Difference between revisions of "LibreOffice Suite Base/C2/Modify-a-simple-form/Assamese"
From Script | Spoken-Tutorial
Line 1: | Line 1: | ||
+ | |||
{| style="border-spacing:0;" | {| style="border-spacing:0;" | ||
| style="background-color:#ffffff;border-top:0.05pt solid #000000;border-bottom:0.05pt solid #000000;border-left:0.05pt solid #000000;border-right:none;padding-top:0.049cm;padding-bottom:0.049cm;padding-left:0.049cm;padding-right:0cm;"| <center>'''Visual Cues'''</center> | | style="background-color:#ffffff;border-top:0.05pt solid #000000;border-bottom:0.05pt solid #000000;border-left:0.05pt solid #000000;border-right:none;padding-top:0.049cm;padding-bottom:0.049cm;padding-left:0.049cm;padding-right:0cm;"| <center>'''Visual Cues'''</center> | ||
| style="background-color:#ffffff;border:0.05pt solid #000000;padding:0.049cm;"| <center>'''Narration'''</center> | | style="background-color:#ffffff;border:0.05pt solid #000000;padding:0.049cm;"| <center>'''Narration'''</center> | ||
− | + | |- | |
+ | | style="border-top:0.05pt solid #000000;border-bottom:0.05pt solid #000000;border-left:0.05pt solid #000000;border-right:none;padding-top:0.191cm;padding-bottom:0.191cm;padding-left:0.191cm;padding-right:0cm;"| | ||
+ | | style="border:0.05pt solid #000000;padding:0.191cm;"| | ||
|- | |- | ||
Line 9: | Line 12: | ||
| style="background-color:#ffffff;border:0.05pt solid #000000;padding:0.049cm;"| লিবাৰ অফিচ বেছৰ উপৰত এই স্প’কেন টিউট’ৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ| | | style="background-color:#ffffff;border:0.05pt solid #000000;padding:0.049cm;"| লিবাৰ অফিচ বেছৰ উপৰত এই স্প’কেন টিউট’ৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ| | ||
− | + | |- | |
+ | | style="border-top:0.05pt solid #000000;border-bottom:0.05pt solid #000000;border-left:0.05pt solid #000000;border-right:none;padding-top:0.191cm;padding-bottom:0.191cm;padding-left:0.191cm;padding-right:0cm;"| | ||
+ | | style="border:0.05pt solid #000000;padding:0.191cm;"| | ||
|- | |- | ||
Line 15: | Line 20: | ||
| style="background-color:#ffffff;border:0.05pt solid #000000;padding:0.049cm;"| এই টিউটৰিয়েলত আমি ফৰ্ম এখন ম’ডিফাই কৰাত, আমি ফৰ্মত ডেটা ভৰোৱা, ফৰ্ম এখন ম’ডিফাই কৰা শিকিম| | | style="background-color:#ffffff;border:0.05pt solid #000000;padding:0.049cm;"| এই টিউটৰিয়েলত আমি ফৰ্ম এখন ম’ডিফাই কৰাত, আমি ফৰ্মত ডেটা ভৰোৱা, ফৰ্ম এখন ম’ডিফাই কৰা শিকিম| | ||
+ | |- | ||
+ | | style="border-top:0.05pt solid #000000;border-bottom:0.05pt solid #000000;border-left:0.05pt solid #000000;border-right:none;padding-top:0.191cm;padding-bottom:0.191cm;padding-left:0.191cm;padding-right:0cm;"| | ||
+ | | style="border:0.05pt solid #000000;padding:0.191cm;"| | ||
|- | |- | ||
Line 20: | Line 28: | ||
| style="background-color:#ffffff;border:0.05pt solid #000000;padding:0.049cm;"| পূর্ব টিউট’ৰিয়েলত, আমি লিবাৰ অফিচ বেইছ ব্যৱহাৰ কৰি এখন ফৰ্ম তৈয়াৰ কৰা শিকিলো| | | style="background-color:#ffffff;border:0.05pt solid #000000;padding:0.049cm;"| পূর্ব টিউট’ৰিয়েলত, আমি লিবাৰ অফিচ বেইছ ব্যৱহাৰ কৰি এখন ফৰ্ম তৈয়াৰ কৰা শিকিলো| | ||
− | + | |- | |
+ | | style="border-top:0.05pt solid #000000;border-bottom:0.05pt solid #000000;border-left:0.05pt solid #000000;border-right:none;padding-top:0.191cm;padding-bottom:0.191cm;padding-left:0.191cm;padding-right:0cm;"| | ||
+ | | style="border:0.05pt solid #000000;padding:0.191cm;"| | ||
|- | |- | ||
| style="background-color:#ffffff;border-top:0.05pt solid #000000;border-bottom:0.05pt solid #000000;border-left:0.05pt solid #000000;border-right:none;padding-top:0.049cm;padding-bottom:0.049cm;padding-left:0.049cm;padding-right:0cm;"| 00:22 | | style="background-color:#ffffff;border-top:0.05pt solid #000000;border-bottom:0.05pt solid #000000;border-left:0.05pt solid #000000;border-right:none;padding-top:0.049cm;padding-bottom:0.049cm;padding-left:0.049cm;padding-right:0cm;"| 00:22 | ||
| style="background-color:#ffffff;border:0.05pt solid #000000;padding:0.049cm;"| আমি উদাহৰণ হিচাপে বনাই থোৱা আমাৰ লাইব্ৰেৰী ডেটাবেইছখনত আমি এখন সৰল বুকচ ডেটা এন্ট্ৰি ফৰ্ম তৈয়াৰ কৰিলো| | | style="background-color:#ffffff;border:0.05pt solid #000000;padding:0.049cm;"| আমি উদাহৰণ হিচাপে বনাই থোৱা আমাৰ লাইব্ৰেৰী ডেটাবেইছখনত আমি এখন সৰল বুকচ ডেটা এন্ট্ৰি ফৰ্ম তৈয়াৰ কৰিলো| | ||
− | |||
Line 32: | Line 41: | ||
| style="background-color:#ffffff;border:0.05pt solid #000000;padding:0.049cm;"| এই ফৰ্মখন ব্যৱহাৰ কৰি আমি বুকচ টেবোলত কেনেকৈ ডেটা ভৰাও চাও আহক| | | style="background-color:#ffffff;border:0.05pt solid #000000;padding:0.049cm;"| এই ফৰ্মখন ব্যৱহাৰ কৰি আমি বুকচ টেবোলত কেনেকৈ ডেটা ভৰাও চাও আহক| | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 40: | Line 47: | ||
| style="background-color:#ffffff;border:0.05pt solid #000000;padding:0.049cm;"| প্ৰথমে আমি লিবাৰ অফিচ বেইছ প্ৰগ্ৰামটো খোলো আহক, যদি ই ইতিমধ্যে খোলা হোৱা নাই| | | style="background-color:#ffffff;border:0.05pt solid #000000;padding:0.049cm;"| প্ৰথমে আমি লিবাৰ অফিচ বেইছ প্ৰগ্ৰামটো খোলো আহক, যদি ই ইতিমধ্যে খোলা হোৱা নাই| | ||
− | |||
− | |||
− | |||
|- | |- | ||
Line 48: | Line 52: | ||
| style="background-color:#ffffff;border:0.05pt solid #000000;padding:0.049cm;"| আৰু আমাৰ লাইব্ৰেৰী ডেটাবেইছটো খোলক| | | style="background-color:#ffffff;border:0.05pt solid #000000;padding:0.049cm;"| আৰু আমাৰ লাইব্ৰেৰী ডেটাবেইছটো খোলক| | ||
− | |||
− | |||
− | |||
|- | |- | ||
| style="background-color:#ffffff;border-top:0.05pt solid #000000;border-bottom:0.05pt solid #000000;border-left:0.05pt solid #000000;border-right:none;padding-top:0.049cm;padding-bottom:0.049cm;padding-left:0.049cm;padding-right:0cm;"| 00:52 | | style="background-color:#ffffff;border-top:0.05pt solid #000000;border-bottom:0.05pt solid #000000;border-left:0.05pt solid #000000;border-right:none;padding-top:0.049cm;padding-bottom:0.049cm;padding-left:0.049cm;padding-right:0cm;"| 00:52 | ||
| style="background-color:#ffffff;border:0.05pt solid #000000;padding:0.049cm;"| যদি বেইছ ইতিমধ্যে খোলা হৈ আছে তেন্তে আমি ফাইল মেন্যুত থকা অপেনত ক্লিক কৰি লাইব্ৰেৰী ডেটাবেইছটো খোলিব পাৰো| | | style="background-color:#ffffff;border:0.05pt solid #000000;padding:0.049cm;"| যদি বেইছ ইতিমধ্যে খোলা হৈ আছে তেন্তে আমি ফাইল মেন্যুত থকা অপেনত ক্লিক কৰি লাইব্ৰেৰী ডেটাবেইছটো খোলিব পাৰো| | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 64: | Line 62: | ||
| style="background-color:#ffffff;border:0.05pt solid #000000;padding:0.049cm;"| বা ফাইল মেন্যুত থকা ৰিচেন্ট ডুকুমেন্টত ক্লিক কৰিও খোলিব পাৰো| | | style="background-color:#ffffff;border:0.05pt solid #000000;padding:0.049cm;"| বা ফাইল মেন্যুত থকা ৰিচেন্ট ডুকুমেন্টত ক্লিক কৰিও খোলিব পাৰো| | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 72: | Line 68: | ||
| style="background-color:#ffffff;border:0.05pt solid #000000;padding:0.049cm;"| এতিয়া আমি লাইব্ৰেৰী ডেটাবেইছত আছো| | | style="background-color:#ffffff;border:0.05pt solid #000000;padding:0.049cm;"| এতিয়া আমি লাইব্ৰেৰী ডেটাবেইছত আছো| | ||
− | |||
− | |||
− | |||
|- | |- | ||
Line 80: | Line 73: | ||
| style="background-color:#ffffff;border:0.05pt solid #000000;padding:0.049cm;"| আহক আমি বাও পেনেলত ডেটাবেইছ লিষ্টত থকা ফৰ্মচ আইকনত ক্লিক কৰো| | | style="background-color:#ffffff;border:0.05pt solid #000000;padding:0.049cm;"| আহক আমি বাও পেনেলত ডেটাবেইছ লিষ্টত থকা ফৰ্মচ আইকনত ক্লিক কৰো| | ||
− | |||
− | |||
− | |||
|- | |- | ||
Line 88: | Line 78: | ||
| style="background-color:#ffffff;border:0.05pt solid #000000;padding:0.049cm;"| লক্ষয় কৰক যে এই ৱিণ্ড’খনৰ কেন্দ্ৰত ফৰ্মৰ অধীনত থকা "Books Data entry form" হাইলাইট হৈছে| | | style="background-color:#ffffff;border:0.05pt solid #000000;padding:0.049cm;"| লক্ষয় কৰক যে এই ৱিণ্ড’খনৰ কেন্দ্ৰত ফৰ্মৰ অধীনত থকা "Books Data entry form" হাইলাইট হৈছে| | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- |
Revision as of 17:03, 12 August 2014
|
|
00:00 | লিবাৰ অফিচ বেছৰ উপৰত এই স্প’কেন টিউট’ৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ| |
00:04 | এই টিউটৰিয়েলত আমি ফৰ্ম এখন ম’ডিফাই কৰাত, আমি ফৰ্মত ডেটা ভৰোৱা, ফৰ্ম এখন ম’ডিফাই কৰা শিকিম| |
00:14 | পূর্ব টিউট’ৰিয়েলত, আমি লিবাৰ অফিচ বেইছ ব্যৱহাৰ কৰি এখন ফৰ্ম তৈয়াৰ কৰা শিকিলো| |
00:22 | আমি উদাহৰণ হিচাপে বনাই থোৱা আমাৰ লাইব্ৰেৰী ডেটাবেইছখনত আমি এখন সৰল বুকচ ডেটা এন্ট্ৰি ফৰ্ম তৈয়াৰ কৰিলো|
|
00:29 | এই ফৰ্মখন ব্যৱহাৰ কৰি আমি বুকচ টেবোলত কেনেকৈ ডেটা ভৰাও চাও আহক|
|
00:39 | প্ৰথমে আমি লিবাৰ অফিচ বেইছ প্ৰগ্ৰামটো খোলো আহক, যদি ই ইতিমধ্যে খোলা হোৱা নাই|
|
00:48 | আৰু আমাৰ লাইব্ৰেৰী ডেটাবেইছটো খোলক|
|
00:52 | যদি বেইছ ইতিমধ্যে খোলা হৈ আছে তেন্তে আমি ফাইল মেন্যুত থকা অপেনত ক্লিক কৰি লাইব্ৰেৰী ডেটাবেইছটো খোলিব পাৰো|
|
01:03 | বা ফাইল মেন্যুত থকা ৰিচেন্ট ডুকুমেন্টত ক্লিক কৰিও খোলিব পাৰো|
|
01:08 | এতিয়া আমি লাইব্ৰেৰী ডেটাবেইছত আছো|
|
01:12 | আহক আমি বাও পেনেলত ডেটাবেইছ লিষ্টত থকা ফৰ্মচ আইকনত ক্লিক কৰো|
|
01:18 | লক্ষয় কৰক যে এই ৱিণ্ড’খনৰ কেন্দ্ৰত ফৰ্মৰ অধীনত থকা "Books Data entry form" হাইলাইট হৈছে|
|
01:28 | ফৰ্ম নেইমত ৰাইট ক্লিক কৰক আৰু অপেনত ক্লিক কৰক| |
01:33 | এতিয়া, আমি বুকচ টেবোলৰ ফিল্ডৰ অনুৰুপ এখন ব্লো বেকগ্ৰাউণ্ডেৰে লেবেল আৰু টেক্সট বক্সৰ সৈতে নতুন ৱিণ্ড এখন দেখা পাও |
01:46 | আহক আমি প্ৰতিটো ফিল্ডলৈ যাবলৈ টেব কীটোত ক্লিক কৰো, আৰু আমি অন্তিম ফিল্ডটো পোৱাত বেইছে পৰৱৰ্তী ৰেক’ৰ্ডটো খোলে| |
01:56 | এই ধৰণে আমি ৰেক’ৰ্ড বোৰৰ মাজত বিচৰণ কৰিব পাৰো| |
02:00 | বা আমি ৰেক’ৰ্ডবোৰৰ মাজত নেভীগেইট কৰিবলৈ বটম টুলবাৰত থকা ক'লা ট্ৰায়াংগল আইকনটোও ব্যৱহাৰ কৰিব পাৰো| |
02:10 | নহবা, এটা নিৰ্দিষ্ট ৰেক’ৰ্ডলৈ যাবলৈ, বটম টুলবাৰত ৰেক’ৰ্ড নাম্বাৰটো টাইপ কৰক আৰু এন্টাৰ কী বা টেব কী দবাওক| |
02:23 | আহক আমি অন্তিম ৰেক’ৰ্ডলৈ যাওঁ যিটো হৈছে পঞ্চমটো ৰেক’ৰ্ড| |
02:28 | এতিয়া আমি এটা নতুন ৰেক’ৰ্ড যোগ কৰো| |
02:34 | এইটো কৰিবলৈ নিউ ৰেক’ৰ্ড আইকণত ক্লিক কৰো, সেইটো বটম টুলবাৰত লাষ্ট ৰেক’ৰ্ড আইকনৰ সোঁফালে থকা দ্বিতীয়টো আইকন| |
02:46 | মন কৰক যে আমি খালি টেক্সট বক্স দেখিম আৰু বটমত (তলত)ৰেক’ৰ্ড নাম্বাৰটোৱে 6 দেখাইছে | |
02:55 | এতিয়া আমি নতুন বুকৰ বিষয়ক তথ্যসহ নতুন ৰেক’ৰ্ড যোগ কৰিবলৈ সাজো হয়| |
03:03 | আমি টাইটল টেক্সট বক্সত টাইপ কৰো “ 'Paradise Lost'” আৰু পিছৰ ফিল্ডলৈ নেভীগেইট কৰিবলৈ টেব কী ব্যৱহাৰ কৰিম| |
03:16 | আহক আমি অথৰৰ(author) বিপৰীতে 'John Milton' টাইপ কৰো| |
03:23 | পাব্লিশ্ব ইয়েৰৰ বিপৰীতে '1975' লিখক |
03:28 | পাব্লিশ্বাৰৰ বিপৰীতে Oxford |
03:31 | আৰু 200 প্ৰাইচৰ বিপৰীতে| |
03:36 | তাত, বুকচ ডেটা এন্ট্ৰি ফৰ্ম ব্যৱহাৰ কৰি আমি এইয়া বুকচ টেবোলত এটা নিউ ৰেক’ৰ্ড প্রবেশ কৰালো| |
03:46 | আমি এতিয়া এই ৱিণ্ড’খন বন্ধ কৰিম| |
03:48 | আমি এই ধৰণে আৰু অধিক ৰেক’ৰ্ড বা ডেটা যোগ কৰিব পাৰিম| |
03:53 | |
03:53 | আমি অলপতে যোগ কৰা অন্তিম ৰেক’ৰ্ডটো বুকচ টেবোলখনত বেইছে আপডেইট কৰিলেনে নাই চাও| |
04:02 | এইটোৰ বাবে, লিবাৰ অফিচ বেইছৰ মুখ্য ৱিণ্ড’খনৰ সো পেনেলত থকা বুকচ টেইবলত ডাবল ক্লিক কৰো | |
04:12 | ফৰ্মখনৰ যোগেৰে অামি ভৰোৱা নতুন ৰেক’ৰ্ডটো ইয়াত লক্ষয় কৰক| |
04:18 | ঠিক অাছে, আমি এতিয়া এই ৱিণ্ড’খন বন্ধ কৰিম| |
04:22 | ইয়াৰ পিছত, আমি শিকো আমাৰ ফৰ্মখনত কেনেকৈ কিছুমান সৰল ম’ডিফিকেশ্যন কৰিব পাৰি| |
04:30 | আমি বাওঁ পেনেলত থকা ডেটাবেইছ লিষ্টত থকা ফৰ্মচ আইকনত ক্লিক কৰিম| |
04:37 | আৰু ম’ডিফাই কৰিবলৈ “ 'Books Data Entry form'”খনত ৰাইট ক্লিক কৰি আৰু তাৰ পিছত “edit” বাচি খোলক| |
04:48 | এখন পৰিচিত ৱিণ্ড এতিয়া খোলে| |
04:51 | যদিহে আপুনি “title” লেবেলত ক্লিক নকৰে, তেনেহলে আপুনি বহুতো সৰু সেউজীয়া বক্স দেখিবলৈ পাব যিবিলাকে লেবেল আৰু টেক্সট বক্সক আৱৰি ৰাখে| |
05:03 | ইয়াৰ অৰ্থ এয়ে যে আমি এতিয়া ফৰ্ম ডিজাইন ৱিণ্ড’ত আছো| |
05:08 | আৰু আমি ফৰ্মখনৰ ৰূপ সজ্জা আৰু ইয়াৰ এলিমেন্ট আৰু ফাংকশ্যনেলিটিও ম’ডিফাই কৰিব পাৰিম| |
05:17 | উদাহৰন হিচাবে, আমি লেবেল আৰু টেক্সট বক্সবোৰৰ স্হান আৰু আকাৰ সলনি কৰিব পাৰো |
05:25 | এইবিলাকক প্ৰপাৰ্টিজও বোলা হয়| |
05:28 | লেবেল টাইটলত ডাবল ক্লিক কৰক| |
05:32 | ই প্ৰপাৰ্টিজ নামৰ সৰু পপ আপ ৱিণ্ড’ এখন খুলিব| |
05:38 | ইয়াত বিভিন্ন এলিমেন্টবোৰ মন কৰক| |
05:48 | এতিয়া আমি “author” লেবেলত ক্লিক কৰো, মন কৰক যে প্ৰপাৰ্টিজ ৱিণ্ড’খন ৰিফ্ৰেশ্ব হৈছে আৰু ই অথৰ লেবেলৰ প্ৰপাৰ্টিজবোৰ দেখাইছে| |
06:01 | |
06:02 | সেয়ে, যেতিয়াই আমি ফৰ্ম খনত বিভিন্ন এলিমেন্টবোৰত ক্লিক কৰিম, আমি দেখো যে প্ৰপাৰ্টিজ ৱিণ্ড’খন ৰিফ্ৰেশ্ব হৈছে আৰু ই ছিলেক্ট হোৱা এলিমেন্টবোৰৰ প্ৰপাৰ্টিজবোৰ দেখাইছে| |
06:14 | এতিয়া প্ৰপাৰ্টিজ ৱিণ্ড’ টাইটল Properties:MultiSelection হিচাপে দেখা গৈছে| |
06:21 | ইয়াৰ কাৰণ, আমি দেখো যে অথৰ লেবেল আৰু ইয়াৰ কাষত থকা টেক্সট বক্স সেউজীয়া বক্সৰ চেটৰ মাজত আৱদ্ধ হৈ আছে| |
06:34 | বেইছে স্বয়ংক্ৰিয়ভাৱে লেবেলবিলাক আৰু ফৰ্মত থকা সিহঁতৰ সংলগ্ন টেক্সট বক্সবিলাকক গ্ৰুপ কৰি পেলাইছে| আমি সেইবিলাকক আনগ্ৰুপ কৰিব পাৰো| |
06:44 | টাইটল লেবেলত ৰাইট ক্লিক কৰক, তাৰ পাছত বটমত থকা “Group'”-ত ক্লিক কৰক আৰু তাৰ পিছত “Ungroup”-ত ক্লিক কৰক| |
06:54 | এতিয়া আমি দেখো যে লেবেল টাইটল আৰু ইয়াৰ টেক্সট বক্সসমূহ আনগ্ৰুপ হৈছে| |
07:02 | এই ধৰণে আমি ফৰ্মখনত বিশিষ্ট এলিমেন্ট বোৰৰ প্ৰপাৰ্টিজ ম’ডিফাই কৰিব পাৰো| |
07:10 | |
07:10 | পিছত আমি টাইটল টেক্সট বক্সটোত এটা টুল টিপ যোগ কৰো| |
07:16 | এতিয়া আমি প্ৰপাৰ্টিৰ্জ ৱিণ্ড’খনত তললৈ স্ক্ৰল কৰি যাম| |
07:22 | “Help text” লেবেলটো মন কৰক, আৰু ইয়াত আমি 'Enter the title of the book here' বোলি টাইপ কৰো| |
07:32 | এতিয়া, উপৰৰ ফাইল মেন্যুত থকা ছেভ আইকনত ক্লিক কৰি আমি ফৰ্মখন ছেভ কৰো. আৰু আমি এই ৱিণ্ড’খন বন্ধ কৰিম| |
07:46 | এতিয়া আমি ম’ডিফিকেশ্যন বোৰ কৰাৰ পিছত ফৰ্ম খন দেখিবলৈ কেনেকোৱা হৈছে চাও| |
07:54 | ইয়াৰ বাবে , বেইছৰ প্ৰধান ৱিণ্ড’ খনলৈ যাও, বাও পেনেলত থকা ফৰ্মচ আইকনত ক্লিক কৰো| |
08:03 | আৰু সো পেনেলত থকা “Books Data Entry Form”ত ডাবল ক্লিক কৰিম| |
08:10 | আমি টাইটল লেবেল বা টেক্সট বক্সৰ উপৰত মাউছৰ পইন্টাৰদাল ৰাখিম| |
08:17 | মন কৰক যে এটা টুল টিপ প্ৰদৰ্শিত হৈছে, যিয়ে কয় 'Enter the title of the book here'| |
08:24 | গতিকে এতিয়া, আমি আমাৰ ফৰ্মখনত এটা সৰল ম’ডিফিকেশ্যন কৰা শিকিলো| |
08:31 | আমি বেইছ টিউট’ৰিয়েলৰ পৰৱৰ্তী অংশত ফৰ্ম এখনত আৰু অধিক ম’ডিফিকেশ্যন কৰিবলৈ শিকিম| |
08:38 | ইয়াতে এটা কাৰ্য আছে |
08:41 | মেম্বাৰচ টেইবলৰ বাবে এখন সৰল ফৰ্ম তৈয়াৰ কৰক| |
08:46 | এইখিনিতে লিবাৰ অফিচ বেইছত ফৰ্ম এখন ম’ডিফাই কৰা এই টিউট’ৰিয়েলৰ অন্ত পৰিছে| |
08:52 | চমুকৈ কবলৈ, আমি শিকিলো, ফৰ্মত ডেটা ভৰোৱা, আৰু ম’ডিফাই কৰা |
09:00 | স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ এটা অংশ| ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত| |
09:12 | এই প্ৰজেক্টটো http://spoken-tutorial.org.-এ সঞ্চালনা কৰিছে| |
09:17 | এই বিষয়ক অধিক তথ্য এই লিংকত উপলব্ধ http://spoken-tutorial.org/NMEICT-Intro. |
09:22 | এইয়া মৌচুমী মেধীয়ে বিদায় লৈছে| |
09:30 | অংশ গ্ৰহণৰ বাবে ধন্যবাদ| |