Difference between revisions of "C-and-Cpp/C2/Tokens/Assamese"
From Script | Spoken-Tutorial
Line 78: | Line 78: | ||
|- | |- | ||
| 01.28 | | 01.28 | ||
− | + | | ইয়াত আমি '''2 '' নির্ধাৰিত( assigned) কৰিছো | |
|- | |- | ||
Line 247: | Line 247: | ||
| 05.27 | | 05.27 | ||
| ইয়াত ''' printf''' টো ফাংচন(function) টোৰ আইদেন্তিফায়াৰ (identifier) ৰ নাম | | ইয়াত ''' printf''' টো ফাংচন(function) টোৰ আইদেন্তিফায়াৰ (identifier) ৰ নাম | ||
− | |||
− | |||
− | |||
|- | |- | ||
| 05.32 | | 05.32 | ||
− | + | | আমাৰ শ্লাইড(slides) বোৰলৈ ঘূৰি আহো | |
|- | |- | ||
| 05.35 | | 05.35 | ||
Line 329: | Line 326: | ||
|06.59 | |06.59 | ||
| ই ইয়াকে সুচাই(denotes) যে আমি দশমিকৰ(decimal point)পাচত কেৱল দুটা মান হে ছপা(print)কৰিব পাৰো | | ই ইয়াকে সুচাই(denotes) যে আমি দশমিকৰ(decimal point)পাচত কেৱল দুটা মান হে ছপা(print)কৰিব পাৰো | ||
− | |||
|- | |- | ||
Line 645: | Line 641: | ||
|13.35 | |13.35 | ||
| মই কৃষ্ণ কমল দুৱৰা, উপভোগ কৰাৰ বাবে ধন্যবাদ । | | মই কৃষ্ণ কমল দুৱৰা, উপভোগ কৰাৰ বাবে ধন্যবাদ । | ||
− | |||
|} | |} |
Revision as of 13:23, 23 September 2014
Time | Narration |
00.01 | C আৰু C প্লাচ প্লাচৰ টোকেন(TOKENS –IN-C PLUS PLUS ) ৰ স্পকেন টিউট’ৰিয়েল (spoken tutorial) লৈ আদৰণি জনাইছো |
00.06 | এই টিউট’ৰিয়েলত( tutorial) আমি শিকিম |
00.09 | টোকেনচ(TOKENS )কেনেকৈ সংজ্ঞাবদ্ধ( Define) আৰু ব্যৱ্হাৰ কৰিব লাগে |
00.12 | উদাহৰণ( example)ৰ জৰিয়তে আমি এইয়া কৰিম |
00.15 | কিছুমান সাধাৰন( Common) ভুল( errors) আৰু সিহঁতৰ সমাধান(solution) |
00.20 | এই টিউট’ৰিয়েল( tutorial) বানিবদ্ধ( record) কৰিবলৈ |
00.21 | মই ব্যৱ্হাৰ( using) কৰিছো উবুন্টু অপাৰেটিং ছিষ্টেম(Ubuntu Operating system) ৰ ১১.১০ তাঙৰণ( version) |
00.26 | GCC আৰু G++ কম্পাইলাৰ(Compile)ৰ তাঙৰণ( version) ৪.৬.১ |
00.33 | আহক আমি এতিয়া পৰিচয়( introduction)ৰ সৈতে আৰম্ভ( start) কৰো |
00.36 | “দাতা টাইপচ’’(Data types) “ভেৰিয়েবলচ”(Variables)“কনচটেন্টচ”( Constants) আৰু “আইদেন্তিফায়াৰচ”(Identifiers)ৰ সাধাৰনিকৃত( generic) নাম হ’ল টোকেন(Token) |
00.46 | আমাৰ প্ৰোগ্ৰামে( program)ৰে আৰম্ভ( start) কৰো |
00.49 | মই ক’ড( code)সমুহ ইতিমধ্যে এডিটৰ( editor)ত লিখি(type) থৈছো |
00.53 | এতিয়া এইতো খুলিছো( open) |
00.56 | লক্ষ্য কৰক ফাইলৰ নামটো( file name) Tokens .c |
01.04 | আমি এই প্ৰোগ্ৰাম( program)টোত “ভেৰিয়েবল”(variable) বিলাক প্ৰাৰম্ভণ( initialize) কৰিম আৰু তাৰ মান (value) বিলাক ছ্পা( print) কৰিম |
01.09 | এতিয়া মই ক’ড(code) বিলাক ব্যাখ্যা( explain) কৰিম |
01.12 | এইটো আমাৰ “হেদাৰ ফাইল”(header file). |
01.16 | এইটো আমাৰ “মেইন ফাংচন”(main function). |
01.20 | ইয়াত ' int এটা “কীৱৰ্ড”(keyword)হয় |
01.22 | কম্পাইলাৰে (compiler)“কীৱৰ্ডচ”(keywords)বিলাকৰ অৰ্থ( meaning) বুজি পায় |
01.26 | a এটা “ইন্তিজাৰ”(integer) “ভেৰিয়েবল”('variable) |
01.28 | ইয়াত আমি '2 নির্ধাৰিত( assigned) কৰিছো |
01.32 | ইয়াক প্ৰাৰম্ভণ(initialization) বুলি কোৱা হয় |
01.35 | যদি এটা মান( value) “ভেৰিয়েবল”ত (variable) নির্ধাৰিত( assigned)কৰা নহয় তেতিয়া ইয়াক “ভেৰিয়েবল” (variable) ঘোষণা( declaration) বুলি কোৱা হয় |
01.43 | ইয়াত b এটা কনষ্টেন্ত( constant) |
01.46 | ইয়াত আমি bৰ মান( value)৪ দি প্ৰাৰম্ভণ(initialize) কৰিছো |
01.53 | Const কীৱৰ্ড( keyword) টো কেৱ্ল পঢ়িব পৰা (read only) ভেৰিয়েবল( variable) নিৰ্মানত( create) ব্যৱ্হাৰ কৰা হয় |
01.58 | আমি কীৱৰ্ডচ(keywords) আৰু কনষ্টেন্ত( constant)ৰ বিষয়ে অধিক জানিবলে আগৰ শ্লাইড(slide) বোৰলৈ ঘূৰি যাওঁ |
02.06 | “কীৱৰ্ডচ” (Keywords) বিলাকৰ নিৰ্ধাৰিত( fixed) অৰ্থ(meaning) থাকে, তাক সলনি(change) কৰিব নোৱাৰি |
02.11 | “কীৱৰ্ডচ”(Keyword) বিলাকক “ভেৰিয়েবল”(variable) ৰ নাম হিচাবে ব্যৱহাৰ কৰিব নোৱাৰি |
02.15 | C ত ৩২ টা “কীৱৰ্ডচ”(Keywords) আছে |
02.18 | কিছুমান নাম হৈছে auto, break, case, char, enum, extern, ইত্যাদি |
02.28 | কনষ্টেন্তচ (constant),কনষ্টেন্ত (constant)বিলাকৰ নিৰ্দিষ্ট মান
(fixed value)থাকে |
02.33 | প্ৰোগ্ৰাম( program) টো কাৰ্যকৰী(execute) কৰাৰ সময়ত ইহঁত সলনি নহয় |
02.38 | ইয়াত ২ প্ৰকাৰৰ কনষ্টেন্ত( constant)থাকে । নিউমাৰিক কনষ্টেন্ত(Numeric Constants)আৰু কেৰেক্টাৰ কনষ্টেন্ত (Character Constants) |
02.45 | এতিয়া আমাৰ প্ৰোগ্ৰাম(program) টো লৈ ঘূৰি আহো |
02.47 | ইয়াত ফ্ল’ট(float) এটা “c” ভেৰিয়েবল(variable) ৰ দাতা টাইপ(data type |
02.52 | ইয়াক 1.5মান নিৰ্ধাৰন(assigne)কৰিছো |
02.56 | দাতা টাইপ(data type)হৈছে কিছুমান নিয়ম ৰ সংহতিৰ( set of rules) হৈতে সিমিত সংহতিৰ মান( finite set of values) |
03.04 | ইয়াত d এটা “ভেৰিয়েবল”(variable) |
03.07 | Char আৰু একক উৰ্দ্ধকমাই( single quotes) বুজাই যে আমি এটা কেৰেক্টাৰ (character) ৰ সৈতে কাম কৰি আছো |
03.12 | পৰিণামত d এটা 'A' মান ৰখা “কেৰেক্টাৰ ভেৰিয়েবল”(character variable ) |
03.20 | এইটো চাবলৈ সহজ যে int, double ,float আৰু char বোৰ দাতা টাইপ(data type) |
03.30 | a, c আৰু d আদি “ভেৰিয়েবল” (variables) |
03.35 | এতিয়া আমি শ্লাইড (slides)বোৰলৈ ঘূৰি আহোঁ |
03.37 | আমি দাতা টাইপ(data type)আৰু ভেৰিয়েবল(variable)ৰ বিষয়ে আৰু অধিক জানিম |
03.48 | দাতা টাইপচ(Data types): আমি ইন্তিজাৰ দাতা টাইপ (integer data type) ৰ পৰা আৰম্ভ কৰো |
03.50 | এইটো int হিচাবে ঘোষনা( declared) কৰা হৈছে |
03.53 | আমি যদি এটা ইন্তিজাৰ দাতা টাইপ (integer data type) ছপা( print) কৰিব বিচাৰো,আমি ফৰ্মেট স্পেচিফাইয়াৰ(format specifier) হিচাবে %d ব্যৱ্হাৰ কৰিম |
04.01 | একেদৰে যদি আমি ফ্লটিং পইন্ট নাম্বাৰচ(floating point numbers) ব্যৱ্হাৰ কৰো তাৰ বাবে ফ্ল’ট(float) আৰু %f ব্যৱ্হাৰ কৰিম |
04.09 | কেৰেক্টাৰ দাতা টাইপ(character data type) ৰ বাবে আমি char আৰু %c ব্যৱ্হাৰ কৰিম |
04.15 | আৰু ডাব’ল দাতা টাইপ(double data type) ৰ বাবে ফৰ্মেট স্পেচিফাইয়াৰ(format specifier) হিচাবে double আৰু %lf ব্যৱ্হাৰ কৰিম |
04.24 | এতিয়া আমি দাতা টাইপ(data type) ৰ পৰিসৰ( range) চাম |
04.29 | “ইন্তিজাৰ” দাতা টাইপ (Integer data type) ৰ বাবে পৰিসৰ( range) ইমান |
04.34 | “ফ্ল’টিং পইন্ট” (Floating point) ৰ বাবে পৰিসৰ(range) ইমান |
04.39 | “কেৰেক্টাৰ” (Character)ৰ বাবে পৰিসৰ (range) ইমান |
04.42 | আৰু “দাব’ল”(Double)ৰ বাবে পৰিসৰ(range) ইমান |
04.47 | ভেৰিয়েবল(Variable) ত ৰখা মান(valu) এই পৰিসৰ(range) তকৈ সৰু বা ডাঙৰ হব নোৱাৰিব |
04.56 | এতিয়া আমি ভেৰিয়েবল(Variable) লৈ যাওঁ |
05.00 | ভেৰিয়েবল(Variable)এটা দাতাৰ(data) নাম |
05.02 | ইয়াক দাতাৰ(data)মান( value) ৰখাত ব্যৱ্হাৰ কৰা হ্য় |
05.06 | প্ৰোগ্ৰাম(Program) এটা চলাৰ(run) সময়ত মান (value)বোৰ সলনি হয় |
05.10 | “ভেৰিয়েবল”(Variable) এটা ব্যৱ্হাৰ কৰাৰ আগতে ইয়াক ঘোষণা(declare)কৰিব লাগে |
05.14 | আমি “ভেৰিয়েবল”(Variable) বোৰক অৰ্থপূৰ্ণ( meaningful) নাম দিবলৈ চেষ্টা কৰিব লাগে |
05.18 | উদাহৰণ হিচাবে john, marks, sum ইত্যাদি |
05.24 | এতিয়া আমি প্ৰোগ্ৰাম (Program)টোলৈ ঘূৰি যাওঁ |
05.27 | ইয়াত printf টো ফাংচন(function) টোৰ আইদেন্তিফায়াৰ (identifier) ৰ নাম |
05.32 | আমাৰ শ্লাইড(slides) বোৰলৈ ঘূৰি আহো |
05.35 | আমি এতিয়া আইদেন্তিফায়াৰ(identifiers) ৰ বিষয়ে জানো আহক |
05.38 | “আইদেন্তিফায়াৰ“ (identifiers)বোৰ ব্যৱ্হাৰ কৰোতাই দিয়া নাম |
05.41 | এটা “আইদেন্তিফায়াৰ”(Identifier) ত আখৰ(letters) আৰু সংখ্যা(digit) থাকে |
05.46 | বৰফলা( uppercase) আৰু সৰুফলা(lowercase) দুয়োবিধ আখৰ(letters)কে অনু্জ্ঞা( permit) দিয়ে |
05.51 | প্ৰথম বৰ্ণটো( character) আখৰ( alphabet) বা “আন্দাৰস্ক’ৰ”(underscore) হব লাগিব |
05.55 | এতিয়া আমি প্ৰোগ্ৰাম(program) টোলৈ ঘূৰি যাওঁ |
05.58 | ইয়াত আমি ভেৰিয়েবল (variables) আৰু কনষ্টেন্ত (constants) বোৰ প্ৰাৰম্ভণ (initialized) কৰিছো |
06.02 | ইয়াত আমি সিহঁতক ছপা( print) কৰিছো |
06.05 | আৰু এইটো আমাৰ ৰিটাৰ্ণ(return) স্টেটমেন্ত( statement) |
06.08 | এতিয়া “ছেভ”(save) টিপক |
06.10 | এতিয়া প্ৰোগ্ৰাম(program) টো কাৰ্য্যকৰী( execute) কৰো |
06.12 | অনুগ্ৰহ কৰি আপোনাৰ “কীওবৰ্ড”(keyboard) ত একেলগে Ctrl, Alt আৰু T কী টিপি “টাৰ্মিনাল ঊইন্ডো”(terminal window) খোলক |
06.21 | কম্পাইল( compile) কৰিবলৈ লিখক gcc space tokens dot c space hyphen o tok' আৰু Enter টিপক |
06.30 | কাৰ্যকৰী কৰিবলৈ ./tok(ডট চ্লেছ তক)লিখক |
06.35 | আউত পুট( output) টো দেখিবলৈ পাব |
06.39 | আমি ইয়াত দশমিকৰ( decimal point) পাচত ছটা মান(value) দেখিবলৈ পাম |
06.44 | আৰু ইয়াত আমাৰ দুটা মান(value) আছে |
06.48 | এতিয়া আমি এইটো কেনেকৈ ঘটিল তাক উলিয়াম। প্ৰোগ্ৰাম(program)টোলৈ ঘূৰি আহো |
06.54 | এইটো এইবাবেই যে ইয়াত % point 2f আছে |
06.59 | ই ইয়াকে সুচাই(denotes) যে আমি দশমিকৰ(decimal point)পাচত কেৱল দুটা মান হে ছপা(print)কৰিব পাৰো |
07.04 | ইয়াত যদি আমি দশমিকৰ( decimal point) পাচত তিনিটা শূণ্য বিচাৰো |
07.09 | আমি % point 2f ৰ ঠাইত % point 3f লিখিব লাগিব |
07.16 | এতিয়া ‘‘ছেভ”(Save) টিপক |
07.19 | প্ৰোগ্ৰাম(program) টোৰ প্ৰান্তলৈ( terminal) ঘূৰি আহো |
07.22 | আগতে কৰাৰ দৰে কম্পাইল( Compile) আৰু কাৰ্য্যকৰী(execute) কৰক |
07.28 | আমি ইয়াত দশমিকৰ( decimal point) পাচত তিনিটা মান দেখিবলৈ পাইছো |
07.33 | আমি এতিয়া একেটা প্ৰোগ্ৰাম(program) কে c++ ত কাৰ্যকৰী ( execute) কৰিম |
07.36 | আমাৰ প্ৰোগ্ৰাম(program) টোলৈ ঘূৰি আহক |
07.40 | মই ইয়াত কিছুমান বস্তু সলনি কৰিম |
07.42 | প্ৰথমতে কীবৰ্ডত shift+ctrl+s কী একেলগে টিপক |
07.50 | এতিয়া ফাইল টো extension .cpp ত ছেভ( save) কৰি আকৌ ছেভ( save) টিপক |
07.58 | এতিয়া আমি “হেদাৰ ফাইল”(header file) টো“iostream” লৈ সলনি কৰো |
08.03 | এতিয়া “ইউজিং”ষ্টেটমেন্ত (using statement ) সংলগ্ন কৰক |
08.08 | আৰু “ছেভ”(Save) টিপক |
08.11 | এতিয়া printf ’' ষ্টেটমেন্ত (statement) cout ষ্টেটমেন্ত (statement) জৰিয়তে স্থানান্তৰ( replace) কৰক |
08.15 | যিহেটো আমি C++ ত ছপা ( print) কৰিবলৈ cout<< function' ব্যৱ্হাৰ কৰো |
08.21 | ছাৰ্চ(Search) টিপক আৰু টেস্কট অপচন(text option) টো স্থানান্তৰ (replace) কৰক |
08.27 | ইয়াত printf আৰু আৰম্ভণি সৰুবন্ধনী “(” লিখক |
08.33 | ইয়াত এইটো “কোলম”(column) ৰ কাৰণে cout আৰু দুটা আৰম্ভণি কোণ বন্ধনী“<<” লিখক |
08.40 | এতিয়া “Replace All” আৰু “Close” টিপক |
08.45 | আমাক “ফৰ্মেট স্পেচিফাইয়াৰ”(format specifier) আৰু /n ৰ প্ৰয়োজন নাই |
08.50 | আমি সিহঁতক নাইকীয়া( delete) কৰো |
08.52 | এতিয়া ক’মা (comma) নাইকীয়া কৰি দুটা আৰম্ভণী কোণ বন্ধনী( opening angle brackets) লিখক |
09.01 | ছেভ(Save) টিপক।এতিয়া সামৰণি বন্ধনী( closing bracket) নায়্কীয়া কৰক |
09.04 | আকৌ দুটা আৰম্ভণী কোণ বন্ধনী( opening angle brackets) লিখক |
09.09 | আৰু দুটা উৰ্দ্ধকমাৰ (double quotes)ভিতৰত \n লিখক |
09.16 | এতিয়া ছেভ(Save) টিপক |
09.20 | প্ৰোগ্ৰামটো আমি কাৰ্যকৰী( execute)কৰো।প্ৰান্তলৈ( terminal) ঘূৰি আহো । |
09.24 | কম্পাইল( compile) কৰিবলৈ লিখক g++ স্পেছ(space) tokens (Dot)ড’ট cpp স্পেছ (space) hyphen o স্পেছ (space) tok 1 |
09.35 | যিহেতু আমি tokens.c ফাইল ৰ কাৰনে “আউটপুট পেৰামিটাৰ” (output parameter) “তক”(Tok)ক অভাৰ ৰাইট(overwrite) কৰিব বিচৰা নাই,সেইবাবে tok1 লৈছো |
09.46 | এতিয়া “এন্টাৰ”(Enter) টিপক |
09.48 | কাৰ্যকৰী( execute) কৰিবলৈ ./tok1 লিখি “এন্টাৰ”(Enter) টিপক |
09.55 | “আউটপুট”(Output) টো দেখা গৈছে |
09.59 | এতিয়া আমি হব পৰা কিছুমান সাধাৰণ ভুলৰ বিষয়ে চাম |
10.03 | আমাৰ প্ৰোগ্ৰাম (program)টোলৈ ঘূৰি আহো |
10.05 | ধৰাহওঁক মই b ৰ এটা নতুন মূল্য ৮ ক স্থিৰ কৰিম |
10.12 | এতিয়া “ছেভ”(Save) টিপক আৰু কি হয় চাওঁ আহক |
10.15 | প্ৰান্তলৈ (terminal) ঘূৰি আহো |
10.17 | এতিয়া প্ৰম্পট( prompt)খালি কৰো |
10.22 | আগতে কৰাৰ দৰে কম্পাইল( compile) কৰক |
10.26 | আমি tokens. cpp ফাইল( file) ৰ ৭ নং শাৰীত ভুল দেখিবলৈ পাইছো |
10.32 | কেৱ্ল পঢ়িব পৰা ভেৰিয়েবল (variable) b ত দাখিল কৰিবৰ বাবে |
10.36 | প্ৰোগ্ৰামটোলৈ ঘূৰি আহো |
10.39 | যিহেতু b এটা কনষ্টেন্ত (constant), কনষ্টেন্ত (constant)বোৰ স্থিৰ হয় |
10.45 | প্ৰোগ্ৰাম কাৰ্যকৰী(execute) কৰাৰ সময়ত সিহঁত সলনি নহয় |
10.49 | সেইবাবে ইয়াত ভুল দেখাইছে।আমি এইটো শুদ্ধ কৰো |
10.54 | ইয়াক নাইকীয়া( Delete) কৰক, “ছেভ”(Save) টিপক |
10.57 | আমি আকৌ কাৰ্যকৰী( execut)কৰো।প্ৰান্তলৈ( terminal) ঘূৰি আহো |
11.01 | আগৰ দৰে কম্পাইল( Compile) কৰক |
11.03 | আগৰ দৰে কাৰ্যকৰী( Execute) কৰক ।হ্য় ই কাম কৰিছে |
11.09 | এতিয়া আমি আৰু সাধাৰণ ভুল লক্ষ্য কৰিম |
11.12 | প্ৰোগ্ৰাম( program)টোলৈ ঘূৰি আহো |
11.15 | ধৰাহওঁক মই ইয়াত একক উৰ্দ্ধকমা ( single quotes) নিলিখিলো ।লগতে ছেভ (Save) টিপিলো |
11.21 | কাৰ্যকৰী( execute) কৰো ।প্ৰান্তলৈ (terminal)ঘূৰি আহো |
11.25 | আগৰ দৰে কম্পাইল( Compile) কৰক |
11.28 | “Tokens.cpp” ফাইলৰ ৯ নং শাৰীত এটা ভুল দেখাইছে। |
11.34 | A was not declared in this scope. আমাৰ প্ৰোগ্ৰাম( program)টোলৈ ঘূৰি আহো |
11.40 | এইটো এই বাবেই হৈছে যে একক উৰ্দ্ধকমাৰ (single quotes) ভিতৰত থকা সকলোকে কেৰেক্টাৰ (character) মান হিচাবে ধাৰ্য কৰে। |
11.47 | আৰু ইয়াত আমি d ক এটা “কেৰেক্টাৰ”(character) ভেৰিয়েবল হিচাবে ঘোষণা কৰিছো |
11.53 | ভুল( error)টো ঠিক কৰো । ৯ নং শাৰীত একক উৰ্দ্ধকমা লিখক |
11.59 | এতিয়া ছেভ(Save)টিপক আৰু কাৰ্যকৰী( execute) কৰো আহক |
12.02 | প্ৰান্তলৈ( terminal) ঘূৰি আহক |
12.04 | এতিয়া আগৰ দৰে কম্পাইল (Compile)কৰক |
12.06 | আগৰ দৰে কাৰ্যকৰী( Execute) কৰক । হয় ই ফলপ্ৰসু (work)হৈছে |
12.13 | এতিয়া “শ্লাইড”(slide) বোৰলৈ ঘূৰি আহো |
12.15 | এতিয়া থুল-মূলকৈ( summarize) আমি |
12.16 | এই টিউটৰিয়েল( tutorial)ত শিকিলো |
12.18 | দাতা টাইপ(Data type),উদাহৰণ int, double, float আদি |
12.24 | ভেৰিয়েবল(Variable)ৰ উদাহৰণ int a=2; |
12.29 | “আইদেন্তিফায়াৰ”(identifiers) ৰ উদাহৰণ printf() আৰু |
12.34 | কনষ্টেন্ত( constant)ৰ উদাহৰণ double const b=4; |
12.40 | অনুশিলনী( assignment) হিচাবে |
12.41 | সৰল সূত( simple interest) গণনা( calculate) কৰিবলৈ এটা প্ৰোগ্ৰাম( program) লিখক |
12.45 | সংকেতঃ মুলধন*শত্কৰা হাৰ*সময় /১০০ |
12.50 | এই “কথা চিত্ৰটো”( video) তলত দেখুওৱা সংযোজন (ink)ত দেখিবলৈ পাব |
12.54 | এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ |
12.56 | আপোনাৰ যদি বেণ্ডউইথ (bandwidth)ভাল নহয় তেন্তে এই কথা চিত্ৰ্টো দাউনলদ (download)কৰি চাওঁক |
13.01 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প(Spoken Tutorial Project)ৰ দলে |
13.03 | স্পকেন টিউট’ৰিয়েল (Spoken Tutorial)ৰ ব্যৱ্হাৰৰ কৰ্মশালা(workshop)ও পাতে |
13.07 | অনলাইন পৰীক্ষাত( online test) উত্তীৰ্ন সকলক প্ৰমান পত্ৰ(certificate) দিয়ে |
13.10 | অধিক জানিবলৈ অনুগ্ৰহ কৰি contact @spoken-tutorial.org
লৈ লিখক |
13.19 | স্পকেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্প “টক টু এ টিছাৰ”(Talk to a Teacher) প্ৰকল্পৰ অংশ হয় |
13.24 | ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷ |
13.30 | ইয়াৰ বিষয়ে অধিক তলত দেখুওৱা সংযোজন(link)ত দেখা পাব৷ |
13.35 | মই কৃষ্ণ কমল দুৱৰা, উপভোগ কৰাৰ বাবে ধন্যবাদ । |