Difference between revisions of "LibreOffice-Suite-Draw/C2/Insert-text-in-drawings/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
| Line 1: | Line 1: | ||
{|border = 1 | {|border = 1 | ||
| − | |||
|'''Time''' | |'''Time''' | ||
|'''Narration''' | |'''Narration''' | ||
|- | |- | ||
| − | |00 | + | |00:01 |
|LibreOffice Drawত অঙ্কনসমূহত লেখা যোগ কৰাৰ উপৰত স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম. | |LibreOffice Drawত অঙ্কনসমূহত লেখা যোগ কৰাৰ উপৰত স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম. | ||
|- | |- | ||
| − | |00 | + | |00:07 |
| এই টিউটোৰিয়েলটিত, আমি শিকিম কিভাবে: | | এই টিউটোৰিয়েলটিত, আমি শিকিম কিভাবে: | ||
|- | |- | ||
| − | |00 | + | |00:10 |
| অঙ্কনত text মানে লেখাৰ লগত কাম কৰা যায়. | | অঙ্কনত text মানে লেখাৰ লগত কাম কৰা যায়. | ||
|- | |- | ||
| − | | 00 | + | | 00:12 |
| অঙ্কনত লেখা ফৰ্মেত কৰা আৰু | | অঙ্কনত লেখা ফৰ্মেত কৰা আৰু | ||
|- | |- | ||
| − | | 00 | + | | 00:15 |
| টেক্সট বক্সৰ লগত কাম কৰা | | টেক্সট বক্সৰ লগত কাম কৰা | ||
|- | |- | ||
| − | | 00 | + | | 00:17 |
| আমি আৰু শিকিম: | | আমি আৰু শিকিম: | ||
|- | |- | ||
| − | | 00 | + | | 00:19 |
| indent সেত কৰা, space আৰু text align কৰা | | indent সেত কৰা, space আৰু text align কৰা | ||
| Line 53: | Line 52: | ||
|- | |- | ||
| − | | 00 | + | | 00:37 |
| ইয়াক লেখকে এটি স্বাধীন আঁকাৰুপেও এটি টেক্সট বক্সত যোগ কৰিব পাৰি | | ইয়াক লেখকে এটি স্বাধীন আঁকাৰুপেও এটি টেক্সট বক্সত যোগ কৰিব পাৰি | ||
|- | |- | ||
| − | | 00 | + | | 00:42 |
| ইয়াত আমি, | | ইয়াত আমি, | ||
|- | |- | ||
| − | | 00 | + | | 00:44 |
| উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণৰ 3.3.4 ব্যবহাৰ কৰিছো. | | উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণৰ 3.3.4 ব্যবহাৰ কৰিছো. | ||
|- | |- | ||
| − | | 00 | + | | 00:52 |
| ড্র ফাইল Water Cycle খুলু আৰু এইটোত কিছু লেখা যোগ কৰো | | ড্র ফাইল Water Cycle খুলু আৰু এইটোত কিছু লেখা যোগ কৰো | ||
|- | |- | ||
| − | | 00 | + | | 00:57 |
| আমি সূর্যৰ পিচত থকা দুটি বগা মেঘলৈ “Cloud Formation” লেখাটি যোগ কৰিম | | আমি সূর্যৰ পিচত থকা দুটি বগা মেঘলৈ “Cloud Formation” লেখাটি যোগ কৰিম | ||
|- | |- | ||
| − | || 01 | + | || 01:04 |
|| বগা মেঘৰ দলটিক নির্বাচন কৰক | || বগা মেঘৰ দলটিক নির্বাচন কৰক | ||
|- | |- | ||
| − | || 01 | + | || 01:06 |
|| দলত প্রবেশ কৰিবলৈ এইটোত ডবল ক্লিক কৰক | || দলত প্রবেশ কৰিবলৈ এইটোত ডবল ক্লিক কৰক | ||
|- | |- | ||
| − | || 01 | + | || 01:10 |
|| শীর্ষ মেঘটি নির্বাচন কৰক | || শীর্ষ মেঘটি নির্বাচন কৰক | ||
|- | |- | ||
| − | || 01 | + | || 01:13 |
|| এতিয়া অঙ্কন টুলবাৰ পৰা''টেক্সট '' টুল নির্বাচন কৰো | || এতিয়া অঙ্কন টুলবাৰ পৰা''টেক্সট '' টুল নির্বাচন কৰো | ||
|- | |- | ||
| − | || 01 | + | || 01:17 |
|| আপোনি দেখিব পাৰিছেনে কার্সাৰটি এটি ছোটি জিলিথকা উল্লম্ব ৰেখাত ৰুপান্তৰিত হৈছে | || আপোনি দেখিব পাৰিছেনে কার্সাৰটি এটি ছোটি জিলিথকা উল্লম্ব ৰেখাত ৰুপান্তৰিত হৈছে | ||
|- | |- | ||
| − | || 01 | + | || 01:23 |
|| এইটি টেক্সট কার্সাৰ হয় | || এইটি টেক্সট কার্সাৰ হয় | ||
|- | |- | ||
| − | || 01 | + | || 01:25 |
|| লিখক “Cloud Formation” | || লিখক “Cloud Formation” | ||
|- | |- | ||
| − | || 01 | + | || 01:29 |
|| এতিয়া পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক | || এতিয়া পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক | ||
|- | |- | ||
| − | || 01 | + | || 01:33 |
|| অন্য বগা মেঘৰ বাবেও একেই লেখা লিখক | || অন্য বগা মেঘৰ বাবেও একেই লেখা লিখক | ||
|- | |- | ||
| − | || 01 | + | || 01:37 |
|| দলৰ পৰা প্রস্থান কৰিবলৈ, পাতৰ যিকোনো স্থানত ডবল ক্লিক কৰক | || দলৰ পৰা প্রস্থান কৰিবলৈ, পাতৰ যিকোনো স্থানত ডবল ক্লিক কৰক | ||
|- | |- | ||
| − | || 01 | + | || 01:42 |
|| আমি এতিয়া তেনেদৰে সূর্যৰ নামকৰণ কৰো | || আমি এতিয়া তেনেদৰে সূর্যৰ নামকৰণ কৰো | ||
|- | |- | ||
| − | || 01 | + | || 01:45 |
|| বস্তুত লেখা যোগ কৰাত, ইয়াতকৈ সহজ নহব | || বস্তুত লেখা যোগ কৰাত, ইয়াতকৈ সহজ নহব | ||
|- | |- | ||
| − | || 01 | + | || 01:50 |
||পিছত, গ্ৰেৰঙৰ মেঘৰ দল নির্বাচন কৰো। | ||পিছত, গ্ৰেৰঙৰ মেঘৰ দল নির্বাচন কৰো। | ||
|- | |- | ||
| − | || 01 | + | || 01:53 |
|| আগৰ মতে, দলটোক সোমাবলৈ ডবল ক্লিক কৰক | || আগৰ মতে, দলটোক সোমাবলৈ ডবল ক্লিক কৰক | ||
|- | |- | ||
| − | || 01 | + | || 01:57 |
|| প্রতিটো মেঘত লিখক “Rain Cloud” | || প্রতিটো মেঘত লিখক “Rain Cloud” | ||
|- | |- | ||
| − | || 02 | + | || 02:02 |
|| যিহেতু গ্ৰে মেঘত লেখা ৰঙ-ও কলা, সেইটি দেখা নাযায় | || যিহেতু গ্ৰে মেঘত লেখা ৰঙ-ও কলা, সেইটি দেখা নাযায় | ||
|- | |- | ||
| − | || 02 | + | || 02:07 |
|| সেয়ে লেখাৰ ৰং বগালৈ পৰিবর্তন কৰো | || সেয়ে লেখাৰ ৰং বগালৈ পৰিবর্তন কৰো | ||
|- | |- | ||
| − | || 02 | + | || 02:11 |
|| লেখাটি নির্বাচন কৰো, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰো আৰু লিখক ''ক্যাৰেক্টাৰ '' | || লেখাটি নির্বাচন কৰো, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰো আৰু লিখক ''ক্যাৰেক্টাৰ '' | ||
|- | |- | ||
| − | || 02 | + | || 02:17 |
|| 'ক্যাৰেক্টাৰ' ডায়লগ বাক্স প্রদর্শিত হৈছে | || 'ক্যাৰেক্টাৰ' ডায়লগ বাক্স প্রদর্শিত হৈছে | ||
|- | |- | ||
| − | || 02 | + | || 02:20 |
|| “Font Effects” ট্যাব-ত ক্লিক কৰক | || “Font Effects” ট্যাব-ত ক্লিক কৰক | ||
|- | |- | ||
| − | || 02 | + | || 02:23 |
|| “Font color” ক্ষেত্রত, তললৈ স্ক্রোল কৰক আৰু 'হোয়াইট' নির্বাচন কৰক | || “Font color” ক্ষেত্রত, তললৈ স্ক্রোল কৰক আৰু 'হোয়াইট' নির্বাচন কৰক | ||
|- | |- | ||
| − | || 02 | + | || 02:28 |
|| OK ক্লিক কৰক | || OK ক্লিক কৰক | ||
|- | |- | ||
| − | || 02 | + | || 02:30 |
|| ফন্টৰ ৰ বগালৈ পৰিবর্তন হয় | || ফন্টৰ ৰ বগালৈ পৰিবর্তন হয় | ||
|- | |- | ||
| − | || 02 | + | || 02:33 |
|| একেই পদ্ধতিতে, দ্বিতীয় মেঘৰ লেখাৰ ৰং পৰিবর্তন কৰা যাওক | || একেই পদ্ধতিতে, দ্বিতীয় মেঘৰ লেখাৰ ৰং পৰিবর্তন কৰা যাওক | ||
|- | |- | ||
| − | || 02 | + | || 02:38 |
|| লেখাটি নির্বাচন কৰক আৰু সো ক্লিক কৰি তাৰ পিছত নির্বাচন কৰক ''ক্যাৰেক্টাৰ'' | || লেখাটি নির্বাচন কৰক আৰু সো ক্লিক কৰি তাৰ পিছত নির্বাচন কৰক ''ক্যাৰেক্টাৰ'' | ||
|- | |- | ||
| − | || 02 | + | || 02:43 |
|| “Font color”ত নির্বাচন কৰক "হোয়াইট" | || “Font color”ত নির্বাচন কৰক "হোয়াইট" | ||
|- | |- | ||
| − | || 02 | + | || 02:46 |
|| দলৰ পৰা প্রস্থান কৰিবলৈ পাতত যিকোনো স্থানত ডবল ক্লিক কৰক | || দলৰ পৰা প্রস্থান কৰিবলৈ পাতত যিকোনো স্থানত ডবল ক্লিক কৰক | ||
|- | |- | ||
| − | || 02 | + | || 02:50 |
|| একেইভাবে, যত ত্রিভুজটিয়ে পর্বত দেখাইছে, তাতে “Mountain” শব্দটি লিখক | || একেইভাবে, যত ত্রিভুজটিয়ে পর্বত দেখাইছে, তাতে “Mountain” শব্দটি লিখক | ||
|- | |- | ||
| − | || 02 | + | || 02:58 |
|| আপোনি লেখাৰ সজ্জা পৰিবর্তন কৰিব পাৰিব | || আপোনি লেখাৰ সজ্জা পৰিবর্তন কৰিব পাৰিব | ||
|- | |- | ||
| − | || 02 | + | || 02:59 |
|| যি Character, ফন্টৰ স্টাইল পৰিবর্তন কৰে আৰু ফন্টৰলৈ স্পেশিয়েল এফেক্ট দিয়ে | || যি Character, ফন্টৰ স্টাইল পৰিবর্তন কৰে আৰু ফন্টৰলৈ স্পেশিয়েল এফেক্ট দিয়ে | ||
|- | |- | ||
| − | || 03 | + | || 03:05 |
|| আপোনি পেৰেগ্ৰাফৰ বাবেও লেখা ফৰম্যাট কৰিব পাৰে যি align text হয়, indent চেত কৰা বা স্পেচিঙ , ফাঁক, আৰু ট্যাবৰ অবস্থান নির্দিষ্ট কৰা | || আপোনি পেৰেগ্ৰাফৰ বাবেও লেখা ফৰম্যাট কৰিব পাৰে যি align text হয়, indent চেত কৰা বা স্পেচিঙ , ফাঁক, আৰু ট্যাবৰ অবস্থান নির্দিষ্ট কৰা | ||
|- | |- | ||
| − | || 03 | + | || 03:13 |
|| আপোনি এই ডায়লগ বাক্সটি ব্যবহাৰ কৰিব পাৰে | || আপোনি এই ডায়লগ বাক্সটি ব্যবহাৰ কৰিব পাৰে | ||
|- | |- | ||
| − | || 03 | + | || 03:16 |
|| 'কনটেক্সট মেনুৰ পৰা অথবা | || 'কনটেক্সট মেনুৰ পৰা অথবা | ||
|- | |- | ||
| − | || 03 | + | || 03:18 |
|| প্রধান মেনুৰ পৰা | || প্রধান মেনুৰ পৰা | ||
|- | |- | ||
| − | || 03 | + | || 03:21 |
|| প্রধান মেনুৰ পৰা '' character '' ডায়লগ বাক্সত যাবলৈ , 'ফৰমেট' নির্বাচন কৰক আৰু ''ক্যাৰেক্টাৰ'' নির্বাচন কৰক | || প্রধান মেনুৰ পৰা '' character '' ডায়লগ বাক্সত যাবলৈ , 'ফৰমেট' নির্বাচন কৰক আৰু ''ক্যাৰেক্টাৰ'' নির্বাচন কৰক | ||
|- | |- | ||
| − | || 03 | + | || 03:28 |
|| প্রধান মেনুৰ পৰা '' paragraph '' ডায়লগ বাক্সত যাওক , 'ফৰমেট' নির্বাচন কৰক আৰু ''প্যাৰাগ্রাফ'' নির্বাচন কৰক | || প্রধান মেনুৰ পৰা '' paragraph '' ডায়লগ বাক্সত যাওক , 'ফৰমেট' নির্বাচন কৰক আৰু ''প্যাৰাগ্রাফ'' নির্বাচন কৰক | ||
|- | |- | ||
| − | || 03 | + | || 03:36 |
|| ৰেকটেন্ঙলত, পানি জমা হোৱা জাগাখন দেখাবলৈ এটি ঘন কলা ৰেখা আঁকা যাওক | || ৰেকটেন্ঙলত, পানি জমা হোৱা জাগাখন দেখাবলৈ এটি ঘন কলা ৰেখা আঁকা যাওক | ||
|- | |- | ||
| − | || 03 | + | || 03:43 |
|| ''অঙ্কন'' টুল বাৰ পৰা "লাইন" নির্বাচন কৰক | || ''অঙ্কন'' টুল বাৰ পৰা "লাইন" নির্বাচন কৰক | ||
|- | |- | ||
| − | || 03 | + | || 03:46 |
|| কার্সাৰ দাল পাঠটোলৈ নিয়ক, মাউসৰ বাও বোতাম টিপক আৰু বাও পৰা সো লৈ টানি আনক | || কার্সাৰ দাল পাঠটোলৈ নিয়ক, মাউসৰ বাও বোতাম টিপক আৰু বাও পৰা সো লৈ টানি আনক | ||
|- | |- | ||
| − | || 03 | + | || 03:54 |
|| এটি হৰিজনটেল ৰেখা আঁকক যিয়ে ইয়াক দুটি সমান ভাগত ভাগ কৰিব | || এটি হৰিজনটেল ৰেখা আঁকক যিয়ে ইয়াক দুটি সমান ভাগত ভাগ কৰিব | ||
|- | |- | ||
| − | || 04 | + | || 04:01 |
|| স্থলখন দোই ভাগত বিভক্ত হৈ গৈছে | || স্থলখন দোই ভাগত বিভক্ত হৈ গৈছে | ||
|- | |- | ||
| − | || 04 | + | || 04:04 |
|| এতিয়া, line wider বনোৱা যাওক | || এতিয়া, line wider বনোৱা যাওক | ||
|- | |- | ||
| − | || 04 | + | || 04:07 |
|| লাইন নির্বাচন কৰক আৰু কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক | || লাইন নির্বাচন কৰক আৰু কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক | ||
|- | |- | ||
| − | || 04 | + | || 04:11 |
|| "লাইন" ক্লিক কৰক, "লাইন" ডায়লগ বাক্স প্রদর্শিত হৈছে | || "লাইন" ক্লিক কৰক, "লাইন" ডায়লগ বাক্স প্রদর্শিত হৈছে | ||
|- | |- | ||
| − | || 04 | + | || 04:16 |
|| "স্টাইল"ৰ ক্ষেত্রত, ড্রপ ডাউন বক্স ক্লিক কৰক | || "স্টাইল"ৰ ক্ষেত্রত, ড্রপ ডাউন বক্স ক্লিক কৰক | ||
|- | |- | ||
| − | || 04 | + | || 04:20 |
|| “Ultrafine 2 dots 3 dashes” নির্বাচন কৰক | || “Ultrafine 2 dots 3 dashes” নির্বাচন কৰক | ||
|- | |- | ||
| − | || 04 | + | || 04:24 |
|| '''প্রস্থ''' ক্ষেত্রত মান লিখক '70' | || '''প্রস্থ''' ক্ষেত্রত মান লিখক '70' | ||
|- | |- | ||
| − | || 04 | + | || 04:29 |
|| OK ক্লিক কৰক | || OK ক্লিক কৰক | ||
|- | |- | ||
| − | || 04 | + | || 04:31 |
|| আমি এই লাইনটি বহলোৱাই দিয়ো | || আমি এই লাইনটি বহলোৱাই দিয়ো | ||
|- | |- | ||
| − | || 04 | + | || 04:34 |
||ৰেকটেন্ঙলৰ ভিতৰত “Ground water table” লেখাটি যোগ কৰো | ||ৰেকটেন্ঙলৰ ভিতৰত “Ground water table” লেখাটি যোগ কৰো | ||
|- | |- | ||
| − | || 04 | + | || 04:39 |
|| প্রথমে, ''টেক্সট" টুল নির্বাচন কৰক | || প্রথমে, ''টেক্সট" টুল নির্বাচন কৰক | ||
|- | |- | ||
| − | || 04 | + | || 04:42 |
|| অঙ্কন টুলবাৰত এইটো হল capital “T” বিকল্প | || অঙ্কন টুলবাৰত এইটো হল capital “T” বিকল্প | ||
|- | |- | ||
| − | || 04 | + | || 04:46 |
|| অঙ্কন পৃষ্ঠালৈ যাওক | || অঙ্কন পৃষ্ঠালৈ যাওক | ||
|- | |- | ||
| − | || 04 | + | || 04:49 |
|| এতিয়া এই কার্সাৰটি কেপিটেল I ৰ সৈতে তলৰফালে এটি যোগ চিনহলৈ ৰুপান্তৰিত হৈ গৈছে | || এতিয়া এই কার্সাৰটি কেপিটেল I ৰ সৈতে তলৰফালে এটি যোগ চিনহলৈ ৰুপান্তৰিত হৈ গৈছে | ||
|- | |- | ||
| − | || 04 | + | || 04:55 |
|| ৰেকটেন্ঙলৰ ভিতৰত ক্লিক কৰক | || ৰেকটেন্ঙলৰ ভিতৰত ক্লিক কৰক | ||
|- | |- | ||
| − | || 04 | + | || 04:57 |
|| এটি টেক্সট বক্স প্রদর্শিত হৈছে | || এটি টেক্সট বক্স প্রদর্শিত হৈছে | ||
|- | |- | ||
| − | || 05 | + | || 05:01 |
|| ইয়াত, লিখক “Ground water table | || ইয়াত, লিখক “Ground water table | ||
|- | |- | ||
| − | || 05 | + | || 05:05 |
|| টেক্সট বাক্সৰ কেন্দ্রলৈ লেখাখিনি ৰাখিবৰ বাবে, টেক্সট বক্সৰ ভিতৰত কার্সাৰ ৰখক | || টেক্সট বাক্সৰ কেন্দ্রলৈ লেখাখিনি ৰাখিবৰ বাবে, টেক্সট বক্সৰ ভিতৰত কার্সাৰ ৰখক | ||
|- | |- | ||
| − | || 05 | + | || 05:12 |
|| উপৰৰ স্ট্যান্ডার্ড টুলবাৰত “Centered” আইকনৰ উপৰত ক্লিক কৰক | || উপৰৰ স্ট্যান্ডার্ড টুলবাৰত “Centered” আইকনৰ উপৰত ক্লিক কৰক | ||
|- | |- | ||
| − | || 05 | + | || 05:19 |
|| এই একেই পদ্ধতিত | || এই একেই পদ্ধতিত | ||
|- | |- | ||
| − | || 05 | + | || 05:22 |
|| ত্রিভুজত “Rain water flows from land into rivers and sea” এই লেখাটি যোগ কৰক | || ত্রিভুজত “Rain water flows from land into rivers and sea” এই লেখাটি যোগ কৰক | ||
|- | |- | ||
| − | || 05 | + | || 05:30 |
|| এই টিউটোৰিয়েলটি অনুশীলনটোৰ বাবে কিছুক্ষণৰবাবে বন্ধ কৰক | || এই টিউটোৰিয়েলটি অনুশীলনটোৰ বাবে কিছুক্ষণৰবাবে বন্ধ কৰক | ||
|- | |- | ||
| − | || 05 | + | || 05:33 |
|| এটি বর্গক্ষেত্র আঁকক | || এটি বর্গক্ষেত্র আঁকক | ||
|- | |- | ||
| − | || 05 | + | || 05:35 |
|| লিখক “This is a square | || লিখক “This is a square | ||
|- | |- | ||
| − | || 05 | + | || 05:38 |
|| A square has four equal sides and four equal angles. Each angle in a square is ninety degrees | || A square has four equal sides and four equal angles. Each angle in a square is ninety degrees | ||
|- | |- | ||
| − | || 05 | + | || 05:46 |
|| The square is a quadrilateral” | || The square is a quadrilateral” | ||
|- | |- | ||
| − | || 05 | + | || 05:50 |
|| টেক্সট ডায়লগ বাক্সত বিকল্পবোৰ ব্যবহাৰ কৰি এই লেখাটিক সাজক | || টেক্সট ডায়লগ বাক্সত বিকল্পবোৰ ব্যবহাৰ কৰি এই লেখাটিক সাজক | ||
|- | |- | ||
| − | || 05 | + | || 05:54 |
|| লেখা খিনিত ফন্ট, আকাৰ, স্টাইল আৰু এলাইনমেন্ট বিকল্প ব্যবহাৰ কৰক | || লেখা খিনিত ফন্ট, আকাৰ, স্টাইল আৰু এলাইনমেন্ট বিকল্প ব্যবহাৰ কৰক | ||
|- | |- | ||
| − | || 06 | + | || 06:00 |
|| এতিয়া এই ছবিটিত এৰোবোৰ ভালকে ৰাখক | || এতিয়া এই ছবিটিত এৰোবোৰ ভালকে ৰাখক | ||
|- | |- | ||
| − | || 06 | + | || 06:03 |
|| এই এৰোচিহ্নবোৰে মাটিৰ পৰা পানীৰ বাষ্পীকৰণ, গাছপাত অাৰু পানীৰ আধাৰপৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰণ | || এই এৰোচিহ্নবোৰে মাটিৰ পৰা পানীৰ বাষ্পীকৰণ, গাছপাত অাৰু পানীৰ আধাৰপৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰণ | ||
|- | |- | ||
| − | || 06 | + | || 06:12 |
|| বাওফালৰ এৰোটো নির্বাচন কৰা যাওক | || বাওফালৰ এৰোটো নির্বাচন কৰা যাওক | ||
|- | |- | ||
| − | || 06 | + | || 06:14 |
|| এতিয়া ক্লিক কৰক আৰু পর্বতৰ ফালে টানক | || এতিয়া ক্লিক কৰক আৰু পর্বতৰ ফালে টানক | ||
|- | |- | ||
| − | || 06 | + | || 06:18 |
|| এটা মিদ্দিল এৰো নির্বাচন কৰক | || এটা মিদ্দিল এৰো নির্বাচন কৰক | ||
|- | |- | ||
| − | || 06 | + | || 06:21 |
|| এতিয়া ক্লিক কৰক আৰু গছৰ ফালে টানি আনক | || এতিয়া ক্লিক কৰক আৰু গছৰ ফালে টানি আনক | ||
|- | |- | ||
| − | || 06 | + | || 06:25 |
|| তৃতীয় এৰোৱে পানীৰ পৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰন দেখাব | || তৃতীয় এৰোৱে পানীৰ পৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰন দেখাব | ||
|- | |- | ||
| − | || 06 | + | || 06:31 |
|| এতিয়া 'curve (কার্ভ)' বিকল্প ব্যবহাৰ কৰি এটি ৰেখা আঁকো যিয়ে পর্বতৰ পৰা পানী তললৈ বৈ থকা দেখাব | || এতিয়া 'curve (কার্ভ)' বিকল্প ব্যবহাৰ কৰি এটি ৰেখা আঁকো যিয়ে পর্বতৰ পৰা পানী তললৈ বৈ থকা দেখাব | ||
|- | |- | ||
| − | || 06 | + | || 06:37 |
|| অঙ্কন টুলবাৰ পৰা "কার্ভ"ৰ উপৰত ক্লিক কৰক আৰু 'Freeform লাইন' নির্বাচন কৰক | || অঙ্কন টুলবাৰ পৰা "কার্ভ"ৰ উপৰত ক্লিক কৰক আৰু 'Freeform লাইন' নির্বাচন কৰক | ||
|- | |- | ||
| − | || 06 | + | || 06:43 |
|| ড্র পৃষ্ঠাত কার্সাৰক পর্বতৰ পিছত ৰাখক | || ড্র পৃষ্ঠাত কার্সাৰক পর্বতৰ পিছত ৰাখক | ||
|- | |- | ||
| − | || 06 | + | || 06:47 |
|| বাও ফালৰ মাউসৰ বোতাম টিপক আৰু তললৈ টানক | || বাও ফালৰ মাউসৰ বোতাম টিপক আৰু তললৈ টানক | ||
|- | |- | ||
| − | || 06 | + | || 06:51 |
|| আপোনি এটি বক্র ৰেখা অাকিছে | || আপোনি এটি বক্র ৰেখা অাকিছে | ||
|- | |- | ||
| − | || 06 | + | || 06:53 |
|| এতিয়া প্রতিটো এৰোচিহ্নৰ বিবৰণ যোগ কৰা যাওক | || এতিয়া প্রতিটো এৰোচিহ্নৰ বিবৰণ যোগ কৰা যাওক | ||
|- | |- | ||
| − | || 06 | + | || 06:58 |
||সো ফালৰ লৈ প্রথম এৰো নির্বাচন কৰক আৰু লিখুক- “Evaporation from rivers and seas” | ||সো ফালৰ লৈ প্রথম এৰো নির্বাচন কৰক আৰু লিখুক- “Evaporation from rivers and seas” | ||
|- | |- | ||
| − | || 07 | + | || 07:06 |
|| পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক | || পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক | ||
|- | |- | ||
| − | || 07 | + | || 07:08 |
|| লেখাখিনি লাইনৰ উপৰত প্রদর্শিত হৈছে | || লেখাখিনি লাইনৰ উপৰত প্রদর্শিত হৈছে | ||
|- | |- | ||
| − | || 07 | + | || 07:12 |
|| লক্ষ্য কৰক যে, লেখাখিনি ঠিক লাইনৰ উপৰত বহোৱা হৈছে আৰু সেয়ে ই স্পষ্ট নহয় | || লক্ষ্য কৰক যে, লেখাখিনি ঠিক লাইনৰ উপৰত বহোৱা হৈছে আৰু সেয়ে ই স্পষ্ট নহয় | ||
|- | |- | ||
| − | || 07 | + | || 07:18 |
|| লেখাখিনি ৰেখাৰ উপৰলৈ নিবলৈ বাবে লাইনত ক্লিক কৰক | || লেখাখিনি ৰেখাৰ উপৰলৈ নিবলৈ বাবে লাইনত ক্লিক কৰক | ||
|- | |- | ||
| − | || 07 | + | || 07:22 |
|| লেখাখিনি অনুভূমিকভাবে স্থাপন কৰক | || লেখাখিনি অনুভূমিকভাবে স্থাপন কৰক | ||
|- | |- | ||
| − | || 07 | + | || 07:25 |
||কার্সাৰ দাল লেখাখিনিৰ শেষৰ লৈ বহোৱাওক আৰু এন্টাৰ" কী টিপক | ||কার্সাৰ দাল লেখাখিনিৰ শেষৰ লৈ বহোৱাওক আৰু এন্টাৰ" কী টিপক | ||
|- | |- | ||
| − | || 07 | + | || 07:30 |
|| পৃষ্ঠাত ক্লিক কৰক | || পৃষ্ঠাত ক্লিক কৰক | ||
|- | |- | ||
| − | || 07 | + | || 07:32 |
|| লেখাখিনি এলাইন হৈছে | || লেখাখিনি এলাইন হৈছে | ||
|- | |- | ||
| − | || 07 | + | || 07:35 |
|| কনটেক্সট মেনুৰ পৰা বিকল্পবোৰ ব্যবহাৰ কৰি লাইন আৰু এৰোচিহ্নৰ ওপৰত টাইপ কৰা লেখাবোৰ সজ্জা কৰিবও পাৰে | || কনটেক্সট মেনুৰ পৰা বিকল্পবোৰ ব্যবহাৰ কৰি লাইন আৰু এৰোচিহ্নৰ ওপৰত টাইপ কৰা লেখাবোৰ সজ্জা কৰিবও পাৰে | ||
|- | |- | ||
| − | || 07 | + | || 07:41 |
|| কনটেক্সট মেনু ব্যবহাৰ কৰি ফন্টৰ আকাৰ পৰিবর্তন কৰা যাওক | || কনটেক্সট মেনু ব্যবহাৰ কৰি ফন্টৰ আকাৰ পৰিবর্তন কৰা যাওক | ||
|- | |- | ||
| − | || 07 | + | || 07:45 |
|| লেখাখিনিত ক্লিক কৰক | || লেখাখিনিত ক্লিক কৰক | ||
|- | |- | ||
| − | || 07 | + | || 07:47 |
|| “Evaporation from rivers and seas” | || “Evaporation from rivers and seas” | ||
|- | |- | ||
| − | || 07 | + | || 07:50 |
|| টেক্সট খিনি এতিয়া অনুভূমিক হয়। | || টেক্সট খিনি এতিয়া অনুভূমিক হয়। | ||
|- | |- | ||
| − | || 07 | + | || 07:53 |
|| লেখাখিনিক নির্বাচন কৰো আৰু কনটেক্সট মেনু দেখিবলৈ সো ক্লিক কৰো | || লেখাখিনিক নির্বাচন কৰো আৰু কনটেক্সট মেনু দেখিবলৈ সো ক্লিক কৰো | ||
|- | |- | ||
| − | || 07 | + | || 07:58 |
|| Size নির্বাচন কৰক আৰু ক্লিক কৰক ২২ | || Size নির্বাচন কৰক আৰু ক্লিক কৰক ২২ | ||
|- | |- | ||
| − | || 08 | + | || 08:02 |
|| ফন্টৰ আকাৰ পৰিবর্তিত হৈছে | || ফন্টৰ আকাৰ পৰিবর্তিত হৈছে | ||
|- | |- | ||
| − | || 08 | + | || 08:05 |
|| এতিয়া, অন্যান্য সকলো এৰোচিহ্নৰ বাবে নিম্নলিখিত টেক্সট খিনি লিখক | || এতিয়া, অন্যান্য সকলো এৰোচিহ্নৰ বাবে নিম্নলিখিত টেক্সট খিনি লিখক | ||
|- | |- | ||
| − | || 08 | + | || 08:09 |
|| Evaporation from soil | || Evaporation from soil | ||
|- | |- | ||
| − | || 08 | + | || 08:12 |
|| Evaporation from vegetation | || Evaporation from vegetation | ||
|- | |- | ||
| − | || 08 | + | || 08:17 |
|| Run off water from the mountains | || Run off water from the mountains | ||
|- | |- | ||
| − | || 08 | + | || 08:22 |
|| এতিয়া গ্ৰে মেঘৰ পৰা বৰষুন পৰা দেখোৱাম | || এতিয়া গ্ৰে মেঘৰ পৰা বৰষুন পৰা দেখোৱাম | ||
|- | |- | ||
| − | || 08 | + | || 08:26 |
|| বৰষুন চাবলৈ, বিন্দুযুক্ত এৰো আঁকো, যিয়ে মেঘৰ পৰা তললৈ অহা দেখোৱাব | || বৰষুন চাবলৈ, বিন্দুযুক্ত এৰো আঁকো, যিয়ে মেঘৰ পৰা তললৈ অহা দেখোৱাব | ||
|- | |- | ||
| − | || 08 | + | || 08:32 |
||'''অঙ্কন''' টুলবাৰ পৰা Line Ends with Arrow নির্বাচন কৰক | ||'''অঙ্কন''' টুলবাৰ পৰা Line Ends with Arrow নির্বাচন কৰক | ||
|- | |- | ||
| − | || 08 | + | || 08:37 |
|| তাৰপিছত কার্সাৰটি বাও ফালৰ প্রথম গ্ৰে মেঘত ৰাখক | || তাৰপিছত কার্সাৰটি বাও ফালৰ প্রথম গ্ৰে মেঘত ৰাখক | ||
|- | |- | ||
| − | || 08 | + | || 08:42 |
|| মাউসৰ বাও বোতাম টিপক অাৰু ইয়াক তললৈ তানক | || মাউসৰ বাও বোতাম টিপক অাৰু ইয়াক তললৈ তানক | ||
|- | |- | ||
| − | || 08 | + | || 08:46 |
|| কনটেক্সট মেনুৰ পৰা সো ক্লিক কৰক আৰু 'লাইন' ক্লিক কৰক | || কনটেক্সট মেনুৰ পৰা সো ক্লিক কৰক আৰু 'লাইন' ক্লিক কৰক | ||
|- | |- | ||
| − | || 08 | + | || 08:50 |
|| 'লাইন' ডায়লগ বাক্স প্রদর্শিত হৈছে | || 'লাইন' ডায়লগ বাক্স প্রদর্শিত হৈছে | ||
|- | |- | ||
| − | || 08 | + | || 08:53 |
|| 'স্টাইল' ড্রপ ডাউন তালিকাযত ক্লিক কৰক আৰু নির্বাচন কৰক | || 'স্টাইল' ড্রপ ডাউন তালিকাযত ক্লিক কৰক আৰু নির্বাচন কৰক | ||
|- | |- | ||
| − | || 08 | + | || 08:56 |
|| '' 2 বিন্দু আৰু 1 ড্যাশ'' | || '' 2 বিন্দু আৰু 1 ড্যাশ'' | ||
|- | |- | ||
| − | || 08 | + | || 08:58 |
|| ক্লিক কৰক'' 'OK ''' . | || ক্লিক কৰক'' 'OK ''' . | ||
|- | |- | ||
| − | || 09 | + | || 09:00 |
|| আমি এটি বিন্দুযুক্ত এৰো টানিছো | || আমি এটি বিন্দুযুক্ত এৰো টানিছো | ||
|- | |- | ||
| − | || 09 | + | || 09:02 |
|| এই মেঘৰ বাবে আৰু দুটি এৰোচিহ্নক কপি আৰু পেস্ট কৰো | || এই মেঘৰ বাবে আৰু দুটি এৰোচিহ্নক কপি আৰু পেস্ট কৰো | ||
|- | |- | ||
| − | || 09 | + | || 09:06 |
|| এতিয়া অন্য মেঘৰ বাবে কপি আৰু পেস্ট কৰি দুটি এৰোচিহ্নক আঁকক | || এতিয়া অন্য মেঘৰ বাবে কপি আৰু পেস্ট কৰি দুটি এৰোচিহ্নক আঁকক | ||
|- | |- | ||
| − | || 09 | + | || 09:12 |
|| এতিয়া বিন্দুযুক্ত এৰোচিহ্নলৈ rain টেক্সটো যোগ কৰো | || এতিয়া বিন্দুযুক্ত এৰোচিহ্নলৈ rain টেক্সটো যোগ কৰো | ||
|- | |- | ||
| − | || 09 | + | || 09:21 |
|| "Water" অবকেক্টৰ ঠিক উপৰত টেক্সট বক্সত টেক্সটখিনি “Evaporation to form the clouds” বোলি যোগ কৰা যাওক | || "Water" অবকেক্টৰ ঠিক উপৰত টেক্সট বক্সত টেক্সটখিনি “Evaporation to form the clouds” বোলি যোগ কৰা যাওক | ||
|- | |- | ||
| − | || 09 | + | || 09:28 |
|| ''অঙ্কন'' টুলবাৰ পৰা, '''টেক্সট ''' টুল নির্বাচন কৰক আৰু দেখোৱাৰ দৰে এটি টেক্সট বক্স আঁকক | || ''অঙ্কন'' টুলবাৰ পৰা, '''টেক্সট ''' টুল নির্বাচন কৰক আৰু দেখোৱাৰ দৰে এটি টেক্সট বক্স আঁকক | ||
|- | |- | ||
| − | || 09 | + | || 09:35 |
|| ইয়াৰ ভিতৰত লিখক “Evaporation to form the clouds” | || ইয়াৰ ভিতৰত লিখক “Evaporation to form the clouds” | ||
|- | |- | ||
| − | || 09 | + | || 09:41 |
|| ''অঙ্কন'' টুলবাৰ পৰা"টেক্সট টুল" নির্বাচন কৰক | || ''অঙ্কন'' টুলবাৰ পৰা"টেক্সট টুল" নির্বাচন কৰক | ||
|- | |- | ||
| − | || 09 | + | || 09:44 |
|| আৰু গ্ৰে মেঘৰ পিছলৈ এটি টেক্সট বক্স আঁকক | || আৰু গ্ৰে মেঘৰ পিছলৈ এটি টেক্সট বক্স আঁকক | ||
|- | |- | ||
| − | || 09 | + | || 09:48 |
|| ইয়াৰ ভিতৰত লিখক 'condensation to form rain' | || ইয়াৰ ভিতৰত লিখক 'condensation to form rain' | ||
|- | |- | ||
| − | || 09 | + | || 09:53 |
|| প্রথমে টেক্সট বক্সৰ সীমাত ক্লিক কৰি টেক্সট বক্সটো লৈ যাওক | || প্রথমে টেক্সট বক্সৰ সীমাত ক্লিক কৰি টেক্সট বক্সটো লৈ যাওক | ||
|- | |- | ||
| − | || 09 | + | || 09:57 |
|| এতিয়া ইয়াক ধৰি ৰাখি পছন্দ স্থানত টানি নিয়ক | || এতিয়া ইয়াক ধৰি ৰাখি পছন্দ স্থানত টানি নিয়ক | ||
|- | |- | ||
| − | || 10 | + | || 10:02 |
|| পূর্ববর্তী পদক্ষেপবোৰ অনুসৰণ কৰি, এটি টাইটল মানে শিৰোনাম WaterCycle Diagram” বোলি দিয়া যাওক | || পূর্ববর্তী পদক্ষেপবোৰ অনুসৰণ কৰি, এটি টাইটল মানে শিৰোনাম WaterCycle Diagram” বোলি দিয়া যাওক | ||
|- | |- | ||
| − | || 10 | + | || 10:07 |
|| টেক্সট বক্স ব্যবহাৰ কৰি আৰু লেখাখিনি বোল্ড কৰো | || টেক্সট বক্স ব্যবহাৰ কৰি আৰু লেখাখিনি বোল্ড কৰো | ||
|- | |- | ||
| − | || 10 | + | || 10:16 |
|| আমি Water Cycle ছবিটি আঁকা সম্পন্ন হৈছে | || আমি Water Cycle ছবিটি আঁকা সম্পন্ন হৈছে | ||
|- | |- | ||
| − | || 10 | + | || 10:20 |
|| এতিয়া, ''কলআউটস'' সম্পর্কে জানা যাওক | || এতিয়া, ''কলআউটস'' সম্পর্কে জানা যাওক | ||
|- | |- | ||
| − | || 10 | + | || 10:22 |
|| '''কলআউটস''' কি ? | || '''কলআউটস''' কি ? | ||
|- | |- | ||
| − | || 10 | + | || 10:24 |
|| এইবোৰ হল বিশেষ টেক্সট বক্স যি ড্র পৃষ্ঠাত আপোনাৰ মনোযোগ আকর্ষণ কৰে বা | || এইবোৰ হল বিশেষ টেক্সট বক্স যি ড্র পৃষ্ঠাত আপোনাৰ মনোযোগ আকর্ষণ কৰে বা | ||
|- | |- | ||
| − | || 10 | + | || 10:29 |
|| এটি বস্তুলৈ বা এটি বিন্দুলৈ দেখোৱাই | || এটি বস্তুলৈ বা এটি বিন্দুলৈ দেখোৱাই | ||
|- | |- | ||
| − | || 10 | + | || 10:33 |
|| উদাহৰণস্বৰুপে, অধিকাংশ কমিক বুকত। | || উদাহৰণস্বৰুপে, অধিকাংশ কমিক বুকত। | ||
|- | |- | ||
| − | || 10 | + | || 10:36 |
|| 'কলআউটস' ৰ ভিতৰত টেকস্ট থাকে | || 'কলআউটস' ৰ ভিতৰত টেকস্ট থাকে | ||
|- | |- | ||
| − | || 10 | + | || 10:39 |
|| ড্র ফাইলটোলৈ এটি নতুন পাত যোগ কৰা যাওক | || ড্র ফাইলটোলৈ এটি নতুন পাত যোগ কৰা যাওক | ||
|- | |- | ||
| − | || 10 | + | || 10:42 |
|| প্রধান মেনু পৰা 'Insert' নির্বাচন কৰক আৰু ক্লিক কৰক 'Slide' | || প্রধান মেনু পৰা 'Insert' নির্বাচন কৰক আৰু ক্লিক কৰক 'Slide' | ||
|- | |- | ||
| − | || 10 | + | || 10:47 |
|| এটি নতুন পাত যুক্ত হৈছে | || এটি নতুন পাত যুক্ত হৈছে | ||
|- | |- | ||
| − | || 10 | + | || 10:50 |
|| এটি 'কল আউট' আঁকাৰ বাবে, 'অঙ্কন' টুলবাৰলৈ যাওক | || এটি 'কল আউট' আঁকাৰ বাবে, 'অঙ্কন' টুলবাৰলৈ যাওক | ||
|- | |- | ||
| − | || 10 | + | || 10:54 |
|| 'কল আউট' আইকনৰ পিছত সৰু কলা ত্রিভুজত ক্লিক কৰক | || 'কল আউট' আইকনৰ পিছত সৰু কলা ত্রিভুজত ক্লিক কৰক | ||
|- | |- | ||
| − | || 10 | + | || 10:59 |
|| বিভিন্ন ''কলআউট'' প্রদর্শিত হৈছে | || বিভিন্ন ''কলআউট'' প্রদর্শিত হৈছে | ||
|- | |- | ||
| − | || 11 | + | || 11:01 |
|| ৰেকটেংগুলাৰ ''কল আউটত''' ক্লিক কৰক | || ৰেকটেংগুলাৰ ''কল আউটত''' ক্লিক কৰক | ||
|- | |- | ||
| − | || 11 | + | || 11:04 |
|| কার্সাৰদাল পৃষ্ঠালৈ নিয়ক, মাউসৰ বাওফালৰ বোতাম টিপক অাৰু টানক | || কার্সাৰদাল পৃষ্ঠালৈ নিয়ক, মাউসৰ বাওফালৰ বোতাম টিপক অাৰু টানক | ||
|- | |- | ||
| − | || 11 | + | || 11:10 |
|| আপোনি এটি 'কল আউট' আকিছে | || আপোনি এটি 'কল আউট' আকিছে | ||
|- | |- | ||
| − | || 11 | + | || 11:12 |
|| আপোনি অন্যন্য বস্তুৰ বাবে কৰাৰ নিচিনা এটা কল আউটৰ ভিতৰত লেখা যোগ কৰিব পাৰিব | || আপোনি অন্যন্য বস্তুৰ বাবে কৰাৰ নিচিনা এটা কল আউটৰ ভিতৰত লেখা যোগ কৰিব পাৰিব | ||
|- | |- | ||
| − | || 11 | + | || 11:18 |
|| ডবল ক্লিক কৰক আৰু কল আউটৰ ভিতৰত লিখক “This is an example” | || ডবল ক্লিক কৰক আৰু কল আউটৰ ভিতৰত লিখক “This is an example” | ||
|- | |- | ||
| − | || 11 | + | || 11:25 |
|| ইয়াতেই LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল | || ইয়াতেই LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল | ||
|- | |- | ||
| − | || 11 | + | || 11:30 |
|| এই টিউটোৰিয়েলটিত আপোনি শিকিব কিভাবে: | || এই টিউটোৰিয়েলটিত আপোনি শিকিব কিভাবে: | ||
|- | |- | ||
| − | || 11 | + | || 11:33 |
|| অঙ্কনত লেখা যায় | || অঙ্কনত লেখা যায় | ||
|- | |- | ||
| − | || 11 | + | || 11:35 |
|| অঙ্কনত লেখাৰ সজ্জা | || অঙ্কনত লেখাৰ সজ্জা | ||
|- | |- | ||
| − | || 11 | + | || 11:38 |
|| টেক্সট বক্সৰ সৈতে কাম | || টেক্সট বক্সৰ সৈতে কাম | ||
|- | |- | ||
| − | || 11 | + | || 11:40 |
|| ইনদেন্টিং, স্পেসিং আৰু টেকস্ট এলাইন | || ইনদেন্টিং, স্পেসিং আৰু টেকস্ট এলাইন | ||
|- | |- | ||
| − | || 11 | + | || 11:44 |
|| লাইন আৰু এৰোবোৰলৈ লেখা যোগ কৰাৰ পদ্ধতি | || লাইন আৰু এৰোবোৰলৈ লেখা যোগ কৰাৰ পদ্ধতি | ||
|- | |- | ||
| − | || 11 | + | || 11:46 |
|| কলআউটসত লিখা | || কলআউটসত লিখা | ||
|- | |- | ||
| − | || 11 | + | || 11:50 |
|| এতিয়া আপোনাৰ বাবে এটি অনুশীলনী আছে | || এতিয়া আপোনাৰ বাবে এটি অনুশীলনী আছে | ||
|- | |- | ||
| − | || 11 | + | || 11:53 |
|| এটি নোট বোক লেবেল তৈয়াৰ কৰক আৰু এই স্লাইডত দেখোৱাৰ নিছিনা, এটি আমন্ত্রণপত্র তৈয়াৰ কৰক | || এটি নোট বোক লেবেল তৈয়াৰ কৰক আৰু এই স্লাইডত দেখোৱাৰ নিছিনা, এটি আমন্ত্রণপত্র তৈয়াৰ কৰক | ||
|- | |- | ||
| − | || 12 | + | || 12:00 |
|| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক | || spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক | ||
|- | |- | ||
| − | || 12 | + | || 12:03 |
|| কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | || কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | ||
|- | |- | ||
| − | || 12 | + | || 12:06 |
|| যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে | || যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে | ||
|- | |- | ||
| − | || 12 | + | || 12:11 |
|| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | || কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | ||
|- | |- | ||
| − | || 12 | + | || 12:13 |
|| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে | || কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে | ||
|- | |- | ||
| − | || 12 | + | || 12:17 |
|| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | || এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | ||
|- | |- | ||
| − | || 12 | + | || 12:20 |
|| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক | || অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক | ||
|- | |- | ||
| − | || 12 | + | || 12:27 |
||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ | ||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ | ||
|- | |- | ||
| − | || 12 | + | || 12:31 |
|| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | || ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||
|- | |- | ||
| − | || 12 | + | || 12:39 |
|| এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব | || এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব | ||
|- | |- | ||
| − | || 12 | + | || 12:50 |
||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ | ||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ | ||
} | } | ||
Revision as of 12:53, 13 August 2014
| Time | Narration |
| 00:01 | LibreOffice Drawত অঙ্কনসমূহত লেখা যোগ কৰাৰ উপৰত স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম. |
| 00:07 | এই টিউটোৰিয়েলটিত, আমি শিকিম কিভাবে: |
| 00:10 | অঙ্কনত text মানে লেখাৰ লগত কাম কৰা যায়. |
| 00:12 | অঙ্কনত লেখা ফৰ্মেত কৰা আৰু |
| 00:15 | টেক্সট বক্সৰ লগত কাম কৰা |
| 00:17 | আমি আৰু শিকিম: |
| 00:19 | indent সেত কৰা, space আৰু text align কৰা |
| 00:22 | ৰেখা আৰু এৰোবোৰত লেখা যোগ কৰা |
| 00:26 | 'কলআউটসত text বা লেখা বহোৱা |
| 00:29 | লেখা দুটি পদ্ধতিত যোগ কৰিব পাৰি: |
| 00:31 | ইয়াক আঁকা বস্তুত চিধাচিধি ভৰাব পাৰি |
| 00:35 | লাইন আৰু এৰো সহ |
| 00:37 | ইয়াক লেখকে এটি স্বাধীন আঁকাৰুপেও এটি টেক্সট বক্সত যোগ কৰিব পাৰি |
| 00:42 | ইয়াত আমি, |
| 00:44 | উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণৰ 3.3.4 ব্যবহাৰ কৰিছো. |
| 00:52 | ড্র ফাইল Water Cycle খুলু আৰু এইটোত কিছু লেখা যোগ কৰো |
| 00:57 | আমি সূর্যৰ পিচত থকা দুটি বগা মেঘলৈ “Cloud Formation” লেখাটি যোগ কৰিম |
| 01:04 | বগা মেঘৰ দলটিক নির্বাচন কৰক |
| 01:06 | দলত প্রবেশ কৰিবলৈ এইটোত ডবল ক্লিক কৰক |
| 01:10 | শীর্ষ মেঘটি নির্বাচন কৰক |
| 01:13 | এতিয়া অঙ্কন টুলবাৰ পৰাটেক্সট টুল নির্বাচন কৰো |
| 01:17 | আপোনি দেখিব পাৰিছেনে কার্সাৰটি এটি ছোটি জিলিথকা উল্লম্ব ৰেখাত ৰুপান্তৰিত হৈছে |
| 01:23 | এইটি টেক্সট কার্সাৰ হয় |
| 01:25 | লিখক “Cloud Formation” |
| 01:29 | এতিয়া পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক |
| 01:33 | অন্য বগা মেঘৰ বাবেও একেই লেখা লিখক |
| 01:37 | দলৰ পৰা প্রস্থান কৰিবলৈ, পাতৰ যিকোনো স্থানত ডবল ক্লিক কৰক |
| 01:42 | আমি এতিয়া তেনেদৰে সূর্যৰ নামকৰণ কৰো |
| 01:45 | বস্তুত লেখা যোগ কৰাত, ইয়াতকৈ সহজ নহব |
| 01:50 | পিছত, গ্ৰেৰঙৰ মেঘৰ দল নির্বাচন কৰো। |
| 01:53 | আগৰ মতে, দলটোক সোমাবলৈ ডবল ক্লিক কৰক |
| 01:57 | প্রতিটো মেঘত লিখক “Rain Cloud” |
| 02:02 | যিহেতু গ্ৰে মেঘত লেখা ৰঙ-ও কলা, সেইটি দেখা নাযায় |
| 02:07 | সেয়ে লেখাৰ ৰং বগালৈ পৰিবর্তন কৰো |
| 02:11 | লেখাটি নির্বাচন কৰো, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰো আৰু লিখক ক্যাৰেক্টাৰ |
| 02:17 | 'ক্যাৰেক্টাৰ' ডায়লগ বাক্স প্রদর্শিত হৈছে |
| 02:20 | “Font Effects” ট্যাব-ত ক্লিক কৰক |
| 02:23 | “Font color” ক্ষেত্রত, তললৈ স্ক্রোল কৰক আৰু 'হোয়াইট' নির্বাচন কৰক |
| 02:28 | OK ক্লিক কৰক |
| 02:30 | ফন্টৰ ৰ বগালৈ পৰিবর্তন হয় |
| 02:33 | একেই পদ্ধতিতে, দ্বিতীয় মেঘৰ লেখাৰ ৰং পৰিবর্তন কৰা যাওক |
| 02:38 | লেখাটি নির্বাচন কৰক আৰু সো ক্লিক কৰি তাৰ পিছত নির্বাচন কৰক ক্যাৰেক্টাৰ |
| 02:43 | “Font color”ত নির্বাচন কৰক "হোয়াইট" |
| 02:46 | দলৰ পৰা প্রস্থান কৰিবলৈ পাতত যিকোনো স্থানত ডবল ক্লিক কৰক |
| 02:50 | একেইভাবে, যত ত্রিভুজটিয়ে পর্বত দেখাইছে, তাতে “Mountain” শব্দটি লিখক |
| 02:58 | আপোনি লেখাৰ সজ্জা পৰিবর্তন কৰিব পাৰিব |
| 02:59 | যি Character, ফন্টৰ স্টাইল পৰিবর্তন কৰে আৰু ফন্টৰলৈ স্পেশিয়েল এফেক্ট দিয়ে |
| 03:05 | আপোনি পেৰেগ্ৰাফৰ বাবেও লেখা ফৰম্যাট কৰিব পাৰে যি align text হয়, indent চেত কৰা বা স্পেচিঙ , ফাঁক, আৰু ট্যাবৰ অবস্থান নির্দিষ্ট কৰা |
| 03:13 | আপোনি এই ডায়লগ বাক্সটি ব্যবহাৰ কৰিব পাৰে |
| 03:16 | 'কনটেক্সট মেনুৰ পৰা অথবা |
| 03:18 | প্রধান মেনুৰ পৰা |
| 03:21 | প্রধান মেনুৰ পৰা character ডায়লগ বাক্সত যাবলৈ , 'ফৰমেট' নির্বাচন কৰক আৰু ক্যাৰেক্টাৰ নির্বাচন কৰক |
| 03:28 | প্রধান মেনুৰ পৰা paragraph ডায়লগ বাক্সত যাওক , 'ফৰমেট' নির্বাচন কৰক আৰু প্যাৰাগ্রাফ নির্বাচন কৰক |
| 03:36 | ৰেকটেন্ঙলত, পানি জমা হোৱা জাগাখন দেখাবলৈ এটি ঘন কলা ৰেখা আঁকা যাওক |
| 03:43 | অঙ্কন টুল বাৰ পৰা "লাইন" নির্বাচন কৰক |
| 03:46 | কার্সাৰ দাল পাঠটোলৈ নিয়ক, মাউসৰ বাও বোতাম টিপক আৰু বাও পৰা সো লৈ টানি আনক |
| 03:54 | এটি হৰিজনটেল ৰেখা আঁকক যিয়ে ইয়াক দুটি সমান ভাগত ভাগ কৰিব |
| 04:01 | স্থলখন দোই ভাগত বিভক্ত হৈ গৈছে |
| 04:04 | এতিয়া, line wider বনোৱা যাওক |
| 04:07 | লাইন নির্বাচন কৰক আৰু কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক |
| 04:11 | "লাইন" ক্লিক কৰক, "লাইন" ডায়লগ বাক্স প্রদর্শিত হৈছে |
| 04:16 | "স্টাইল"ৰ ক্ষেত্রত, ড্রপ ডাউন বক্স ক্লিক কৰক |
| 04:20 | “Ultrafine 2 dots 3 dashes” নির্বাচন কৰক |
| 04:24 | প্রস্থ ক্ষেত্রত মান লিখক '70' |
| 04:29 | OK ক্লিক কৰক |
| 04:31 | আমি এই লাইনটি বহলোৱাই দিয়ো |
| 04:34 | ৰেকটেন্ঙলৰ ভিতৰত “Ground water table” লেখাটি যোগ কৰো |
| 04:39 | প্রথমে, টেক্সট" টুল নির্বাচন কৰক |
| 04:42 | অঙ্কন টুলবাৰত এইটো হল capital “T” বিকল্প |
| 04:46 | অঙ্কন পৃষ্ঠালৈ যাওক |
| 04:49 | এতিয়া এই কার্সাৰটি কেপিটেল I ৰ সৈতে তলৰফালে এটি যোগ চিনহলৈ ৰুপান্তৰিত হৈ গৈছে |
| 04:55 | ৰেকটেন্ঙলৰ ভিতৰত ক্লিক কৰক |
| 04:57 | এটি টেক্সট বক্স প্রদর্শিত হৈছে |
| 05:01 | ইয়াত, লিখক “Ground water table |
| 05:05 | টেক্সট বাক্সৰ কেন্দ্রলৈ লেখাখিনি ৰাখিবৰ বাবে, টেক্সট বক্সৰ ভিতৰত কার্সাৰ ৰখক |
| 05:12 | উপৰৰ স্ট্যান্ডার্ড টুলবাৰত “Centered” আইকনৰ উপৰত ক্লিক কৰক |
| 05:19 | এই একেই পদ্ধতিত |
| 05:22 | ত্রিভুজত “Rain water flows from land into rivers and sea” এই লেখাটি যোগ কৰক |
| 05:30 | এই টিউটোৰিয়েলটি অনুশীলনটোৰ বাবে কিছুক্ষণৰবাবে বন্ধ কৰক |
| 05:33 | এটি বর্গক্ষেত্র আঁকক |
| 05:35 | লিখক “This is a square |
| 05:38 | A square has four equal sides and four equal angles. Each angle in a square is ninety degrees |
| 05:46 | The square is a quadrilateral” |
| 05:50 | টেক্সট ডায়লগ বাক্সত বিকল্পবোৰ ব্যবহাৰ কৰি এই লেখাটিক সাজক |
| 05:54 | লেখা খিনিত ফন্ট, আকাৰ, স্টাইল আৰু এলাইনমেন্ট বিকল্প ব্যবহাৰ কৰক |
| 06:00 | এতিয়া এই ছবিটিত এৰোবোৰ ভালকে ৰাখক |
| 06:03 | এই এৰোচিহ্নবোৰে মাটিৰ পৰা পানীৰ বাষ্পীকৰণ, গাছপাত অাৰু পানীৰ আধাৰপৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰণ |
| 06:12 | বাওফালৰ এৰোটো নির্বাচন কৰা যাওক |
| 06:14 | এতিয়া ক্লিক কৰক আৰু পর্বতৰ ফালে টানক |
| 06:18 | এটা মিদ্দিল এৰো নির্বাচন কৰক |
| 06:21 | এতিয়া ক্লিক কৰক আৰু গছৰ ফালে টানি আনক |
| 06:25 | তৃতীয় এৰোৱে পানীৰ পৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰন দেখাব |
| 06:31 | এতিয়া 'curve (কার্ভ)' বিকল্প ব্যবহাৰ কৰি এটি ৰেখা আঁকো যিয়ে পর্বতৰ পৰা পানী তললৈ বৈ থকা দেখাব |
| 06:37 | অঙ্কন টুলবাৰ পৰা "কার্ভ"ৰ উপৰত ক্লিক কৰক আৰু 'Freeform লাইন' নির্বাচন কৰক |
| 06:43 | ড্র পৃষ্ঠাত কার্সাৰক পর্বতৰ পিছত ৰাখক |
| 06:47 | বাও ফালৰ মাউসৰ বোতাম টিপক আৰু তললৈ টানক |
| 06:51 | আপোনি এটি বক্র ৰেখা অাকিছে |
| 06:53 | এতিয়া প্রতিটো এৰোচিহ্নৰ বিবৰণ যোগ কৰা যাওক |
| 06:58 | সো ফালৰ লৈ প্রথম এৰো নির্বাচন কৰক আৰু লিখুক- “Evaporation from rivers and seas” |
| 07:06 | পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক |
| 07:08 | লেখাখিনি লাইনৰ উপৰত প্রদর্শিত হৈছে |
| 07:12 | লক্ষ্য কৰক যে, লেখাখিনি ঠিক লাইনৰ উপৰত বহোৱা হৈছে আৰু সেয়ে ই স্পষ্ট নহয় |
| 07:18 | লেখাখিনি ৰেখাৰ উপৰলৈ নিবলৈ বাবে লাইনত ক্লিক কৰক |
| 07:22 | লেখাখিনি অনুভূমিকভাবে স্থাপন কৰক |
| 07:25 | কার্সাৰ দাল লেখাখিনিৰ শেষৰ লৈ বহোৱাওক আৰু এন্টাৰ" কী টিপক |
| 07:30 | পৃষ্ঠাত ক্লিক কৰক |
| 07:32 | লেখাখিনি এলাইন হৈছে |
| 07:35 | কনটেক্সট মেনুৰ পৰা বিকল্পবোৰ ব্যবহাৰ কৰি লাইন আৰু এৰোচিহ্নৰ ওপৰত টাইপ কৰা লেখাবোৰ সজ্জা কৰিবও পাৰে |
| 07:41 | কনটেক্সট মেনু ব্যবহাৰ কৰি ফন্টৰ আকাৰ পৰিবর্তন কৰা যাওক |
| 07:45 | লেখাখিনিত ক্লিক কৰক |
| 07:47 | “Evaporation from rivers and seas” |
| 07:50 | টেক্সট খিনি এতিয়া অনুভূমিক হয়। |
| 07:53 | লেখাখিনিক নির্বাচন কৰো আৰু কনটেক্সট মেনু দেখিবলৈ সো ক্লিক কৰো |
| 07:58 | Size নির্বাচন কৰক আৰু ক্লিক কৰক ২২ |
| 08:02 | ফন্টৰ আকাৰ পৰিবর্তিত হৈছে |
| 08:05 | এতিয়া, অন্যান্য সকলো এৰোচিহ্নৰ বাবে নিম্নলিখিত টেক্সট খিনি লিখক |
| 08:09 | Evaporation from soil |
| 08:12 | Evaporation from vegetation |
| 08:17 | Run off water from the mountains |
| 08:22 | এতিয়া গ্ৰে মেঘৰ পৰা বৰষুন পৰা দেখোৱাম |
| 08:26 | বৰষুন চাবলৈ, বিন্দুযুক্ত এৰো আঁকো, যিয়ে মেঘৰ পৰা তললৈ অহা দেখোৱাব |
| 08:32 | অঙ্কন টুলবাৰ পৰা Line Ends with Arrow নির্বাচন কৰক |
| 08:37 | তাৰপিছত কার্সাৰটি বাও ফালৰ প্রথম গ্ৰে মেঘত ৰাখক |
| 08:42 | মাউসৰ বাও বোতাম টিপক অাৰু ইয়াক তললৈ তানক |
| 08:46 | কনটেক্সট মেনুৰ পৰা সো ক্লিক কৰক আৰু 'লাইন' ক্লিক কৰক |
| 08:50 | 'লাইন' ডায়লগ বাক্স প্রদর্শিত হৈছে |
| 08:53 | 'স্টাইল' ড্রপ ডাউন তালিকাযত ক্লিক কৰক আৰু নির্বাচন কৰক |
| 08:56 | 2 বিন্দু আৰু 1 ড্যাশ |
| 08:58 | ক্লিক কৰক 'OK ' . |
| 09:00 | আমি এটি বিন্দুযুক্ত এৰো টানিছো |
| 09:02 | এই মেঘৰ বাবে আৰু দুটি এৰোচিহ্নক কপি আৰু পেস্ট কৰো |
| 09:06 | এতিয়া অন্য মেঘৰ বাবে কপি আৰু পেস্ট কৰি দুটি এৰোচিহ্নক আঁকক |
| 09:12 | এতিয়া বিন্দুযুক্ত এৰোচিহ্নলৈ rain টেক্সটো যোগ কৰো |
| 09:21 | "Water" অবকেক্টৰ ঠিক উপৰত টেক্সট বক্সত টেক্সটখিনি “Evaporation to form the clouds” বোলি যোগ কৰা যাওক |
| 09:28 | অঙ্কন টুলবাৰ পৰা, টেক্সট টুল নির্বাচন কৰক আৰু দেখোৱাৰ দৰে এটি টেক্সট বক্স আঁকক |
| 09:35 | ইয়াৰ ভিতৰত লিখক “Evaporation to form the clouds” |
| 09:41 | অঙ্কন টুলবাৰ পৰা"টেক্সট টুল" নির্বাচন কৰক |
| 09:44 | আৰু গ্ৰে মেঘৰ পিছলৈ এটি টেক্সট বক্স আঁকক |
| 09:48 | ইয়াৰ ভিতৰত লিখক 'condensation to form rain' |
| 09:53 | প্রথমে টেক্সট বক্সৰ সীমাত ক্লিক কৰি টেক্সট বক্সটো লৈ যাওক |
| 09:57 | এতিয়া ইয়াক ধৰি ৰাখি পছন্দ স্থানত টানি নিয়ক |
| 10:02 | পূর্ববর্তী পদক্ষেপবোৰ অনুসৰণ কৰি, এটি টাইটল মানে শিৰোনাম WaterCycle Diagram” বোলি দিয়া যাওক |
| 10:07 | টেক্সট বক্স ব্যবহাৰ কৰি আৰু লেখাখিনি বোল্ড কৰো |
| 10:16 | আমি Water Cycle ছবিটি আঁকা সম্পন্ন হৈছে |
| 10:20 | এতিয়া, কলআউটস সম্পর্কে জানা যাওক |
| 10:22 | কলআউটস কি ? |
| 10:24 | এইবোৰ হল বিশেষ টেক্সট বক্স যি ড্র পৃষ্ঠাত আপোনাৰ মনোযোগ আকর্ষণ কৰে বা |
| 10:29 | এটি বস্তুলৈ বা এটি বিন্দুলৈ দেখোৱাই |
| 10:33 | উদাহৰণস্বৰুপে, অধিকাংশ কমিক বুকত। |
| 10:36 | 'কলআউটস' ৰ ভিতৰত টেকস্ট থাকে |
| 10:39 | ড্র ফাইলটোলৈ এটি নতুন পাত যোগ কৰা যাওক |
| 10:42 | প্রধান মেনু পৰা 'Insert' নির্বাচন কৰক আৰু ক্লিক কৰক 'Slide' |
| 10:47 | এটি নতুন পাত যুক্ত হৈছে |
| 10:50 | এটি 'কল আউট' আঁকাৰ বাবে, 'অঙ্কন' টুলবাৰলৈ যাওক |
| 10:54 | 'কল আউট' আইকনৰ পিছত সৰু কলা ত্রিভুজত ক্লিক কৰক |
| 10:59 | বিভিন্ন কলআউট প্রদর্শিত হৈছে |
| 11:01 | ৰেকটেংগুলাৰ কল আউটত' ক্লিক কৰক |
| 11:04 | কার্সাৰদাল পৃষ্ঠালৈ নিয়ক, মাউসৰ বাওফালৰ বোতাম টিপক অাৰু টানক |
| 11:10 | আপোনি এটি 'কল আউট' আকিছে |
| 11:12 | আপোনি অন্যন্য বস্তুৰ বাবে কৰাৰ নিচিনা এটা কল আউটৰ ভিতৰত লেখা যোগ কৰিব পাৰিব |
| 11:18 | ডবল ক্লিক কৰক আৰু কল আউটৰ ভিতৰত লিখক “This is an example” |
| 11:25 | ইয়াতেই LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল |
| 11:30 | এই টিউটোৰিয়েলটিত আপোনি শিকিব কিভাবে: |
| 11:33 | অঙ্কনত লেখা যায় |
| 11:35 | অঙ্কনত লেখাৰ সজ্জা |
| 11:38 | টেক্সট বক্সৰ সৈতে কাম |
| 11:40 | ইনদেন্টিং, স্পেসিং আৰু টেকস্ট এলাইন |
| 11:44 | লাইন আৰু এৰোবোৰলৈ লেখা যোগ কৰাৰ পদ্ধতি |
| 11:46 | কলআউটসত লিখা |
| 11:50 | এতিয়া আপোনাৰ বাবে এটি অনুশীলনী আছে |
| 11:53 | এটি নোট বোক লেবেল তৈয়াৰ কৰক আৰু এই স্লাইডত দেখোৱাৰ নিছিনা, এটি আমন্ত্রণপত্র তৈয়াৰ কৰক |
| 12:00 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক |
| 12:03 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 12:06 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে |
| 12:11 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
| 12:13 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে |
| 12:17 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
| 12:20 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক |
| 12:27 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ |
| 12:31 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 12:39 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব |
| 12:50 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ
|