Difference between revisions of "GIMP/C2/Questions-And-Answers/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 1: Line 1:
{| style="border-spacing:0;"
+
{| border = 1
| style="border:0.75pt double #00000a;padding:0.026cm;"| <center>'''Time '''</center>
+
|'''Time'''
| style="border:0.75pt double #00000a;padding:0.026cm;"| <center>'''Narration '''</center>
+
|'''Narration'''
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 00:23  
+
| 00:23  
| style="border:0.75pt double #00000a;padding:0.026cm;"| Welcome to '''Meet the GIMP''' লৈ স্বাগতম জনাইছো ।
+
| Welcome to '''Meet the GIMP''' লৈ স্বাগতম জনাইছো ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 00:25  
+
| 00:25  
| style="border:0.75pt double #00000a;padding:0.026cm;"| মোৰ নাম বৈজয়ন্তী ডেকা আৰু মই এইটো গুৱাহাটীত বানিবদ্ধ কৰিছো।
+
| মোৰ নাম মৌচুমি মেধী আৰু মই এইটো আই আই টি বম্বেত বানিবদ্ধ কৰিছো ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 00:31  
+
| 00:31  
| style="border:0.75pt double #00000a;padding:0.026cm;"| আজিৰ টিউটৰিয়েলটোৰ বাবে মই আপোনালোকক এটা প্ৰ্শ্ন আৰু উত্তৰৰ সংস্কৰনৰ সৈতে কথা দিছো,গতিকে কিছুমান স্ংবাদৰ সৈতে আৰম্ভ কৰা যাওক ।
+
| আজিৰ টিউটৰিয়েলটোৰ বাবে মই আপোনালোকক এটা প্ৰ্শ্ন আৰু উত্তৰৰ সংস্কৰনৰ সৈতে কথা দিছো,গতিকে কিছুমান স্ংবাদৰ সৈতে আৰম্ভ কৰা যাওক ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 00:40  
+
| 00:40  
| style="border:0.75pt double #00000a;padding:0.026cm;"| মই ইতিমধ্যে আপোনালোকক গিম্প ইউজাৰদতকম('gimpusers.com' )ৰ বিষয়ে জনাইছো আৰু সিহতৰ বহুত ভাল বাতৰি আছে গিম্পৰ ভিদিও পদকাষ্টৰ( video podcast of the GIMP )বিষয়ে কিন্তু মই ভাবো আপোনালোকে সেই পদকাষ্ট( podcast) ইতিমধ্যে জানে ।
+
| মই ইতিমধ্যে আপোনালোকক গিম্প ইউজাৰদতকম('gimpusers.com' )ৰ বিষয়ে জনাইছো আৰু সিহতৰ বহুত ভাল বাতৰি আছে গিম্পৰ ভিদিও পদকাষ্টৰ( video podcast of the GIMP )বিষয়ে কিন্তু মই ভাবো আপোনালোকে সেই পদকাষ্ট( podcast) ইতিমধ্যে জানে ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 00:55  
+
| 00:55  
| style="border:0.75pt double #00000a;padding:0.026cm;"| গতিকে,দাউনল’দ কৰা পেজটোলৈ যোৱা যাওক আৰু ইয়াত আপোনালোকে দেখিছে যে গিম্প ২.৪.0 ই নিৰ্বাচন এৰি দিয়ে আৰু উইন্দোজৰ বাবে উপলব্ধ হয় আৰু মই আপল মেকিন্ত’চ(''' Apple Macintosh)''' ৰ বিষয়ে ভাবো আৰু প্ৰায়ভাগ লিনাক্স ('''linux''' )পদ্ধতিৰ বাবে উৎসহ মোৰ বাবে বাদ দিয়ে ।
+
| গতিকে,দাউনল’দ কৰা পেজটোলৈ যোৱা যাওক আৰু ইয়াত আপোনালোকে দেখিছে যে গিম্প ২.৪.0 ই নিৰ্বাচন এৰি দিয়ে আৰু উইন্দোজৰ বাবে উপলব্ধ হয় আৰু মই আপল মেকিন্ত’চ(''' Apple Macintosh)''' ৰ বিষয়ে ভাবো আৰু প্ৰায়ভাগ লিনাক্স ('''linux''' )পদ্ধতিৰ বাবে উৎসহ মোৰ বাবে বাদ দিয়ে ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 01:19  
+
| 01:19  
| style="border:0.75pt double #00000a;padding:0.026cm;"| কাৰন উবুন্তু( Ubuntu) কিছুমান প্ৰয়োজন হোৱা লাইব্ৰেৰিৰ সৈতে সফলভাবে সন্মুখিন হব নোৱাৰে ।  
+
| কাৰন উবুন্তু( Ubuntu) কিছুমান প্ৰয়োজন হোৱা লাইব্ৰেৰিৰ সৈতে সফলভাবে সন্মুখিন হব নোৱাৰে ।  
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 01:27  
+
| 01:27  
| style="border:0.75pt double #00000a;padding:0.026cm;"| গতিকে,গিম্প ২.৪.0 ৰাষ্টাত আছে আৰু আপোনালোকে যেতিয়া গিম্প ইউজাৰদতকম('gimpusers.com') ত থাকে,পৰ্দাখনৰ এই ঠাইখিনিত চাওক ।
+
| গতিকে,গিম্প ২.৪.0 ৰাষ্টাত আছে আৰু আপোনালোকে যেতিয়া গিম্প ইউজাৰদতকম('gimpusers.com') ত থাকে,পৰ্দাখনৰ এই ঠাইখিনিত চাওক ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 01:42  
+
| 01:42  
| style="border:0.75pt double #00000a;padding:0.026cm;"| দুখন মেইলিং লিষ্টৰ এইখন এখন আইনা যিয়ে গিম্পৰ বিষয়ে যথেষ্ঠ তথ্য দিয়ে ।
+
| দুখন মেইলিং লিষ্টৰ এইখন এখন আইনা যিয়ে গিম্পৰ বিষয়ে যথেষ্ঠ তথ্য দিয়ে ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 01:49  
+
| 01:49  
| style="border:0.75pt double #00000a;padding:0.026cm;"| প্ৰথমতে “গিম্প ইউজাৰ”("gimp user" )মেইলিং লিষ্ট আৰু মই আপোনালোকক সেইটো পঢ়িবলৈ পৰামৰ্শ কৰো।
+
| প্ৰথমতে “গিম্প ইউজাৰ”("gimp user" )মেইলিং লিষ্ট আৰু মই আপোনালোকক সেইটো পঢ়িবলৈ পৰামৰ্শ কৰো।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 02:02  
+
| 02:02  
| style="border:0.75pt double #00000a;padding:0.026cm;"| “গিম্প দেভ’ল’পাৰ”("gimp developer")লিষ্টখন মোৰ মূৰৰ ওপৰত আছে আৰু সম্ভৱত আপোনালোকৰো ওপৰত আছে ।
+
| “গিম্প দেভ’ল’পাৰ”("gimp developer")লিষ্টখন মোৰ মূৰৰ ওপৰত আছে আৰু সম্ভৱত আপোনালোকৰো ওপৰত আছে ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 02:12  
+
| 02:12  
| style="border:0.75pt double #00000a;padding:0.026cm;"| আৰু ইয়াত এটা আলোচোনা হয় যিয়ে এটা প্ৰশ্নৰ উত্তৰ দিয়ে আৰু মই সেই বিষয়ে একো নাজানিছিলো  
+
| আৰু ইয়াত এটা আলোচোনা হয় যিয়ে এটা প্ৰশ্নৰ উত্তৰ দিয়ে আৰু মই সেই বিষয়ে একো নাজানিছিলো  
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 02:20  
+
| 02:20  
| style="border:0.75pt double #00000a;padding:0.026cm;"| এইটো ইয়াত চোৱা যাওক ।
+
| এইটো ইয়াত চোৱা যাওক ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 02:22  
+
| 02:22  
| style="border:0.75pt double #00000a;padding:0.026cm;"| প্ৰথম প্ৰশ্নটো ইয়াৰ আলেক্স বাৰ্চৰ( Alex Burs) দ্বাৰা সোধা গৈছে আৰু তেও সুধিছে:চেম্পেল পইন্ত তেবে( sample point tab) কি কৰিছিলে?
+
| প্ৰথম প্ৰশ্নটো ইয়াৰ আলেক্স বাৰ্চৰ( Alex Burs) দ্বাৰা সোধা গৈছে আৰু তেও সুধিছে:চেম্পেল পইন্ত তেবে( sample point tab) কি কৰিছিলে?
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 02:34  
+
| 02:34  
| style="border:0.75pt double #00000a;padding:0.026cm;"| আৰু মই প্ৰশ্নটো বুজি পোৱা নাছিলো ।
+
| আৰু মই প্ৰশ্নটো বুজি পোৱা নাছিলো ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 02:38  
+
| 02:38  
| style="border:0.75pt double #00000a;padding:0.026cm;"| কিন্তু মই আলেক্সক জানো কাৰন তেও মোক সহায় কৰিবলৈ চেষ্টা কৰিছিল আপোনালোকৰ বাবে প্ৰয়োজনীয় ফাইলবোৰ যোগান ধৰি আৰু গুগ’ল চাইট( google site)মোৰ বাবে সংস্থাপন কৰি ।  
+
| কিন্তু মই আলেক্সক জানো কাৰন তেও মোক সহায় কৰিবলৈ চেষ্টা কৰিছিল আপোনালোকৰ বাবে প্ৰয়োজনীয় ফাইলবোৰ যোগান ধৰি আৰু গুগ’ল চাইট( google site)মোৰ বাবে সংস্থাপন কৰি ।  
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 02:51  
+
| 02:51  
| style="border:0.75pt double #00000a;padding:0.026cm;"| উত্তৰতো ইয়াত টিম জেদলিকাৰ( Tim Jedlicka) পৰা আহিছে আৰু মই টিমোকো জানো কাৰন টিমৰ ইণ্টাৰনেটত ডাঙৰ চাৰ্ভাৰ আছে আৰু ইণ্টাৰনেটৰ পৰা এটা ডাঙৰ যোগাযোগ আছে।আৰু আমি এতিয়া মাত্ৰ আপোনালোকৰ বাবে মই ইয়াত ৱ্যবহাৰ কৰা ফাইল দাউনলোদ কৰাৰ সম্ভাবনীয়তা সংস্থাপনৰ অগ্ৰগতিত আছো ।
+
| উত্তৰতো ইয়াত টিম জেদলিকাৰ( Tim Jedlicka) পৰা আহিছে আৰু মই টিমোকো জানো কাৰন টিমৰ ইণ্টাৰনেটত ডাঙৰ চাৰ্ভাৰ আছে আৰু ইণ্টাৰনেটৰ পৰা এটা ডাঙৰ যোগাযোগ আছে।আৰু আমি এতিয়া মাত্ৰ আপোনালোকৰ বাবে মই ইয়াত ৱ্যবহাৰ কৰা ফাইল দাউনলোদ কৰাৰ সম্ভাবনীয়তা সংস্থাপনৰ অগ্ৰগতিত আছো ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 03:14  
+
| 03:14  
| style="border:0.75pt double #00000a;padding:0.026cm;"| মই ইয়াৰ বিষয়ে আপোনালোকক জনাই থাকিম নতুবা মাত্ৰ meetthegimp.org ত থকা ব্লকৰ ভিতৰত চাওক আৰু চাওক তাত আপোনালোকে দাওনল’দ আইক’ন পায় নেকি ।
+
| মই ইয়াৰ বিষয়ে আপোনালোকক জনাই থাকিম নতুবা মাত্ৰ meetthegimp.org ত থকা ব্লকৰ ভিতৰত চাওক আৰু চাওক তাত আপোনালোকে দাওনল’দ আইক’ন পায় নেকি ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 03:29  
+
| 03:29  
| style="border:0.75pt double #00000a;padding:0.026cm;"| ইয়াত টিমে আলেক্সৰ প্ৰশ্নৰ উত্তৰ দিছে ।
+
| ইয়াত টিমে আলেক্সৰ প্ৰশ্নৰ উত্তৰ দিছে ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 03:33  
+
| 03:33  
| style="border:0.75pt double #00000a;padding:0.026cm;"| আৰু মই আপোনালোক দুয়োজনকে এই প্ৰশ্ন আৰু উত্তৰ কথোপোকথনৰ বাবে ধন্যবাদ দিছো ।
+
| আৰু মই আপোনালোক দুয়োজনকে এই প্ৰশ্ন আৰু উত্তৰ কথোপোকথনৰ বাবে ধন্যবাদ দিছো ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 03:40  
+
| 03:40  
| style="border:0.75pt double #00000a;padding:0.026cm;"| টিমে লিখিছিলে যে আৰ্হি বিন্দুবিলাক প্ৰদৰ্শনিৰ দৰে একেভাবে সৃষ্টি কৰা যায় মাত্ৰ আপোনালোকে ক’ন্ত্ৰ’ল কি('''Ctrl''' key)তো ধৰি ৰাখিব লাগিব নতুবা আপোনালোকে আৰ্হি বিন্দু কাৰ্চাৰ দাল মিজাৰমেন্ত বাৰত(''' measurement bar)''' ৰাখিও সৃষ্টি কৰিব পাৰে আৰু ক’ন্ত্ৰ’ল কি('''Ctrl''' key) ধৰি ৰাখি যেতিয়া আপোনালোকে আৰ্হি কৰিবলৈ বিচৰা বিন্দুটো টানি আনিব পাৰে ।
+
| টিমে লিখিছিলে যে আৰ্হি বিন্দুবিলাক প্ৰদৰ্শনিৰ দৰে একেভাবে সৃষ্টি কৰা যায় মাত্ৰ আপোনালোকে ক’ন্ত্ৰ’ল কি('''Ctrl''' key)তো ধৰি ৰাখিব লাগিব নতুবা আপোনালোকে আৰ্হি বিন্দু কাৰ্চাৰ দাল মিজাৰমেন্ত বাৰত(''' measurement bar)''' ৰাখিও সৃষ্টি কৰিব পাৰে আৰু ক’ন্ত্ৰ’ল কি('''Ctrl''' key) ধৰি ৰাখি যেতিয়া আপোনালোকে আৰ্হি কৰিবলৈ বিচৰা বিন্দুটো টানি আনিব পাৰে ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 04:03  
+
| 04:03  
| style="border:0.75pt double #00000a;padding:0.026cm;"| আৰু তাৰ পাছৰ প্ৰশ্নবোৰো আছে কিন্তু মই সেইবিলাকৰ মাজেৰে পাছত যাম ।
+
| আৰু তাৰ পাছৰ প্ৰশ্নবোৰো আছে কিন্তু মই সেইবিলাকৰ মাজেৰে পাছত যাম ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 04:08  
+
| 04:08  
| style="border:0.75pt double #00000a;padding:0.026cm;"| মই সেই বিষয়ে কেতিয়াও শুনা নাই আৰু মই এইতো চেষ্টা কৰিব লাগিব ।
+
| মই সেই বিষয়ে কেতিয়াও শুনা নাই আৰু মই এইতো চেষ্টা কৰিব লাগিব ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 04:13  
+
| 04:13  
| style="border:0.75pt double #00000a;padding:0.026cm;"| সেইতো কৰিবলৈ মই গিম্প( GIMP) আৰম্ভ কৰিছিলো আৰু ছবিখন ইয়াৰ ভিতৰত ভৰাইছিলো যিটো মাই চিপ ইন দা ফ’গ(''' My Ship in the Fog''') হিচাবে জানিবলৈ আৰম্ভ কৰিছিল ।
+
| সেইতো কৰিবলৈ মই গিম্প( GIMP) আৰম্ভ কৰিছিলো আৰু ছবিখন ইয়াৰ ভিতৰত ভৰাইছিলো যিটো মাই চিপ ইন দা ফ’গ(''' My Ship in the Fog''') হিচাবে জানিবলৈ আৰম্ভ কৰিছিল ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 04:25  
+
| 04:25  
| style="border:0.75pt double #00000a;padding:0.026cm;"| এতিয়া,মই বাওফালে থকা ৰুলাৰলৈ('''ruler)''' যাম,ক’ন্ত্ৰ’ল কি(''' Ctrl''' key) দবাইছো আৰু ৰুলাৰদাল বাহিৰৰ পিনে টানি আনিছো আৰু আপোনালোকে ইয়াত দেখা পাব যে মাউচ কাৰ্চাৰ(mouse cursor) দাল আই দ্ৰ’পাৰলৈ(eye dropper) পৰিবৰ্তন হৈছে আৰু মই এডাল ৰেখাৰ পৰিবৰ্তে দুডাল ৰেখা পাইছো ।
+
| এতিয়া,মই বাওফালে থকা ৰুলাৰলৈ('''ruler)''' যাম,ক’ন্ত্ৰ’ল কি(''' Ctrl''' key) দবাইছো আৰু ৰুলাৰদাল বাহিৰৰ পিনে টানি আনিছো আৰু আপোনালোকে ইয়াত দেখা পাব যে মাউচ কাৰ্চাৰ(mouse cursor) দাল আই দ্ৰ’পাৰলৈ(eye dropper) পৰিবৰ্তন হৈছে আৰু মই এডাল ৰেখাৰ পৰিবৰ্তে দুডাল ৰেখা পাইছো ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 04:45  
+
| 04:45  
| style="border:0.75pt double #00000a;padding:0.026cm;"| মাত্ৰ মাউচ বাটানতো এৰি দিয়ক আৰু আপোনালোকে নম্বৰ ১ ৰ সৈতে ইয়াত এটা বিন্দু পাব ।
+
| মাত্ৰ মাউচ বাটানতো এৰি দিয়ক আৰু আপোনালোকে নম্বৰ ১ ৰ সৈতে ইয়াত এটা বিন্দু পাব ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 04:54  
+
| 04:54  
| style="border:0.75pt double #00000a;padding:0.026cm;"| আৰু মই যেতিয়া দবোৱা মাউচ বাটানৰ সৈতে ৰুলাৰ দাল বাহিৰলৈ টানি আনিম আৰু ক’ন্ত্ৰ’ল কি নদোবোৱাকৈ,মই ইয়াত মাত্ৰ এডাল ৰেখা পাম যিটো ইয়াত বস্তুবোৰ মিলোৱাৰ বাবে ৱ্যবহাৰ কৰা হয় ।
+
| আৰু মই যেতিয়া দবোৱা মাউচ বাটানৰ সৈতে ৰুলাৰ দাল বাহিৰলৈ টানি আনিম আৰু ক’ন্ত্ৰ’ল কি নদোবোৱাকৈ,মই ইয়াত মাত্ৰ এডাল ৰেখা পাম যিটো ইয়াত বস্তুবোৰ মিলোৱাৰ বাবে ৱ্যবহাৰ কৰা হয় ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 05:09  
+
| 05:09  
| style="border:0.75pt double #00000a;padding:0.026cm;"| ওপৰত ৰুলাৰৰ পৰা একে পদ্ধতি কৰিবলৈ চেষ্টা কৰা যাওক ।
+
| ওপৰত ৰুলাৰৰ পৰা একে পদ্ধতি কৰিবলৈ চেষ্টা কৰা যাওক ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 05:13  
+
| 05:13  
| style="border:0.75pt double #00000a;padding:0.026cm;"| মই ক’ন্ত্ৰ’ল কি(''' Ctrl''' key) আৰু মাউচ বাটান( mouse button) দবাইছো আৰু ৰুলাৰদাল তললৈ টানি আনিছো আৰু ইয়াত এইটো এৰি দিছো ।  
+
| মই ক’ন্ত্ৰ’ল কি(''' Ctrl''' key) আৰু মাউচ বাটান( mouse button) দবাইছো আৰু ৰুলাৰদাল তললৈ টানি আনিছো আৰু ইয়াত এইটো এৰি দিছো ।  
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 05:20  
+
| 05:20  
| style="border:0.75pt double #00000a;padding:0.026cm;"| গতিকে,ইয়াত মোৰ দুই নম্বৰ আছে আৰু নম্বৰ এক ইতিমধ্যে তাত আছে কিন্তু মই কোনো দাইল’গ দেখা নাই ।
+
| গতিকে,ইয়াত মোৰ দুই নম্বৰ আছে আৰু নম্বৰ এক ইতিমধ্যে তাত আছে কিন্তু মই কোনো দাইল’গ দেখা নাই ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 05:28  
+
| 05:28  
| style="border:0.75pt double #00000a;padding:0.026cm;"| গতিকে,তুল অপচনতোত ক্লিক কৰক আৰু তুল বক্সৰ পৰা কালাৰ পিকাৰ('''Color Picker''' )নিৰ্বাচন কৰক কিন্তু মই ইয়াত একো দেখা নাই ।
+
| গতিকে,তুল অপচনতোত ক্লিক কৰক আৰু তুল বক্সৰ পৰা কালাৰ পিকাৰ('''Color Picker''' )নিৰ্বাচন কৰক কিন্তু মই ইয়াত একো দেখা নাই ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 05:39  
+
| 05:39  
| style="border:0.75pt double #00000a;padding:0.026cm;"| কিন্তু মনত ৰাখিব ফাইলত এটা দাইল’গ উল্লেখ কৰা আছে,গতিকে মই ফাইলত(''' File)''' ক্লিক কৰিছো,দাইল’গচলৈ''' (Dialogs) '''গৈছো আৰু ইয়াত এটা চেম্পেল পইণ্ট(''' Sample Points)''' নামেৰে দাইল’গ আছে ।
+
| কিন্তু মনত ৰাখিব ফাইলত এটা দাইল’গ উল্লেখ কৰা আছে,গতিকে মই ফাইলত(''' File)''' ক্লিক কৰিছো,দাইল’গচলৈ''' (Dialogs) '''গৈছো আৰু ইয়াত এটা চেম্পেল পইণ্ট(''' Sample Points)''' নামেৰে দাইল’গ আছে ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 05:53  
+
| 05:53  
| style="border:0.75pt double #00000a;padding:0.026cm;"| আপোনালোকে যেতিয়া ইয়াত ক্লিক কৰিব,আপোনালোকে ইয়াত ১ আৰু ২ ৰ বাবে আৰ্হি বিন্দু পাব ।
+
| আপোনালোকে যেতিয়া ইয়াত ক্লিক কৰিব,আপোনালোকে ইয়াত ১ আৰু ২ ৰ বাবে আৰ্হি বিন্দু পাব ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 06:01  
+
| 06:01  
| style="border:0.75pt double #00000a;padding:0.026cm;"| আৰু এইতো ছবিখনত বিভিন্ন বিন্দুৰ বিষয়ে ৰঙৰ বিষয়ে তথ্য পোৱাৰ এটা পদ্ধতি হয় ।
+
| আৰু এইতো ছবিখনত বিভিন্ন বিন্দুৰ বিষয়ে ৰঙৰ বিষয়ে তথ্য পোৱাৰ এটা পদ্ধতি হয় ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 06:10  
+
| 06:10  
| style="border:0.75pt double #00000a;padding:0.026cm;"| আৰু এতিয়া ৰঙৰ বিষয়ে তথ্য পাবলৈ মই বেছি ভাল পথ জানো।
+
| আৰু এতিয়া ৰঙৰ বিষয়ে তথ্য পাবলৈ মই বেছি ভাল পথ জানো।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 06:17  
+
| 06:17  
| style="border:0.75pt double #00000a;padding:0.026cm;"| মই ইয়াত পিক্সেল RGB লৈ পৰিবৰ্তন কৰিব পাৰো আৰু মই ৰঙা,সেউজীয়া,নীলা ৰঙৰ বাবে পৰিমান পাইছো আৰু আল্‌ফা শতকৰা হিচাবত দৃশ্যমান হৈছে ।
+
| মই ইয়াত পিক্সেল RGB লৈ পৰিবৰ্তন কৰিব পাৰো আৰু মই ৰঙা,সেউজীয়া,নীলা ৰঙৰ বাবে পৰিমান পাইছো আৰু আল্‌ফা শতকৰা হিচাবত দৃশ্যমান হৈছে ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 06:32  
+
| 06:32  
| style="border:0.75pt double #00000a;padding:0.026cm;"| ইয়াত,পিক্সেলৰ সৈতে আপোনালোকে ৰঙৰ প্ৰ্কৃত সংক্ষা পৰিমান দেখা পাব আৰু যেতিয়া RGB যেতিয়া নিৰ্বাচিত হয়,আপোনালোকে ইয়াত HTML ৰ বাবে হেক্স ক’দ( Hex code) দেখা পাব আৰু RGB মই HSV ৰং আৰ্হিত পৰিবৰ্তন কৰিব পাৰো নতুবা CMYK ৰং আৰ্হিত পৰিবৰ্তন কৰিব পাৰো আৰু মই সেইতো পাছত আগুৰিম ।
+
| ইয়াত,পিক্সেলৰ সৈতে আপোনালোকে ৰঙৰ প্ৰ্কৃত সংক্ষা পৰিমান দেখা পাব আৰু যেতিয়া RGB যেতিয়া নিৰ্বাচিত হয়,আপোনালোকে ইয়াত HTML ৰ বাবে হেক্স ক’দ( Hex code) দেখা পাব আৰু RGB মই HSV ৰং আৰ্হিত পৰিবৰ্তন কৰিব পাৰো নতুবা CMYK ৰং আৰ্হিত পৰিবৰ্তন কৰিব পাৰো আৰু মই সেইতো পাছত আগুৰিম ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 07:03  
+
| 07:03  
| style="border:0.75pt double #00000a;padding:0.026cm;"| পিছৰ প্ৰ্শ্নটোও ৰঙৰ লগত আৰু কালাৰ পিকাৰৰ(''' color picker)''' লগত জৰিত হয় ।
+
| পিছৰ প্ৰ্শ্নটোও ৰঙৰ লগত আৰু কালাৰ পিকাৰৰ(''' color picker)''' লগত জৰিত হয় ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 07:10  
+
| 07:10  
| style="border:0.75pt double #00000a;padding:0.026cm;"| মই মোৰ “চিপ ইন দা ফ’গ”(‘Ship in the Fog’)ৰ প’দকাষ্টত উল্লেখ কৰিছো যে আপোনালোকে কালাৰ পিকাৰ(''' color picker)''' ল’ব পাৰিব আৰু ছবিখনৰ ৰঙৰ তথ্য পাব পাৰে আৰু গ্লুলিওই( Glulio) ইয়াত শুধিছে কেনেকৈ ফলাফল ৰঙৰ ৰঙৰ তথ্য পাব পাৰি আৰু এটা লেয়াৰৰ ৰং নহয় ।
+
| মই মোৰ “চিপ ইন দা ফ’গ”(‘Ship in the Fog’)ৰ প’দকাষ্টত উল্লেখ কৰিছো যে আপোনালোকে কালাৰ পিকাৰ(''' color picker)''' ল’ব পাৰিব আৰু ছবিখনৰ ৰঙৰ তথ্য পাব পাৰে আৰু গ্লুলিওই( Glulio) ইয়াত শুধিছে কেনেকৈ ফলাফল ৰঙৰ ৰঙৰ তথ্য পাব পাৰি আৰু এটা লেয়াৰৰ ৰং নহয় ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 07:36  
+
| 07:36  
| style="border:0.75pt double #00000a;padding:0.026cm;"| তাৰ এটা পথ এইমাত্ৰ আপোনালোকে দেখিছে কিন্তু তাৰ বেলেগ পথো আছে ।
+
| তাৰ এটা পথ এইমাত্ৰ আপোনালোকে দেখিছে কিন্তু তাৰ বেলেগ পথো আছে ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 07:42  
+
| 07:42  
| style="border:0.75pt double #00000a;padding:0.026cm;"| মোৰ কালাৰ পিকাৰ(''' Color Picker)''' নিৰ্বাচন কৰা আছে আৰু মই যেতিয়া চিফ্‌ট(''' Shift)'''দবাও আৰু ছবিখনৰ ভিতৰত ক্লিক কৰো,মই শেষতীয়া ৰঙৰ তথ্য পাম।আৰু আপোনালোকে ইয়াত জাহাজখন দেখা পাইছে,গছবোৰ বগা আৰু আকাশখনো যিটো বেচি সন্তোষজনক ফলাফল নহয় ।
+
| মোৰ কালাৰ পিকাৰ(''' Color Picker)''' নিৰ্বাচন কৰা আছে আৰু মই যেতিয়া চিফ্‌ট(''' Shift)'''দবাও আৰু ছবিখনৰ ভিতৰত ক্লিক কৰো,মই শেষতীয়া ৰঙৰ তথ্য পাম।আৰু আপোনালোকে ইয়াত জাহাজখন দেখা পাইছে,গছবোৰ বগা আৰু আকাশখনো যিটো বেচি সন্তোষজনক ফলাফল নহয় ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 08:02  
+
| 08:02  
| style="border:0.75pt double #00000a;padding:0.026cm;"| আৰু এইতো কাৰন মই বগা ৰঙৰ পৃষ্ঠভূমি নিৰ্বাচন কৰিছো ।
+
| আৰু এইতো কাৰন মই বগা ৰঙৰ পৃষ্ঠভূমি নিৰ্বাচন কৰিছো ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 08:06  
+
| 08:06  
| style="border:0.75pt double #00000a;padding:0.026cm;"| গতিকে,মই লেয়াৰ দাইল’গলৈ(''' Layers''' dialog) গৈছো আৰু এইটো দাইল’গত প্ৰকৃত বেগ্ৰাওন্দ লেয়াৰলৈ(''' Background''' layer )পৰিবৰ্তন কৰিছো আৰু আপোনালোকে আপোনালোকে পৰ্দাত দেখাৰ পৰা ইয়াৰ সম্পূৰ্ন বেলেগ ৰং দেখিছে।
+
| গতিকে,মই লেয়াৰ দাইল’গলৈ(''' Layers''' dialog) গৈছো আৰু এইটো দাইল’গত প্ৰকৃত বেগ্ৰাওন্দ লেয়াৰলৈ(''' Background''' layer )পৰিবৰ্তন কৰিছো আৰু আপোনালোকে আপোনালোকে পৰ্দাত দেখাৰ পৰা ইয়াৰ সম্পূৰ্ন বেলেগ ৰং দেখিছে।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 08:18  
+
| 08:18  
| style="border:0.75pt double #00000a;padding:0.026cm;"| লেয়াৰ দাইল’গত(''' Layers''' dialog) এটা চেম্পুল মাৰ্জ্‌দ(''' Sample merged)''' নামেৰে অপচন আছে আৰু আপোনালোকে যেতিয়া সেইতো সক্ৰিয় কৰিব,আপোনালোকে আটাইবোৰ দ’ম লেয়াৰৰ ফলাফল পাব আৰু চেম্পুল মাৰ্জ্‌দৰ সৈতে আপোনালোকে কালাৰ পিকাৰ ইনফ’ৰমেচনত(''' Picker Information''')দেখিছে,অগ্ৰ্ভূমিৰ ৰং প্ৰ্ত্যক বাৰে পৰিবৰ্তন হৈ আছে
+
| লেয়াৰ দাইল’গত(''' Layers''' dialog) এটা চেম্পুল মাৰ্জ্‌দ(''' Sample merged)''' নামেৰে অপচন আছে আৰু আপোনালোকে যেতিয়া সেইতো সক্ৰিয় কৰিব,আপোনালোকে আটাইবোৰ দ’ম লেয়াৰৰ ফলাফল পাব আৰু চেম্পুল মাৰ্জ্‌দৰ সৈতে আপোনালোকে কালাৰ পিকাৰ ইনফ’ৰমেচনত(''' Picker Information''')দেখিছে,অগ্ৰ্ভূমিৰ ৰং প্ৰ্ত্যক বাৰে পৰিবৰ্তন হৈ আছে
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 08:42  
+
| 08:42  
| style="border:0.75pt double #00000a;padding:0.026cm;"| চেম্পুল মাৰ্জ্‌দ(''' Sample merged)''' সক্ৰিয়তাৰ সৈতে আপোনালোকে আটাইবোৰ লেয়াৰৰ ফলাফল পাব ।
+
| চেম্পুল মাৰ্জ্‌দ(''' Sample merged)''' সক্ৰিয়তাৰ সৈতে আপোনালোকে আটাইবোৰ লেয়াৰৰ ফলাফল পাব ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 08:54  
+
| 08:54  
| style="border:0.75pt double #00000a;padding:0.026cm;"| আপোনালোকে যেতিয়া চেম্পুল মাৰ্জ্‌দ অপচন ('''Sample merged''' )অসক্ৰিয় কৰে,আপোনালোকে মাত্ৰ সক্ৰিয় লেয়াৰৰ পৰা ৰঙৰ তথ্য পাব আৰু মই সেইটো আগৰ অনুস্থানত কব পাহৰিছিলো আৰু আপোনালোকে যেতিয়া নীলা লেয়াৰ নিৰ্বাচন কৰিব আপোনালোকে নীলা ৰঙৰ তথ্য পাব ।  
+
| আপোনালোকে যেতিয়া চেম্পুল মাৰ্জ্‌দ অপচন ('''Sample merged''' )অসক্ৰিয় কৰে,আপোনালোকে মাত্ৰ সক্ৰিয় লেয়াৰৰ পৰা ৰঙৰ তথ্য পাব আৰু মই সেইটো আগৰ অনুস্থানত কব পাহৰিছিলো আৰু আপোনালোকে যেতিয়া নীলা লেয়াৰ নিৰ্বাচন কৰিব আপোনালোকে নীলা ৰঙৰ তথ্য পাব ।  
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 09:13  
+
| 09:13  
| style="border:0.75pt double #00000a;padding:0.026cm;"| গতিকে উভতি যাওক,চেম্পুল মাৰ্জ্‌দ('''Sample merged)''' নিৰ্বাচন কৰক আৰু আপোনালোকে প্ৰতিটো লেয়াৰৰে ফলাফল পাব ।
+
| গতিকে উভতি যাওক,চেম্পুল মাৰ্জ্‌দ('''Sample merged)''' নিৰ্বাচন কৰক আৰু আপোনালোকে প্ৰতিটো লেয়াৰৰে ফলাফল পাব ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 09:20  
+
| 09:20  
| style="border:0.75pt double #00000a;padding:0.026cm;"| ইয়াত চেম্পুল এভাৰেজ(''' Sample average)''' নামেৰে অন্য এটা অপচন আছে আৰু আপোনালোকে যেতিয়া এইতো নিৰ্বাচন কৰিব আপোনালোকে ডাঙৰ কালাৰ পিকাৰ(''' Color Picker)''' পাব আৰু সেই ঠাইখিনিৰ আটাইবোৰ পিক্সেলৰ গড় হিচাব পাব ।
+
| ইয়াত চেম্পুল এভাৰেজ(''' Sample average)''' নামেৰে অন্য এটা অপচন আছে আৰু আপোনালোকে যেতিয়া এইতো নিৰ্বাচন কৰিব আপোনালোকে ডাঙৰ কালাৰ পিকাৰ(''' Color Picker)''' পাব আৰু সেই ঠাইখিনিৰ আটাইবোৰ পিক্সেলৰ গড় হিচাব পাব ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 09:37  
+
| 09:37  
| style="border:0.75pt double #00000a;padding:0.026cm;"| উচ্ছৃঙ্খল ছবিৰ ৰঙৰ তথ্য পাবলৈ এইটো এটা ভাল অপচন হয় য’ত আপোনালোকৰ একক পিক্সেলৰ মাজত ডাঙৰ পাৰ্থক্য থাকে ।
+
| উচ্ছৃঙ্খল ছবিৰ ৰঙৰ তথ্য পাবলৈ এইটো এটা ভাল অপচন হয় য’ত আপোনালোকৰ একক পিক্সেলৰ মাজত ডাঙৰ পাৰ্থক্য থাকে ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 09:54  
+
| 09:54  
| style="border:0.75pt double #00000a;padding:0.026cm;"| Glulio has another tip for the GIMP. গ্লুলিওৰ( Glulio) গিম্পৰ( GIMP) বাবে অন্য এটা বুদ্ধি আছে।
+
| Glulio has another tip for the GIMP. গ্লুলিওৰ( Glulio) গিম্পৰ( GIMP) বাবে অন্য এটা বুদ্ধি আছে।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 09:58  
+
| 09:58  
| style="border:0.75pt double #00000a;padding:0.026cm;"| যদি আপোনালোকে মাত্ৰ '.xcf' ফাইল নাম হিচাবে ৱ্যবহাৰ নকৰে কিন্তু 'xcf.pz2' নতুবা 'xcf.bz2' ৱ্যবহাৰ কৰে,গিম্পে ছবিখন সঙ্কুচিত কৰিব আৰু আপোনালোকে সৰু ফাইলৰ আকাৰ পাব ।
+
| যদি আপোনালোকে মাত্ৰ '.xcf' ফাইল নাম হিচাবে ৱ্যবহাৰ নকৰে কিন্তু 'xcf.pz2' নতুবা 'xcf.bz2' ৱ্যবহাৰ কৰে,গিম্পে ছবিখন সঙ্কুচিত কৰিব আৰু আপোনালোকে সৰু ফাইলৰ আকাৰ পাব ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 10:17  
+
| 10:17  
| style="border:0.75pt double #00000a;padding:0.026cm;"| মই নাজানো এইটো উন্দোচ মেচিনত(''' Windows''' machine) কাম কৰিব নে নাই আৰু আপোনালোকে সেইটো চেষ্ঠা কৰিব লাগিব ।
+
| মই নাজানো এইটো উন্দোচ মেচিনত(''' Windows''' machine) কাম কৰিব নে নাই আৰু আপোনালোকে সেইটো চেষ্ঠা কৰিব লাগিব ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 10:24  
+
| 10:24  
| style="border:0.75pt double #00000a;padding:0.026cm;"| সম্ভবত উইন্দোজত এইটোৱে কাম কৰিব যদি আপোনালোকে ফাইলতো 'xcf.zip'নাম দিয়ে কিন্তু মই নাজানো এইটো সচানে ।
+
| সম্ভবত উইন্দোজত এইটোৱে কাম কৰিব যদি আপোনালোকে ফাইলতো 'xcf.zip'নাম দিয়ে কিন্তু মই নাজানো এইটো সচানে ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 10:35  
+
| 10:35  
| style="border:0.75pt double #00000a;padding:0.026cm;"| সম্ভবত কোনোবাই এইটো চেষ্ঠা কৰা উচিত আৰু ব্ল’গত( blog) দিব লাগে ।
+
| সম্ভবত কোনোবাই এইটো চেষ্ঠা কৰা উচিত আৰু ব্ল’গত( blog) দিব লাগে ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 10:43  
+
| 10:43  
| style="border:0.75pt double #00000a;padding:0.026cm;"| দিমিত্ৰিৰ( Dmitry) পৰা অন্য প্ৰ্শ্ন আহিছে ।
+
| দিমিত্ৰিৰ( Dmitry) পৰা অন্য প্ৰ্শ্ন আহিছে ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 10:47  
+
| 10:47  
| style="border:0.75pt double #00000a;padding:0.026cm;"| বিভিন্ন ক’দেক( codec) চেষ্ঠা কৰি মই ভিডিওৰ গুনগত বৈশিষ্ট্য বঢ়াব পাৰো নেকি তেও সুধিছে ।
+
| বিভিন্ন ক’দেক( codec) চেষ্ঠা কৰি মই ভিডিওৰ গুনগত বৈশিষ্ট্য বঢ়াব পাৰো নেকি তেও সুধিছে ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 10:55  
+
| 10:55  
| style="border:0.75pt double #00000a;padding:0.026cm;"| কিন্তু মই এই 'codec H 264' লিনাক্সৰ বাবে বিনামুলিয়া প্ৰ্তিযোজিত ৰূপত পোৱা নাই ।
+
| কিন্তু মই এই 'codec H 264' লিনাক্সৰ বাবে বিনামুলিয়া প্ৰ্তিযোজিত ৰূপত পোৱা নাই ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 11:03  
+
| 11:03  
| style="border:0.75pt double #00000a;padding:0.026cm;"| ইয়াৰ এটা ৱ্যবসায়ীক প্ৰ্তিযোজিত ৰূপ আছে কিন্তু এইটো মোৰ বাবে বহুত দামি হয় ।
+
| ইয়াৰ এটা ৱ্যবসায়ীক প্ৰ্তিযোজিত ৰূপ আছে কিন্তু এইটো মোৰ বাবে বহুত দামি হয় ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 11:08  
+
| 11:08  
| style="border:0.75pt double #00000a;padding:0.026cm;"| এইটো মাত্ৰ এটা মাত্ৰ অভ্যাস হয় আৰু মই বস্তুবোৰৰ আপলোদিংৰ বাবে মূল্য দিছো আৰু এইটো যথেষ্ঠ নহয় কিন্তু মই ইয়াত টকা খৰচ কৰিব নিবিচাৰো ।
+
| এইটো মাত্ৰ এটা মাত্ৰ অভ্যাস হয় আৰু মই বস্তুবোৰৰ আপলোদিংৰ বাবে মূল্য দিছো আৰু এইটো যথেষ্ঠ নহয় কিন্তু মই ইয়াত টকা খৰচ কৰিব নিবিচাৰো ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 11:23  
+
| 11:23  
| style="border:0.75pt double #00000a;padding:0.026cm;"| কিন্তু,মোৰ গুনগত মান বিশিষ্ট প্ৰ্শ্ন আপোনালোকৰ বাবে আছে ।
+
| কিন্তু,মোৰ গুনগত মান বিশিষ্ট প্ৰ্শ্ন আপোনালোকৰ বাবে আছে ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 11:26  
+
| 11:26  
| style="border:0.75pt double #00000a;padding:0.026cm;"| মই এইটো ৮০০/৬০০ ত বানিবদ্ধ কৰি আছো আৰু এইটো ৬৪০/৪৮০ লৈ কমাইছো কাৰন মাত্ৰ প্ৰ্ত্যকে এইতো কৰে আৰু এই ধৰনে আপেল টিভিত( Apple TV) ই কাম কৰে আৰু এনে ধৰনৰ।
+
| মই এইটো ৮০০/৬০০ ত বানিবদ্ধ কৰি আছো আৰু এইটো ৬৪০/৪৮০ লৈ কমাইছো কাৰন মাত্ৰ প্ৰ্ত্যকে এইতো কৰে আৰু এই ধৰনে আপেল টিভিত( Apple TV) ই কাম কৰে আৰু এনে ধৰনৰ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 11:44  
+
| 11:44  
| style="border:0.75pt double #00000a;padding:0.026cm;"| মোৰ আপোনালোকলৈ প্ৰ্শ্নটো হৈছে:আপোনালোকে প্ৰ্কৃত ফাইলৰ আকাৰ ৮০০/৬০০ হোৱাতো অগ্ৰাধিকাৰ দিয়ে নেকি ?
+
| মোৰ আপোনালোকলৈ প্ৰ্শ্নটো হৈছে:আপোনালোকে প্ৰ্কৃত ফাইলৰ আকাৰ ৮০০/৬০০ হোৱাতো অগ্ৰাধিকাৰ দিয়ে নেকি ?
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 11:52  
+
| 11:52  
| style="border:0.75pt double #00000a;padding:0.026cm;"| ছবিখন বেচি স্পষ্ট হয় আৰু আপোনালোকে এইটো বেচি ভাল দেখা পাব ।
+
| ছবিখন বেচি স্পষ্ট হয় আৰু আপোনালোকে এইটো বেচি ভাল দেখা পাব ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 11:56  
+
| 11:56  
| style="border:0.75pt double #00000a;padding:0.026cm;"| ফাইলবোৰ অলপ আৰু ডাঙৰ হৈছে আৰু তাৰ বাহিৰত কিছুমান মানুহ আছে যিয়ে এই ডাঙৰ ফাইলবোৰ দেখা পাব নোৱাৰে ।
+
| ফাইলবোৰ অলপ আৰু ডাঙৰ হৈছে আৰু তাৰ বাহিৰত কিছুমান মানুহ আছে যিয়ে এই ডাঙৰ ফাইলবোৰ দেখা পাব নোৱাৰে ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 12:09  
+
| 12:09  
| style="border:0.75pt double #00000a;padding:0.026cm;"| মই এটা পৰীক্ষা ফাইল ৮০০/৬০০ ত বনাম আৰু এইটো আপলোদ কৰিম।সম্ভবত আপোনালোকে এইটো চেষ্ঠা কৰা উচিত আৰু মোক কিছু মতামত দিয়ক ।
+
| মই এটা পৰীক্ষা ফাইল ৮০০/৬০০ ত বনাম আৰু এইটো আপলোদ কৰিম।সম্ভবত আপোনালোকে এইটো চেষ্ঠা কৰা উচিত আৰু মোক কিছু মতামত দিয়ক ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 12:21  
+
| 12:21  
| style="border:0.75pt double #00000a;padding:0.026cm;"| মই ইয়াত ৰোদ্ৰিগোৰ পৰা পোৱা পিছৰ মতামতৰ বিষয়ে বহুত সুখি,যিয়ে কৈছিল যে ফ’ট’চোপ(''' photoshop)''' কিনাৰ বাবে ভবা নাছিল কিন্তু গিম্প(''' GIMP''' )তেওৰ গ্ৰাফিক কামৰ বাবে লবলৈ ভাবিছিল।
+
| মই ইয়াত ৰোদ্ৰিগোৰ পৰা পোৱা পিছৰ মতামতৰ বিষয়ে বহুত সুখি,যিয়ে কৈছিল যে ফ’ট’চোপ(''' photoshop)''' কিনাৰ বাবে ভবা নাছিল কিন্তু গিম্প(''' GIMP''' )তেওৰ গ্ৰাফিক কামৰ বাবে লবলৈ ভাবিছিল।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 12:37  
+
| 12:37  
| style="border:0.75pt double #00000a;padding:0.026cm;"| মই ইমেইলৰ জৰিয়তে বাইতেলিৰ( Vitaly) পৰা এটা প্ৰশ্ন পাইছিলো:কাৰ্ভ তুল ধংস নোহোৱাকৈ ৱ্যবহাৰ কৰাৰ কিবা পথ আছে নেকি??
+
| মই ইমেইলৰ জৰিয়তে বাইতেলিৰ( Vitaly) পৰা এটা প্ৰশ্ন পাইছিলো:কাৰ্ভ তুল ধংস নোহোৱাকৈ ৱ্যবহাৰ কৰাৰ কিবা পথ আছে নেকি??
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 12:48  
+
| 12:48  
| style="border:0.75pt double #00000a;padding:0.026cm;"| এই প্ৰশ্নটোৰ উত্তৰ হৈছে “নাই,গিম্পত নাই”
+
| এই প্ৰশ্নটোৰ উত্তৰ হৈছে “নাই,গিম্পত নাই”
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 12:51  
+
| 12:51  
| style="border:0.75pt double #00000a;padding:0.026cm;"| ফোটোচপে( Photoshop) সেইটো কৰিব পাৰে এই মিলোৱা লেয়াৰৰ সৈতে আৰু বহুত গিম্প প্ৰ’গ্ৰেমাৰ আছে যিয়ে ইয়াৰ ওপৰত কাম কৰি আছে আৰু এইটো কামত লগাবলৈ চেষ্ঠা কৰি আছে ।
+
| ফোটোচপে( Photoshop) সেইটো কৰিব পাৰে এই মিলোৱা লেয়াৰৰ সৈতে আৰু বহুত গিম্প প্ৰ’গ্ৰেমাৰ আছে যিয়ে ইয়াৰ ওপৰত কাম কৰি আছে আৰু এইটো কামত লগাবলৈ চেষ্ঠা কৰি আছে ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 13:03  
+
| 13:03  
| style="border:0.75pt double #00000a;padding:0.026cm;"| কিন্তু,এতিয়ালৈ আপোনালোকে যদি লেভেল তুলৰ সৈতে ৰং পৰিবৰ্তন কৰে,এইটো এই ধৰনে যে তাৰ পাছত কৰা সকোলো পদক্ষেপবোৰ নোহোৱা নকৰাকৈ আপোনালোকে আপোনালোকৰ কাম নোহোৱা কৰিব নোৱাৰে ।
+
| কিন্তু,এতিয়ালৈ আপোনালোকে যদি লেভেল তুলৰ সৈতে ৰং পৰিবৰ্তন কৰে,এইটো এই ধৰনে যে তাৰ পাছত কৰা সকোলো পদক্ষেপবোৰ নোহোৱা নকৰাকৈ আপোনালোকে আপোনালোকৰ কাম নোহোৱা কৰিব নোৱাৰে ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 13:20  
+
| 13:20  
| style="border:0.75pt double #00000a;padding:0.026cm;"| অন্য এটা প্ৰ্শ্ন দুদ্‌লিৰ( Dudley) পৰা আৰু তেও “ওপৰৰ ফ্ল’ৰৰ মূৰৰ পৰা” ইয়াত মোৰ প’দকাষ্টত আহিছিল আৰু তেওৰ কম্পিউতাৰত গিম্প ২.২.১৭ প্ৰতিষ্ঠাপিত কৰিছিল আৰু মই তেওক ২.৩ নতুবা ২.৪নিৰ্বাচন মূক্ত কৰিবলৈ নিৰ্দেশ দিছিলো কাৰন সেইবোৰ ২.২ ক্ৰমতকৈ বহুত ভাল হয়।
+
| অন্য এটা প্ৰ্শ্ন দুদ্‌লিৰ( Dudley) পৰা আৰু তেও “ওপৰৰ ফ্ল’ৰৰ মূৰৰ পৰা” ইয়াত মোৰ প’দকাষ্টত আহিছিল আৰু তেওৰ কম্পিউতাৰত গিম্প ২.২.১৭ প্ৰতিষ্ঠাপিত কৰিছিল আৰু মই তেওক ২.৩ নতুবা ২.৪নিৰ্বাচন মূক্ত কৰিবলৈ নিৰ্দেশ দিছিলো কাৰন সেইবোৰ ২.২ ক্ৰমতকৈ বহুত ভাল হয়।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 13:55  
+
| 13:55  
| style="border:0.75pt double #00000a;padding:0.026cm;"| আৰু তেখেতে এখন কিতাবৰ বিষয়ে সুধিছে: আকন পিকৰ( Akkana Peck) “ বিগিনিং গিম্প:ফ্ৰ’ম নোভাইচ তু প্ৰ’ফেচনেল”("Beginning GIMP: From Novice to Professional") আৰু মোৰ এই কিতাপখন আছে ।
+
| আৰু তেখেতে এখন কিতাবৰ বিষয়ে সুধিছে: আকন পিকৰ( Akkana Peck) “ বিগিনিং গিম্প:ফ্ৰ’ম নোভাইচ তু প্ৰ’ফেচনেল”("Beginning GIMP: From Novice to Professional") আৰু মোৰ এই কিতাপখন আছে ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 14:07  
+
| 14:07  
| style="border:0.75pt double #00000a;padding:0.026cm;"| এইতো সচাকৈয়ে ভাল যদি আপোনালোকে গিম্পৰ সৈতে আৰম্ভ কৰে নতুবা আপোনালোকৰ বহুত জ্ঞান আছে তেতিয়াহলে এইখন এখন বহুত ভাল কিতাপ আৰু ইয়াৰ কিতাপখনৰ ওপৰত হাত থাকিব ।
+
| এইতো সচাকৈয়ে ভাল যদি আপোনালোকে গিম্পৰ সৈতে আৰম্ভ কৰে নতুবা আপোনালোকৰ বহুত জ্ঞান আছে তেতিয়াহলে এইখন এখন বহুত ভাল কিতাপ আৰু ইয়াৰ কিতাপখনৰ ওপৰত হাত থাকিব ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 14:19  
+
| 14:19  
| style="border:0.75pt double #00000a;padding:0.026cm;"| আৰু মই সচাকৈয়ে সেই কিতাপখন ভাল বুলি পৰামৰ্শ দিও ।  
+
| আৰু মই সচাকৈয়ে সেই কিতাপখন ভাল বুলি পৰামৰ্শ দিও ।  
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 14:25  
+
| 14:25  
| style="border:0.75pt double #00000a;padding:0.026cm;"| আৰু আপোনালোকে যদি এইখন কিনিব বিচাৰে আৰু আপোনালোকে ইউনাইটেত ষ্টেটত( United States) আছে মই ব্ল’কত এটা লিং সংস্থাপন কৰিম য’ত আপোনালোকে অফাৰৰ জৰিয়তে কিতাপখন কিনিব পাৰিব আৰু দোকানখনৰ মালিকে তাৰ পৰা অলপ টকা পাব ।
+
| আৰু আপোনালোকে যদি এইখন কিনিব বিচাৰে আৰু আপোনালোকে ইউনাইটেত ষ্টেটত( United States) আছে মই ব্ল’কত এটা লিং সংস্থাপন কৰিম য’ত আপোনালোকে অফাৰৰ জৰিয়তে কিতাপখন কিনিব পাৰিব আৰু দোকানখনৰ মালিকে তাৰ পৰা অলপ টকা পাব ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 14:43  
+
| 14:43  
| style="border:0.75pt double #00000a;padding:0.026cm;"| যোৱাকালি মই এটা অপ্ৰিতিকৰ ভয় খাইছিলো যেতিয়া মই মোৰ কাম আকৌ আৰম্ভ কৰিছিলো ,গৰমৰ বন্ধৰ পাছত।আৰু সেইতো যথেষ্ঠ ভয়ানক কিন্তু মই উইন্দোচ কম্পিউতাৰৰ(''' Windows''' computer) সৈতে আৰু ইন্তাৰনেট এক্সপ্ল’ৰৰত(''' Internet Explorer)''' প্ৰথমবাৰৰ বাবে মিত দা গিম্প ব্ল’কত(''' Meet the Gimp''' block) চাইছিলো ।
+
| যোৱাকালি মই এটা অপ্ৰিতিকৰ ভয় খাইছিলো যেতিয়া মই মোৰ কাম আকৌ আৰম্ভ কৰিছিলো ,গৰমৰ বন্ধৰ পাছত।আৰু সেইতো যথেষ্ঠ ভয়ানক কিন্তু মই উইন্দোচ কম্পিউতাৰৰ(''' Windows''' computer) সৈতে আৰু ইন্তাৰনেট এক্সপ্ল’ৰৰত(''' Internet Explorer)''' প্ৰথমবাৰৰ বাবে মিত দা গিম্প ব্ল’কত(''' Meet the Gimp''' block) চাইছিলো ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 15:04  
+
| 15:04  
| style="border:0.75pt double #00000a;padding:0.026cm;"| আৰু মই সচাকৈয়ে ভয় খাইছিলো কাৰন আটাইবোৰ ছবিয়ে উৰি আছিল আৰু একোয়ে ফ্ৰেমত খাপ খোৱা নাছিল আৰু এনে ধৰনৰ ।
+
| আৰু মই সচাকৈয়ে ভয় খাইছিলো কাৰন আটাইবোৰ ছবিয়ে উৰি আছিল আৰু একোয়ে ফ্ৰেমত খাপ খোৱা নাছিল আৰু এনে ধৰনৰ ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 15:17  
+
| 15:17  
| style="border:0.75pt double #00000a;padding:0.026cm;"| অনুস্থানটোত শেষৰ বস্তু হিচাবে,মোৰ আপোনালোকৰ বাবে এটা লিং সংকেত আছে ।
+
| অনুস্থানটোত শেষৰ বস্তু হিচাবে,মোৰ আপোনালোকৰ বাবে এটা লিং সংকেত আছে ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 15:23  
+
| 15:23  
| style="border:0.75pt double #00000a;padding:0.026cm;"| “ ফ’টোকাষ্ট নেটওৰ্ক”("Photocast Network") ফ’টো প’দকাষ্টৰ বাবে বিৰাট ডাঙৰ উৎসহ হয় আৰু মই ইতিমধ্যে এজন সদস্য হয় কিন্তু মই ৱেবচাইটত( website) নাই ।
+
| “ ফ’টোকাষ্ট নেটওৰ্ক”("Photocast Network") ফ’টো প’দকাষ্টৰ বাবে বিৰাট ডাঙৰ উৎসহ হয় আৰু মই ইতিমধ্যে এজন সদস্য হয় কিন্তু মই ৱেবচাইটত( website) নাই ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 15:37  
+
| 15:37  
| style="border:0.75pt double #00000a;padding:0.026cm;"| ৱেবচাইটতো( website) পৰীক্ষা কৰক।“প’দকাষ্ট নেটৱৰ্ক”ৰ সদস্যৰ দ্বাৰা তৈয়াৰি প’দকাষ্ট এটা আছে আৰু এইটো “ফ’কাচ ৰিং”("Focus Ring") বুলি কোৱা হয় আৰু আজি এইমাত্ৰ ৮ অধ্যায়তো বাহিৰ হৈ আহিছে ।
+
| ৱেবচাইটতো( website) পৰীক্ষা কৰক।“প’দকাষ্ট নেটৱৰ্ক”ৰ সদস্যৰ দ্বাৰা তৈয়াৰি প’দকাষ্ট এটা আছে আৰু এইটো “ফ’কাচ ৰিং”("Focus Ring") বুলি কোৱা হয় আৰু আজি এইমাত্ৰ ৮ অধ্যায়তো বাহিৰ হৈ আহিছে ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 15:52  
+
| 15:52  
| style="border:0.75pt double #00000a;padding:0.026cm;"| আৰু অৱশেষত মিত দা গিম্প(''' Meet The Gimp) '''ইয়াৰ বাওফালে খুন্দা মাৰিব ।''' '''
+
| আৰু অৱশেষত মিত দা গিম্প(''' Meet The Gimp) '''ইয়াৰ বাওফালে খুন্দা মাৰিব ।''' '''
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 15:59  
+
| 15:59  
| style="border:0.75pt double #00000a;padding:0.026cm;"| মই আপোনালোকক এটা সহায় কৰিবলৈ অনুৰোধ জনাইছো;মিত দা গিম্প''' (Meet The Gimp) '''ৰ বিষয়ে শব্দটো বিয়পাই দিয়ক।আৰু আপোনালোকে যদি কিবা মতামত পঠাব বিচাৰে ,অনুগ্ৰহ কৰি [mailto:info@meetthegimp.org info@meetthegimp.org] লৈ লিখক আৰু অধিক তথ্য [http://meetthegimp.org http://meetthegimp.org]. ত উপলব্ধ আছে ।
+
| মই আপোনালোকক এটা সহায় কৰিবলৈ অনুৰোধ জনাইছো;মিত দা গিম্প''' (Meet The Gimp) '''ৰ বিষয়ে শব্দটো বিয়পাই দিয়ক।আৰু আপোনালোকে যদি কিবা মতামত পঠাব বিচাৰে ,অনুগ্ৰহ কৰি [mailto:info@meetthegimp.org info@meetthegimp.org] লৈ লিখক আৰু অধিক তথ্য [http://meetthegimp.org http://meetthegimp.org]. ত উপলব্ধ আছে ।
  
 
|-
 
|-
| style="border:0.75pt double #00000a;padding:0.026cm;"| 16:22  
+
| 16:22  
| style="border:0.75pt double #00000a;padding:0.026cm;"| এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ।  
+
| এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ।  
  
 
|}
 
|}

Latest revision as of 12:40, 15 September 2015

Time Narration
00:23 Welcome to Meet the GIMP লৈ স্বাগতম জনাইছো ।
00:25 মোৰ নাম মৌচুমি মেধী আৰু মই এইটো আই আই টি বম্বেত বানিবদ্ধ কৰিছো ।
00:31 আজিৰ টিউটৰিয়েলটোৰ বাবে মই আপোনালোকক এটা প্ৰ্শ্ন আৰু উত্তৰৰ সংস্কৰনৰ সৈতে কথা দিছো,গতিকে কিছুমান স্ংবাদৰ সৈতে আৰম্ভ কৰা যাওক ।
00:40 মই ইতিমধ্যে আপোনালোকক গিম্প ইউজাৰদতকম('gimpusers.com' )ৰ বিষয়ে জনাইছো আৰু সিহতৰ বহুত ভাল বাতৰি আছে গিম্পৰ ভিদিও পদকাষ্টৰ( video podcast of the GIMP )বিষয়ে কিন্তু মই ভাবো আপোনালোকে সেই পদকাষ্ট( podcast) ইতিমধ্যে জানে ।
00:55 গতিকে,দাউনল’দ কৰা পেজটোলৈ যোৱা যাওক আৰু ইয়াত আপোনালোকে দেখিছে যে গিম্প ২.৪.0 ই নিৰ্বাচন এৰি দিয়ে আৰু উইন্দোজৰ বাবে উপলব্ধ হয় আৰু মই আপল মেকিন্ত’চ( Apple Macintosh) ৰ বিষয়ে ভাবো আৰু প্ৰায়ভাগ লিনাক্স (linux )পদ্ধতিৰ বাবে উৎসহ মোৰ বাবে বাদ দিয়ে ।
01:19 কাৰন উবুন্তু( Ubuntu) কিছুমান প্ৰয়োজন হোৱা লাইব্ৰেৰিৰ সৈতে সফলভাবে সন্মুখিন হব নোৱাৰে ।
01:27 গতিকে,গিম্প ২.৪.0 ৰাষ্টাত আছে আৰু আপোনালোকে যেতিয়া গিম্প ইউজাৰদতকম('gimpusers.com') ত থাকে,পৰ্দাখনৰ এই ঠাইখিনিত চাওক ।
01:42 দুখন মেইলিং লিষ্টৰ এইখন এখন আইনা যিয়ে গিম্পৰ বিষয়ে যথেষ্ঠ তথ্য দিয়ে ।
01:49 প্ৰথমতে “গিম্প ইউজাৰ”("gimp user" )মেইলিং লিষ্ট আৰু মই আপোনালোকক সেইটো পঢ়িবলৈ পৰামৰ্শ কৰো।
02:02 “গিম্প দেভ’ল’পাৰ”("gimp developer")লিষ্টখন মোৰ মূৰৰ ওপৰত আছে আৰু সম্ভৱত আপোনালোকৰো ওপৰত আছে ।
02:12 আৰু ইয়াত এটা আলোচোনা হয় যিয়ে এটা প্ৰশ্নৰ উত্তৰ দিয়ে আৰু মই সেই বিষয়ে একো নাজানিছিলো
02:20 এইটো ইয়াত চোৱা যাওক ।
02:22 প্ৰথম প্ৰশ্নটো ইয়াৰ আলেক্স বাৰ্চৰ( Alex Burs) দ্বাৰা সোধা গৈছে আৰু তেও সুধিছে:চেম্পেল পইন্ত তেবে( sample point tab) কি কৰিছিলে?
02:34 আৰু মই প্ৰশ্নটো বুজি পোৱা নাছিলো ।
02:38 কিন্তু মই আলেক্সক জানো কাৰন তেও মোক সহায় কৰিবলৈ চেষ্টা কৰিছিল আপোনালোকৰ বাবে প্ৰয়োজনীয় ফাইলবোৰ যোগান ধৰি আৰু গুগ’ল চাইট( google site)মোৰ বাবে সংস্থাপন কৰি ।
02:51 উত্তৰতো ইয়াত টিম জেদলিকাৰ( Tim Jedlicka) পৰা আহিছে আৰু মই টিমোকো জানো কাৰন টিমৰ ইণ্টাৰনেটত ডাঙৰ চাৰ্ভাৰ আছে আৰু ইণ্টাৰনেটৰ পৰা এটা ডাঙৰ যোগাযোগ আছে।আৰু আমি এতিয়া মাত্ৰ আপোনালোকৰ বাবে মই ইয়াত ৱ্যবহাৰ কৰা ফাইল দাউনলোদ কৰাৰ সম্ভাবনীয়তা সংস্থাপনৰ অগ্ৰগতিত আছো ।
03:14 মই ইয়াৰ বিষয়ে আপোনালোকক জনাই থাকিম নতুবা মাত্ৰ meetthegimp.org ত থকা ব্লকৰ ভিতৰত চাওক আৰু চাওক তাত আপোনালোকে দাওনল’দ আইক’ন পায় নেকি ।
03:29 ইয়াত টিমে আলেক্সৰ প্ৰশ্নৰ উত্তৰ দিছে ।
03:33 আৰু মই আপোনালোক দুয়োজনকে এই প্ৰশ্ন আৰু উত্তৰ কথোপোকথনৰ বাবে ধন্যবাদ দিছো ।
03:40 টিমে লিখিছিলে যে আৰ্হি বিন্দুবিলাক প্ৰদৰ্শনিৰ দৰে একেভাবে সৃষ্টি কৰা যায় মাত্ৰ আপোনালোকে ক’ন্ত্ৰ’ল কি(Ctrl key)তো ধৰি ৰাখিব লাগিব নতুবা আপোনালোকে আৰ্হি বিন্দু কাৰ্চাৰ দাল মিজাৰমেন্ত বাৰত( measurement bar) ৰাখিও সৃষ্টি কৰিব পাৰে আৰু ক’ন্ত্ৰ’ল কি(Ctrl key) ধৰি ৰাখি যেতিয়া আপোনালোকে আৰ্হি কৰিবলৈ বিচৰা বিন্দুটো টানি আনিব পাৰে ।
04:03 আৰু তাৰ পাছৰ প্ৰশ্নবোৰো আছে কিন্তু মই সেইবিলাকৰ মাজেৰে পাছত যাম ।
04:08 মই সেই বিষয়ে কেতিয়াও শুনা নাই আৰু মই এইতো চেষ্টা কৰিব লাগিব ।
04:13 সেইতো কৰিবলৈ মই গিম্প( GIMP) আৰম্ভ কৰিছিলো আৰু ছবিখন ইয়াৰ ভিতৰত ভৰাইছিলো যিটো মাই চিপ ইন দা ফ’গ( My Ship in the Fog) হিচাবে জানিবলৈ আৰম্ভ কৰিছিল ।
04:25 এতিয়া,মই বাওফালে থকা ৰুলাৰলৈ(ruler) যাম,ক’ন্ত্ৰ’ল কি( Ctrl key) দবাইছো আৰু ৰুলাৰদাল বাহিৰৰ পিনে টানি আনিছো আৰু আপোনালোকে ইয়াত দেখা পাব যে মাউচ কাৰ্চাৰ(mouse cursor) দাল আই দ্ৰ’পাৰলৈ(eye dropper) পৰিবৰ্তন হৈছে আৰু মই এডাল ৰেখাৰ পৰিবৰ্তে দুডাল ৰেখা পাইছো ।
04:45 মাত্ৰ মাউচ বাটানতো এৰি দিয়ক আৰু আপোনালোকে নম্বৰ ১ ৰ সৈতে ইয়াত এটা বিন্দু পাব ।
04:54 আৰু মই যেতিয়া দবোৱা মাউচ বাটানৰ সৈতে ৰুলাৰ দাল বাহিৰলৈ টানি আনিম আৰু ক’ন্ত্ৰ’ল কি নদোবোৱাকৈ,মই ইয়াত মাত্ৰ এডাল ৰেখা পাম যিটো ইয়াত বস্তুবোৰ মিলোৱাৰ বাবে ৱ্যবহাৰ কৰা হয় ।
05:09 ওপৰত ৰুলাৰৰ পৰা একে পদ্ধতি কৰিবলৈ চেষ্টা কৰা যাওক ।
05:13 মই ক’ন্ত্ৰ’ল কি( Ctrl key) আৰু মাউচ বাটান( mouse button) দবাইছো আৰু ৰুলাৰদাল তললৈ টানি আনিছো আৰু ইয়াত এইটো এৰি দিছো ।
05:20 গতিকে,ইয়াত মোৰ দুই নম্বৰ আছে আৰু নম্বৰ এক ইতিমধ্যে তাত আছে কিন্তু মই কোনো দাইল’গ দেখা নাই ।
05:28 গতিকে,তুল অপচনতোত ক্লিক কৰক আৰু তুল বক্সৰ পৰা কালাৰ পিকাৰ(Color Picker )নিৰ্বাচন কৰক কিন্তু মই ইয়াত একো দেখা নাই ।
05:39 কিন্তু মনত ৰাখিব ফাইলত এটা দাইল’গ উল্লেখ কৰা আছে,গতিকে মই ফাইলত( File) ক্লিক কৰিছো,দাইল’গচলৈ (Dialogs) গৈছো আৰু ইয়াত এটা চেম্পেল পইণ্ট( Sample Points) নামেৰে দাইল’গ আছে ।
05:53 আপোনালোকে যেতিয়া ইয়াত ক্লিক কৰিব,আপোনালোকে ইয়াত ১ আৰু ২ ৰ বাবে আৰ্হি বিন্দু পাব ।
06:01 আৰু এইতো ছবিখনত বিভিন্ন বিন্দুৰ বিষয়ে ৰঙৰ বিষয়ে তথ্য পোৱাৰ এটা পদ্ধতি হয় ।
06:10 আৰু এতিয়া ৰঙৰ বিষয়ে তথ্য পাবলৈ মই বেছি ভাল পথ জানো।
06:17 মই ইয়াত পিক্সেল RGB লৈ পৰিবৰ্তন কৰিব পাৰো আৰু মই ৰঙা,সেউজীয়া,নীলা ৰঙৰ বাবে পৰিমান পাইছো আৰু আল্‌ফা শতকৰা হিচাবত দৃশ্যমান হৈছে ।
06:32 ইয়াত,পিক্সেলৰ সৈতে আপোনালোকে ৰঙৰ প্ৰ্কৃত সংক্ষা পৰিমান দেখা পাব আৰু যেতিয়া RGB যেতিয়া নিৰ্বাচিত হয়,আপোনালোকে ইয়াত HTML ৰ বাবে হেক্স ক’দ( Hex code) দেখা পাব আৰু RGB মই HSV ৰং আৰ্হিত পৰিবৰ্তন কৰিব পাৰো নতুবা CMYK ৰং আৰ্হিত পৰিবৰ্তন কৰিব পাৰো আৰু মই সেইতো পাছত আগুৰিম ।
07:03 পিছৰ প্ৰ্শ্নটোও ৰঙৰ লগত আৰু কালাৰ পিকাৰৰ( color picker) লগত জৰিত হয় ।
07:10 মই মোৰ “চিপ ইন দা ফ’গ”(‘Ship in the Fog’)ৰ প’দকাষ্টত উল্লেখ কৰিছো যে আপোনালোকে কালাৰ পিকাৰ( color picker) ল’ব পাৰিব আৰু ছবিখনৰ ৰঙৰ তথ্য পাব পাৰে আৰু গ্লুলিওই( Glulio) ইয়াত শুধিছে কেনেকৈ ফলাফল ৰঙৰ ৰঙৰ তথ্য পাব পাৰি আৰু এটা লেয়াৰৰ ৰং নহয় ।
07:36 তাৰ এটা পথ এইমাত্ৰ আপোনালোকে দেখিছে কিন্তু তাৰ বেলেগ পথো আছে ।
07:42 মোৰ কালাৰ পিকাৰ( Color Picker) নিৰ্বাচন কৰা আছে আৰু মই যেতিয়া চিফ্‌ট( Shift)দবাও আৰু ছবিখনৰ ভিতৰত ক্লিক কৰো,মই শেষতীয়া ৰঙৰ তথ্য পাম।আৰু আপোনালোকে ইয়াত জাহাজখন দেখা পাইছে,গছবোৰ বগা আৰু আকাশখনো যিটো বেচি সন্তোষজনক ফলাফল নহয় ।
08:02 আৰু এইতো কাৰন মই বগা ৰঙৰ পৃষ্ঠভূমি নিৰ্বাচন কৰিছো ।
08:06 গতিকে,মই লেয়াৰ দাইল’গলৈ( Layers dialog) গৈছো আৰু এইটো দাইল’গত প্ৰকৃত বেগ্ৰাওন্দ লেয়াৰলৈ( Background layer )পৰিবৰ্তন কৰিছো আৰু আপোনালোকে আপোনালোকে পৰ্দাত দেখাৰ পৰা ইয়াৰ সম্পূৰ্ন বেলেগ ৰং দেখিছে।
08:18 লেয়াৰ দাইল’গত( Layers dialog) এটা চেম্পুল মাৰ্জ্‌দ( Sample merged) নামেৰে অপচন আছে আৰু আপোনালোকে যেতিয়া সেইতো সক্ৰিয় কৰিব,আপোনালোকে আটাইবোৰ দ’ম লেয়াৰৰ ফলাফল পাব আৰু চেম্পুল মাৰ্জ্‌দৰ সৈতে আপোনালোকে কালাৰ পিকাৰ ইনফ’ৰমেচনত( Picker Information)দেখিছে,অগ্ৰ্ভূমিৰ ৰং প্ৰ্ত্যক বাৰে পৰিবৰ্তন হৈ আছে
08:42 চেম্পুল মাৰ্জ্‌দ( Sample merged) সক্ৰিয়তাৰ সৈতে আপোনালোকে আটাইবোৰ লেয়াৰৰ ফলাফল পাব ।
08:54 আপোনালোকে যেতিয়া চেম্পুল মাৰ্জ্‌দ অপচন (Sample merged )অসক্ৰিয় কৰে,আপোনালোকে মাত্ৰ সক্ৰিয় লেয়াৰৰ পৰা ৰঙৰ তথ্য পাব আৰু মই সেইটো আগৰ অনুস্থানত কব পাহৰিছিলো আৰু আপোনালোকে যেতিয়া নীলা লেয়াৰ নিৰ্বাচন কৰিব আপোনালোকে নীলা ৰঙৰ তথ্য পাব ।
09:13 গতিকে উভতি যাওক,চেম্পুল মাৰ্জ্‌দ(Sample merged) নিৰ্বাচন কৰক আৰু আপোনালোকে প্ৰতিটো লেয়াৰৰে ফলাফল পাব ।
09:20 ইয়াত চেম্পুল এভাৰেজ( Sample average) নামেৰে অন্য এটা অপচন আছে আৰু আপোনালোকে যেতিয়া এইতো নিৰ্বাচন কৰিব আপোনালোকে ডাঙৰ কালাৰ পিকাৰ( Color Picker) পাব আৰু সেই ঠাইখিনিৰ আটাইবোৰ পিক্সেলৰ গড় হিচাব পাব ।
09:37 উচ্ছৃঙ্খল ছবিৰ ৰঙৰ তথ্য পাবলৈ এইটো এটা ভাল অপচন হয় য’ত আপোনালোকৰ একক পিক্সেলৰ মাজত ডাঙৰ পাৰ্থক্য থাকে ।
09:54 Glulio has another tip for the GIMP. গ্লুলিওৰ( Glulio) গিম্পৰ( GIMP) বাবে অন্য এটা বুদ্ধি আছে।
09:58 যদি আপোনালোকে মাত্ৰ '.xcf' ফাইল নাম হিচাবে ৱ্যবহাৰ নকৰে কিন্তু 'xcf.pz2' নতুবা 'xcf.bz2' ৱ্যবহাৰ কৰে,গিম্পে ছবিখন সঙ্কুচিত কৰিব আৰু আপোনালোকে সৰু ফাইলৰ আকাৰ পাব ।
10:17 মই নাজানো এইটো উন্দোচ মেচিনত( Windows machine) কাম কৰিব নে নাই আৰু আপোনালোকে সেইটো চেষ্ঠা কৰিব লাগিব ।
10:24 সম্ভবত উইন্দোজত এইটোৱে কাম কৰিব যদি আপোনালোকে ফাইলতো 'xcf.zip'নাম দিয়ে কিন্তু মই নাজানো এইটো সচানে ।
10:35 সম্ভবত কোনোবাই এইটো চেষ্ঠা কৰা উচিত আৰু ব্ল’গত( blog) দিব লাগে ।
10:43 দিমিত্ৰিৰ( Dmitry) পৰা অন্য প্ৰ্শ্ন আহিছে ।
10:47 বিভিন্ন ক’দেক( codec) চেষ্ঠা কৰি মই ভিডিওৰ গুনগত বৈশিষ্ট্য বঢ়াব পাৰো নেকি তেও সুধিছে ।
10:55 কিন্তু মই এই 'codec H 264' লিনাক্সৰ বাবে বিনামুলিয়া প্ৰ্তিযোজিত ৰূপত পোৱা নাই ।
11:03 ইয়াৰ এটা ৱ্যবসায়ীক প্ৰ্তিযোজিত ৰূপ আছে কিন্তু এইটো মোৰ বাবে বহুত দামি হয় ।
11:08 এইটো মাত্ৰ এটা মাত্ৰ অভ্যাস হয় আৰু মই বস্তুবোৰৰ আপলোদিংৰ বাবে মূল্য দিছো আৰু এইটো যথেষ্ঠ নহয় কিন্তু মই ইয়াত টকা খৰচ কৰিব নিবিচাৰো ।
11:23 কিন্তু,মোৰ গুনগত মান বিশিষ্ট প্ৰ্শ্ন আপোনালোকৰ বাবে আছে ।
11:26 মই এইটো ৮০০/৬০০ ত বানিবদ্ধ কৰি আছো আৰু এইটো ৬৪০/৪৮০ লৈ কমাইছো কাৰন মাত্ৰ প্ৰ্ত্যকে এইতো কৰে আৰু এই ধৰনে আপেল টিভিত( Apple TV) ই কাম কৰে আৰু এনে ধৰনৰ।
11:44 মোৰ আপোনালোকলৈ প্ৰ্শ্নটো হৈছে:আপোনালোকে প্ৰ্কৃত ফাইলৰ আকাৰ ৮০০/৬০০ হোৱাতো অগ্ৰাধিকাৰ দিয়ে নেকি ?
11:52 ছবিখন বেচি স্পষ্ট হয় আৰু আপোনালোকে এইটো বেচি ভাল দেখা পাব ।
11:56 ফাইলবোৰ অলপ আৰু ডাঙৰ হৈছে আৰু তাৰ বাহিৰত কিছুমান মানুহ আছে যিয়ে এই ডাঙৰ ফাইলবোৰ দেখা পাব নোৱাৰে ।
12:09 মই এটা পৰীক্ষা ফাইল ৮০০/৬০০ ত বনাম আৰু এইটো আপলোদ কৰিম।সম্ভবত আপোনালোকে এইটো চেষ্ঠা কৰা উচিত আৰু মোক কিছু মতামত দিয়ক ।
12:21 মই ইয়াত ৰোদ্ৰিগোৰ পৰা পোৱা পিছৰ মতামতৰ বিষয়ে বহুত সুখি,যিয়ে কৈছিল যে ফ’ট’চোপ( photoshop) কিনাৰ বাবে ভবা নাছিল কিন্তু গিম্প( GIMP )তেওৰ গ্ৰাফিক কামৰ বাবে লবলৈ ভাবিছিল।
12:37 মই ইমেইলৰ জৰিয়তে বাইতেলিৰ( Vitaly) পৰা এটা প্ৰশ্ন পাইছিলো:কাৰ্ভ তুল ধংস নোহোৱাকৈ ৱ্যবহাৰ কৰাৰ কিবা পথ আছে নেকি??
12:48 এই প্ৰশ্নটোৰ উত্তৰ হৈছে “নাই,গিম্পত নাই”
12:51 ফোটোচপে( Photoshop) সেইটো কৰিব পাৰে এই মিলোৱা লেয়াৰৰ সৈতে আৰু বহুত গিম্প প্ৰ’গ্ৰেমাৰ আছে যিয়ে ইয়াৰ ওপৰত কাম কৰি আছে আৰু এইটো কামত লগাবলৈ চেষ্ঠা কৰি আছে ।
13:03 কিন্তু,এতিয়ালৈ আপোনালোকে যদি লেভেল তুলৰ সৈতে ৰং পৰিবৰ্তন কৰে,এইটো এই ধৰনে যে তাৰ পাছত কৰা সকোলো পদক্ষেপবোৰ নোহোৱা নকৰাকৈ আপোনালোকে আপোনালোকৰ কাম নোহোৱা কৰিব নোৱাৰে ।
13:20 অন্য এটা প্ৰ্শ্ন দুদ্‌লিৰ( Dudley) পৰা আৰু তেও “ওপৰৰ ফ্ল’ৰৰ মূৰৰ পৰা” ইয়াত মোৰ প’দকাষ্টত আহিছিল আৰু তেওৰ কম্পিউতাৰত গিম্প ২.২.১৭ প্ৰতিষ্ঠাপিত কৰিছিল আৰু মই তেওক ২.৩ নতুবা ২.৪নিৰ্বাচন মূক্ত কৰিবলৈ নিৰ্দেশ দিছিলো কাৰন সেইবোৰ ২.২ ক্ৰমতকৈ বহুত ভাল হয়।
13:55 আৰু তেখেতে এখন কিতাবৰ বিষয়ে সুধিছে: আকন পিকৰ( Akkana Peck) “ বিগিনিং গিম্প:ফ্ৰ’ম নোভাইচ তু প্ৰ’ফেচনেল”("Beginning GIMP: From Novice to Professional") আৰু মোৰ এই কিতাপখন আছে ।
14:07 এইতো সচাকৈয়ে ভাল যদি আপোনালোকে গিম্পৰ সৈতে আৰম্ভ কৰে নতুবা আপোনালোকৰ বহুত জ্ঞান আছে তেতিয়াহলে এইখন এখন বহুত ভাল কিতাপ আৰু ইয়াৰ কিতাপখনৰ ওপৰত হাত থাকিব ।
14:19 আৰু মই সচাকৈয়ে সেই কিতাপখন ভাল বুলি পৰামৰ্শ দিও ।
14:25 আৰু আপোনালোকে যদি এইখন কিনিব বিচাৰে আৰু আপোনালোকে ইউনাইটেত ষ্টেটত( United States) আছে মই ব্ল’কত এটা লিং সংস্থাপন কৰিম য’ত আপোনালোকে অফাৰৰ জৰিয়তে কিতাপখন কিনিব পাৰিব আৰু দোকানখনৰ মালিকে তাৰ পৰা অলপ টকা পাব ।
14:43 যোৱাকালি মই এটা অপ্ৰিতিকৰ ভয় খাইছিলো যেতিয়া মই মোৰ কাম আকৌ আৰম্ভ কৰিছিলো ,গৰমৰ বন্ধৰ পাছত।আৰু সেইতো যথেষ্ঠ ভয়ানক কিন্তু মই উইন্দোচ কম্পিউতাৰৰ( Windows computer) সৈতে আৰু ইন্তাৰনেট এক্সপ্ল’ৰৰত( Internet Explorer) প্ৰথমবাৰৰ বাবে মিত দা গিম্প ব্ল’কত( Meet the Gimp block) চাইছিলো ।
15:04 আৰু মই সচাকৈয়ে ভয় খাইছিলো কাৰন আটাইবোৰ ছবিয়ে উৰি আছিল আৰু একোয়ে ফ্ৰেমত খাপ খোৱা নাছিল আৰু এনে ধৰনৰ ।
15:17 অনুস্থানটোত শেষৰ বস্তু হিচাবে,মোৰ আপোনালোকৰ বাবে এটা লিং সংকেত আছে ।
15:23 “ ফ’টোকাষ্ট নেটওৰ্ক”("Photocast Network") ফ’টো প’দকাষ্টৰ বাবে বিৰাট ডাঙৰ উৎসহ হয় আৰু মই ইতিমধ্যে এজন সদস্য হয় কিন্তু মই ৱেবচাইটত( website) নাই ।
15:37 ৱেবচাইটতো( website) পৰীক্ষা কৰক।“প’দকাষ্ট নেটৱৰ্ক”ৰ সদস্যৰ দ্বাৰা তৈয়াৰি প’দকাষ্ট এটা আছে আৰু এইটো “ফ’কাচ ৰিং”("Focus Ring") বুলি কোৱা হয় আৰু আজি এইমাত্ৰ ৮ অধ্যায়তো বাহিৰ হৈ আহিছে ।
15:52 আৰু অৱশেষত মিত দা গিম্প( Meet The Gimp) ইয়াৰ বাওফালে খুন্দা মাৰিব ।
15:59 মই আপোনালোকক এটা সহায় কৰিবলৈ অনুৰোধ জনাইছো;মিত দা গিম্প (Meet The Gimp) ৰ বিষয়ে শব্দটো বিয়পাই দিয়ক।আৰু আপোনালোকে যদি কিবা মতামত পঠাব বিচাৰে ,অনুগ্ৰহ কৰি info@meetthegimp.org লৈ লিখক আৰু অধিক তথ্য http://meetthegimp.org. ত উপলব্ধ আছে ।
16:22 এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ।

Contributors and Content Editors

Baijayanti, Mousumi