Difference between revisions of "LibreOffice-Suite-Draw/C2/Basics-of-working-with-objects/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 1: Line 1:
 
{| border=1
 
{| border=1
|| Visual Cues
+
|| Time
 
|| Narration
 
|| Narration
 
|-
 
|-
|| 00.02
+
|| 00:02
 
|| নমস্কাৰ দৰ্শক সকল. LibreOffice ড্রত বস্তুৰ সৈতে মৌলিক কাম কৰা সম্পর্কিত এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
 
|| নমস্কাৰ দৰ্শক সকল. LibreOffice ড্রত বস্তুৰ সৈতে মৌলিক কাম কৰা সম্পর্কিত এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
 
|-
 
|-
|| 00.08
+
|| 00:08
 
||এই টিউটোৰিয়েলটিত আপোনি শিকিব:
 
||এই টিউটোৰিয়েলটিত আপোনি শিকিব:
 
|-
 
|-
|| 00.11
+
|| 00:11
 
||বস্তূ কাট,কপি, পেস্ট কৰা।
 
||বস্তূ কাট,কপি, পেস্ট কৰা।
 
|-
 
|-
|| 00.14
+
|| 00:14
 
|| হেন্দেল বোৰ ব্যবহাৰ কৰি বস্তুৰ আকাৰ পৰিবর্তন কৰা।
 
|| হেন্দেল বোৰ ব্যবহাৰ কৰি বস্তুৰ আকাৰ পৰিবর্তন কৰা।
 
|-
 
|-
|| 00.17
+
|| 00:17
 
||বস্তুবোৰ সুসজ্জিত কৰা।
 
||বস্তুবোৰ সুসজ্জিত কৰা।
 
|-
 
|-
|| 00.19
+
|| 00:19
 
||বস্তুবোৰ দলবদ্ধ অাৰু দলমুক্ত কৰা।
 
||বস্তুবোৰ দলবদ্ধ অাৰু দলমুক্ত কৰা।
 
|-
 
|-
|| 00.21
+
|| 00:21
 
||এটি দলত প্রতিটি বস্তুক সম্পাদন কৰা।
 
||এটি দলত প্রতিটি বস্তুক সম্পাদন কৰা।
 
|-
 
|-
|| 00.24
+
|| 00:24
 
|| এটা দলতে বস্তুবোৰ অতৰুৱা।
 
|| এটা দলতে বস্তুবোৰ অতৰুৱা।
 
|-
 
|-
|| 00.28
+
|| 00:28
 
||ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰিছো।
 
||ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰিছো।
 
|-
 
|-
|| 00.37
+
|| 00:37
 
||ডেস্কটপত সংৰক্ষিত "WaterCycle" ফাইলটি খোলা যাওক।
 
||ডেস্কটপত সংৰক্ষিত "WaterCycle" ফাইলটি খোলা যাওক।
 
|-
 
|-
|| 00.42
+
|| 00:42
 
||এতিয়া, এই ছবিতোত আৰু তিনিটা মেঘ কপি কৰি আৰু পেস্ট কৰো।
 
||এতিয়া, এই ছবিতোত আৰু তিনিটা মেঘ কপি কৰি আৰু পেস্ট কৰো।
 
|-
 
|-
|| 00.47
+
|| 00:47
 
||প্রথমে মেঘ নির্বাচন কৰক, তাৰপিছত কনটেক্সট মেনু চাবলৈ সো ক্লিক কৰক আৰু "copy"ত ক্লিক কৰাক
 
||প্রথমে মেঘ নির্বাচন কৰক, তাৰপিছত কনটেক্সট মেনু চাবলৈ সো ক্লিক কৰক আৰু "copy"ত ক্লিক কৰাক
 
|-
 
|-
|| 00.54
+
|| 00:54
 
||তাৰপিছত,কার্সাৰটি পৃষ্ঠাত ৰাখক, কনটেক্সট মেনুৰ বাবে আকৌ এবাৰ সো ক্লিক কৰক আৰু "Paste" ক্লিক কৰক।
 
||তাৰপিছত,কার্সাৰটি পৃষ্ঠাত ৰাখক, কনটেক্সট মেনুৰ বাবে আকৌ এবাৰ সো ক্লিক কৰক আৰু "Paste" ক্লিক কৰক।
 
|-
 
|-
|| 01.02
+
|| 01:02
 
||কিন্তু আমি কেবল এটিমাত্র মেঘ দেখিব পাৰো!
 
||কিন্তু আমি কেবল এটিমাত্র মেঘ দেখিব পাৰো!
 
|-
 
|-
|| 01.05
+
|| 01:05
 
||আমি কপি আৰু পেস্ট কৰা মেঘটি কত ?
 
||আমি কপি আৰু পেস্ট কৰা মেঘটি কত ?
 
|-
 
|-
|| 01.08
+
|| 01:08
 
||কপি কৰা মেঘটো আসল মেঘৰ উপৰত যুক্ত হয়!
 
||কপি কৰা মেঘটো আসল মেঘৰ উপৰত যুক্ত হয়!
 
|-
 
|-
|| 01.13
+
|| 01:13
 
||এই মেঘটি নির্বাচন কৰা হওক,আৰু বাও ফালে নিয়া যাওক।
 
||এই মেঘটি নির্বাচন কৰা হওক,আৰু বাও ফালে নিয়া যাওক।
 
|-
 
|-
|| 01.17
+
|| 01:17
 
||একেই পদ্ধতিতে আৰো এটি মেঘ তৈয়াৰ কৰা যাওক।
 
||একেই পদ্ধতিতে আৰো এটি মেঘ তৈয়াৰ কৰা যাওক।
 
|-
 
|-
|| 01.21
+
|| 01:21
 
||মেঘ নির্বাচন কৰক, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু ""copy"" ক্লিক কৰক।
 
||মেঘ নির্বাচন কৰক, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু ""copy"" ক্লিক কৰক।
 
|-
 
|-
|| 01.26
+
|| 01:26
 
||আকৌ এবাৰ কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু  "Paste " ক্লিক কৰক।
 
||আকৌ এবাৰ কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু  "Paste " ক্লিক কৰক।
 
|-
 
|-
|| 01.30
+
|| 01:30
 
||এতিয়া, কপি কৰা মেঘটি নির্বাচন কৰক আৰো ইয়াক বাও ফালে লৈ যাওক।
 
||এতিয়া, কপি কৰা মেঘটি নির্বাচন কৰক আৰো ইয়াক বাও ফালে লৈ যাওক।
 
|-
 
|-
|| 01.37
+
|| 01:37
 
||আমি বস্তুবোৰৰ কপি কৰাৰ বাবে কিছু শর্ট-কাট ব্যবহাৰ কৰিব পাৰো।
 
||আমি বস্তুবোৰৰ কপি কৰাৰ বাবে কিছু শর্ট-কাট ব্যবহাৰ কৰিব পাৰো।
 
|-
 
|-
|| 01.41
+
|| 01:41
 
|| CTRL + C এটা বস্তু কপি কৰিবৰ বাবে।
 
|| CTRL + C এটা বস্তু কপি কৰিবৰ বাবে।
 
|-
 
|-
|| 01.44
+
|| 01:44
 
|| Ctrl + V এটা বস্তু পেস্ট কৰিবৰ বাবে।
 
|| Ctrl + V এটা বস্তু পেস্ট কৰিবৰ বাবে।
 
|-
 
|-
|| 01.47
+
|| 01:47
 
|| Ctrl + X এটা বস্তু কাট কৰিবৰ বাবে।
 
|| Ctrl + X এটা বস্তু কাট কৰিবৰ বাবে।
 
|-
 
|-
|| 01.50
+
|| 01:50
 
||মেঘ নির্বাচন কৰক আৰু CTRL C কী-দুটা একেলগে টিপক।
 
||মেঘ নির্বাচন কৰক আৰু CTRL C কী-দুটা একেলগে টিপক।
 
|-
 
|-
|| 01.55
+
|| 01:55
 
||মেঘটি কপি কৰা হৈছে ।
 
||মেঘটি কপি কৰা হৈছে ।
 
|-
 
|-
|| 01.57
+
|| 01:57
 
||পেস্ট কৰিবৰ বাবে Ctrl V কী-দুটা একেলগে টিপক।
 
||পেস্ট কৰিবৰ বাবে Ctrl V কী-দুটা একেলগে টিপক।
 
|-
 
|-
|| 02.02
+
|| 02:02
 
|| এতিয়া  মেঘটি নির্বাচন কৰক আৰু পছন্দ অবস্থানলৈ স্থানান্তৰিত কৰক ।
 
|| এতিয়া  মেঘটি নির্বাচন কৰক আৰু পছন্দ অবস্থানলৈ স্থানান্তৰিত কৰক ।
 
|-
 
|-
|| 02.08
+
|| 02:08
 
|| এই টিউটোৰিয়েলটি সাময়িকভাবে ৰখাওক আৰু এই অনুশীলনীটি সম্পূর্ণ কৰক ।
 
|| এই টিউটোৰিয়েলটি সাময়িকভাবে ৰখাওক আৰু এই অনুশীলনীটি সম্পূর্ণ কৰক ।
 
|-
 
|-
|| 02.11
+
|| 02:11
 
|| আপোনি ড্র ফাইলৰলৈ দুটি পৃষ্ঠা যুক্ত কৰক ।
 
|| আপোনি ড্র ফাইলৰলৈ দুটি পৃষ্ঠা যুক্ত কৰক ।
 
|-
 
|-
|| 02.14
+
|| 02:14
 
||প্রথম পৃষ্ঠাত দুটি বস্তু আঁকক ।
 
||প্রথম পৃষ্ঠাত দুটি বস্তু আঁকক ।
 
|-
 
|-
|| 02.18
+
|| 02:18
 
| |প্রথম পাতৰ পৰা দ্বিতীয় পাতৰলৈ এটি বস্তু কপি কৰক ।
 
| |প্রথম পাতৰ পৰা দ্বিতীয় পাতৰলৈ এটি বস্তু কপি কৰক ।
 
|-
 
|-
|| 02.22
+
|| 02:22
 
|| চাওক, প্রতিলিপি কৰা বস্তুটো কত স্থাপিত হৈছে ।
 
|| চাওক, প্রতিলিপি কৰা বস্তুটো কত স্থাপিত হৈছে ।
 
|-
 
|-
|| 02.25
+
|| 02:25
 
||এটা বস্তু কাট কৰক আৰু পেস্ট কৰক । আপোনি এই কামৰ বাবে শর্ট কাট কী ব্যবহাৰ কৰিব পাৰে।
 
||এটা বস্তু কাট কৰক আৰু পেস্ট কৰক । আপোনি এই কামৰ বাবে শর্ট কাট কী ব্যবহাৰ কৰিব পাৰে।
 
|-
 
|-
|| 02.31
+
|| 02:31
 
||যেতিয়া আপোনি ইয়াক কাট কৰে বস্তুটোৰ এটা কপি তৈয়াৰ হৈছে নে নাই পৰীক্ষা কৰক।
 
||যেতিয়া আপোনি ইয়াক কাট কৰে বস্তুটোৰ এটা কপি তৈয়াৰ হৈছে নে নাই পৰীক্ষা কৰক।
 
|-
 
|-
|| 02.36
+
|| 02:36
 
||এই মেঘৰ আকাৰ হ্রাস কৰো ।
 
||এই মেঘৰ আকাৰ হ্রাস কৰো ।
 
|-
 
|-
|| 02.38
+
|| 02:38
 
||সেয়ে প্রথমে এইটোক নির্বাচন কৰো ।
 
||সেয়ে প্রথমে এইটোক নির্বাচন কৰো ।
 
|-
 
|-
|| 02.40
+
|| 02:40
 
||এতিয়া handles বোৰ দেখা য়ায়.
 
||এতিয়া handles বোৰ দেখা য়ায়.
 
|-
 
|-
|| 02.43
+
|| 02:43
 
||পিছত, য়েতিলৈকে arrowheads দেখা য়ায় কার্সাৰটি কোনো এটা  handlesৰ উপৰত স্থাপন কৰক.
 
||পিছত, য়েতিলৈকে arrowheads দেখা য়ায় কার্সাৰটি কোনো এটা  handlesৰ উপৰত স্থাপন কৰক.
 
|-
 
|-
||02.50
+
||02:50
 
||এটিয়া,মেঘটো সৰু কৰিবলৈ মাউসৰ বাউ বোতাম ধৰি ৰাখি অাৰু কাঢ় দাল ভিতৰলৈ টানক.
 
||এটিয়া,মেঘটো সৰু কৰিবলৈ মাউসৰ বাউ বোতাম ধৰি ৰাখি অাৰু কাঢ় দাল ভিতৰলৈ টানক.
 
|-
 
|-
||02.57
+
||02:57
 
||মেঘটি ডাঙৰ কৰিবলৈ বাহিৰলৈ টানক
 
||মেঘটি ডাঙৰ কৰিবলৈ বাহিৰলৈ টানক
 
|-
 
|-
||03.00
+
||03:00
 
||arrow মানে কাঢ় ডাল ডাঙৰ কৰিবলৈ প্ৰথমে ইয়াক চিলেক্ট (select) কৰক
 
||arrow মানে কাঢ় ডাল ডাঙৰ কৰিবলৈ প্ৰথমে ইয়াক চিলেক্ট (select) কৰক
 
|-
 
|-
||03.04
+
||03:04
 
||এটিয়া কার্সাৰটি কোনো এটা  handlesলৈ আনক
 
||এটিয়া কার্সাৰটি কোনো এটা  handlesলৈ আনক
 
|-
 
|-
||03.07
+
||03:07
 
||কার্সাৰ টিপট এটা বর্গক্ষেত্ৰসহ এটা সৰু ট্ৰান্চপাৰেন্ট (transparent) এৰো প্ৰদর্শিত হব ।
 
||কার্সাৰ টিপট এটা বর্গক্ষেত্ৰসহ এটা সৰু ট্ৰান্চপাৰেন্ট (transparent) এৰো প্ৰদর্শিত হব ।
 
|-
 
|-
||03.14
+
||03:14
 
||এটিয়া,কীবোর্ডেৰ "শিফ্ট (shift)" কী টিপক, মাউসৰ বাউ বোতাম টিপি আৰু এৰো handle ব্যবহাৰ কৰি,তললৈ টানক
 
||এটিয়া,কীবোর্ডেৰ "শিফ্ট (shift)" কী টিপক, মাউসৰ বাউ বোতাম টিপি আৰু এৰো handle ব্যবহাৰ কৰি,তললৈ টানক
 
|-
 
|-
||03.25
+
||03:25
 
|| যদি Shift কী টিপে, তেনেহলে আপোনি অনেক সহজে বস্তুৰ পুনঃ মাপ কৰিব পাৰিব ।
 
|| যদি Shift কী টিপে, তেনেহলে আপোনি অনেক সহজে বস্তুৰ পুনঃ মাপ কৰিব পাৰিব ।
 
|-
 
|-
|| 03.32
+
|| 03:32
 
|| এটি বস্তুক handlesবোৰ ব্যবহাৰ কৰি আকাৰ পৰিবর্তন কৰাকে "Dynamic Resizing" বোলা হয়
 
|| এটি বস্তুক handlesবোৰ ব্যবহাৰ কৰি আকাৰ পৰিবর্তন কৰাকে "Dynamic Resizing" বোলা হয়
 
|-
 
|-
|| 03.38
+
|| 03:38
 
|| ইয়াৰ অর্থ হল আমি সঠিক পৰিমাপ ব্যবহাৰ নকৰো  ।
 
|| ইয়াৰ অর্থ হল আমি সঠিক পৰিমাপ ব্যবহাৰ নকৰো  ।
 
|-
 
|-
|| 03.42
+
|| 03:42
 
|| আমি পৰবর্তী টিউটোৰিয়েলত সঠিক পৰিমাপ ব্যবহাৰ কৰি বস্তুৰ আকাৰ পৰিবর্তন কৰা শিকিম ।
 
|| আমি পৰবর্তী টিউটোৰিয়েলত সঠিক পৰিমাপ ব্যবহাৰ কৰি বস্তুৰ আকাৰ পৰিবর্তন কৰা শিকিম ।
 
|-
 
|-
|| 03.47
+
|| 03:47
 
|| একেভাবে এই আয়তক্ষেত্ৰ width বৃদ্ধি কৰা যাওক ।  
 
|| একেভাবে এই আয়তক্ষেত্ৰ width বৃদ্ধি কৰা যাওক ।  
 
|-
 
|-
|| 03.52
+
|| 03:52
 
|| আয়তক্ষেটৰটি নির্বাচন কৰক, কীবোর্ডৰ Shift কী টিপক আৰু সেইটো উপৰ ফালে  টানক।
 
|| আয়তক্ষেটৰটি নির্বাচন কৰক, কীবোর্ডৰ Shift কী টিপক আৰু সেইটো উপৰ ফালে  টানক।
 
|-
 
|-
|| 03.59
+
|| 03:59
 
|| ড্ৰ উইন্ডোৰ তলত “Status” বাৰ চাওক
 
|| ড্ৰ উইন্ডোৰ তলত “Status” বাৰ চাওক
 
|-
 
|-
|| 04.03
+
|| 04:03
 
|| লক্ষ্য কৰক যে, আমি যেতিয়া আয়তক্ষেত্রৰ আকাৰ আকৌ পৰিবর্তন কৰো মাত্রা পৰিবর্তিত হয় ।
 
|| লক্ষ্য কৰক যে, আমি যেতিয়া আয়তক্ষেত্রৰ আকাৰ আকৌ পৰিবর্তন কৰো মাত্রা পৰিবর্তিত হয় ।
 
|-
 
|-
|| 04.09
+
|| 04:09
 
|| “Status” বাৰে বস্তুৰ অবস্থান আৰু মাত্রাৰ পৰিবর্তন দেখায় ।
 
|| “Status” বাৰে বস্তুৰ অবস্থান আৰু মাত্রাৰ পৰিবর্তন দেখায় ।
 
|-
 
|-
|| 04.16
+
|| 04:16
 
|| এতিয়া ইয়াত দেখাৱাৰ দৰে, মেঘবোৰ আৰু সূর্য সেইভাবে সজোৱা যাওক ।
 
|| এতিয়া ইয়াত দেখাৱাৰ দৰে, মেঘবোৰ আৰু সূর্য সেইভাবে সজোৱা যাওক ।
 
|-
 
|-
|| 04.20
+
|| 04:20
 
|| মেঘবোৰক সিনাক্ত কৰিবৰ বাবে, বাওৰ পৰা সো ফালৰলৈ আৰম্ভ কৰি সেইবোৰক  ১, ২, ৩, ৪ সংখ্যাৰে দিয়া যাওক ।
 
|| মেঘবোৰক সিনাক্ত কৰিবৰ বাবে, বাওৰ পৰা সো ফালৰলৈ আৰম্ভ কৰি সেইবোৰক  ১, ২, ৩, ৪ সংখ্যাৰে দিয়া যাওক ।
 
|-
 
|-
|| 04.29
+
|| 04:29
 
|| সংখ্যাবোৰ যোগ কৰিবৰ বাবে, এই মেঘটোক বাচনি কৰক , ডবল ক্লিক কৰক আৰু লিখক ১ ।
 
|| সংখ্যাবোৰ যোগ কৰিবৰ বাবে, এই মেঘটোক বাচনি কৰক , ডবল ক্লিক কৰক আৰু লিখক ১ ।
 
|-
 
|-
|| 04.36
+
|| 04:36
 
|| একেভাবে অন্যান্য মেঘবোৰকো নম্বৰ দিয়ক ।
 
|| একেভাবে অন্যান্য মেঘবোৰকো নম্বৰ দিয়ক ।
 
|-
 
|-
|| 04.44
+
|| 04:44
 
|| এতিয়া, মেঘ ৪ক নির্বাচন কৰক আৰু সূর্যৰ উপৰত ৰাখক ।
 
|| এতিয়া, মেঘ ৪ক নির্বাচন কৰক আৰু সূর্যৰ উপৰত ৰাখক ।
 
|-
 
|-
|| 04.49
+
|| 04:49
 
|| এইটোক সূর্যৰ পিছত পাঠাবৰ বাবে, কনটেক্সট মেনুৰ বাবে মেঘৰ উপৰত সো ক্লিক কৰক ।
 
|| এইটোক সূর্যৰ পিছত পাঠাবৰ বাবে, কনটেক্সট মেনুৰ বাবে মেঘৰ উপৰত সো ক্লিক কৰক ।
 
|-
 
|-
|| 04.55
+
|| 04:55
 
|| “Arrange” নির্বাচন কৰক আৰু “Send Backward” ক্লিক কৰক ।
 
|| “Arrange” নির্বাচন কৰক আৰু “Send Backward” ক্লিক কৰক ।
 
|-
 
|-
|| 04.58
+
|| 04:58
 
|| এতিয়া মেঘ ৪ সূর্যৰ পিছত আছে।
 
|| এতিয়া মেঘ ৪ সূর্যৰ পিছত আছে।
 
|-
 
|-
|| 05.02
+
|| 05:02
 
|| “Send Backward” য়ে বর্তমানৰ স্তৰৰ পৰা পিছৰ স্তৰত এটি বস্তু পাঠায় ।
 
|| “Send Backward” য়ে বর্তমানৰ স্তৰৰ পৰা পিছৰ স্তৰত এটি বস্তু পাঠায় ।
 
|-
 
|-
|| 05.07
+
|| 05:07
 
|| এতিয়া মেঘ ৩ নির্বাচন কৰক আৰু সূর্যৰ উপৰত ৰাখক  ।
 
|| এতিয়া মেঘ ৩ নির্বাচন কৰক আৰু সূর্যৰ উপৰত ৰাখক  ।
 
|-
 
|-
|| 05.12
+
|| 05:12
 
|| context menuত সো ক্লিক কৰক, “Arrange” ক্লিক কৰক আৰু “Send to Back” নির্বাচন কৰক ।
 
|| context menuত সো ক্লিক কৰক, “Arrange” ক্লিক কৰক আৰু “Send to Back” নির্বাচন কৰক ।
 
|-
 
|-
|| 05.18
+
|| 05:18
 
|| মেঘ ৩ এতিয়া সূর্য আৰু মেঘ ৪ৰ দুয়োটাৰ পিছত আছে ।
 
|| মেঘ ৩ এতিয়া সূর্য আৰু মেঘ ৪ৰ দুয়োটাৰ পিছত আছে ।
 
|-
 
|-
|| 05.23
+
|| 05:23
 
|| “Send to Back” য়ে এটা বস্তুক শেষৰ স্তৰলৈ পঠায় ।
 
|| “Send to Back” য়ে এটা বস্তুক শেষৰ স্তৰলৈ পঠায় ।
 
|-
 
|-
|| 05.28
+
|| 05:28
 
|| এতিয়া স্লাইডত দেখাৱাৰ দৰে মেঘবোৰ সজাবলৈ সহজ হৈ গৈছে ।
 
|| এতিয়া স্লাইডত দেখাৱাৰ দৰে মেঘবোৰ সজাবলৈ সহজ হৈ গৈছে ।
 
|-
 
|-
|| 05.32
+
|| 05:32
 
|| মেঘ ৪ নির্বাচন কৰো, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰো. “Arrange” ক্লিক কৰক আৰু  “Bring to Front” নির্বাচন কৰক ।
 
|| মেঘ ৪ নির্বাচন কৰো, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰো. “Arrange” ক্লিক কৰক আৰু  “Bring to Front” নির্বাচন কৰক ।
 
|-
 
|-
|| 05.40
+
|| 05:40
 
|| “Bring to Front” এটা বস্তুক প্রথম স্তৰলৈ আনে ।
 
|| “Bring to Front” এটা বস্তুক প্রথম স্তৰলৈ আনে ।
 
|-
 
|-
|| 05.44
+
|| 05:44
 
|| তাৰপিছত মেঘ ৩ নির্বাচন কৰক, কনটেক্সট মেনুৰ বাবে সো বাটন ক্লিক কৰক. “Arrange” ক্লিক কৰক আৰু “Bring Forward” ক্লিক কৰক।
 
|| তাৰপিছত মেঘ ৩ নির্বাচন কৰক, কনটেক্সট মেনুৰ বাবে সো বাটন ক্লিক কৰক. “Arrange” ক্লিক কৰক আৰু “Bring Forward” ক্লিক কৰক।
 
|-
 
|-
|| 05.52
+
|| 05:52
 
|| “Bring Forward” য়ে এটি বস্তুক প্ৰথম স্তৰলৈ নিয়ে।
 
|| “Bring Forward” য়ে এটি বস্তুক প্ৰথম স্তৰলৈ নিয়ে।
 
|-
 
|-
|| 05.57
+
|| 05:57
 
|| এতিয়া, মেঘ ২ নির্বাচন কৰক আৰু মেঘ ১-ৰ ওপৰত ৰাখক ।
 
|| এতিয়া, মেঘ ২ নির্বাচন কৰক আৰু মেঘ ১-ৰ ওপৰত ৰাখক ।
 
|-
 
|-
|| 06.01
+
|| 06:01
 
|| স্লাইডত দেখোৱাৰ দৰে সেইভাবে মেঘবোৰ সজোৱা হৈছে ।
 
|| স্লাইডত দেখোৱাৰ দৰে সেইভাবে মেঘবোৰ সজোৱা হৈছে ।
 
|-
 
|-
|| 06.07
+
|| 06:07
 
|| পিছত, মেঘৰ সংখ্যা মুছি পেলোৱা যাওক ।
 
|| পিছত, মেঘৰ সংখ্যা মুছি পেলোৱা যাওক ।
 
|-
 
|-
|| 06.10
+
|| 06:10
 
|| এই কামৰ বাবে, মেঘৰ উপৰত ডবল ক্লিক কৰক তাৰপিছত নম্বৰ নির্বাচন কৰক, তাৰপিছত সংখ্যাটি নির্বাচন কৰক আৰু কীবোর্ডত Delete কী টিপক ।
 
|| এই কামৰ বাবে, মেঘৰ উপৰত ডবল ক্লিক কৰক তাৰপিছত নম্বৰ নির্বাচন কৰক, তাৰপিছত সংখ্যাটি নির্বাচন কৰক আৰু কীবোর্ডত Delete কী টিপক ।
 
|-
 
|-
|| 06.23
+
|| 06:23
 
|| এই নিয়োগৰ বাবে ইয়াতে টিউটোৰিয়েল ৰখাওক ।
 
|| এই নিয়োগৰ বাবে ইয়াতে টিউটোৰিয়েল ৰখাওক ।
 
|-
 
|-
|| 06.26
+
|| 06:26
 
|| এটা বর্গাকাৰ, স্তাৰ, বৃত্ত আঁকক আৰু ইয়াত দেখোৱাৰ দৰে বহাওক।
 
|| এটা বর্গাকাৰ, স্তাৰ, বৃত্ত আঁকক আৰু ইয়াত দেখোৱাৰ দৰে বহাওক।
 
|-
 
|-
|| 06.32
+
|| 06:32
 
|| প্রতিটো বস্তু নির্বাচন কৰক আৰু arrange মেনুৰ পৰা প্রতিটো বিকল্পত প্রয়োগ কৰক ।
 
|| প্রতিটো বস্তু নির্বাচন কৰক আৰু arrange মেনুৰ পৰা প্রতিটো বিকল্পত প্রয়োগ কৰক ।
 
|-
 
|-
|| 06.38
+
|| 06:38
 
|| লক্ষ্য কৰক, প্রতিটো বিকল্পৰ বাবে কিভাবে বস্তুবোৰৰ অবস্থান পৰিবর্তিত হয় ।
 
|| লক্ষ্য কৰক, প্রতিটো বিকল্পৰ বাবে কিভাবে বস্তুবোৰৰ অবস্থান পৰিবর্তিত হয় ।
 
|-
 
|-
|| 06.44
+
|| 06:44
 
|| এতিয়া  স্লাইডৰ মতে বস্তুবোৰক বহোৱাওক আৰু Bring to Front আৰু Send to Back বিকল্প দুটি নির্বাচন কৰক ।
 
|| এতিয়া  স্লাইডৰ মতে বস্তুবোৰক বহোৱাওক আৰু Bring to Front আৰু Send to Back বিকল্প দুটি নির্বাচন কৰক ।
 
|-
 
|-
|| 06.53
+
|| 06:53
 
|| তাৰ পিছত, এই water cycle (জল চক্র) চিত্রটিত স্লাইডত দেখোৱাৰ দৰে  গাছ যোগ কৰা যাওক ।
 
|| তাৰ পিছত, এই water cycle (জল চক্র) চিত্রটিত স্লাইডত দেখোৱাৰ দৰে  গাছ যোগ কৰা যাওক ।
 
|-
 
|-
|| 06.59
+
|| 06:59
 
|| আমি এটি গাছ আঁকো এটি block এৰো আৰু এটি explosion ব্যবহাৰ কৰি ।
 
|| আমি এটি গাছ আঁকো এটি block এৰো আৰু এটি explosion ব্যবহাৰ কৰি ।
 
|-
 
|-
|| 07.05
+
|| 07:05
 
|| আমি  Insert আৰু তাৰ পিছত স্লাইডত ক্লিক কৰি এই ড্র ফাইলত এটি নতুন পৃষ্ঠা যোগ কৰো।
 
|| আমি  Insert আৰু তাৰ পিছত স্লাইডত ক্লিক কৰি এই ড্র ফাইলত এটি নতুন পৃষ্ঠা যোগ কৰো।
 
|-
 
|-
|| 07.11
+
|| 07:11
 
|| এইটোৱে আমাৰ ফাইলৰলৈ এটি নতুন পাত  যুক্ত কৰে ।
 
|| এইটোৱে আমাৰ ফাইলৰলৈ এটি নতুন পাত  যুক্ত কৰে ।
 
|-
 
|-
|| 07.15
+
|| 07:15
 
|| গছৰ কান্ড আঁকিবলৈ, অঙ্কন টুলবাৰৰ পৰা "Block Arrows (ব্লক এৰোচিহ্ন)" নির্বাচন কৰক ।
 
|| গছৰ কান্ড আঁকিবলৈ, অঙ্কন টুলবাৰৰ পৰা "Block Arrows (ব্লক এৰোচিহ্ন)" নির্বাচন কৰক ।
 
|-
 
|-
|| 07.21
+
|| 07:21
 
||ছোটি কলা ত্রিভুজৰ উপৰত ক্লিক কৰক উপলব্ধ আকাৰবোৰ চাবলৈ আৰু নির্বাচন কৰক " Split Arrow (স্প্লিট অ্যাৰো )"
 
||ছোটি কলা ত্রিভুজৰ উপৰত ক্লিক কৰক উপলব্ধ আকাৰবোৰ চাবলৈ আৰু নির্বাচন কৰক " Split Arrow (স্প্লিট অ্যাৰো )"
 
|-
 
|-
|| 07.28
+
|| 07:28
 
|| পাতৰ উপৰত কার্সাৰটি ৰাখক, বাও মাউস বোতাম ধৰি ৰাখি তললৈ আৰু চাইদলৈ টানক ।
 
|| পাতৰ উপৰত কার্সাৰটি ৰাখক, বাও মাউস বোতাম ধৰি ৰাখি তললৈ আৰু চাইদলৈ টানক ।
 
|-
 
|-
|| 07.35
+
|| 07:35
 
|| আপোনি গাছৰ এটি কান্ড আৰু দুটি দালৰ সৈতে অঙ্কন কৰিছে ।
 
|| আপোনি গাছৰ এটি কান্ড আৰু দুটি দালৰ সৈতে অঙ্কন কৰিছে ।
 
|-
 
|-
|| 07.39
+
|| 07:39
 
||দালত গাছৰ পাত যোগ কৰা যাওক ।
 
||দালত গাছৰ পাত যোগ কৰা যাওক ।
 
|-
 
|-
|| 07.42
+
|| 07:42
 
|| অঙ্কন টুলবাৰ পৰা স্তাৰ নির্বাচন কৰক ।
 
|| অঙ্কন টুলবাৰ পৰা স্তাৰ নির্বাচন কৰক ।
 
|-
 
|-
|| 07.45
+
|| 07:45
 
|| তাৰপিছত ছোটি কলা ত্রিভূজত ক্লিক কৰক আৰু নির্বাচন কৰক "explosion " .
 
|| তাৰপিছত ছোটি কলা ত্রিভূজত ক্লিক কৰক আৰু নির্বাচন কৰক "explosion " .
 
|-
 
|-
|| 07.51
+
|| 07:51
 
|| এতিয়া ড্র পৃষ্ঠালৈ যাওক, কার্সাৰটি ক এৰোৰ বাও শাখাত ৰাখক, মাউসৰ বাও বোতাম ধৰি ৰাখি আৰু আকৃতি আঁকাৰ বাবে বাও ফালে টানক ।
 
|| এতিয়া ড্র পৃষ্ঠালৈ যাওক, কার্সাৰটি ক এৰোৰ বাও শাখাত ৰাখক, মাউসৰ বাও বোতাম ধৰি ৰাখি আৰু আকৃতি আঁকাৰ বাবে বাও ফালে টানক ।
 
|-
 
|-
|| 08.01
+
|| 08:01
 
||সেয়ে গছটোত পাত যোগ হৈ গৈছে !
 
||সেয়ে গছটোত পাত যোগ হৈ গৈছে !
 
|-
 
|-
|| 08.04
+
|| 08:04
 
|| আমি এই গছৰ সো শাখালৈয়ো এই আকৃতিটো প্রতিলিপি কৰিম ।
 
|| আমি এই গছৰ সো শাখালৈয়ো এই আকৃতিটো প্রতিলিপি কৰিম ।
 
|-
 
|-
|| 08.09
+
|| 08:09
 
|| আকৃতিটো নির্বাচন কৰক ।
 
|| আকৃতিটো নির্বাচন কৰক ।
 
|-
 
|-
|| 08.11
+
|| 08:11
 
|| কীবোর্ডত, কপি কৰিবৰ বাবে Ctrl আৰু C এই  দুটা কী টিপক ।
 
|| কীবোর্ডত, কপি কৰিবৰ বাবে Ctrl আৰু C এই  দুটা কী টিপক ।
 
|-
 
|-
|| 08.15
+
|| 08:15
 
|| তাৰপিছত পেস্ট কৰিবৰ বাবে Ctrl আৰু V এই  কী দুটি টিপক ।
 
|| তাৰপিছত পেস্ট কৰিবৰ বাবে Ctrl আৰু V এই  কী দুটি টিপক ।
 
|-
 
|-
|| 08.19
+
|| 08:19
 
|| এতিয়া এই আকৃতিটোক গাছৰ সো শাখালৈ নিয়ক ।
 
|| এতিয়া এই আকৃতিটোক গাছৰ সো শাখালৈ নিয়ক ।
 
|-
 
|-
|| 08.22
+
|| 08:22
 
|| আমি এটি গাছ অঙ্কন কৰিছো !
 
|| আমি এটি গাছ অঙ্কন কৰিছো !
 
|-
 
|-
|| 08.25
+
|| 08:25
 
|| এইবাৰ গছটি নির্বাচন কৰো আৰু তললৈ নিয়ো ।
 
|| এইবাৰ গছটি নির্বাচন কৰো আৰু তললৈ নিয়ো ।
 
|-
 
|-
|| 08.28
+
|| 08:28
 
|| মাত্ৰ কান্ড-টোহে তললৈ গৈছে, পাতবোৰ নহয়!
 
|| মাত্ৰ কান্ড-টোহে তললৈ গৈছে, পাতবোৰ নহয়!
 
|-
 
|-
|| 08.32
+
|| 08:32
 
|| ইয়াত গছৰ কান্ড  আৰু পাতবোৰ দুটি পৃথক বস্তু হিসাবে গণ্য কৰা হৈছে ।
 
|| ইয়াত গছৰ কান্ড  আৰু পাতবোৰ দুটি পৃথক বস্তু হিসাবে গণ্য কৰা হৈছে ।
 
|-
 
|-
|| 08.38
+
|| 08:38
 
|| গছৰ কান্ডটি আগৰ যেগালৈ নিয়া যাওক ।
 
|| গছৰ কান্ডটি আগৰ যেগালৈ নিয়া যাওক ।
 
|-
 
|-
|| 08.41
+
|| 08:41
 
|| শিকা যাওক, কিভাবে গাছৰ কান্ড আৰু পাতবোৰক এটি একক ভাবে ৰখা যায় ।
 
|| শিকা যাওক, কিভাবে গাছৰ কান্ড আৰু পাতবোৰক এটি একক ভাবে ৰখা যায় ।
 
|-
 
|-
|| 08.47
+
|| 08:47
 
|| এটা দলক কোনো পৰিবর্তন কৰাত দলৰ সকলো বস্তু একেলগে পৰিবর্তিত হয় ।
 
|| এটা দলক কোনো পৰিবর্তন কৰাত দলৰ সকলো বস্তু একেলগে পৰিবর্তিত হয় ।
 
|-
 
|-
|| 08.53
+
|| 08:53
 
|| প্রথমে পাতৰ উপৰত ক্লিক কৰক, যাতে কোনো বস্তু নির্বাচিত নাথাকে ।
 
|| প্রথমে পাতৰ উপৰত ক্লিক কৰক, যাতে কোনো বস্তু নির্বাচিত নাথাকে ।
 
|-
 
|-
|| 08.58
+
|| 08:58
 
|| তাৰপিছত, অঙ্কন টুলবাৰ পৰা "Select" (সিলেক্ট) " ক্লিক কৰক।
 
|| তাৰপিছত, অঙ্কন টুলবাৰ পৰা "Select" (সিলেক্ট) " ক্লিক কৰক।
 
|-
 
|-
|| 09.02
+
|| 09:02
 
|| কার্সাৰ পৃষ্ঠালৈ নিয়ক আৰু পৃষ্ঠাত ক্লিক কৰক ।
 
|| কার্সাৰ পৃষ্ঠালৈ নিয়ক আৰু পৃষ্ঠাত ক্লিক কৰক ।
 
|-
 
|-
|| 09.05
+
|| 09:05
 
|| এতিয়া বাও মাউসৰ বোতাম টিপক আৰু টানক যাতে সমস্ত বস্তু নির্বাচিত হৈ যায় ।
 
|| এতিয়া বাও মাউসৰ বোতাম টিপক আৰু টানক যাতে সমস্ত বস্তু নির্বাচিত হৈ যায় ।
 
|-
 
|-
|| 09.11
+
|| 09:11
 
|| আপোনি এটি বিন্দুযুক্ত আয়তক্ষেত্র দেখিব।
 
|| আপোনি এটি বিন্দুযুক্ত আয়তক্ষেত্র দেখিব।
 
|-
 
|-
|| 09.14
+
|| 09:14
 
|| নিশ্চিত কৰক যে, গছৰ সকলো অংশই যাতে এই আয়তক্ষেত্রত থাকে ।
 
|| নিশ্চিত কৰক যে, গছৰ সকলো অংশই যাতে এই আয়তক্ষেত্রত থাকে ।
 
|-
 
|-
|| 09.20
+
|| 09:20
 
|| অথবা, আপোনি এক অথবা একাধিক বস্তু নির্বাচন কৰিব পাৰে. তাৰপিছত প্রতিটো বস্তুৰ উপৰত ক্লিক কৰিব।
 
|| অথবা, আপোনি এক অথবা একাধিক বস্তু নির্বাচন কৰিব পাৰে. তাৰপিছত প্রতিটো বস্তুৰ উপৰত ক্লিক কৰিব।
 
|-
 
|-
|| 09.28
+
|| 09:28
 
|| কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু "“Group” (গ্রুপ)" নির্বাচন কৰক ।
 
|| কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু "“Group” (গ্রুপ)" নির্বাচন কৰক ।
 
|-
 
|-
|| 09.32
+
|| 09:32
 
|| এতিয়া গছত কোনো বস্তুৰ উপৰত ক্লিক কৰক ।
 
|| এতিয়া গছত কোনো বস্তুৰ উপৰত ক্লিক কৰক ।
 
|-
 
|-
|| 09.36
+
|| 09:36
 
|| হ্যান্ডলবোৰ প্রদর্শিত হয়, যেন সিহত এটি বস্তুৰেই অংশ ।
 
|| হ্যান্ডলবোৰ প্রদর্শিত হয়, যেন সিহত এটি বস্তুৰেই অংশ ।
 
|-
 
|-
|| 09.40
+
|| 09:40
 
|| এই বস্তুবোৰক এতিয়া একক বস্তু হিসাবে গন্য কৰা হয় ।
 
|| এই বস্তুবোৰক এতিয়া একক বস্তু হিসাবে গন্য কৰা হয় ।
 
|-
 
|-
|| 09.45
+
|| 09:45
 
|| এইবস্তুবোৰক পৃথক বস্তু হিচাবে দলমুক্ত কৰবলৈ, গছটি নির্বাচিত কৰক আৰু সো ক্লিক কৰক আৰু "ungroup" নির্বাচন কৰক ।
 
|| এইবস্তুবোৰক পৃথক বস্তু হিচাবে দলমুক্ত কৰবলৈ, গছটি নির্বাচিত কৰক আৰু সো ক্লিক কৰক আৰু "ungroup" নির্বাচন কৰক ।
 
|-
 
|-
|| 09.52
+
|| 09:52
 
|| এতিয়া বস্তুবোৰ দলমুক্ত হৈ গৈছে আৰু সিহতক তিনটা পৃথক বস্তু হিসাবে গণ্য কৰা হৈছে ।
 
|| এতিয়া বস্তুবোৰ দলমুক্ত হৈ গৈছে আৰু সিহতক তিনটা পৃথক বস্তু হিসাবে গণ্য কৰা হৈছে ।
 
|-
 
|-
|| 09.56
+
|| 09:56
 
|| সিহতক আকৌ দলবদ্ধ কৰা যাওক ।
 
|| সিহতক আকৌ দলবদ্ধ কৰা যাওক ।
 
|-
 
|-
|| 09.58
+
|| 09:58
 
|| Shift কী টিপক আৰু বস্তুবোৰক এটাৰ পিছত এটা নির্বাচন কৰক ।
 
|| Shift কী টিপক আৰু বস্তুবোৰক এটাৰ পিছত এটা নির্বাচন কৰক ।
 
|-
 
|-
|| 10.03
+
|| 10:03
 
|| সো ক্লিক কৰক আৰু নির্বাচন কৰক '“Group” (গ্রুপ)' ।
 
|| সো ক্লিক কৰক আৰু নির্বাচন কৰক '“Group” (গ্রুপ)' ।
 
|-
 
|-
|| 10.06
+
|| 10:06
 
|| এইবাৰ গছটিক প্রথম পৃষ্ঠালৈ কপি কৰা যাওক যি আমাৰ প্ৰধান ড্ৰৱিঙ পাত হয় ।
 
|| এইবাৰ গছটিক প্রথম পৃষ্ঠালৈ কপি কৰা যাওক যি আমাৰ প্ৰধান ড্ৰৱিঙ পাত হয় ।
 
|-
 
|-
|| 10.10
+
|| 10:10
 
|| সেয়ে কপি কৰিবলৈ Ctrl আৰু C টিপক, প্রথম পৃষ্ঠাযত ক্লিক কৰক, পেস্ট কৰিবৰ বাবে Ctrl আৰু 'V ' টিপক ।
 
|| সেয়ে কপি কৰিবলৈ Ctrl আৰু C টিপক, প্রথম পৃষ্ঠাযত ক্লিক কৰক, পেস্ট কৰিবৰ বাবে Ctrl আৰু 'V ' টিপক ।
 
|-
 
|-
|| 10.17
+
|| 10:17
 
|| এতিয়া, যদি আমি দলতে এটি একক বস্তুোক পৰিবর্তন কৰিব চাও, তেনেহলে আমি কি কৰিম ?
 
|| এতিয়া, যদি আমি দলতে এটি একক বস্তুোক পৰিবর্তন কৰিব চাও, তেনেহলে আমি কি কৰিম ?
 
|-
 
|-
|| 10.23
+
|| 10:23
 
|| আমি ইয়াক কৰিবলৈ এটি সহজ উপায়েৰে দেখোৱা যাওক. যাতে বস্তুবোৰ দলমুক্ত আৰু দলবদ্ধ কৰাৰ প্রয়োজন নহয় ।
 
|| আমি ইয়াক কৰিবলৈ এটি সহজ উপায়েৰে দেখোৱা যাওক. যাতে বস্তুবোৰ দলমুক্ত আৰু দলবদ্ধ কৰাৰ প্রয়োজন নহয় ।
 
|-
 
|-
|| 10.30
+
|| 10:30
 
|| কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক ।
 
|| কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক ।
 
|-
 
|-
|| 10.33
+
|| 10:33
 
|| "“Enter Group (এন্টাৰ গ্রুপ)" নির্বাচন কৰক ।
 
|| "“Enter Group (এন্টাৰ গ্রুপ)" নির্বাচন কৰক ।
 
|-
 
|-
|| 10.35
+
|| 10:35
 
|| লক্ষ্য কৰক, দলৰ বাহিৰত থকা সকলো বস্তুবোৰ অক্ষম হয় ।
 
|| লক্ষ্য কৰক, দলৰ বাহিৰত থকা সকলো বস্তুবোৰ অক্ষম হয় ।
 
|-
 
|-
|| 10.39
+
|| 10:39
 
|| মাত্ৰ দলত থকা বস্তুবোৰক সম্পাদনা কৰিব পাৰে ।
 
|| মাত্ৰ দলত থকা বস্তুবোৰক সম্পাদনা কৰিব পাৰে ।
 
|-
 
|-
|| 10.43
+
|| 10:43
 
|| উদাহৰণস্বৰুপে, আমি গাছৰ সো ফালে থকা পাতৰ নির্বাচন কৰো আৰু আকাৰ হ্রাস কৰো ।
 
|| উদাহৰণস্বৰুপে, আমি গাছৰ সো ফালে থকা পাতৰ নির্বাচন কৰো আৰু আকাৰ হ্রাস কৰো ।
 
|-
 
|-
|| 10.51
+
|| 10:51
 
|| এইটোক আনডো কৰিবলৈ Ctrl + 'Z' টিপক আৰু আগলৈ যাওক ।
 
|| এইটোক আনডো কৰিবলৈ Ctrl + 'Z' টিপক আৰু আগলৈ যাওক ।
 
|-
 
|-
|| 10.56
+
|| 10:56
 
|| এতিয়া আমি গছৰ আকাৰ হ্রাস কৰিব লাগে যাতে সেই জলচক্র চিত্রত ই খাপ খায়।
 
|| এতিয়া আমি গছৰ আকাৰ হ্রাস কৰিব লাগে যাতে সেই জলচক্র চিত্রত ই খাপ খায়।
 
|-
 
|-
|| 11.02
+
|| 11:02
 
|| সেয়ে আমি দলৰ "Edit মোড "পৰা প্রস্থান কৰিব লাগিব ।
 
|| সেয়ে আমি দলৰ "Edit মোড "পৰা প্রস্থান কৰিব লাগিব ।
 
|-
 
|-
|| 11.05
+
|| 11:05
 
|| দলৰ পৰা প্রস্থান কৰিবলৈ, কার্সাৰটি পৃষ্ঠাযত ৰাখক আৰু সো ক্লিক কৰি নির্বাচন কৰক "exit group" .
 
|| দলৰ পৰা প্রস্থান কৰিবলৈ, কার্সাৰটি পৃষ্ঠাযত ৰাখক আৰু সো ক্লিক কৰি নির্বাচন কৰক "exit group" .
 
|-
 
|-
|| 11.13
+
|| 11:13
 
|| আমি এতিয়া দলৰ "Edit মোড"ৰ বাহিৰত আছো ।
 
|| আমি এতিয়া দলৰ "Edit মোড"ৰ বাহিৰত আছো ।
 
|-
 
|-
|| 11.16
+
|| 11:16
 
|| গছটো নির্বাচন কৰক আৰু কার্সাৰটি তলৰ সো হেন্দেলৰ উপৰত ৰাখক ।
 
|| গছটো নির্বাচন কৰক আৰু কার্সাৰটি তলৰ সো হেন্দেলৰ উপৰত ৰাখক ।
 
|-
 
|-
|| 11.21
+
|| 11:21
 
|| কার্সাৰটি এটা ৰিচাইজিঙ এৰো চিহ্নত পৰিবর্তিত হয়।
 
|| কার্সাৰটি এটা ৰিচাইজিঙ এৰো চিহ্নত পৰিবর্তিত হয়।
 
|-
 
|-
|| 11.24
+
|| 11:24
 
|| এৰোটিক ভিতৰলৈ টানি আনক ।
 
|| এৰোটিক ভিতৰলৈ টানি আনক ।
 
|-
 
|-
|| 11.26
+
|| 11:26
 
|| আমি সম্পূর্ণ গছৰ আকাৰ ছোটি কৰিছো !
 
|| আমি সম্পূর্ণ গছৰ আকাৰ ছোটি কৰিছো !
 
|-
 
|-
|| 11.29
+
|| 11:29
 
||এই ছবিতোত আৰু তিনটা গছ যোগ কৰা যাওক ।
 
||এই ছবিতোত আৰু তিনটা গছ যোগ কৰা যাওক ।
 
|-
 
|-
|| 11.32
+
|| 11:32
 
|| গছ নির্বাচন কৰক আৰু ctrl আৰু C টিপি কপি কৰক আৰু তিনবাৰ Ctrl আৰু 'V' টিপি তিনিবাৰ পেস্ট কৰক ।
 
|| গছ নির্বাচন কৰক আৰু ctrl আৰু C টিপি কপি কৰক আৰু তিনবাৰ Ctrl আৰু 'V' টিপি তিনিবাৰ পেস্ট কৰক ।
 
|-
 
|-
|| 11.39
+
|| 11:39
 
|| এইটোৱে গছৰ তিনটা প্রতিলিপি তৈয়াৰ কৰিব ।
 
|| এইটোৱে গছৰ তিনটা প্রতিলিপি তৈয়াৰ কৰিব ।
 
|-
 
|-
|| 11.41
+
|| 11:41
 
|| এতিয়া আমি সিহতক আকাঙ্ক্ষিত অবস্থানলৈ লৈ যাম ।
 
|| এতিয়া আমি সিহতক আকাঙ্ক্ষিত অবস্থানলৈ লৈ যাম ।
 
|-
 
|-
|| 11.45
+
|| 11:45
 
|| সকলো গছৰ বাবে এই পদক্ষেপটো পুনৰায় কৰক ।
 
|| সকলো গছৰ বাবে এই পদক্ষেপটো পুনৰায় কৰক ।
 
|-
 
|-
|| 11.51
+
|| 11:51
 
|| মনত ৰাখক যে, প্রতিটো গাছ তিনিটা বস্তুৰে তৈয়াৰ কৰা হৈছে।
 
|| মনত ৰাখক যে, প্রতিটো গাছ তিনিটা বস্তুৰে তৈয়াৰ কৰা হৈছে।
 
|-
 
|-
|| 11.55
+
|| 11:55
 
|| প্রতিটো গাছ নিজেই এটি দল হয়।
 
|| প্রতিটো গাছ নিজেই এটি দল হয়।
 
|-
 
|-
|| 11.58
+
|| 11:58
 
|| আমি বস্তুবোৰৰ দল তৈয়াৰ কৰিছো।  
 
|| আমি বস্তুবোৰৰ দল তৈয়াৰ কৰিছো।  
 
|-
 
|-
|| 12.01
+
|| 12:01
 
|| এতিয়া এই অঙ্কনটোলৈ "জলাধাৰ" যোগ কৰা যাওক ।
 
|| এতিয়া এই অঙ্কনটোলৈ "জলাধাৰ" যোগ কৰা যাওক ।
 
|-
 
|-
|| 12.04
+
|| 12:04
 
|| জলৰ প্রভাব দিবলৈ, আমি আয়তক্ষেত্র পিছত ছোটি কলা ত্রিভুজ যোগ কৰিম, তাৰপিছত এটি বক্রৰেখা যোগ কৰো ।
 
|| জলৰ প্রভাব দিবলৈ, আমি আয়তক্ষেত্র পিছত ছোটি কলা ত্রিভুজ যোগ কৰিম, তাৰপিছত এটি বক্রৰেখা যোগ কৰো ।
 
|-
 
|-
|| 12.12
+
|| 12:12
 
|| এটি ত্রিভুজ আঁকিবলৈ, "অঙ্কন (“Drawing)" টুলবাৰ পৰা "Basic shapes (বেসিক শেপস)" নির্বাচন কৰক ।
 
|| এটি ত্রিভুজ আঁকিবলৈ, "অঙ্কন (“Drawing)" টুলবাৰ পৰা "Basic shapes (বেসিক শেপস)" নির্বাচন কৰক ।
 
|-
 
|-
|| 12.18
+
|| 12:18
 
|| ছোটি কলা ত্রিভুজত ক্লিক কৰক আৰু সমকোণী ত্রিভুজ (Right Triangle”)" নির্বাচন কৰক  
 
|| ছোটি কলা ত্রিভুজত ক্লিক কৰক আৰু সমকোণী ত্রিভুজ (Right Triangle”)" নির্বাচন কৰক  
 
|-
 
|-
|| 12.24
+
|| 12:24
 
|| এইটো আঁকু আৰু আয়তক্ষেত্রৰ পিছত স্থাপন কৰো ।
 
|| এইটো আঁকু আৰু আয়তক্ষেত্রৰ পিছত স্থাপন কৰো ।
 
|-
 
|-
|| 12.28
+
|| 12:28
 
|| এতিয়া জলৰ গতি দেখাবলৈ, ৰঙৰ সৈতে ভৰি থকা এটি বক্র ৰেখা আঁকো ।
 
|| এতিয়া জলৰ গতি দেখাবলৈ, ৰঙৰ সৈতে ভৰি থকা এটি বক্র ৰেখা আঁকো ।
 
|-
 
|-
|| 12.34
+
|| 12:34
 
|| "অঙ্কন"(Drawing) টুলবাৰ পৰা, "কার্ভ (“Curve”)" নির্বাচন কৰক, এতিয়া, "Freeform লাইন, Filled ক্লিক কৰক |
 
|| "অঙ্কন"(Drawing) টুলবাৰ পৰা, "কার্ভ (“Curve”)" নির্বাচন কৰক, এতিয়া, "Freeform লাইন, Filled ক্লিক কৰক |
 
|-
 
|-
|| 12.42
+
|| 12:42
 
|| তাৰপিছত ত্রিভুজৰ উপৰত কার্সাৰটি ৰাখক আৰু মাউসৰ বাও বাটন ধৰি ৰাখি তললৈ আনক ।
 
|| তাৰপিছত ত্রিভুজৰ উপৰত কার্সাৰটি ৰাখক আৰু মাউসৰ বাও বাটন ধৰি ৰাখি তললৈ আনক ।
 
|-
 
|-
|| 12.49
+
|| 12:49
 
|| এই বক্রৰেখাটিক খাপ খোৱা যাওক যাতে ইয়াক দেখাত প্রবাহ জলৰ নিচিনা দেখে ।
 
|| এই বক্রৰেখাটিক খাপ খোৱা যাওক যাতে ইয়াক দেখাত প্রবাহ জলৰ নিচিনা দেখে ।
 
|-
 
|-
|| 12.56
+
|| 12:56
 
||ত্রিভুজ আৰু বক্রৰেখায়ে একলগে পানী সৃষ্টি কৰিছে, সেয়ে সিহতক এটি বস্তু হিসাবে দলবদ্ধ কৰো।
 
||ত্রিভুজ আৰু বক্রৰেখায়ে একলগে পানী সৃষ্টি কৰিছে, সেয়ে সিহতক এটি বস্তু হিসাবে দলবদ্ধ কৰো।
 
|-
 
|-
|| 13.03
+
|| 13:03
 
|| অঙ্কন টুলবাৰ পৰা, "Select (সিলেক্ট)" ক্লিক কৰক।
 
|| অঙ্কন টুলবাৰ পৰা, "Select (সিলেক্ট)" ক্লিক কৰক।
 
|-
 
|-
|| 13.07
+
|| 13:07
 
||এতিয়া কার্সাৰক পৃষ্ঠালৈ নিয়ক, মাউসৰ বাও বোতামত টিপক আৰু ত্রিভুজ আৰু বক্রৰেখাক আবৰণ কৰিবলৈ টানি আনক।
 
||এতিয়া কার্সাৰক পৃষ্ঠালৈ নিয়ক, মাউসৰ বাও বোতামত টিপক আৰু ত্রিভুজ আৰু বক্রৰেখাক আবৰণ কৰিবলৈ টানি আনক।
 
|-
 
|-
|| 13.16
+
|| 13:16
 
||সো ক্লিক কৰক আৰু গ্রুপ ( Group) নির্বাচন কৰক।
 
||সো ক্লিক কৰক আৰু গ্রুপ ( Group) নির্বাচন কৰক।
 
|-
 
|-
|| 13.18
+
|| 13:18
 
||এতিয়া আমি water cycle (ওয়াটাৰ সাইকেল)ৰ কিছু মৌলিক ৰুপৰেখা তৈয়াৰ কৰিছো।
 
||এতিয়া আমি water cycle (ওয়াটাৰ সাইকেল)ৰ কিছু মৌলিক ৰুপৰেখা তৈয়াৰ কৰিছো।
 
|-
 
|-
|| 13.23
+
|| 13:23
 
||ইয়াতে আপোনাৰ বাবে এটি অনুশীলনী আছে।
 
||ইয়াতে আপোনাৰ বাবে এটি অনুশীলনী আছে।
 
|-
 
|-
|| 13.26
+
|| 13:26
 
||আপোনি নিজেই এই ছবি তৈয়াৰ কৰক।
 
||আপোনি নিজেই এই ছবি তৈয়াৰ কৰক।
 
|-
 
|-
|| 13.30
+
|| 13:30
 
||ইয়াতেই এই LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল।
 
||ইয়াতেই এই LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল।
 
|-
 
|-
|| 13.33
+
|| 13:33
 
||এই টিউটোৰিয়ালত আপোনি বস্তুৰ সৈতে মৌলিক কামকৰা শিকিছে। আপোনি শিকিছে,
 
||এই টিউটোৰিয়ালত আপোনি বস্তুৰ সৈতে মৌলিক কামকৰা শিকিছে। আপোনি শিকিছে,
 
|-
 
|-
|| 13.39
+
|| 13:39
 
||বস্তুক কাট, কপি, পেস্ট কৰা।
 
||বস্তুক কাট, কপি, পেস্ট কৰা।
 
|-
 
|-
|| 13.42
+
|| 13:42
 
||হ্যান্ডলবোৰ ব্যবহাৰ কৰি বস্তুৰ আকাৰ পুনৰায় পৰিবর্তন কৰা ।
 
||হ্যান্ডলবোৰ ব্যবহাৰ কৰি বস্তুৰ আকাৰ পুনৰায় পৰিবর্তন কৰা ।
 
|-
 
|-
|| 13.46
+
|| 13:46
 
||বস্তু সুসজ্জিত কৰা
 
||বস্তু সুসজ্জিত কৰা
 
|-
 
|-
|| 13.48
+
|| 13:48
 
||দলবদ্ধ আৰু দলমুক্ত কৰা।
 
||দলবদ্ধ আৰু দলমুক্ত কৰা।
 
|-
 
|-
|| 13.50
+
|| 13:50
 
||এটি দলতে বস্তুবোৰক সম্পাদনা কৰা।
 
||এটি দলতে বস্তুবোৰক সম্পাদনা কৰা।
 
|-
 
|-
|| 13.53
+
|| 13:53
 
||এটি দলতে বস্তুবোৰক অবস্থানৰ পৰিবর্তন কৰা।
 
||এটি দলতে বস্তুবোৰক অবস্থানৰ পৰিবর্তন কৰা।
 
|-
 
|-
|| 13.57
+
|| 13:57
 
|| তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
 
|| তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
 
|-
 
|-
|| 14.01
+
|| 14:01
 
|| কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
|| কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
|-
 
|-
|| 14.04
+
|| 14:04
 
||যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
||যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
|-
 
|-
|| 14.08
+
|| 14:08
 
|| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
 
|| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
 
|-
 
|-
|| 14.11
+
|| 14:11
 
|| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
 
|| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
 
|-
 
|-
|| 14.14
+
|| 14:14
 
|| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 
|| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 
|-
 
|-
||14.18
+
||14:18
 
||অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
||অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
|-
 
|-
||14.24
+
||14:24
 
||কথন শিক্ষণ প্ৰকল্পTalk to a Teacher প্ৰকল্পৰ এটাঅংগ।
 
||কথন শিক্ষণ প্ৰকল্পTalk to a Teacher প্ৰকল্পৰ এটাঅংগ।
 
|-
 
|-
|| 14.28
+
|| 14:28
 
||ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
||ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
|-
 
|-
|| 14.36
+
|| 14:36
 
|| এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
|| এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
|-
 
|-
|| 14.47
+
|| 14:47
 
||আই.আই.টী বম্বেৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ।
 
||আই.আই.টী বম্বেৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ।

Latest revision as of 11:04, 4 September 2014

Time Narration
00:02 নমস্কাৰ দৰ্শক সকল. LibreOffice ড্রত বস্তুৰ সৈতে মৌলিক কাম কৰা সম্পর্কিত এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
00:08 এই টিউটোৰিয়েলটিত আপোনি শিকিব:
00:11 বস্তূ কাট,কপি, পেস্ট কৰা।
00:14 হেন্দেল বোৰ ব্যবহাৰ কৰি বস্তুৰ আকাৰ পৰিবর্তন কৰা।
00:17 বস্তুবোৰ সুসজ্জিত কৰা।
00:19 বস্তুবোৰ দলবদ্ধ অাৰু দলমুক্ত কৰা।
00:21 এটি দলত প্রতিটি বস্তুক সম্পাদন কৰা।
00:24 এটা দলতে বস্তুবোৰ অতৰুৱা।
00:28 ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰিছো।
00:37 ডেস্কটপত সংৰক্ষিত "WaterCycle" ফাইলটি খোলা যাওক।
00:42 এতিয়া, এই ছবিতোত আৰু তিনিটা মেঘ কপি কৰি আৰু পেস্ট কৰো।
00:47 প্রথমে মেঘ নির্বাচন কৰক, তাৰপিছত কনটেক্সট মেনু চাবলৈ সো ক্লিক কৰক আৰু "copy"ত ক্লিক কৰাক
00:54 তাৰপিছত,কার্সাৰটি পৃষ্ঠাত ৰাখক, কনটেক্সট মেনুৰ বাবে আকৌ এবাৰ সো ক্লিক কৰক আৰু "Paste" ক্লিক কৰক।
01:02 কিন্তু আমি কেবল এটিমাত্র মেঘ দেখিব পাৰো!
01:05 আমি কপি আৰু পেস্ট কৰা মেঘটি কত ?
01:08 কপি কৰা মেঘটো আসল মেঘৰ উপৰত যুক্ত হয়!
01:13 এই মেঘটি নির্বাচন কৰা হওক,আৰু বাও ফালে নিয়া যাওক।
01:17 একেই পদ্ধতিতে আৰো এটি মেঘ তৈয়াৰ কৰা যাওক।
01:21 মেঘ নির্বাচন কৰক, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু ""copy"" ক্লিক কৰক।
01:26 আকৌ এবাৰ কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু "Paste " ক্লিক কৰক।
01:30 এতিয়া, কপি কৰা মেঘটি নির্বাচন কৰক আৰো ইয়াক বাও ফালে লৈ যাওক।
01:37 আমি বস্তুবোৰৰ কপি কৰাৰ বাবে কিছু শর্ট-কাট ব্যবহাৰ কৰিব পাৰো।
01:41 CTRL + C এটা বস্তু কপি কৰিবৰ বাবে।
01:44 Ctrl + V এটা বস্তু পেস্ট কৰিবৰ বাবে।
01:47 Ctrl + X এটা বস্তু কাট কৰিবৰ বাবে।
01:50 মেঘ নির্বাচন কৰক আৰু CTRL C কী-দুটা একেলগে টিপক।
01:55 মেঘটি কপি কৰা হৈছে ।
01:57 পেস্ট কৰিবৰ বাবে Ctrl V কী-দুটা একেলগে টিপক।
02:02 এতিয়া মেঘটি নির্বাচন কৰক আৰু পছন্দ অবস্থানলৈ স্থানান্তৰিত কৰক ।
02:08 এই টিউটোৰিয়েলটি সাময়িকভাবে ৰখাওক আৰু এই অনুশীলনীটি সম্পূর্ণ কৰক ।
02:11 আপোনি ড্র ফাইলৰলৈ দুটি পৃষ্ঠা যুক্ত কৰক ।
02:14 প্রথম পৃষ্ঠাত দুটি বস্তু আঁকক ।
02:18 প্রথম পাতৰ পৰা দ্বিতীয় পাতৰলৈ এটি বস্তু কপি কৰক ।
02:22 চাওক, প্রতিলিপি কৰা বস্তুটো কত স্থাপিত হৈছে ।
02:25 এটা বস্তু কাট কৰক আৰু পেস্ট কৰক । আপোনি এই কামৰ বাবে শর্ট কাট কী ব্যবহাৰ কৰিব পাৰে।
02:31 যেতিয়া আপোনি ইয়াক কাট কৰে বস্তুটোৰ এটা কপি তৈয়াৰ হৈছে নে নাই পৰীক্ষা কৰক।
02:36 এই মেঘৰ আকাৰ হ্রাস কৰো ।
02:38 সেয়ে প্রথমে এইটোক নির্বাচন কৰো ।
02:40 এতিয়া handles বোৰ দেখা য়ায়.
02:43 পিছত, য়েতিলৈকে arrowheads দেখা য়ায় কার্সাৰটি কোনো এটা handlesৰ উপৰত স্থাপন কৰক.
02:50 এটিয়া,মেঘটো সৰু কৰিবলৈ মাউসৰ বাউ বোতাম ধৰি ৰাখি অাৰু কাঢ় দাল ভিতৰলৈ টানক.
02:57 মেঘটি ডাঙৰ কৰিবলৈ বাহিৰলৈ টানক
03:00 arrow মানে কাঢ় ডাল ডাঙৰ কৰিবলৈ প্ৰথমে ইয়াক চিলেক্ট (select) কৰক
03:04 এটিয়া কার্সাৰটি কোনো এটা handlesলৈ আনক
03:07 কার্সাৰ টিপট এটা বর্গক্ষেত্ৰসহ এটা সৰু ট্ৰান্চপাৰেন্ট (transparent) এৰো প্ৰদর্শিত হব ।
03:14 এটিয়া,কীবোর্ডেৰ "শিফ্ট (shift)" কী টিপক, মাউসৰ বাউ বোতাম টিপি আৰু এৰো handle ব্যবহাৰ কৰি,তললৈ টানক
03:25 যদি Shift কী টিপে, তেনেহলে আপোনি অনেক সহজে বস্তুৰ পুনঃ মাপ কৰিব পাৰিব ।
03:32 এটি বস্তুক handlesবোৰ ব্যবহাৰ কৰি আকাৰ পৰিবর্তন কৰাকে "Dynamic Resizing" বোলা হয়
03:38 ইয়াৰ অর্থ হল আমি সঠিক পৰিমাপ ব্যবহাৰ নকৰো ।
03:42 আমি পৰবর্তী টিউটোৰিয়েলত সঠিক পৰিমাপ ব্যবহাৰ কৰি বস্তুৰ আকাৰ পৰিবর্তন কৰা শিকিম ।
03:47 একেভাবে এই আয়তক্ষেত্ৰ width বৃদ্ধি কৰা যাওক ।
03:52 আয়তক্ষেটৰটি নির্বাচন কৰক, কীবোর্ডৰ Shift কী টিপক আৰু সেইটো উপৰ ফালে টানক।
03:59 ড্ৰ উইন্ডোৰ তলত “Status” বাৰ চাওক
04:03 লক্ষ্য কৰক যে, আমি যেতিয়া আয়তক্ষেত্রৰ আকাৰ আকৌ পৰিবর্তন কৰো মাত্রা পৰিবর্তিত হয় ।
04:09 “Status” বাৰে বস্তুৰ অবস্থান আৰু মাত্রাৰ পৰিবর্তন দেখায় ।
04:16 এতিয়া ইয়াত দেখাৱাৰ দৰে, মেঘবোৰ আৰু সূর্য সেইভাবে সজোৱা যাওক ।
04:20 মেঘবোৰক সিনাক্ত কৰিবৰ বাবে, বাওৰ পৰা সো ফালৰলৈ আৰম্ভ কৰি সেইবোৰক ১, ২, ৩, ৪ সংখ্যাৰে দিয়া যাওক ।
04:29 সংখ্যাবোৰ যোগ কৰিবৰ বাবে, এই মেঘটোক বাচনি কৰক , ডবল ক্লিক কৰক আৰু লিখক ১ ।
04:36 একেভাবে অন্যান্য মেঘবোৰকো নম্বৰ দিয়ক ।
04:44 এতিয়া, মেঘ ৪ক নির্বাচন কৰক আৰু সূর্যৰ উপৰত ৰাখক ।
04:49 এইটোক সূর্যৰ পিছত পাঠাবৰ বাবে, কনটেক্সট মেনুৰ বাবে মেঘৰ উপৰত সো ক্লিক কৰক ।
04:55 “Arrange” নির্বাচন কৰক আৰু “Send Backward” ক্লিক কৰক ।
04:58 এতিয়া মেঘ ৪ সূর্যৰ পিছত আছে।
05:02 “Send Backward” য়ে বর্তমানৰ স্তৰৰ পৰা পিছৰ স্তৰত এটি বস্তু পাঠায় ।
05:07 এতিয়া মেঘ ৩ নির্বাচন কৰক আৰু সূর্যৰ উপৰত ৰাখক ।
05:12 context menuত সো ক্লিক কৰক, “Arrange” ক্লিক কৰক আৰু “Send to Back” নির্বাচন কৰক ।
05:18 মেঘ ৩ এতিয়া সূর্য আৰু মেঘ ৪ৰ দুয়োটাৰ পিছত আছে ।
05:23 “Send to Back” য়ে এটা বস্তুক শেষৰ স্তৰলৈ পঠায় ।
05:28 এতিয়া স্লাইডত দেখাৱাৰ দৰে মেঘবোৰ সজাবলৈ সহজ হৈ গৈছে ।
05:32 মেঘ ৪ নির্বাচন কৰো, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰো. “Arrange” ক্লিক কৰক আৰু “Bring to Front” নির্বাচন কৰক ।
05:40 “Bring to Front” এটা বস্তুক প্রথম স্তৰলৈ আনে ।
05:44 তাৰপিছত মেঘ ৩ নির্বাচন কৰক, কনটেক্সট মেনুৰ বাবে সো বাটন ক্লিক কৰক. “Arrange” ক্লিক কৰক আৰু “Bring Forward” ক্লিক কৰক।
05:52 “Bring Forward” য়ে এটি বস্তুক প্ৰথম স্তৰলৈ নিয়ে।
05:57 এতিয়া, মেঘ ২ নির্বাচন কৰক আৰু মেঘ ১-ৰ ওপৰত ৰাখক ।
06:01 স্লাইডত দেখোৱাৰ দৰে সেইভাবে মেঘবোৰ সজোৱা হৈছে ।
06:07 পিছত, মেঘৰ সংখ্যা মুছি পেলোৱা যাওক ।
06:10 এই কামৰ বাবে, মেঘৰ উপৰত ডবল ক্লিক কৰক তাৰপিছত নম্বৰ নির্বাচন কৰক, তাৰপিছত সংখ্যাটি নির্বাচন কৰক আৰু কীবোর্ডত Delete কী টিপক ।
06:23 এই নিয়োগৰ বাবে ইয়াতে টিউটোৰিয়েল ৰখাওক ।
06:26 এটা বর্গাকাৰ, স্তাৰ, বৃত্ত আঁকক আৰু ইয়াত দেখোৱাৰ দৰে বহাওক।
06:32 প্রতিটো বস্তু নির্বাচন কৰক আৰু arrange মেনুৰ পৰা প্রতিটো বিকল্পত প্রয়োগ কৰক ।
06:38 লক্ষ্য কৰক, প্রতিটো বিকল্পৰ বাবে কিভাবে বস্তুবোৰৰ অবস্থান পৰিবর্তিত হয় ।
06:44 এতিয়া স্লাইডৰ মতে বস্তুবোৰক বহোৱাওক আৰু Bring to Front আৰু Send to Back বিকল্প দুটি নির্বাচন কৰক ।
06:53 তাৰ পিছত, এই water cycle (জল চক্র) চিত্রটিত স্লাইডত দেখোৱাৰ দৰে গাছ যোগ কৰা যাওক ।
06:59 আমি এটি গাছ আঁকো এটি block এৰো আৰু এটি explosion ব্যবহাৰ কৰি ।
07:05 আমি Insert আৰু তাৰ পিছত স্লাইডত ক্লিক কৰি এই ড্র ফাইলত এটি নতুন পৃষ্ঠা যোগ কৰো।
07:11 এইটোৱে আমাৰ ফাইলৰলৈ এটি নতুন পাত যুক্ত কৰে ।
07:15 গছৰ কান্ড আঁকিবলৈ, অঙ্কন টুলবাৰৰ পৰা "Block Arrows (ব্লক এৰোচিহ্ন)" নির্বাচন কৰক ।
07:21 ছোটি কলা ত্রিভুজৰ উপৰত ক্লিক কৰক উপলব্ধ আকাৰবোৰ চাবলৈ আৰু নির্বাচন কৰক " Split Arrow (স্প্লিট অ্যাৰো )"
07:28 পাতৰ উপৰত কার্সাৰটি ৰাখক, বাও মাউস বোতাম ধৰি ৰাখি তললৈ আৰু চাইদলৈ টানক ।
07:35 আপোনি গাছৰ এটি কান্ড আৰু দুটি দালৰ সৈতে অঙ্কন কৰিছে ।
07:39 দালত গাছৰ পাত যোগ কৰা যাওক ।
07:42 অঙ্কন টুলবাৰ পৰা স্তাৰ নির্বাচন কৰক ।
07:45 তাৰপিছত ছোটি কলা ত্রিভূজত ক্লিক কৰক আৰু নির্বাচন কৰক "explosion " .
07:51 এতিয়া ড্র পৃষ্ঠালৈ যাওক, কার্সাৰটি ক এৰোৰ বাও শাখাত ৰাখক, মাউসৰ বাও বোতাম ধৰি ৰাখি আৰু আকৃতি আঁকাৰ বাবে বাও ফালে টানক ।
08:01 সেয়ে গছটোত পাত যোগ হৈ গৈছে !
08:04 আমি এই গছৰ সো শাখালৈয়ো এই আকৃতিটো প্রতিলিপি কৰিম ।
08:09 আকৃতিটো নির্বাচন কৰক ।
08:11 কীবোর্ডত, কপি কৰিবৰ বাবে Ctrl আৰু C এই দুটা কী টিপক ।
08:15 তাৰপিছত পেস্ট কৰিবৰ বাবে Ctrl আৰু V এই কী দুটি টিপক ।
08:19 এতিয়া এই আকৃতিটোক গাছৰ সো শাখালৈ নিয়ক ।
08:22 আমি এটি গাছ অঙ্কন কৰিছো !
08:25 এইবাৰ গছটি নির্বাচন কৰো আৰু তললৈ নিয়ো ।
08:28 মাত্ৰ কান্ড-টোহে তললৈ গৈছে, পাতবোৰ নহয়!
08:32 ইয়াত গছৰ কান্ড আৰু পাতবোৰ দুটি পৃথক বস্তু হিসাবে গণ্য কৰা হৈছে ।
08:38 গছৰ কান্ডটি আগৰ যেগালৈ নিয়া যাওক ।
08:41 শিকা যাওক, কিভাবে গাছৰ কান্ড আৰু পাতবোৰক এটি একক ভাবে ৰখা যায় ।
08:47 এটা দলক কোনো পৰিবর্তন কৰাত দলৰ সকলো বস্তু একেলগে পৰিবর্তিত হয় ।
08:53 প্রথমে পাতৰ উপৰত ক্লিক কৰক, যাতে কোনো বস্তু নির্বাচিত নাথাকে ।
08:58 তাৰপিছত, অঙ্কন টুলবাৰ পৰা "Select" (সিলেক্ট) " ক্লিক কৰক।
09:02 কার্সাৰ পৃষ্ঠালৈ নিয়ক আৰু পৃষ্ঠাত ক্লিক কৰক ।
09:05 এতিয়া বাও মাউসৰ বোতাম টিপক আৰু টানক যাতে সমস্ত বস্তু নির্বাচিত হৈ যায় ।
09:11 আপোনি এটি বিন্দুযুক্ত আয়তক্ষেত্র দেখিব।
09:14 নিশ্চিত কৰক যে, গছৰ সকলো অংশই যাতে এই আয়তক্ষেত্রত থাকে ।
09:20 অথবা, আপোনি এক অথবা একাধিক বস্তু নির্বাচন কৰিব পাৰে. তাৰপিছত প্রতিটো বস্তুৰ উপৰত ক্লিক কৰিব।
09:28 কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু "“Group” (গ্রুপ)" নির্বাচন কৰক ।
09:32 এতিয়া গছত কোনো বস্তুৰ উপৰত ক্লিক কৰক ।
09:36 হ্যান্ডলবোৰ প্রদর্শিত হয়, যেন সিহত এটি বস্তুৰেই অংশ ।
09:40 এই বস্তুবোৰক এতিয়া একক বস্তু হিসাবে গন্য কৰা হয় ।
09:45 এইবস্তুবোৰক পৃথক বস্তু হিচাবে দলমুক্ত কৰবলৈ, গছটি নির্বাচিত কৰক আৰু সো ক্লিক কৰক আৰু "ungroup" নির্বাচন কৰক ।
09:52 এতিয়া বস্তুবোৰ দলমুক্ত হৈ গৈছে আৰু সিহতক তিনটা পৃথক বস্তু হিসাবে গণ্য কৰা হৈছে ।
09:56 সিহতক আকৌ দলবদ্ধ কৰা যাওক ।
09:58 Shift কী টিপক আৰু বস্তুবোৰক এটাৰ পিছত এটা নির্বাচন কৰক ।
10:03 সো ক্লিক কৰক আৰু নির্বাচন কৰক '“Group” (গ্রুপ)' ।
10:06 এইবাৰ গছটিক প্রথম পৃষ্ঠালৈ কপি কৰা যাওক যি আমাৰ প্ৰধান ড্ৰৱিঙ পাত হয় ।
10:10 সেয়ে কপি কৰিবলৈ Ctrl আৰু C টিপক, প্রথম পৃষ্ঠাযত ক্লিক কৰক, পেস্ট কৰিবৰ বাবে Ctrl আৰু 'V ' টিপক ।
10:17 এতিয়া, যদি আমি দলতে এটি একক বস্তুোক পৰিবর্তন কৰিব চাও, তেনেহলে আমি কি কৰিম ?
10:23 আমি ইয়াক কৰিবলৈ এটি সহজ উপায়েৰে দেখোৱা যাওক. যাতে বস্তুবোৰ দলমুক্ত আৰু দলবদ্ধ কৰাৰ প্রয়োজন নহয় ।
10:30 কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক ।
10:33 "“Enter Group (এন্টাৰ গ্রুপ)" নির্বাচন কৰক ।
10:35 লক্ষ্য কৰক, দলৰ বাহিৰত থকা সকলো বস্তুবোৰ অক্ষম হয় ।
10:39 মাত্ৰ দলত থকা বস্তুবোৰক সম্পাদনা কৰিব পাৰে ।
10:43 উদাহৰণস্বৰুপে, আমি গাছৰ সো ফালে থকা পাতৰ নির্বাচন কৰো আৰু আকাৰ হ্রাস কৰো ।
10:51 এইটোক আনডো কৰিবলৈ Ctrl + 'Z' টিপক আৰু আগলৈ যাওক ।
10:56 এতিয়া আমি গছৰ আকাৰ হ্রাস কৰিব লাগে যাতে সেই জলচক্র চিত্রত ই খাপ খায়।
11:02 সেয়ে আমি দলৰ "Edit মোড "পৰা প্রস্থান কৰিব লাগিব ।
11:05 দলৰ পৰা প্রস্থান কৰিবলৈ, কার্সাৰটি পৃষ্ঠাযত ৰাখক আৰু সো ক্লিক কৰি নির্বাচন কৰক "exit group" .
11:13 আমি এতিয়া দলৰ "Edit মোড"ৰ বাহিৰত আছো ।
11:16 গছটো নির্বাচন কৰক আৰু কার্সাৰটি তলৰ সো হেন্দেলৰ উপৰত ৰাখক ।
11:21 কার্সাৰটি এটা ৰিচাইজিঙ এৰো চিহ্নত পৰিবর্তিত হয়।
11:24 এৰোটিক ভিতৰলৈ টানি আনক ।
11:26 আমি সম্পূর্ণ গছৰ আকাৰ ছোটি কৰিছো !
11:29 এই ছবিতোত আৰু তিনটা গছ যোগ কৰা যাওক ।
11:32 গছ নির্বাচন কৰক আৰু ctrl আৰু C টিপি কপি কৰক আৰু তিনবাৰ Ctrl আৰু 'V' টিপি তিনিবাৰ পেস্ট কৰক ।
11:39 এইটোৱে গছৰ তিনটা প্রতিলিপি তৈয়াৰ কৰিব ।
11:41 এতিয়া আমি সিহতক আকাঙ্ক্ষিত অবস্থানলৈ লৈ যাম ।
11:45 সকলো গছৰ বাবে এই পদক্ষেপটো পুনৰায় কৰক ।
11:51 মনত ৰাখক যে, প্রতিটো গাছ তিনিটা বস্তুৰে তৈয়াৰ কৰা হৈছে।
11:55 প্রতিটো গাছ নিজেই এটি দল হয়।
11:58 আমি বস্তুবোৰৰ দল তৈয়াৰ কৰিছো।
12:01 এতিয়া এই অঙ্কনটোলৈ "জলাধাৰ" যোগ কৰা যাওক ।
12:04 জলৰ প্রভাব দিবলৈ, আমি আয়তক্ষেত্র পিছত ছোটি কলা ত্রিভুজ যোগ কৰিম, তাৰপিছত এটি বক্রৰেখা যোগ কৰো ।
12:12 এটি ত্রিভুজ আঁকিবলৈ, "অঙ্কন (“Drawing)" টুলবাৰ পৰা "Basic shapes (বেসিক শেপস)" নির্বাচন কৰক ।
12:18 ছোটি কলা ত্রিভুজত ক্লিক কৰক আৰু সমকোণী ত্রিভুজ (Right Triangle”)" নির্বাচন কৰক
12:24 এইটো আঁকু আৰু আয়তক্ষেত্রৰ পিছত স্থাপন কৰো ।
12:28 এতিয়া জলৰ গতি দেখাবলৈ, ৰঙৰ সৈতে ভৰি থকা এটি বক্র ৰেখা আঁকো ।
12:34 "অঙ্কন"(Drawing) টুলবাৰ পৰা, "কার্ভ (“Curve”)" নির্বাচন কৰক, এতিয়া, "Freeform লাইন, Filled ক্লিক কৰক |
12:42 তাৰপিছত ত্রিভুজৰ উপৰত কার্সাৰটি ৰাখক আৰু মাউসৰ বাও বাটন ধৰি ৰাখি তললৈ আনক ।
12:49 এই বক্রৰেখাটিক খাপ খোৱা যাওক যাতে ইয়াক দেখাত প্রবাহ জলৰ নিচিনা দেখে ।
12:56 ত্রিভুজ আৰু বক্রৰেখায়ে একলগে পানী সৃষ্টি কৰিছে, সেয়ে সিহতক এটি বস্তু হিসাবে দলবদ্ধ কৰো।
13:03 অঙ্কন টুলবাৰ পৰা, "Select (সিলেক্ট)" ক্লিক কৰক।
13:07 এতিয়া কার্সাৰক পৃষ্ঠালৈ নিয়ক, মাউসৰ বাও বোতামত টিপক আৰু ত্রিভুজ আৰু বক্রৰেখাক আবৰণ কৰিবলৈ টানি আনক।
13:16 সো ক্লিক কৰক আৰু গ্রুপ ( Group) নির্বাচন কৰক।
13:18 এতিয়া আমি water cycle (ওয়াটাৰ সাইকেল)ৰ কিছু মৌলিক ৰুপৰেখা তৈয়াৰ কৰিছো।
13:23 ইয়াতে আপোনাৰ বাবে এটি অনুশীলনী আছে।
13:26 আপোনি নিজেই এই ছবি তৈয়াৰ কৰক।
13:30 ইয়াতেই এই LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল।
13:33 এই টিউটোৰিয়ালত আপোনি বস্তুৰ সৈতে মৌলিক কামকৰা শিকিছে। আপোনি শিকিছে,
13:39 বস্তুক কাট, কপি, পেস্ট কৰা।
13:42 হ্যান্ডলবোৰ ব্যবহাৰ কৰি বস্তুৰ আকাৰ পুনৰায় পৰিবর্তন কৰা ।
13:46 বস্তু সুসজ্জিত কৰা
13:48 দলবদ্ধ আৰু দলমুক্ত কৰা।
13:50 এটি দলতে বস্তুবোৰক সম্পাদনা কৰা।
13:53 এটি দলতে বস্তুবোৰক অবস্থানৰ পৰিবর্তন কৰা।
13:57 তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
14:01 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
14:04 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
14:08 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
14:11 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
14:14 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
14:18 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
14:24 কথন শিক্ষণ প্ৰকল্পTalk to a Teacher প্ৰকল্পৰ এটাঅংগ।
14:28 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
14:36 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
14:47 আই.আই.টী বম্বেৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya