Difference between revisions of "LibreOffice-Suite-Draw/C2/Basics-of-working-with-objects/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 22: Line 22:
 
|-
 
|-
 
|| 00.21
 
|| 00.21
||এটি দলত প্রতিটি বস্তু সম্পাদন কৰা।
+
||এটি দলত প্রতিটি বস্তুক সম্পাদন কৰা।
 
|-
 
|-
 
|| 00.24
 
|| 00.24
|| এটআ দলতে বস্তুবোৰ অতৰুৱাওক।
+
|| এটা দলতে বস্তুবোৰ অতৰুৱা।
 
|-
 
|-
 
|| 00.28
 
|| 00.28
||ইয়াত আমিউবুন্টুলিনাক্স সংস্কৰণ ১০.০৪আৰু LibreOffice সংকলন সংস্কৰণ ..৪ব্যবহাৰ কৰিছো।
+
||ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰিছো।
 
|-
 
|-
 
|| 00.37
 
|| 00.37
Line 34: Line 34:
 
|-
 
|-
 
|| 00.42
 
|| 00.42
||এতিয়া, এই ছবিতোত আৰু তিনিটা মেঘ কপি আৰু পেস্ট কৰো।
+
||এতিয়া, এই ছবিতোত আৰু তিনিটা মেঘ কপি কৰি আৰু পেস্ট কৰো।
 
|-
 
|-
 
|| 00.47
 
|| 00.47
||প্রথমে মেঘ নির্বাচন কৰক, তাৰপিছত কনটেক্সট মেনু চাবলৈ সো ক্লিক কৰক আৰু"কপি"ত ক্লিক কৰা।
+
||প্রথমে মেঘ নির্বাচন কৰক, তাৰপিছত কনটেক্সট মেনু চাবলৈ সো ক্লিক কৰক আৰু "copy"ত ক্লিক কৰাক
 
|-
 
|-
 
|| 00.54
 
|| 00.54
||তাৰপিছত,কার্সাৰটি পৃষ্ঠাত ৰাখক,কনটেক্সট মেনুৰ বাবে আকৌএবাৰ সো ক্লিক কৰক আৰু "Paste" ক্লিক কৰক।
+
||তাৰপিছত,কার্সাৰটি পৃষ্ঠাত ৰাখক, কনটেক্সট মেনুৰ বাবে আকৌ এবাৰ সো ক্লিক কৰক আৰু "Paste" ক্লিক কৰক।
 
|-
 
|-
 
|| 01.02
 
|| 01.02
||কিন্তু আমিকেবল এটিমাত্র মেঘ দেখিব পাৰো!
+
||কিন্তু আমি কেবল এটিমাত্র মেঘ দেখিব পাৰো!
 
|-
 
|-
 
|| 01.05
 
|| 01.05
Line 49: Line 49:
 
|-
 
|-
 
|| 01.08
 
|| 01.08
||কপি কৰা মেঘটো আসল মেঘৰ উপৰত যুক্তহয়!
+
||কপি কৰা মেঘটো আসল মেঘৰ উপৰত যুক্ত হয়!
 
|-
 
|-
 
|| 01.13
 
|| 01.13
Line 58: Line 58:
 
|-
 
|-
 
|| 01.21
 
|| 01.21
||মেঘ নির্বাচন কৰক, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু "কপি" ক্লিক কৰক।
+
||মেঘ নির্বাচন কৰক, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু ""copy"" ক্লিক কৰক।
 
|-
 
|-
 
|| 01.26
 
|| 01.26
Line 79: Line 79:
 
|-
 
|-
 
|| 01.50
 
|| 01.50
||মেঘ নির্বাচন কৰক আৰু CTRL আৰু Cকী-দুটা একেলগে টিপক।
+
||মেঘ নির্বাচন কৰক আৰু CTRL C কী-দুটা একেলগে টিপক।
 
|-
 
|-
 
|| 01.55
 
|| 01.55
Line 85: Line 85:
 
|-
 
|-
 
|| 01.57
 
|| 01.57
||পেস্ট কৰিবৰ বাবে Ctrlআৰু Vকী-দুটা একেলগে টিপক।
+
||পেস্ট কৰিবৰ বাবে Ctrlআৰু V কী-দুটা একেলগে টিপক।
 
|-
 
|-
 
|| 02.02
 
|| 02.02
|| এতিয়া  মেঘটি নির্বাচন কৰক আৰু পছন্দ অবস্থানলৈ স্থানান্তৰিত কৰক ।  
+
|| এতিয়া  মেঘটি নির্বাচন কৰক আৰু পছন্দ অবস্থানলৈ স্থানান্তৰিত কৰক ।
 
|-
 
|-
 
|| 02.08
 
|| 02.08
Line 106: Line 106:
 
|-
 
|-
 
|| 02.25
 
|| 02.25
||এটি বস্তু কাট কৰক আৰু পেস্ট কৰক । আপোনি এই কামৰ বাবে শর্ট কাট কী ব্যবহাৰ কৰিব পাৰে।
+
||এটা বস্তু কাট কৰক আৰু পেস্ট কৰক । আপোনি এই কামৰ বাবে শর্ট কাট কী ব্যবহাৰ কৰিব পাৰে।
 
|-
 
|-
 
|| 02.31
 
|| 02.31
Line 118: Line 118:
 
|-
 
|-
 
|| 02.40
 
|| 02.40
||এতিয়া handlesবোৰ দেখা য়ায়.
+
||এতিয়া handles বোৰ দেখা য়ায়.
 
|-
 
|-
 
|| 02.43
 
|| 02.43
||পিছত, য়েতিলৈকে arrowheadsদেখা য়ায় কার্সাৰটি কোনো এটা  handlesউপৰত স্থাপন কৰা
+
||পিছত, য়েতিলৈকে arrowheads দেখা য়ায় কার্সাৰটি কোনো এটা  handlesৰ উপৰত স্থাপন কৰা
 
|-
 
|-
 
||02.50
 
||02.50
 
||এটিয়া,মেঘটো সৰু কৰিবলৈ মাউসৰ বাউ বোতাম ধৰি ৰাখি অাৰু কাঢ় দাল ভিতৰলৈ টানক.
 
||এটিয়া,মেঘটো সৰু কৰিবলৈ মাউসৰ বাউ বোতাম ধৰি ৰাখি অাৰু কাঢ় দাল ভিতৰলৈ টানক.
 
|-
 
|-
||02.5৭
+
||02.57
 
||মেঘটি ডাঙৰ কৰিবলৈ বাহিৰলৈ টানক
 
||মেঘটি ডাঙৰ কৰিবলৈ বাহিৰলৈ টানক
 
|-
 
|-
 
||03.00
 
||03.00
||arrow মানে কাঢ় ডাল ডাঙৰ কৰিবলৈ প্ৰথমে ইয়াক select কৰক
+
||arrow মানে কাঢ় ডাল ডাঙৰ কৰিবলৈ প্ৰথমে ইয়াক চিলেক্ট (select) কৰক
 
|-
 
|-
 
||03.04
 
||03.04
Line 136: Line 136:
 
|-
 
|-
 
||03.07
 
||03.07
||কার্সাৰ টিপট এটা বর্গক্ষেত্ৰসহ এটা সৰু transparent এৰো প্ৰদর্শিত হব ।
+
||কার্সাৰ টিপট এটা বর্গক্ষেত্ৰসহ এটা সৰু ট্ৰান্চপাৰেন্ট (transparent) এৰো প্ৰদর্শিত হব ।
 
|-
 
|-
 
||03.14
 
||03.14
||এটিয়া,কীবোর্ডেৰ"শিফ্ট" কী টিপক, মাউসৰ বাউ বোতাম টিপি আৰু এৰো handle ব্যবহাৰ কৰি,তললৈ টানক
+
||এটিয়া,কীবোর্ডেৰ"শিফ্ট (shift)" কী টিপক, মাউসৰ বাউ বোতাম টিপি আৰু এৰো handle ব্যবহাৰ কৰি,তললৈ টানক
 
|-
 
|-
 
||03.25
 
||03.25
|| যদি Shift কী টিপে, তেনেহলে আপনি অনেক সহজে বস্তুৰ পুনঃ মাপ কৰিব পাৰিব ।
+
|| যদি Shift কী টিপে, তেনেহলে আপোনি অনেক সহজে বস্তুৰ পুনঃ মাপ কৰিব পাৰিব ।
 
|-
 
|-
 
|| 03.32
 
|| 03.32
|| এটি বস্তুক handlesবোৰ ব্যবহাৰ কৰি আকাৰ পৰিবর্তন কৰাকে  "ডাইনামিক Resizing" বোলা হয়
+
|| এটি বস্তুক handlesবোৰ ব্যবহাৰ কৰি আকাৰ পৰিবর্তন কৰাকে  "Dynamic Resizing" বোলা হয়
 
|-
 
|-
 
|| 03.38
 
|| 03.38
Line 151: Line 151:
 
|-
 
|-
 
|| 03.42
 
|| 03.42
|| আমি পৰবর্তী টিউটোৰিয়ালত সঠিক পৰিমাপ ব্যবহাৰ বস্তুৰ আকাৰ পৰিবর্তন কৰা শিকিম ।
+
|| আমি পৰবর্তী টিউটোৰিয়েলত সঠিক পৰিমাপ ব্যবহাৰ বস্তুৰ আকাৰ পৰিবর্তন কৰা শিকিম ।
 
|-
 
|-
|| 03.47  
+
|| 03.47
|| একেভাবে এই আয়তক্ষেত্ৰ width বৃদ্ধি কৰা যাক
+
|| একেভাবে এই আয়তক্ষেত্ৰ width বৃদ্ধি কৰা যাওক ।  
 
|-
 
|-
 
|| 03.52
 
|| 03.52
|| আয়তক্ষেটৰটি নির্বাচন কৰক, কীবোর্ডেৰ Shift কী টিপক আৰু  সেইটো উপৰ ফালে  টানক।
+
|| আয়তক্ষেটৰটি নির্বাচন কৰক, কীবোর্ডৰ Shift কী টিপক আৰু  সেইটো উপৰ ফালে  টানক।
 
|-
 
|-
 
|| 03.59
 
|| 03.59
|| ড্ৰ উইন্ডোৰ তলট “Status” বাৰ চাওক  
+
|| ড্ৰ উইন্ডোৰ তলত “Status” বাৰ চাওক
 
|-
 
|-
 
|| 04.03
 
|| 04.03
|| লক্ষ্য কৰক যে, আমি যেতিয়া আয়তক্ষেত্রৰ আকাৰ আকৌ পৰিবর্তন কৰো. মাত্রা পৰিবর্তিত হয় ।
+
|| লক্ষ্য কৰক যে, আমি যেতিয়া আয়তক্ষেত্রৰ আকাৰ আকৌ পৰিবর্তন কৰো  মাত্রা পৰিবর্তিত হয় ।
 
|-
 
|-
 
|| 04.09
 
|| 04.09
Line 169: Line 169:
 
|-
 
|-
 
|| 04.16
 
|| 04.16
|| এতিয়া ইয়াত দেখাৱাৰ দৰে, মেঘবোৰ আৰু সূর্য সেইভাবে সজোৱা যাওক ।
+
|| এতিয়া ইয়াত দেখাৱাৰ দৰে, মেঘবোৰ আৰু সূর্য সেইভাবে সজোৱা যাওক ।
 
|-
 
|-
 
|| 04.20
 
|| 04.20
|| মেঘবোৰক সিনাক্ত কৰিবৰ বাবে, বাওৰ পৰা সো ফালৰলৈ আৰম্ভ কৰি সেইবোৰক  ১, ২, ৩, ৪ সংখ্যাৰে দিয়া যাওক ।  
+
|| মেঘবোৰক সিনাক্ত কৰিবৰ বাবে, বাওৰ পৰা সো ফালৰলৈ আৰম্ভ কৰি সেইবোৰক  ১, ২, ৩, ৪ সংখ্যাৰে দিয়া যাওক ।
 
|-
 
|-
 
|| 04.29
 
|| 04.29
Line 184: Line 184:
 
|-
 
|-
 
|| 04.49
 
|| 04.49
|| এইটোক সূর্যৰ পিছত পাঠাবৰ বাবে, কনটেক্সট মেনুৰ বাবে মেঘৰ উপৰতর সো ক্লিক কৰক ।
+
|| এইটোক সূর্যৰ পিছত পাঠাবৰ বাবে, কনটেক্সট মেনুৰ বাবে মেঘৰ উপৰত সো ক্লিক কৰক ।
 
|-
 
|-
 
|| 04.55
 
|| 04.55
Line 190: Line 190:
 
|-
 
|-
 
|| 04.58
 
|| 04.58
|| মেঘ ৪ তিয়া সূর্যৰ পিছত আছে।
+
|| এতিয়া মেঘ ৪ সূর্যৰ পিছত আছে।
|-  
+
|-
 
|| 05.02
 
|| 05.02
 
|| “Send Backward” য়ে বর্তমান স্তৰৰ পৰা পিছৰ স্তৰত এটি বস্তু পাঠায় ।
 
|| “Send Backward” য়ে বর্তমান স্তৰৰ পৰা পিছৰ স্তৰত এটি বস্তু পাঠায় ।
 
|-
 
|-
 
|| 05.07
 
|| 05.07
|| এতিয়া মেঘ ৩ নির্বাচন কৰক আৰু সূর্যৰ উপৰত ৰাখক  ।  
+
|| এতিয়া মেঘ ৩ নির্বাচন কৰক আৰু সূর্যৰ উপৰত ৰাখক  ।
 
|-
 
|-
 
|| 05.12
 
|| 05.12
|| কনটেক্সট মেনু সো ক্লিক কৰক, “Arrange” ক্লিক কৰক আৰু “Send to Back” নির্বাচন কৰক ।
+
|| context menuত সো ক্লিক কৰক, “Arrange” ক্লিক কৰক আৰু “Send to Back” নির্বাচন কৰক ।
 
|-
 
|-
 
|| 05.18
 
|| 05.18
Line 205: Line 205:
 
|-
 
|-
 
|| 05.23
 
|| 05.23
|| “Send to Back” য়ে এটা বস্তুক শেষ স্তৰলৈ পঠায় ।
+
|| “Send to Back” য়ে এটা বস্তুক শেষৰ স্তৰলৈ পঠায় ।
 
|-
 
|-
 
|| 05.28
 
|| 05.28
Line 214: Line 214:
 
|-
 
|-
 
|| 05.40
 
|| 05.40
|| “Bring to Front” এটা বস্তুক প্রথম স্তৰলৈ আনে ।  
+
|| “Bring to Front” এটা বস্তুক প্রথম স্তৰলৈ আনে ।
 
|-
 
|-
 
|| 05.44
 
|| 05.44
|| তাৰপিছত মেঘ ৩ নির্বাচন কৰক, কনটেক্সট মেনুৰ বাবে সো বাটন ক্লিক কৰক. “Arrange” ক্লিক কৰক আৰু “Bring Forward” ক্লিক কৰক।
+
|| তাৰপিছত মেঘ ৩ নির্বাচন কৰক, কনটেক্সট মেনুৰ বাবে সো বাটন ক্লিক কৰক. “Arrange” ক্লিক কৰক আৰু “Bring Forward” ক্লিক কৰক।
 
|-
 
|-
 
|| 05.52
 
|| 05.52
Line 226: Line 226:
 
|-
 
|-
 
|| 06.01
 
|| 06.01
|| স্লাইড ত দেখোৱাৰ দৰে সেইভাবে মেঘবোৰ সজোৱা হৈছে ।
+
|| স্লাইডত দেখোৱাৰ দৰে সেইভাবে মেঘবোৰ সজোৱা হৈছে ।
 
|-
 
|-
 
|| 06.07
 
|| 06.07
Line 238: Line 238:
 
|-
 
|-
 
|| 06.26
 
|| 06.26
|| এটি বর্গাকাৰ, একটি স্তাৰ ,একটি বৃত্ত আঁকক আৰু ইয়াত দেখোৱাৰ দৰে বহাওক।
+
|| এটা বর্গাকাৰ, স্তাৰ , বৃত্ত আঁকক আৰু ইয়াত দেখোৱাৰ দৰে বহাওক।
 
|-
 
|-
 
|| 06.32
 
|| 06.32
|| প্রতিটি বস্তু নির্বাচন কৰক আৰু arrange মেনুৰ পৰা প্রতিটি বিকল্পত প্রয়োগ কৰক ।
+
|| প্রতিটো বস্তু নির্বাচন কৰক আৰু arrange মেনুৰ পৰা প্রতিটি বিকল্পত প্রয়োগ কৰক ।
 
|-
 
|-
 
|| 06.38
 
|| 06.38
|| লক্ষ্য কৰক, প্রতিটি বিকল্পৰ বাবে কিভাবে বস্তুবোৰৰ অবস্থান পৰিবর্তিত হয় ।
+
|| লক্ষ্য কৰক, প্রতিটো বিকল্পৰ বাবে কিভাবে বস্তুবোৰৰ অবস্থান পৰিবর্তিত হয় ।
 
|-
 
|-
 
|| 06.44
 
|| 06.44
|| এতিয়া  স্লাইডৰ মতে বস্তুবোৰক বহোৱাওক আৰু Bring to Front আৰু Send to Back বিকল্প দুটি নির্বাচন কৰক ।  
+
|| এতিয়া  স্লাইডৰ মতে বস্তুবোৰক বহোৱাওক আৰু Bring to Front আৰু Send to Back বিকল্প দুটি নির্বাচন কৰক ।
 
|-
 
|-
 
|| 06.53
 
|| 06.53
|| তাৰ পিছত, এই জল চক্র চিত্রটিত স্লাইডত দেখোৱাৰ দৰে  গাছ যোগ কৰা যাওক ।
+
|| তাৰ পিছত, এই water cycle (জল চক্র) চিত্রটিত স্লাইডত দেখোৱাৰ দৰে  গাছ যোগ কৰা যাওক ।
|-  
+
|-
 
|| 06.59
 
|| 06.59
 
|| আমি এটি গাছ আঁকো এটি block এৰো আৰু এটি explosion ব্যবহাৰ কৰি ।
 
|| আমি এটি গাছ আঁকো এটি block এৰো আৰু এটি explosion ব্যবহাৰ কৰি ।
Line 262: Line 262:
 
|-
 
|-
 
|| 07.15
 
|| 07.15
|| গাছৰ কান্ড আঁকিবলৈ, অঙ্কন টুলবাৰৰ পৰা "ব্লক এৰোচিহ্ন" নির্বাচন কৰক ।
+
|| গাছৰ কান্ড আঁকিবলৈ, অঙ্কন টুলবাৰৰ পৰা "Block Arrows (ব্লক এৰোচিহ্ন)" নির্বাচন কৰক ।
 
|-
 
|-
 
|| 07.21
 
|| 07.21
||ছোটি কলা ত্রিভুজৰ উপৰত ক্লিক কৰক উপলব্ধ আকাৰবোৰ চাবলৈ আৰু নির্বাচন কৰক "স্প্লিট অ্যাৰো "
+
||ছোটি কলা ত্রিভুজৰ উপৰত ক্লিক কৰক উপলব্ধ আকাৰবোৰ চাবলৈ আৰু নির্বাচন কৰক " Split Arrow (স্প্লিট অ্যাৰো )"
 
|-
 
|-
 
|| 07.28
 
|| 07.28
Line 271: Line 271:
 
|-
 
|-
 
|| 07.35
 
|| 07.35
|| আপোনি গাছৰ এটি কান্ড আৰু দুটি শাখাৰ সৈতে অঙ্কন কৰিছে ।
+
|| আপোনি গাছৰ এটি কান্ড আৰু দুটি দালৰ সৈতে অঙ্কন কৰিছে ।
 
|-
 
|-
 
|| 07.39
 
|| 07.39
||শাখাত গাছৰ পাত যোগ কৰা যাওক ।
+
||দালত গাছৰ পাত যোগ কৰা যাওক ।
 
|-
 
|-
 
|| 07.42
 
|| 07.42
Line 283: Line 283:
 
|-
 
|-
 
|| 07.51
 
|| 07.51
|| এতিয়া ড্র পৃষ্ঠালৈ যাওক, কার্সাৰটি ক এৰোৰ বাও শাখাত ৰাখক, বাও মাউসৰ বোতাম ধৰি ৰাখি আৰু আকৃতিটি আঁকাৰ বাবে বাও ফালে টানক ।
+
|| এতিয়া ড্র পৃষ্ঠালৈ যাওক, কার্সাৰটি ক এৰোৰ বাও শাখাত ৰাখক, মাউসৰ বাও বোতাম ধৰি ৰাখি আৰু আকৃতি আঁকাৰ বাবে বাও ফালে টানক ।
 
|-
 
|-
 
|| 08.01
 
|| 08.01
Line 292: Line 292:
 
|-
 
|-
 
|| 08.09
 
|| 08.09
|| আকৃতিটি নির্বাচন কৰক ।
+
|| আকৃতিটো নির্বাচন কৰক ।
 
|-
 
|-
 
|| 08.11
 
|| 08.11
|| কীবোর্ড ত, কপি কৰিবৰ বাবে Ctrl আৰু C কী দুটি টিপক ।
+
|| কীবোর্ডত, কপি কৰিবৰ বাবে Ctrl আৰু C এই  দুটা কী টিপক ।
 
|-
 
|-
 
|| 08.15
 
|| 08.15
|| তাৰপিছত পেস্ট কৰিবৰ বাবে Ctrl আৰু V কী দুটি টিপক ।
+
|| তাৰপিছত পেস্ট কৰিবৰ বাবে Ctrl আৰু V এই  কী দুটি টিপক ।
 
|-
 
|-
 
|| 08.19
 
|| 08.19
Line 310: Line 310:
 
|-
 
|-
 
|| 08.28
 
|| 08.28
|| মাত্ৰ কান্ড-টিহে তললৈ গৈছে, পাতবোৰ নহয়!
+
|| মাত্ৰ কান্ড-টোহে তললৈ গৈছে, পাতবোৰ নহয়!
 
|-
 
|-
 
|| 08.32
 
|| 08.32
Line 322: Line 322:
 
|-
 
|-
 
|| 08.47
 
|| 08.47
|| এটি দলক কোনো পৰিবর্তন কৰাত দলৰ সকলো বস্তু একেলগে পৰিবর্তিত হয় ।
+
|| এটা দলক কোনো পৰিবর্তন কৰাত দলৰ সকলো বস্তু একেলগে পৰিবর্তিত হয় ।
 
|-
 
|-
 
|| 08.53
 
|| 08.53
Line 328: Line 328:
 
|-
 
|-
 
|| 08.58
 
|| 08.58
|| তাৰপিছত, অঙ্কন টুলবাৰ পৰা "সিলেক্ট " ক্লিক কৰক।
+
|| তাৰপিছত, অঙ্কন টুলবাৰ পৰা "Select" (সিলেক্ট) " ক্লিক কৰক।
 
|-
 
|-
 
|| 09.02
 
|| 09.02
Line 343: Line 343:
 
|-
 
|-
 
|| 09.20
 
|| 09.20
|| অথবা, আপোনি এক অথবা একাধিক বস্তু নির্বাচন কৰিব পাৰে. তাৰপিছত প্রতিটি বস্তুৰ উপৰত ক্লিক কৰিব।
+
|| অথবা, আপোনি এক অথবা একাধিক বস্তু নির্বাচন কৰিব পাৰে. তাৰপিছত প্রতিটো বস্তুৰ উপৰত ক্লিক কৰিব।
|-
+
 
|-
 
|-
 
|| 09.28
 
|| 09.28
|| কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু "গ্রুপ" নির্বাচন কৰক ।
+
|| কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু "“Group” (গ্রুপ)" নির্বাচন কৰক ।
 
|-
 
|-
 
|| 09.32
 
|| 09.32
Line 353: Line 352:
 
|-
 
|-
 
|| 09.36
 
|| 09.36
|| হ্যান্ডলবোৰপ্রদর্শিত হয়, যেন সিহত এটি বস্তুৰেই অংশ ।
+
|| হ্যান্ডলবোৰ প্রদর্শিত হয়, যেন সিহত এটি বস্তুৰেই অংশ ।
 
|-
 
|-
 
|| 09.40
 
|| 09.40
Line 365: Line 364:
 
|-
 
|-
 
|| 09.56
 
|| 09.56
|| সেহতক আকৌ দলবদ্ধ কৰা যাওক ।
+
|| সিহতক আকৌ দলবদ্ধ কৰা যাওক ।
 
|-
 
|-
 
|| 09.58
 
|| 09.58
Line 371: Line 370:
 
|-
 
|-
 
|| 10.03
 
|| 10.03
|| সো ক্লিক কৰক আৰু নির্বাচন কৰক 'গ্রুপ' ।
+
|| সো ক্লিক কৰক আৰু নির্বাচন কৰক '“Group” (গ্রুপ)' ।
 
|-
 
|-
 
|| 10.06
 
|| 10.06
Line 389: Line 388:
 
|-
 
|-
 
|| 10.33
 
|| 10.33
|| "এন্টাৰ গ্রুপ" নির্বাচন কৰক ।
+
|| "“Enter Group (এন্টাৰ গ্রুপ)" নির্বাচন কৰক ।
 
|-
 
|-
 
|| 10.35
 
|| 10.35
Line 401: Line 400:
 
|-
 
|-
 
|| 10.51
 
|| 10.51
|| এইটোক আনডো কৰিবলৈ  Ctrl + 'Z' টিপক আৰু আগলৈ যাওক ।  
+
|| এইটোক আনডো কৰিবলৈ  Ctrl + 'Z' টিপক আৰু আগলৈ যাওক ।
 
|-
 
|-
 
|| 10.56
 
|| 10.56
Line 416: Line 415:
 
|-
 
|-
 
|| 11.16
 
|| 11.16
|| গছটি নির্বাচন কৰক আৰু কার্সাৰটি তলৰ সো হেন্দেলৰ উপৰত ৰাখক ।
+
|| গছটো নির্বাচন কৰক আৰু কার্সাৰটি তলৰ সো হেন্দেলৰ উপৰত ৰাখক ।
 
|-
 
|-
 
|| 11.21
 
|| 11.21
|| কার্সাৰটি এটা ৰি চাইজিঙএৰোচিহ্নত পৰিবর্তিত হয়।
+
|| কার্সাৰটি এটা ৰিচাইজিঙ এৰো চিহ্নত পৰিবর্তিত হয়।
 
|-
 
|-
 
|| 11.24
 
|| 11.24
Line 425: Line 424:
 
|-
 
|-
 
|| 11.26
 
|| 11.26
|| আমি সম্পূর্ণ গছৰ আকাৰ ছোট করেছি !
+
|| আমি সম্পূর্ণ গছৰ আকাৰ ছোট কৰিছো !
 
|-
 
|-
 
|| 11.29
 
|| 11.29
Line 443: Line 442:
 
|-
 
|-
 
|| 11.51
 
|| 11.51
|| মনত ৰাখক যে, প্রতিটো গাছ তিনটা বস্তুৰে তৈয়াৰ কৰা হৈছে।
+
|| মনত ৰাখক যে, প্রতিটো গাছ তিনিটা বস্তুৰে তৈয়াৰ কৰা হৈছে।
 
|-
 
|-
 
|| 11.55
 
|| 11.55
Line 449: Line 448:
 
|-
 
|-
 
|| 11.58
 
|| 11.58
|| আমি বস্তুবোৰৰ দল তৈয়াৰ কৰিছো।
+
|| আমি বস্তুবোৰৰ দল তৈয়াৰ কৰিছো।  
 
|-
 
|-
 
|| 12.01
 
|| 12.01
|| এতিয়া এই অঙ্কনটোলৈ "জলাধাৰ" যোগ কৰা যাওক ।  
+
|| এতিয়া এই অঙ্কনটোলৈ "জলাধাৰ" যোগ কৰা যাওক ।
 
|-
 
|-
 
|| 12.04
 
|| 12.04
Line 458: Line 457:
 
|-
 
|-
 
|| 12.12
 
|| 12.12
|| এটি ত্রিভুজ আঁকিবলৈ, "অঙ্কন" টুলবাৰ পৰা"বেসিক শেপস" নির্বাচন কৰক ।
+
|| এটি ত্রিভুজ আঁকিবলৈ, "অঙ্কন (“Drawing)" টুলবাৰ পৰা"Basic shapes (বেসিক শেপস)" নির্বাচন কৰক ।
 
|-
 
|-
 
|| 12.18
 
|| 12.18
|| ছোটি কলা ত্রিভুজত ক্লিক কৰক আৰু সমকোণী ত্রিভুজ" নির্বাচন কৰক ।
+
|| ছোটি কলা ত্রিভুজত ক্লিক কৰক আৰু সমকোণী ত্রিভুজ (Right Triangle”)" নির্বাচন কৰক ।
 
|-
 
|-
 
|| 12.24
 
|| 12.24
Line 470: Line 469:
 
|-
 
|-
 
|| 12.34
 
|| 12.34
|| "অঙ্কন" টুলবাৰ পৰা, "কার্ভ" নির্বাচন কৰক, এতিয়া, "Freeform লাইন, Filled ক্লিক কৰক |
+
|| "অঙ্কন"(Drawing) টুলবাৰ পৰা, "কার্ভ (“Curve”)" নির্বাচন কৰক, এতিয়া, "Freeform লাইন, Filled ক্লিক কৰক |
 
|-
 
|-
 
|| 12.42
 
|| 12.42
|| তাৰপিছত ত্রিভুজৰ উপৰত কার্সাৰটি ৰাখক আৰু মাউসৰ বাও বাটন ধৰি ৰাখি তললৈ আনক ।  
+
|| তাৰপিছত ত্রিভুজৰ উপৰত কার্সাৰটি ৰাখক আৰু মাউসৰ বাও বাটন ধৰি ৰাখি তললৈ আনক ।
 
|-
 
|-
 
|| 12.49
 
|| 12.49
Line 482: Line 481:
 
|-
 
|-
 
|| 13.03
 
|| 13.03
|| অঙ্কন টুলবাৰ পৰা, "সিলেক্ট" ক্লিক কৰক।
+
|| অঙ্কন টুলবাৰ পৰা, "Select (সিলেক্ট)" ক্লিক কৰক।
 
|-
 
|-
 
|| 13.07
 
|| 13.07
||এতিয়া কার্সাৰক পৃষ্ঠালৈ নিয়ক, মাউসৰ বাও বোতাম টিপক আৰু ত্রিভুজ আৰু বক্রৰেখাক আবৰণ কৰিবলৈ টানি আনক।
+
||এতিয়া কার্সাৰক পৃষ্ঠালৈ নিয়ক, মাউসৰ বাও বোতামত টিপক আৰু ত্রিভুজ আৰু বক্রৰেখাক আবৰণ কৰিবলৈ টানি আনক।
 
|-
 
|-
 
|| 13.16
 
|| 13.16
||সো ক্লিক কৰক আৰু গ্রুপ নির্বাচন কৰক।
+
||সো ক্লিক কৰক আৰু গ্রুপ ( Group) নির্বাচন কৰক।
 
|-
 
|-
 
|| 13.18
 
|| 13.18
||এতিয়া আমি ওয়াটাৰ সাইকেলৰ কিছু মৌলিক ৰুপৰেখা তৈয়াৰ কৰিছো।
+
||এতিয়া আমি water cycle (ওয়াটাৰ সাইকেল)ৰ কিছু মৌলিক ৰুপৰেখা তৈয়াৰ কৰিছো।
 
|-
 
|-
 
|| 13.23
 
|| 13.23
Line 503: Line 502:
 
|-
 
|-
 
|| 13.33
 
|| 13.33
||এই টিউটোৰিয়ালটিত আপোনি বস্তুৰ সৈতে মৌলিক কামকৰা শিকিছে ।আপোনি শিকিছে,
+
||এই টিউটোৰিয়ালত আপোনি বস্তুৰ সৈতে মৌলিক কামকৰা শিকিছে ।আপোনি শিকিছে,
 
|-
 
|-
 
|| 13.39
 
|| 13.39
Line 521: Line 520:
 
|-
 
|-
 
|| 13.53
 
|| 13.53
||এটি দলতে বস্তুবোৰক অবস্থানৰ পৰিবর্তন কৰা।  
+
||এটি দলতে বস্তুবোৰক অবস্থানৰ পৰিবর্তন কৰা।
 
|-
 
|-
 
|| 13.57
 
|| 13.57

Revision as of 12:53, 15 July 2014

Visual Cues Narration
00.02 LibreOffice ড্রত বস্তুৰ সৈতে মৌলিক কাম কৰা সম্পর্কিত এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
00.08 এই টিউটোৰিয়েলটিত আপোনি শিকিব:
00.11 বস্তূ কাট,কপি, পেস্ট কৰা।
00.14 হেন্দেল বোৰ ব্যবহাৰ কৰি বস্তুৰ আকাৰ পৰিবর্তন কৰা।
00.17 বস্তুবোৰ সুসজ্জিত কৰা।
00.19 বস্তুবোৰ দলবদ্ধ অাৰু দলমুক্ত কৰা।
00.21 এটি দলত প্রতিটি বস্তুক সম্পাদন কৰা।
00.24 এটা দলতে বস্তুবোৰ অতৰুৱা।
00.28 ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰিছো।
00.37 ডেস্কটপত সংৰক্ষিত "WaterCycle"ফাইলটি খোলা যাওক।
00.42 এতিয়া, এই ছবিতোত আৰু তিনিটা মেঘ কপি কৰি আৰু পেস্ট কৰো।
00.47 প্রথমে মেঘ নির্বাচন কৰক, তাৰপিছত কনটেক্সট মেনু চাবলৈ সো ক্লিক কৰক আৰু "copy"ত ক্লিক কৰাক
00.54 তাৰপিছত,কার্সাৰটি পৃষ্ঠাত ৰাখক, কনটেক্সট মেনুৰ বাবে আকৌ এবাৰ সো ক্লিক কৰক আৰু "Paste" ক্লিক কৰক।
01.02 কিন্তু আমি কেবল এটিমাত্র মেঘ দেখিব পাৰো!
01.05 আমি কপি আৰু পেস্ট কৰা মেঘটি কত ?
01.08 কপি কৰা মেঘটো আসল মেঘৰ উপৰত যুক্ত হয়!
01.13 এই মেঘটি নির্বাচন কৰা হওক,আৰু বাও ফালে নিয়া যাওক।
01.17 একেই পদ্ধতিতে আৰো এটি মেঘ তৈয়াৰ কৰা যাওক।
01.21 মেঘ নির্বাচন কৰক, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু ""copy"" ক্লিক কৰক।
01.26 আকৌ এবাৰ কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু "Paste " ক্লিক কৰক।
01.30 এতিয়া, কপি কৰা মেঘটি নির্বাচন কৰক আৰো ইয়াক বাও ফালে লৈ যাওক।
01.37 আমি বস্তুবোৰৰ কপি কৰাৰ বাবে কিছু শর্ট-কাট ব্যবহাৰ কৰিব পাৰো।
01.41 CTRL + C এটা বস্তু কপি কৰিবৰ বাবে।
01.44 Ctrl + Vএটা বস্তু পেস্ট কৰিবৰ বাবে।
01.47 Ctrl + X এটা বস্তু কাট কৰিবৰ বাবে।
01.50 মেঘ নির্বাচন কৰক আৰু CTRL C কী-দুটা একেলগে টিপক।
01.55 মেঘটি কপি কৰা হৈছে ।
01.57 পেস্ট কৰিবৰ বাবে Ctrlআৰু V কী-দুটা একেলগে টিপক।
02.02 এতিয়া মেঘটি নির্বাচন কৰক আৰু পছন্দ অবস্থানলৈ স্থানান্তৰিত কৰক ।
02.08 এই টিউটোৰিয়েলটি সাময়িকভাবে ৰখাওক আৰু এই অনুশীলনীটি সম্পূর্ণ কৰক ।
02.11 আপোনা ড্র ফাইলৰলৈ দুটি পৃষ্ঠা যুক্ত কৰক ।
02.14 প্রথম পৃষ্ঠাত দুটি বস্তু আঁকক ।
02.18 প্রথম পাতৰ পৰা দ্বিতীয় পাতৰলৈ এটি বস্তু কপি কৰক ।
02.22 চাওক, প্রতিলিপি কৰা বস্তুটো কত স্থাপিত হৈছে ।
02.25 এটা বস্তু কাট কৰক আৰু পেস্ট কৰক । আপোনি এই কামৰ বাবে শর্ট কাট কী ব্যবহাৰ কৰিব পাৰে।
02.31 যেতিয়া আপোনি ইয়াক কাট কৰে বস্তুটোৰ এটা কপি তৈয়াৰ হৈছে নে নাই পৰীক্ষা কৰক।
02.36 এই মেঘৰ আকাৰ হ্রাস কৰো ।
02.38 সেয়ে প্রথমে এইটোক নির্বাচন কৰক ।
02.40 এতিয়া handles বোৰ দেখা য়ায়.
02.43 পিছত, য়েতিলৈকে arrowheads দেখা য়ায় কার্সাৰটি কোনো এটা handlesৰ উপৰত স্থাপন কৰা
02.50 এটিয়া,মেঘটো সৰু কৰিবলৈ মাউসৰ বাউ বোতাম ধৰি ৰাখি অাৰু কাঢ় দাল ভিতৰলৈ টানক.
02.57 মেঘটি ডাঙৰ কৰিবলৈ বাহিৰলৈ টানক
03.00 arrow মানে কাঢ় ডাল ডাঙৰ কৰিবলৈ প্ৰথমে ইয়াক চিলেক্ট (select) কৰক
03.04 এটিয়া কার্সাৰটি কোনো এটা handlesলৈ আনক
03.07 কার্সাৰ টিপট এটা বর্গক্ষেত্ৰসহ এটা সৰু ট্ৰান্চপাৰেন্ট (transparent) এৰো প্ৰদর্শিত হব ।
03.14 এটিয়া,কীবোর্ডেৰ"শিফ্ট (shift)" কী টিপক, মাউসৰ বাউ বোতাম টিপি আৰু এৰো handle ব্যবহাৰ কৰি,তললৈ টানক
03.25 যদি Shift কী টিপে, তেনেহলে আপোনি অনেক সহজে বস্তুৰ পুনঃ মাপ কৰিব পাৰিব ।
03.32 এটি বস্তুক handlesবোৰ ব্যবহাৰ কৰি আকাৰ পৰিবর্তন কৰাকে "Dynamic Resizing" বোলা হয়
03.38 ইয়াৰ অর্থ হল আমি সঠিক পৰিমাপ ব্যবহাৰ নকৰো ।
03.42 আমি পৰবর্তী টিউটোৰিয়েলত সঠিক পৰিমাপ ব্যবহাৰ বস্তুৰ আকাৰ পৰিবর্তন কৰা শিকিম ।
03.47 একেভাবে এই আয়তক্ষেত্ৰ width বৃদ্ধি কৰা যাওক ।
03.52 আয়তক্ষেটৰটি নির্বাচন কৰক, কীবোর্ডৰ Shift কী টিপক আৰু সেইটো উপৰ ফালে টানক।
03.59 ড্ৰ উইন্ডোৰ তলত “Status” বাৰ চাওক
04.03 লক্ষ্য কৰক যে, আমি যেতিয়া আয়তক্ষেত্রৰ আকাৰ আকৌ পৰিবর্তন কৰো মাত্রা পৰিবর্তিত হয় ।
04.09 “Status” বাৰে বস্তুৰ অবস্থান আৰু মাত্রাৰ পৰিবর্তন দেখায় ।
04.16 এতিয়া ইয়াত দেখাৱাৰ দৰে, মেঘবোৰ আৰু সূর্য সেইভাবে সজোৱা যাওক ।
04.20 মেঘবোৰক সিনাক্ত কৰিবৰ বাবে, বাওৰ পৰা সো ফালৰলৈ আৰম্ভ কৰি সেইবোৰক ১, ২, ৩, ৪ সংখ্যাৰে দিয়া যাওক ।
04.29 সংখ্যাবোৰ যোগ কৰিবৰ বাবে, এই মেঘটোক বাচনি কৰক , ডবল ক্লিক কৰক আৰু লিখক ১ ।
04.36 একেভাবে অন্যান্য মেঘবোৰকো নম্বৰ দিয়ক ।
04.44 এতিয়া, মেঘ ৪ক নির্বাচন কৰক আৰু সূর্যৰ উপৰত ৰাখক ।
04.49 এইটোক সূর্যৰ পিছত পাঠাবৰ বাবে, কনটেক্সট মেনুৰ বাবে মেঘৰ উপৰত সো ক্লিক কৰক ।
04.55 “Arrange” নির্বাচন কৰক আৰু “Send Backward” ক্লিক কৰক ।
04.58 এতিয়া মেঘ ৪ সূর্যৰ পিছত আছে।
05.02 “Send Backward” য়ে বর্তমান স্তৰৰ পৰা পিছৰ স্তৰত এটি বস্তু পাঠায় ।
05.07 এতিয়া মেঘ ৩ নির্বাচন কৰক আৰু সূর্যৰ উপৰত ৰাখক ।
05.12 context menuত সো ক্লিক কৰক, “Arrange” ক্লিক কৰক আৰু “Send to Back” নির্বাচন কৰক ।
05.18 মেঘ ৩ এতিয়া সূর্য আৰু মেঘ ৪ ৰ দুয়োটাৰ পিছত আছে ।
05.23 “Send to Back” য়ে এটা বস্তুক শেষৰ স্তৰলৈ পঠায় ।
05.28 এতিয়া স্লাইডত দেখাৱাৰ দৰে মেঘবোৰ সজাবলৈ সহজ হৈ গৈছে ।
05.32 মেঘ ৪ নির্বাচন কৰো, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰো. “Arrange” ক্লিক কৰক আৰু “Bring to Front” নির্বাচন কৰক ।
05.40 “Bring to Front” এটা বস্তুক প্রথম স্তৰলৈ আনে ।
05.44 তাৰপিছত মেঘ ৩ নির্বাচন কৰক, কনটেক্সট মেনুৰ বাবে সো বাটন ক্লিক কৰক. “Arrange” ক্লিক কৰক আৰু “Bring Forward” ক্লিক কৰক।
05.52 “Bring Forward” য়ে এটি বস্তুক প্ৰথম স্তৰলৈ নিয়ে।
05.57 এতিয়া, মেঘ ২ নির্বাচন কৰক আৰু মেঘ ১-ৰ ওপৰত ৰাখক ।
06.01 স্লাইডত দেখোৱাৰ দৰে সেইভাবে মেঘবোৰ সজোৱা হৈছে ।
06.07 পিছত, মেঘৰ সংখ্যা মুছি পেলোৱা যাওক ।
06.10 এই কামৰ বাবে , মেঘৰ উপৰত ডবল ক্লিক কৰক তাৰপিছত নম্বৰ নির্বাচন কৰক, তাৰপিছত সংখ্যাটি নির্বাচন কৰক আৰু কীবোর্ডত Delete কী টিপক ।
06.23 এই নিয়োগৰ বাবে ইয়াতে টিউটোৰিয়েল ৰখাওক ।
06.26 এটা বর্গাকাৰ, স্তাৰ , বৃত্ত আঁকক আৰু ইয়াত দেখোৱাৰ দৰে বহাওক।
06.32 প্রতিটো বস্তু নির্বাচন কৰক আৰু arrange মেনুৰ পৰা প্রতিটি বিকল্পত প্রয়োগ কৰক ।
06.38 লক্ষ্য কৰক, প্রতিটো বিকল্পৰ বাবে কিভাবে বস্তুবোৰৰ অবস্থান পৰিবর্তিত হয় ।
06.44 এতিয়া স্লাইডৰ মতে বস্তুবোৰক বহোৱাওক আৰু Bring to Front আৰু Send to Back বিকল্প দুটি নির্বাচন কৰক ।
06.53 তাৰ পিছত, এই water cycle (জল চক্র) চিত্রটিত স্লাইডত দেখোৱাৰ দৰে গাছ যোগ কৰা যাওক ।
06.59 আমি এটি গাছ আঁকো এটি block এৰো আৰু এটি explosion ব্যবহাৰ কৰি ।
07.05 আমি Insert আৰু তাৰ পিছত স্লাইডত ক্লিক কৰি এই ড্র ফাইলত এটি নতুন পৃষ্ঠা যোগ কৰো।
07.11 এইটোৱে আমাৰ ফাইলৰলৈ এটি নতুন পাত যুক্ত কৰে ।
07.15 গাছৰ কান্ড আঁকিবলৈ, অঙ্কন টুলবাৰৰ পৰা "Block Arrows (ব্লক এৰোচিহ্ন)" নির্বাচন কৰক ।
07.21 ছোটি কলা ত্রিভুজৰ উপৰত ক্লিক কৰক উপলব্ধ আকাৰবোৰ চাবলৈ আৰু নির্বাচন কৰক " Split Arrow (স্প্লিট অ্যাৰো )"
07.28 পাতৰ উপৰত কার্সাৰটি ৰাখক, বাও মাউস বোতাম ধৰি ৰাখি তললৈ আৰু চাইদলৈ টানক ।
07.35 আপোনি গাছৰ এটি কান্ড আৰু দুটি দালৰ সৈতে অঙ্কন কৰিছে ।
07.39 দালত গাছৰ পাত যোগ কৰা যাওক ।
07.42 অঙ্কন টুলবাৰ পৰা স্তাৰ নির্বাচন কৰক ।
07.45 তাৰপিছত ছোটি কলা ত্রিভূজত ক্লিক কৰক আৰু নির্বাচন কৰক "explosion " .
07.51 এতিয়া ড্র পৃষ্ঠালৈ যাওক, কার্সাৰটি ক এৰোৰ বাও শাখাত ৰাখক, মাউসৰ বাও বোতাম ধৰি ৰাখি আৰু আকৃতি আঁকাৰ বাবে বাও ফালে টানক ।
08.01 সেয়ে গছটোত পাত যোগ হৈ গৈছে !
08.04 আমি এই গছৰ সো শাখালৈয়ো এই আকৃতিটো প্রতিলিপি কৰিম ।
08.09 আকৃতিটো নির্বাচন কৰক ।
08.11 কীবোর্ডত, কপি কৰিবৰ বাবে Ctrl আৰু C এই দুটা কী টিপক ।
08.15 তাৰপিছত পেস্ট কৰিবৰ বাবে Ctrl আৰু V এই কী দুটি টিপক ।
08.19 এতিয়া এই আকৃতিটোক গাছৰ সো শাখালৈ নিয়ক ।
08.22 আমি এটি গাছ অঙ্কন কৰিছো !
08.25 এবাৰ গছটি নির্বাচন কৰো আৰু তললৈ নিয়ক ।
08.28 মাত্ৰ কান্ড-টোহে তললৈ গৈছে, পাতবোৰ নহয়!
08.32 ইয়াত গাছৰ কান্ড আৰু পাতবোৰ দুটি পৃথক বস্তু হিসাবে গণ্য কৰা হৈছে ।
08.38 গছৰ কান্ডটি আগৰ যেগালৈ নিয়া যাওক ।
08.41 শিকা যাওক, কিভাবে গাছৰ কান্ড আৰু পাতবোৰক এটি একক ভাবে ৰখা যায় ।
08.47 এটা দলক কোনো পৰিবর্তন কৰাত দলৰ সকলো বস্তু একেলগে পৰিবর্তিত হয় ।
08.53 প্রথমে পাতৰ উপৰত ক্লিক কৰক, যাতে কোনো বস্তু নির্বাচিত নাথাকে ।
08.58 তাৰপিছত, অঙ্কন টুলবাৰ পৰা "Select" (সিলেক্ট) " ক্লিক কৰক।
09.02 কার্সাৰ পৃষ্ঠালৈ নিয়ক আৰু পৃষ্ঠাত ক্লিক কৰক ।
09.05 এতিয়া বাও মাউসৰ বোতাম টিপক আৰু টানক যাতে সমস্ত বস্তু নির্বাচিত হৈ যায় ।
09.11 আপোনি এটি বিন্দুযুক্ত আয়তক্ষেত্র দেখিব।
09.14 নিশ্চিত কৰক যে, গছৰ সকলো অংশই যাতে এই আয়তক্ষেত্রত থাকে ।
09.20 অথবা, আপোনি এক অথবা একাধিক বস্তু নির্বাচন কৰিব পাৰে. তাৰপিছত প্রতিটো বস্তুৰ উপৰত ক্লিক কৰিব।
09.28 কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু "“Group” (গ্রুপ)" নির্বাচন কৰক ।
09.32 এতিয়া গছত কোনো বস্তুৰ উপৰত ক্লিক কৰক ।
09.36 হ্যান্ডলবোৰ প্রদর্শিত হয়, যেন সিহত এটি বস্তুৰেই অংশ ।
09.40 এই বস্তুবোৰক এতিয়া একক বস্তু হিসাবে গন্য কৰা হয় ।
09.45 এইবস্তুবোৰক পৃথক বস্তু হিচাবে দলমুক্ত কৰবলৈি, গছটি নির্বাচিত কৰক আৰু সো ক্লিক কৰক আৰু "ungroup" নির্বাচন কৰক ।
09.52 এতিয়া বস্তুবোৰ দলমুক্ত হৈ গৈছে আৰু সিহতক তিনটা পৃথক বস্তু হিসাবে গণ্য কৰা হৈছে ।
09.56 সিহতক আকৌ দলবদ্ধ কৰা যাওক ।
09.58 Shift কী টিপক আৰু বস্তুবোৰক এটৰ পিছত এটা নির্বাচন কৰক ।
10.03 সো ক্লিক কৰক আৰু নির্বাচন কৰক '“Group” (গ্রুপ)' ।
10.06 এইবাৰ গছটিক প্রথম পৃষ্ঠালৈ কপি কৰা যাওক যি আমাৰ প্ৰধান ড্ৰৱিঙ পাত হয় ।
10.10 সেয়ে কপি কৰিবলৈ Ctrl আৰু C টিপক, প্রথম পৃষ্ঠাযত ক্লিক কৰক, পেস্ট কৰিবৰ বাবে Ctrl আৰু 'V ' টিপক ।
10.17 এতিয়া, যদি আমি দলতে এটি একক বস্তুোক পৰিবর্তন কৰিব চাও, তেনেহলে আমি কি কৰিম ?
10.23 আমি ইয়াক কৰিবলৈ এটি সহজ উপায়েৰে দেখোৱা যাওক. যাতে বস্তুবোৰ দলমুক্ত আৰু দলবদ্ধ কৰাৰ প্রয়োজন নহয় ।
10.30 কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক ।
10.33 "“Enter Group (এন্টাৰ গ্রুপ)" নির্বাচন কৰক ।
10.35 লক্ষ্য কৰক, দলৰ বাহিৰত থকা সকলো বস্তুবোৰ অক্ষম হয় ।
10.39 মাত্ৰ দলত থকা বস্তুবোৰক সম্পাদনা কৰিব পাৰে ।
10.43 উদাহৰণস্বৰুপে, আমি গাছৰ সো ফালে থকা পাতৰ নির্বাচন কৰো আৰু আকাৰ হ্রাস কৰো ।
10.51 এইটোক আনডো কৰিবলৈ Ctrl + 'Z' টিপক আৰু আগলৈ যাওক ।
10.56 এতিয়া আমি গছৰ আকাৰ হ্রাস কৰিব লাগে যাতে সেই জলচক্র চিত্রত ই খাপ খায়।
11.02 সেয়ে আমি দলৰ "Edit মোড "পৰা প্রস্থান কৰিব লাগিব ।
11.05 দলৰ পৰা প্রস্থান কৰিবলৈ, কার্সাৰটি পৃষ্ঠাযত ৰাখক আৰু সো ক্লিক কৰি নির্বাচন কৰক "exit group" .
11.13 আমি এতিয়া দলৰ "Edit মোড"ৰ বাহিৰত আছো ।
11.16 গছটো নির্বাচন কৰক আৰু কার্সাৰটি তলৰ সো হেন্দেলৰ উপৰত ৰাখক ।
11.21 কার্সাৰটি এটা ৰিচাইজিঙ এৰো চিহ্নত পৰিবর্তিত হয়।
11.24 এৰোটিক ভিতৰলৈ টানি আনক ।
11.26 আমি সম্পূর্ণ গছৰ আকাৰ ছোট কৰিছো !
11.29 এই ছবিতোত আৰু তিনটা গছ যোগ কৰা যাওক ।
11.32 গছ নির্বাচন কৰক আৰু ctrl আৰু C টিপি কপি কৰক আৰু তিনবাৰ Ctrl আৰু 'V' টিপি তিনিবাৰ পেস্ট কৰক ।
11.39 এইটোৱে গছৰ তিনটা প্রতিলিপি তৈয়াৰ কৰিব ।
11.41 এতিয়া আমি সিহতক আকাঙ্ক্ষিত অবস্থানলৈ লৈ যাম ।
11.45 সকলো গছৰ বাবে এই পদক্ষেপটো পুনৰায় কৰক ।
11.51 মনত ৰাখক যে, প্রতিটো গাছ তিনিটা বস্তুৰে তৈয়াৰ কৰা হৈছে।
11.55 প্রতিটো গাছ নিজেই এটি দল হয়।
11.58 আমি বস্তুবোৰৰ দল তৈয়াৰ কৰিছো।
12.01 এতিয়া এই অঙ্কনটোলৈ "জলাধাৰ" যোগ কৰা যাওক ।
12.04 জলৰ প্রভাব দিবলৈ, আমি আয়তক্ষেত্র পিছত ছোটি কলা ত্রিভুজ যোগ কৰিম, তাৰপিছত এটি বক্রৰেখা যোগ কৰক ।
12.12 এটি ত্রিভুজ আঁকিবলৈ, "অঙ্কন (“Drawing)" টুলবাৰ পৰা"Basic shapes (বেসিক শেপস)" নির্বাচন কৰক ।
12.18 ছোটি কলা ত্রিভুজত ক্লিক কৰক আৰু সমকোণী ত্রিভুজ (Right Triangle”)" নির্বাচন কৰক ।
12.24 এইটো আঁকু আৰু আয়তক্ষেত্রৰ পিছত স্থাপন কৰো ।
12.28 এতিয়া জলৰ গতি দেখাবলৈ, ৰঙৰ সৈতে ভৰি থকা এটি বক্র ৰেখা আঁকো ।
12.34 "অঙ্কন"(Drawing) টুলবাৰ পৰা, "কার্ভ (“Curve”)" নির্বাচন কৰক, এতিয়া, "Freeform লাইন, Filled ক্লিক কৰক |
12.42 তাৰপিছত ত্রিভুজৰ উপৰত কার্সাৰটি ৰাখক আৰু মাউসৰ বাও বাটন ধৰি ৰাখি তললৈ আনক ।
12.49 এই বক্রৰেখাটিক খাপ খোৱা যাওক যাতে ইয়াক দেখাত প্রবহ জলৰ নিচিনা দেখে ।
12.56 ত্রিভুজ আৰু বক্রৰেখায়ে একলগে পানী সৃষ্টি কৰিছে, সেয়ে সিহতক এটি বস্তু হিসাবে দলবদ্ধ কৰো।
13.03 অঙ্কন টুলবাৰ পৰা, "Select (সিলেক্ট)" ক্লিক কৰক।
13.07 এতিয়া কার্সাৰক পৃষ্ঠালৈ নিয়ক, মাউসৰ বাও বোতামত টিপক আৰু ত্রিভুজ আৰু বক্রৰেখাক আবৰণ কৰিবলৈ টানি আনক।
13.16 সো ক্লিক কৰক আৰু গ্রুপ ( Group) নির্বাচন কৰক।
13.18 এতিয়া আমি water cycle (ওয়াটাৰ সাইকেল)ৰ কিছু মৌলিক ৰুপৰেখা তৈয়াৰ কৰিছো।
13.23 ইয়াতে আপোনাৰ বাবেএটি অনুশীলনী আছে।
13.26 আপোনি নিজেই এই ছবি তৈয়াৰ কৰক।
13.30 ইয়াতেই এই LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল।
13.33 এই টিউটোৰিয়ালত আপোনি বস্তুৰ সৈতে মৌলিক কামকৰা শিকিছে ।আপোনি শিকিছে,
13.39 বস্তুক কাট, কপি, পেস্ট কৰা।
13.42 হ্যান্ডলবোৰ ব্যবহাৰ কৰি বস্তুৰ আকাৰ পুনৰায় পৰিবর্তন কৰা ।
13.46 বস্তু সুসজ্জিত কৰা
13.48 দলবদ্ধ আৰু দলমুক্ত কৰা।
13.50 এটি দলতে বস্তুবোৰক সম্পাদনা কৰা।
13.53 এটি দলতে বস্তুবোৰক অবস্থানৰ পৰিবর্তন কৰা।
13.57 তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
14.01 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
14.04 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
14.08 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
14.11 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
14.14 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
14.18 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
14.24 কথন শিক্ষণ প্ৰকল্পTalk to a Teacher প্ৰকল্পৰ এটাঅংগ।
14.28 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
14.36 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
14.47 আই.আই.টী বম্বেৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya