Difference between revisions of "Java/C2/Getting-started-Eclipse/Assamese"
From Script | Spoken-Tutorial
Line 192: | Line 192: | ||
| 02:52 | | 02:52 | ||
− | | ৱিজাৰ্দৰ তলৰ সোঁ কোণত থকা '''Finish'''ত ক্লিক কৰক | + | | ৱিজাৰ্দৰ তলৰ সোঁ কোণত থকা '''Finish'''ত ক্লিক কৰক |
| 03:00 | | 03:00 | ||
Line 202: | Line 202: | ||
| 03:04 | | 03:04 | ||
− | | ই ইক্লিপ্চ তথকা বস্তু বোৰক ৰেফাৰ | + | | ই ইক্লিপ্চ তথকা বস্তু বোৰক ৰেফাৰ কৰে |
|- | |- |
Revision as of 16:57, 12 August 2014
Time' | Narration | ||
00:01 | নমস্কাৰ দৰ্শক সকল Getting started with Eclipseৰ স্পকেন টিউটৰিয়েললৈ আপোনাক স্ৱাগতম জনালো । | ||
00:06 | এই টিউটৰিয়েলত আমি শিকিম | ||
00:08 | ইক্লিপ্চত প্ৰজেক্ট এটা তৈয়াৰ কৰা আৰু এটা ক্লাছ যোগ কৰা। | ||
00:12 | জাভা প্ৰোগ্ৰাম কেনেকৈ লিখে আৰু | ||
00:14 | আৰু ইক্লিপ্চত জাভা প্ৰোগ্ৰাম কেনেকৈ ৰান কৰে । | ||
00:18 | এই টিউটৰিয়েলত আমি
ব্যৱহাৰ কৰিছো | ||
00:25 | এই টিউটৰিয়েলটো অণুসৰণ কৰিবলৈ | ||
00:28 | আপোনাৰ চিচটেমত ইক্লিপ্চ ইন্চটল হৈ থকা হ‘ব লাগিব । | ||
00:30 | যদি নাজানে, তেনেহ‘লে প্ৰাসংগিক টিউটৰিয়েল আমাৰ ৱেবচাইটত পৰিদৰ্শন কৰক । | ||
00:39 | Eclipse হৈছে এটা Integrated Development Environment । | ||
00:42 | এইটো এটা টুল হয় য‘ত এজনে লিখা, ডিবাগ আৰু জাভা প্ৰোগ্ৰাম সহজে ভাবে ৰান কৰিব পাৰি | ||
00:50 | এতিয়া ইক্লিপ্চখোলো । | ||
00:55 | Alt F2 টিপক আৰু ডাইলগ বক্সত , eclipse লিখক আৰু এন্টাৰ টিপক । | ||
01:08 | আমি এটা Workspace Launcher বোলি ডাইলগ বক্স পাও । | ||
01:11 | workspace এটা জেগা হয় য‘ত আপোনাৰ সকলো প্ৰজেক্টৰ দেটা আৰু আপোনাৰ ইক্লিপ্চৰ ফাইল বোৰ সংৰক্ষণ হয় । | ||
01:19 | তাতে ইতিমধ্যে এটা জেগা আছে যি দিফল্ট লোকেছন হয় । | ||
01:24 | ব্ৰাউজ ফিছাৰ ব্যৱহাৰ কৰি এটা বিভিন্ন ডিৰেক্টৰীও বাচিব পাৰি । | ||
01:27 | এতিয়াৰ বাবে দিফল্ট ডিৰেক্টৰীৰ সৈতে আগবাঢ়ো । | ||
01:30 | আগ বাঢ়িবলৈ OK ত ক্লিক কৰক । | ||
01:39 | আপোনাৰ আগত Welcome to Eclipse এটা পেজ আছে । | ||
01:46 | Workbenchত ক্লিক কৰক যি পাঠটোৰ ওপৰৰ সোঁ কোনত আছে। | ||
01:52 | আৰু ইয়াত Eclipse IDE আছে । এতিয়া এটা প্ৰজেক্ট যোগ কৰো । | ||
01:57 | File New লৈ যাওক আৰু Project বাচক । | ||
02:05 | প্ৰজেক্টৰ তালিকাত Java Project বাচক । | ||
02:10 | আৰু মন কৰিব যে আমাৰ প্ৰায়ে টিউটৰিয়েলৰ বাবে আমি java project ব্যৱহাৰ কৰিছো Nextত ক্লিক কৰক | ||
02:19 | প্ৰজেক্ট নামত EclipseDemo বুলি টাইপ কৰক। | ||
02:30 | অপচন এটালৈ মন কৰক যি কয় use default location । | ||
02:34 | এই অপচন যদি বাচা হয়, সকলো EclipseDemo প্ৰজেক্টৰ দেটা দিফল্ট ৱৰ্কস্পেচত সংৰক্ষণ হব । | ||
02:41 | যদি এইটো বাছনি হোৱা নাই ব্ৰাউজ ফিছাৰ ব্যৱহাৰ কৰি, এটা বিভিন্ন জেগা বাচি ল‘ব পাৰি । | ||
02:47 | এতিয়াৰ বাবে আমি ডিফল্ট লোকেছনটো ব্যৱহাৰ কৰিম । | ||
02:52 | ৱিজাৰ্দৰ তলৰ সোঁ কোণত থকা Finishত ক্লিক কৰক | 03:00 | আমি ইয়াত এটা “Open Associated Perspective” নামৰ ডাইলগ বক্স দেখাপাম |
03:04 | ই ইক্লিপ্চ তথকা বস্তু বোৰক ৰেফাৰ কৰে | ||
03:09 | ডাইলগ বক্সএ জাভা দেভলপমেন্ট ৰউপযুক্তএটা স্ৱৰুপক বুজাই | ||
03:20 | “remember my decision” বাছনি কৰক আৰু “Yes” ত ক্লিক কৰক। | ||
03:27 | প্ৰোজেক্টৰ সৈতেআমাৰলগত “Eclipse IDE” আছেআৰুএতিয়া প্ৰোজেক্ট লৈএটা ক্লাচ যোগকৰো। | ||
03:37 | প্ৰোজেক্ট ত সো ক্লিককৰক, “new” আৰু “class” ত বাছনি কৰক। | ||
03:46 | ক্লাছ নেমত “Demo Class” বুলিদিয়ক। | ||
03:55 | মন কৰিব যে মোদিফায়াৰত আমাৰ হাতত দুটা অপচন আছে, যি কেইটা হ’ল “Public” আৰু “Default” । | ||
03:59 | এতিয়াৰ কাৰণে Public হিছাপে লওক । | ||
04:01 | দ্বিতীয় অপচন বোৰপিছৰ টিউটৰিয়েল তআলোচনাকৰাহব। | ||
04:06 | আৰু Method Stubs ৰ তালিকা অপচন টোৰ পাছতযি হয় “public static void main”। | ||
04:15 | পিছৰ অপচন বোৰ আহিব লগিয়া টিউটৰিয়েল তআলোচনাকৰাহব। | ||
04:19 | ৱিজৰ্দৰ সো-কোণ ৰ তলত থকা “Finish” ত ক্লিক কৰক। | ||
04:30 | আৰু ইয়াত আমাৰ “Class File” আছে । | ||
04:35 | মন কৰক যে তাতে বহুতো পাৰ্টিছন আছে, যাক কোৱা হয় “Portlets” । | ||
04:41 | আমাৰ ওচৰত “Package Explorer” আছে যিয়ে “File Browser” ৰনিচিনাদেখুৱাই। | ||
04:46 | আমাৰ ওচৰত “এদিটৰ” পৰ্টলেট্স আছেয’তআমি কোদ লিখো। | ||
04:50 | আৰু আউটলেত পৰ্টলেট্স যিয়ে প্ৰোজেক্ট ৰ হাইৰাৰ্কী দেখুৱাই। | ||
04:56 | প্রতিতো “Portlet” পুণৰ আকাৰ দিব পৰা যায় । | ||
05:10 | ইয়াক সৰু কৰিবলৈ মিনিমাইজ বাটন ব্যৱহাৰ কৰা হয় । | ||
05:26 | ইয়াক পোনৰ অবস্তা লৈ অনিবলৈ ৰেস্টোৰ বাটন ব্যৱহাৰ কৰা হয় । | ||
05:37 | এতিয়া বেলেগ পৰ্টলেট্স মিনিমাইজ কৰি এদিটৰ ত ফোকাছ কৰা যাওক । | ||
05:49 | আমি দেখি পাইছো যে ইক্লিপ্চত আগৰ পৰাই কিচোমান কোদ তৈয়াৰ কৰা আছে । | ||
05:54 | তৈয়াৰ হোৱা কোদ বিলাক নির্ভৰ কৰে অপচনs বিলাক বাছনি কৰাৰ ওপৰত, যেতিয়া ক্লাছতো বনোৱা হয় | ||
06:00 | এতিয়া এটা প্ৰীন্ট স্টেতমেন্ত ইয়াত যোগ কৰক । | ||
06:08 | লিখক System.out.println (“Hello Eclipse”). । | ||
06:26 | স্টেতমেন্তৰ শেষত এটা সেমিকলন ব্যৱহাৰ কৰক । | ||
06:31 | ফাইল তো চেভ কৰক File অপচন তো ক্লিক কৰি Save তিপক । | ||
06:37 | আন এটা উপায় হৈছে ছৰ্ত কাত Control S ব্যৱহাৰ কৰি । | ||
06:42 | প্ৰোগ্ৰামতো ৰান কৰিবলৈ , এদিটৰত গৈ সো ক্লিক কৰক, তাৰ পৰা run asতালৈ গৈ java application বাছি লওক | ||
06:56 | ইয়াত দেখা পোৱা গৈছে যেতিয়া কিবা এটা লিখা যায় , Output কোনচোলত আউপোটতো দেখা পাই । | ||
07:04 | আমাৰ কোদ ত কিবা অসোবিধা দেখা গলে এই অসোবিধা সমূহ Problems পৰ্টলেট্স ত দখোৱা হয় । | ||
07:10 | চোৱা যাওক ইক্লিপ্চ ত কি দৰে জাভা প্ৰোগ্ৰাম লিখা যায় আৰু ৰান কৰা যায় | ||
07:18 | ইয়াৰ জৰিয়তে টিউটৰিয়েল ৰ আন্তিম প্রয্যায় পালোহি । | ||
07:20 | এই টিউটৰিয়েল ৰ পৰা আমি সিকিলো ইক্লিপ্চত কি দৰে প্ৰোজেক্ট আৰু এটা ক্লাচ তৈয়াৰ কৰা যায়। ইক্লিপ্চত কি দৰে জাভা ছৰ্চ কোদ লিখা যায় আৰু কি দৰে জাভা প্ৰোগ্ৰাম ৰান কৰা যায় । | ||
07:33 | এই টিউটৰিয়েল ৰ বাবে এটা কার্য্য, এটা নতুন প্ৰোজেক্ট তৈয়াৰ কৰক Display নাম দি । | ||
07:38 | আৰু Display প্ৰোজেক্ট ত এটা class যোগ কৰক, Welcome নামেৰে । | ||
07:44 | স্পকেন টিউটৰিয়েল প্ৰোজেক্ট ৰ বিষয়ে অধিক জনিবলৈ তলৰ সংযোগত থকা ভিদিয়তো চাওক । | ||
07:50 | স্পকেন টিউটৰিয়েল প্ৰোজেক্টৰ সাৰাংশ ইয়াতে আছে । | ||
07:53 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক ডাউনলোদ কৰিও চাব পাৰে । | ||
07:58 | স্পকেন টিউটৰিয়েল প্ৰোজেক্ট ৰ দলটিয়ে | ||
07:59 | স্পকেন টিউটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনোষ্টিত কৰে । | ||
08:02 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । | ||
08:05 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক spoken hyphen tutorial dot org | ||
08:12 | স্পকেন টিউটৰিয়েল প্ৰোজেক্ট Talk to a Teacher' প্ৰোজেক্টৰ এটা অংগ । | ||
08:17 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||
08:23 | এই মিছন সম্পৰ্কে অধিক তথ্য এই লিন্কত পোৱা যায় | ||
08:27 | এই টিউটৰিয়েলটো অৰুন পাঠকৰ দ্ৱাৰা আগবঢ়োৱা হ‘ল। মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগ দিয়াৰ বাবে ধন্যবাদ |