Difference between revisions of "PERL/C2/Hash-in-Perl/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 4: Line 4:
 
   
 
   
 
|-
 
|-
| 00.01
+
| 00:01
 
|'''Perl'''’ত ''' Hash'''ৰ স্পৌকেন তিওতৰিয়েললৈ আপোনালোকক স্বাগতম।
 
|'''Perl'''’ত ''' Hash'''ৰ স্পৌকেন তিওতৰিয়েললৈ আপোনালোকক স্বাগতম।
  
 
|-
 
|-
| 00.05
+
| 00:05
 
| এই তিওতৰিয়েলত আমি শিকিম;
 
| এই তিওতৰিয়েলত আমি শিকিম;
  
 
|-
 
|-
|00.09
+
|00:09
 
|'''Perl'''ত  '''Hash''' আৰু
 
|'''Perl'''ত  '''Hash''' আৰু
 
   
 
   
 
|-
 
|-
|00.11
+
|00:11
 
| '''hash'''ৰ এলিমেন্ত এক্সেচ কৰিবলৈ।
 
| '''hash'''ৰ এলিমেন্ত এক্সেচ কৰিবলৈ।
 
   
 
   
 
|-
 
|-
|00.14
+
|00:14
 
|এই তিওতৰিয়েলত মই ব্যৱহাৰ কৰি আছু
 
|এই তিওতৰিয়েলত মই ব্যৱহাৰ কৰি আছু
 
   
 
   
 
|-
 
|-
| 00.16
+
| 00:16
 
|''' Ubuntu Linux12.04''' অপাৰেতিং চিচতেম
 
|''' Ubuntu Linux12.04''' অপাৰেতিং চিচতেম
  
 
|-
 
|-
| 00.21
+
| 00:21
 
|''' Perl 5.14.2''' আৰু
 
|''' Perl 5.14.2''' আৰু
  
 
|-
 
|-
| 00.24
+
| 00:24
 
|| ''' gedit''' টেক্সট এদিএদিতৰ।
 
|| ''' gedit''' টেক্সট এদিএদিতৰ।
  
 
|-
 
|-
|00.26
+
|00:26
 
|আপনাৰ মমন পচন্দৰ মতে যিকোনো টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে।
 
|আপনাৰ মমন পচন্দৰ মতে যিকোনো টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে।
 
   
 
   
 
|-
 
|-
|00.30
+
|00:30
 
|এই তিওতৰিয়েল প্রেকতিচ কৰিবলৈ আপোনাৰ '''Perl'''ৰ ‘’’ভেৰিয়েবল আৰু দাতা স্ত্রাকচাৰ ৰৰ  জ্ঞান থাকিব লাগিব।
 
|এই তিওতৰিয়েল প্রেকতিচ কৰিবলৈ আপোনাৰ '''Perl'''ৰ ‘’’ভেৰিয়েবল আৰু দাতা স্ত্রাকচাৰ ৰৰ  জ্ঞান থাকিব লাগিব।
 
   
 
   
 
|-
 
|-
| 00.38
+
| 00:38
 
|'''comments, loops, conditional statements''' and '''Arrays' (‘’’কমেন্ত, লোপ, কন্দিচ্যনেল স্তেতমেন্ত’’)’ৰ জ্ঞান থাকিলে আৰু ভাল।
 
|'''comments, loops, conditional statements''' and '''Arrays' (‘’’কমেন্ত, লোপ, কন্দিচ্যনেল স্তেতমেন্ত’’)’ৰ জ্ঞান থাকিলে আৰু ভাল।
 
   
 
   
 
|-
 
|-
|00.46
+
|00:46
 
|অনুগ্রহ কৰি ‘’’স্পকেন তিওতৰিয়েল’’’ ৱেবচাইত’ত থকা সম্পৰ্কীয় স্পকেন তিওতৰিয়েল চাওক।
 
|অনুগ্রহ কৰি ‘’’স্পকেন তিওতৰিয়েল’’’ ৱেবচাইত’ত থকা সম্পৰ্কীয় স্পকেন তিওতৰিয়েল চাওক।
  
 
|-
 
|-
|00.52
+
|00:52
 
|''' Hash'''  এটা ক্ৰমত নথকা দাতাৰ হয়
 
|''' Hash'''  এটা ক্ৰমত নথকা দাতাৰ হয়
 
   
 
   
  
 
|-
 
|-
|00.56
+
|00:56
 
|এইটো এটা ‘’’কি/ভেল্যো  পেয়াৰ দাটা স্ত্রাকচাৰ ।
 
|এইটো এটা ‘’’কি/ভেল্যো  পেয়াৰ দাটা স্ত্রাকচাৰ ।
  
 
|-
 
|-
| 00.59
+
| 00:59
 
| ''' Hash কি'''বোৰ অদ্বিতিয়।
 
| ''' Hash কি'''বোৰ অদ্বিতিয়।
 
অসাধারণ
 
অসাধারণ
  
 
|-
 
|-
|01.01
+
|01:01
 
| পিছে''' Hash'''ৰ প্রতিলিপি মূল্য / মান থাকিব পাৰে।
 
| পিছে''' Hash'''ৰ প্রতিলিপি মূল্য / মান থাকিব পাৰে।
  
 
|-
 
|-
|01.05
+
|01:05
 
|এইয়া ''' Hash'''ৰ দিল্রেৰেস্যন।
 
|এইয়া ''' Hash'''ৰ দিল্রেৰেস্যন।
 
   
 
   
 
|-
 
|-
|01.08
+
|01:08
 
|আহক আমি চাও ''' Hash''' ৰ পৰা এতা ‘কি’ৰ ভেল্যু/মান কেনেকৈ পায়।
 
|আহক আমি চাও ''' Hash''' ৰ পৰা এতা ‘কি’ৰ ভেল্যু/মান কেনেকৈ পায়।
  
 
|-
 
|-
|01.12
+
|01:12
 
|এতা কি’ৰ ভেল্যু/মান এক্সেচ/উপয়োগ কৰাৰ চিন্ত্যেক্স হয়
 
|এতা কি’ৰ ভেল্যু/মান এক্সেচ/উপয়োগ কৰাৰ চিন্ত্যেক্স হয়
 
   
 
   
 
|-
 
|-
|01.17
+
|01:17
 
|'''  hashName কাৰ্লি ব্ৰেকেট খোলক  single quote keyName single quote কাৰ্লি ব্ৰেকেট বন্ধ কৰক'''
 
|'''  hashName কাৰ্লি ব্ৰেকেট খোলক  single quote keyName single quote কাৰ্লি ব্ৰেকেট বন্ধ কৰক'''
 
   
 
   
 
|-
 
|-
|01.26
+
|01:26
 
|ব’লক আমি এতা চেম্পল 'প্রগ্রেম  বয়ৱহাৰ কৰি'' hash'''  বুজো।
 
|ব’লক আমি এতা চেম্পল 'প্রগ্রেম  বয়ৱহাৰ কৰি'' hash'''  বুজো।
 
   
 
   
 
|-
 
|-
| 01.31
+
| 01:31
 
|মই আগতেই '''gedit'''ৰ ''' perlHash dot pl'''ফাইলত ক’দ টাইপ কৰি থৈছো।
 
|মই আগতেই '''gedit'''ৰ ''' perlHash dot pl'''ফাইলত ক’দ টাইপ কৰি থৈছো।
  
 
|-
 
|-
|01.37
+
|01:37
 
|আপোনাৰ  ''' perlHash dot pl''' ফাইলত দেখোৱা ক’দ টাইপ কৰক।
 
|আপোনাৰ  ''' perlHash dot pl''' ফাইলত দেখোৱা ক’দ টাইপ কৰক।
 
   
 
   
 
|-
 
|-
|01.42
+
|01:42
 
|''' Perl'''ত ''' Hash''' ‘%’ চাইনেৰে দিক্লেৰ কৰে।
 
|''' Perl'''ত ''' Hash''' ‘%’ চাইনেৰে দিক্লেৰ কৰে।
  
 
|-
 
|-
| 01.47
+
| 01:47
 
|এইয়া ''' Hash'''ৰ কি হয়।
 
|এইয়া ''' Hash'''ৰ কি হয়।
 
   
 
   
 
|-
 
|-
|01.49
+
|01:49
 
|আৰু এইয়াই ''' Hash'''ৰ ভেল্যু হয়।
 
|আৰু এইয়াই ''' Hash'''ৰ ভেল্যু হয়।
 
   
 
   
 
|-
 
|-
|01.53
+
|01:53
 
|মন কৰিব, ''' Hash'''ৰ কি  উপয়োগ কৰিবলৈ এজনে '''dollar'''  চাইন ব্যৱহাৰ কৰিব লাগিব।
 
|মন কৰিব, ''' Hash'''ৰ কি  উপয়োগ কৰিবলৈ এজনে '''dollar'''  চাইন ব্যৱহাৰ কৰিব লাগিব।
 
   
 
   
 
|-
 
|-
|01.59
+
|01:59
 
|ফাইল চেভ কৰিবলৈ ''' Ctrl + S''' প্রেচ কৰক।
 
|ফাইল চেভ কৰিবলৈ ''' Ctrl + S''' প্রেচ কৰক।
 
|-
 
|-
|02.02
+
|02:02
 
|তাৰ পিছত তাৰমিনেল যাওক আৰু‘পাৰ্ল স্ক্রিপ্ত’ এইদৰে এক্জিক্যুত  কৰক।
 
|তাৰ পিছত তাৰমিনেল যাওক আৰু‘পাৰ্ল স্ক্রিপ্ত’ এইদৰে এক্জিক্যুত  কৰক।
 
   
 
   
 
|-
 
|-
|02.08
+
|02:08
 
|''' perl perlHash dot pl'''
 
|''' perl perlHash dot pl'''
  
 
|-
 
|-
|02.11
+
|02:11
 
|আৰু এন্তাৰ প্রেচ কৰক।
 
|আৰু এন্তাৰ প্রেচ কৰক।
  
 
|-
 
|-
|02.14
+
|02:14
 
| আওতপোত তাৰমিনেলত দেখা পাম।  
 
| আওতপোত তাৰমিনেলত দেখা পাম।  
  
 
|-
 
|-
|02.19
+
|02:19
 
|এতিয়া আচাম কি’বোৰ '''hash'''ৰ পৰা কেনেকৈ যোগ আৰু নাইকিয়া কৰে।
 
|এতিয়া আচাম কি’বোৰ '''hash'''ৰ পৰা কেনেকৈ যোগ আৰু নাইকিয়া কৰে।
 
   
 
   
 
|-
 
|-
|02.24
+
|02:24
 
|যোগ কৰাৰ
 
|যোগ কৰাৰ
  
 
|-
 
|-
|02.26
+
|02:26
 
|চিন্ত্যেক্স হহ’ল ''' dollar hashName কাৰ্লি ব্ৰেকেট খোলক'''
 
|চিন্ত্যেক্স হহ’ল ''' dollar hashName কাৰ্লি ব্ৰেকেট খোলক'''
 
|-
 
|-
|02.30
+
|02:30
 
|''' single quote KeyName single quote'''
 
|''' single quote KeyName single quote'''
  
 
|-
 
|-
|02.34
+
|02:34
 
|'''  কাৰ্লি ব্ৰেকেট বন্ধ কৰক equal to value semicolon'''
 
|'''  কাৰ্লি ব্ৰেকেট বন্ধ কৰক equal to value semicolon'''
 
   
 
   
 
|-
 
|-
|02.40
+
|02:40
 
|নাইকিয়া কৰিবলৈ ''' delete dollar hashName কাৰ্লি ব্ৰেকেট খোলক'''
 
|নাইকিয়া কৰিবলৈ ''' delete dollar hashName কাৰ্লি ব্ৰেকেট খোলক'''
  
 
|-
 
|-
|02.46
+
|02:46
 
|'''single quote KeyName single quote  কাৰ্লি ব্ৰেকেট বন্ধ কৰক semicolon'''
 
|'''single quote KeyName single quote  কাৰ্লি ব্ৰেকেট বন্ধ কৰক semicolon'''
 
   
 
   
 
|-
 
|-
|  02.53
+
|  02:53
 
|আহক এতিয়া এতা চেম্পল প্রগ্রেম এটা বুজো।
 
|আহক এতিয়া এতা চেম্পল প্রগ্রেম এটা বুজো।
 
   
 
   
 
|-
 
|-
|  02.58
+
|  02:58
 
|মই আগতেই ''' hashKeyOperations dot pl''' ফাইলত ক’দ টাইপ কৰি থৈছো।
 
|মই আগতেই ''' hashKeyOperations dot pl''' ফাইলত ক’দ টাইপ কৰি থৈছো।
 
   
 
   
 
|-
 
|-
| 03.05
+
| 03:05
 
| এইয়া ''' hash'''ৰ দিক্লেৰেস্বন হয়।
 
| এইয়া ''' hash'''ৰ দিক্লেৰেস্বন হয়।
 
   
 
   
 
|-
 
|-
|03.08
+
|03:08
 
|আমি ''' hash'''ৰ পৰা ''' key''' যোগ আৰু নাইকিয়া কৰিম।
 
|আমি ''' hash'''ৰ পৰা ''' key''' যোগ আৰু নাইকিয়া কৰিম।
 
   
 
   
 
|-
 
|-
| 03.13
+
| 03:13
 
|ইয়াতে আমি আগতেই বনোৱা '''hash'''ত '''key'' যোগ কৰিম।
 
|ইয়াতে আমি আগতেই বনোৱা '''hash'''ত '''key'' যোগ কৰিম।
 
   
 
   
 
|-
 
|-
| 03.18
+
| 03:18
 
|ইটা ভেৰিয়েবল’ত ভেল্যু এচাইন কৰাৰ দৰে হয়।
 
|ইটা ভেৰিয়েবল’ত ভেল্যু এচাইন কৰাৰ দৰে হয়।
  
 
|-
 
|-
|03.23
+
|03:23
 
|দিলিত কি-ৱৰ্দ এটা কি নাইকিয়া কৰিবলৈ ব্যৱহাৰ কৰা হয়।
 
|দিলিত কি-ৱৰ্দ এটা কি নাইকিয়া কৰিবলৈ ব্যৱহাৰ কৰা হয়।
 
   
 
   
 
|-
 
|-
|03.27
+
|03:27
 
|আমি  কি নাইকিয়া কৰিবলৈ কি পাছ কৰিব লাগে।
 
|আমি  কি নাইকিয়া কৰিবলৈ কি পাছ কৰিব লাগে।
 
   
 
   
 
|-
 
|-
|  03.31
+
|  03:31
 
|ফাইল চেভ কৰিবলৈ ''' Ctrl+S''' প্রেছ কৰক।
 
|ফাইল চেভ কৰিবলৈ ''' Ctrl+S''' প্রেছ কৰক।
 
   
 
   
 
|-
 
|-
|03.35
+
|03:35
 
|তাৰমিনেললৈ যাওকে আৰু ''' Perl script''' এক্জি্ক্যুত কৰক
 
|তাৰমিনেললৈ যাওকে আৰু ''' Perl script''' এক্জি্ক্যুত কৰক
 
   
 
   
 
|-
 
|-
|  03.40
+
|  03:40
 
| ''' perl hashKeyOperations dot pl'''
 
| ''' perl hashKeyOperations dot pl'''
 
   
 
   
 
|-
 
|-
|  03.44
+
|  03:44
 
| আৰু এন্তাৰ প্রেচ কৰক।
 
| আৰু এন্তাৰ প্রেচ কৰক।
 
   
 
   
 
|-
 
|-
|  03.47
+
|  03:47
 
|আওতপোত তাৰমিনেল’ত দেখা পাব।
 
|আওতপোত তাৰমিনেল’ত দেখা পাব।
 
   
 
   
 
|-
 
|-
| 03.52
+
| 03:52
 
|ব’লক আমি চাও ''' hash key''' আৰু  '''value'''বোৰ কেনেকৈ চৰ্ত্ কৰে।
 
|ব’লক আমি চাও ''' hash key''' আৰু  '''value'''বোৰ কেনেকৈ চৰ্ত্ কৰে।
  
 
|-
 
|-
| 03.57
+
| 03:57
 
| ''' sort key'''ৰ চিন্ত্যেক্স হ’ল-
 
| ''' sort key'''ৰ চিন্ত্যেক্স হ’ল-
  
 
|-
 
|-
|04.00
+
|04:00
 
|''' sort ব্ৰেকেট খোলক keys percentage hashName ব্ৰেকেট বন্ধ কৰকsemicolon '''
 
|''' sort ব্ৰেকেট খোলক keys percentage hashName ব্ৰেকেট বন্ধ কৰকsemicolon '''
 
   
 
   
 
|-
 
|-
|04.07
+
|04:07
 
|ঠিক একেদৰেই আমি '''hash values sort ''' এনেদৰে কৰিব পাৰো
 
|ঠিক একেদৰেই আমি '''hash values sort ''' এনেদৰে কৰিব পাৰো
  
 
|-
 
|-
|04.11
+
|04:11
 
|''' sort ব্ৰেকেট খোলক values percentage hashName ব্ৰেকেট বন্ধ কৰক semicolon'''
 
|''' sort ব্ৰেকেট খোলক values percentage hashName ব্ৰেকেট বন্ধ কৰক semicolon'''
 
   
 
   
 
|-
 
|-
|04.18
+
|04:18
 
|ব’লক আমি এটা চেম্পল প্রোগ্রাম  ''' sorting''' ফাঙ্কচ্যনেলিতিৰ সহায়ত বুজো।
 
|ব’লক আমি এটা চেম্পল প্রোগ্রাম  ''' sorting''' ফাঙ্কচ্যনেলিতিৰ সহায়ত বুজো।
  
 
|-
 
|-
|04.24
+
|04:24
 
|মই ''' gedit'''ত থকা ''' sortHash dot pl'''’লৈ বদলি হৈ ল’লো।
 
|মই ''' gedit'''ত থকা ''' sortHash dot pl'''’লৈ বদলি হৈ ল’লো।
 
   
 
   
 
|-
 
|-
| 04.30
+
| 04:30
 
|''' sortHash dot pl''' ফাইল’ত স্ক্রিন’ত দেখোৱা ক’দ লিখক।
 
|''' sortHash dot pl''' ফাইল’ত স্ক্রিন’ত দেখোৱা ক’দ লিখক।
  
 
|-
 
|-
| 04.36
+
| 04:36
 
|ইয়াতে আমি এদ্রেছৰ ''' hash''' দিক্লেৰ কৰিছো।
 
|ইয়াতে আমি এদ্রেছৰ ''' hash''' দিক্লেৰ কৰিছো।
 
   
 
   
 
|-
 
|-
|04.41
+
|04:41
 
|ইয়াতে আমি কি চৰ্ত্ কৰিবলৈ আমি আগৰেই পৰা থকা '''sort''' ফাঙ্কচ্যনৰ লগতে ''key''' ফাঙ্কচ্যন ব্যৱহাৰ কৰিছো।
 
|ইয়াতে আমি কি চৰ্ত্ কৰিবলৈ আমি আগৰেই পৰা থকা '''sort''' ফাঙ্কচ্যনৰ লগতে ''key''' ফাঙ্কচ্যন ব্যৱহাৰ কৰিছো।
  
 
|-
 
|-
|04.49
+
|04:49
 
|ই '''hash key''' বোৰ আখৰক্রমে চৰ্ত্ কৰে।
 
|ই '''hash key''' বোৰ আখৰক্রমে চৰ্ত্ কৰে।
 
   
 
   
 
|-
 
|-
|04.54
+
|04:54
 
|ঠিক একেদৰেই আমি '''hash'''ৰ মূল্যৰ ওপৰত চৰ্ত্ ফাঙ্কচ্যন ব্যৱহাৰ কৰিব পাৰো।
 
|ঠিক একেদৰেই আমি '''hash'''ৰ মূল্যৰ ওপৰত চৰ্ত্ ফাঙ্কচ্যন ব্যৱহাৰ কৰিব পাৰো।
  
 
|-
 
|-
|04.59
+
|04:59
 
|নিউমাৰিক কি বা মূল্যৰ ওপৰতো আমি চৰ্টিং ব্যৱহাৰ কৰিব পাৰো।
 
|নিউমাৰিক কি বা মূল্যৰ ওপৰতো আমি চৰ্টিং ব্যৱহাৰ কৰিব পাৰো।
 
   
 
   
 
|-
 
|-
|05.05
+
|05:05
 
|ফাইল চেভ কৰি তাৰমিনেল’লৈ ঘুৰি যাওক।
 
|ফাইল চেভ কৰি তাৰমিনেল’লৈ ঘুৰি যাওক।
  
 
|-
 
|-
|05.09
+
|05:09
 
|''' perl sortHash dot pl''' টাইপ কৰা স্ক্রিপ্ত এক্জি্কিওত কৰক আৰু এন্তাৰ টিপক।
 
|''' perl sortHash dot pl''' টাইপ কৰা স্ক্রিপ্ত এক্জি্কিওত কৰক আৰু এন্তাৰ টিপক।
  
 
|-
 
|-
|05.17
+
|05:17
 
|আওত্পোত তাৰমিনেল’তত দেখোৱাৰ দৰে হ’ব।
 
|আওত্পোত তাৰমিনেল’তত দেখোৱাৰ দৰে হ’ব।
 
   
 
   
 
|-
 
|-
|05.22
+
|05:22
 
|এতিয়া চাওচাও ব’ললক '''hash'''ৰ কি আৰু মূল্য কেনেকৈ আনে।
 
|এতিয়া চাওচাও ব’ললক '''hash'''ৰ কি আৰু মূল্য কেনেকৈ আনে।
  
 
|-
 
|-
|  05.27
+
|  05:27
 
|''' Perl'''এ আমাক ''' hash কি''' আৰু মূল্য আনিবলৈ ইন-বিল্ত্ ফাঙ্কচ্যন দিয়ে।
 
|''' Perl'''এ আমাক ''' hash কি''' আৰু মূল্য আনিবলৈ ইন-বিল্ত্ ফাঙ্কচ্যন দিয়ে।
 
   
 
   
 
|-
 
|-
|  05.34
+
|  05:34
 
|কি-ফাঙ্কচ্যন ''' hash '''ৰ সকলোবোৰ কি পাবলৈ ব্যৱহাৰ কৰে।
 
|কি-ফাঙ্কচ্যন ''' hash '''ৰ সকলোবোৰ কি পাবলৈ ব্যৱহাৰ কৰে।
 
   
 
   
 
|-
 
|-
|05.40
+
|05:40
 
| ভেল্যু ফাঙ্কচ্যনে কি’ৰৰৰ সকলোবোৰ মূল্য উভতাই কিন্তু
 
| ভেল্যু ফাঙ্কচ্যনে কি’ৰৰৰ সকলোবোৰ মূল্য উভতাই কিন্তু
 
   
 
   
 
|-
 
|-
|  05.46
+
|  05:46
 
|''' each''' ফাঙ্কচ্যনে ''' hash'''ৰ ওপৰতেই ইতাৰেত কৰে আৰু ''' hash'''ৰ পৰা কি বা মূল্যৰ পেয়াৰ উভতাই।
 
|''' each''' ফাঙ্কচ্যনে ''' hash'''ৰ ওপৰতেই ইতাৰেত কৰে আৰু ''' hash'''ৰ পৰা কি বা মূল্যৰ পেয়াৰ উভতাই।
 
|-
 
|-
|  05.53
+
|  05:53
 
| এটা চেম্পল প্রোগ্রামৰ সহায়ত ব’লক এইবোৰ বুজো।
 
| এটা চেম্পল প্রোগ্রামৰ সহায়ত ব’লক এইবোৰ বুজো।
 
   
 
   
 
|-
 
|-
| 05.57
+
| 05:57
 
| ইয়াৰ ককাৰণে আমি আগতেই তৈয়াৰ কৰি থোৱা '''perlHash dot pl''' স্ক্রিপ্ত্ ব্যৱহাৰ কৰিম।
 
| ইয়াৰ ককাৰণে আমি আগতেই তৈয়াৰ কৰি থোৱা '''perlHash dot pl''' স্ক্রিপ্ত্ ব্যৱহাৰ কৰিম।
  
 
|-
 
|-
|  06.07
+
|  06:07
 
|স্ক্রীনত দিদিয়া ক’দ টাইপ কৰক;
 
|স্ক্রীনত দিদিয়া ক’দ টাইপ কৰক;
  
 
|-
 
|-
|  06.12
+
|  06:12
 
|ব’লক এতিয়া আমি ক’দটো বু্জো।
 
|ব’লক এতিয়া আমি ক’দটো বু্জো।
  
 
|-
 
|-
|06.15
+
|06:15
 
|''' hash'''ত থকা কি ফাঙ্কচ্যনে এৰে’ উভতাই, য’ত ''' hash'''ৰ সকলো কি থাকে।
 
|''' hash'''ত থকা কি ফাঙ্কচ্যনে এৰে’ উভতাই, য’ত ''' hash'''ৰ সকলো কি থাকে।
 
   
 
   
 
|-
 
|-
|  06.22
+
|  06:22
 
| ''' hash'''ত থকা ভেলো ফাঙ্কচ্যনে এৰে’ উভতাই য’ত ''' hash'''ৰ সকলো কিবোৰৰ মূল্য থাকে।
 
| ''' hash'''ত থকা ভেলো ফাঙ্কচ্যনে এৰে’ উভতাই য’ত ''' hash'''ৰ সকলো কিবোৰৰ মূল্য থাকে।
 
   
 
   
 
|-
 
|-
|  06.30
+
|  06:30
 
|''' each''' ফাঙ্কচ্যনে কি/ভেল্যু’ৰ পেয়াৰ উভতাই।
 
|''' each''' ফাঙ্কচ্যনে কি/ভেল্যু’ৰ পেয়াৰ উভতাই।
  
 
|-
 
|-
|06.34
+
|06:34
 
|ইয়াতে আমি হ্ৱাইল লোপ ব্যৱহাৰ কৰিছো।
 
|ইয়াতে আমি হ্ৱাইল লোপ ব্যৱহাৰ কৰিছো।
  
 
|-
 
|-
| 06.36
+
| 06:36
 
|ই প্রতিটো ''' hash'''ৰ কি/ভেল্যু পেয়াৰ ইতাৰেত কৰে, যি '''each ফাঙ্কচ্যনে''' উভতাই।
 
|ই প্রতিটো ''' hash'''ৰ কি/ভেল্যু পেয়াৰ ইতাৰেত কৰে, যি '''each ফাঙ্কচ্যনে''' উভতাই।
  
 
|-
 
|-
|06.43
+
|06:43
 
| ''' Ctrl+S''' প্রেছ কৰি ফাইল চেভ কৰক।
 
| ''' Ctrl+S''' প্রেছ কৰি ফাইল চেভ কৰক।
  
 
|-
 
|-
|06.48
+
|06:48
 
|এতিয়া স্ক্রিপ্ত এক্জিকিউত কৰক তাৰমিনেল’ত এইয়া টাইপ কৰি-
 
|এতিয়া স্ক্রিপ্ত এক্জিকিউত কৰক তাৰমিনেল’ত এইয়া টাইপ কৰি-
 
   
 
   
 
|-
 
|-
| 06.53
+
| 06:53
 
| ''' perl perlHash dot pl'''
 
| ''' perl perlHash dot pl'''
  
 
|-
 
|-
| 06.58
+
| 06:58
 
| আৰু এন্তাৰ প্রেছ কৰক।
 
| আৰু এন্তাৰ প্রেছ কৰক।
  
 
|-
 
|-
|  07.01
+
|  07:01
 
|তাৰমিনেল’ত আউতপোত এনেকে দেখা পাম।
 
|তাৰমিনেল’ত আউতপোত এনেকে দেখা পাম।
 
   
 
   
 
|-
 
|-
|  07.05
+
|  07:05
 
|এতিয়া আমি ''' hash'''ৰ ওপৰত লোপ লগাবলৈ আৰু বেলেগ পদ্ধতি চাম।
 
|এতিয়া আমি ''' hash'''ৰ ওপৰত লোপ লগাবলৈ আৰু বেলেগ পদ্ধতি চাম।
 
   
 
   
 
|-
 
|-
|07.10
+
|07:10
 
| আমি প্রতিটো ''' hash'''ৰ কি’ৰ ওপৰত ইতাৰেত কৰিবলৈ ''' foreach লোপ''' ব্যৱহাৰ কৰিব পাৰো।
 
| আমি প্রতিটো ''' hash'''ৰ কি’ৰ ওপৰত ইতাৰেত কৰিবলৈ ''' foreach লোপ''' ব্যৱহাৰ কৰিব পাৰো।
 
   
 
   
 
|-
 
|-
|07.15
+
|07:15
 
|তাৰ পাছত কি’ৰ ভেল্যুৰ ওপৰত কিছুমান একচ্যন কৰিব পাৰো।
 
|তাৰ পাছত কি’ৰ ভেল্যুৰ ওপৰত কিছুমান একচ্যন কৰিব পাৰো।
 
   
 
   
 
|-
 
|-
|07.20
+
|07:20
 
|স্ক্রীনত ইয়াৰ চিন্তেক্স দেখোৱা হৈছে।
 
|স্ক্রীনত ইয়াৰ চিন্তেক্স দেখোৱা হৈছে।
 
      
 
      
 
|-
 
|-
|07.24
+
|07:24
 
|ইয়াতে, ''' foreach loop'''ৰ ইতাৰেচ্যনে ''' hash'''ৰ কি ''' $variable'''ত এচাইন কৰিব।
 
|ইয়াতে, ''' foreach loop'''ৰ ইতাৰেচ্যনে ''' hash'''ৰ কি ''' $variable'''ত এচাইন কৰিব।
  
 
|-
 
|-
|07.32
+
|07:32
 
|তাৰ পাছত ই কিবা একচ্যন বা মূল্য পাবলৈ ''' $variable''' ব্যৱহাৰ কৰিব।
 
|তাৰ পাছত ই কিবা একচ্যন বা মূল্য পাবলৈ ''' $variable''' ব্যৱহাৰ কৰিব।
  
 
|-
 
|-
|07.40
+
|07:40
 
| ঠিক একেদৰেই আমি '''hash values'''ৰ ওপৰত লোপ লগাব পাৰো স্ক্রিন’ত দেখোৱাৰ দৰে।
 
| ঠিক একেদৰেই আমি '''hash values'''ৰ ওপৰত লোপ লগাব পাৰো স্ক্রিন’ত দেখোৱাৰ দৰে।
  
 
|-
 
|-
|07.47
+
|07:47
|আমি এটা চেম্পল প্রগ্রেম চাম।
+
|আম এটা চেম্পল প্রগ্রেম চাম।
 
   
 
   
 
|-
 
|-
|07.49
+
|07:49
 
|সেইকাৰণে মই '''gedit'''ত ''' loopingOverHash dot pl'''লৈ যাম।
 
|সেইকাৰণে মই '''gedit'''ত ''' loopingOverHash dot pl'''লৈ যাম।
  
 
|-
 
|-
|07.55
+
|07:55
 
| ''' loopingOverHash dot pl'''ত দেখোৱাৰ দৰে ক’দ টাইপ কৰক।
 
| ''' loopingOverHash dot pl'''ত দেখোৱাৰ দৰে ক’দ টাইপ কৰক।
  
 
|-
 
|-
|08.02
+
|08:02
 
|এই ক’দে '''hash'''ৰ এটা কি উভতাই।
 
|এই ক’দে '''hash'''ৰ এটা কি উভতাই।
  
 
|-
 
|-
|08.07
+
|08:07
 
|আমাৰ এই কেছত,
 
|আমাৰ এই কেছত,
  
 
|-
 
|-
|08.09
+
|08:09
 
|প্রথমবাৰ ''' dollar key ($key)'''ত ''' Department''' কি হিছাপে আছে।
 
|প্রথমবাৰ ''' dollar key ($key)'''ত ''' Department''' কি হিছাপে আছে।
  
 
|-
 
|-
|08.15
+
|08:15
 
|পাছৰ '''foreach’’’ ইতাৰেচ্যনত, নেম কি উভতাই।
 
|পাছৰ '''foreach’’’ ইতাৰেচ্যনত, নেম কি উভতাই।
  
 
|-
 
|-
|08.21
+
|08:21
 
|মন কৰকঃ ''' Hash''' এটা ক্ৰমত নথকা সংগ্রহিত দাতা হয়
 
|মন কৰকঃ ''' Hash''' এটা ক্ৰমত নথকা সংগ্রহিত দাতা হয়
  
 
|-
 
|-
|08.26
+
|08:26
 
|সেইকাৰণে, ঘূৰাই অনা কি’বোৰ '''hash''' বনোৱাৰ সময়ত থকা ক্রমত নেথাকে।
 
|সেইকাৰণে, ঘূৰাই অনা কি’বোৰ '''hash''' বনোৱাৰ সময়ত থকা ক্রমত নেথাকে।
  
 
|-
 
|-
|08.33
+
|08:33
 
|ভেল্যুত থকা লোপেও থিক এনেদৰেই কাম কৰে।
 
|ভেল্যুত থকা লোপেও থিক এনেদৰেই কাম কৰে।
  
 
|-
 
|-
|08.38
+
|08:38
 
|''' Ctrl + S''' প্রেছ কৰি ফাইল চেভ কৰক।
 
|''' Ctrl + S''' প্রেছ কৰি ফাইল চেভ কৰক।
  
 
|-
 
|-
|08.41
+
|08:41
 
|তাৰ পিছত, তাৰমিনেল’লৈ যাওক আৰু ''' Perl script''' এনেদৰি এক্জিক্যুত কৰক
 
|তাৰ পিছত, তাৰমিনেল’লৈ যাওক আৰু ''' Perl script''' এনেদৰি এক্জিক্যুত কৰক
  
 
|-
 
|-
|08.46
+
|08:46
 
|''' perl loopingOverHash dot pl'''
 
|''' perl loopingOverHash dot pl'''
  
 
|-
 
|-
|08.50
+
|08:50
 
|আৰু এন্তাৰ প্রেছ কৰক।
 
|আৰু এন্তাৰ প্রেছ কৰক।
  
 
|-
 
|-
|08.53
+
|08:53
 
|তাৰমিনেলত আউতপোত এনেদৰে দেখোৱা হ’ব।
 
|তাৰমিনেলত আউতপোত এনেদৰে দেখোৱা হ’ব।
  
 
|-
 
|-
|08.58
+
|08:58
 
|আকৌ চমুকৈ চাও
 
|আকৌ চমুকৈ চাও
  
 
|-
 
|-
|08.59
+
|08:59
 
|এই তিউতৰিয়েলত আমি শিকিলো-
 
|এই তিউতৰিয়েলত আমি শিকিলো-
  
 
|-
 
|-
|09.01
+
|09:01
 
|'''Perl'''ত থকা ''' Hash''' আৰু
 
|'''Perl'''ত থকা ''' Hash''' আৰু
  
 
|-
 
|-
|09.03
+
|09:03
 
|''' Hash'''ৰ এলিমেন্ত এক্সেচ কৰা
 
|''' Hash'''ৰ এলিমেন্ত এক্সেচ কৰা
  
 
|-
 
|-
|09.05
+
|09:05
 
|চেম্পল প্রগ্রেমৰ ব্যৱহাৰ কৰি।
 
|চেম্পল প্রগ্রেমৰ ব্যৱহাৰ কৰি।
  
 
|-
 
|-
|09.08
+
|09:08
 
|এইয়া আপোনাৰ কাৰণে এটা এচাইনমেন্ত-
 
|এইয়া আপোনাৰ কাৰণে এটা এচাইনমেন্ত-
  
 
|-
 
|-
|09.11
+
|09:11
 
|''' Hash''' দিক্লেৰ কৰক '''student name''' কি হিছাপে ৰাখি
 
|''' Hash''' দিক্লেৰ কৰক '''student name''' কি হিছাপে ৰাখি
  
 
|-
 
|-
|09.15
+
|09:15
 
|আৰু তাৰ/তাইৰ পাৰচেন্তেজ ভেল্যু হিছাপে।
 
|আৰু তাৰ/তাইৰ পাৰচেন্তেজ ভেল্যু হিছাপে।
  
 
|-
 
|-
|09.18
+
|09:18
 
|কি, ভেল্যু আৰু '''each''' ফাঙ্কচ্যন ব্যৱহাৰ কৰি '''hash'''ৰ ওপৰত লোপ লগাই।
 
|কি, ভেল্যু আৰু '''each''' ফাঙ্কচ্যন ব্যৱহাৰ কৰি '''hash'''ৰ ওপৰত লোপ লগাই।
  
 
|-
 
|-
|09.24
+
|09:24
 
|তাৰ পিত প্রতিতো ছাত্রৰ পাৰচেন্তেজ প্রিন্ট কৰক।
 
|তাৰ পিত প্রতিতো ছাত্রৰ পাৰচেন্তেজ প্রিন্ট কৰক।
  
 
|-
 
|-
|09.29
+
|09:29
 
|তলত দিয়া লিঙ্কত থকা ভিদিঅ চাওক।
 
|তলত দিয়া লিঙ্কত থকা ভিদিঅ চাওক।
 
   
 
   
 
|-
 
|-
|09.32
+
|09:32
 
|স্পকেন তিউতৰিয়েল ইয়াতে সমাপ্ত হ’ল।
 
|স্পকেন তিউতৰিয়েল ইয়াতে সমাপ্ত হ’ল।
 
   
 
   
 
|-
 
|-
|09.37
+
|09:37
 
|আপোনাৰ ভাল বেন্দ্বৱিথ নেথাকিলে আপোনি ভিদিঅ দাওনল’দ কৰি চাব পাৰে
 
|আপোনাৰ ভাল বেন্দ্বৱিথ নেথাকিলে আপোনি ভিদিঅ দাওনল’দ কৰি চাব পাৰে
 
   
 
   
 
|-
 
|-
| 09.42
+
| 09:42
 
|  স্পকেন তিউতৰিয়েল প্রজেক্ত তিমে কৰ্মশা্লা আয়োজন কৰে স্পকেন তিউতৰিয়েল ব্যৱহাৰ কৰি
 
|  স্পকেন তিউতৰিয়েল প্রজেক্ত তিমে কৰ্মশা্লা আয়োজন কৰে স্পকেন তিউতৰিয়েল ব্যৱহাৰ কৰি
 
   
 
   
 
|-
 
|-
|09.49
+
|09:49
 
|অনলাইন পৰীক্ষা উত্তিৰ্ণ কৰা সকলক চাৰ্তিফিকেত দিয়ে।
 
|অনলাইন পৰীক্ষা উত্তিৰ্ণ কৰা সকলক চাৰ্তিফিকেত দিয়ে।
 
   
 
   
 
|-
 
|-
|09.53
+
|09:53
 
|আৰু তথ্যৰ কাৰণে অনুগ্রহ কৰি spoken hyphen tutorial dot org’ত খবৰ কৰক।
 
|আৰু তথ্যৰ কাৰণে অনুগ্রহ কৰি spoken hyphen tutorial dot org’ত খবৰ কৰক।
 
   
 
   
 
|-
 
|-
| 10.02
+
| 10:02
 
| স্পকেন তিউতৰিয়েল প্রজেক্ত তক তো ই তিছাৰ’ৰ এটা ভাগ।
 
| স্পকেন তিউতৰিয়েল প্রজেক্ত তক তো ই তিছাৰ’ৰ এটা ভাগ।
 
   
 
   
 
|-
 
|-
|10.06
+
|10:06
 
|ইয়াক সমৰ্থিত কৰিছে নেচ্যনেল মিছ্যন অন এদুকেচ্যন ICT, MHRD, Government of Indiaৰ দ্বাৰা।
 
|ইয়াক সমৰ্থিত কৰিছে নেচ্যনেল মিছ্যন অন এদুকেচ্যন ICT, MHRD, Government of Indiaৰ দ্বাৰা।
 
   
 
   
 
|-
 
|-
|10.15
+
|10:15
 
|এই মিছ্যনৰ অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro’ত আছে।
 
|এই মিছ্যনৰ অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro’ত আছে।
  
 
   
 
   
 
|-
 
|-
| 10.26
+
| 10:26
 
|আশা কৰো আপোনি Perl তিউতৰিয়েল ভাল পালে।
 
|আশা কৰো আপোনি Perl তিউতৰিয়েল ভাল পালে।
 
   
 
   
 
|-
 
|-
|10.30
+
|10:30
 
|এই পাঠটি প্ৰগয়ানৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো
 
|এই পাঠটি প্ৰগয়ানৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো
 
   
 
   
 
|-
 
|-
|10.33
+
|10:33
 
|লগত থকাৰ কাৰণে ধন্যৱাদ।
 
|লগত থকাৰ কাৰণে ধন্যৱাদ।
 
   
 
   
 
|}
 
|}

Revision as of 12:56, 7 August 2014

Time
Narration
00:01 Perl’ত Hashৰ স্পৌকেন তিওতৰিয়েললৈ আপোনালোকক স্বাগতম।
00:05 এই তিওতৰিয়েলত আমি শিকিম;
00:09 PerlHash আৰু
00:11 hashৰ এলিমেন্ত এক্সেচ কৰিবলৈ।
00:14 এই তিওতৰিয়েলত মই ব্যৱহাৰ কৰি আছু
00:16 Ubuntu Linux12.04 অপাৰেতিং চিচতেম
00:21 Perl 5.14.2 আৰু
00:24 gedit টেক্সট এদিএদিতৰ।
00:26 আপনাৰ মমন পচন্দৰ মতে যিকোনো টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে।
00:30 এই তিওতৰিয়েল প্রেকতিচ কৰিবলৈ আপোনাৰ Perlৰ ‘’’ভেৰিয়েবল আৰু দাতা স্ত্রাকচাৰ ৰৰ জ্ঞান থাকিব লাগিব।
00:38 comments, loops, conditional statements and Arrays' (‘’’কমেন্ত, লোপ, কন্দিচ্যনেল স্তেতমেন্ত’’)’ৰ জ্ঞান থাকিলে আৰু ভাল।
00:46 অনুগ্রহ কৰি ‘’’স্পকেন তিওতৰিয়েল’’’ ৱেবচাইত’ত থকা সম্পৰ্কীয় স্পকেন তিওতৰিয়েল চাওক।
00:52 Hash এটা ক্ৰমত নথকা দাতাৰ হয়


00:56 এইটো এটা ‘’’কি/ভেল্যো পেয়াৰ দাটা স্ত্রাকচাৰ ।
00:59 Hash কিবোৰ অদ্বিতিয়।

অসাধারণ

01:01 পিছে Hashৰ প্রতিলিপি মূল্য / মান থাকিব পাৰে।
01:05 এইয়া Hashৰ দিল্রেৰেস্যন।
01:08 আহক আমি চাও Hash ৰ পৰা এতা ‘কি’ৰ ভেল্যু/মান কেনেকৈ পায়।
01:12 এতা কি’ৰ ভেল্যু/মান এক্সেচ/উপয়োগ কৰাৰ চিন্ত্যেক্স হয়
01:17 hashName কাৰ্লি ব্ৰেকেট খোলক single quote keyName single quote কাৰ্লি ব্ৰেকেট বন্ধ কৰক
01:26 ব’লক আমি এতা চেম্পল 'প্রগ্রেম বয়ৱহাৰ কৰি hash' বুজো।
01:31 মই আগতেই gedit perlHash dot plফাইলত ক’দ টাইপ কৰি থৈছো।
01:37 আপোনাৰ perlHash dot pl ফাইলত দেখোৱা ক’দ টাইপ কৰক।
01:42 Perl Hash ‘%’ চাইনেৰে দিক্লেৰ কৰে।
01:47 এইয়া Hashৰ কি হয়।
01:49 আৰু এইয়াই Hashৰ ভেল্যু হয়।
01:53 মন কৰিব, Hashৰ কি উপয়োগ কৰিবলৈ এজনে dollar চাইন ব্যৱহাৰ কৰিব লাগিব।
01:59 ফাইল চেভ কৰিবলৈ Ctrl + S প্রেচ কৰক।
02:02 তাৰ পিছত তাৰমিনেল যাওক আৰু‘পাৰ্ল স্ক্রিপ্ত’ এইদৰে এক্জিক্যুত কৰক।
02:08 perl perlHash dot pl
02:11 আৰু এন্তাৰ প্রেচ কৰক।
02:14 আওতপোত তাৰমিনেলত দেখা পাম।
02:19 এতিয়া আচাম কি’বোৰ hashৰ পৰা কেনেকৈ যোগ আৰু নাইকিয়া কৰে।
02:24 যোগ কৰাৰ
02:26 চিন্ত্যেক্স হহ’ল dollar hashName কাৰ্লি ব্ৰেকেট খোলক
02:30 single quote KeyName single quote
02:34 কাৰ্লি ব্ৰেকেট বন্ধ কৰক equal to value semicolon
02:40 নাইকিয়া কৰিবলৈ delete dollar hashName কাৰ্লি ব্ৰেকেট খোলক
02:46 single quote KeyName single quote কাৰ্লি ব্ৰেকেট বন্ধ কৰক semicolon
02:53 আহক এতিয়া এতা চেম্পল প্রগ্রেম এটা বুজো।
02:58 মই আগতেই hashKeyOperations dot pl ফাইলত ক’দ টাইপ কৰি থৈছো।
03:05 এইয়া hashৰ দিক্লেৰেস্বন হয়।
03:08 আমি hashৰ পৰা key যোগ আৰু নাইকিয়া কৰিম।
03:13 ইয়াতে আমি আগতেই বনোৱা hash'key যোগ কৰিম।
03:18 ইটা ভেৰিয়েবল’ত ভেল্যু এচাইন কৰাৰ দৰে হয়।
03:23 দিলিত কি-ৱৰ্দ এটা কি নাইকিয়া কৰিবলৈ ব্যৱহাৰ কৰা হয়।
03:27 আমি কি নাইকিয়া কৰিবলৈ কি পাছ কৰিব লাগে।
03:31 ফাইল চেভ কৰিবলৈ Ctrl+S প্রেছ কৰক।
03:35 তাৰমিনেললৈ যাওকে আৰু Perl script এক্জি্ক্যুত কৰক
03:40 perl hashKeyOperations dot pl
03:44 আৰু এন্তাৰ প্রেচ কৰক।
03:47 আওতপোত তাৰমিনেল’ত দেখা পাব।
03:52 ব’লক আমি চাও hash key আৰু valueবোৰ কেনেকৈ চৰ্ত্ কৰে।
03:57 sort keyৰ চিন্ত্যেক্স হ’ল-
04:00 sort ব্ৰেকেট খোলক keys percentage hashName ব্ৰেকেট বন্ধ কৰকsemicolon
04:07 ঠিক একেদৰেই আমি hash values sort এনেদৰে কৰিব পাৰো
04:11 sort ব্ৰেকেট খোলক values percentage hashName ব্ৰেকেট বন্ধ কৰক semicolon
04:18 ব’লক আমি এটা চেম্পল প্রোগ্রাম sorting ফাঙ্কচ্যনেলিতিৰ সহায়ত বুজো।
04:24 মই geditত থকা sortHash dot pl’লৈ বদলি হৈ ল’লো।
04:30 sortHash dot pl ফাইল’ত স্ক্রিন’ত দেখোৱা ক’দ লিখক।
04:36 ইয়াতে আমি এদ্রেছৰ hash দিক্লেৰ কৰিছো।
04:41 ইয়াতে আমি কি চৰ্ত্ কৰিবলৈ আমি আগৰেই পৰা থকা sort' ফাঙ্কচ্যনৰ লগতে key ফাঙ্কচ্যন ব্যৱহাৰ কৰিছো।
04:49 hash key বোৰ আখৰক্রমে চৰ্ত্ কৰে।
04:54 ঠিক একেদৰেই আমি hashৰ মূল্যৰ ওপৰত চৰ্ত্ ফাঙ্কচ্যন ব্যৱহাৰ কৰিব পাৰো।
04:59 নিউমাৰিক কি বা মূল্যৰ ওপৰতো আমি চৰ্টিং ব্যৱহাৰ কৰিব পাৰো।
05:05 ফাইল চেভ কৰি তাৰমিনেল’লৈ ঘুৰি যাওক।
05:09 perl sortHash dot pl টাইপ কৰা স্ক্রিপ্ত এক্জি্কিওত কৰক আৰু এন্তাৰ টিপক।
05:17 আওত্পোত তাৰমিনেল’তত দেখোৱাৰ দৰে হ’ব।
05:22 এতিয়া চাওচাও ব’ললক hashৰ কি আৰু মূল্য কেনেকৈ আনে।
05:27 Perlএ আমাক hash কি আৰু মূল্য আনিবলৈ ইন-বিল্ত্ ফাঙ্কচ্যন দিয়ে।
05:34 কি-ফাঙ্কচ্যন hash ৰ সকলোবোৰ কি পাবলৈ ব্যৱহাৰ কৰে।
05:40 ভেল্যু ফাঙ্কচ্যনে কি’ৰৰৰ সকলোবোৰ মূল্য উভতাই কিন্তু
05:46 each ফাঙ্কচ্যনে hashৰ ওপৰতেই ইতাৰেত কৰে আৰু hashৰ পৰা কি বা মূল্যৰ পেয়াৰ উভতাই।
05:53 এটা চেম্পল প্রোগ্রামৰ সহায়ত ব’লক এইবোৰ বুজো।
05:57 ইয়াৰ ককাৰণে আমি আগতেই তৈয়াৰ কৰি থোৱা perlHash dot pl স্ক্রিপ্ত্ ব্যৱহাৰ কৰিম।
06:07 স্ক্রীনত দিদিয়া ক’দ টাইপ কৰক;
06:12 ব’লক এতিয়া আমি ক’দটো বু্জো।
06:15 hashত থকা কি ফাঙ্কচ্যনে এৰে’ উভতাই, য’ত hashৰ সকলো কি থাকে।
06:22 hashত থকা ভেলো ফাঙ্কচ্যনে এৰে’ উভতাই য’ত hashৰ সকলো কিবোৰৰ মূল্য থাকে।
06:30 each ফাঙ্কচ্যনে কি/ভেল্যু’ৰ পেয়াৰ উভতাই।
06:34 ইয়াতে আমি হ্ৱাইল লোপ ব্যৱহাৰ কৰিছো।
06:36 ই প্রতিটো hashৰ কি/ভেল্যু পেয়াৰ ইতাৰেত কৰে, যি each ফাঙ্কচ্যনে উভতাই।
06:43 Ctrl+S প্রেছ কৰি ফাইল চেভ কৰক।
06:48 এতিয়া স্ক্রিপ্ত এক্জিকিউত কৰক তাৰমিনেল’ত এইয়া টাইপ কৰি-
06:53 perl perlHash dot pl
06:58 আৰু এন্তাৰ প্রেছ কৰক।
07:01 তাৰমিনেল’ত আউতপোত এনেকে দেখা পাম।
07:05 এতিয়া আমি hashৰ ওপৰত লোপ লগাবলৈ আৰু বেলেগ পদ্ধতি চাম।
07:10 আমি প্রতিটো hashৰ কি’ৰ ওপৰত ইতাৰেত কৰিবলৈ foreach লোপ ব্যৱহাৰ কৰিব পাৰো।
07:15 তাৰ পাছত কি’ৰ ভেল্যুৰ ওপৰত কিছুমান একচ্যন কৰিব পাৰো।
07:20 স্ক্রীনত ইয়াৰ চিন্তেক্স দেখোৱা হৈছে।
07:24 ইয়াতে, foreach loopৰ ইতাৰেচ্যনে hashৰ কি $variableত এচাইন কৰিব।
07:32 তাৰ পাছত ই কিবা একচ্যন বা মূল্য পাবলৈ $variable ব্যৱহাৰ কৰিব।
07:40 ঠিক একেদৰেই আমি hash valuesৰ ওপৰত লোপ লগাব পাৰো স্ক্রিন’ত দেখোৱাৰ দৰে।
07:47 আম এটা চেম্পল প্রগ্রেম চাম।
07:49 সেইকাৰণে মই gedit loopingOverHash dot plলৈ যাম।
07:55 loopingOverHash dot plত দেখোৱাৰ দৰে ক’দ টাইপ কৰক।
08:02 এই ক’দে hashৰ এটা কি উভতাই।
08:07 আমাৰ এই কেছত,
08:09 প্রথমবাৰ dollar key ($key) Department কি হিছাপে আছে।
08:15 পাছৰ foreach’’’ ইতাৰেচ্যনত, নেম কি উভতাই।
08:21 মন কৰকঃ Hash এটা ক্ৰমত নথকা সংগ্রহিত দাতা হয়
08:26 সেইকাৰণে, ঘূৰাই অনা কি’বোৰ hash বনোৱাৰ সময়ত থকা ক্রমত নেথাকে।
08:33 ভেল্যুত থকা লোপেও থিক এনেদৰেই কাম কৰে।
08:38 Ctrl + S প্রেছ কৰি ফাইল চেভ কৰক।
08:41 তাৰ পিছত, তাৰমিনেল’লৈ যাওক আৰু Perl script এনেদৰি এক্জিক্যুত কৰক
08:46 perl loopingOverHash dot pl
08:50 আৰু এন্তাৰ প্রেছ কৰক।
08:53 তাৰমিনেলত আউতপোত এনেদৰে দেখোৱা হ’ব।
08:58 আকৌ চমুকৈ চাও
08:59 এই তিউতৰিয়েলত আমি শিকিলো-
09:01 Perlত থকা Hash আৰু
09:03 Hashৰ এলিমেন্ত এক্সেচ কৰা
09:05 চেম্পল প্রগ্রেমৰ ব্যৱহাৰ কৰি।
09:08 এইয়া আপোনাৰ কাৰণে এটা এচাইনমেন্ত-
09:11 Hash দিক্লেৰ কৰক student name কি হিছাপে ৰাখি
09:15 আৰু তাৰ/তাইৰ পাৰচেন্তেজ ভেল্যু হিছাপে।
09:18 কি, ভেল্যু আৰু each ফাঙ্কচ্যন ব্যৱহাৰ কৰি hashৰ ওপৰত লোপ লগাই।
09:24 তাৰ পিত প্রতিতো ছাত্রৰ পাৰচেন্তেজ প্রিন্ট কৰক।
09:29 তলত দিয়া লিঙ্কত থকা ভিদিঅ চাওক।
09:32 স্পকেন তিউতৰিয়েল ইয়াতে সমাপ্ত হ’ল।
09:37 আপোনাৰ ভাল বেন্দ্বৱিথ নেথাকিলে আপোনি ভিদিঅ দাওনল’দ কৰি চাব পাৰে
09:42 স্পকেন তিউতৰিয়েল প্রজেক্ত তিমে কৰ্মশা্লা আয়োজন কৰে স্পকেন তিউতৰিয়েল ব্যৱহাৰ কৰি
09:49 অনলাইন পৰীক্ষা উত্তিৰ্ণ কৰা সকলক চাৰ্তিফিকেত দিয়ে।
09:53 আৰু তথ্যৰ কাৰণে অনুগ্রহ কৰি spoken hyphen tutorial dot org’ত খবৰ কৰক।
10:02 স্পকেন তিউতৰিয়েল প্রজেক্ত তক তো ই তিছাৰ’ৰ এটা ভাগ।
10:06 ইয়াক সমৰ্থিত কৰিছে নেচ্যনেল মিছ্যন অন এদুকেচ্যন ICT, MHRD, Government of Indiaৰ দ্বাৰা।
10:15 এই মিছ্যনৰ অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro’ত আছে।


10:26 আশা কৰো আপোনি Perl তিউতৰিয়েল ভাল পালে।
10:30 এই পাঠটি প্ৰগয়ানৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো
10:33 লগত থকাৰ কাৰণে ধন্যৱাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble