Difference between revisions of "Linux/C2/Redirection-Pipes/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 4: Line 4:
 
|-
 
|-
 
|00:00
 
|00:00
| ৰিডাইৰেক্সন এণ্ড পাইপছ বিষয়ক কথন প্ৰশিক্ষণলৈ আপোনাক স্বাগতম  জনাইছোঁ।
+
| ৰিডাইৰেক্সন আৰু পাইপছ বিষয়ক স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম  জনাইছোঁ।
 
|-
 
|-
 
|00:07
 
|00:07
| মই  উবুণ্টু 10.4 ব্যৱহাৰ কৰিছোঁ৷  
+
| মই  উবুণ্টু 10.04 ব্যৱহাৰ কৰিছোঁ৷
 
|-
 
|-
 
|00:09
 
|00:09
Line 17: Line 17:
 
|00:22
 
|00:22
 
| মন কৰিব যে লিনাক্স হৈছে কেচ চেনচিটিভ।
 
| মন কৰিব যে লিনাক্স হৈছে কেচ চেনচিটিভ।
|-
+
|-  
 
|00:25
 
|00:25
 
| অন্য ধৰণেৰে উল্লেখ নকৰিলে এই  প্ৰশিক্ষণত ব্যৱহাৰ কৰা সকলো কমাণ্ডেই লৱাৰ কেছত উল্লেখ কৰা হৈছে৷
 
| অন্য ধৰণেৰে উল্লেখ নকৰিলে এই  প্ৰশিক্ষণত ব্যৱহাৰ কৰা সকলো কমাণ্ডেই লৱাৰ কেছত উল্লেখ কৰা হৈছে৷
 
|-
 
|-
 
|00:32
 
|00:32
| লিনাক্সত আমি  কৰা  বেছিভাগ কামেই টাৰমিনেলৰ  জৰিয়তে কৰা হয়৷  
+
| লিনাক্সত আমি  কৰা  বেছিভাগ কামেই টাৰমিনেলৰ  জৰিয়তে কৰা হয়৷
 
|-
 
|-
 
|00:35
 
|00:35
| যেতিয়া এটা কমাণ্ড আমি কাৰ্যকৰী কৰিব লগা হয়, সাধাৰণতে আমি কিবৰ্ডৰ জৰিয়তে টাইপ  কৰোঁ৷
+
| যেতিয়া এটা কমাণ্ড কাৰ্যকৰী কৰিব লগা হয়, সাধাৰণতে কিবৰ্ডৰ জৰিয়তে টাইপ  কৰোঁ৷
 
|-
 
|-
 
|00:39
 
|00:39
Line 37: Line 37:
 
|-
 
|-
 
|00:48
 
|00:48
|একে ধৰণেৰে আমি  দেখোঁ যে আমাৰ কামাণ্ডৰ (আউটপুটবোৰ) আউটপুটবোৰো টাৰমিনেল (উইনদতও) উইণ্ডত দেখা পোৱা গৈছে৷
+
|একে ধৰণেৰে আমাৰ কামাণ্ডৰ (আউটপুটবোৰ) আউটপুটবোৰো টাৰমিনেল (উইনদতও) উইণ্ডত দেখা পোৱা গৈছে৷
 
|-
 
|-
 
|00:56
 
|00:56
Line 43: Line 43:
 
|-
 
|-
 
|00:59
 
|00:59
| উদাহৰণ হিচাপে, আমি "cat space aaa" টাইপ কৰি এন্টাৰ প্ৰেছ কৰো৷
+
| ধৰক, আমি "cat space aaa" টাইপ কৰি এন্টাৰ প্ৰেছ কৰো৷
 
|-
 
|-
 
|01:05
 
|01:05
Line 49: Line 49:
 
|-
 
|-
 
|01:08
 
|01:08
| গতিকে সেই কথা প্ৰকাশ কৰি তাত এটা বিসংগতি  প্ৰদৰ্শিত হৈ থাকে৷
+
| গতিকে তাত এটা বিসংগতি  প্ৰদৰ্শিত হৈ থাকে৷
 
|-
 
|-
|01:10  
+
|01:10
 
|এতিয়া এই বিসংগতিটো টাৰমিনেল (উইণ্ড’ত) উইণ্ডতো আহিব৷ গতিকে আমি (টাৰমিনেলত) টাৰমিনেলতো  বিসংগতিৰ ৰিপৰ্টিংটো দেখিম৷
 
|এতিয়া এই বিসংগতিটো টাৰমিনেল (উইণ্ড’ত) উইণ্ডতো আহিব৷ গতিকে আমি (টাৰমিনেলত) টাৰমিনেলতো  বিসংগতিৰ ৰিপৰ্টিংটো দেখিম৷
 
|-
 
|-
|01:20  
+
|01:20
| ইনপুটিং, আউটপুটিং আৰু  ইৰৰ ৰিপৰ্টিং হৈছে কামাণ্ডৰ লগত সম্পৰ্ক থকা তিনিটা বিশেষ কাৰ্য৷
+
|কামাণ্ডৰ লগত সম্পৰ্ক থকা তিনিটা বিশেষ কাৰ্য হৈছে  ইনপুটিং, আউটপুটিং আৰু  ইৰৰ ৰিপৰ্টিং
 
|-
 
|-
|01:24  
+
|01:24
 
|ৰিডাইৰেক্সনৰ বিষয়ে শিকাৰ আগতে আমি দুটা আৱশ্যকীয় ধাৰণাৰ বিষয়ে জানিব লাগিব, সেইকেইটা হ’ল— ষ্ট্ৰিম আৰু ফাইল ডেচক্ৰিপটৰ৷
 
|ৰিডাইৰেক্সনৰ বিষয়ে শিকাৰ আগতে আমি দুটা আৱশ্যকীয় ধাৰণাৰ বিষয়ে জানিব লাগিব, সেইকেইটা হ’ল— ষ্ট্ৰিম আৰু ফাইল ডেচক্ৰিপটৰ৷
 
|-
 
|-
|01:31  
+
|01:31
|Bash-ৰ নিচিনা লিনাক্স shell-এ ইনপুট গ্ৰহণ কৰি আউটপুট এৰি দিয়ে ৰুপত বা চিকুৱেঞ্চ বা ষ্ট্ৰিমচ অৱ কেৰেক্টাৰৰ ৰূপত।
+
|Bash-ৰ নিচিনা লিনাক্স shell-এ ইনপুট গ্ৰহণ কৰি আউটপুট এৰি দিয়ে চিকুৱেঞ্চ বা ষ্ট্ৰিমচ অৰ কেৰেক্টাৰৰ ৰূপত।
 
|-
 
|-
|01:37  
+
|01:37
 
| ইয়াৰ আগৰ আৰু পাছৰ এটাকৈ প্ৰত্যেকটো কেৰেক্টাৰেই স্বাধীন
 
| ইয়াৰ আগৰ আৰু পাছৰ এটাকৈ প্ৰত্যেকটো কেৰেক্টাৰেই স্বাধীন
 
|-
 
|-
|01:41  
+
|01:41
| ফাইল  IO টেকনিক ব্যৱহাৰ কৰি ষ্ট্ৰিমবোৰ একচেচড কৰা হয়৷
+
| ফাইল  IO টেকনিক ব্যৱহাৰ কৰি ষ্ট্ৰিমবোৰ একচেচ কৰা হয়৷
 
|-
 
|-
|01:44  
+
|01:44
 
|প্ৰকৃত ষ্ট্ৰিম অৱ কেৰেক্টাৰ হওক বা নহওক, ই এটা ফাইল বা কিব’ৰ্ড বা উইণ্ড আদিলৈ যোৱা বা অহাৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়।
 
|প্ৰকৃত ষ্ট্ৰিম অৱ কেৰেক্টাৰ হওক বা নহওক, ই এটা ফাইল বা কিব’ৰ্ড বা উইণ্ড আদিলৈ যোৱা বা অহাৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়।
 
|-
 
|-
|01:51
+
|01:51  
 
|লিনাক্সত এটা প্ৰক্ৰিয়াৰ খোলা ফাইল এটা পূৰ্ণ সংখ্যাৰ লগত জড়িত থাকে।
 
|লিনাক্সত এটা প্ৰক্ৰিয়াৰ খোলা ফাইল এটা পূৰ্ণ সংখ্যাৰ লগত জড়িত থাকে।
 
|-
 
|-
Line 78: Line 78:
 
|এই আংকিক মানবোৰক ফাইল ডেচক্ৰিপটৰ্ছ বুলি জনা যায়
 
|এই আংকিক মানবোৰক ফাইল ডেচক্ৰিপটৰ্ছ বুলি জনা যায়
 
|-
 
|-
|02:05  
+
|02:05
|লিনাক্স শ্বেলে তিনিটা ষ্টেনৰ্ডাড আই/ষ্ট্ৰিম ব্যৱহাৰ কৰে৷
+
|লিনাক্স শ্বেলে তিনিটা ষ্টেনৰ্ডাড I/O ষ্ট্ৰিম ব্যৱহাৰ কৰে৷
 
|-
 
|-
 
|02:08
 
|02:08
 
|তাৰ  প্ৰত্যেকটোৱেই একোটা পৰিচিত ফাইল দেচক্ৰিপটৰৰ লগত জড়িত হৈ থাকে
 
|তাৰ  প্ৰত্যেকটোৱেই একোটা পৰিচিত ফাইল দেচক্ৰিপটৰৰ লগত জড়িত হৈ থাকে
 
|-
 
|-
|02:12  
+
|02:12
 
|stdin  হ’ল  ষ্টেণ্ডাৰ্ড ইনপুট  ষ্ট্ৰিম৷
 
|stdin  হ’ল  ষ্টেণ্ডাৰ্ড ইনপুট  ষ্ট্ৰিম৷
 
|-
 
|-
 
+
|02:15
|02:15  
+
 
|এইটোৱে ইনপুটলৈ কামাণ্ডচ্ ঘোগান ধৰে
 
|এইটোৱে ইনপুটলৈ কামাণ্ডচ্ ঘোগান ধৰে
 
|-
 
|-
Line 94: Line 93:
 
|ইয়াৰ ফাইল ডেচক্ৰিপটৰ হ’ল 0
 
|ইয়াৰ ফাইল ডেচক্ৰিপটৰ হ’ল 0
 
|-
 
|-
|02:19  
+
|02:19
 
| stdout হ’ল ষ্টেণ্ডাৰ্ড আউটপুট ষ্ট্ৰিম।
 
| stdout হ’ল ষ্টেণ্ডাৰ্ড আউটপুট ষ্ট্ৰিম।
 
|-
 
|-
Line 100: Line 99:
 
|ই কমাণ্ডৰ আউটপুট প্ৰদৰ্শন কৰে। ইয়াৰ ফাইল ডিচক্ৰিপটৰ হ’ল 1।
 
|ই কমাণ্ডৰ আউটপুট প্ৰদৰ্শন কৰে। ইয়াৰ ফাইল ডিচক্ৰিপটৰ হ’ল 1।
 
|-
 
|-
|stderr
+
|02:26
| হৈছে ষ্টেণ্ডাৰ্ড ইৰৰ ষ্ট্ৰিম। ই কমাণ্ডৰ বিসংগতি আউটপুট প্ৰদৰ্শন কৰে। ইয়াৰ ফাইল ডেচক্ৰিপটৰ হৈছে 2।
+
| stderr ষ্টেণ্ডাৰ্ড ইৰৰ ষ্ট্ৰিম। ই কমাণ্ডৰ বিসংগতি আউটপুট প্ৰদৰ্শন কৰে। ইয়াৰ ফাইল ডেচক্ৰিপটৰ হৈছে 2।
 
|-
 
|-
 
|02:36
 
|02:36
Line 125: Line 124:
 
|-
 
|-
 
|03:04
 
|03:04
| এই তিনিটা ষ্ট্ৰীমক আমি আন ফাইলৰ লগত যুক্ত কৰিব পাৰোঁ।
+
| এই তিনিটা ষ্ট্ৰীমক আন ফাইলৰ লগত যুক্ত কৰিব পাৰোঁ।
 
|-
 
|-
 
|03:07
 
|03:07
Line 131: Line 130:
 
|-
 
|-
 
|03:09
 
|03:09
| এতিয়া আমি চাম কেনেকৈ তিনিওটা ষ্ট্ৰিমত (পুননিৰ্দেশ) পুনৰ্নিৰ্দেশ কৰা হয়৷
+
| এতিয়া আমি চাম কেনেকৈ তিনিওটা ষ্ট্ৰিমত পুনৰ্নিৰ্দেশ (redirection) কৰা হয়৷
 
|-
 
|-
 
|03:14
 
|03:14
|প্ৰথমে অৰমি চাম কেনেকৈ ষ্ট্ৰেণ্ডাৰ্ড ইনপুটটো পুননিৰ্দেশ হয়৷
+
|প্ৰথমে অামি চাম কেনেকৈ ষ্ট্ৰেণ্ডাৰ্ড ইনপুটটো পুননিৰ্দেশ হয়৷
 
|-
 
|-
 
|03:17
 
|03:17
|(left angled bracket) কাৰক ব্যৱহাৰ কৰি আমি এটা ফাইলৰ standardin পুনৰ্নিৰ্দেশ কৰিম।
+
|(left angled bracket) অপাৰেটৰ ব্যৱহাৰ কৰি আমি এটা ফাইলৰ standardin পুনৰ্নিৰ্দেশ কৰিম।
 
কেনেকৈ, চাওঁ আহক।
 
কেনেকৈ, চাওঁ আহক।
 
|-
 
|-
 
|03:22
 
|03:22
| আমি জানো যে এটা ফাইলৰ শাৰী, শব্দ আৰু কেৰেক্টাৰৰ সংখ্যা জানিবৰ বাবে wc কমাণ্ড ব্যৱহাৰ কৰা হয়।  
+
| আমি জানো যে এটা ফাইলৰ শাৰী, শব্দ আৰু কেৰেক্টাৰৰ সংখ্যা জানিবৰ বাবে wc কমাণ্ড ব্যৱহাৰ কৰা হয়।
 
|-
 
|-
 
|03:28
 
|03:28
Line 158: Line 157:
 
|  এতিয়া এন্টাৰটো হেঁচি দিয়ক৷
 
|  এতিয়া এন্টাৰটো হেঁচি দিয়ক৷
 
|-
 
|-
|03:48  
+
|03:48
 
| এতিয়া  কণ্ট্ৰল আৰু ডি চাবিটো একেলগে হেঁচি দিয়ক
 
| এতিয়া  কণ্ট্ৰল আৰু ডি চাবিটো একেলগে হেঁচি দিয়ক
 
|-
 
|-
|03:52  
+
|03:52
 
|এতিয়া আমি ভৰোৱা শাৰীবোৰত কমাণ্ডে কাম কৰিব।
 
|এতিয়া আমি ভৰোৱা শাৰীবোৰত কমাণ্ডে কাম কৰিব।
 
|-
 
|-
|03:55  
+
|03:55
 
| কমাণ্ডটোৱে টাৰমিনেলত এটা আউটপুট দিব
 
| কমাণ্ডটোৱে টাৰমিনেলত এটা আউটপুট দিব
 
|-
 
|-
|03:57  
+
|03:57
| (এতিয়া ইয়াত ডব্লিউচি কামাণ্ড পিছত কোনো ফাইল দিয়া নহয়৷) এতিয়া, ইয়াত wc কমাণ্ডৰ পিছত কোনো ফাইল দিয়া হোৱা নাই।
+
| এতিয়া, ইয়াত wc কমাণ্ডৰ পিছত কোনো ফাইল দিয়া হোৱা নাই।
 
|-
 
|-
|04:01  
+
|04:01
 
| সেয়ে ই ষ্টেণ্ডাৰ্ড ইনপুট ষ্ট্ৰিমৰ পৰা ইনপুট গ্ৰহণ কৰে
 
| সেয়ে ই ষ্টেণ্ডাৰ্ড ইনপুট ষ্ট্ৰিমৰ পৰা ইনপুট গ্ৰহণ কৰে
 
|-
 
|-
|04:04  
+
|04:04
 
| এতিয়া ষ্টেণ্ডাৰ্ড ইনপুট ষ্ট্ৰীম ডিফল্ট হিচাপে কিব’ৰ্ডৰ সৈতে যুক্ত হয়। সেইবাবে wc-এ কিব’ৰ্ডৰ পৰা ইনপুট গ্ৰহণ কৰিব।
 
| এতিয়া ষ্টেণ্ডাৰ্ড ইনপুট ষ্ট্ৰীম ডিফল্ট হিচাপে কিব’ৰ্ডৰ সৈতে যুক্ত হয়। সেইবাবে wc-এ কিব’ৰ্ডৰ পৰা ইনপুট গ্ৰহণ কৰিব।
 
|-
 
|-
|04:12  
+
|04:12
 
|এতিয়া যদি আমি লিখোঁ— "wc space 'left-angled bracket" space test1 dot txt"
 
|এতিয়া যদি আমি লিখোঁ— "wc space 'left-angled bracket" space test1 dot txt"
 
|-
 
|-
|04:19  
+
|04:19
| যিটো ঘটিল, সেইটো হ’ল— wc-এ আমাক test1 dot txt ফাইলটোৰ শাৰী, শব্দ আৰু কেৰেক্টাৰৰ সংখ্যা জনালে।  
+
| যিটো ঘটিল, সেইটো হ’ল— wc-এ আমাক test1 dot txt ফাইলটোৰ শাৰী, শব্দ আৰু কেৰেক্টাৰৰ সংখ্যা জনালে।
 
|-
 
|-
|04:27  
+
|04:27
 
|এতিয়া টাইপ কৰক— "wc space test1 dot txt"
 
|এতিয়া টাইপ কৰক— "wc space test1 dot txt"
 
|-
 
|-
|04:34  
+
|04:34
 
|  আমি একেটা (ফলকে) ফলাফলেই দেখিম
 
|  আমি একেটা (ফলকে) ফলাফলেই দেখিম
 
|-
 
|-
|04:37  
+
|04:37
 
| গতিকে পাৰ্থক্যটো কি?
 
| গতিকে পাৰ্থক্যটো কি?
 
|-04:39
 
|-04:39
 
যেতিয়া আমি "wc space test1 dot txt" বুলি লিখোঁ, কমাণ্ডে test1 dot txt ফাইলটো খোলে আৰু ইয়াৰ পৰা পঠন কৰে।
 
যেতিয়া আমি "wc space test1 dot txt" বুলি লিখোঁ, কমাণ্ডে test1 dot txt ফাইলটো খোলে আৰু ইয়াৰ পৰা পঠন কৰে।
 
|-
 
|-
|04:46  
+
|04:46
 
| কিন্তু যেতিয়া আমি "wc space 'left-angled bracket' test1 dot txt" বুলি লিখোঁ, wc-এ খুলিবৰ বাবে কোনো ফাইল নাপায়।
 
| কিন্তু যেতিয়া আমি "wc space 'left-angled bracket' test1 dot txt" বুলি লিখোঁ, wc-এ খুলিবৰ বাবে কোনো ফাইল নাপায়।
 
|-
 
|-
|04:53  
+
|04:53
 
| পৰিৱৰ্তে ই standardin-ৰ পৰা ইনপুট ল’ব বিচাৰে।
 
| পৰিৱৰ্তে ই standardin-ৰ পৰা ইনপুট ল’ব বিচাৰে।
 
|-
 
|-
|04:57  
+
|04:57
 
| আমি ইতিমধ্যে standardin-ক test1 dot txt ফাইলটোলৈ নিৰ্দেশিত কৰি থৈছোঁ
 
| আমি ইতিমধ্যে standardin-ক test1 dot txt ফাইলটোলৈ নিৰ্দেশিত কৰি থৈছোঁ
 
|-
 
|-
|05:01  
+
|05:01
 
| গতিকে (টেষ্ট ১) test1 ৰ পৰা কামাণ্ডটোৱে (অধ্যয়ন) পঠন কৰে
 
| গতিকে (টেষ্ট ১) test1 ৰ পৰা কামাণ্ডটোৱে (অধ্যয়ন) পঠন কৰে
 
|-
 
|-
|05:04  
+
|05:04
 
|কিন্তু প্ৰকৃতপক্ষে standardin-অলৈ তথ্যখিনি ক’ৰ পৰা আহিল সেই কথা জনা নাযায়।
 
|কিন্তু প্ৰকৃতপক্ষে standardin-অলৈ তথ্যখিনি ক’ৰ পৰা আহিল সেই কথা জনা নাযায়।
 
|-
 
|-
|05:10  
+
|05:10
 
| গতিকে, ষ্টেণ্ডাৰ্ড ইনপুট কেনেকৈ ৰিডাইৰেক্ট কৰা হয়, সেয়া আমি দেখিলো
 
| গতিকে, ষ্টেণ্ডাৰ্ড ইনপুট কেনেকৈ ৰিডাইৰেক্ট কৰা হয়, সেয়া আমি দেখিলো
 
|-
 
|-
|05:12  
+
|05:12
 
|  এতিয়া, ষ্টেণ্ডাৰ্ড আউটপুট আৰু ষ্টেণ্ডাৰ্ড ইৰৰ কেনেকৈ ৰিডাইৰেক্ট কৰা হয়, সেয়া চাম।
 
|  এতিয়া, ষ্টেণ্ডাৰ্ড আউটপুট আৰু ষ্টেণ্ডাৰ্ড ইৰৰ কেনেকৈ ৰিডাইৰেক্ট কৰা হয়, সেয়া চাম।
 
|-
 
|-
|05:17  
+
|05:17
 
| আউটপুট আৰু ইৰৰক এটা ফাইললৈ ৰিডাইৰেক্ট কৰাৰ দুটা উপায় আছে:
 
| আউটপুট আৰু ইৰৰক এটা ফাইললৈ ৰিডাইৰেক্ট কৰাৰ দুটা উপায় আছে:
|-
+
|-      
|05:20  
+
|05:20
 
|ধৰা হওক, n-এ ফাইল ডেচক্ৰিপটৰক বুজায়। n single right-angled bracket-এ আউটপুটক n ফাইল ডেচক্ৰিপটৰৰ পৰা এটা ফাইললৈ ৰিডাইৰেক্ট কৰে।
 
|ধৰা হওক, n-এ ফাইল ডেচক্ৰিপটৰক বুজায়। n single right-angled bracket-এ আউটপুটক n ফাইল ডেচক্ৰিপটৰৰ পৰা এটা ফাইললৈ ৰিডাইৰেক্ট কৰে।
 
|-
 
|-
|05:29  
+
|05:29
 
|ফাইলটোত লিখাৰ কৰ্তৃত্ব আপোনাৰ থাকিবই লাগিব।
 
|ফাইলটোত লিখাৰ কৰ্তৃত্ব আপোনাৰ থাকিবই লাগিব।
 
|-
 
|-
|05:32  
+
|05:32
 
|  ঘদি ফাইলটোৰ  অস্তিত্ব নাথাকে, এইটো সৃষ্টি কৰা হয়৷
 
|  ঘদি ফাইলটোৰ  অস্তিত্ব নাথাকে, এইটো সৃষ্টি কৰা হয়৷
 
|-
 
|-
|05:35  
+
|05:35
 
| যদি ফাইলটো ইতিমধ্যেই থাকে, তাত থকা তথ্য-পাতি সাধাৰণতে কোনো সাৱধানবাণী নিদিয়াকৈ নাইকিয়া হৈ যায়।
 
| যদি ফাইলটো ইতিমধ্যেই থাকে, তাত থকা তথ্য-পাতি সাধাৰণতে কোনো সাৱধানবাণী নিদিয়াকৈ নাইকিয়া হৈ যায়।
 
|-
 
|-
|05:40  
+
|05:40
 
|' n 'double right-angled bracket'-এও আউটপুটক ফাইল ডেচক্ৰিপ্টৰ n-ৰ পৰা এটা ফাইললৈ ৰিডাইৰেক্ট কৰে।
 
|' n 'double right-angled bracket'-এও আউটপুটক ফাইল ডেচক্ৰিপ্টৰ n-ৰ পৰা এটা ফাইললৈ ৰিডাইৰেক্ট কৰে।
 
|-
 
|-
|05:47  
+
|05:47
| ইয়াতো ফাইলটোত লিখাৰ কৰ্তৃত্ব আপোনাৰ থাকিবই লাগিব।
+
| ইয়াতো ফাইলটোত লিখাৰ কৰ্তৃত্ব আপোনাৰ থাকিবই লাগিব।  
 
|-
 
|-
|05:50  
+
|05:50
 
|  ঘদি ফাইলটোৰ (স্থিতি) অস্তিত্ব নাথাকে, এইটো সৃষ্টি কৰা হয়৷
 
|  ঘদি ফাইলটোৰ (স্থিতি) অস্তিত্ব নাথাকে, এইটো সৃষ্টি কৰা হয়৷
 
|-
 
|-
|05:52  
+
|05:52
 
| যদি ফাইলটো ইতিমধ্যেই থাকে, তেনেহ’লে আউটপুটটো আগৰে পৰা থকা ফাইলটোৰ সৈতে যোগ হৈ যায়।
 
| যদি ফাইলটো ইতিমধ্যেই থাকে, তেনেহ’লে আউটপুটটো আগৰে পৰা থকা ফাইলটোৰ সৈতে যোগ হৈ যায়।
 
|-
 
|-
|05:59  
+
|05:59
 
| “n single right angle bracket” বা “n double right angle bracket”-অত থকা n-এ ফাইল ডেচক্ৰিপ্টৰক সূচায়।
 
| “n single right angle bracket” বা “n double right angle bracket”-অত থকা n-এ ফাইল ডেচক্ৰিপ্টৰক সূচায়।
 
|-
 
|-
|06:05  
+
|06:05
 
| যদি ইয়াক বাদ দিয়া হয়, তেনেহ’লে ষ্টেণ্ডাৰ্ড আউটপুট অৰ্থাৎ ফাইল ডেচক্ৰিপ্টৰ 1-অক গ্ৰহণ কৰা হয়।
 
| যদি ইয়াক বাদ দিয়া হয়, তেনেহ’লে ষ্টেণ্ডাৰ্ড আউটপুট অৰ্থাৎ ফাইল ডেচক্ৰিপ্টৰ 1-অক গ্ৰহণ কৰা হয়।
 
|-
 
|-
|06:10  
+
|06:10
 
|  (গতিকে ঠিক এটা ৰাইট এংগোল ব্ৰেকেট ৰাইট এংগোল ব্ৰেকেটৰ সৈতে একেই৷) গতিকে এটা ৰাইট এংগোল ব্ৰেকেট ১টা ৰাইট এংগোল ব্ৰেকেটৰ সৈতে একে। (?)
 
|  (গতিকে ঠিক এটা ৰাইট এংগোল ব্ৰেকেট ৰাইট এংগোল ব্ৰেকেটৰ সৈতে একেই৷) গতিকে এটা ৰাইট এংগোল ব্ৰেকেট ১টা ৰাইট এংগোল ব্ৰেকেটৰ সৈতে একে। (?)
 
|-
 
|-
|06:15  
+
|06:15
 
| কিন্তু ইৰৰ ষ্ট্ৰীমক ৰিডাইৰেক্ট কৰিবলৈ দুটা ৰাইট এংগোল ব্ৰেকেট বা দুটা যুটীয়া ৰাইট এংগোল ব্ৰেকেট ব্যৱহাৰ কৰিব লাগে।
 
| কিন্তু ইৰৰ ষ্ট্ৰীমক ৰিডাইৰেক্ট কৰিবলৈ দুটা ৰাইট এংগোল ব্ৰেকেট বা দুটা যুটীয়া ৰাইট এংগোল ব্ৰেকেট ব্যৱহাৰ কৰিব লাগে।
 
|-
 
|-
|06:22  
+
|06:22
 
|  এইটো আমি ব্যৱহাৰিকডাৱে চাবলৈ চেষ্টা কৰিম৷
 
|  এইটো আমি ব্যৱহাৰিকডাৱে চাবলৈ চেষ্টা কৰিম৷
 
|-
 
|-
|06:24  
+
|06:24
 
| শেষৰ উদাহৰণৰ পৰা আমি দেখিলো যে এটা ফাইলত বা standardin-অত wc কমাণ্ডৰ ফলাফল টাৰমিনেল উইণ্ডত প্ৰদৰ্শিত হয়।
 
| শেষৰ উদাহৰণৰ পৰা আমি দেখিলো যে এটা ফাইলত বা standardin-অত wc কমাণ্ডৰ ফলাফল টাৰমিনেল উইণ্ডত প্ৰদৰ্শিত হয়।
 
|-
 
|-
|06:31  
+
|06:31
 
|  কি হব ঘদি আমি এইটো টাৰ্মিনেলত প্ৰদৰ্শন হোৱাটো নিবিচাৰো?
 
|  কি হব ঘদি আমি এইটো টাৰ্মিনেলত প্ৰদৰ্শন হোৱাটো নিবিচাৰো?
 
|-
 
|-
|06:34  
+
|06:34
 
| আমি এইটো এটা ফাইলত জমা কৰিবলৈ বিচাৰো ঘাতে তথ্যটো পাছত ব্যৱহাৰ কৰিব পাৰি৷
 
| আমি এইটো এটা ফাইলত জমা কৰিবলৈ বিচাৰো ঘাতে তথ্যটো পাছত ব্যৱহাৰ কৰিব পাৰি৷
 
|-
 
|-
|06:38  
+
|06:38
 
| ডিফল্ট হিচাপে wc-এ ইয়াৰ আউটপুটটো standardout-অত লিখে।
 
| ডিফল্ট হিচাপে wc-এ ইয়াৰ আউটপুটটো standardout-অত লিখে।
 
|-
 
|-
|06:42  
+
|06:42
 
|  Standardout-টো ডিফল্ট হিচাপে টৰমিনেল উইণ্ডৰ সৈতে যুক্ত হৈ থাকে।
 
|  Standardout-টো ডিফল্ট হিচাপে টৰমিনেল উইণ্ডৰ সৈতে যুক্ত হৈ থাকে।
 
|-
 
|-
|06:45  
+
|06:45
 
|গতিকে টাৰ্মিনেল উইনডত আমি আউট পুটটো দেখো৷
 
|গতিকে টাৰ্মিনেল উইনডত আমি আউট পুটটো দেখো৷
 
|-
 
|-
|06:48  
+
|06:48
 
| কিন্তু ঘদি আমি (ষ্টেণ্ডাৰ্ড আউট) Standardout-টো এটা ফাইললৈ ৰিডাইৰেক্ট কৰিব পাৰো, তেতিয়া  wc কমাণ্ডৰ আউটপুটটো সেই ফাইলত লিখিব৷
 
| কিন্তু ঘদি আমি (ষ্টেণ্ডাৰ্ড আউট) Standardout-টো এটা ফাইললৈ ৰিডাইৰেক্ট কৰিব পাৰো, তেতিয়া  wc কমাণ্ডৰ আউটপুটটো সেই ফাইলত লিখিব৷
 
|-
 
|-
Line 290: Line 289:
 
|হয়, এইটো পৰা গৈছে।
 
|হয়, এইটো পৰা গৈছে।
 
|-
 
|-
| 7:24  
+
| 7:24
 
|ধৰক, একেখন ডাইৰাক্টৰীত (আমি) আমাৰ অন্য এটা ফাইল (টেষ্ট ২) Test 2 আছে৷
 
|ধৰক, একেখন ডাইৰাক্টৰীত (আমি) আমাৰ অন্য এটা ফাইল (টেষ্ট ২) Test 2 আছে৷
  
|-
 
|-
| 7:30  
+
| 7:30
 
|এতিয়া আমি (টেষ্ট ২) Test 2 ফাইলৰ সৈতে কামাণ্ডটো আকৌ কাৰ্ঘ্যকৰী কৰো৷  আমি টাইপ কৰিম— "wc space test2 dot txt 'right-angled bracket' wc_results dot txt"
 
|এতিয়া আমি (টেষ্ট ২) Test 2 ফাইলৰ সৈতে কামাণ্ডটো আকৌ কাৰ্ঘ্যকৰী কৰো৷  আমি টাইপ কৰিম— "wc space test2 dot txt 'right-angled bracket' wc_results dot txt"
  
|-
 
|-
|07:44  
+
|07:44
 
|গতিকে wc_results ফাইলৰ তথ্য-পাতিখিনিৰ ওপৰতে নতুন কথা লিখিত হ’ব।
 
|গতিকে wc_results ফাইলৰ তথ্য-পাতিখিনিৰ ওপৰতে নতুন কথা লিখিত হ’ব।
  
Line 306: Line 305:
  
|-
 
|-
|07:56  
+
|07:56
 
| যদি আমি লিখো— "wc space test1 dot txt 'right-angled bracket' twice wc underscore results dot txt"
 
| যদি আমি লিখো— "wc space test1 dot txt 'right-angled bracket' twice wc underscore results dot txt"
  
Line 317: Line 316:
  
|-
 
|-
|08:26  
+
|08:26
 
| একেধৰণে ষ্টেণ্ডাৰ্ড ইৰৰৰ ৰিডাইৰেক্টিং কৰা হ’ল।
 
| একেধৰণে ষ্টেণ্ডাৰ্ড ইৰৰৰ ৰিডাইৰেক্টিং কৰা হ’ল।
  
|-
 
|-
|08:29  
+
|08:29
 
| কেৱল পাৰ্থক্য এয়ে যে এই ক্ষেত্ৰত আমি ৰাইট এংগোল ব্ৰেকেট বা যুটীয়া ৰাইট এংগোল ব্ৰেকেট চিহ্নৰ আগত ষ্টেণ্ডাৰ্ড ইৰৰৰ ফাইল ডেচক্ৰিপ্টৰ সংখ্যাটো উল্লেখ কৰা প্ৰয়োজন।
 
| কেৱল পাৰ্থক্য এয়ে যে এই ক্ষেত্ৰত আমি ৰাইট এংগোল ব্ৰেকেট বা যুটীয়া ৰাইট এংগোল ব্ৰেকেট চিহ্নৰ আগত ষ্টেণ্ডাৰ্ড ইৰৰৰ ফাইল ডেচক্ৰিপ্টৰ সংখ্যাটো উল্লেখ কৰা প্ৰয়োজন।
  
Line 338: Line 337:
 
|-
 
|-
 
|08:55
 
|08:55
|তাৰ বাবে আমি এই কামাণ্ডটো দিব পাৰো—  
+
|তাৰ বাবে আমি এই কামাণ্ডটো দিব পাৰো—
 
"wc space aaa space 2 'right-anged bracket' errorlog dot txt"
 
"wc space aaa space 2 'right-anged bracket' errorlog dot txt"
 
|-
 
|-
|09:06  

Line 355: Line 354:
  
|-
 
|-
|09:34  
+
|09:34
 
| আগৰ ডুলটো অ’ডাৰৰিটেন কৰা হ’ব আৰু নতুন ডুলটো দেখুওৱা হ’ব৷ আগৰ বিসংগতিটোৰ ওপৰতে লিখিত হৈ ই নতুন বিসংগতিটো প্ৰদৰ্শন কৰিব।
 
| আগৰ ডুলটো অ’ডাৰৰিটেন কৰা হ’ব আৰু নতুন ডুলটো দেখুওৱা হ’ব৷ আগৰ বিসংগতিটোৰ ওপৰতে লিখিত হৈ ই নতুন বিসংগতিটো প্ৰদৰ্শন কৰিব।
 
|-
 
|-
|09:39  
+
|09:39
 
|“cat space errorlog dot txt"-টো চাওক।
 
|“cat space errorlog dot txt"-টো চাওক।
  
|-
 
|-
|09:46  
+
|09:46
 
| কিন্তু আমি যদি সকলোবোৰ বিসংগতি তালিকা আকাৰে বিচাৰোঁ?
 
| কিন্তু আমি যদি সকলোবোৰ বিসংগতি তালিকা আকাৰে বিচাৰোঁ?
 
সহজকৈ আমি কামাণ্ডটো চলাৰ পাবোঁ—
 
সহজকৈ আমি কামাণ্ডটো চলাৰ পাবোঁ—
Line 368: Line 367:
  
|-
 
|-
|09:58  
+
|09:58
 
| আমি এইটো (কেট) cat কামাণ্ড ব্যৱহাৰ কৰি (চেক) পৰীক্ষা কৰিম৷
 
| আমি এইটো (কেট) cat কামাণ্ড ব্যৱহাৰ কৰি (চেক) পৰীক্ষা কৰিম৷
  
|-
 
|-
|10:06  
+
|10:06
 
| তিনিটা ষ্ট্ৰীম— standard out, standard in আৰু standard error কেনেকৈ পৃথকে  ৰিডাইৰেকটেড আৰু মেনিপুলেটেড হ’ল, সেয়া  আমি দেখিলো। কিন্তু যেতিয়া আমি ষ্টীমকেইটাক একেলগে মেনিপুলেট কৰিব পাৰোঁ, অৰ্থাৎ বেলেগ বেলেগ ষ্ট্ৰীমক যুক্ত কৰিব পাৰোঁ, তেতিয়াহে এই ধাৰণাৰ প্ৰকৃত শক্তি অনুধাৱন কৰিব পাৰি।
 
Line 380: Line 379:
  
|-
 
|-
|10:22  
+
|10:22
 
|পাইপবোৰ কামাণ্ডৰ চেইন সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয়৷
 
|পাইপবোৰ কামাণ্ডৰ চেইন সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয়৷
  
Line 396: Line 395:
 
| ধৰক, আমি বৰ্তমানৰ ডাইৰেক্টৰীত থকা ফাইল আৰু ডাইৰেক্টৰীৰ মুঠ সংখ্যাটো জানিব বিচাৰোঁ
 
| ধৰক, আমি বৰ্তমানৰ ডাইৰেক্টৰীত থকা ফাইল আৰু ডাইৰেক্টৰীৰ মুঠ সংখ্যাটো জানিব বিচাৰোঁ
  
|-
+
|-  
|10:51  
+
|10:51
 
| আমি কি কৰিব পাৰো? আমি জানো যে "ls space minus l"-এ প্ৰেজেন্ট ডাইৰেক্টৰীৰ সকলোবাৰ ফাইল আৰু ডাইৰেক্টৰী তালিকা ডুক্ত কৰে৷
 
| আমি কি কৰিব পাৰো? আমি জানো যে "ls space minus l"-এ প্ৰেজেন্ট ডাইৰেক্টৰীৰ সকলোবাৰ ফাইল আৰু ডাইৰেক্টৰী তালিকা ডুক্ত কৰে৷
  
Line 420: Line 419:
  
|-
 
|-
|11:32  
+
|11:32
 
| ঘদিও এইটোৱে আমাৰ উদ্দেশ্যৰ কাম কৰে তাত কিছুমান সমস্যা আছে৷
 
| ঘদিও এইটোৱে আমাৰ উদ্দেশ্যৰ কাম কৰে তাত কিছুমান সমস্যা আছে৷
  
Line 428: Line 427:
  
|-
 
|-
|11:40  
+
|11:40
 
| ঘদি প্ৰথম কামাণ্ডটোৱে (কিছু) বহুতো তথ্য প্ৰস্তুত কৰে, ডিচ মেমৰীটো অপ্ৰয়োজনীয় ডাৱে ক্ষয় নিব পাৰে৷
 
| ঘদি প্ৰথম কামাণ্ডটোৱে (কিছু) বহুতো তথ্য প্ৰস্তুত কৰে, ডিচ মেমৰীটো অপ্ৰয়োজনীয় ডাৱে ক্ষয় নিব পাৰে৷
  
|-
 
|-
|11:46  
+
|11:46
 
| (ঘদি) আমি চেইন চেডেৰেল কামাণ্ডো (বিচাৰো) প্ৰয়োগ কৰিব পাৰোঁ, কিন্তু এই পদ্ধতিটো লেহেমীয়া৷
 
| (ঘদি) আমি চেইন চেডেৰেল কামাণ্ডো (বিচাৰো) প্ৰয়োগ কৰিব পাৰোঁ, কিন্তু এই পদ্ধতিটো লেহেমীয়া৷
  
Line 440: Line 439:
  
|-
 
|-
|12:01  
+
|12:01
 
|আৰু অতি সহজতে আমি (একোফল) একে ফলাফল পাব পাৰো৷
 
|আৰু অতি সহজতে আমি (একোফল) একে ফলাফল পাব পাৰো৷
  
|-
 
|-
|12:06  
+
|12:06
 
| ls কমাণ্ডৰ আউটপুট wc কমাণ্ডৰ ইনপুট হিচাপে যায়।
 
| ls কমাণ্ডৰ আউটপুট wc কমাণ্ডৰ ইনপুট হিচাপে যায়।
  
|-
 
|-
|12:10  
+
|12:10
 
|পাইপ ব্যৱহাৰ কৰি কামাণ্ডৰ আনকি দীঘল ছেইনো ঘোৰা কৰিব পাৰো৷
 
|পাইপ ব্যৱহাৰ কৰি কামাণ্ডৰ আনকি দীঘল ছেইনো ঘোৰা কৰিব পাৰো৷
  
|-
 
|-
|12:15  
+
|12:15
 
|পাইপৰ সাধাৰন এটা ব্যৱহাৰ হ’ল মাল্টিপেজ (ডিচপ্লেছৰ অধ্যয়ন) ডিচপ্লেৰ পঠন৷
 
|পাইপৰ সাধাৰন এটা ব্যৱহাৰ হ’ল মাল্টিপেজ (ডিচপ্লেছৰ অধ্যয়ন) ডিচপ্লেৰ পঠন৷
  
|-
 
|-
|12:19  
+
|12:19
| টাইপ কৰক "cd space slash user slash bin"  
+
| টাইপ কৰক "cd space slash user slash bin"
  
|-
 
|-
Line 472: Line 471:
  
|-
 
|-
|12:37  
+
|12:37
 
| তালিকাৰ মাজেৰে স্ক্ৰল কৰিবলৈ এন্টাৰ প্ৰেছ কৰক৷
 
| তালিকাৰ মাজেৰে স্ক্ৰল কৰিবলৈ এন্টাৰ প্ৰেছ কৰক৷
  
|-
 
|-
|12:41  
+
|12:41
 
| ইয়াৰ পৰা উলাই আহিবলৈ (‘কিউ’) q প্ৰেছ কৰক৷
 
| ইয়াৰ পৰা উলাই আহিবলৈ (‘কিউ’) q প্ৰেছ কৰক৷
  
|-
+
|-  
 
| 12:45
 
| 12:45
 
|এইবোৰেই কিছুমান কামাণ্ড ঘিবোৰে ফাইলৰ সৈতে আমাক কাম কৰিবলৈ সহায় কৰে৷
 
|এইবোৰেই কিছুমান কামাণ্ড ঘিবোৰে ফাইলৰ সৈতে আমাক কাম কৰিবলৈ সহায় কৰে৷
Line 500: Line 499:
  
|-
 
|-
|13:04
+
|13:04  
 
| ইয়াতে আমাৰ শিক্ষণৰ সামৰণি পৰিছে।
 
| ইয়াতে আমাৰ শিক্ষণৰ সামৰণি পৰিছে।
  
|-
 
|-
|13:07  
+
|13:07
 
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে।
 
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে।
  
Revision as of 11:52, 15 July 2014

যেতিয়া আমি "wc space test1 dot txt" বুলি লিখোঁ, কমাণ্ডে test1 dot txt ফাইলটো খোলে আৰু ইয়াৰ পৰা পঠন কৰে।
Time Narration
00:00 ৰিডাইৰেক্সন আৰু পাইপছ বিষয়ক স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ।
00:07 মই উবুণ্টু 10.04 ব্যৱহাৰ কৰিছোঁ৷
00:09 আমি ধৰি লৈছোঁ যে ইতিমধ্যে আপোনাৰ লিনাক্স অপাৰেটিং চিছটেমৰ বিষয়ে এটা ধাৰণা আৰু কামাণ্ডৰ বিষয়ে কিছু প্ৰাথমিক ধাৰণা আছে।
00:16 যদি আপুনি আগ্ৰহী, সেই সম্পৰ্কীয় আন এটা কথন প্ৰশিক্ষণ তলত উল্লেখ কৰা ৱেবচাইটত পাব
00:22 মন কৰিব যে লিনাক্স হৈছে কেচ চেনচিটিভ।
00:25 অন্য ধৰণেৰে উল্লেখ নকৰিলে এই প্ৰশিক্ষণত ব্যৱহাৰ কৰা সকলো কমাণ্ডেই লৱাৰ কেছত উল্লেখ কৰা হৈছে৷
00:32 লিনাক্সত আমি কৰা বেছিভাগ কামেই টাৰমিনেলৰ জৰিয়তে কৰা হয়৷
00:35 যেতিয়া এটা কমাণ্ড কাৰ্যকৰী কৰিব লগা হয়, সাধাৰণতে কিবৰ্ডৰ জৰিয়তে টাইপ কৰোঁ৷
00:39 ধৰক, আামি তাৰিখ আৰু সময় উলিয়াব লাগে৷
00:41 আমি সহজকৈ কিবৰ্ডৰ জৰিয়তে ‘ডেট’ টাইপ কৰি এন্টাৰ টিপি দিওঁ
00:46 গতিকে আমি সাধাৰণ অৱস্থাত কিব’ৰ্ডৰ জৰিয়তে ইনপুট দিওঁ।
00:48 একে ধৰণেৰে আমাৰ কামাণ্ডৰ (আউটপুটবোৰ) আউটপুটবোৰো টাৰমিনেল (উইনদতও) উইণ্ডত দেখা পোৱা গৈছে৷
00:56 ধৰক, কিছুমান কামাণ্ড কাৰ্যকৰী কৰোঁতে কিছু বিসংগতি ঘটিল।
00:59 ধৰক, আমি "cat space aaa" টাইপ কৰি এন্টাৰ প্ৰেছ কৰো৷
01:05 কিন্তু aaa নামৰ কোনো ফাইলৰ স্থিতি নাই।
01:08 গতিকে তাত এটা বিসংগতি প্ৰদৰ্শিত হৈ থাকে৷
01:10 এতিয়া এই বিসংগতিটো টাৰমিনেল (উইণ্ড’ত) উইণ্ডতো আহিব৷ গতিকে আমি (টাৰমিনেলত) টাৰমিনেলতো বিসংগতিৰ ৰিপৰ্টিংটো দেখিম৷
01:20 কামাণ্ডৰ লগত সম্পৰ্ক থকা তিনিটা বিশেষ কাৰ্য হৈছে ইনপুটিং, আউটপুটিং আৰু ইৰৰ ৰিপৰ্টিং
01:24 ৰিডাইৰেক্সনৰ বিষয়ে শিকাৰ আগতে আমি দুটা আৱশ্যকীয় ধাৰণাৰ বিষয়ে জানিব লাগিব, সেইকেইটা হ’ল— ষ্ট্ৰিম আৰু ফাইল ডেচক্ৰিপটৰ৷
01:31 Bash-ৰ নিচিনা লিনাক্স shell-এ ইনপুট গ্ৰহণ কৰি আউটপুট এৰি দিয়ে চিকুৱেঞ্চ বা ষ্ট্ৰিমচ অৰ কেৰেক্টাৰৰ ৰূপত।
01:37 ইয়াৰ আগৰ আৰু পাছৰ এটাকৈ প্ৰত্যেকটো কেৰেক্টাৰেই স্বাধীন
01:41 ফাইল IO টেকনিক ব্যৱহাৰ কৰি ষ্ট্ৰিমবোৰ একচেচ কৰা হয়৷
01:44 প্ৰকৃত ষ্ট্ৰিম অৱ কেৰেক্টাৰ হওক বা নহওক, ই এটা ফাইল বা কিব’ৰ্ড বা উইণ্ড আদিলৈ যোৱা বা অহাৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়।
01:51 লিনাক্সত এটা প্ৰক্ৰিয়াৰ খোলা ফাইল এটা পূৰ্ণ সংখ্যাৰ লগত জড়িত থাকে।
01:57 এই আংকিক মানবোৰক ফাইল ডেচক্ৰিপটৰ্ছ বুলি জনা যায়
02:05 লিনাক্স শ্বেলে তিনিটা ষ্টেনৰ্ডাড I/O ষ্ট্ৰিম ব্যৱহাৰ কৰে৷
02:08 তাৰ প্ৰত্যেকটোৱেই একোটা পৰিচিত ফাইল দেচক্ৰিপটৰৰ লগত জড়িত হৈ থাকে
02:12 stdin হ’ল ষ্টেণ্ডাৰ্ড ইনপুট ষ্ট্ৰিম৷
02:15 এইটোৱে ইনপুটলৈ কামাণ্ডচ্ ঘোগান ধৰে
02:17 ইয়াৰ ফাইল ডেচক্ৰিপটৰ হ’ল 0
02:19 stdout হ’ল ষ্টেণ্ডাৰ্ড আউটপুট ষ্ট্ৰিম।
02:22 ই কমাণ্ডৰ আউটপুট প্ৰদৰ্শন কৰে। ইয়াৰ ফাইল ডিচক্ৰিপটৰ হ’ল 1।
02:26 stderr ষ্টেণ্ডাৰ্ড ইৰৰ ষ্ট্ৰিম। ই কমাণ্ডৰ বিসংগতি আউটপুট প্ৰদৰ্শন কৰে। ইয়াৰ ফাইল ডেচক্ৰিপটৰ হৈছে 2।
02:36 ইনপুট ষ্ট্ৰীমে প্ৰগামলৈ ইনপুটৰ যোগান ধৰে।
02:40 ডিফল্ট হিচাপে ই ইনপুট, টাৰমিনেল কিষ্ট্ৰ’কৰ পৰা গ্ৰহণ কৰে
02:44 আউটপুট ষ্ট্ৰীমে, ডিফল্ট হিচাপে টাৰমিনেলত, টেক্সট কেৰেক্টাৰ ছপা কৰে।
02:47 টাৰমিনেল প্ৰথম অৱস্থাত একোটা ASCII টাইপৰাইটাৰ বা ডিচপ্লে টাৰমিনেল আছিল।
02:52 কিন্তু এতিয়া ইয়াক সাধাৰণতে গ্ৰাফিকেল ডেস্কটপত টেক্সট উইণ্ড’ হিচাপে পোৱা হয়।
02:56 আমি দেখিলো যে তিনিওটা ষ্ট্ৰীম ডিফল্ট হিচাপে কিছুমান ফাইলৰ সৈতে যুক্ত হৈ আছে।
03:01 কিন্তু লিনাক্সত, আমি এই ডিফ্লট ব্যৱহাৰ সলনি কৰিব পাৰো
03:04 এই তিনিটা ষ্ট্ৰীমক আন ফাইলৰ লগত যুক্ত কৰিব পাৰোঁ।
03:07 এই প্ৰক্ৰিয়াটোক ৰিডাইৰেক্সন বুলি কোৱা হয়৷
03:09 এতিয়া আমি চাম কেনেকৈ তিনিওটা ষ্ট্ৰিমত পুনৰ্নিৰ্দেশ (redirection) কৰা হয়৷
03:14 প্ৰথমে অামি চাম কেনেকৈ ষ্ট্ৰেণ্ডাৰ্ড ইনপুটটো পুননিৰ্দেশ হয়৷
03:17 (left angled bracket) অপাৰেটৰ ব্যৱহাৰ কৰি আমি এটা ফাইলৰ standardin পুনৰ্নিৰ্দেশ কৰিম।

কেনেকৈ, চাওঁ আহক।

03:22 আমি জানো যে এটা ফাইলৰ শাৰী, শব্দ আৰু কেৰেক্টাৰৰ সংখ্যা জানিবৰ বাবে wc কমাণ্ড ব্যৱহাৰ কৰা হয়।
03:28 টাৰমিনেল উইণ্ড’ত wc টাইপ কৰক
03:31 এতিয়া এন্টাৰটো হেঁচি দিয়ক
03:32 কি ঘটিল? আমি কাৰ্ডৰডালে ব্লিংক কৰি থকা দেখা পাইছোঁ। ইয়াৰ অৰ্থ এয়ে যে আমি কিবৰ্ডৰ জৰিয়তে এণ্টাৰ কৰাটো প্ৰয়োজন
03:37 কিবা অলপ কথা ভৰাওক, ধৰক— "This tutorial is very important"।
03:46 এতিয়া এন্টাৰটো হেঁচি দিয়ক৷
03:48 এতিয়া কণ্ট্ৰল আৰু ডি চাবিটো একেলগে হেঁচি দিয়ক
03:52 এতিয়া আমি ভৰোৱা শাৰীবোৰত কমাণ্ডে কাম কৰিব।
03:55 কমাণ্ডটোৱে টাৰমিনেলত এটা আউটপুট দিব
03:57 এতিয়া, ইয়াত wc কমাণ্ডৰ পিছত কোনো ফাইল দিয়া হোৱা নাই।
04:01 সেয়ে ই ষ্টেণ্ডাৰ্ড ইনপুট ষ্ট্ৰিমৰ পৰা ইনপুট গ্ৰহণ কৰে
04:04 এতিয়া ষ্টেণ্ডাৰ্ড ইনপুট ষ্ট্ৰীম ডিফল্ট হিচাপে কিব’ৰ্ডৰ সৈতে যুক্ত হয়। সেইবাবে wc-এ কিব’ৰ্ডৰ পৰা ইনপুট গ্ৰহণ কৰিব।
04:12 এতিয়া যদি আমি লিখোঁ— "wc space 'left-angled bracket" space test1 dot txt"
04:19 যিটো ঘটিল, সেইটো হ’ল— wc-এ আমাক test1 dot txt ফাইলটোৰ শাৰী, শব্দ আৰু কেৰেক্টাৰৰ সংখ্যা জনালে।
04:27 এতিয়া টাইপ কৰক— "wc space test1 dot txt"
04:34 আমি একেটা (ফলকে) ফলাফলেই দেখিম
04:37 গতিকে পাৰ্থক্যটো কি?
04:46 কিন্তু যেতিয়া আমি "wc space 'left-angled bracket' test1 dot txt" বুলি লিখোঁ, wc-এ খুলিবৰ বাবে কোনো ফাইল নাপায়।
04:53 পৰিৱৰ্তে ই standardin-ৰ পৰা ইনপুট ল’ব বিচাৰে।
04:57 আমি ইতিমধ্যে standardin-ক test1 dot txt ফাইলটোলৈ নিৰ্দেশিত কৰি থৈছোঁ
05:01 গতিকে (টেষ্ট ১) test1 ৰ পৰা কামাণ্ডটোৱে (অধ্যয়ন) পঠন কৰে
05:04 কিন্তু প্ৰকৃতপক্ষে standardin-অলৈ তথ্যখিনি ক’ৰ পৰা আহিল সেই কথা জনা নাযায়।
05:10 গতিকে, ষ্টেণ্ডাৰ্ড ইনপুট কেনেকৈ ৰিডাইৰেক্ট কৰা হয়, সেয়া আমি দেখিলো
05:12 এতিয়া, ষ্টেণ্ডাৰ্ড আউটপুট আৰু ষ্টেণ্ডাৰ্ড ইৰৰ কেনেকৈ ৰিডাইৰেক্ট কৰা হয়, সেয়া চাম।
05:17 আউটপুট আৰু ইৰৰক এটা ফাইললৈ ৰিডাইৰেক্ট কৰাৰ দুটা উপায় আছে:
05:20 ধৰা হওক, n-এ ফাইল ডেচক্ৰিপটৰক বুজায়। n single right-angled bracket-এ আউটপুটক n ফাইল ডেচক্ৰিপটৰৰ পৰা এটা ফাইললৈ ৰিডাইৰেক্ট কৰে।
05:29 ফাইলটোত লিখাৰ কৰ্তৃত্ব আপোনাৰ থাকিবই লাগিব।
05:32 ঘদি ফাইলটোৰ অস্তিত্ব নাথাকে, এইটো সৃষ্টি কৰা হয়৷
05:35 যদি ফাইলটো ইতিমধ্যেই থাকে, তাত থকা তথ্য-পাতি সাধাৰণতে কোনো সাৱধানবাণী নিদিয়াকৈ নাইকিয়া হৈ যায়।
05:40 ' n 'double right-angled bracket'-এও আউটপুটক ফাইল ডেচক্ৰিপ্টৰ n-ৰ পৰা এটা ফাইললৈ ৰিডাইৰেক্ট কৰে।
05:47 ইয়াতো ফাইলটোত লিখাৰ কৰ্তৃত্ব আপোনাৰ থাকিবই লাগিব।
05:50 ঘদি ফাইলটোৰ (স্থিতি) অস্তিত্ব নাথাকে, এইটো সৃষ্টি কৰা হয়৷
05:52 যদি ফাইলটো ইতিমধ্যেই থাকে, তেনেহ’লে আউটপুটটো আগৰে পৰা থকা ফাইলটোৰ সৈতে যোগ হৈ যায়।
05:59 “n single right angle bracket” বা “n double right angle bracket”-অত থকা n-এ ফাইল ডেচক্ৰিপ্টৰক সূচায়।
06:05 যদি ইয়াক বাদ দিয়া হয়, তেনেহ’লে ষ্টেণ্ডাৰ্ড আউটপুট অৰ্থাৎ ফাইল ডেচক্ৰিপ্টৰ 1-অক গ্ৰহণ কৰা হয়।
06:10 (গতিকে ঠিক এটা ৰাইট এংগোল ব্ৰেকেট ৰাইট এংগোল ব্ৰেকেটৰ সৈতে একেই৷) গতিকে এটা ৰাইট এংগোল ব্ৰেকেট ১টা ৰাইট এংগোল ব্ৰেকেটৰ সৈতে একে। (?)
06:15 কিন্তু ইৰৰ ষ্ট্ৰীমক ৰিডাইৰেক্ট কৰিবলৈ দুটা ৰাইট এংগোল ব্ৰেকেট বা দুটা যুটীয়া ৰাইট এংগোল ব্ৰেকেট ব্যৱহাৰ কৰিব লাগে।
06:22 এইটো আমি ব্যৱহাৰিকডাৱে চাবলৈ চেষ্টা কৰিম৷
06:24 শেষৰ উদাহৰণৰ পৰা আমি দেখিলো যে এটা ফাইলত বা standardin-অত wc কমাণ্ডৰ ফলাফল টাৰমিনেল উইণ্ডত প্ৰদৰ্শিত হয়।
06:31 কি হব ঘদি আমি এইটো টাৰ্মিনেলত প্ৰদৰ্শন হোৱাটো নিবিচাৰো?
06:34 আমি এইটো এটা ফাইলত জমা কৰিবলৈ বিচাৰো ঘাতে তথ্যটো পাছত ব্যৱহাৰ কৰিব পাৰি৷
06:38 ডিফল্ট হিচাপে wc-এ ইয়াৰ আউটপুটটো standardout-অত লিখে।
06:42 Standardout-টো ডিফল্ট হিচাপে টৰমিনেল উইণ্ডৰ সৈতে যুক্ত হৈ থাকে।
06:45 গতিকে টাৰ্মিনেল উইনডত আমি আউট পুটটো দেখো৷
06:48 কিন্তু ঘদি আমি (ষ্টেণ্ডাৰ্ড আউট) Standardout-টো এটা ফাইললৈ ৰিডাইৰেক্ট কৰিব পাৰো, তেতিয়া wc কমাণ্ডৰ আউটপুটটো সেই ফাইলত লিখিব৷
6:57 ধৰক আমি লিখো— "wc space test1 dot txt 'right-angled bracket' wc_results dot txt"
07:09 এন্টাৰ প্ৰেছ কৰক৷
07:11 এতিয়া চাব লাগিব যে আমি wc_results dot txt-ৰ তথ্য-পাতিখিনি c-a-t কমাণ্ডৰ দ্বাৰা প্ৰদৰ্শন কৰিব পাৰিছোঁ নে নাই।
7:23 হয়, এইটো পৰা গৈছে।
7:24 ধৰক, একেখন ডাইৰাক্টৰীত (আমি) আমাৰ অন্য এটা ফাইল (টেষ্ট ২) Test 2 আছে৷
7:30 এতিয়া আমি (টেষ্ট ২) Test 2 ফাইলৰ সৈতে কামাণ্ডটো আকৌ কাৰ্ঘ্যকৰী কৰো৷ আমি টাইপ কৰিম— "wc space test2 dot txt 'right-angled bracket' wc_results dot txt"
07:44 গতিকে wc_results ফাইলৰ তথ্য-পাতিখিনিৰ ওপৰতে নতুন কথা লিখিত হ’ব।
7:48 এইটো চাওঁ আহক৷
07:56 যদি আমি লিখো— "wc space test1 dot txt 'right-angled bracket' twice wc underscore results dot txt"
08:07 নতুন ফলাফলবোৰ wc underscore results dot txt ফাইলৰ ইতিমধ্যে থকা তথ্য-পাতিবোৰৰ ওপৰত লিখিত নহ’ব। পুৰণা তথ্যপাতিৰ পিছত যোগ হৈ হে যাব।
08:15 এইটোও আমি চাওঁ (আহা) আহক৷
08:26 একেধৰণে ষ্টেণ্ডাৰ্ড ইৰৰৰ ৰিডাইৰেক্টিং কৰা হ’ল।
08:29 কেৱল পাৰ্থক্য এয়ে যে এই ক্ষেত্ৰত আমি ৰাইট এংগোল ব্ৰেকেট বা যুটীয়া ৰাইট এংগোল ব্ৰেকেট চিহ্নৰ আগত ষ্টেণ্ডাৰ্ড ইৰৰৰ ফাইল ডেচক্ৰিপ্টৰ সংখ্যাটো উল্লেখ কৰা প্ৰয়োজন।
08:38 aaa নামৰ কোনো ফাইল নাই বুলি আমি জানো যদিও লিখিম— "wc space aaa"
08:46 শ্বেলটোৱে বিসংগতি প্ৰদৰ্শন কৰিব— “No such file or directory”.
08:50 এতিয়া ধৰা হওক, আমি কোনো (ডুল খবৰ) বিসংগতিৰ বাৰ্তা স্ক্ৰিনত চাব নিবিচাৰো ৷ (সিহঁতক) সেইবিলাকক কিছুমান অন্য ফাইললৈ ৰিডাইৰেক্ট কৰিব পাৰি৷
08:55 তাৰ বাবে আমি এই কামাণ্ডটো দিব পাৰো—

"wc space aaa space 2 'right-anged bracket' errorlog dot txt"

09:06 তাৰ বাবে আমি এই কামাণ্ডটো দিব পাৰো—
"wc space aaa space 2 'right-anged bracket' errorlog dot txt"
09:12 আমি "cat space errorlog dot txt" কামাণ্ডটোৰ দ্বাৰা এইটো চাব পাৰো৷
09:22 এতিয় ধৰি লওঁ ঘে "cat space bbb space 2 'right-angled bracket' errorlog dot txt" কামাণ্ডটো চলাওঁতে মই কিছু অন্য ডুল (কৰিছোঁ) কৰিলো৷

09:34 আগৰ ডুলটো অ’ডাৰৰিটেন কৰা হ’ব আৰু নতুন ডুলটো দেখুওৱা হ’ব৷ আগৰ বিসংগতিটোৰ ওপৰতে লিখিত হৈ ই নতুন বিসংগতিটো প্ৰদৰ্শন কৰিব।
09:39 “cat space errorlog dot txt"-টো চাওক।
09:46 কিন্তু আমি যদি সকলোবোৰ বিসংগতি তালিকা আকাৰে বিচাৰোঁ?

সহজকৈ আমি কামাণ্ডটো চলাৰ পাবোঁ— "wc space aaa space 2 'right-angled bracket' twice errorlog dot txt"

09:58 আমি এইটো (কেট) cat কামাণ্ড ব্যৱহাৰ কৰি (চেক) পৰীক্ষা কৰিম৷
10:06 তিনিটা ষ্ট্ৰীম— standard out, standard in আৰু standard error কেনেকৈ পৃথকে ৰিডাইৰেকটেড আৰু মেনিপুলেটেড হ’ল, সেয়া আমি দেখিলো। কিন্তু যেতিয়া আমি ষ্টীমকেইটাক একেলগে মেনিপুলেট কৰিব পাৰোঁ, অৰ্থাৎ বেলেগ বেলেগ ষ্ট্ৰীমক যুক্ত কৰিব পাৰোঁ, তেতিয়াহে এই ধাৰণাৰ প্ৰকৃত শক্তি অনুধাৱন কৰিব পাৰি।
১০.২০ এই পদ্ধতিটোক পাইপলাইনিং বোলে৷
10:22 পাইপবোৰ কামাণ্ডৰ চেইন সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয়৷
10:25 চেইনটোত পাছৰ কামাণ্ডটোৰ ইনপুটটোলৈ এটা কামাণ্ডৰ আউটপুটটো এডাল পাইপে সংঘোগ কৰে৷
10:30 এইটো দেখিবলৈ এনেধৰণৰ—

command1 vertical bar command2 hyphen option vertical bar command3 hyphen option1 hyphen option2 vertical bar command4

10.45 ধৰক, আমি বৰ্তমানৰ ডাইৰেক্টৰীত থকা ফাইল আৰু ডাইৰেক্টৰীৰ মুঠ সংখ্যাটো জানিব বিচাৰোঁ
10:51 আমি কি কৰিব পাৰো? আমি জানো যে "ls space minus l"-এ প্ৰেজেন্ট ডাইৰেক্টৰীৰ সকলোবাৰ ফাইল আৰু ডাইৰেক্টৰী তালিকা ডুক্ত কৰে৷
10:58 আমি এটা ফাইললৈ আউটপুটটো ৰিডাইৰেক্ট কৰিব পাৰো— "ls space minus l 'right-angled bracket' files dot txt"
11:08 "cat space files dot txt" এই কমাণ্ডটো চলাওক
11.14 এতিয়া প্ৰত্যেকটো লাইনেই এটা ফালৰ বা ডিৰেক্টৰীৰ নাম৷
11.17 গতিকে ঘদি আমি এই ফাইলত মুঠ লাইনৰ সংখ্যা জুখিব খোজোঁ, তেনেহ’লে files dot txt— এইটো ব্যৱহাৰ কৰিব পাৰোঁ।
11:24 "wc space minus l files dot txt" কমাণ্ড ব্যৱহাৰ কৰি আমি এইটো কৰিব পাৰোঁ।
11:32 ঘদিও এইটোৱে আমাৰ উদ্দেশ্যৰ কাম কৰে তাত কিছুমান সমস্যা আছে৷
11:35 প্ৰথমতে আমাক এটা ইন্টাৰমিডিয়েট ফাইলৰ দৰকাৰ। ইয়াত সেইটো— files dot txt .
11:40 ঘদি প্ৰথম কামাণ্ডটোৱে (কিছু) বহুতো তথ্য প্ৰস্তুত কৰে, ডিচ মেমৰীটো অপ্ৰয়োজনীয় ডাৱে ক্ষয় নিব পাৰে৷
11:46 (ঘদি) আমি চেইন চেডেৰেল কামাণ্ডো (বিচাৰো) প্ৰয়োগ কৰিব পাৰোঁ, কিন্তু এই পদ্ধতিটো লেহেমীয়া৷
11:50 এইটোৰ দৰে পাইপ ব্যৱহাৰ কৰি এইটো অধিক সহজেৰে আমি কৰিব পাৰো৷ আমি লিখিম— "wc space minus l files dot txt"
12:01 আৰু অতি সহজতে আমি (একোফল) একে ফলাফল পাব পাৰো৷
12:06 ls কমাণ্ডৰ আউটপুট wc কমাণ্ডৰ ইনপুট হিচাপে যায়।
12:10 পাইপ ব্যৱহাৰ কৰি কামাণ্ডৰ আনকি দীঘল ছেইনো ঘোৰা কৰিব পাৰো৷
12:15 পাইপৰ সাধাৰন এটা ব্যৱহাৰ হ’ল মাল্টিপেজ (ডিচপ্লেছৰ অধ্যয়ন) ডিচপ্লেৰ পঠন৷
12:19 টাইপ কৰক "cd space slash user slash bin"
12:24 গতিকে আমি এতিয়া বিন ডাইৰেক্টৰীত আছো৷
12:28 এতিয়া "ls minus l" ৰান কৰক৷
12:31 আমি আউটপুতটো ঠিক মতে চাৰ নোৱাৰো৷ কিন্তু ঘদি আমি এইটো এটা পাইপৰ লগত সংঘোগ কৰো (তাক) তেতিয়া পাৰিম৷
12:37 তালিকাৰ মাজেৰে স্ক্ৰল কৰিবলৈ এন্টাৰ প্ৰেছ কৰক৷
12:41 ইয়াৰ পৰা উলাই আহিবলৈ (‘কিউ’) q প্ৰেছ কৰক৷
12:45 এইবোৰেই কিছুমান কামাণ্ড ঘিবোৰে ফাইলৰ সৈতে আমাক কাম কৰিবলৈ সহায় কৰে৷
12:48 আৰু অধিক কামাণ্ড আছে৷
12:50 তদুপৰি কামাণ্ডৰ প্ৰতিটোৰেই ঘি বিলাক আমি দেখিছিলো অনান্য বহুতো অপছন আছে৷
12:54 'man' কমাণ্ড ব্যৱহাৰ কৰি সেইবোৰৰ বিষয়ে অধিক চাবলৈ মই আপোনাক উৎসাহ ঘোগওঁ৷
12:58 কামাণ্ড শিকিবলৈ আটাইতলৈ ডাল উপায় টো হ’ল সিহতক বাৰে বাৰে ব্যৱহাৰ কৰাটো৷
13:04 ইয়াতে আমাৰ শিক্ষণৰ সামৰণি পৰিছে।
13:07 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে।
13:15 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
13:19 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

}

Contributors and Content Editors

Mousumi, Udaya