Difference between revisions of "Linux/C2/General-Purpose-Utilities-in-Linux/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 3: Line 3:
 
!Narration
 
!Narration
 
|-
 
|-
|0:00
+
|00:00
 
|নমস্কাৰ , লিনাক্সত general purpose utilities সংক্রান্ত এই  টিউটোৰীয়েলটিত আমি  আপোনাক স্বাগত জনাইছো ।
 
|নমস্কাৰ , লিনাক্সত general purpose utilities সংক্রান্ত এই  টিউটোৰীয়েলটিত আমি  আপোনাক স্বাগত জনাইছো ।
 
|-
 
|-
|0:06
+
|00:06
 
|এই টিউটোৰিয়েলত আমি লিনাক্সত  কিছু  অধিক ভাবে মৌলিক আৰু প্রচুৰভাবে  ব্যবহৃত র্নিদেশাবলীৰ (commands) সৈতে  পৰিচিত হম  ।
 
|এই টিউটোৰিয়েলত আমি লিনাক্সত  কিছু  অধিক ভাবে মৌলিক আৰু প্রচুৰভাবে  ব্যবহৃত র্নিদেশাবলীৰ (commands) সৈতে  পৰিচিত হম  ।
 
|-
 
|-
|0:14
+
|00:14
 
|এইটোৱে আপোনাক লিনাক্সৰ সৈতে কাম আৰম্ভ কৰিবলৈ উত্সাহিত  কৰে ।
 
|এইটোৱে আপোনাক লিনাক্সৰ সৈতে কাম আৰম্ভ কৰিবলৈ উত্সাহিত  কৰে ।
 
|-
 
|-
|0:21
+
|00:21
 
|আমি দেখা কম্মান্দ টো হৈছে  echo কম্মান্দ . লক্ষ্য কৰক যে লিনাক্স  কমান্ড case sensitive হয়  ।
 
|আমি দেখা কম্মান্দ টো হৈছে  echo কম্মান্দ . লক্ষ্য কৰক যে লিনাক্স  কমান্ড case sensitive হয়  ।
 
|-
 
|-
|0:29
+
|00:29
 
| উল্লেখ নকৰিলে, ইয়াত সমস্ত র্নিদেশাবলী আৰু তাৰ বিকল্পবিলাক ( options) সৰু হাতৰ অাক্ষৰত থাকে।
 
| উল্লেখ নকৰিলে, ইয়াত সমস্ত র্নিদেশাবলী আৰু তাৰ বিকল্পবিলাক ( options) সৰু হাতৰ অাক্ষৰত থাকে।
 
|-
 
|-
|0:36
+
|00:36
 
|এই কমান্ডটি স্ক্রিনত কিছু বার্তা প্রদর্শন কৰিবলৈ ব্যবহাৰ কৰা হয়। টার্মিনাললৈ যাওক
 
|এই কমান্ডটি স্ক্রিনত কিছু বার্তা প্রদর্শন কৰিবলৈ ব্যবহাৰ কৰা হয়। টার্মিনাললৈ যাওক
 
|-
 
|-
|0:43
+
|00:43
 
|Ctrl Alt t য়ে উবুন্টুত এটি টার্মিনাল আৰম্ভ কৰিবলৈ সাহায্য কৰে।
 
|Ctrl Alt t য়ে উবুন্টুত এটি টার্মিনাল আৰম্ভ কৰিবলৈ সাহায্য কৰে।
 
|-
 
|-
|0:48
+
|00:48
 
|এই কমান্ডটিয়ে সমস্ত ইউনিক্স সিস্টেমত কাম নকৰিবও পাৰে।
 
|এই কমান্ডটিয়ে সমস্ত ইউনিক্স সিস্টেমত কাম নকৰিবও পাৰে।
 
|-
 
|-
|0:52
+
|00:52
 
|টার্মিনেল খোলিবলৈ  অন্য এটি  টিউটোৰিয়েলত আগতেই  এটি  সাধাৰণ  প্রক্রিয়া ব্যাখ্যা কৰা হৈছে  ।
 
|টার্মিনেল খোলিবলৈ  অন্য এটি  টিউটোৰিয়েলত আগতেই  এটি  সাধাৰণ  প্রক্রিয়া ব্যাখ্যা কৰা হৈছে  ।
 
|-
 
|-
|0:58
+
|00:58
 
|প্রম্পটত  echo space hello world  লিখক. এন্টাৰ টিপক  ।
 
|প্রম্পটত  echo space hello world  লিখক. এন্টাৰ টিপক  ।
 
|-
 
|-
|1:08
+
|01:08
 
|এইটোৱে স্ক্রিনত  hello world লেখাটি  প্রিন্ট কৰে।
 
|এইটোৱে স্ক্রিনত  hello world লেখাটি  প্রিন্ট কৰে।
 
|-
 
|-
|1:14
+
|01:14
 
|আমি echo কমান্ডক এটা variableৰ মান  প্ৰৰ্দশন কৰিবলৈ ব্যবহাৰ  কৰো ।
 
|আমি echo কমান্ডক এটা variableৰ মান  প্ৰৰ্দশন কৰিবলৈ ব্যবহাৰ  কৰো ।
 
|-
 
|-
|1:19
+
|01:19
 
|প্রম্পটত  echo space dollar ডাঙৰ ফলাত SHELL লিখক.  এন্টাৰ টিপক    ।
 
|প্রম্পটত  echo space dollar ডাঙৰ ফলাত SHELL লিখক.  এন্টাৰ টিপক    ।
 
|-
 
|-
|1:30
+
|01:30
 
|এইটোৱে বর্তমানে ব্যবহাৰ হৈ থকা শেলটিক দেখা দিয়ে
 
|এইটোৱে বর্তমানে ব্যবহাৰ হৈ থকা শেলটিক দেখা দিয়ে
 
|-
 
|-
|1:36
+
|01:36
 
|আমি echo কমান্ডৰ সৈতে escape sequence ও ব্যবহাৰ কৰিব পাৰিম।
 
|আমি echo কমান্ডৰ সৈতে escape sequence ও ব্যবহাৰ কৰিব পাৰিম।
 
|-
 
|-
|1:42
+
|01:42
 
|ইয়াৰ বাবে আমি লিনাক্সত  -e (hyphen e)option (বিকল্প) ব্যবহাৰ  কৰিব লাগিব ।
 
|ইয়াৰ বাবে আমি লিনাক্সত  -e (hyphen e)option (বিকল্প) ব্যবহাৰ  কৰিব লাগিব ।
 
|-
 
|-
|1:46
+
|01:46
 
|সাধাৰণ escape sequence বোৰ হল  ট্যাব ৰ বাবে \t , নতুন লাইনৰ বাবে \n আৰু \c escape sequence  হয় যাৰ ব্যবহাৰত প্রম্পটক একেই লাইনত দেখোৱা হয় ।
 
|সাধাৰণ escape sequence বোৰ হল  ট্যাব ৰ বাবে \t , নতুন লাইনৰ বাবে \n আৰু \c escape sequence  হয় যাৰ ব্যবহাৰত প্রম্পটক একেই লাইনত দেখোৱা হয় ।
 
|-
 
|-
|2:03
+
|02:03
 
|এইটো ব্যবহাৰকাৰী হব যদি কিছু এন্টাৰ কৰাৰ আগত আমি এটি প্ৰম্পট মেচেজ বিচাৰো, প্ৰম্পটত লিখক  echo space minus e চিংগল কোট t  Enter a Command back slash c  আৰু এন্টাৰ টিপক ।
 
|এইটো ব্যবহাৰকাৰী হব যদি কিছু এন্টাৰ কৰাৰ আগত আমি এটি প্ৰম্পট মেচেজ বিচাৰো, প্ৰম্পটত লিখক  echo space minus e চিংগল কোট t  Enter a Command back slash c  আৰু এন্টাৰ টিপক ।
 
|-
 
|-
|2:32
+
|02:32
 
|আমি দেখো যে 'enter a command' লেখাখিনি প্ৰীন্ট কৰাৰ পিছত সেই প্ৰম্পটটো একেই লাইনত দেখা দিয়ে ।
 
|আমি দেখো যে 'enter a command' লেখাখিনি প্ৰীন্ট কৰাৰ পিছত সেই প্ৰম্পটটো একেই লাইনত দেখা দিয়ে ।
 
|-
 
|-
|2:38
+
|02:38
 
|আপোনি ছাগে জানিব বিছাৰে লিনাক্স  kernelঅৰ কোনটো  সংস্কৰণ আপোনি চলাই আছে।
 
|আপোনি ছাগে জানিব বিছাৰে লিনাক্স  kernelঅৰ কোনটো  সংস্কৰণ আপোনি চলাই আছে।
 
|-
 
|-
|2:43
+
|02:43
 
|এইটো জানিবলৈ আৰু আমাৰ মেছিনৰ অন্যান্য বৈশিষ্ট্য  জানিবলৈ আমাৰ উচৰত uname command আছে. প্ৰম্পটত লিখক uname space hyphen r আৰু এন্টাৰ টিপক  ।
 
|এইটো জানিবলৈ আৰু আমাৰ মেছিনৰ অন্যান্য বৈশিষ্ট্য  জানিবলৈ আমাৰ উচৰত uname command আছে. প্ৰম্পটত লিখক uname space hyphen r আৰু এন্টাৰ টিপক  ।
 
|-
 
|-
|2:58
+
|02:58
 
|আপোনাৰ username জানিবলৈ, প্ৰম্পটত লিখক who স্পেচ am স্পেচ I আৰু এন্টাৰ টিপক  ।
 
|আপোনাৰ username জানিবলৈ, প্ৰম্পটত লিখক who স্পেচ am স্পেচ I আৰু এন্টাৰ টিপক  ।
 
|-
 
|-
|3:11
+
|03:11
 
|ই who কমান্ডৰ পৰা আহে যিয়ে বর্তমানে সিস্টমত লগ হৈ থকা সমস্ত ব্যবহাৰকাৰীৰ তালিকা দেখায়, যদি আপোনাৰ সিস্টমটো একাধিক user সিস্টম হয়.
 
|ই who কমান্ডৰ পৰা আহে যিয়ে বর্তমানে সিস্টমত লগ হৈ থকা সমস্ত ব্যবহাৰকাৰীৰ তালিকা দেখায়, যদি আপোনাৰ সিস্টমটো একাধিক user সিস্টম হয়.
 
|-
 
|-
|3:21
+
|03:21
 
|কেতিয়াবা আপোনাৰ login পাছৱৰ্ৰদটো সমাধান হব পাৰে অাৰু / বা পৰিবর্তন  কৰিবলৈ বিছাৰিব পাৰে।
 
|কেতিয়াবা আপোনাৰ login পাছৱৰ্ৰদটো সমাধান হব পাৰে অাৰু / বা পৰিবর্তন  কৰিবলৈ বিছাৰিব পাৰে।
 
|-
 
|-
|3:28
+
|03:28
 
|ইয়াৰ বাবে  পাছৱৰ্ৰদ কমান্ড আছে । প্ৰম্পটত লিখক  ।
 
|ইয়াৰ বাবে  পাছৱৰ্ৰদ কমান্ড আছে । প্ৰম্পটত লিখক  ।
 
<p>p-a-s-s-w-d আৰু এন্টাৰ টিপক  ।
 
<p>p-a-s-s-w-d আৰু এন্টাৰ টিপক  ।
 
|-
 
|-
|3:37
+
|03:37
 
|আপোনি এইটি কম্মান্ড টাইপ কৰাত বর্তমান  পাছৱৰ্ৰদ লিখিবলৈ সোধিব।
 
|আপোনি এইটি কম্মান্ড টাইপ কৰাত বর্তমান  পাছৱৰ্ৰদ লিখিবলৈ সোধিব।
 
|-
 
|-
|3:43
+
|03:43
 
|আমি ইয়াত আমাৰ চিচটেমৰ বর্তমান  পাছৱৰ্ৰদ টাইপ কৰিম।
 
|আমি ইয়াত আমাৰ চিচটেমৰ বর্তমান  পাছৱৰ্ৰদ টাইপ কৰিম।
 
|-
 
|-
|3:48
+
|03:48
 
|যেতিয়া সেইটো সঠিকভাবে লিখে, আপোনি আপোনাৰ নতুন পাছৱৰ্ৰদ লিখিব লাগিব আৰু তাৰপিছত সেইটোক নিশ্চিত কৰিবলৈ আৰু এবাৰ লিখিব
 
|যেতিয়া সেইটো সঠিকভাবে লিখে, আপোনি আপোনাৰ নতুন পাছৱৰ্ৰদ লিখিব লাগিব আৰু তাৰপিছত সেইটোক নিশ্চিত কৰিবলৈ আৰু এবাৰ লিখিব
 
|-
 
|-
|4:02
+
|04:02
 
|কিন্তু  কি হব যদি আমি বর্তমানৰ পাছৱৰ্ৰদ পাহৰি যাও?
 
|কিন্তু  কি হব যদি আমি বর্তমানৰ পাছৱৰ্ৰদ পাহৰি যাও?
 
|-
 
|-
|4:06
+
|04:06
 
|তেতিয়াও বর্তমানৰ পাছৱৰ্ৰদ নাজানাকৈ পাছৱৰ্ৰদ পৰিবর্তন কৰিব পাৰিব, কিন্তু সেইটো কেবল   
 
|তেতিয়াও বর্তমানৰ পাছৱৰ্ৰদ নাজানাকৈ পাছৱৰ্ৰদ পৰিবর্তন কৰিব পাৰিব, কিন্তু সেইটো কেবল   
 
root user দ্বাৰা  কৰিব পৰা যাব
 
root user দ্বাৰা  কৰিব পৰা যাব
 
|-
 
|-
|4:1৪
+
|04:1৪
 
| এতিয়া root user কোন হয় ?
 
| এতিয়া root user কোন হয় ?
 
|-
 
|-
|4:18
+
|04:18
 
|এই ব্যবহাৰকাৰী জন অতিৰিক্ত অধিকাৰ-প্রাপ্ত বিশেষ ব্যক্তি হয়।
 
|এই ব্যবহাৰকাৰী জন অতিৰিক্ত অধিকাৰ-প্রাপ্ত বিশেষ ব্যক্তি হয়।
 
|-
 
|-
|4:22
+
|04:22
 
|উইন্ডোজত administrator status -প্রাপ্ত  ব্যবহাৰকাৰীৰ সৈতে ৰুট ব্যবহাৰকাৰীক তুলনা কৰিব পৰা যায় ।
 
|উইন্ডোজত administrator status -প্রাপ্ত  ব্যবহাৰকাৰীৰ সৈতে ৰুট ব্যবহাৰকাৰীক তুলনা কৰিব পৰা যায় ।
 
|-
 
|-
|4:30
+
|04:30
 
|আমি সিস্টেমৰ তাৰিখ আৰু সময় জানিবলৈ ইচ্ছোক হব পাৰো। ইয়াৰ বাবে আমাৰ উচৰত date কমান্ড আছে ।
 
|আমি সিস্টেমৰ তাৰিখ আৰু সময় জানিবলৈ ইচ্ছোক হব পাৰো। ইয়াৰ বাবে আমাৰ উচৰত date কমান্ড আছে ।
 
|-
 
|-
|4:36
+
|04:36
 
|টার্মিনালত date কমান্ড লিখক আৰু এন্টাৰ টিপক  ।
 
|টার্মিনালত date কমান্ড লিখক আৰু এন্টাৰ টিপক  ।
 
|-
 
|-
|4:42
+
|04:42
 
|এইটোৱে আপোনক বর্তমান  সময় আৰু তাৰিখ দেখোৱাব।
 
|এইটোৱে আপোনক বর্তমান  সময় আৰু তাৰিখ দেখোৱাব।
 
|-
 
|-
|4:45
+
|04:45
 
|আমি যেনে চাব পাৰো যে date কমান্ডে তাৰিখ আৰু সময় দুইটায়ে দিয়ে। এইটো এটা বহুমুখী উপযোগিতা হয় আৰু অনেক অপশন আছে।
 
|আমি যেনে চাব পাৰো যে date কমান্ডে তাৰিখ আৰু সময় দুইটায়ে দিয়ে। এইটো এটা বহুমুখী উপযোগিতা হয় আৰু অনেক অপশন আছে।
 
|-
 
|-
|4:54
+
|04:54
 
|প্রম্পটত লিখক date স্পেচ plus 'percent' sign ডাঙৰ আখৰ T আৰু এন্টাৰ টিপক    ।
 
|প্রম্পটত লিখক date স্পেচ plus 'percent' sign ডাঙৰ আখৰ T আৰু এন্টাৰ টিপক    ।
 
|-
 
|-
|5:07
+
|05:07
 
|এইটোৱে আমাক কেবল  ঘন্টা মিনিট আৰু সেকেন্ডৰ (hh: mm: ss) ফৰম্যাটেত সময় দেখায়    ।
 
|এইটোৱে আমাক কেবল  ঘন্টা মিনিট আৰু সেকেন্ডৰ (hh: mm: ss) ফৰম্যাটেত সময় দেখায়    ।
 
|-
 
|-
|5:12
+
|05:12
 
|প্রম্পটত লিখক date স্পেচ plus 'percentage sign সৰু ফলা h  আৰু এন্টাৰ টিপক  ।
 
|প্রম্পটত লিখক date স্পেচ plus 'percentage sign সৰু ফলা h  আৰু এন্টাৰ টিপক  ।
 
|-
 
|-
|5:23
+
|05:23
 
|এইটোৱে মাহৰ নাম দিয়ে।
 
|এইটোৱে মাহৰ নাম দিয়ে।
 
|-
 
|-
|5:25
+
|05:25
 
|প্রম্পটত লিখক date স্পেচ plus percentage sign সৰু ফলা m আৰু এন্টাৰ টিপক  ।
 
|প্রম্পটত লিখক date স্পেচ plus percentage sign সৰু ফলা m আৰু এন্টাৰ টিপক  ।
 
|-
 
|-
|5:38
+
|05:38
 
|এইটোৱে numerical ফৰম্যাটত বছৰৰ মাহ দিয়ে। ইয়াত ফেব্রুয়াৰী মাহৰ বাবে ২ দেখাইছে। আপোনি যে আউটপুট পাচ্ইছে, তাৰ সৈতে  এইটোক মিলাওক।
 
|এইটোৱে numerical ফৰম্যাটত বছৰৰ মাহ দিয়ে। ইয়াত ফেব্রুয়াৰী মাহৰ বাবে ২ দেখাইছে। আপোনি যে আউটপুট পাচ্ইছে, তাৰ সৈতে  এইটোক মিলাওক।
 
|-
 
|-
|5:50
+
|05:50
 
|প্রম্পটত লিখক date স্পেচ plus percentage sign সৰু ফলা y  আৰু এন্টাৰ টিপক ।
 
|প্রম্পটত লিখক date স্পেচ plus percentage sign সৰু ফলা y  আৰু এন্টাৰ টিপক ।
 
|-
 
|-
|6:01
+
|06:01
 
|এইটোৱে বর্তমান বছৰৰ শেষৰ দুই অংক দেখায়  ।
 
|এইটোৱে বর্তমান বছৰৰ শেষৰ দুই অংক দেখায়  ।
 
|-
 
|-
|6:05
+
|06:05
 
|আমি এই অপশনবোৰক মিলাব পাৰো| উদাহৰনস্বৰুপে প্রম্পটত লিখক date স্পেচ plus ডবল কোট্চত percentage সৰু ফলা h percentage সৰু ফলা y আৰু  এন্টাৰ টিপক  ।
 
|আমি এই অপশনবোৰক মিলাব পাৰো| উদাহৰনস্বৰুপে প্রম্পটত লিখক date স্পেচ plus ডবল কোট্চত percentage সৰু ফলা h percentage সৰু ফলা y আৰু  এন্টাৰ টিপক  ।
 
|-
 
|-
|6:34
+
|06:34
 
|ইয়াত ফেব্রুয়াৰী 11 দেখাইছে।
 
|ইয়াত ফেব্রুয়াৰী 11 দেখাইছে।
 
|-
 
|-
|6:39
+
|06:39
 
|অনয়এটি সম্পর্কযুক্ত কমান্ড হল  cal কমান্ড। যদিও প্রচলিত নহয় এইটোৱে আপোনাক যিকোনো বছৰৰ যিকোনো মাহৰ  ক্যালেন্ডাৰ  দেখিবলৈ সাহায্য কৰে ।
 
|অনয়এটি সম্পর্কযুক্ত কমান্ড হল  cal কমান্ড। যদিও প্রচলিত নহয় এইটোৱে আপোনাক যিকোনো বছৰৰ যিকোনো মাহৰ  ক্যালেন্ডাৰ  দেখিবলৈ সাহায্য কৰে ।
 
|-
 
|-
|6:48
+
|06:48
 
|বর্তমানৰ মাহ ক্যালেন্ডাৰত চাবলৈ প্রম্পটত লিখক 'cal' আৰু এন্টাৰ টিপক  ।
 
|বর্তমানৰ মাহ ক্যালেন্ডাৰত চাবলৈ প্রম্পটত লিখক 'cal' আৰু এন্টাৰ টিপক  ।
 
|-
 
|-
|6:56
+
|06:56
 
|যিকোনো মাহৰ ক্যালেন্ডাৰ চাবলৈ ধৰিলওক december 2070 প্রম্পটত লিখক ‘ cal ' স্পেচ 12  স্পেচ 2070  আৰু এন্টাৰ টিপক  ।
 
|যিকোনো মাহৰ ক্যালেন্ডাৰ চাবলৈ ধৰিলওক december 2070 প্রম্পটত লিখক ‘ cal ' স্পেচ 12  স্পেচ 2070  আৰু এন্টাৰ টিপক  ।
 
|-
 
|-
|7:13
+
|07:13
 
|এইটোৱে ডিসেম্বৰৰ 2070ৰ ক্যালেন্ডাৰ দেখায়  ।
 
|এইটোৱে ডিসেম্বৰৰ 2070ৰ ক্যালেন্ডাৰ দেখায়  ।
 
|-
 
|-
|7:19
+
|07:19
 
|পৰবর্তী আলোচনাৰ  পূর্বে ফাইল আৰু ডিৰেক্টৰীৰ সম্বন্ধে সংক্ষিপ্ত  আলোচনা কৰা যাওক ।
 
|পৰবর্তী আলোচনাৰ  পূর্বে ফাইল আৰু ডিৰেক্টৰীৰ সম্বন্ধে সংক্ষিপ্ত  আলোচনা কৰা যাওক ।
 
|-
 
|-
|7:26
+
|07:26
 
|লিনাক্সত প্রায়ে সকলোয়ে এটি ফাইল হয়। এতিয়া  প্রশ্নটো হল যে এটি ফাইল আসলতে কি হয়?
 
|লিনাক্সত প্রায়ে সকলোয়ে এটি ফাইল হয়। এতিয়া  প্রশ্নটো হল যে এটি ফাইল আসলতে কি হয়?
 
|-
 
|-
|7:34
+
|07:34
 
|দৈনন্দিন জীবনত  ফাইলত আমি ডকুমেন্ট আৰু কাগজ সংৰক্ষণ কৰো . একেৰকমে  লিনাক্স ফাইল  তথ্য সংৰক্ষণ কৰিবলৈ এটি ধাৰক হয় ।
 
|দৈনন্দিন জীবনত  ফাইলত আমি ডকুমেন্ট আৰু কাগজ সংৰক্ষণ কৰো . একেৰকমে  লিনাক্স ফাইল  তথ্য সংৰক্ষণ কৰিবলৈ এটি ধাৰক হয় ।
 
|-
 
|-
|7:48
+
|07:48
 
|পিছত  ডিৰেক্টৰী কি হয়?
 
|পিছত  ডিৰেক্টৰী কি হয়?
 
|-
 
|-
|7:52
+
|07:52
 
|এটি ডিৰেক্টৰকীক  ফাইল আৰু অন্যান্য (sub)directories ৰ সংগ্রাহক  হিসাবে ভাবা হয়।
 
|এটি ডিৰেক্টৰকীক  ফাইল আৰু অন্যান্য (sub)directories ৰ সংগ্রাহক  হিসাবে ভাবা হয়।
 
|-
 
|-
|7:58
+
|07:58
 
|এটা ডিৰেক্টৰীয়ে ফাইলবোৰক  শৃঙ্খলাবদ্ধ পদ্ধতিত ৰাখিবলৈ  সাহায্য কৰে।
 
|এটা ডিৰেক্টৰীয়ে ফাইলবোৰক  শৃঙ্খলাবদ্ধ পদ্ধতিত ৰাখিবলৈ  সাহায্য কৰে।
 
|-
 
|-
|8:04
+
|08:04
 
|এইটো উইন্ডোসৰ এটি ফোল্ডাৰৰ নিচিনা হয়  ।
 
|এইটো উইন্ডোসৰ এটি ফোল্ডাৰৰ নিচিনা হয়  ।
 
|-
 
|-
|8:08
+
|08:08
 
|লিনাক্স কম্পিউটাৰত আমি যেতিয়া  login কৰো, তেতিয়া আমি home directoryত দেফল্ট ৰুপে  থাকো । home directory চাবলৈ প্রম্পটত লিখকecho স্পেচ dollar ডাঙৰ ফলাত HOME আৰু এন্টাৰ টিপক।
 
|লিনাক্স কম্পিউটাৰত আমি যেতিয়া  login কৰো, তেতিয়া আমি home directoryত দেফল্ট ৰুপে  থাকো । home directory চাবলৈ প্রম্পটত লিখকecho স্পেচ dollar ডাঙৰ ফলাত HOME আৰু এন্টাৰ টিপক।
 
|-
 
|-
|8:27
+
|08:27
 
|পৰবর্তী কমান্ডে বর্তমানে কাম কৰি থকা ডিৰেক্টৰকীক চাবলৈ সাহায্য কৰে। pwd অর্থ  present working directory বোঝায় । প্রম্পটত  pwd লিখক আৰু এন্টাৰ টিপক ।
 
|পৰবর্তী কমান্ডে বর্তমানে কাম কৰি থকা ডিৰেক্টৰকীক চাবলৈ সাহায্য কৰে। pwd অর্থ  present working directory বোঝায় । প্রম্পটত  pwd লিখক আৰু এন্টাৰ টিপক ।
 
|-
 
|-
|8:42
+
|08:42
 
| এবাৰ আমি আমাৰ ডিৰেক্টৰী জনাত আমি সেই ডিৰেক্টৰীটিত কি কি ফাইল আৰু সাবডিৰেক্টৰি আছে, জানিব বিচাৰো। ইয়াৰ বাবে আমাৰ উচৰত Unix and Linuxত ব্যবহাৰ হোৱা ls কমান্ড আছে
 
| এবাৰ আমি আমাৰ ডিৰেক্টৰী জনাত আমি সেই ডিৰেক্টৰীটিত কি কি ফাইল আৰু সাবডিৰেক্টৰি আছে, জানিব বিচাৰো। ইয়াৰ বাবে আমাৰ উচৰত Unix and Linuxত ব্যবহাৰ হোৱা ls কমান্ড আছে
 
|-
 
|-
|8:56
+
|08:56
 
|ls কমান্ড লিখক আৰু এন্টাৰ টিপক।
 
|ls কমান্ড লিখক আৰু এন্টাৰ টিপক।
 
|-
 
|-
|9:01
+
|09:01
 
|আউটপুট-টি  লক্ষ্য কৰক  ।
 
|আউটপুট-টি  লক্ষ্য কৰক  ।
 
|-
 
|-
|9:04
+
|09:04
 
|ফাইল আৰু সাবডিৰেক্টৰিবোৰ সাধাৰনতে বিভিন্ন ৰঙত দেখোৱায় ।  .
 
|ফাইল আৰু সাবডিৰেক্টৰিবোৰ সাধাৰনতে বিভিন্ন ৰঙত দেখোৱায় ।  .
 
|-
 
|-
|9:08
+
|09:08
 
|ls এটি খুব বহমুখি কমান্ড হয় আৰু অনেক অপছন আছে । তাৰে কিছু দেখা যাওক, প্রম্পটত লিখক  ls space minus minus all আৰু এন্টাৰ টিপক  ।
 
|ls এটি খুব বহমুখি কমান্ড হয় আৰু অনেক অপছন আছে । তাৰে কিছু দেখা যাওক, প্রম্পটত লিখক  ls space minus minus all আৰু এন্টাৰ টিপক  ।
 
|-
 
|-
|9:24
+
|09:24
 
|এইটোৱে লোকাইথকা সহ সমস্ত ফাইলবোৰ দেখোৱায়, ইয়াত লোকাই থকা ফাইলবোৰ হৈছে এটি  বিন্দুৰ সৈতে  আৰম্ভ হোৱা ফাইলৰ নাম ।
 
|এইটোৱে লোকাইথকা সহ সমস্ত ফাইলবোৰ দেখোৱায়, ইয়াত লোকাই থকা ফাইলবোৰ হৈছে এটি  বিন্দুৰ সৈতে  আৰম্ভ হোৱা ফাইলৰ নাম ।
 
|-
 
|-
|9:33
+
|09:33
 
|যদি আম ফাইলৰ নামৰ লগত আৰু বেশি কিছু তথ্য বিচাৰো, তেনেহলে  আমি minus l অপশন  ব্যবহাৰ কৰিব পাৰো।
 
|যদি আম ফাইলৰ নামৰ লগত আৰু বেশি কিছু তথ্য বিচাৰো, তেনেহলে  আমি minus l অপশন  ব্যবহাৰ কৰিব পাৰো।
 
|-
 
|-
|9:40
+
|09:40
 
|কমান্ড প্রম্পটত লিখক ls স্পেচ minus সৰু ফলা l আৰু এন্টাৰ টিপক  ।
 
|কমান্ড প্রম্পটত লিখক ls স্পেচ minus সৰু ফলা l আৰু এন্টাৰ টিপক  ।
 
|-
 
|-
|9:50
+
|09:50
 
|এইটোৱে আমাক ফাইল ব্যবহাৰৰ অনুমতি, ফাইলৰ মালিকৰ নাম, শেষৰবাৰত পৰিবর্তনৰ সময়, ফাইলৰ সাইজ বাইটত ইত্যাদি তথ্য  জনায়. এই অপশনৰ বিভন্ন  অংশৰ  ব্যাখ্যা বর্তমান টিউটোৰিয়েলৰ ভাবধাৰা বাহিৰত ।
 
|এইটোৱে আমাক ফাইল ব্যবহাৰৰ অনুমতি, ফাইলৰ মালিকৰ নাম, শেষৰবাৰত পৰিবর্তনৰ সময়, ফাইলৰ সাইজ বাইটত ইত্যাদি তথ্য  জনায়. এই অপশনৰ বিভন্ন  অংশৰ  ব্যাখ্যা বর্তমান টিউটোৰিয়েলৰ ভাবধাৰা বাহিৰত ।
 
|-
 
|-

Latest revision as of 14:25, 7 August 2014

Time Narration
00:00 নমস্কাৰ , লিনাক্সত general purpose utilities সংক্রান্ত এই টিউটোৰীয়েলটিত আমি আপোনাক স্বাগত জনাইছো ।
00:06 এই টিউটোৰিয়েলত আমি লিনাক্সত কিছু অধিক ভাবে মৌলিক আৰু প্রচুৰভাবে ব্যবহৃত র্নিদেশাবলীৰ (commands) সৈতে পৰিচিত হম ।
00:14 এইটোৱে আপোনাক লিনাক্সৰ সৈতে কাম আৰম্ভ কৰিবলৈ উত্সাহিত কৰে ।
00:21 আমি দেখা কম্মান্দ টো হৈছে echo কম্মান্দ . লক্ষ্য কৰক যে লিনাক্স কমান্ড case sensitive হয় ।
00:29 উল্লেখ নকৰিলে, ইয়াত সমস্ত র্নিদেশাবলী আৰু তাৰ বিকল্পবিলাক ( options) সৰু হাতৰ অাক্ষৰত থাকে।
00:36 এই কমান্ডটি স্ক্রিনত কিছু বার্তা প্রদর্শন কৰিবলৈ ব্যবহাৰ কৰা হয়। টার্মিনাললৈ যাওক
00:43 Ctrl Alt t য়ে উবুন্টুত এটি টার্মিনাল আৰম্ভ কৰিবলৈ সাহায্য কৰে।
00:48 এই কমান্ডটিয়ে সমস্ত ইউনিক্স সিস্টেমত কাম নকৰিবও পাৰে।
00:52 টার্মিনেল খোলিবলৈ অন্য এটি টিউটোৰিয়েলত আগতেই এটি সাধাৰণ প্রক্রিয়া ব্যাখ্যা কৰা হৈছে ।
00:58 প্রম্পটত echo space hello world লিখক. এন্টাৰ টিপক ।
01:08 এইটোৱে স্ক্রিনত hello world লেখাটি প্রিন্ট কৰে।
01:14 আমি echo কমান্ডক এটা variableৰ মান প্ৰৰ্দশন কৰিবলৈ ব্যবহাৰ কৰো ।
01:19 প্রম্পটত echo space dollar ডাঙৰ ফলাত SHELL লিখক. এন্টাৰ টিপক ।
01:30 এইটোৱে বর্তমানে ব্যবহাৰ হৈ থকা শেলটিক দেখা দিয়ে
01:36 আমি echo কমান্ডৰ সৈতে escape sequence ও ব্যবহাৰ কৰিব পাৰিম।
01:42 ইয়াৰ বাবে আমি লিনাক্সত -e (hyphen e)option (বিকল্প) ব্যবহাৰ কৰিব লাগিব ।
01:46 সাধাৰণ escape sequence বোৰ হল ট্যাব ৰ বাবে \t , নতুন লাইনৰ বাবে \n আৰু \c escape sequence হয় যাৰ ব্যবহাৰত প্রম্পটক একেই লাইনত দেখোৱা হয় ।
02:03 এইটো ব্যবহাৰকাৰী হব যদি কিছু এন্টাৰ কৰাৰ আগত আমি এটি প্ৰম্পট মেচেজ বিচাৰো, প্ৰম্পটত লিখক echo space minus e চিংগল কোট t Enter a Command back slash c আৰু এন্টাৰ টিপক ।
02:32 আমি দেখো যে 'enter a command' লেখাখিনি প্ৰীন্ট কৰাৰ পিছত সেই প্ৰম্পটটো একেই লাইনত দেখা দিয়ে ।
02:38 আপোনি ছাগে জানিব বিছাৰে লিনাক্স kernelঅৰ কোনটো সংস্কৰণ আপোনি চলাই আছে।
02:43 এইটো জানিবলৈ আৰু আমাৰ মেছিনৰ অন্যান্য বৈশিষ্ট্য জানিবলৈ আমাৰ উচৰত uname command আছে. প্ৰম্পটত লিখক uname space hyphen r আৰু এন্টাৰ টিপক ।
02:58 আপোনাৰ username জানিবলৈ, প্ৰম্পটত লিখক who স্পেচ am স্পেচ I আৰু এন্টাৰ টিপক ।
03:11 ই who কমান্ডৰ পৰা আহে যিয়ে বর্তমানে সিস্টমত লগ হৈ থকা সমস্ত ব্যবহাৰকাৰীৰ তালিকা দেখায়, যদি আপোনাৰ সিস্টমটো একাধিক user সিস্টম হয়.
03:21 কেতিয়াবা আপোনাৰ login পাছৱৰ্ৰদটো সমাধান হব পাৰে অাৰু / বা পৰিবর্তন কৰিবলৈ বিছাৰিব পাৰে।
03:28 ইয়াৰ বাবে পাছৱৰ্ৰদ কমান্ড আছে । প্ৰম্পটত লিখক ।

p-a-s-s-w-d আৰু এন্টাৰ টিপক ।

03:37 আপোনি এইটি কম্মান্ড টাইপ কৰাত বর্তমান পাছৱৰ্ৰদ লিখিবলৈ সোধিব।
03:43 আমি ইয়াত আমাৰ চিচটেমৰ বর্তমান পাছৱৰ্ৰদ টাইপ কৰিম।
03:48 যেতিয়া সেইটো সঠিকভাবে লিখে, আপোনি আপোনাৰ নতুন পাছৱৰ্ৰদ লিখিব লাগিব আৰু তাৰপিছত সেইটোক নিশ্চিত কৰিবলৈ আৰু এবাৰ লিখিব
04:02 কিন্তু কি হব যদি আমি বর্তমানৰ পাছৱৰ্ৰদ পাহৰি যাও?
04:06 তেতিয়াও বর্তমানৰ পাছৱৰ্ৰদ নাজানাকৈ পাছৱৰ্ৰদ পৰিবর্তন কৰিব পাৰিব, কিন্তু সেইটো কেবল

root user দ্বাৰা কৰিব পৰা যাব

04:1৪ এতিয়া root user কোন হয় ?
04:18 এই ব্যবহাৰকাৰী জন অতিৰিক্ত অধিকাৰ-প্রাপ্ত বিশেষ ব্যক্তি হয়।
04:22 উইন্ডোজত administrator status -প্রাপ্ত ব্যবহাৰকাৰীৰ সৈতে ৰুট ব্যবহাৰকাৰীক তুলনা কৰিব পৰা যায় ।
04:30 আমি সিস্টেমৰ তাৰিখ আৰু সময় জানিবলৈ ইচ্ছোক হব পাৰো। ইয়াৰ বাবে আমাৰ উচৰত date কমান্ড আছে ।
04:36 টার্মিনালত date কমান্ড লিখক আৰু এন্টাৰ টিপক ।
04:42 এইটোৱে আপোনক বর্তমান সময় আৰু তাৰিখ দেখোৱাব।
04:45 আমি যেনে চাব পাৰো যে date কমান্ডে তাৰিখ আৰু সময় দুইটায়ে দিয়ে। এইটো এটা বহুমুখী উপযোগিতা হয় আৰু অনেক অপশন আছে।
04:54 প্রম্পটত লিখক date স্পেচ plus 'percent' sign ডাঙৰ আখৰ T আৰু এন্টাৰ টিপক ।
05:07 এইটোৱে আমাক কেবল ঘন্টা মিনিট আৰু সেকেন্ডৰ (hh: mm: ss) ফৰম্যাটেত সময় দেখায় ।
05:12 প্রম্পটত লিখক date স্পেচ plus 'percentage sign সৰু ফলা h আৰু এন্টাৰ টিপক ।
05:23 এইটোৱে মাহৰ নাম দিয়ে।
05:25 প্রম্পটত লিখক date স্পেচ plus percentage sign সৰু ফলা m আৰু এন্টাৰ টিপক ।
05:38 এইটোৱে numerical ফৰম্যাটত বছৰৰ মাহ দিয়ে। ইয়াত ফেব্রুয়াৰী মাহৰ বাবে ২ দেখাইছে। আপোনি যে আউটপুট পাচ্ইছে, তাৰ সৈতে এইটোক মিলাওক।
05:50 প্রম্পটত লিখক date স্পেচ plus percentage sign সৰু ফলা y আৰু এন্টাৰ টিপক ।
06:01 এইটোৱে বর্তমান বছৰৰ শেষৰ দুই অংক দেখায় ।
06:05 উদাহৰনস্বৰুপে প্রম্পটত লিখক date স্পেচ plus ডবল কোট্চত percentage সৰু ফলা h percentage সৰু ফলা y আৰু এন্টাৰ টিপক ।
06:34 ইয়াত ফেব্রুয়াৰী 11 দেখাইছে।
06:39 অনয়এটি সম্পর্কযুক্ত কমান্ড হল cal কমান্ড। যদিও প্রচলিত নহয় এইটোৱে আপোনাক যিকোনো বছৰৰ যিকোনো মাহৰ ক্যালেন্ডাৰ দেখিবলৈ সাহায্য কৰে ।
06:48 বর্তমানৰ মাহ ক্যালেন্ডাৰত চাবলৈ প্রম্পটত লিখক 'cal' আৰু এন্টাৰ টিপক ।
06:56 যিকোনো মাহৰ ক্যালেন্ডাৰ চাবলৈ ধৰিলওক december 2070 প্রম্পটত লিখক ‘ cal ' স্পেচ 12 স্পেচ 2070 আৰু এন্টাৰ টিপক ।
07:13 এইটোৱে ডিসেম্বৰৰ 2070ৰ ক্যালেন্ডাৰ দেখায় ।
07:19 পৰবর্তী আলোচনাৰ পূর্বে ফাইল আৰু ডিৰেক্টৰীৰ সম্বন্ধে সংক্ষিপ্ত আলোচনা কৰা যাওক ।
07:26 লিনাক্সত প্রায়ে সকলোয়ে এটি ফাইল হয়। এতিয়া প্রশ্নটো হল যে এটি ফাইল আসলতে কি হয়?
07:34 দৈনন্দিন জীবনত ফাইলত আমি ডকুমেন্ট আৰু কাগজ সংৰক্ষণ কৰো . একেৰকমে লিনাক্স ফাইল তথ্য সংৰক্ষণ কৰিবলৈ এটি ধাৰক হয় ।
07:48 পিছত ডিৰেক্টৰী কি হয়?
07:52 এটি ডিৰেক্টৰকীক ফাইল আৰু অন্যান্য (sub)directories ৰ সংগ্রাহক হিসাবে ভাবা হয়।
07:58 এটা ডিৰেক্টৰীয়ে ফাইলবোৰক শৃঙ্খলাবদ্ধ পদ্ধতিত ৰাখিবলৈ সাহায্য কৰে।
08:04 এইটো উইন্ডোসৰ এটি ফোল্ডাৰৰ নিচিনা হয় ।
08:08 লিনাক্স কম্পিউটাৰত আমি যেতিয়া login কৰো, তেতিয়া আমি home directoryত দেফল্ট ৰুপে থাকো । home directory চাবলৈ প্রম্পটত লিখকecho স্পেচ dollar ডাঙৰ ফলাত HOME আৰু এন্টাৰ টিপক।
08:27 পৰবর্তী কমান্ডে বর্তমানে কাম কৰি থকা ডিৰেক্টৰকীক চাবলৈ সাহায্য কৰে। pwd অর্থ present working directory বোঝায় । প্রম্পটত pwd লিখক আৰু এন্টাৰ টিপক ।
08:42 এবাৰ আমি আমাৰ ডিৰেক্টৰী জনাত আমি সেই ডিৰেক্টৰীটিত কি কি ফাইল আৰু সাবডিৰেক্টৰি আছে, জানিব বিচাৰো। ইয়াৰ বাবে আমাৰ উচৰত Unix and Linuxত ব্যবহাৰ হোৱা ls কমান্ড আছে
08:56 ls কমান্ড লিখক আৰু এন্টাৰ টিপক।
09:01 আউটপুট-টি লক্ষ্য কৰক ।
09:04 ফাইল আৰু সাবডিৰেক্টৰিবোৰ সাধাৰনতে বিভিন্ন ৰঙত দেখোৱায় । .
09:08 ls এটি খুব বহমুখি কমান্ড হয় আৰু অনেক অপছন আছে । তাৰে কিছু দেখা যাওক, প্রম্পটত লিখক ls space minus minus all আৰু এন্টাৰ টিপক ।
09:24 এইটোৱে লোকাইথকা সহ সমস্ত ফাইলবোৰ দেখোৱায়, ইয়াত লোকাই থকা ফাইলবোৰ হৈছে এটি বিন্দুৰ সৈতে আৰম্ভ হোৱা ফাইলৰ নাম ।
09:33 যদি আম ফাইলৰ নামৰ লগত আৰু বেশি কিছু তথ্য বিচাৰো, তেনেহলে আমি minus l অপশন ব্যবহাৰ কৰিব পাৰো।
09:40 কমান্ড প্রম্পটত লিখক ls স্পেচ minus সৰু ফলা l আৰু এন্টাৰ টিপক ।
09:50 এইটোৱে আমাক ফাইল ব্যবহাৰৰ অনুমতি, ফাইলৰ মালিকৰ নাম, শেষৰবাৰত পৰিবর্তনৰ সময়, ফাইলৰ সাইজ বাইটত ইত্যাদি তথ্য জনায়. এই অপশনৰ বিভন্ন অংশৰ ব্যাখ্যা বর্তমান টিউটোৰিয়েলৰ ভাবধাৰা বাহিৰত ।
10:06 ls ক বহুতো অপছনচৰ সৈতে বয়ৱহাৰ কৰিব পাৰে যি আমি পিছলৈ চাম
10:11 স্ক্রিনত এই সমস্ত তথ্যবোৰ প্রদর্শন কৰাৰ পৰিবর্তে, আমি সেইবোৰ এটি ফাইলত সংৰক্ষণ কৰিব পাৰো। প্রকৃততে, এই পদ্ধতিতে আমি এটি ফাইলক যিকোনো কমান্ডৰ আউটপুটক সংৰক্ষণ কৰিব পাৰো।
10:23 ধৰক আমি লিখো কমান্ড প্রম্পটত

ls স্পেচ minus সৰু ফলা l স্পেচ right angle bracket স্পেচ fileinfo আৰু এন্টাৰ টিপক ।

10:46 এতিয়া সমস্ত ফাইল আৰু ডিৰেক্টৰী সংক্রান্ত তথ্য ফাইল fileinfo নামৰ ফাইললৈ সংৰক্ষিত হৈছে ।
10:54 কিন্তু কিভাবে আমি এই ফাইলটোৰ ভিতৰৰ উপাদানবোৰ চাও? ইয়াৰ বাবে আমাৰ উচৰত cat কম্মন্দ আছে । লিখক cat স্পেচ তাৰপিছত ফাইলৰ নাম অর্থাৎ ইয়াত fileinfo আৰু এন্টাৰ টিপক ।
11:12 এতিয়া আপোনি ফাইলটোৰ ভিতৰৰ লেখাখিনি দেখিব পাৰে । cat ৰ অন্যতম প্রধান ব্যবহাৰ হল ফাইল তৈয়াৰ কৰা। ইয়াৰ বাবে প্ৰম্পটত cat স্পেচ right angle bracket স্পেচ filename ধৰক file1 আৰু এন্টাৰ টিপক ।
11:36 যেতিয়া আমি এন্টাৰ টিপো, তেতিয়া কমান্ডটো ব্যবহাৰকাৰীৰ পৰা ইনপুটৰ বাবে অপেক্ষা কৰে ।
11:42 তেনেহলে ইয়াত কিছু লেখা যাওক ।
11:50 এইবাৰ ইনপুটৰ শেষক বোজাবলৈ এন্টাৰ টিপক ।
11:56 এতিয়া Ctrl আৰু D কী-দুটি একলগে টিপক ।
12:05 যদি এটা ‘file1’ নামেৰে কোনো ফাইল আগৰ পৰা উপস্হিত থাকে, তেনেহলে ইনপুট ইউজাৰ আগৰ ফাইলটিক ওভাৰ ৰাইট কৰি দিব।
12:13 আপোনি যদি উপস্থিত ফাইলটিক শেষৰলৈ নতুন লেখাটি সংযোগ কৰিব বিচাৰিছেন , তেনেহলে প্রম্পটত লিখক cat স্পেচ double right angle bracket স্পেচ file1 আৰু এন্টাৰ টিপক ।
12:36 অন্যান্য বহুতু কমান্ড আছে যি আমি আলোচনা কৰিব পাৰিলো হেতেন কিন্তো এতিয়াৰ বাবে আমি ইয়াতে সীমীত কৰো । আৰু সমস্ত কমান্ডবোৰৰ বাবেও অনেক অপশনস আৰু সম্ভাৱনাবোৰ আলোচনা কৰা হোৱা নাই
12:50 এই টিউটোৰিয়েলৰ শেষলৈ আহিলো. কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
13:02 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
13:10 এই টিউটোৰিয়েল অনামিকা মেধি দ্ৱাৰা যোগদান কৰা হৈছ. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।


Contributors and Content Editors

Mousumi, PoojaMoolya