Difference between revisions of "GIMP/C2/Two-Minutes-Edit/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 227: Line 227:
 
|-
 
|-
 
| 08:28
 
| 08:28
| এইতো প্ৰায় বৰ্গৰ আকাৰৰ দৰে দেখা হৈছে গতিকে মই ফিক্সদ গঢ় অনুপাতিকত ক্লিক কৰিছো আৰু ১/১ হিচাবে ইয়াক ৰাখিছো ।
+
| এইতো প্ৰায় বৰ্গৰ আকাৰৰ দৰে দেখা হৈছে গতিকে মই fixed aspect ratio(ফিক্সদ গঢ় অনুপাতিকত) ক্লিক কৰিছো আৰু ১/১ হিচাবে ইয়াক ৰাখিছো ।
  
 
|-
 
|-
Line 266: Line 266:
 
|-
 
|-
 
| 09:37
 
| 09:37
| মই ৰোতেতেত তুল নিৰ্বাচন কৰিছো আৰু ১ দবায় ছবিখনৰ ভিতৰত ডাঙৰ কৈ চাইছো ।
+
| মই ৰোতেত তুল নিৰ্বাচন কৰিছো আৰু ১ দবায় ছবিখনৰ ভিতৰত ডাঙৰ কৈ চাইছো ।
  
 
|-
 
|-
Line 278: Line 278:
 
|-
 
|-
 
| 10:12
 
| 10:12
| এতিয়া মই ছবিখনৰ ভিতৰত জাল লাইন পাবলৈ ক্লিক কৰিছো  ।আৰু এতিয়া মই ঘৰতোৰ লম্বিয় গঠনৰ সহায়ত এই লাইনবোৰ চিধা কৰিছো
+
| এতিয়া মই ছবিখনৰ ভিতৰত জাল লাইন পাবলৈ ক্লিক কৰিছো। আৰু এতিয়া মই ঘৰতোৰ লম্বিয় গঠনৰ সহায়ত এই লাইনবোৰ চিধা কৰিছো
  
 
|-
 
|-
Line 318: Line 318:
 
|-
 
|-
 
| 11:39
 
| 11:39
|মই পদক্ষেপকেইতা Ctrl + Z দবাই নোহোৱা কৰিছো ।
+
|মই পদক্ষেপকেইতা Ctrl + Z দবাই নোহোৱা কৰিছো ।
  
 
|-
 
|-
 
| 12:00
 
| 12:00
| মই আকৌ ৰোতেতেত তুলতো বাচি লৈছো ।
+
| মই আকৌ ৰোতেত তুলতো বাচি লৈছো ।
  
 
|-
 
|-
Line 350: Line 350:
 
|-
 
|-
 
| 13:44
 
| 13:44
| এইতো থিকে আছে।এতিয়া মই এই ছবিখনৰ সৈতে কাম শেষ কৰিলো ।
+
| এইতো থিকে আছে। এতিয়া মই এই ছবিখনৰ সৈতে কাম শেষ কৰিলো ।
  
 
|-
 
|-
 
| 13:50
 
| 13:50
| এই ছবিখন চিত্ৰালেখ্য মোদত থকাতো উচিত গতিকে মই এইতো ইয়াত পৰিবৰ্তন কৰিব লাগিব ।  
+
| এই ছবিখন চিত্ৰালেখ্য মোদত মানে portrait মোদত থকাতো উচিত গতিকে মই এইতো ইয়াত পৰিবৰ্তন কৰিব লাগিব ।  
  
 
|-
 
|-
Line 366: Line 366:
 
|-
 
|-
 
| 14:11
 
| 14:11
| আমি যেতিয়া ছবিখন ৯০ দিগ্ৰিত ঘূৰাও,ইয়াৰ গুনগত মানদন্দ নকোমোৱাকৈ যিটো যেপেইগ(jpeg) ছবিৰ সৈতে বিৰাট দৰকাৰি।
+
| আমি যেতিয়া ছবিখন ৯০ দিগ্ৰিত ঘূৰাও, ইয়াৰ গুনগত মানদন্দ নকোমোৱাকৈ যিটো যেপেইগ(jpeg) ছবিৰ সৈতে বিৰাট দৰকাৰি।
  
 
|-
 
|-
Line 390: Line 390:
 
|-
 
|-
 
| 15:10
 
| 15:10
| প্ৰ্থমতে ৰোতেতেত তুল।
+
| প্ৰ্থমতে ৰোতেত তুল।
  
 
|-
 
|-
 
| 15:13
 
| 15:13
| কাৰেক্তিভ মোদ ৱ্যবহাৰ কৰা আৰু প্ৰিভিউ হিচাবে গ্ৰিদ আৰু জালবোৰ লম্বিয় আৰু পথালি ভাবে চিধা কৰা ।  
+
| কাৰেক্তিভ মোদ ৱ্যবহাৰ কৰা আৰু প্ৰিভিউ হিচাবে গ্ৰিদ আৰু জালবোৰ লম্বিয় আৰু পথালি ভাবে চিধা কৰা ।  
  
 
|-
 
|-

Latest revision as of 12:26, 3 March 2015

Time Narration
00:23 নমস্কাৰ দৰ্শক সকল. Meet the GIMP তিউতৰিয়েললৈ স্বাগতম জনাইছো ।
00:25 মোৰ নাম মৌচুমি মেধী আৰু মই এইতো আই আই টি বম্বেত বানীবদ্ধ কৰিছো ।
00:31 গতিকে ইয়াত এই ছবিখনৰ সৈতে কি সমস্যা হৈছে ।
00:35 এই বোৰ্দখনত কি আছে অকনো ভালকৈ স্পষ্ট হোৱা নাই ।
00:39 গতিকে মই এই লেখনিবোৰ ইয়াত ফট্‌কৈ সুমাব বিচাৰিচো ।
00:44 আকাশখন যেনেকে আছে তেনেকৈ ৰাখিব বিচাৰো গতিকে মই স্তৰটো দ্বিবাৰ কৰিছো আৰু মই কাৰ্ভ তুল নিৰ্বাচন কৰিছো ।
00:56 আৰু এই ছবিখনৰ এই অংশতোৰ ভিতৰত ছোৱা যাওক ।
01:02 এইটো উজ্জ্বল পাবলৈ মই কাৰ্ভটো ওপৰলৈ টানি আনিছো ।
01:10 এইতো দেখিবলৈ বিৰাত ভাল হৈছে আৰু এতিয়া মই এই কলা পইণ্টতো অলপ ওপৰলৈ তানি আনিছো ইয়াত অলপ ডাঠ ৰং পাবলৈ ।
01:19 মই ভাবো এইতো কাম কৰা উচিত ।
01:25 এতিয়া মই চাইনবোৰৰ্দৰ লেখনি ছবিখনত তলৰ পিনে বিচাৰো ।
01:32 গতিকে মই লেয়াৰ মাস্ক বাচি লৈচো আৰু লেয়াৰ মাস্কতো কলা ৰঙেৰে ভৰাইছো ।
01:43 এতিয়া মই মোৰ আগৰ ছবিখনলৈ উভতি আহিছো আৰু লেয়াৰ মাস্কত কাম কৰিছো, যাৰ বগা চাৰিসীমা আছে।
01:54 এতিয়া মই ইয়াত পেইণ্ট টুল বাচি লৈছো ।
02:00 আৰু মোৰ আগফালৰ ৰং হিচাবে বগা ৰং নিৰ্বাচন কৰিছো ।
02:05 মই এডাল ব্ৰাচ বাচি লৈছো আৰু ইয়াক ডাঙৰ কৰি লৈছো ।
02:12 আৰু এতিয়া মই লেয়াৰ মাস্কত ৰং কৰি আছো ।
02:18 আৰু সম্ভবত মই ছবিখন ডাঙৰকৈ ছোৱা উচিত ।
02:25 এইতো ভাল হৈছে ।
02:27 সেইতো ভাল হয় ।
02:31 আপোনালোকে নিয়ন্ত্ৰনৰ উপায়বোৰ চাব পাৰে যিবোৰ মোৰ নিয়ন্ত্ৰনৰ উপায়ৰ সূচকত দবোৱা আছে ।
02:37 এইতো ভাল ধৰনে দেখা গৈছে ।
02:40 এতিয়া মই এই লেয়াৰ আকৌ দ্বিবাৰ কৰিছো আৰু ওভাৰলে মোদ বাচি লৈছো, আৰু অস্বচ্ছতাৰ সৈতে অলপ তললৈ গৈছো আৰু অলপ বেচি এঙাৰযুক্ত পিচফাল পাবলৈ।
03:03 মই ভাবো এইতো এতিয়া দেখিবলৈ বেচি ভাল হৈছে ।
03:07 এতিয়া মই এই ছবিখন সংৰক্ষণ কৰিবলৈ সাজু হৈছো ।
03:12 মই কপিজত কাম কৰি আছো গতিকে মই মাত্ৰ চেভত ক্লিক কৰিছো নতুবা Ctrl + S দবাইছো আৰু নিচ্ছয় মই ইয়াত সকলো লেয়াৰবোৰ সংৰক্ষন কৰিব নিবিচাৰো আৰু মই এইতো Jpeg ইমেজ হিচাবে সংৰক্ষন কৰি আছো ।
03:32 এই ছবিখন ৱেবলৈ আপলোদ কৰিবলৈ এইতো পুনৰ আকাৰ দিবলৈ প্ৰয়োজন হব,গতিকে মই ইমেজলৈ, স্কেল ইমেজলৈ যাম আৰু মই প্ৰ্স্থতাত ৬০০লৈ কমাম।
03:58 এতিয়া মই এইতো অলপ স্পষ্ট কৰিব লাগিব গতিকে মই ফল্টাৰ্চলৈ,এনহেঞ্ছ আৰু চাৰ্পেনলৈ যাম ।
04:20 মই ছবিখনত কাৰুশিল্পৰ প্ৰভাব পৰীক্ষা কৰিম আৰু ইয়াত আপোনালোকে কিছু পোহৰ দেখা পাইছে ।
04:38 এতিয়া মই এইতো ক’পি হিচাপে সংৰক্ষন কৰিছো ।
04:44 মই এইতো স্মল বুলি নাম দিছো আৰু এইতো সংৰক্ষন কৰিছো ।
04:50 আৰু মই এই ছবিখনৰ সৈতে কাম শেষ কৰিছো ।
04:53 আপোনালোকে সংস্কৰন মানে editing কৰাৰ সময়ত দুটা কথা সদায় মনত ৰখা উচিত ।
04:58 প্ৰ্থমতো হৈচে যদি আপোনালোকে ছবিখনৰ এটা অংশ পৰিবৰ্তন কৰিব বিচাৰে আৰু বাকিখিনি অক্ষত অৱস্থাত ৰাখিব বিচাৰে,তেতিয়াহলে সেই লেয়াৰৰ এটা প্ৰতিলিপি তৈয়াৰ কৰক আৰু আপোনালোকৰ পৰিবৰ্তনবোৰ কৰক আৰু তাৰ পাছত এটা লেয়াৰ মাস্ক অন কৰি স্থাপন কৰক।
05:15 ক’লা ৰঙে ছবিখন ঢাকি ধৰিছে আৰু ব’গা ৰঙে তাত থকা বস্তুবোৰ দেখাইছে।
05:22 দ্বিতীয় বস্তুতো হৈছে,আপোনালোকে যদি ওভাৰলে মোদৰ ওপৰত দ্বিতীয় লেয়াৰ এটা সংস্থাপন কৰে,ছবিখনৰ বেছি ভাল স্পষ্টতা আৰু ৰং পাব ।
05:33 বহুত সোনকালে সংস্কৰন পাবলৈ এই দুটা বুদ্ধি ।
05:41 এই ছবিখনত আপোনালোকে অন্তত দুটা অসুবিধা পাব ।
05:46 প্ৰথমতে মই এই মানুহবোৰৰ ভৰিবোৰ কাটি পেলাম যিটো সেইবোৰ তাত থকাতো ভাল হ’লেহেতেন ।
05:55 আৰু দ্বিতীয় অসুবিধাতো হৈছে এই অট্টালিকাবোৰ ছবিখনৰ ভিতৰত তললৈ পৰি আছে কাৰন মই কেমেৰাতো ওপৰৰ পিনে ধৰি আছিলো ।
06:08 মই পাৰ্ছপেক্তিভ তুল বাচি লৈছো ।
06:15 মই দিৰেক্সনচ দাইলোগত কাৰেক্তিভ বেকৱাৰ্দ নিৰ্বাচন কৰিছো আৰু মই গ্ৰেদ প্ৰিভিউত নিৰ্বাচন কৰিছো ।
06:23 মই এটা আউতলাইন নতুবা ছবিখন নিৰ্বাচন কৰিব পাৰো কিন্তু মই গ্ৰিদ নিৰ্বাচন কৰিছো ।
06:30 আৰু মই যেতিয়া ছবিখনত ক্লিক কৰিম,মই ইয়াত এইতো ইনফো উইন্দো দৰকাৰি সংবাদৰ অভিহনে পাম ।
06:38 গতিকে মই এইতো বাহিৰৰ পিনে তানি আনিম আৰু এতিয়া মই ইয়াত জাল পাইছো আৰু মই কৰিবলগীয়া কামতো হৈছে এই ৰেখাবোৰ ছবিখনত থকা এই অনুদৈৰ্ঘৰ সহায়ত চিধা কৰতো ।
06:52 এই জাললাইনবোৰ লম্বীয় নতুবা পথালি ছবিখনৰ সৃষ্টিৰ শেষত হব আৰু এই শিৰ্ষ লাইনতো ছবিখনত শিৰ্ষ হৈয়ে থাকিব ।
07:02 আৰু সেইকাৰনে মই এইতো ইয়াৰ ওপৰত টানি আনিছো ।
07:07 মই ছবিখনত চাৰিওফালে চাইছো আৰু মই ভাবো এইতো সুন্দৰ ভাবে থিকে আছে ।
07:41 আৰু মই এতিয়া ত্ৰেঞ্চফোৰ্ম দবাইছো ।
07:45 আৰু আমি এইতো পৰিবৰ্তন হোৱালৈ অপেক্ষা কৰিব লাগিব
07:51 আৰু ইয়াত এইতো ।
07:55 এতিয়া আপোনালোকে দ্বিতীয় সমস্যাতো দেখা পাব ।
08:00 এই মাটিবোৰ বহুত ভাল নহয় ।
08:03 গতিকে মই এই ছবিখন সৰুকৈ কাটিব লাগিব ।
08:16 মই মোৰ ক্ৰপ তুললৈ গৈছো ।
08:19 আৰু মই কাষৰ অট্টালিকাটো কাটি পেলাব বিচাৰো আৰু তাত মাত্ৰ এইতো এৰিছো ।
08:28 এইতো প্ৰায় বৰ্গৰ আকাৰৰ দৰে দেখা হৈছে গতিকে মই fixed aspect ratio(ফিক্সদ গঢ় অনুপাতিকত) ক্লিক কৰিছো আৰু ১/১ হিচাবে ইয়াক ৰাখিছো ।
08:40 এতিয়া মোৰ বৰ্গকাৰ কটা আছে ।
08:45 মানুহবোৰক ছবিখনৰ ভিতৰত ৰাখি।
08:51 মই ভাবো এই সৰুকৈ কটাতোয়ে কাম কৰা উচিত ।
08:56 ইয়াৰ ওপৰত ক্লিক কৰা,আৰু ইয়াত এইতো ।
09:00 এতিয়া মই কাৰ্ভতুল নিৰ্বাচন কৰিছো ।
09:04 ওখ লাইনবোৰ আৰু অলপ ওপৰত ৰাখিছো তাত আৰু বেছি স্পষ্টতা পাবলৈ ।
09:19 এতিয়া এই ছবিখনও সম্পূৰ্ন হৈছে ।
09:24 এইখন হৈছে পিছৰ ছবিখন ।
09:27 গতিকে এই ছবিখনৰ সৈতে কি কৰা যায় ।
09:37 মই ৰোতেত তুল নিৰ্বাচন কৰিছো আৰু ১ দবায় ছবিখনৰ ভিতৰত ডাঙৰ কৈ চাইছো ।
09:49 ইয়াত মই ছবিখনৰ মধ্য ভাগত ভাল লম্বিয় ভাগ বিচাৰি আছো আৰু দিৰেক্সন্ত মই কৰেক্তিভ বেকৱাৰ্দ ৰোতেচন নিৰ্বাচন কৰিছো ।
10:04 মই কিউবিক ইন্তাৰপোলেচন বাচি লৈছো আৰু প্ৰিভিউ হিচাবে মই গ্ৰিদ নিৰ্বাচন কৰিছো ।
10:12 এতিয়া মই ছবিখনৰ ভিতৰত জাল লাইন পাবলৈ ক্লিক কৰিছো। আৰু এতিয়া মই ঘৰতোৰ লম্বিয় গঠনৰ সহায়ত এই লাইনবোৰ চিধা কৰিছো
10:24 আৰু মই ভাবো এইখিনিয়ে শেষ ।
10:28 মই ইয়াত এই খোলা থকা সৰু খিৰিকিবোৰ পাইছো যিতো ২.৯০ দিগ্ৰি দেখাইছে আৰু মই ৰোতেতত ক্লিক কৰিছো আৰু চূড়ান্ত ফলাফলৰ বাবে অপেক্ষা কৰিছো ।
10:40 ইয়াত এইতো ।
10:44 ঠিকে আছে এইতো দেখাত ভাল হৈছে ।
10:48 আপোনালোকে দেখা পাইছে যে মোৰ ইয়াত যথেষ্ট বিকৃতি আছে আৰু মই সেইবোৰৰ শুধ্যকৰনৰ ওপৰত লক্ষ্য কৰিব লাগে কিন্তু মই এতিয়া এই ছবিখন সৰু কৰি আছো ।
11:07 মই ভাবো এইতো ঠিকে আছে ।
11:13 মই ভাবো মই ছবিখন ভালকৈ ঘুৰোৱা নাই ।
11:23 ঠিকে আছে মই যঠেষ্ট পৰিমানে ঘুৰোৱা নাই আৰু মই শুধ্য দাগতো নিৰ্বাচন কৰা নাছিলো ।
11:34 গতিকে এইতো আকৌ এবাৰ কৰা যাওক ।
11:39 মই পদক্ষেপকেইতা Ctrl + Z দবাই নোহোৱা কৰিছো ।
12:00 মই আকৌ ৰোতেত তুলতো বাচি লৈছো ।
12:10 মই পটভূমিবোৰ পৰিবৰ্তন কৰা নাই যিবোৰ আগতে নিৰ্বাচন কৰা আছিল আৰু এতিয়া মই ছবিখনৰ মধ্যভাগতো এই টিভি তাৱাৰৰ ভিতৰত প্ৰ্তিষ্ঠিতত কৰি আছো ।
12:34 আৰু এতিয়া মাত্ৰ এইতো টিভি তাৱাৰৰ পিনে চিধা কৰি আছো ।
12:41 টিভি তাৱাৰতো ছবিখনৰ মুখ্য অংশ আৰু গতিকে সেইতো যদি চিধা নহয়,ছবিখন বেকা যেন অনুভব হব ।
12:59 এইতো দেখিবলৈ ভাল হৈছে ।
13:01 আৰু এতিয়া মই ক্ৰ’প তুলতো লৈছো আৰু সৰু অংশ এটা বেচি নকাৰত্মক প্ৰ্ভাব নপৰাকৈ বাচি লৈছো
13:26 এতিয়া সম্ভবত শেষৰ এটা বস্তু হৈছে অকনমান কাৰ্ভচ আনিব লাগিব ছবিখন আৰু বেচি স্পষ্ট কৰিবলৈ ।
13:44 এইতো থিকে আছে। এতিয়া মই এই ছবিখনৰ সৈতে কাম শেষ কৰিলো ।
13:50 এই ছবিখন চিত্ৰালেখ্য মোদত মানে portrait মোদত থকাতো উচিত গতিকে মই এইতো ইয়াত পৰিবৰ্তন কৰিব লাগিব ।
13:59 মই ইমেজ,ত্ৰেঞ্চফোৰ্মলৈ গৈছো আৰু ৯০ দিগ্ৰি ঘৰিৰ বিপৰিতে ঘূৰাইছো ।
14:08 এতিয়া মই মোৰ ঘূৰা ছবিখন আছে ।
14:11 আমি যেতিয়া ছবিখন ৯০ দিগ্ৰিত ঘূৰাও, ইয়াৰ গুনগত মানদন্দ নকোমোৱাকৈ যিটো যেপেইগ(jpeg) ছবিৰ সৈতে বিৰাট দৰকাৰি।
14:28 এতিয়া ছবিখনত আৰু বেচি স্পষ্টতা অনা যাওক আৰু মই সেইতো কৰাৰ বাবে কাৰ্ভ তুল ৱ্যবহাৰ কৰিম ।
14:37 আপোনালোকে লেভেল তুল নতুবা অন্য তুলো ৱ্যবহাৰ কৰিব পাৰে কিন্তু মই ভাবো মোৰ বাবে কাৰ্ভ তুলতোৱে সকোলোতকৈ ভাল ।
14:44 মাত্ৰ ইয়াৰ ওপৰত সামান্য এচ(‘S’) কাৰ্ভ সংস্থাপন কৰা আৰু মই ভাবো আমি কৰিলো,গতিকে মই ছবিখন স্ংৰক্ষন কৰিলো ।
14:59 এতিয়া পাছৰ ছবিখন ।
15:01 এইতো একলগ কৰিবলৈ,আপোনালোকৰ ছবিখন সোনকালে সংস্কৰন কৰিবলৈ আপোনালোকৰ কিছুমান বুনিয়াদি তুলৰ প্ৰয়োজন হব ।
15:10 প্ৰ্থমতে ৰোতেত তুল।
15:13 কাৰেক্তিভ মোদ ৱ্যবহাৰ কৰা আৰু প্ৰিভিউ হিচাবে গ্ৰিদ আৰু জালবোৰ লম্বিয় আৰু পথালি ভাবে চিধা কৰা ।
15:24 তাৰ পাছত ৰেখাবোৰ এধলিয়া কৰিবলৈ আপোনালোকৰ পাৰ্চপেক্তিভ মোদ দৰকাৰি হব ।
15:31 আকৌ কাৰেক্তিভ মোদ ৱ্যবহাৰ কৰক আৰু জালতো আৰু জাল চিধা কৰক এই লম্বিয় আৰু পথালিৰ সৈতে ।
15:48 স্পষ্টতা শুধ্য কৰিবলৈ আৰু ছবিখন উজ্জ্ব্ল কৰিবলৈ,কাৰ্ভ তুল নিৰ্বাচন কৰক আৰু এচ(‘S’) কাৰ্ভ প্ৰয়োগ কৰক,এইতো বহুত ক্ষেত্ৰত সহায়কাৰি,নতুবা অন্য কিছুমান ক্ষেত্ৰ্ত যদি আপোনালোকে কোমল ছবি বিচাৰে তেতিয়া এচ(‘S’) কাৰ্ভ ওলোতা কৰক আৰু আপোনালোকে ইয়াৰ বাহিৰত প্ৰ্কৃত কুৱলি দেখা পাব।
16:23 . আৰু ইমেজলৈ,ত্ৰেঞ্ছফ্ৰ্ম মেনুলৈ যাওক য’ত আপোনালোকে ছবিখন ঘূৰাব পাৰে আৰু বাহিৰ হোৱা আকাৰতো জুখিব পাৰে ।
16:37 সোনকালে সংস্কৰন কৰিবলৈ সৰ্বশেষত ফিল্টাৰ্চ দৰকাৰি হয় ।
16:43 এনহেঞ্ছ আৰু চাৰ্পেনলৈ যাওক ।
16:47 বহুত ধৰনৰ তুলবোৰৰ ৱ্যবহাৰ কৰাৰ পাচত,উদাহৰন স্বৰূপে ৰোতেতিং নতুবা ত্ৰেঞ্ছফৰ্মেচন তুল,পাৰ্চপেক্তিভ তুল নতুবা ৰিচাইজিং,ছবিখন মিহি হব ।
17:02 আৰু চাৰ্পেনিংৰ সৈতে আপোনালোকে সেইতো পুনৰবাৰ কৰিব পাৰে ।
17:08 আপোনালোকে লেয়াৰবোৰৰ সৈতে চিনাকি হোৱা উচিত ।
17:15 প্ৰথমতে লেয়াৰতো দ্বিগুন কৰা আৰু উদাহৰন স্বৰুপে ওভাৰলে মোদত নতুবা অন্য মোদবোৰত কি হৈছে পৰীক্ষা কৰক।
17:26 অণ্বেষন কৰিবলৈ বহুত আছে আৰু মই এইবোৰ কিছুমান সময়ত আলোচনা কৰিম ।
17:33 আপোনালোকে দেখা পাইছে প্ৰ্ত্যক সময়ত মই লেয়াৰ মোদ পৰিবৰ্তন কৰিছো মই সম্পুৰ্নভাবে বেলেগ ছবি পাইছো ।
17:41 আৰু আপোনালোকে যদি ছবিখনৰ মাত্ৰ এটা অংশ পৰিবৰ্তন কৰিব বিচাৰে এটা লেয়াৰ মাস্ক যোগ কৰিব আৰু আপোনালোকে ছবিখনত যি চাব বিচাৰা বস্তুবোৰ বগাৰে ভৰাব।
17:58 আৰু আপোনালোকে চাব নিবিচৰা বস্তুবোৰ ক’লাৰে ।
18:05 শুল্ক বৰনতো আংশিকভাবে দেখা গৈছে আৰু এইতো স্বচ্ছ হয় ।
18:12 আৰু মই ভাবো এই সপ্তাহৰ বাবে এইখিনিয়ে যঠেষ্ট আছিল ।
18:17 আৰু মই আপোনালোকক অহা সপ্তাহত দেখা পাম বুলি আশা কৰিলো ।
18:25 এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ।

Contributors and Content Editors

Mousumi