Difference between revisions of "PHP-and-MySQL/C2/XAMPP-in-Linux/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- ||00:00 ||নমস্কাৰ । লিনাক্সত('''Linux''') '''XAMPP Installation(ইনস্তলেচন)'''ৰ...") |
|||
Line 4: | Line 4: | ||
|- | |- | ||
||00:00 | ||00:00 | ||
− | ||নমস্কাৰ । লিনাক্সত('''Linux''') '''XAMPP Installation(ইনস্তলেচন)'''ৰ এই স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম | + | ||নমস্কাৰ । লিনাক্সত ('''Linux''') '''XAMPP Installation(ইনস্তলেচন)'''ৰ এই স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম |
|- | |- | ||
||00:05 | ||00:05 | ||
− | ||'''XAMPP''' হৈছে এটা বিনামূলীয়া আৰু মুক্ত উৎস(open source)ৰ ওৱেব চাৰ্ভাৰ পেকেজ(web server package) | + | ||'''XAMPP''' হৈছে এটা বিনামূলীয়া আৰু মুক্ত উৎস (open source)ৰ ওৱেব চাৰ্ভাৰ পেকেজ (web server package) |
XAMPP গঠিত হৈছে | XAMPP গঠিত হৈছে | ||
− | * Apache(আপাচি) HTTP Server(চাৰ্ভাৰ) | + | * Apache (আপাচি) HTTP Server (চাৰ্ভাৰ) |
− | * MySQL database(দাতাবেচ) | + | * MySQL database (দাতাবেচ) |
− | * স্ক্ৰিপ্ত্সমূহ(scripts)ৰ বাবে ইন্তাৰপ্ৰিতাৰ(Interpreter) সমূহ PHP আৰু Perl(পাৰ্ল) প্ৰোগ্ৰামিং ভাষাত লিখা হয় | + | * স্ক্ৰিপ্ত্সমূহ (scripts)ৰ বাবে ইন্তাৰপ্ৰিতাৰ (Interpreter) সমূহ PHP আৰু Perl (পাৰ্ল) প্ৰোগ্ৰামিং ভাষাত লিখা হয় |
|- | |- | ||
||00:19 | ||00:19 | ||
− | ||পূৰ্বতে, এই চফতৱেৰ(software)টোক LAMPP বোলা হৈছিল । কিন্তু ভুলধাৰণা নহ’বলৈ লিনাক্স(Linux)ৰ বাবে ইয়াক XAMPP নামাকৰণ কৰা হৈছিল | + | ||পূৰ্বতে, এই চফতৱেৰ (software)টোক LAMPP বোলা হৈছিল । কিন্তু ভুলধাৰণা নহ’বলৈ লিনাক্স (Linux)ৰ বাবে ইয়াক XAMPP নামাকৰণ কৰা হৈছিল |
|- | |- | ||
||00:27 | ||00:27 | ||
− | ||XAMPP ইনস্তল(install) কৰিবলৈ সহজ । XAMPP উইন্দ’চ(Windows),লিনাক্স(Linux),মেক(Mac)OSX আৰু চ’লাৰিচ(Solaris)ৰ বাবে উপলদ্ধ | + | ||XAMPP ইনস্তল (install) কৰিবলৈ সহজ । XAMPP উইন্দ’চ (Windows),লিনাক্স (Linux),মেক (Mac)OSX আৰু চ’লাৰিচ (Solaris)ৰ বাবে উপলদ্ধ |
|- | |- | ||
||00:35 | ||00:35 | ||
− | ||মই উবুন্তো(Ubuntu) লিনাক্স(Linux) 10.04 তাঙৰণ ব্যৱ্হাৰ কৰিছো | + | ||মই উবুন্তো (Ubuntu) লিনাক্স (Linux) 10.04 তাঙৰণ ব্যৱ্হাৰ কৰিছো |
|- | |- | ||
||00:39 | ||00:39 | ||
− | ||আপোনাৰ এদমিন এক্সেচ(admin access) থাকিব লাগিব | + | ||আপোনাৰ এদমিন এক্সেচ (admin access) থাকিব লাগিব |
|- | |- | ||
||00:41 | ||00:41 | ||
− | ||লিনাক্স(Linux)ৰ বাবে XAMPP দাউনল’দ(download) কৰাৰ প্ৰ্থম প্ৰদক্ষেপ হৈছে | + | ||লিনাক্স (Linux)ৰ বাবে XAMPP দাউনল’দ (download) কৰাৰ প্ৰ্থম প্ৰদক্ষেপ হৈছে |
|- | |- | ||
||00:44 | ||00:44 | ||
− | ||লিনাক্স(Linux)ৰ বাবে তলৰ সংযোজনটোৰ পৰা XAMPP দাউনল’দ কৰিব পাৰে | + | ||লিনাক্স (Linux)ৰ বাবে তলৰ সংযোজনটোৰ পৰা XAMPP দাউনল’দ কৰিব পাৰে |
|- | |- | ||
||00:48 | ||00:48 | ||
− | ||http://www.apachefriends.org/en/xampp.html | + | ||http://www.apachefriends.org/en/xampp.html |
|- | |- | ||
||00:58 | ||00:58 | ||
− | ||ওৱেবচাইত(website) টোলৈ যাওঁক | + | ||ওৱেবচাইত (website) টোলৈ যাওঁক |
|- | |- | ||
||00:59 | ||00:59 | ||
− | || উইন্দ’চ(Windows),মেক(Mac)OSX আৰু চ’লাৰিচ(Solaris)ৰ বাবেও XAMPP দাউনল’দ কৰাৰ সংযোজন উপলদ্ধ | + | || উইন্দ’চ (Windows),মেক (Mac)OSX আৰু চ’লাৰিচ (Solaris)ৰ বাবেও XAMPP দাউনল’দ কৰাৰ সংযোজন উপলদ্ধ |
|- | |- | ||
||01:09 | ||01:09 | ||
− | ||আমি লিনাক্স(Linux) সংযোজনৰ বাবে XAMPP নিৰ্বাচিত কৰিম | + | ||আমি লিনাক্স (Linux) সংযোজনৰ বাবে XAMPP নিৰ্বাচিত কৰিম |
|- | |- | ||
||01:13 | ||01:13 | ||
Line 53: | Line 53: | ||
|- | |- | ||
||01:26 | ||01:26 | ||
− | ||মই ইতিমধ্যে সময় বচাবলৈ এই ফাইলটো দে্স্কট’প(Desktop)ত দাউনল’দ কৰি থৈছো | + | ||মই ইতিমধ্যে সময় বচাবলৈ এই ফাইলটো দে্স্কট’প (Desktop)ত দাউনল’দ কৰি থৈছো |
|- | |- | ||
||01:30 | ||01:30 | ||
Line 59: | Line 59: | ||
|- | |- | ||
||01:37 | ||01:37 | ||
− | ||পৰ্দাত টাৰ্মিনেল(terminal) উইন্দ’ (window)এখন | + | ||পৰ্দাত টাৰ্মিনেল (terminal) উইন্দ’ (window) এখন উপষ্ঠাপন হৈছে |
|- | |- | ||
||01:40 | ||01:40 | ||
− | ||কমান্ডটো লিখক । '''cd space(স্পেছ) Desktop(দেক্সট’প)''' আৰু | + | ||কমান্ডটো লিখক । '''cd space(স্পেছ) Desktop(দেক্সট’প)''' আৰু দাইৰেক্তৰীটো দেস্কট’পলৈ সলাবলৈ এন্টাৰ টিপক |
|- | |- | ||
||01:48 | ||01:48 | ||
− | ||'''ls''' কমান্ডটো লিখক আৰু দেস্কট’প(Desktop)টোৰ বিষয়বস্তু(content)টো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক | + | ||'''ls''' কমান্ডটো লিখক আৰু দেস্কট’প (Desktop)টোৰ বিষয়বস্তু (content)টো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক |
|- | |- | ||
||01:55 | ||01:55 | ||
− | ||XAMPP ইনস্তলেচন(installation) ফাইলটো দেস্কট’প(Desktop)ত উপলব্ধ | + | ||XAMPP ইনস্তলেচন (installation) ফাইলটো দেস্কট’প (Desktop)ত উপলব্ধ |
|- | |- | ||
||01:58 | ||01:58 | ||
− | ||কমান্ডটো লিখক'''sudo(চিউদ’) space(স্পেছ) tar(টাৰ) space(স্পেছ) xvfz space(স্পেছ) xampp-linux(লিনাক্স)-1.7.7.tar.gz space(স্পেছ) -C space(স্পেছ) /opt''' | + | ||কমান্ডটো লিখক '''sudo(চিউদ’) space(স্পেছ) tar(টাৰ) space(স্পেছ) xvfz space(স্পেছ) xampp-linux(লিনাক্স)-1.7.7.tar.gz space(স্পেছ) -C space(স্পেছ) /opt''' |
|- | |- | ||
||02:13 | ||02:13 | ||
− | ||চিউদ’(sudo) পাছওৱৰ্দ(password) টো লিখক আৰু এন্টাৰ টিপক | + | ||চিউদ’ (sudo) পাছওৱৰ্দ (password) টো লিখক আৰু এন্টাৰ টিপক |
|- | |- | ||
||02:16 | ||02:16 | ||
− | ||দুঃখিত মই ভুল পাছওৱৰ্দ(password) দিছিলো সেইবাবে ই মোক "Sorry, try again" ভুল(error)টো দিছে | + | ||দুঃখিত মই ভুল পাছওৱৰ্দ (password) দিছিলো সেইবাবে ই মোক "Sorry, try again" ভুল (error)টো দিছে |
|- | |- | ||
||02:23 | ||02:23 | ||
− | ||শুদ্ধ চিউদ’(sudo) পাছওৱৰ্দ টো লিখক আৰু এন্টাৰ টিপক । গতিকে, আমি দাউনল’দ কৰা আৰ্ছিভ(archive)টো সফলভাৱে নিষ্কাশিত(extract) কৰিলো | + | ||শুদ্ধ চিউদ’(sudo) পাছওৱৰ্দ টো লিখক আৰু এন্টাৰ টিপক । গতিকে, আমি দাউনল’দ কৰা আৰ্ছিভ (archive)টো সফলভাৱে নিষ্কাশিত (extract) কৰিলো |
|- | |- | ||
||02:33 | ||02:33 | ||
− | ||এতিয়া, কমান্ডটো লিখক'''cd space(স্পেছ) /opt '''আৰু দাইৰেক্তৰীটো'''opt'''লৈ সলাবলৈ এন্টাৰ টিপক | + | ||এতিয়া, কমান্ডটো লিখক '''cd space(স্পেছ) /opt ''' আৰু দাইৰেক্তৰীটো '''opt'''লৈ সলাবলৈ এন্টাৰ টিপক |
|- | |- | ||
||02:43 | ||02:43 | ||
− | ||'''ls''' কমান্ডটো লিখক । আৰু '''opt''' দাইৰেক্তৰী(directory)ৰ বিষয়বস্তুটো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক | + | ||'''ls''' কমান্ডটো লিখক । আৰু '''opt''' দাইৰেক্তৰী (directory)ৰ বিষয়বস্তুটো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক |
|- | |- | ||
||02:50 | ||02:50 | ||
− | ||XAMPP টো এতিয়া /opt/lampp দাইৰেক্তৰী(directory)ৰ ভিতৰত ইনস্তল হ’ল | + | ||XAMPP টো এতিয়া /opt/lampp দাইৰেক্তৰী (directory)ৰ ভিতৰত ইনস্তল হ’ল |
|- | |- | ||
||02:57 | ||02:57 | ||
Line 95: | Line 95: | ||
|- | |- | ||
||03:02 | ||03:02 | ||
− | ||'''ls''' কমান্ডটো লিখক আৰু '''lampp''' দাইৰেক্তৰী(directory)ৰ বিষয়বস্তুটো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক | + | ||'''ls''' কমান্ডটো লিখক আৰু '''lampp''' দাইৰেক্তৰী (directory)ৰ বিষয়বস্তুটো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক |
|- | |- | ||
||03:09 | ||03:09 | ||
Line 101: | Line 101: | ||
|- | |- | ||
||03:13 | ||03:13 | ||
− | ||কমান্ডটো লিখক । '''sudo(চিউদ’) space(স্পেছ)/opt/lampp/lampp space(স্পেছ)start(ষ্টাৰ্ট)'''আৰু এন্টাৰ টিপক | + | ||কমান্ডটো লিখক । '''sudo(চিউদ’) space(স্পেছ)/opt/lampp/lampp space(স্পেছ)start(ষ্টাৰ্ট)''' আৰু এন্টাৰ টিপক |
|- | |- | ||
||03:27 | ||03:27 | ||
− | ||চিউদ’(sudo) পাছওৱৰ্দ(password) টো লিখক আৰু এন্টাৰ টিপক | + | ||চিউদ’ (sudo) পাছওৱৰ্দ (password) টো লিখক আৰু এন্টাৰ টিপক |
|- | |- | ||
||03:32 | ||03:32 | ||
− | ||লিনাক্স(Linux)ৰ বাবে XAMPPটো সফলভাৱে আৰম্ভ হ’ল | + | ||লিনাক্স (Linux)ৰ বাবে XAMPPটো সফলভাৱে আৰম্ভ হ’ল |
|- | |- | ||
||03:36 | ||03:36 | ||
− | ||এতিয়া আহক আমাৰ XAMPP ইনস্তলেচন(installation)টো পৰীক্ষা কৰো | + | ||এতিয়া আহক আমাৰ XAMPP ইনস্তলেচন (installation)টো পৰীক্ষা কৰো |
|- | |- | ||
||03:40 | ||03:40 | ||
− | ||এই উদ্দেশ্যে মই ফাইয়াৰফক্স(Firefox) ব্ৰ’জাৰ(browser)টোলৈ যাম | + | ||এই উদ্দেশ্যে মই ফাইয়াৰফক্স (Firefox) ব্ৰ’জাৰ (browser)টোলৈ যাম |
|- | |- | ||
||03:43 | ||03:43 | ||
− | ||এড্ৰেছ বাৰ(address bar)ত http://localhost (ল’কেলহ’ষ্ট) URLটো লিখক আৰু এন্টাৰ টিপক | + | ||এড্ৰেছ বাৰ (address bar)ত http://localhost (ল’কেলহ’ষ্ট) URLটো লিখক আৰু এন্টাৰ টিপক |
|- | |- | ||
||03:55 | ||03:55 | ||
− | ||আপুনি আপোনাৰ ওৱেৱ ব্ৰ’জাৰ(web browser) ত '''http://localhost/ | + | ||আপুনি আপোনাৰ ওৱেৱ ব্ৰ’জাৰ (web browser) ত '''http://localhost/xamppsplash.php''' URLটো দেখিব |
|- | |- | ||
||04:07 | ||04:07 | ||
− | ||ই দৰ্শাই যে আপাচি চাৰ্ভাৰ(Apache server ) টো চলি আছে । এতিয়া মই মোৰ হোমপেজটো htmlত নিৰ্মান কৰিম | + | ||ই দৰ্শাই যে আপাচি চাৰ্ভাৰ (Apache server ) টো চলি আছে । এতিয়া মই মোৰ হোমপেজটো htmlত নিৰ্মান কৰিম |
|- | |- | ||
||04:15 | ||04:15 | ||
− | ||এইটো ওৱেৱ ব্ৰ’জাৰ(web browser)ত দৰ্শিত হ’ব | + | ||এইটো ওৱেৱ ব্ৰ’জাৰ (web browser)ত দৰ্শিত হ’ব |
|- | |- | ||
||04:18 | ||04:18 | ||
− | ||টাৰ্মিনেলটোলৈ যাওঁক ।''' cd space/opt/lampp/htdocs'''কমান্ডটো লিখক আৰু দাইৰেক্তৰী(directory)টো '''/opt/lampp/htdocs'''লৈ সলাবলৈ এন্টাৰ টিপক | + | ||টাৰ্মিনেলটোলৈ যাওঁক । ''' cd space/opt/lampp/htdocs''' কমান্ডটো লিখক আৰু দাইৰেক্তৰী (directory)টো '''/opt/lampp/htdocs'''লৈ সলাবলৈ এন্টাৰ টিপক |
|- | |- | ||
||04:36 | ||04:36 | ||
− | ||এইটো আমাৰ ওৱেব দাইৰেক্তৰী(web directory)ৰ পথ | + | ||এইটো আমাৰ ওৱেব দাইৰেক্তৰী (web directory)ৰ পথ |
|- | |- | ||
||04:39 | ||04:39 | ||
− | ||কমান্ডটো লিখক '''sudo(চিউদ’) space(স্পেছ) mkdir space(স্পেছ) myhomepage(মাই হোমপেজ)'''আৰু মাই হোমপেজ('''myhomepage''') দাইৰেক্তৰী(directory )টো নিৰ্মান কৰিবলৈ এন্টাৰ টিপক | + | ||কমান্ডটো লিখক '''sudo(চিউদ’) space(স্পেছ) mkdir space(স্পেছ) myhomepage(মাই হোমপেজ)''' আৰু মাই হোমপেজ ('''myhomepage''') দাইৰেক্তৰী (directory )টো নিৰ্মান কৰিবলৈ এন্টাৰ টিপক |
|- | |- | ||
||04:51 | ||04:51 | ||
− | || '''ls''' কমান্ডটো লিখক আৰু '''htdocs'''দাইৰেক্তৰী(directory)ৰ বিষয়বস্তুটো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক | + | || '''ls''' কমান্ডটো লিখক আৰু '''htdocs''' দাইৰেক্তৰী (directory)ৰ বিষয়বস্তুটো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক |
|- | |- | ||
||04:58 | ||04:58 | ||
− | ||কমান্ডটো লিখক । '''cd space(স্পেছ) myhomepage(মাই হোমপেজ)''' দাইৰেক্তৰী(directory)টো মাই হোমপেজ('''myhomepage''')লৈ সলাবলৈ এন্টাৰ টিপক | + | ||কমান্ডটো লিখক । '''cd space(স্পেছ) myhomepage(মাই হোমপেজ)''' দাইৰেক্তৰী (directory)টো মাই হোমপেজ ('''myhomepage''')লৈ সলাবলৈ এন্টাৰ টিপক |
|- | |- | ||
||05:08 | ||05:08 | ||
− | ||এতিয়া মই মোৰ হোমপেজ(home page ) htmlত নিৰ্মান কৰিম | + | ||এতিয়া মই মোৰ হোমপেজ (home page ) htmlত নিৰ্মান কৰিম |
|- | |- | ||
||05:12 | ||05:12 | ||
− | ||কমান্ডটো লিখক । '''sudo(চিউদ’) space(স্পেছ) gedit space(স্পেছ) index.html''' gedit টেক্সত | + | ||কমান্ডটো লিখক । '''sudo(চিউদ’) space(স্পেছ) gedit space(স্পেছ) index.html''' gedit টেক্সত এদিতৰ (text editor) ব্যৱহাৰ কৰি index.html নিৰ্মান কৰিবলৈ এন্টাৰ টিপক |
|- | |- | ||
||05:32 | ||05:32 | ||
− | || HTML শিকিবলৈ, অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইট(website)ত উপলব্ধ টিউটৰিয়েল সমূহ চাওঁক | + | || HTML শিকিবলৈ, অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইট (website)ত উপলব্ধ টিউটৰিয়েল সমূহ চাওঁক |
|- | |- | ||
||05:37 | ||05:37 | ||
− | ||সময় | + | ||সময় বচাবলৈ, মই ইয়াত HTML ক’ড এটা কপি-পেষ্ট (copy-paste) কৰিম |
|- | |- | ||
||05:43 | ||05:43 | ||
− | || টাইটল টেগ(title tag )ৰ মাজত লিখা আখৰ সমূহ ব্ৰ’জাৰ(browser)টোৰ টাইটল বাৰ(title bar )ত দৰ্শিত হব | + | || টাইটল টেগ (title tag )ৰ মাজত লিখা আখৰ সমূহ ব্ৰ’জাৰ (browser)টোৰ টাইটল বাৰ (title bar )ত দৰ্শিত হব |
|- | |- | ||
||05:49 | ||05:49 | ||
− | ||বডি টেগ(body tag )ৰ মাজত লিখা আখৰ সমূহ ব্ৰ’জাৰ(browser)টোত দৰ্শিত হ’ব | + | ||বডি টেগ (body tag )ৰ মাজত লিখা আখৰ সমূহ ব্ৰ’জাৰ (browser)টোত দৰ্শিত হ’ব |
|- | |- | ||
||05:54 | ||05:54 | ||
− | ||ফাইলটো সংৰক্ষণ কৰিবলৈ ছেভ("Save") বুটামত টিপক । gedit উইন্দো(window) খন বন্ধ কৰক | + | ||ফাইলটো সংৰক্ষণ কৰিবলৈ ছেভ ("Save") বুটামত টিপক । gedit উইন্দো (window) খন বন্ধ কৰক |
|- | |- | ||
||05:59 | ||05:59 | ||
− | ||ফাইয়াৰফক্স ব্ৰ’জাৰ(Firefox browser)টোলৈ ঘূৰি আহক | + | ||ফাইয়াৰফক্স ব্ৰ’জাৰ (Firefox browser)টোলৈ ঘূৰি আহক |
|- | |- | ||
||06:02 | ||06:02 | ||
− | ||http://localhost/myhomepage (মাই হোমপেজ)URL টো লিখক আৰু এন্টাৰ টিপক | + | ||http://localhost/myhomepage (মাই হোমপেজ) URL টো লিখক আৰু এন্টাৰ টিপক |
|- | |- | ||
||06:13 | ||06:13 | ||
− | ||আপুনি চাব পাৰে যে ওৱেব(web) ব্ৰ’জাৰ(browser)টোত আদৰণি বাৰ্তা(welcome message)টো দৰ্শিত হৈছে | + | ||আপুনি চাব পাৰে যে ওৱেব (web) ব্ৰ’জাৰ (browser)টোত আদৰণি বাৰ্তা (welcome message)টো দৰ্শিত হৈছে |
|- | |- | ||
||06:20 | ||06:20 | ||
− | ||গতিকে সেইদৰেই আমি XAMPP টো ইনস্তল(install),আৰম্ভ(start) আৰু পৰীক্ষা(test) কৰো | + | ||গতিকে সেইদৰেই আমি XAMPP টো ইনস্তল (install), আৰম্ভ (start) আৰু পৰীক্ষা (test) কৰো |
|- | |- | ||
||06:26 | ||06:26 | ||
− | ||শ্লাইড(slide)লৈ ঘূৰি আহক । মই এতিয়া স্পকেন টিউটৰিয়েল প্ৰকল্পৰ বিষয়ে ক’ম | + | ||শ্লাইড (slide)লৈ ঘূৰি আহক । মই এতিয়া স্পকেন টিউটৰিয়েল প্ৰকল্পৰ বিষয়ে ক’ম |
|- | |- | ||
||06:31 | ||06:31 | ||
Line 185: | Line 185: | ||
|- | |- | ||
||06:46 | ||06:46 | ||
− | ||আপোনাৰ যদি বেণ্ডউইথ ভাল নহয় ,আপুনি এইটো দাউনলদ কৰি চাব পাৰে | + | ||আপোনাৰ যদি বেণ্ডউইথ ভাল নহয় , আপুনি এইটো দাউনলদ কৰি চাব পাৰে |
|- | |- | ||
||06:51 | ||06:51 | ||
Line 197: | Line 197: | ||
|- | |- | ||
||07:06 | ||07:06 | ||
− | ||স্পকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিছাৰ(Talk to a Teacher) প্ৰকল্পৰ অংশ হয় | + | ||স্পকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয় |
|- | |- | ||
||07:11 | ||07:11 | ||
− | ||ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে (National Mission on Education )সহায় কৰিছে | + | ||ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে (National Mission on Education) সহায় কৰিছে |
|- | |- | ||
||07:17 | ||07:17 |
Revision as of 18:00, 2 June 2015
Time | Narration |
00:00 | নমস্কাৰ । লিনাক্সত (Linux) XAMPP Installation(ইনস্তলেচন)ৰ এই স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম |
00:05 | XAMPP হৈছে এটা বিনামূলীয়া আৰু মুক্ত উৎস (open source)ৰ ওৱেব চাৰ্ভাৰ পেকেজ (web server package)
XAMPP গঠিত হৈছে
|
00:19 | পূৰ্বতে, এই চফতৱেৰ (software)টোক LAMPP বোলা হৈছিল । কিন্তু ভুলধাৰণা নহ’বলৈ লিনাক্স (Linux)ৰ বাবে ইয়াক XAMPP নামাকৰণ কৰা হৈছিল |
00:27 | XAMPP ইনস্তল (install) কৰিবলৈ সহজ । XAMPP উইন্দ’চ (Windows),লিনাক্স (Linux),মেক (Mac)OSX আৰু চ’লাৰিচ (Solaris)ৰ বাবে উপলদ্ধ |
00:35 | মই উবুন্তো (Ubuntu) লিনাক্স (Linux) 10.04 তাঙৰণ ব্যৱ্হাৰ কৰিছো |
00:39 | আপোনাৰ এদমিন এক্সেচ (admin access) থাকিব লাগিব |
00:41 | লিনাক্স (Linux)ৰ বাবে XAMPP দাউনল’দ (download) কৰাৰ প্ৰ্থম প্ৰদক্ষেপ হৈছে |
00:44 | লিনাক্স (Linux)ৰ বাবে তলৰ সংযোজনটোৰ পৰা XAMPP দাউনল’দ কৰিব পাৰে |
00:48 | http://www.apachefriends.org/en/xampp.html |
00:58 | ওৱেবচাইত (website) টোলৈ যাওঁক |
00:59 | উইন্দ’চ (Windows),মেক (Mac)OSX আৰু চ’লাৰিচ (Solaris)ৰ বাবেও XAMPP দাউনল’দ কৰাৰ সংযোজন উপলদ্ধ |
01:09 | আমি লিনাক্স (Linux) সংযোজনৰ বাবে XAMPP নিৰ্বাচিত কৰিম |
01:13 | আহক আমি ইয়াত টিপো |
01:14 | তললৈ যাওঁক আৰু দাউনল’দ কৰিবলৈ Step1ত টিপক |
01:19 | এতিয়া XAMPP Linux(লিনাক্স) 1.7.7ত টিপক আৰু ইয়াক দাউনল’দ কৰিবলৈ প্ৰদক্ষেপসমুহ অনুসৰণ কৰক |
01:26 | মই ইতিমধ্যে সময় বচাবলৈ এই ফাইলটো দে্স্কট’প (Desktop)ত দাউনল’দ কৰি থৈছো |
01:30 | এতিয়া টাৰ্মিনেল খুলিবলৈ Ctrl, Alt আৰু T কীজ একেলগে টিপক |
01:37 | পৰ্দাত টাৰ্মিনেল (terminal) উইন্দ’ (window) এখন উপষ্ঠাপন হৈছে |
01:40 | কমান্ডটো লিখক । cd space(স্পেছ) Desktop(দেক্সট’প) আৰু দাইৰেক্তৰীটো দেস্কট’পলৈ সলাবলৈ এন্টাৰ টিপক |
01:48 | ls কমান্ডটো লিখক আৰু দেস্কট’প (Desktop)টোৰ বিষয়বস্তু (content)টো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক |
01:55 | XAMPP ইনস্তলেচন (installation) ফাইলটো দেস্কট’প (Desktop)ত উপলব্ধ |
01:58 | কমান্ডটো লিখক sudo(চিউদ’) space(স্পেছ) tar(টাৰ) space(স্পেছ) xvfz space(স্পেছ) xampp-linux(লিনাক্স)-1.7.7.tar.gz space(স্পেছ) -C space(স্পেছ) /opt |
02:13 | চিউদ’ (sudo) পাছওৱৰ্দ (password) টো লিখক আৰু এন্টাৰ টিপক |
02:16 | দুঃখিত মই ভুল পাছওৱৰ্দ (password) দিছিলো সেইবাবে ই মোক "Sorry, try again" ভুল (error)টো দিছে |
02:23 | শুদ্ধ চিউদ’(sudo) পাছওৱৰ্দ টো লিখক আৰু এন্টাৰ টিপক । গতিকে, আমি দাউনল’দ কৰা আৰ্ছিভ (archive)টো সফলভাৱে নিষ্কাশিত (extract) কৰিলো |
02:33 | এতিয়া, কমান্ডটো লিখক cd space(স্পেছ) /opt আৰু দাইৰেক্তৰীটো optলৈ সলাবলৈ এন্টাৰ টিপক |
02:43 | ls কমান্ডটো লিখক । আৰু opt দাইৰেক্তৰী (directory)ৰ বিষয়বস্তুটো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক |
02:50 | XAMPP টো এতিয়া /opt/lampp দাইৰেক্তৰী (directory)ৰ ভিতৰত ইনস্তল হ’ল |
02:57 | কমান্ডটো লিখক । cd space(স্পেছ) lampp |
03:02 | ls কমান্ডটো লিখক আৰু lampp দাইৰেক্তৰী (directory)ৰ বিষয়বস্তুটো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক |
03:09 | পাছৰ প্ৰদক্ষেপটো হৈছে XAMPPটো আৰম্ভ কৰা |
03:13 | কমান্ডটো লিখক । sudo(চিউদ’) space(স্পেছ)/opt/lampp/lampp space(স্পেছ)start(ষ্টাৰ্ট) আৰু এন্টাৰ টিপক |
03:27 | চিউদ’ (sudo) পাছওৱৰ্দ (password) টো লিখক আৰু এন্টাৰ টিপক |
03:32 | লিনাক্স (Linux)ৰ বাবে XAMPPটো সফলভাৱে আৰম্ভ হ’ল |
03:36 | এতিয়া আহক আমাৰ XAMPP ইনস্তলেচন (installation)টো পৰীক্ষা কৰো |
03:40 | এই উদ্দেশ্যে মই ফাইয়াৰফক্স (Firefox) ব্ৰ’জাৰ (browser)টোলৈ যাম |
03:43 | এড্ৰেছ বাৰ (address bar)ত http://localhost (ল’কেলহ’ষ্ট) URLটো লিখক আৰু এন্টাৰ টিপক |
03:55 | আপুনি আপোনাৰ ওৱেৱ ব্ৰ’জাৰ (web browser) ত http://localhost/xamppsplash.php URLটো দেখিব |
04:07 | ই দৰ্শাই যে আপাচি চাৰ্ভাৰ (Apache server ) টো চলি আছে । এতিয়া মই মোৰ হোমপেজটো htmlত নিৰ্মান কৰিম |
04:15 | এইটো ওৱেৱ ব্ৰ’জাৰ (web browser)ত দৰ্শিত হ’ব |
04:18 | টাৰ্মিনেলটোলৈ যাওঁক । cd space/opt/lampp/htdocs কমান্ডটো লিখক আৰু দাইৰেক্তৰী (directory)টো /opt/lampp/htdocsলৈ সলাবলৈ এন্টাৰ টিপক |
04:36 | এইটো আমাৰ ওৱেব দাইৰেক্তৰী (web directory)ৰ পথ |
04:39 | কমান্ডটো লিখক sudo(চিউদ’) space(স্পেছ) mkdir space(স্পেছ) myhomepage(মাই হোমপেজ) আৰু মাই হোমপেজ (myhomepage) দাইৰেক্তৰী (directory )টো নিৰ্মান কৰিবলৈ এন্টাৰ টিপক |
04:51 | ls কমান্ডটো লিখক আৰু htdocs দাইৰেক্তৰী (directory)ৰ বিষয়বস্তুটো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক |
04:58 | কমান্ডটো লিখক । cd space(স্পেছ) myhomepage(মাই হোমপেজ) দাইৰেক্তৰী (directory)টো মাই হোমপেজ (myhomepage)লৈ সলাবলৈ এন্টাৰ টিপক |
05:08 | এতিয়া মই মোৰ হোমপেজ (home page ) htmlত নিৰ্মান কৰিম |
05:12 | কমান্ডটো লিখক । sudo(চিউদ’) space(স্পেছ) gedit space(স্পেছ) index.html gedit টেক্সত এদিতৰ (text editor) ব্যৱহাৰ কৰি index.html নিৰ্মান কৰিবলৈ এন্টাৰ টিপক |
05:32 | HTML শিকিবলৈ, অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইট (website)ত উপলব্ধ টিউটৰিয়েল সমূহ চাওঁক |
05:37 | সময় বচাবলৈ, মই ইয়াত HTML ক’ড এটা কপি-পেষ্ট (copy-paste) কৰিম |
05:43 | টাইটল টেগ (title tag )ৰ মাজত লিখা আখৰ সমূহ ব্ৰ’জাৰ (browser)টোৰ টাইটল বাৰ (title bar )ত দৰ্শিত হব |
05:49 | বডি টেগ (body tag )ৰ মাজত লিখা আখৰ সমূহ ব্ৰ’জাৰ (browser)টোত দৰ্শিত হ’ব |
05:54 | ফাইলটো সংৰক্ষণ কৰিবলৈ ছেভ ("Save") বুটামত টিপক । gedit উইন্দো (window) খন বন্ধ কৰক |
05:59 | ফাইয়াৰফক্স ব্ৰ’জাৰ (Firefox browser)টোলৈ ঘূৰি আহক |
06:02 | http://localhost/myhomepage (মাই হোমপেজ) URL টো লিখক আৰু এন্টাৰ টিপক |
06:13 | আপুনি চাব পাৰে যে ওৱেব (web) ব্ৰ’জাৰ (browser)টোত আদৰণি বাৰ্তা (welcome message)টো দৰ্শিত হৈছে |
06:20 | গতিকে সেইদৰেই আমি XAMPP টো ইনস্তল (install), আৰম্ভ (start) আৰু পৰীক্ষা (test) কৰো |
06:26 | শ্লাইড (slide)লৈ ঘূৰি আহক । মই এতিয়া স্পকেন টিউটৰিয়েল প্ৰকল্পৰ বিষয়ে ক’ম |
06:31 | http://spoken-tutorial.org/What_is_a_Spoken_Tutorial ত উপলব্ধ কথাচিত্ৰটো চাব |
06:42 | এইটো স্পকেন টিউটৰিয়েল প্ৰকল্পৰ মূল ভাৱ |
06:46 | আপোনাৰ যদি বেণ্ডউইথ ভাল নহয় , আপুনি এইটো দাউনলদ কৰি চাব পাৰে |
06:51 | স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলে স্পকেন টিউটৰিয়েল ব্যৱহাৰৰ কৰ্মশালা পাতে |
06:57 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমাণ পত্ৰ দিয়ে |
07:01 | অধিক জানিবলৈ, sptutemail@gmail.com ত যোগাযোগ কৰক |
07:06 | স্পকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয় |
07:11 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে (National Mission on Education) সহায় কৰিছে |
07:17 | এই মিচনৰ বিষয়ে অধিক তথ্য , http://spoken-tutorial.org/NMEICT-Intro ত উপলব্ধ |
07:27 | আমি এই টিউটৰিয়েলটোৰ শেষ পালোহি |
07:30 | সংযোগ কৰাৰ বাবে ধন্যবাদ |
07:32 | মই মৌচুম হাজৰিকা । শুভ বিদায় । |