Difference between revisions of "Ruby/C3/Object-Oriented-Concept-in-Ruby/Assamese"
From Script | Spoken-Tutorial
| Line 472: | Line 472: | ||
|- | |- | ||
| 07.40 | | 07.40 | ||
| − | |তাৰ পাছত মই “breathe” আৰু “walk” মেথড” দুটা | + | |তাৰ পাছত মই “breathe” আৰু “walk” মেথড” দুটা আহ্বান কৰিলো । |
|- | |- | ||
| Line 520: | Line 520: | ||
|- | |- | ||
| 08.21 | | 08.21 | ||
| − | |“Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে | + | |“Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
|- | |- | ||
| Line 559: | Line 559: | ||
|- | |- | ||
| 09.09 | | 09.09 | ||
| − | |'''ruby space class underscore methods underscore with underscore trailing underscore characters dot rb''' | + | |'''ruby space class underscore methods underscore with underscore trailing underscore characters dot rb''' আৰু আওতপুত চাওঁক । |
|- | |- | ||
| Line 574: | Line 574: | ||
|- | |- | ||
| 09.36 | | 09.36 | ||
| − | |আহক আমি এই মেথডটো “animal dot walk”ক মাতি | + | |আহক আমি এই মেথডটো “animal dot walk”ক মাতি আহ্বান কৰো । |
|- | |- | ||
Revision as of 16:58, 21 August 2014
| Time' | Narration |
| 00.01 | “Ruby”ৰ “Object Oriented Concept”ৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম । |
| 00.06 | এই টিওটৰিয়েলত আমি শিকিম |
| 00.08 | classes |
| 00.09 | “objects” উত্পন্ন কৰা |
| 00.10 | “Ruby”ত “(মেথড)method” ডিফাইন কৰা ভিন্ন প্ৰকাৰ |
| 00.13 | ইয়াত আমি ব্যৱহাৰ কৰিছো |
| 00.14 | ‘‘উবুন্টু লিনাক্স ১২.০৪ |
| 00.16 | Ruby 1.9.3 |
| 00.19 | "Linux” কমাণ্ড, ”টাৰমিনেল” আৰু “টেক্সট-এদিটৰ” ৰ বিষয় আপুনাৰ জ্ঞান থকাতু দৰকাৰ ৷ |
| 00.24 | অন্যথা প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট প্ৰত্যক্ষ কৰিব ৷ |
| 00.28 | আমি আৰম্ভ কৰা আগেয়ে আগতে তৈয়াৰ কৰি থোৱা “ttt” নিৰ্দেশিকা বিষয়ে ৰোমন্থন কৰক । |
| 00.33 | এতিয়া আামি সেই নিৰ্দেশিকালৈ যাওঁ আহক । |
| 00.35 | “ruby hyphen tutorial” আৰু “classes” নিৰ্দেশিকালৈ । |
| 00.41 | “Ruby” এক ৰকমৰ “object oriented” ভাষা হয় । |
| 00.44 | “Ruby”ত প্ৰত্যেক দ্ৰব্য তাত্পৰ্য হয় ; ভেলু পৰা আদি কৰি “string” বা সংখ্যা লৈকে । |
| 00.49 | “class” হল আনুষঙ্গিক “data” বা “functions”ৰ সমাহৰণ । |
| 00.53 | ই ইনফৰমেইচন আয়োজন কৰাত সহায় কৰে । |
| 00.56 | “object” হল “class” এটাৰ “instantiation” । |
| 01.00 | “class”ৰ সংজ্ঞা “class” কিৱৰ্ডৰ পৰা আৰম্ভ হয়। |
| 01.05 | তাৰ পাছত “class”ৰ নাম । |
| 01.08 | “end” ব্যৱহাৰ কৰি ইয়াক ধাৰ্য্য কৰা হয় । |
| 01.11 | “class”ৰ উদাহৰণ এটা চাওঁ আহক । |
| 01.14 | class Product |
| 01.16 | ruby code |
| 01.17 | end |
| 01.20 | “class” এটাৰ নাম সদায় বৰফলা দি আৰম্ভ হয়। |
| 01.24 | এটাতকৈ বেছি শব্দ থকা নামবোৰ কেমেলকেছ কৰা হয় । |
| 01.28 | উদাহৰণ স্বৰূপে, |
| 01.30 | UserInformation |
| 01.32 | ProductInformation |
| 01.34 | পৰবৰ্তী ফাইলৰ নাম বিলাকত আন্দাৰস্কোৰ(_ ) ব্যৱহাৰ কৰি এই শব্দবোৰ বেলেগ কৰা হয়: |
| 01.37 | user underscore information |
| 01.40 | product underscore information |
| 01.45 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
| 01.48 | নাম ৰাখক “class_definition.rb” |
| 01.52 | মোৰ লগত classes”ৰ ইমপ্লিমেন্টেছনৰ উদাহৰণ এটা আছে । |
| 01.57 | আপোনি টিওটৰিয়েল পজ কৰি লগতে ক’ড টাইপ কৰি যাব পাৰে । |
| 02.02 | মই এই উদাহৰণত “Order” নামৰ “class” এটা ঘোষণা কৰিছো । |
| 02.05 | এতিয়া আমি “class”ত “variables” বা “ভেৰিয়েবল” কিছোমান যোগ কৰিম । |
| 02.11 | তাৰ পাছত মই “myinstance” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰিম । |
| 02.15 | আৰু মই ইয়াক মান এটা আৰোপ কৰিলো । |
| 02.18 | মই “myclassvar” নামৰ ক্লাছ ভেৰিয়েবল এটা ঘোষণা কৰিলো । |
| 02.21 | আৰু মই ইয়াক মান এটা আৰোপ কৰিলো । |
| 02.24 | এতিয়া আহক আমি ক্লাছটো ব্যৱহাৰ কৰিবলৈ ক’ড অলপ যোগ কৰো । |
| 02.30 | টাইপ কৰক “puts Order dot instance underscore variables.”
|
| 02.36 | নতুন লাইনৰ বাবে এই লাইন দালৰ আগত যোগ কৰক “puts” কিবা কেৰেক্টাৰ “slash n” । |
| 02.43 | সেইটো কপি আৰু পেচ্ট কৰি আমি যোগ কৰা লাইন দালৰ তলত যোগ কৰক আৰু চেভ কৰক । |
| 02.51 | এতিয়া কডটো সম্পাদন কৰো আহক । |
| 02.53 | “টাৰমিনেল” যাওক আৰু টাইপ কৰক |
| 02.56 | ruby space class underscore definition dot rb |
| 03.02 | আৰু আওতপুত চাওঁক |
| 03.05 | আওতপুটত আপোনি ঘোষণা কৰা স্থানীয় চলক বা ল’কেল ভেৰিয়েবলটো দেখা পাব । |
| 03.09 | এতিয়া আহক টাইপ কৰো “puts Order dot class underscore variables.” |
| 03.15 | আমি দিমাৰকেছনটো লাইন দালৰ তলত কপি আৰু পেচ্ট কৰি চেভ কৰো আহক । |
| 03.21 | “টাৰমিনেল” যাওক আৰু ফাইলটো আগৰ দৰে সম্পাদন কৰো আহক । |
| 03.26 | আওতপুটত আপোনি ঘোষণা কৰা “ক্লাচ ভেৰিয়েবলটো” লগতে দেখা পাব । |
| 03.32 | এতিয়া আপোনি আপোনাৰ নিজৰ “ক্লাছ” লিখিব পাৰিব লাগে । |
| 03.35 | এতিয়া “object” কি চাওঁ আহক । |
| 03.40 | “object” হল “class” এটাৰ “instance” । |
| 03.43 | মানে হল যে “object” এটা ক্লাছ এটাৰ পৰা উত্পন্ন কৰা হয় । |
| 03.46 | “object” এটাত ক্লাছ এটাৰ ভিতৰত ঘোষণা কৰা প্ৰপাৰ্টি আৰু মেথডবোৰ থাকিব । |
| 03.52 | “object” এটা আপোনি কি দৰে ঘোষণা কৰিব |
| 03.54 | আমি ক্লাছ এটাৰ “object” “new” কিৱৰ্ডৰ ব্যৱহাৰ কৰি ঘোষণা কৰো ।
|
| 03.58 | আমি ইয়াত “Product class”ৰ “object” এটা ঘোষণা কৰিছো । |
| 04.02 | ইয়াত “object” এটা উত্পন্ন হল । |
| 04.05 | product = Product.new |
| 04.09 | এই প্ৰক্ৰিয়াকে “object”ৰ ইনিচিয়েলাইজেছন বুলি কোৱা হয় । |
| 04.12 | এই “object”টোৰ টাইপ : “Product” |
| 04.16 | এতিয়া “initialize(ইনিচিয়েলাইজ) মেথড” কি চাওঁ আহক । |
| 04.20 | “initialize(ইনিচিয়েলাইজ) মেথড” এটা “object” উত্পন্ন কৰা সময়ত মাতা হয় । |
| 04.26 | “object”ত “new” মাতা লগে লগে দৰাচলতে আমি “initialize(ইনিচিয়েলাইজ) মেথড”টো আমন্ত্ৰণ কৰো । |
| 04.31 | এটা “initialize(ইনিচিয়েলাইজ) মেথডে” “পেৰামিটাৰ”ৰ তালিকা এটাও লব পাৰে । |
| 04.37 | অইন “Ruby methods”ৰ দৰেই, ইয়াক “def” কিৱৰ্ডৰ পাছত লিখা হয় । |
| 04.43 | উদাহৰণ এটা চাওঁ আহক । |
| 04.46 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
| 04.50 | নাম ৰাখক “object undescore initialize dot rb” |
| 04.55 | মোৰ লগত “object initialization”ৰ উদাহৰণ এটা আছে । |
| 05.00 | আপোনি টিওটৰিয়েল পজ কৰি লগতে ক’ড টাইপ কৰি যাব পাৰে । |
| 05.04 | মই “Order” নামৰ “class” এটা ঘোষণা কৰিছো । |
| 05.08 | তাৰ পাছত “initialize(ইনিচিয়েলাইজ) মেথডে”টো “আৰগুমেণ্ট”(argument) বিনে ঘোষণা কৰিছো । |
| 05.13 | “I have created an object” মেচেজটো ডিচপ্লে কৰিবলৈ মই “puts method”টো ঘোষণা কৰিছো । |
| 05.20 | তাৰ পাছত মই “Order dot new” বুলি ঘোষণা কৰিছো । |
| 05.24 | ই “initialize(ইনিচিয়েলাইজ) মেথডে”টো মাতিব । |
| 05.27 | “টাৰমিনেল” যাওক আৰু টাইপ কৰক |
| 05.31 | ruby space object underscore initialize dot rb |
| 05.36 | আৰু আওতপুত চাওঁক |
| 05.39 | আওতপুটত “I have created an object” মেচেজটো দেখা পাব । |
| 05.43 | এতিয়া আহক “gedit” যাওঁ আৰু মেথডটোত “আৰগুমেণ্ট”(argument) এটা যোগ কৰো । |
| 05.48 | “puts”টো পৰিবৰ্ত্তন কৰো আহক । |
| 05.51 | “আৰগুমেণ্ট”(argument)ৰ ভেলুটো ই ডিচপ্লে কৰিব । |
| 05.55 | এতিয়া টাইপ কৰো আহক |
| 05.56 | Order dot new(“I have created an object”). |
| 06.04 | ইয়াত আমি নতুন মেথডটোক আৰগুমেণ্ট এটা দিছো । |
| 06.08 | এই “আৰগুমেণ্টটো” “initialize(ইনিচিয়েলাইজ) মেথড”টোত পাছ হব । |
| 06.13 | “টাৰমিনেল” যাওক আৰু টাইপ কৰক |
| 06.16 | ruby space object underscore initialize dot rb |
| 06.20 | আৰু আওতপুত চাওঁক । |
| 06.22 | আওতপুটত “I have created an object” মেচেজটো দেখা পাব । |
| 06.29 | এতিয়া আপোনি “object initialization” মানে কি বুজি পালে হয়টো । |
| 06.33 | ৰোমন্থন কৰক যে “Ruby”ত মেথড মানে হল “functions” যি ক্লাছ এটায়ে পৰিৱেশন কৰে । |
| 06.39 | ক্লাছ এটাত থকা প্ৰত্যেকটা মেথড “def” আৰো “end” ব্লকৰ ভিতৰত ঘোষণা কৰা হয় । |
| 06.45 | যদি মেথড এটাৰ নামটোত এটাতকৈ বেচি শব্দ থাকে তেতিয়া “আন্দাৰস্কোৰ(_ )” ব্যৱহাৰ কৰা হয় । |
| 06.48 | মেথদ এটাৰ নামত জোৰা লগাব পৰা কেৰেক্টাৰ কিছুমান হল : |
| 06.54 | ? (question-mark) |
| 06.56 | = (equal to) |
| 06.58 | প্ৰত্যেকটা কেৰেক্টাৰে মেথডটোক কিবা এটা অৰ্থ দিয়ে । |
| 07.02 | উদাহৰণ চাওঁ আহক । |
| 07.05 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
| 07.09 | নাম ৰাখক “class underscore methods dot rb” । |
| 07.14 | মোৰ লগত “ফৰ” লুপৰ উদাহৰণ এটা আছে । |
| 07.17 | আপোনি টিওটৰিয়েল পজ কৰি লগতে ক’ড টাইপ কৰি যাব পাৰে । |
| 07.21 | মই ইয়াত “Order” নামৰ “class” এটা ঘোষণা কৰিছো । |
| 07.23 | এতিয়া মোৰ লগত “breathe” আৰো “walk” নামৰ দুটা মেথদ আছে । |
| 07.28 | দুইটা মেথদেই “def” আৰো “end” কিৱৰ্ডেৰে ডিফাইন কৰা হৈছে । |
| 07.32 | তাৰ পাছত মই “object Animal” এটা ইনিচিয়েলাইজ কৰিলো । |
| 07.36 | মই ইয়াক “animal” নামৰ ভেৰিয়েবল এটা সৰু আখৰ “a”ৰে আৰোপ কৰিলো । |
| 07.40 | তাৰ পাছত মই “breathe” আৰু “walk” মেথড” দুটা আহ্বান কৰিলো । |
| 07.48 | এতিয়া আহক প্ৰ’গ্ৰেমটো সম্পাদন কৰো । |
| 07.51 | “টাৰমিনেল” যাওক আৰু টাইপ কৰক |
| 07.53 | ruby space class underscore methods dot rb |
| 07.58 | আৰু আওতপুত চাওঁক । |
| 08.00 | এই লাইন কেইটা : |
| 08.02 | “ I breathe” |
| 08.03 | “ I walk” |
| 08.04 | আপোনি প্ৰীন্ট হোৱা দেখা পাব । |
| 08.05 | কাৰন আপোনি “breathe” আৰু “walk” মেথড দুটা ইন্ভোক কৰিছে । |
| 08.10 | আমি মেথডৰ ভিতৰত ডিফাইন কৰা “puts” ষ্টেটমেণ্টে আমাক এই দৰে আওতপুট দিছে । |
| 08.16 | এতিয়া আগত প্ৰশ্ন বোধক চিন(?) থকা মেথড কেনেকৈ উত্পন্ন কৰে চাওঁ আহক । |
| 08.21 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
| 08.25 | নাম ৰাখক “class underscore methods underscore with underscore trailing underscore characters dot rb” |
| 08.35 | মোৰ লগত “class methods” লগত থকা প্ৰশ্ন বোধক চিন ক’ডৰ উদাহৰণ এটা আছে । |
| 08.40 | আপোনি টিওটৰিয়েল পজ কৰি লগতে ক’ড টাইপ কৰি যাব পাৰে । |
| 08.45 | ইয়াত মই আগৰ উদাহৰণৰ দৰে একে ক্লাছ ব্যৱহাৰ কৰিছো । |
| 08.48 | ইয়াত “breathe” মেথডৰ আগত প্ৰশ্ন বোধক চিন(?) আছে । |
| 08.52 | এই মেথডবোৰ সাধাৰণতে “Boolean values” ৰিটাৰ্ন কৰিবলৈ ব্যৱহাৰ কৰা হয় । |
| 08.55 | ই “Ruby”ৰ মেথড নামাংকিত অভিবৰ্তনৰ উপৰত আধাৰ কৰা হইছে । |
| 09.00 | মেথডটো “animal dot breathe question-mark” ঘোষণা কৰি ইন্ভোক কৰা হয় । |
| 09.06 | “টাৰমিনেল” যাওক আৰু টাইপ কৰক |
| 09.09 | ruby space class underscore methods underscore with underscore trailing underscore characters dot rb আৰু আওতপুত চাওঁক । |
| 09.22 | আওতপুটত “true” বোলি দেখা পাব । |
| 09.26 | এতিয়া “walk” নামৰ আন এটা মেথদ ডিফাইন কৰো আহক । |
| 09.30 | তাৰ কাষে কাষে “equal-to” চিহ্ন “=(ভেলু)” পাতক । |
| 09.36 | আহক আমি এই মেথডটো “animal dot walk”ক মাতি আহ্বান কৰো । |
| 09.41 | তাৰ পাছত এই মেথডটো সম্পাদন কৰক । |
| 09.44 | “টাৰমিনেল” যাওক আৰু টাইপ কৰক |
| 09.45 | ruby class underscore methods underscore with underscore trailing underscore characters dot rb
|
| 09.52 | আৰু আওতপুত চাওঁক । |
| 09.56 | ই এটা “আনডিফাইন্দ মেথড” বোলি ইৰ'ৰ দেখাব । |
| 09.59 | কাৰণ “equal-to” চিহ্নৰ আন এটা অৰ্থ আছে । |
| 10.03 | ইয়াক মেথড এটাক ভেলু এটা আৰোপ কৰিবলৈ ব্যৱহাৰ কৰা হয় । |
| 10.08 | আহক এইবাৰ মেথডটো অলপ আলগ প্ৰকাৰে ইন্ভোক কৰো । |
| 10.13 | টাইপ কৰক “puts animal dot walk equal to “ hops”” |
| 10.17 | এইবাৰ চাওঁ আহক । |
| 10.20 | “টাৰমিনেল” যাওক আৰু আগৰ দৰেই কমাণ্ডটো ৰান কৰক আৰু আওতপুত চাওঁক । |
| 10.27 | আপোনি “hops” শব্দটো প্ৰীন্ট হোৱা দেখা পাৱ । |
| 10.30 | ই প্ৰমাণ কৰে যে “equal-to” চিহ্ন মেথদৰ পিছত থকা মানে কাৰ্য্যভাৰ বুজায় । |
| 10.36 | এতিয়া আপোনি আপোনাৰ নিজৰ “মেথড” লিখিব পাৰিব লাগে । |
| 10.42 | আমি এই টিওটৰিয়েলত শিকিলো |
| 10.44 | “ক্লাছ” কেনেকৈ ঘোষণা কৰে |
| 10.46 | ক্লাছ এটাৰ “objects” কেনেকৈ উত্পন্ন কৰে |
| 10.48 | “Ruby”ত মেথড ডিফাইন কৰা ভিন্ন প্ৰকাৰ |
| 10.52 | কাৰ্য্য হিচাবে কৰক |
| 10.54 | ক্লাছ “Product” এটা ডিফাইন কৰক |
| 10.56 | “myvar”ৰ মান পাবলৈ আৰু “myvar”ৰ মান দিবলৈ এটা মেথড ডিফাইন কৰক । |
| 11.01 | মান দিবলৈ মেথডটো “=” চিহ্ন ব্যৱহাৰ কৰি ডিফাইন কৰিব । |
| 11.05 | উৰ্দ্ধত মেথড দুটা ব্যৱহাৰ কৰি ক্লাছটোৰ অবজেক্ট এটা উত্পন্ন কৰক আৰু মান দিয়ক(set) আৰু লওঁক(get) । |
| 11.12 | তলৰ সংযোগত থকা ভিদিয়তো চাওক । |
| 11.14 | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
| 11.18 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
| 11.22 | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে |
| 11.24 | স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । |
| 11.27 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
| 11.30 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org |
| 11.36 | স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
| 11.39 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । |
| 11.46 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
| 11.56 | মই অন্জনা নাইৰ ইয়াতে বিদায় লৈছো । ধন্যবাদ |