Difference between revisions of "BASH/C2/String-and-File-attributes/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border=1 !Time !Narration |- | 00:01 |মৰমৰ বন্ধুসকল, ষ্ট্ৰিংগ এন্দ ফাইল এট্ৰিবিউতচ কম্...") |
|||
Line 237: | Line 237: | ||
|- | |- | ||
| 04:44 | | 04:44 | ||
− | |নতুবা, ই ইকৌ (echo) কৰিব ''' "File does not | + | |নতুবা, ই ইকৌ (echo) কৰিব ''' "File does not exists" ''' |
|- | |- | ||
Line 365: | Line 365: | ||
|- | |- | ||
| 06:53 | | 06:53 | ||
− | |মই এটা ফাইল নিৰ্বাচিত কৰিম, যিটো এটা | + | |মই এটা ফাইল নিৰ্বাচিত কৰিম, যিটো এটা পঢ়িব পৰা ফাইল নহয় বা যাৰ '''write permission(ৰাইত পাৰ্মিচন)''' নাই |
|- | |- |
Revision as of 12:29, 24 April 2015
Time | Narration |
---|---|
00:01 | মৰমৰ বন্ধুসকল, ষ্ট্ৰিংগ এন্দ ফাইল এট্ৰিবিউতচ কম্পাৰিজন ইন বেচ (String and File Attributes comparison in Bash) ৰ স্প'কেন টিউট'ৰিয়েললৈ স্বাগতম |
00:10 | এই টিউট'ৰিয়েলটোত, আমি শিকিম |
00:13 | * String comparison (ষ্ট্ৰিংগ কম্পাৰিজন) আৰু File attributes comparison (ফাইল এট্ৰিবিউতচ কম্পাৰিজন) |
00:18 | আমি এইটো কিছু উদাহৰণ ব্যৱহাৰ কৰি কৰিম |
00:22 | এই টিউট’ৰিয়েলটোৰ বাবে, মই ব্যৱহাৰ কৰিছো |
00:25 | * Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম(Operating System) আৰু |
00:30 | * GNU BASH(বেচ) তাঙৰণ 4.1.10 |
00:34 | অনুগ্ৰহ কৰি মন কৰিব, GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় এই টিউট’ৰিয়েলটো অভ্যাসৰ বাবে |
00:42 | আহক আমি এটা পৰিচয়ৰে আৰম্ভ কৰো |
00:45 | ষ্ট্ৰিংগ (string) এটা বেচত (Bash) তুলনা কৰিবলৈ দুটা পদ্ধতি আছে |
00:49 | 1) প্ৰথমতে(First): == (ইকুৱেল তু ইকুৱেল তু) অপাৰেতৰ(operator) ব্যৱহাৰ কৰি |
00:53 | দুটা ইকুৱেল ষ্ট্ৰিংগচ (equal strings) তুলনা কৰিবলৈ |
00:56 | 2) দ্বিতীয়তে (Second): != (নত ইকুৱেল তু ) অপাৰেতৰ (operator) |
00:59 | দুটা নত ইকুৱেল ষ্ট্ৰিংগচ ( not equal strings) তুলনা কৰিবলৈ |
01:03 | আহক আমি এটা উদঘৰণ চাওঁ |
01:06 | ইয়াত মোৰ এটা সৰল প্ৰোগ্ৰাম আছে, যি ইউজাৰ ID পৰীক্ষা কৰে |
01:11 | আপোনাৰ এডিতৰত ফাইল এটা খোলক আৰু তাক strcompare dot(দত) sh হিচাবে ছেভ কৰক |
01:19 | এতিয়া, আপোনাৰ strcompare dot(দত) sh ফাইলত, ইয়াত দেখুৱাৰ দৰে ক’ডটো লিখক |
01:26 | মই ক’ডটো বৰ্ণনা কৰিম |
01:28 | এইটো হৈছে চিবেং শাৰী (shebang line) |
01:31 | whoami কমান্ডে বৰ্তমান ইউজাৰৰ username(ইউজাৰনেম) টো দিয়ে |
01:36 | if(ইফ) ষ্টেতমেন্তটোৱে whoami ভেৰিয়েবলটোৰ আউতপুতটোক string “root”(ষ্ট্ৰিংগ ৰোত)টোৰ বিৰুদ্ধে পৰীক্ষা কৰে |
01:44 | আমি ইয়াত ষ্ট্ৰিংগসমূহ (strings) তুলনা কৰিবলৈ not-equal to(নত ইকুৱেল তু ) অপাৰেতৰ ব্যৱহাৰ কৰিছো |
01:50 | যদি বৰ্তমান ইউজাৰটো root user(ৰোত ইউজাৰ) নহয়, তেন্তে ই এই ষ্টেতমেন্তটো echo(ইকৌ) কৰিব- |
01:57 | “You have no permission to run strcompare dot sh as non-root user” |
02:05 | ইয়াত $0 (ডলাৰ জিৰ’)টো হৈছে zeroeth(জিৰ’থ) আৰগুমেন্ত যি নিজে এটা ফাইলনাম হয় |
02:13 | যদি বৰ্তমান ইউজাৰটো root user(ৰোত ইউজাৰ) হয়, ই echo(ইকৌ) কৰিব - “Welcome root!” |
02:18 | তাৰপাছত আমাৰ প্ৰোগ্ৰামটোৰ বাবে exit(এক্সিত) ষ্টেতমেন্তটো আছে |
02:23 | আৰু ইয়াত আমি fi ৰে if(ইফ) ষ্টেতমেন্তটো শেষ কৰো |
02:28 | আহক আমি exit(এক্সিত) ষ্টেতমেন্তৰ বিষয়ে অধিক জানিবলৈ আমাৰ শ্লাইডসমূহলৈ যাওঁ |
02:34 | প্ৰত্যেক প্ৰোগ্ৰামে এটা exit status(এক্সিত ষ্টেটাচ) ঘূৰাই দিয়ে |
02:38 | এটা সফল কমান্ডে এটা 0 (শূণ্য) ঘূৰাই দিয়ে |
02:42 | এটা ভ্ৰান্ত (erroneous) কমান্ডে এটা non-zero(ন’ন জিৰ’) মান ঘূৰাই দিয়ে |
02:47 | ইয়াক এটা error code(এৰ’ৰ ক’ড) হিচাবে ব্যাখ্যা কৰিব পাৰি |
02:51 | আমি exit(এক্সিত) ষ্টেতমেন্তটোৰ ঘূৰাই দিয়া মানক সজাব (customize) পাৰো |
02:56 | এতিয়া, আহক প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো |
02:58 | আপোনাৰ কীবৰ্ডত Ctrl+Alt আৰু T কীছ (keys) একেলগে টিপি টাৰ্মিনেলটো খোলক |
03:08 | প্ৰথমে, আহক চিষ্টেমটোৰ বৰ্তমান ইউজাৰটোক পৰীক্ষা কৰো |
03:12 | লিখক whoami |
03:15 | এন্টাৰ টিপক |
03:17 | ই বৰ্তমান ইউজাৰটোৰ নামটো আউতপুত দিব |
03:21 | এতিয়া আহক আমাৰ স্ক্ৰিপ্তটো এক্সিকিউটেবল বনাওঁ |
03:25 | লিখক chmod +x strcompare dot(দত) sh |
03:32 | লিখক dot(দত) slash(শ্লাচ) strcompare dot(দত) sh |
03:37 | আউতপুতটো দৰ্শিত হৈছে যে: |
03:39 | You have no permission to run dot slash strcompare dot sh as non-root user |
03:47 | এতিয়া আহক একেটা প্ৰোগ্ৰামকে root user(ৰোত ইউজাৰ) হিচাবে কাৰ্যকৰী কৰো |
03:52 | লিখক: sudo dot(দত) slash(শ্লাচ) strcompare dot(দত) sh |
03:58 | ই এটা পাচৱৰ্ডৰ বাবে সুধিব |
04:01 | ইয়াত আপোনাৰ পাচৱৰ্ড দিয়ক |
04:04 | আউতপুতটো দৰ্শিত হৈছে যে: Welcome root! |
04:08 | এতিয়া, আহক file attributes (ফাইল এট্ৰিবিউতচ) কম্পাৰিজনৰ বিষয়ে শিকো |
04:13 | মোৰ ইতিমধ্যে ক’ডটোৰ এটা কামকৰা উদাহৰণ আছে |
04:17 | এই প্ৰোগ্ৰামটোত, আমি এটা প্ৰদত্ত ফাইল আছেনে নাই পৰীক্ষা কৰিম |
04:23 | file1 টো হৈছে ভেৰিয়েবল য’ত আমি পাথ বা ফাইলটো ছেভ কৰিছো |
04:29 | -(হাইফেন) f কমান্ডে ফাইলটো আছেনে নাই পৰীক্ষা কৰে |
04:33 | আৰু এইটো এটা সাধাৰণ ফাইল হয়নে |
04:37 | যদি চৰ্তটো সত্য হয়, ই ইকৌ (echo) কৰিব "File exists and is a normal file" |
04:44 | নতুবা, ই ইকৌ (echo) কৰিব "File does not exists" |
04:48 | টাৰ্মিনেলটোলৈ ঘূৰি আহো, আহক আমাৰ ফাইলটো কাৰ্যকৰী কৰো |
04:53 | লিখক chmod plus(প্লাচ) x fileattrib dot(দত) sh |
05:00 | লিখক: dot(দত) slash(শ্লাচ) fileattrib dot(দত) sh |
05:05 | আউতপুতটো দৰ্শিত হৈছে যে: |
05:07 | File exists and is a normal file |
05:11 | এতিয়া আমি ফাইলটো খালি হয়নে নহয় পৰীক্ষা কৰিম |
05:16 | আমাৰ প্ৰোগ্ৰামটো কাৰ্যকৰী কৰাৰ আগতে, মই এটা empty(এম্পতি) dot(দত) sh নামৰ খালি ফাইল নিৰ্মাণ কৰিম |
05:24 | লিখক gedit empty(এম্পতি) dot(দত) sh এম্পাৰচেন্দ চিহ্ন(ampersand sign) |
05:31 | ছেভত (Save) টিপক, ফাইলটো বন্ধ কৰক |
05:35 | আহক আমি - (হাইফেন) f এত্ৰিব (attrib)ক - (হাইফেন) s এত্ৰিবিউতৰ (attribute) সৈতে স্থানান্তৰ কৰো |
05:41 | ইয়াতো লগতে ফাইলনামটো স্থানান্তৰ কৰক |
05:45 | লিখক empty(এম্পতি) dot(দত) sh |
05:47 | এতিয়া, প্ৰ্থম ইকৌ ষ্টেতমেন্তটো (echo statement) স্থানান্তৰ কৰক: |
05:51 | “File exists and is not empty”ৰ সৈতে |
05:54 | আৰু দ্বিতীয় ইকৌ ষ্টেতমেন্তটো (echo statement): |
05:57 | “File is empty”ৰ সৈতে |
05:59 | ছেভত (Save) টিপক |
06:01 | টাৰ্মিনেলটোলৈ ঘূৰি আহক |
06:03 | মই প্ৰমপ্তটো খালি কৰিম |
06:06 | আহক কাৰ্যকৰী কৰো |
06:08 | লিখক dot(দত) slash(শ্লাচ) fileattrib dot(দত) sh এন্টাৰ টিপক |
06:13 | আউতপুতটো হৈছে File is empty |
06:17 | এতিয়া, আহক আমি আন এটা ফাইল এত্ৰিবিউত চাওঁ, যি যিকোনো ফাইলৰ write permission(ৰাইত পাৰ্মিচন)টো পৰীক্ষা কৰিব |
06:24 | আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহক |
06:26 | আহক আমি - (হাইফেন) s এত্ৰিবিউতটো - (হাইফেন) wৰ সৈতে স্থানান্তৰ কৰো |
06:32 | এতিয়া প্ৰ্থম ইকৌ ষ্টেতমেন্তটো (echo statement) স্থানান্তৰ কৰক: |
06:36 | “User has write permission to this file”ৰ সৈতে |
06:40 | আৰু দ্বিতীয় ইকৌ ষ্টেতমেন্তটো (echo statement): |
06:43 | “User doesn't have write permission to this file”ৰ সৈতে |
06:47 | ছেভত (Save) টিপক |
06:49 | মই এই উদাহৰণটোৰ বাবে এটা বেলেগ ফাইল ব্যৱ্হাৰ কৰিম |
06:53 | মই এটা ফাইল নিৰ্বাচিত কৰিম, যিটো এটা পঢ়িব পৰা ফাইল নহয় বা যাৰ write permission(ৰাইত পাৰ্মিচন) নাই |
07:01 | মই filepath(ফাইলপাথ)টো সলাম |
07:04 | “slash(শ্লাচ) etc slash(শ্লাচ) mysql slash(শ্লাচ) debian(দেবিয়ান) dot(দত) cnf” লৈ |
07:10 | ছেভত (Save) টিপক |
07:12 | আহক আমাৰ প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো |
07:15 | up-arrow key(আপ-এৰ’ কী)টো টিপক । এন্টাৰ টিপক |
07:19 | আমি দেখিছো আউতপুতটো দৰ্শিত হৈছে যে: |
07:21 | User doesn't have write permission to this file |
07:26 | এতিয়া, আহক আমি ফাইল এত্ৰিবিউতৰ ওপৰত ভিত্তি কৰি অন্য উদাহৰণ চাওঁ |
07:31 | এই উদাহৰণটোত, আমি file1টো file2ত্কৈ নতুন হয়নেকি পৰীক্ষা কৰিম |
07:38 | আহক আমি প্ৰোগ্ৰামটো চাওঁ |
07:40 | মন কৰিব যে আমাৰ ফাইলনামটো হৈছে fileattrib2 dot(দত) sh |
07:46 | আহক ক’ডটোৰ দ্বাৰা আগবাঢ়ো |
07:48 | ইয়াত আমাৰ দুটা ভেৰিয়েবল file1 আৰু file2 আছে |
07:53 | ফাইলদুটা ইতিমধ্যে নিৰ্মাণিত হৈছে আৰু খালি হয় |
07:58 | ইয়াত আমি file1টো file2ত্কৈ নতুন হয়নেকি পৰীক্ষা কৰিম |
08:04 | যদি চৰ্তটো সত্য হয়, আমি ছপা কৰিম file1 is newer than file2 |
08:09 | নতুবা, file2 is newer than file1 |
08:14 | এইটো হৈছে আনএটা ইফ ষ্টেতমেন্ত (if statement) |
08:16 | ইয়াত আমি file1টো file2তকৈ পুৰণা হয়নেকি পৰীক্ষা কৰিম |
08:21 | যদি চৰ্তটো সত্য হয়, আমি ছপা কৰিম file1 is older than file2 |
08:27 | নতুবা, আমি ছপা কৰিম file2 is older than file1 |
08:32 | আমাৰ টাৰ্মিনেলটোলৈ ঘূৰি আহক |
08:35 | প্ৰথমে, আমি empty1 dot(দত) sh ফাইলটো এডিত কৰিম |
08:39 | মই ইয়াত মাত্ৰ এটা ইকৌ ষ্টেতমেন্তটো (echo statement) সংলগ্ন কৰিম |
08:42 | লিখক: echo(ইকৌ) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত Hiii দ্বৈত উৰ্দ্ধক’মাৰ পাছত গ্ৰেটাৰ দেন চিহ্ন(greater than sign) empty(এম্পতি) one(ওৱান) dot(দত) sh । এন্টাৰ টিপক |
08:53 | এতিয়া, আহক আমাৰ স্ক্ৰিপ্তটো এক্সিকিউটেবল বনাওঁ |
08:57 | লিখক chmod plus(প্লাচ) x fileattrib2 dot(দত) sh |
09:03 | এতিয়া লিখক dot(দত) slash(প্লাচ) fileattrib2 dot(দত) sh |
09:09 | আমি আউতপুতটো দেখিম যে: |
09:11 | file1 is newer than file2 |
09:15 | file2 is older than file1 |
09:19 | এতিয়া আহক empty2 dot(দত) sh ফাইলটো এডিত কৰো |
09:23 | ইয়াতো মই এটা ইকৌ ষ্টেতমেন্তটো (echo statement) সংলগ্ন কৰিম |
09:27 | লিখক: echo(ইকৌ) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত How are you উৰ্দ্ধক’মাৰ পাছত (গ্ৰেটাৰ দেন চিহ্ন) > empty2 dot(দত) sh |
09:38 | মই প্ৰমপ্তটো খালি কৰিম |
09:41 | এতিয়া আহক আমাৰ স্ক্ৰিপ্তটো আকৌ কাৰ্যকৰী কৰো |
09:45 | up-arrow key(আপ-এৰ’ কী)টো টিপক |
09:47 | dot(দত) slash(শ্লাচ) fileattrib2 dot(দত) shলৈ যাওঁক, এন্টাৰ টিপক |
09:53 | এতিয়া আউতপুতটো দৰ্শিত হৈছে যে: |
09:55 | file2 is newer than file1 |
09:59 | আৰু file1 is older than file2 |
10:03 | ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
10:06 | আহক আমি মূলভাৱ চাওঁ |
10:08 | এই টিউটৰিয়েলত আমি শিকিলো, |
10:11 | String comparison (ষ্ট্ৰিংগ কম্পাৰিজন) |
10:12 | file attributes (ফাইল এট্ৰিবিউতচ) |
10:14 | ==(ইকুৱেল তু ইকুৱেল তু) |
10:16 | != (নত ইকুৱেল তু) |
10:17 | -f (হাইফেন f) |
10:18 | -s(হাইফেন s) |
10:19 | -w(হাইফেন w) |
10:21 | -nt(হাইফেন nt) |
10:22 | আৰু -ot (হাইফেন ot) attributes (এট্ৰিবিউতচ) |
10:25 | এটা অনুশিলনী হিচাবে |
10:26 | কিছু অধিক এট্ৰিবিউতচ (attributes) অম্বেষণ কৰক |
10:29 | Ex: -r
-x আৰু -o |
10:33 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব |
10:36 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
10:40 | আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড (download) কৰি চাব পাৰিব |
10:45 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে |
10:47 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
10:51 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
10:55 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
11:02 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher ) প্ৰকল্পৰ অংশ হয় |
11:06 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
11:14 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ |
11:19 | স্ক্ৰিপ্ত (script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েলৰ দলে অৱ্দান (contributed) দিছে |
11:25 | মই মৌচম হাজৰিকা |
11:29 | সংযোগ কৰাৰ বাবে ধন্যবাদ |