছে |
01:11 | আমি ইয়াক কৰাৰ পদ্ধতিটো হৈছে, আমি ল’গিন পৃষ্ঠালৈ ঘূৰি যাওঁ, যাক আমি আগৰ টিউট’ৰিয়েলত সামৰিছিলো - ইউজাৰ ল’গিন টিউট’ৰিয়েলটোত |
01:22 | অংশটোত য’ত আমি পাচৱৰ্দচ সদৃশ হয় নেকি চাবলৈ তুলনা কৰো |
01:29 | সি আমাৰ ইউজাৰনেম তাত চাব আৰু ই আমাৰ পাচৱৰ্দ চাইছে |
01:35 | আমি আমাৰ পাচৱৰ্দ পৰীক্ষা কৰিব লাগিব । এই মূহুৰ্ত্তত, ধৰক মই মোৰ পাচৱৰ্দ "শ্লাইচাৰ (slicer) u k 1" হিচাবে লিখিলো |
01:46 | গতিকে, এইটো হৈছে মই ইয়াত লিখা পাচৱৰ্দটো । ই কিছু পৃথক |
01:53 | "শ্লাইচাৰ (slicer) u k 1" । ঠিক আছে আৰু ই ইয়াক পৰীক্ষা কৰিছে আৰু ইয়াত এই পাচৱৰ্দ সমান শ্লাইচাৰ (slicer) u k1 |
02:02 | কিন্তু এই পাচৱৰ্দ ("password") সমান ("dbpassword") । সেইবাবে আমি তুলনাটো পোৱা নাইকীয়া |
02:10 | আমি ইয়াক নিৰ্বাচিত কৰো যেতিয়া আমাৰ পাচৱৰ্দ এনক্ৰিপ্ত কৰো |
02:15 | গতিকে এতিয়া ই প্ৰকৃততে ইয়াৰ সমান হ’ব, গতিকে এইটো এনক্ৰিপ্তেদ "শ্লাইচাৰ (slicer) u k 1", যি সমান হয় এই "শ্লাইচাৰ (slicer) u k 1"ৰ |
02:26 | গতিকে আমি এটা md5 এনক্ৰিপ্তেদ পাচৱৰ্দক আমাৰ দাতাবেচত এটা md5 এনক্ৰিপ্তেদ পাচৱৰ্দলৈ তুলনা কৰিছো |
02:35 | মই এই ফৰ্মক পুনৰ ভৰ্ত্তি কৰো আকৌ এৰ’ৰ! |
02:39 | মই পুনৰ চেষ্টা কৰো । ল’গিনত টিপক । নহয়, ই কাম নাইকৰা |
02:45 | আহক ইয়াক চাওঁ । পাচৱৰ্দ ("password") সমান প’ষ্ট পাচৱৰ্দ ("POST password") গতিকে md5 হৈছে পাচৱৰ্দটো |
02:56 | মই ঘূৰি যাওঁ আৰু ইয়াক ৰিফ্ৰেছ কৰো |
03:00 | মই পাচৱৰ্দ লিখো । ঠিক আছে, মই জানো ইয়াত সমস্যাটো কি |
03:06 | ইয়াত সমস্যাটো হৈছে আমাৰ md5 পাচৱৰ্দটো সম্পূৰ্ণ শুদ্ধ কিন্তু ইয়াক এটা পাচৱৰ্দলৈ তুলনা কৰা হৈছে যাক আমাৰ দাতাবেচত চমুকৈ কাত কৰা হৈছে |
03:19 | তাৰ কাৰণটো হৈছে যদি আমি আমাৰ গাঠণিলৈ যাওঁ আৰু আমাৰ পাচৱৰ্দ ফিল্দৰ বাবে তলত ইয়ালৈ যাওঁ আৰু ইয়াক এদিত কৰো, আমি বৰ্ত্তমান 25ৰ লেনথ এটা ইয়াৰ সীমা হিচাবে পালো |
03:35 | গতিকে আমি ইয়াৰ সীমাটো বঢ়াম, ধৰক, 100লৈ |
03:40 | মই সঠিককৈ নিশ্বিত নহয় যে md5 ষ্ট্ৰিংগ এটা কিমান দীঘল হয়, কিন্ত মই ক’ম লেনথ ভেলু = 100 । তাক ছেভ কৰো |
03:50 | মই আমাৰ টেবল ব্ৰ’জ কৰিম আৰু এই মানটো নাইকীয়া কৰিম । তাৰপাছত মই ঘূৰি যাম আৰু পুনৰ পঞ্জীয়ণ কৰিম |
03:58 | গতিকে, ৰেজিষ্টাৰ । আপোনাৰ ইউজাৰনেম বাচক |
04:02 | ধৰক এলেক্স ("alex"), মই আগতে কোৱাৰ দৰে । পাচৱৰ্দ এটা বাচক, ধৰক "শ্লাইচাৰ (slicer) u k 1" । আৰু মই ৰেজিষ্টাৰ ("Register") টিপিম |
04:14 | "ইউ (You) হেভ (have) বিন (been) ৰেজিষ্টাৰদ (registered) । ৰিটাৰ্ণ (Return) তু (to) ল’গিন (login) পেজ (page)" |
04:18 | এতিয়া, আমাৰ দাতাবেচ পুনৰ চাওঁ |
04:21 | ই ইতিমধ্যে দীঘলীয়া দেখাইছে, ইয়াক চমুকৈ কাত কৰা নাইহোৱা কাৰণ মই ইয়াৰ লেনথ সলালো |
04:27 | গতিকে এতিয়া মই ল’গ ইন কৰিবলৈ চেষ্টা কৰো আৰু মই ইয়াক সঠিককৈ লিখো |
04:34 | আমি ল’গিন কৰিব পাৰো আৰু আমি কৰিলো । গতিকে ষ্ট্ৰিংগ লেনথৰ দৰে বস্তুক চাব |
04:41 | আশাকৰা দৰে আপুনি ইয়াক পালে |
04:43 | যদি আপুনি মই এই টিউট’ৰিয়েলটো বিস্তৃত কৰা বিচাৰে মোক জনাব |
04:48 | আৰু সেইটো আমাৰ ইউজাৰ ৰেজিষ্ট্ৰেচন |
04:50 | ইয়াক ইউজাৰ ল’গিন টিউট’ৰিয়েলৰ পৰা অনুসৰণ কৰা হৈছে |
04:54 | গতিকে ইহতক একেলগে ৰাখি, আমি এটা সম্পূৰ্ণ কাৰ্যকৰী ইউজাৰ ৰেজিষ্টাৰ আৰু ল’গিন প্ৰক্ৰিয়া পালো |
05:02 | মই ইয়াক মোৰ বহুতো প্ৰকল্পৰ কামত ব্যৱ্হাৰ কৰিম । উদাহৰণস্বৰূপে |
05:07 | মই হয়তো কিবা এটাৰ ওপৰত এটা প্ৰকল্প বনাম যি এটা ইউজাৰ ল’গিন আৰু ইউজাৰ ৰেজিষ্ট্ৰেচন ব্যৱ্হাৰ কৰে । গতিকে মই ইয়াক যথেষ্ট ব্যৱ্হাৰ কৰিম |
05:16 | গতিকে অধিক তথ্যৰ বাবে মোৰ ইউজাৰ ল’গিন আৰু ৰেজিষ্ট্ৰেচনৰ প্ৰকল্পসমূহ চাব |
05:23 | যদি আপোনাৰ কিবা প্ৰশ্ন আছে বা মই কিবাবস্তু বিস্তৃত কৰা বিচাৰে, মোক জনাব |
05:30 | ভবিষ্যতত আপদেতচৰ বাবে চাবস্ক্ৰাইব কৰক । দৰ্শনৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো |