Difference between revisions of "Linux/C2/File-System/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 3: Line 3:
 
!Narration
 
!Narration
 
|-
 
|-
| 0:00
+
| 00:00
 
| Linux File System spoken tutorial’লৈ আপোনাক স্বাগতম।
 
| Linux File System spoken tutorial’লৈ আপোনাক স্বাগতম।
 
|-
 
|-
| 0:04
+
| 00:04
 
|মই  Ubuntu 10.04 ব্যৱহাৰ কৰিছো।
 
|মই  Ubuntu 10.04 ব্যৱহাৰ কৰিছো।
 
|-
 
|-
| 0:07
+
| 00:07
 
|আমি এইটো ধৰি লৈছো যে আপোনালোকে Linux operating system’ৰ লগত আৰম্ভ কেনেকৈ কৰিব পাৰে সেইটো যানে আৰু লগতে command’ৰ বিষয়ে কিছো যানে।
 
|আমি এইটো ধৰি লৈছো যে আপোনালোকে Linux operating system’ৰ লগত আৰম্ভ কেনেকৈ কৰিব পাৰে সেইটো যানে আৰু লগতে command’ৰ বিষয়ে কিছো যানে।
 
|-
 
|-
| 0:13
+
| 00:13
 
|যদি আপোনি যানিব বিছাৰে, তেন্তে http://spoken-tutorial.org ত থকা অন্য এটা spoken tutorial’ত উপলব্ধ।
 
|যদি আপোনি যানিব বিছাৰে, তেন্তে http://spoken-tutorial.org ত থকা অন্য এটা spoken tutorial’ত উপলব্ধ।
 
|-
 
|-
| 0:25
+
| 00:25
 
|লগতে মন কৰক যে linux’টো কেছ চেঞ্চিতিভ হয়।
 
|লগতে মন কৰক যে linux’টো কেছ চেঞ্চিতিভ হয়।
 
|-
 
|-
| 0:28
+
| 00:28
 
| উল্লেখ নাথাকিলে এই tutorial’ৰ সকলোবোৰ কমান্দ ল’ৱাৰ কেচত আছে।  
 
| উল্লেখ নাথাকিলে এই tutorial’ৰ সকলোবোৰ কমান্দ ল’ৱাৰ কেচত আছে।  
 
|-
 
|-
| 0:36
+
| 00:36
 
| Linux’ত প্ৰায় সকলোবোৰেই এটা ফাইল হয়।  
 
| Linux’ত প্ৰায় সকলোবোৰেই এটা ফাইল হয়।  
 
|-
 
|-
| 0:39
+
| 00:39
 
|গতিকে ফাইল কি? বাস্তৱ জীৱনত আমি যানো যে এখন ফাইল’ত কাগজ পাতি আদি ৰখা হয়।  
 
|গতিকে ফাইল কি? বাস্তৱ জীৱনত আমি যানো যে এখন ফাইল’ত কাগজ পাতি আদি ৰখা হয়।  
 
|-
 
|-
| 0:47
+
| 00:47
 
|একেদৰে Linux’ত এটা file হৈছে এটা পাত্ৰ য’ত তথ্য জমা কৰিব পৰা যায়।
 
|একেদৰে Linux’ত এটা file হৈছে এটা পাত্ৰ য’ত তথ্য জমা কৰিব পৰা যায়।
  
 
|-
 
|-
| 0:53
+
| 00:53
 
|এটি directory (দিৰেক্তৰি) কি?
 
|এটি directory (দিৰেক্তৰি) কি?
 
|-
 
|-
| 0:56
+
| 00:56
 
|directory (দিৰেক্তৰি) বুলিলে বহু file আৰু অন্যসহ সমস্তী বুজি পোৱা যায়।
 
|directory (দিৰেক্তৰি) বুলিলে বহু file আৰু অন্যসহ সমস্তী বুজি পোৱা যায়।
 
|-
 
|-
| 1:02
+
| 01:02
 
|এখন দিৰেক্তৰিয়ে আমাক ফাইলবোৰ ভালভা‍ৱে গথন কৰাত সহায় কৰে।  
 
|এখন দিৰেক্তৰিয়ে আমাক ফাইলবোৰ ভালভা‍ৱে গথন কৰাত সহায় কৰে।  
 
|-
 
|-
| 1:08
+
| 01:08
 
|এইটোক যি আমি ৱিনদউজ’ত ফ’ল্দাৰ বুলি কওঁ।
 
|এইটোক যি আমি ৱিনদউজ’ত ফ’ল্দাৰ বুলি কওঁ।
 
|-
 
|-
| 1:12
+
| 01:12
 
| ই ব্যৱহাৰকাৰি সকলক তেওঁলোকৰ directory’ৰ লগতে ফাইল আদি ৰাখিবলৈ অনুমতি দিয়ে, যি অইনে শাল শলনি কৰিব নোৱাৰে।  
 
| ই ব্যৱহাৰকাৰি সকলক তেওঁলোকৰ directory’ৰ লগতে ফাইল আদি ৰাখিবলৈ অনুমতি দিয়ে, যি অইনে শাল শলনি কৰিব নোৱাৰে।  
 
|-
 
|-
| 1:20
+
| 01:20
 
|যদি কোনো দিৰেক্তৰি নাথাকে, চিচতেম’ত থকা সকলো ফাইলৰ এটা নিৰ্দিস্ত নাম থকা আৱস্যক যিটো ভালকে ৰাখিবলৈ অতি কঠিন।
 
|যদি কোনো দিৰেক্তৰি নাথাকে, চিচতেম’ত থকা সকলো ফাইলৰ এটা নিৰ্দিস্ত নাম থকা আৱস্যক যিটো ভালকে ৰাখিবলৈ অতি কঠিন।
 
|-
 
|-
| 1:31
+
| 01:31
 
|যদিও ফাইল আৰু দিৰেক্তৰিবোৰৰ এই সংজ্ঞাবোৰে এইবোৰৰ বিষয়ে এটা সামোহিক প্ৰদান কৰে, তথাপিও এইবোৰক একেবাৰে সঠিক বোলি ক’ব পৰা নাযায়।
 
|যদিও ফাইল আৰু দিৰেক্তৰিবোৰৰ এই সংজ্ঞাবোৰে এইবোৰৰ বিষয়ে এটা সামোহিক প্ৰদান কৰে, তথাপিও এইবোৰক একেবাৰে সঠিক বোলি ক’ব পৰা নাযায়।
 
|-
 
|-
| 1:42
+
| 01:42
 
|একেদৰে ইয়াত এটা ফাইলৰ নাম থাকে আৰু কিছো প্ৰপাৰ্টি বা ‘Administrative information’ যি ফাইলৰ ক্রিয়েচ্যন/ম’দিফিকেচ্যন’ৰ তাৰিখ আৰু ইয়াৰ অনুমতিৰ বিষয়ে থাকে।  
 
|একেদৰে ইয়াত এটা ফাইলৰ নাম থাকে আৰু কিছো প্ৰপাৰ্টি বা ‘Administrative information’ যি ফাইলৰ ক্রিয়েচ্যন/ম’দিফিকেচ্যন’ৰ তাৰিখ আৰু ইয়াৰ অনুমতিৰ বিষয়ে থাকে।  
 
|-
 
|-
| 1:55
+
| 01:55
 
|ফাইলৰ inode’ত প্ৰপাৰ্টি বিলাক জমা থাকে যি ফাইল চিচটেমত এটা বিষেশ দাতাৰ ব্লক হয় য’ত ফাইলৰ দৈৰ্ঘ্য থাকে আৰু য’ত স্থানত সংৰক্ষিত ৰাখে।
 
|ফাইলৰ inode’ত প্ৰপাৰ্টি বিলাক জমা থাকে যি ফাইল চিচটেমত এটা বিষেশ দাতাৰ ব্লক হয় য’ত ফাইলৰ দৈৰ্ঘ্য থাকে আৰু য’ত স্থানত সংৰক্ষিত ৰাখে।
 
|-
 
|-
| 2:08
+
| 02:08
 
|চিচটেমটোৱে file’ৰ inode’ৰ সংখ্যা ব্যৱহাৰ কৰে; দিৰেক্তৰিৰ আকাৰে আমাৰ লাভৰ বাবে মাত্ৰ নামবোৰ দিয়ে যাতে আমাৰ কাৰণে ডাঙৰ সংখ্যাবোৰ মনত ৰখাতকৈ নাম মনত ৰখাটো সহজ হয়।
 
|চিচটেমটোৱে file’ৰ inode’ৰ সংখ্যা ব্যৱহাৰ কৰে; দিৰেক্তৰিৰ আকাৰে আমাৰ লাভৰ বাবে মাত্ৰ নামবোৰ দিয়ে যাতে আমাৰ কাৰণে ডাঙৰ সংখ্যাবোৰ মনত ৰখাতকৈ নাম মনত ৰখাটো সহজ হয়।
 
|-
 
|-
|2:23
+
|02:23
 
|আনহাতে সকলোবোৰ সংখ্যা চালি জাৰি চাই এটা কথা কব পাৰি যে এটা দিৰেক্তৰিয়ে কোনো ফাইল সংৰক্ষণ কৰিব নোৱাৰে, ই নিজেই এটা ফাইল হয় যিয়ে inode number আৰু বেলেগ ফাইলৰ নামবোৰ ধৰি ৰাখে।  
 
|আনহাতে সকলোবোৰ সংখ্যা চালি জাৰি চাই এটা কথা কব পাৰি যে এটা দিৰেক্তৰিয়ে কোনো ফাইল সংৰক্ষণ কৰিব নোৱাৰে, ই নিজেই এটা ফাইল হয় যিয়ে inode number আৰু বেলেগ ফাইলৰ নামবোৰ ধৰি ৰাখে।  
 
|-
 
|-
| 2:37
+
| 02:37
 
|আচলতে Linux’ত ৩ প্ৰকাৰৰ ফাইল থাকে:
 
|আচলতে Linux’ত ৩ প্ৰকাৰৰ ফাইল থাকে:
 
|-
 
|-
| 2:41
+
| 02:41
 
|1 Regular বা সাধাৰণ files: য’ত system’ৰ বৈশিস্ত হিচাপে কেৱল data থাকে।
 
|1 Regular বা সাধাৰণ files: য’ত system’ৰ বৈশিস্ত হিচাপে কেৱল data থাকে।
 
|-
 
|-
| 2:48
+
| 02:48
 
|2 Directories: আমি ইতিমধ্যে যিখিনি আগৰ slide’ত দেখিলো।
 
|2 Directories: আমি ইতিমধ্যে যিখিনি আগৰ slide’ত দেখিলো।
 
|-
 
|-
| 2:52
+
| 02:52
 
|3 Device Files: সকলো hardware device আৰু peripheral Linux’ৰ file হিচাপে প্ৰতিনিধিত্ব কৰো।
 
|3 Device Files: সকলো hardware device আৰু peripheral Linux’ৰ file হিচাপে প্ৰতিনিধিত্ব কৰো।
 
|-
 
|-
| 2:59
+
| 02:59
 
|এখন CD, Harddisk আৰু usb stick, এই সকলোবোৰ Linux file. কিন্তু এইটো এনেকোৱা কিয়? ই সাধাৰণ file’ৰ দৰে এই device’বোৰ লিখিবলৈ আৰু পঢ়িবলৈ সহায় কৰে।
 
|এখন CD, Harddisk আৰু usb stick, এই সকলোবোৰ Linux file. কিন্তু এইটো এনেকোৱা কিয়? ই সাধাৰণ file’ৰ দৰে এই device’বোৰ লিখিবলৈ আৰু পঢ়িবলৈ সহায় কৰে।
 
|-
 
|-
| 3:15
+
| 03:15
 
| Linux’ৰ সকলো file’বিলাক সম্বন্ধীত হয়, এক অৰ্থত ইয়াক এটা পৰিয়াল হিচাপে গঠন কৰা হয়।
 
| Linux’ৰ সকলো file’বিলাক সম্বন্ধীত হয়, এক অৰ্থত ইয়াক এটা পৰিয়াল হিচাপে গঠন কৰা হয়।
 
|-
 
|-
| 3:22
+
| 03:22
 
|ধৰি লও এখন directory’ত কিছো file আৰু subdirectory আছে য’ত ইটোৰ লগত সিটোৰ অভিভাৱক-শিশুৰ সমপৰ্ক থাকে। এইটোৱে Linux File System Tree’ক জন্ম দিয়ে।
 
|ধৰি লও এখন directory’ত কিছো file আৰু subdirectory আছে য’ত ইটোৰ লগত সিটোৰ অভিভাৱক-শিশুৰ সমপৰ্ক থাকে। এইটোৱে Linux File System Tree’ক জন্ম দিয়ে।
 
|-
 
|-
| 3:34
+
| 03:34
 
|একেবাৰে ওপৰত root আছে( যে frontslash /’ৰ দ্বাৰা কৰা হয়)। ইয়াত অন্য file আৰু directory থাকে।  
 
|একেবাৰে ওপৰত root আছে( যে frontslash /’ৰ দ্বাৰা কৰা হয়)। ইয়াত অন্য file আৰু directory থাকে।  
 
|-
 
|-
| 3:42
+
| 03:42
 
|যদিহে আমি শুদ্ধ পথটো জানো, ই এটা file বা directory আন এটালৈ পথোৱাত সহায় কৰে।  
 
|যদিহে আমি শুদ্ধ পথটো জানো, ই এটা file বা directory আন এটালৈ পথোৱাত সহায় কৰে।  
 
|-
 
|-
| 3:51
+
| 03:51
 
|আমি যিহেটো Linux file system’ৰ লগত কাম কৰো, আমি এই tree লগত গৈ থকাযেন লাগিব।  
 
|আমি যিহেটো Linux file system’ৰ লগত কাম কৰো, আমি এই tree লগত গৈ থকাযেন লাগিব।  
 
|-
 
|-
| 3:56
+
| 03:56
 
|এটা command আৰু ইয়াত আপোনি এখন থাইৰ পৰা আন এখন থাইলৈ teleport হ’ব পাৰে।
 
|এটা command আৰু ইয়াত আপোনি এখন থাইৰ পৰা আন এখন থাইলৈ teleport হ’ব পাৰে।
 
|-
 
|-
| 4:01
+
| 04:01
 
|বহুত ভাল!! সচাঁই এনেকোৱাই হয় যেনে আমি এতিয়া দেখিব পাৰিম।
 
|বহুত ভাল!! সচাঁই এনেকোৱাই হয় যেনে আমি এতিয়া দেখিব পাৰিম।
 
|-
 
|-
| 4:05
+
| 04:05
 
|যেতিয়া আমি Linux system’ত login কৰিম, আমি default ৰূপে directory’ত থাকিম।
 
|যেতিয়া আমি Linux system’ত login কৰিম, আমি default ৰূপে directory’ত থাকিম।
 
|-
 
|-
| 4:11
+
| 04:11
 
|এতিয়া terminal’লৈ যাও
 
|এতিয়া terminal’লৈ যাও
 
|-
 
|-
| 4:13
+
| 04:13
 
| Ctrl+alt+T’এ Ubuntu terminal আৰম্ভ কৰিবলৈ সহায় কৰে।
 
| Ctrl+alt+T’এ Ubuntu terminal আৰম্ভ কৰিবলৈ সহায় কৰে।
 
|-
 
|-
| 4:17
+
| 04:17
 
|হব পাৰে এই command’টো সকলো unix system’ত নচলিব পাৰে. এটা terminal open কৰিবলৈ এটা অন্য spoken tutorial’ত ইয়াৰ প্ৰক্ৰিয়া দিয়া হৈছে।  
 
|হব পাৰে এই command’টো সকলো unix system’ত নচলিব পাৰে. এটা terminal open কৰিবলৈ এটা অন্য spoken tutorial’ত ইয়াৰ প্ৰক্ৰিয়া দিয়া হৈছে।  
 
|-
 
|-
| 4:27
+
| 04:27
 
| home directory চাবলৈ, command prompt’ত type কৰক
 
| home directory চাবলৈ, command prompt’ত type কৰক
 
"echo space dollar H-O-M-E capital’ত" আৰু enter প্ৰেচ কৰক।
 
"echo space dollar H-O-M-E capital’ত" আৰু enter প্ৰেচ কৰক।
 
|-
 
|-
| 4:40
+
| 04:40
 
|ই আমাক আমাৰ home directory’ৰ pathname দিয়ে।
 
|ই আমাক আমাৰ home directory’ৰ pathname দিয়ে।
 
|-
 
|-
| 4:44
+
| 04:44
 
|আমি এটা directory’ পৰা আন এটা directory’লৈ লৈ যাব পাৰো।  
 
|আমি এটা directory’ পৰা আন এটা directory’লৈ লৈ যাব পাৰো।  
 
|-
 
|-
| 4:47
+
| 04:47
 
|কিন্তু সকলো সময়তে আমি এটা directory’ত থাকিব পাৰো, ইয়াক current directory বা working directory বুলি কোৱা হয়। আকৌ আগৰ slide’লৈ যাওক।
 
|কিন্তু সকলো সময়তে আমি এটা directory’ত থাকিব পাৰো, ইয়াক current directory বা working directory বুলি কোৱা হয়। আকৌ আগৰ slide’লৈ যাওক।
 
|-
 
|-
| 4:56
+
| 04:56
 
|pwd command’এ আমাক current directory চোৱাত সহায় কৰিব। pwd মানে present working directory।
 
|pwd command’এ আমাক current directory চোৱাত সহায় কৰিব। pwd মানে present working directory।
 
|-
 
|-
| 5:03
+
| 05:03
 
| command prompt’ত "pwd" type কৰক আৰু enter প্ৰেচ কৰক।. এতিয়া এইটো আমাৰ বৰ্তমান working directory।
 
| command prompt’ত "pwd" type কৰক আৰু enter প্ৰেচ কৰক।. এতিয়া এইটো আমাৰ বৰ্তমান working directory।
 
|-
 
|-
| 5:13
+
| 05:13
 
|আমি কৈছিলো যে আমি এটাৰ পৰা আন এটা directory’লৈ লৈ যাব পাৰো।
 
|আমি কৈছিলো যে আমি এটাৰ পৰা আন এটা directory’লৈ লৈ যাব পাৰো।
 
|-
 
|-
| 5:17
+
| 05:17
 
|কিন্তু আমি কেনেকৈ কৰিম? ইয়াৰ কাৰণে আমাৰ cd command আছে।
 
|কিন্তু আমি কেনেকৈ কৰিম? ইয়াৰ কাৰণে আমাৰ cd command আছে।
 
|-
 
|-
| 5:22
+
| 05:22
 
|আপোনি command’টো type কৰিব লাগিব তাৰপাছত আপোনি যিটোলৈ লৈ যাব বিচাৰে, তাৰ pathname’টো type কৰক।
 
|আপোনি command’টো type কৰিব লাগিব তাৰপাছত আপোনি যিটোলৈ লৈ যাব বিচাৰে, তাৰ pathname’টো type কৰক।
 
|-
 
|-
| 5:28
+
| 05:28
 
| command prompt’ত pwd type কৰি current directoryআকৌ সাওক। enter প্ৰেচ কৰক।
 
| command prompt’ত pwd type কৰি current directoryআকৌ সাওক। enter প্ৰেচ কৰক।
 
|-
 
|-
|5:37
+
| 05:37
 
| গতিকে আমি এই directory’ত স্থাপন হ’লো।
 
| গতিকে আমি এই directory’ত স্থাপন হ’লো।
 
|-
 
|-
| 5:41
+
| 05:41
 
|এতিযা ধৰক আমি slash usr directory’লৈ move কৰিব বিচাৰিছো। গতিকে টাইপ কৰক
 
|এতিযা ধৰক আমি slash usr directory’লৈ move কৰিব বিচাৰিছো। গতিকে টাইপ কৰক
 
"cd space slash usr"। মনত ৰাখিব ইয়াত linux’ৰ slash মানে front slash আৰু enter প্ৰেচ কৰক।
 
"cd space slash usr"। মনত ৰাখিব ইয়াত linux’ৰ slash মানে front slash আৰু enter প্ৰেচ কৰক।
 
|-
 
|-
| 5:56
+
| 05:56
 
|এতিয়া কাড়েণ্ট ডীড়েক্টোড়ী চাওক। টাঈপ কৰক pwd আৰু Enter টিপক।
 
|এতিয়া কাড়েণ্ট ডীড়েক্টোড়ী চাওক। টাঈপ কৰক pwd আৰু Enter টিপক।
 
|-
 
|-
| 6:03
+
| 06:03
 
| হয়। আমি slash usr directory’লৈ মুভ কৰিলো  
 
| হয়। আমি slash usr directory’লৈ মুভ কৰিলো  
 
|-
 
|-
| 6:08
+
| 06:08
 
|ইয়াত সমস্যাটো হৈছে pathnames’টো দীঘল হ’ব পাৰে, ইয়াৰ কাৰণ এইবোৰ প্ৰক্ৰিত pathname হয়  য’ত সকলোবোৰ root directory’ৰ পৰা সকলো পথৰ তালিকা থাকে।  
 
|ইয়াত সমস্যাটো হৈছে pathnames’টো দীঘল হ’ব পাৰে, ইয়াৰ কাৰণ এইবোৰ প্ৰক্ৰিত pathname হয়  য’ত সকলোবোৰ root directory’ৰ পৰা সকলো পথৰ তালিকা থাকে।  
 
|-
 
|-
| 6:18
+
| 06:18
 
|ইয়াৰ সলনি আমি Relative pathname (ৰিলেতিভ পাথনেম) ব্যৱহাৰ কৰিব পাৰো যি কাৰেন্ত ডিৰেক্তৰিৰ পৰা আৰম্ভ হয়।  
 
|ইয়াৰ সলনি আমি Relative pathname (ৰিলেতিভ পাথনেম) ব্যৱহাৰ কৰিব পাৰো যি কাৰেন্ত ডিৰেক্তৰিৰ পৰা আৰম্ভ হয়।  
 
|-
 
|-
| 6:23
+
| 06:23
 
|ইয়াত আমি ২টা স্পেচিয়েল কেৰেক্তাৰৰ বিষয়ে জানিব লাগিব। '''dot''' যি কাৰেন্ত দাইৰেক্তৰি ৰিপ্ৰেজেন্ত কৰে আৰু '''dot dot''' যি কাৰেন্ত দাইৰেক্তৰিৰ পেৰেন্ত দাইৰেক্তৰি ৰিপ্ৰেজেন্ত কৰে।
 
|ইয়াত আমি ২টা স্পেচিয়েল কেৰেক্তাৰৰ বিষয়ে জানিব লাগিব। '''dot''' যি কাৰেন্ত দাইৰেক্তৰি ৰিপ্ৰেজেন্ত কৰে আৰু '''dot dot''' যি কাৰেন্ত দাইৰেক্তৰিৰ পেৰেন্ত দাইৰেক্তৰি ৰিপ্ৰেজেন্ত কৰে।
 
|-
 
|-
| 6:36
+
| 06:36
 
|এতিয়া cd কমান্দ’ৰ ওপৰত ১টা ডীঘল চেচনত অংশ লও আহক।
 
|এতিয়া cd কমান্দ’ৰ ওপৰত ১টা ডীঘল চেচনত অংশ লও আহক।
 
|-
 
|-
| 6:40
+
| 06:40
 
|কমান্দটোত কোনো অসুবিধা নোহোৱাকৈ home directoryলৈ ঘুৰি যাবলৈ ব্যবহাৰ কৰিব পাৰি।  
 
|কমান্দটোত কোনো অসুবিধা নোহোৱাকৈ home directoryলৈ ঘুৰি যাবলৈ ব্যবহাৰ কৰিব পাৰি।  
 
|-
 
|-
| 6:46
+
| 06:46
 
|কমান্দ প্ৰম্পতত "cd" তাইপ কৰক আৰু enter প্ৰেচ কৰক।
 
|কমান্দ প্ৰম্পতত "cd" তাইপ কৰক আৰু enter প্ৰেচ কৰক।
 
|-
 
|-
| 6:51
+
| 06:51
 
|এতিয়া pwd command’ৰ যুগেৰে কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক।
 
|এতিয়া pwd command’ৰ যুগেৰে কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক।
 
|-
 
|-
| 6:55
+
| 06:55
 
|এতিয়া আমি হ’ম দিৰেক্তৰিলৈ ঘুৰি আহিলো।<nowiki>/home/gnuhata [ narration- slash home slash gnuhata ] </nowiki>
 
|এতিয়া আমি হ’ম দিৰেক্তৰিলৈ ঘুৰি আহিলো।<nowiki>/home/gnuhata [ narration- slash home slash gnuhata ] </nowiki>
 
|-
 
|-
| 7:01
+
| 07:01
 
|এতিয়া মিউচ্যিক দিৰেক্তৰিঐ যাও ব’লক। কমান্দ প্ৰম্পতত তাইপ কৰক-"cd space Music(M কেপিতাল’ত) slash" এন্তাৰ প্ৰেচ কৰক।
 
|এতিয়া মিউচ্যিক দিৰেক্তৰিঐ যাও ব’লক। কমান্দ প্ৰম্পতত তাইপ কৰক-"cd space Music(M কেপিতাল’ত) slash" এন্তাৰ প্ৰেচ কৰক।
 
|-
 
|-
| 7:13
+
| 07:13
 
|এতিয়া কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক pwd কমান্দ’ৰ সহায়েৰে। pwd তাইপ কৰক আৰু এন্তাৰ প্ৰেচ কৰক।. চাওক আমি /home/gnukhata/Music মোভ কৰিলো।
 
|এতিয়া কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক pwd কমান্দ’ৰ সহায়েৰে। pwd তাইপ কৰক আৰু এন্তাৰ প্ৰেচ কৰক।. চাওক আমি /home/gnukhata/Music মোভ কৰিলো।
 
|-
 
|-
| 7:26
+
| 07:26
 
|মিউজ্যিক দিৰেক্তৰিৰ পৰা পেৰেন্ত দিৰেক্তৰিলৈ যাওক। ইয়াৰ কাৰণে dot dot লগতে cd কমান্দ ব্যৱহাৰ কৰক।  
 
|মিউজ্যিক দিৰেক্তৰিৰ পৰা পেৰেন্ত দিৰেক্তৰিলৈ যাওক। ইয়াৰ কাৰণে dot dot লগতে cd কমান্দ ব্যৱহাৰ কৰক।  
 
|-
 
|-
| 7:33
+
| 07:33
 
|কমান্দ প্ৰম্পতত cd space dot dot তাইপ কৰক আৰু এন্তাৰ প্ৰেচ কৰক।  
 
|কমান্দ প্ৰম্পতত cd space dot dot তাইপ কৰক আৰু এন্তাৰ প্ৰেচ কৰক।  
 
|-
 
|-
| 7:40
+
| 07:40
 
| pwd তাইপ কৰি প্ৰেচেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি আকৌ /home/gnuhata লৈ আহিলো।
 
| pwd তাইপ কৰি প্ৰেচেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি আকৌ /home/gnuhata লৈ আহিলো।
 
|-
 
|-
| 7:51
+
| 07:51
 
|এতিয়া dot ব্যৱহাৰ কৰি কাৰেন্ত দিৰেক্তৰি চাব দিৰেক্তৰিলৈ মুভ কৰক।
 
|এতিয়া dot ব্যৱহাৰ কৰি কাৰেন্ত দিৰেক্তৰি চাব দিৰেক্তৰিলৈ মুভ কৰক।
 
|-
 
|-
| 7:58
+
| 07:58
 
|কমান্দ প্ৰম্পতত তাইপ কৰক cd space dot slash Documents(D কেপি্তেলত)slash আৰু এন্তাৰ তিপক।
 
|কমান্দ প্ৰম্পতত তাইপ কৰক cd space dot slash Documents(D কেপি্তেলত)slash আৰু এন্তাৰ তিপক।
 
|-
 
|-
| 8:09
+
| 08:09
 
|pwd তাইপ কৰি কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি এতিয়া /home/gnukhata/Documents’ত আছো।
 
|pwd তাইপ কৰি কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি এতিয়া /home/gnukhata/Documents’ত আছো।
 
|-
 
|-
| 8:19
+
| 08:19
 
|control L প্ৰেচ কৰি স্ক্ৰীন ক্লিয়াৰ কৰক। এতিয়া আপোনি ভালকৈ দেখিব।  
 
|control L প্ৰেচ কৰি স্ক্ৰীন ক্লিয়াৰ কৰক। এতিয়া আপোনি ভালকৈ দেখিব।  
 
|-
 
|-
| 8:23
+
| 08:23
 
|cd কমান্দৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ যাবলৈ cd তাইপ কৰি এন্তাৰ প্ৰেচ কৰক।
 
|cd কমান্দৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ যাবলৈ cd তাইপ কৰি এন্তাৰ প্ৰেচ কৰক।
 
|-
 
|-
| 8:32
+
| 08:32
 
|আকৌ pwd কমান্দৰ দ্বাৰা কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি /home/gnuhata ওভতি আহিলো।  
 
|আকৌ pwd কমান্দৰ দ্বাৰা কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি /home/gnuhata ওভতি আহিলো।  
 
|-
 
|-
| 8:41
+
| 08:41
 
|<nowiki>আমি ৰিলেতিভ পথত যিকোনো নাম্বাৰ [dot dot] /’ৰে প্ৰিথক হুৱা [slash] একেলগ কৰিব পাৰো। </nowiki>
 
|<nowiki>আমি ৰিলেতিভ পথত যিকোনো নাম্বাৰ [dot dot] /’ৰে প্ৰিথক হুৱা [slash] একেলগ কৰিব পাৰো। </nowiki>
 
|-
 
|-
| 8:47
+
| 08:47
 
|এই স্লাইদত, আমি ফাইল চিচতেম’ৰ প্ৰজ্যায় দেখা পাম। Root একেবাৰে ওপৰত থাকিব। home
 
|এই স্লাইদত, আমি ফাইল চিচতেম’ৰ প্ৰজ্যায় দেখা পাম। Root একেবাৰে ওপৰত থাকিব। home
 
আৰু bin, Root’ৰ ২টা চাব-দিৰেক্তৰি হয়।  
 
আৰু bin, Root’ৰ ২টা চাব-দিৰেক্তৰি হয়।  
 
User নাম gnukhata নামৰ দিৰেক্তৰিটো হ’মৰ ভিতৰত থকা ১টা চাব-দিৰেক্তৰি।
 
User নাম gnukhata নামৰ দিৰেক্তৰিটো হ’মৰ ভিতৰত থকা ১টা চাব-দিৰেক্তৰি।
 
|-
 
|-
| 9:05
+
| 09:05
 
| গতিকে আমি এতিয়া /home/gnukhata’ত আছো। এতিয়া আমি bin দিৰেক্তৰিলৈ যাব পাৰিম।  
 
| গতিকে আমি এতিয়া /home/gnukhata’ত আছো। এতিয়া আমি bin দিৰেক্তৰিলৈ যাব পাৰিম।  
 
|-
 
|-
| 9:12
+
| 09:12
 
|কমান্দ প্রম্পতত তাইপ কৰক
 
|কমান্দ প্রম্পতত তাইপ কৰক
 
"cd space dot dot slash dot dot slash bin" আৰু এন্তাৰ প্ৰেচ কৰক।  
 
"cd space dot dot slash dot dot slash bin" আৰু এন্তাৰ প্ৰেচ কৰক।  
 
|-
 
|-
| 9:23
+
| 09:23
 
|কমান্দ pwd’ৰ দ্বাৰা কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক।
 
|কমান্দ pwd’ৰ দ্বাৰা কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক।
 
<nowiki>আমি এতিয়া /bin [slash bin]ত আছো। </nowiki>
 
<nowiki>আমি এতিয়া /bin [slash bin]ত আছো। </nowiki>
 
|-
 
|-
| 9:30
+
| 09:30
 
|<nowiki>প্ৰথমে .. এ[dot dot] আমাক /home/gnukhata ৰ পৰা [slash home slash gnukhata] /home [narration - slash home] ‘লৈ লৈ যায়।</nowiki>
 
|<nowiki>প্ৰথমে .. এ[dot dot] আমাক /home/gnukhata ৰ পৰা [slash home slash gnukhata] /home [narration - slash home] ‘লৈ লৈ যায়।</nowiki>
  
 
|-
 
|-
| 9:37
+
| 09:37
 
|<nowiki>এয়াৰ পিচৰ’টোৱে আমাক /homeৰ পৰা </nowiki>root’লৈ লৈ যায়।  
 
|<nowiki>এয়াৰ পিচৰ’টোৱে আমাক /homeৰ পৰা </nowiki>root’লৈ লৈ যায়।  
 
|-
 
|-
| 9:43
+
| 09:43
 
|এতিয়া অামি / বা root’ৰ পৰা /bin দিৰেক্তৰিলৈ আহিছো।
 
|এতিয়া অামি / বা root’ৰ পৰা /bin দিৰেক্তৰিলৈ আহিছো।
 
|-
 
|-
| 9:48
+
| 09:48
 
|এতিয়া কমান্দ cd’ৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ উভতি যাও।  
 
|এতিয়া কমান্দ cd’ৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ উভতি যাও।  
 
|-
 
|-
| 9:52
+
| 09:52
 
|দিৰেক্তৰি ১টা বনাবলৈ আমি mkdir কমান্দ ব্যৱহাৰ কৰো।  
 
|দিৰেক্তৰি ১টা বনাবলৈ আমি mkdir কমান্দ ব্যৱহাৰ কৰো।  
 
|-
 
|-
| 9:56
+
| 09:56
 
|আপুনি বনোৱা দিৰেক্তৰিৰ নাম আৰু কমান্দ তাইপ কৰিব লাগিব আৰু ১টা দিৰেক্তৰি কাৰেন্ত দিৰেক্তৰিত বনোৱা হ’ব।
 
|আপুনি বনোৱা দিৰেক্তৰিৰ নাম আৰু কমান্দ তাইপ কৰিব লাগিব আৰু ১টা দিৰেক্তৰি কাৰেন্ত দিৰেক্তৰিত বনোৱা হ’ব।
 
|-
 
|-

Revision as of 11:27, 15 July 2014

Time Narration
00:00 Linux File System spoken tutorial’লৈ আপোনাক স্বাগতম।
00:04 মই Ubuntu 10.04 ব্যৱহাৰ কৰিছো।
00:07 আমি এইটো ধৰি লৈছো যে আপোনালোকে Linux operating system’ৰ লগত আৰম্ভ কেনেকৈ কৰিব পাৰে সেইটো যানে আৰু লগতে command’ৰ বিষয়ে কিছো যানে।
00:13 যদি আপোনি যানিব বিছাৰে, তেন্তে http://spoken-tutorial.org ত থকা অন্য এটা spoken tutorial’ত উপলব্ধ।
00:25 লগতে মন কৰক যে linux’টো কেছ চেঞ্চিতিভ হয়।
00:28 উল্লেখ নাথাকিলে এই tutorial’ৰ সকলোবোৰ কমান্দ ল’ৱাৰ কেচত আছে।
00:36 Linux’ত প্ৰায় সকলোবোৰেই এটা ফাইল হয়।
00:39 গতিকে ফাইল কি? বাস্তৱ জীৱনত আমি যানো যে এখন ফাইল’ত কাগজ পাতি আদি ৰখা হয়।
00:47 একেদৰে Linux’ত এটা file হৈছে এটা পাত্ৰ য’ত তথ্য জমা কৰিব পৰা যায়।
00:53 এটি directory (দিৰেক্তৰি) কি?
00:56 directory (দিৰেক্তৰি) বুলিলে বহু file আৰু অন্যসহ সমস্তী বুজি পোৱা যায়।
01:02 এখন দিৰেক্তৰিয়ে আমাক ফাইলবোৰ ভালভা‍ৱে গথন কৰাত সহায় কৰে।
01:08 এইটোক যি আমি ৱিনদউজ’ত ফ’ল্দাৰ বুলি কওঁ।
01:12 ই ব্যৱহাৰকাৰি সকলক তেওঁলোকৰ directory’ৰ লগতে ফাইল আদি ৰাখিবলৈ অনুমতি দিয়ে, যি অইনে শাল শলনি কৰিব নোৱাৰে।
01:20 যদি কোনো দিৰেক্তৰি নাথাকে, চিচতেম’ত থকা সকলো ফাইলৰ এটা নিৰ্দিস্ত নাম থকা আৱস্যক যিটো ভালকে ৰাখিবলৈ অতি কঠিন।
01:31 যদিও ফাইল আৰু দিৰেক্তৰিবোৰৰ এই সংজ্ঞাবোৰে এইবোৰৰ বিষয়ে এটা সামোহিক প্ৰদান কৰে, তথাপিও এইবোৰক একেবাৰে সঠিক বোলি ক’ব পৰা নাযায়।
01:42 একেদৰে ইয়াত এটা ফাইলৰ নাম থাকে আৰু কিছো প্ৰপাৰ্টি বা ‘Administrative information’ যি ফাইলৰ ক্রিয়েচ্যন/ম’দিফিকেচ্যন’ৰ তাৰিখ আৰু ইয়াৰ অনুমতিৰ বিষয়ে থাকে।
01:55 ফাইলৰ inode’ত প্ৰপাৰ্টি বিলাক জমা থাকে যি ফাইল চিচটেমত এটা বিষেশ দাতাৰ ব্লক হয় য’ত ফাইলৰ দৈৰ্ঘ্য থাকে আৰু য’ত স্থানত সংৰক্ষিত ৰাখে।
02:08 চিচটেমটোৱে file’ৰ inode’ৰ সংখ্যা ব্যৱহাৰ কৰে; দিৰেক্তৰিৰ আকাৰে আমাৰ লাভৰ বাবে মাত্ৰ নামবোৰ দিয়ে যাতে আমাৰ কাৰণে ডাঙৰ সংখ্যাবোৰ মনত ৰখাতকৈ নাম মনত ৰখাটো সহজ হয়।
02:23 আনহাতে সকলোবোৰ সংখ্যা চালি জাৰি চাই এটা কথা কব পাৰি যে এটা দিৰেক্তৰিয়ে কোনো ফাইল সংৰক্ষণ কৰিব নোৱাৰে, ই নিজেই এটা ফাইল হয় যিয়ে inode number আৰু বেলেগ ফাইলৰ নামবোৰ ধৰি ৰাখে।
02:37 আচলতে Linux’ত ৩ প্ৰকাৰৰ ফাইল থাকে:
02:41 1 Regular বা সাধাৰণ files: য’ত system’ৰ বৈশিস্ত হিচাপে কেৱল data থাকে।
02:48 2 Directories: আমি ইতিমধ্যে যিখিনি আগৰ slide’ত দেখিলো।
02:52 3 Device Files: সকলো hardware device আৰু peripheral Linux’ৰ file হিচাপে প্ৰতিনিধিত্ব কৰো।
02:59 এখন CD, Harddisk আৰু usb stick, এই সকলোবোৰ Linux file. কিন্তু এইটো এনেকোৱা কিয়? ই সাধাৰণ file’ৰ দৰে এই device’বোৰ লিখিবলৈ আৰু পঢ়িবলৈ সহায় কৰে।
03:15 Linux’ৰ সকলো file’বিলাক সম্বন্ধীত হয়, এক অৰ্থত ইয়াক এটা পৰিয়াল হিচাপে গঠন কৰা হয়।
03:22 ধৰি লও এখন directory’ত কিছো file আৰু subdirectory আছে য’ত ইটোৰ লগত সিটোৰ অভিভাৱক-শিশুৰ সমপৰ্ক থাকে। এইটোৱে Linux File System Tree’ক জন্ম দিয়ে।
03:34 একেবাৰে ওপৰত root আছে( যে frontslash /’ৰ দ্বাৰা কৰা হয়)। ইয়াত অন্য file আৰু directory থাকে।
03:42 যদিহে আমি শুদ্ধ পথটো জানো, ই এটা file বা directory আন এটালৈ পথোৱাত সহায় কৰে।
03:51 আমি যিহেটো Linux file system’ৰ লগত কাম কৰো, আমি এই tree লগত গৈ থকাযেন লাগিব।
03:56 এটা command আৰু ইয়াত আপোনি এখন থাইৰ পৰা আন এখন থাইলৈ teleport হ’ব পাৰে।
04:01 বহুত ভাল!! সচাঁই এনেকোৱাই হয় যেনে আমি এতিয়া দেখিব পাৰিম।
04:05 যেতিয়া আমি Linux system’ত login কৰিম, আমি default ৰূপে directory’ত থাকিম।
04:11 এতিয়া terminal’লৈ যাও
04:13 Ctrl+alt+T’এ Ubuntu terminal আৰম্ভ কৰিবলৈ সহায় কৰে।
04:17 হব পাৰে এই command’টো সকলো unix system’ত নচলিব পাৰে. এটা terminal open কৰিবলৈ এটা অন্য spoken tutorial’ত ইয়াৰ প্ৰক্ৰিয়া দিয়া হৈছে।
04:27 home directory চাবলৈ, command prompt’ত type কৰক

"echo space dollar H-O-M-E capital’ত" আৰু enter প্ৰেচ কৰক।

04:40 ই আমাক আমাৰ home directory’ৰ pathname দিয়ে।
04:44 আমি এটা directory’ পৰা আন এটা directory’লৈ লৈ যাব পাৰো।
04:47 কিন্তু সকলো সময়তে আমি এটা directory’ত থাকিব পাৰো, ইয়াক current directory বা working directory বুলি কোৱা হয়। আকৌ আগৰ slide’লৈ যাওক।
04:56 pwd command’এ আমাক current directory চোৱাত সহায় কৰিব। pwd মানে present working directory।
05:03 command prompt’ত "pwd" type কৰক আৰু enter প্ৰেচ কৰক।. এতিয়া এইটো আমাৰ বৰ্তমান working directory।
05:13 আমি কৈছিলো যে আমি এটাৰ পৰা আন এটা directory’লৈ লৈ যাব পাৰো।
05:17 কিন্তু আমি কেনেকৈ কৰিম? ইয়াৰ কাৰণে আমাৰ cd command আছে।
05:22 আপোনি command’টো type কৰিব লাগিব তাৰপাছত আপোনি যিটোলৈ লৈ যাব বিচাৰে, তাৰ pathname’টো type কৰক।
05:28 command prompt’ত pwd type কৰি current directoryআকৌ সাওক। enter প্ৰেচ কৰক।
05:37 গতিকে আমি এই directory’ত স্থাপন হ’লো।
05:41 এতিযা ধৰক আমি slash usr directory’লৈ move কৰিব বিচাৰিছো। গতিকে টাইপ কৰক

"cd space slash usr"। মনত ৰাখিব ইয়াত linux’ৰ slash মানে front slash আৰু enter প্ৰেচ কৰক।

05:56 এতিয়া কাড়েণ্ট ডীড়েক্টোড়ী চাওক। টাঈপ কৰক pwd আৰু Enter টিপক।
06:03 হয়। আমি slash usr directory’লৈ মুভ কৰিলো
06:08 ইয়াত সমস্যাটো হৈছে pathnames’টো দীঘল হ’ব পাৰে, ইয়াৰ কাৰণ এইবোৰ প্ৰক্ৰিত pathname হয় য’ত সকলোবোৰ root directory’ৰ পৰা সকলো পথৰ তালিকা থাকে।
06:18 ইয়াৰ সলনি আমি Relative pathname (ৰিলেতিভ পাথনেম) ব্যৱহাৰ কৰিব পাৰো যি কাৰেন্ত ডিৰেক্তৰিৰ পৰা আৰম্ভ হয়।
06:23 ইয়াত আমি ২টা স্পেচিয়েল কেৰেক্তাৰৰ বিষয়ে জানিব লাগিব। dot যি কাৰেন্ত দাইৰেক্তৰি ৰিপ্ৰেজেন্ত কৰে আৰু dot dot যি কাৰেন্ত দাইৰেক্তৰিৰ পেৰেন্ত দাইৰেক্তৰি ৰিপ্ৰেজেন্ত কৰে।
06:36 এতিয়া cd কমান্দ’ৰ ওপৰত ১টা ডীঘল চেচনত অংশ লও আহক।
06:40 কমান্দটোত কোনো অসুবিধা নোহোৱাকৈ home directoryলৈ ঘুৰি যাবলৈ ব্যবহাৰ কৰিব পাৰি।
06:46 কমান্দ প্ৰম্পতত "cd" তাইপ কৰক আৰু enter প্ৰেচ কৰক।
06:51 এতিয়া pwd command’ৰ যুগেৰে কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক।
06:55 এতিয়া আমি হ’ম দিৰেক্তৰিলৈ ঘুৰি আহিলো।/home/gnuhata [ narration- slash home slash gnuhata ]
07:01 এতিয়া মিউচ্যিক দিৰেক্তৰিঐ যাও ব’লক। কমান্দ প্ৰম্পতত তাইপ কৰক-"cd space Music(M কেপিতাল’ত) slash" এন্তাৰ প্ৰেচ কৰক।
07:13 এতিয়া কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক pwd কমান্দ’ৰ সহায়েৰে। pwd তাইপ কৰক আৰু এন্তাৰ প্ৰেচ কৰক।. চাওক আমি /home/gnukhata/Music মোভ কৰিলো।
07:26 মিউজ্যিক দিৰেক্তৰিৰ পৰা পেৰেন্ত দিৰেক্তৰিলৈ যাওক। ইয়াৰ কাৰণে dot dot লগতে cd কমান্দ ব্যৱহাৰ কৰক।
07:33 কমান্দ প্ৰম্পতত cd space dot dot তাইপ কৰক আৰু এন্তাৰ প্ৰেচ কৰক।
07:40 pwd তাইপ কৰি প্ৰেচেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি আকৌ /home/gnuhata লৈ আহিলো।
07:51 এতিয়া dot ব্যৱহাৰ কৰি কাৰেন্ত দিৰেক্তৰি চাব দিৰেক্তৰিলৈ মুভ কৰক।
07:58 কমান্দ প্ৰম্পতত তাইপ কৰক cd space dot slash Documents(D কেপি্তেলত)slash আৰু এন্তাৰ তিপক।
08:09 pwd তাইপ কৰি কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি এতিয়া /home/gnukhata/Documents’ত আছো।
08:19 control L প্ৰেচ কৰি স্ক্ৰীন ক্লিয়াৰ কৰক। এতিয়া আপোনি ভালকৈ দেখিব।
08:23 cd কমান্দৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ যাবলৈ cd তাইপ কৰি এন্তাৰ প্ৰেচ কৰক।
08:32 আকৌ pwd কমান্দৰ দ্বাৰা কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক। আমি /home/gnuhata ওভতি আহিলো।
08:41 আমি ৰিলেতিভ পথত যিকোনো নাম্বাৰ [dot dot] /’ৰে প্ৰিথক হুৱা [slash] একেলগ কৰিব পাৰো।
08:47 এই স্লাইদত, আমি ফাইল চিচতেম’ৰ প্ৰজ্যায় দেখা পাম। Root একেবাৰে ওপৰত থাকিব। home

আৰু bin, Root’ৰ ২টা চাব-দিৰেক্তৰি হয়। User নাম gnukhata নামৰ দিৰেক্তৰিটো হ’মৰ ভিতৰত থকা ১টা চাব-দিৰেক্তৰি।

09:05 গতিকে আমি এতিয়া /home/gnukhata’ত আছো। এতিয়া আমি bin দিৰেক্তৰিলৈ যাব পাৰিম।
09:12 কমান্দ প্রম্পতত তাইপ কৰক

"cd space dot dot slash dot dot slash bin" আৰু এন্তাৰ প্ৰেচ কৰক।

09:23 কমান্দ pwd’ৰ দ্বাৰা কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক।

আমি এতিয়া /bin [slash bin]ত আছো।

09:30 প্ৰথমে .. এ[dot dot] আমাক /home/gnukhata ৰ পৰা [slash home slash gnukhata] /home [narration - slash home] ‘লৈ লৈ যায়।
09:37 এয়াৰ পিচৰ’টোৱে আমাক /homeৰ পৰা root’লৈ লৈ যায়।
09:43 এতিয়া অামি / বা root’ৰ পৰা /bin দিৰেক্তৰিলৈ আহিছো।
09:48 এতিয়া কমান্দ cd’ৰ দ্বাৰা হ’ম দিৰেক্তৰিলৈ উভতি যাও।
09:52 দিৰেক্তৰি ১টা বনাবলৈ আমি mkdir কমান্দ ব্যৱহাৰ কৰো।
09:56 আপুনি বনোৱা দিৰেক্তৰিৰ নাম আৰু কমান্দ তাইপ কৰিব লাগিব আৰু ১টা দিৰেক্তৰি কাৰেন্ত দিৰেক্তৰিত বনোৱা হ’ব।
10:04 testdir নামৰ দিৰেক্তৰি বনাবলৈ কমান্দ তাইপ কৰক "mkdir space testdir" আৰু এন্তাৰ টিপক।
10:15 ই testdir দিৰেক্তৰি সফলভাবে বনাব।
10:19 মন কৰিব, দিৰেক্তৰি সফলভাবে বনুৱা বা আতৰোৱাৰ কোনো নিৰ্দিস্ত সূচনা নাপাই।
10:25 আপুনি যদি কোনো এৰৰ মেচেজ নেপাই, এ সফলভাবে সমাপ্ত হুৱা বুজাই।
10:30 আমি যুগান ধৰা যিকোনো ত্রিত ১টা দিৰেক্তৰি বনাবলৈ ৰিলেতিভ বা এব্চ’ল্যুত পাথনেম ব্যৱহার কৰিব পাৰে, যদিহে আমাৰ এইটো কৰাৰ আধিকাৰ থাকে, আৰু নামেৰে কোনো দিৰেক্তৰি ইতিমধ্যে নাথাকে।
10:43 বহুতো দিৰেক্তৰি বা দিৰেক্তৰি প্রজ্যায়বোৰ বনাবলৈ এই পদ্ধতি ব্যৱহাৰ কৰিব পাৰি।
10:49 "mkdir space test1 space test2" তাইপ কৰি এন্তাৰ দবাৱক। এইতোৱে বৰ্তমান দিৰেক্তৰিৰ ভিতৰত test1 আৰু test2 নামৰ ২খন দিৰেক্তৰি বনাব।
11:06 "mkdir space testtree space testtree slash test3" তাইপ কৰক।
11:20 ই এটা দিৰেক্তৰিত testtree আৰু অন্য দিৰেক্তৰিত test3 বনাব যিটো testtree ৰ ভিতৰত ১টা চাব দিৰেক্তৰি হয়।
11:28 সেয়ে আমি ৪টা দিৰেক্তৰি বনালো যাৰ নাম হ’ল testdir, test1, test2 আৰু বৰ্তমান দিৰেক্তৰি testtree, য’ত ৩টা খালি আৰু শেষৰটোত test3 নামৰ ১টা চাব দিৰেক্তৰি থাকে।
11:47 mkdir নিচিনা rmdir কমান্দে দিৰেক্তৰি বা দিৰেক্তৰিবোৰ আতৰাবৰ কাৰণে ব্যৱহাৰ কৰা হয়।
11:56 "rmdir space test1" কমান্দটোৱে test1 দিৰেক্তৰিটো সফলস্বৰূপে অতৰোৱায়।
12:09 এখন দিৰেক্তৰি আতৰাব পৰা যাব যদি আপুনি ইয়াৰ গৰাকি হয়। আপুনাৰ বৰ্তমানৰ দিৰেক্তৰি প্রজ্যায়ক্রমে আতৰাব লগিয়া দিৰেক্তৰিৰ ওপৰত থাকে আৰু ই খালি।
12:23 এতিয়া কমান্দ প্রমপ্তত তাইপ কৰক

"cd space testtree slash test3"

12:35 সেয়ে আমি এইয়া test3 দিৰেক্তৰিত আছো, যিটো ১টা testtreeৰ ভিতৰৰ চাব-দিৰেক্তৰি।
12:42 "rmdir space testdir" কমান্দ তাইপ কৰি testdir দিৰেক্তৰি নাইকিয়া কৰিবলৈ চেষ্টা কৰক। এন্তাৰ টিপক।
12:55 আমি দেখিলো যে এইটো কৰিব পৰা নাযায় কাৰণ বৰ্তমান দিৰেক্তৰিটো প্রজ্যায়ক্রমে আতৰাবলগিয়া দিৰেক্তৰিৰ ওপৰত নাই।
13:02 সেয়ে আমি দিৰেক্তৰিটোলৈ যাব লাগিব, যিটো প্রজ্যায়ক্রমে testdir দিৰেক্তৰিৰ ওওপৰত থাকে
13:08 তাইপ কৰক "cd space dot dot" আৰু এন্তাৰ টিপক।
13:14 "cd space dot dot" কমান্দ তাইপ কৰি মূখ্য দিৰেক্তৰিলৈ ঘু্ৰি যাওক।
13:20 এতিয়া আকৌ আগৰ কমান্দটো চেষ্টা কৰক।
13:24 তাইপ কৰক "rmdir space testdir" আৰু এন্তাৰ টিপক।
13:30 testdir দিৰেক্তৰিটো সফলভাবে দিলিত হৈছে। মন কৰিব যে testdir দিৰেক্তৰিটোও খালি আছিল।
13:38 বহুত ধৰণৰ দিৰেক্তৰি বা দিৰেক্তৰিৰ প্রজ্যায়বোৰ এবাৰতেই আতৰাব পৰা যায়। testtree সেই দিৰেক্তৰিৰ লগতেই ইয়াৰ চাব-দিৰেক্তৰি test3 দিলিত কৰিবলই চেষ্টা কৰক।
13:48 কমান্দ প্রম্পতত তাইপ কৰক-

"rmdir space testtree space testtree slash test3" আৰু এন্তাৰ তিপক।

14:02 চাওক ই এৰৰ মেচেজ দিছে যে 'testree' দিৰেক্তৰি আতৰাব পৰা নাযায় কাৰণ testree খালি নহয়।
14:11 কিন্তু ১টা বস্তু আপুনি পাহৰিব পাৰে যে খালি থকা বাবে testtree/test3 দিলিত কৰা হ’ল।
14:19 সেইটো পৰিক্ষা কৰিবলৈ কমান্দ প্রম্পতত তাইপ কৰক "cd space testtree" আৰু এন্তাৰ তিপক।
14:27 এতিয়া "ls" তাইপ কৰি এন্তাৰ তিপক। চাওক দিৰেক্তৰিটোত একো নাই। সেয়ে test3 দিলিত কৰা হ’ল।
14:36 সেয়ে এই linux tutorial’ত আমি শিকিলো Linux Files আৰু দিৰেক্তৰি আৰু কেনেকৈ Linux দিৰেক্তৰিৰ সৈতে কাম কৰো। ইহতক চাবলৈ, ইহতৰ মাজত মুভ কৰিবলৈ, ইহতক বনাবলৈ, ইহতক আতৰাবলৈ।
14:49 এইখিনিতেই এই tutorial’ৰ শেষ প্রজ্যায়লৈ আহিলো। Spoken Tutorial প্রজ্যেক্ত ‘Talk to a Teacher’ প্রজ্যেক্তৰ ১টা ভাগ। যি শিক্ষাৰ ওপৰত ৰাষ্ট্ৰীয় মিচ্যনে ICT’ৰ মাধ্যমেৰে সমৰ্থিত কৰিছে।
15:03 ইয়াৰ ওপৰত অধিক তথ্য এই লিঙ্ক’ত পাব-
15:08 আই আই টি বম্বেৰ  পৰা এয়া হৈছে মৌচুমী মেধী ।

যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya