Difference between revisions of "Thunderbird/C2/Introduction-to-Thunderbird/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
Line 1: | Line 1: | ||
{| border=1 | {| border=1 | ||
− | + | |Time | |
− | + | |Narration | |
|- | |- | ||
− | | 00 | + | | 00:00 |
| মোজিলা থান্ডাৰবার্ড পৰিচয়ৰ উপৰত এই টিউটোৰিয়েললৈ স্বাগতম | | মোজিলা থান্ডাৰবার্ড পৰিচয়ৰ উপৰত এই টিউটোৰিয়েললৈ স্বাগতম | ||
|- | |- | ||
− | | 00 | + | | 00:04 |
| এই টিউটোৰিয়েলত আমি মোজিলা থান্ডাৰবার্ডৰ সম্পর্কে শিকিম আৰু | | এই টিউটোৰিয়েলত আমি মোজিলা থান্ডাৰবার্ডৰ সম্পর্কে শিকিম আৰু | ||
|- | |- | ||
− | | 00 | + | | 00:09 |
| থান্ডাৰবার্ড ডাউনলোড, ইনস্টল আৰু আৰম্ভ কিভাবে কৰে শিকিম | | থান্ডাৰবার্ড ডাউনলোড, ইনস্টল আৰু আৰম্ভ কিভাবে কৰে শিকিম | ||
|- | |- | ||
− | | 00 | + | | 00:13 |
| আমি আৰু শিকিম কিভাবে : | | আমি আৰু শিকিম কিভাবে : | ||
|- | |- | ||
− | | 00 | + | | 00:15 |
| নতুন ইমেল অ্যাকাউন্ট কনফিগাৰ কৰা বার্তা ডাউনলোড কৰা আৰু পঢ়া | | নতুন ইমেল অ্যাকাউন্ট কনফিগাৰ কৰা বার্তা ডাউনলোড কৰা আৰু পঢ়া | ||
|- | |- | ||
− | | 00 | + | | 00:20 |
| ৰচনা আৰু মেইল বার্তা পঠোৱা থান্ডাৰবার্ডৰ পৰা লগ আউট কৰা | | ৰচনা আৰু মেইল বার্তা পঠোৱা থান্ডাৰবার্ডৰ পৰা লগ আউট কৰা | ||
|- | |- | ||
− | | 00 | + | | 00:26 |
| মোজিলা থান্ডাৰবার্ড,এটি সহজ ইমেইল ক্লায়েন্ট. | | মোজিলা থান্ডাৰবার্ড,এটি সহজ ইমেইল ক্লায়েন্ট. | ||
|- | |- | ||
− | | 00 | + | | 00:29 |
| ই এটা ক্রস প্ল্যাটফর্ম সফ্টওয়্যাৰ হয় যি বিভিন্ন অপাৰেটিং সিস্টেমত ৰান কৰিব পাৰে. | | ই এটা ক্রস প্ল্যাটফর্ম সফ্টওয়্যাৰ হয় যি বিভিন্ন অপাৰেটিং সিস্টেমত ৰান কৰিব পাৰে. | ||
|- | |- | ||
− | | 00 | + | | 00:35 |
| ই আপোনাক ইমেইল বার্তাবোৰ ডাউনলোড কৰিব দিয়ে | | ই আপোনাক ইমেইল বার্তাবোৰ ডাউনলোড কৰিব দিয়ে | ||
|- | |- | ||
− | | 00 | + | | 00:39 |
| আপোনাৰ অন্যান্য মেইল অ্যাকাউন্টৰ পৰা আপোনাৰ স্থানীয় কম্পিউটাৰলৈ . | | আপোনাৰ অন্যান্য মেইল অ্যাকাউন্টৰ পৰা আপোনাৰ স্থানীয় কম্পিউটাৰলৈ . | ||
|- | |- | ||
− | | 00 | + | | 00:42 |
| ই আপোনাক একাধিক ইমেইল একাউন্ট পৰিচালনা কৰিব দিয়ে. | | ই আপোনাক একাধিক ইমেইল একাউন্ট পৰিচালনা কৰিব দিয়ে. | ||
|- | |- | ||
− | | 00 | + | | 00:47 |
| থান্ডাৰবার্ডত আৰু কিছু উন্নত বৈশিষ্ট্য আছে. | | থান্ডাৰবার্ডত আৰু কিছু উন্নত বৈশিষ্ট্য আছে. | ||
|- | |- | ||
− | | 00 | + | | 00:50 |
| আপোনি জিমেইল , য়াহু আৰু ইউডোৰাৰ নিচিনা অন্যান্য মেইল অ্যাকাউন্টৰ পৰা মেইল ফোল্ডাৰ আৰু ঠিকনাৰ নিচিনা আপোনাৰ সমস্ত ইমেইল তথ্য আমদানি কৰিব পাৰি | | আপোনি জিমেইল , য়াহু আৰু ইউডোৰাৰ নিচিনা অন্যান্য মেইল অ্যাকাউন্টৰ পৰা মেইল ফোল্ডাৰ আৰু ঠিকনাৰ নিচিনা আপোনাৰ সমস্ত ইমেইল তথ্য আমদানি কৰিব পাৰি | ||
|- | |- | ||
− | | 01 | + | | 01:01 |
| আপোনি যদি POP 3 ব্যবহাৰ কৰে, আপোনি | | আপোনি যদি POP 3 ব্যবহাৰ কৰে, আপোনি | ||
|- | |- | ||
− | | 01 | + | | 01:04 |
| সকলো POP 3 অ্যাকাউন্টবোৰ থান্ডাৰবার্ডত একক ইনবক্সত মিলাওক . | | সকলো POP 3 অ্যাকাউন্টবোৰ থান্ডাৰবার্ডত একক ইনবক্সত মিলাওক . | ||
|- | |- | ||
− | | 01 | + | | 01:09 |
| আপোনি এত্ৰিবিউট্চৰ দ্বাৰা বার্তাক গ্রুপ কৰিব পাৰে | | আপোনি এত্ৰিবিউট্চৰ দ্বাৰা বার্তাক গ্রুপ কৰিব পাৰে | ||
|- | |- | ||
− | | 01 | + | | 01:12 |
| তাৰিখ , প্রাইঅৰিটি , চেন্দাৰ বা এটি কাস্টম লেবেল . | | তাৰিখ , প্রাইঅৰিটি , চেন্দাৰ বা এটি কাস্টম লেবেল . | ||
|- | |- | ||
− | | 01 | + | | 01:18 |
| ইয়াত আমি উবুন্টু 12.04 ত মোজিলা থান্ডাৰবার্ড 13.0.1 ব্যবহাৰ কৰিছো. | | ইয়াত আমি উবুন্টু 12.04 ত মোজিলা থান্ডাৰবার্ড 13.0.1 ব্যবহাৰ কৰিছো. | ||
|- | |- | ||
− | | 01 | + | | 01:26 |
| যদি মজিলা থান্ডাৰবার্ড আপোনাৰ কম্পিউটাৰত ইনস্টল হৈ থকা নাই , আপোনি উবুন্টু সফটওয়্যাৰ সেন্টাৰ ব্যবহাৰ কৰি ইয়াক ইনস্টল কৰিব পাৰে. | | যদি মজিলা থান্ডাৰবার্ড আপোনাৰ কম্পিউটাৰত ইনস্টল হৈ থকা নাই , আপোনি উবুন্টু সফটওয়্যাৰ সেন্টাৰ ব্যবহাৰ কৰি ইয়াক ইনস্টল কৰিব পাৰে. | ||
|- | |- | ||
− | | 01 | + | | 01:33 |
| উবুন্টু সফটওয়্যাৰ সেন্টাৰৰ আৰু তথ্য জনিবৰ বাবে, অনুগ্রহ কৰি এই ওয়েবসাইট চাওক. | | উবুন্টু সফটওয়্যাৰ সেন্টাৰৰ আৰু তথ্য জনিবৰ বাবে, অনুগ্রহ কৰি এই ওয়েবসাইট চাওক. | ||
|- | |- | ||
− | | 01 | + | | 01:40 |
| আপোনি মজিলা ওয়েবসাইটৰ পৰা ডাউনলোড অৰু থান্ডাৰবার্ড ইনস্টল কৰিবও পাৰে. | | আপোনি মজিলা ওয়েবসাইটৰ পৰা ডাউনলোড অৰু থান্ডাৰবার্ড ইনস্টল কৰিবও পাৰে. | ||
|- | |- | ||
− | | 01 | + | | 01:46 |
| মোজিলা থান্ডাৰবার্ড | | মোজিলা থান্ডাৰবার্ড | ||
|- | |- | ||
− | | 01 | + | | 01:48 |
| মাইক্রোসফট উইন্ডোজ 2000 বা পৰবর্তী সংস্কৰণ যেনে মাইক্রোসফট উইন্ডোজ এক্সপি বা মাইক্রোসফট উইন্ডোজ 7 টো পোৱা যায় . | | মাইক্রোসফট উইন্ডোজ 2000 বা পৰবর্তী সংস্কৰণ যেনে মাইক্রোসফট উইন্ডোজ এক্সপি বা মাইক্রোসফট উইন্ডোজ 7 টো পোৱা যায় . | ||
|- | |- | ||
− | | 01 | + | | 01:56 |
| এই সম্পর্কে অধিক বিবৰণৰ বাবে, অনুগ্রহ কৰি মোজিলা ওয়েবসাইট চাওক . | | এই সম্পর্কে অধিক বিবৰণৰ বাবে, অনুগ্রহ কৰি মোজিলা ওয়েবসাইট চাওক . | ||
|- | |- | ||
− | | 02 | + | | 02:02 |
| মোজিলা থান্ডাৰবার্ড ব্যবহাৰ কৰিবলৈ, আপোনাৰ উচৰত অন্তত দুটি বৈধ ইমেলৰ ঠিকনা থাকিব লাগিব . | | মোজিলা থান্ডাৰবার্ড ব্যবহাৰ কৰিবলৈ, আপোনাৰ উচৰত অন্তত দুটি বৈধ ইমেলৰ ঠিকনা থাকিব লাগিব . | ||
|- | |- | ||
− | | 02 | + | | 02:08 |
| আপনি নিশ্চিত কৰিব লাগিব যে POP 3 বিকল্প ইমেইল একাউন্টবোৰত সক্রিয় কৰা হৈছে | | আপনি নিশ্চিত কৰিব লাগিব যে POP 3 বিকল্প ইমেইল একাউন্টবোৰত সক্রিয় কৰা হৈছে | ||
|- | |- | ||
− | | 02 | + | | 02:15 |
| আৰু আপোনি ইন্টাৰনেটৰ সৈতে সংযুক্ত কৰাতো নিশ্চিত কৰিব লাগিব | | আৰু আপোনি ইন্টাৰনেটৰ সৈতে সংযুক্ত কৰাতো নিশ্চিত কৰিব লাগিব | ||
|- | |- | ||
− | | 02 | + | | 02:19 |
| থান্ডাৰবার্ড আৰম্ভ কৰা যাওক. | | থান্ডাৰবার্ড আৰম্ভ কৰা যাওক. | ||
|- | |- | ||
− | | 02 | + | | 02:22 |
| প্রথমে, আপোনাৰ কম্পিউটাৰ ডেস্কটপত উপৰৰ বাও কোণত থকা বৃত্তাকাৰ বোতামত থকা ড্যাশ হোমত , ক্লিক কৰক. | | প্রথমে, আপোনাৰ কম্পিউটাৰ ডেস্কটপত উপৰৰ বাও কোণত থকা বৃত্তাকাৰ বোতামত থকা ড্যাশ হোমত , ক্লিক কৰক. | ||
|- | |- | ||
− | | 02 | + | | 02:29 |
| অনুসন্ধান বক্স প্রদর্শিত হব . | | অনুসন্ধান বক্স প্রদর্শিত হব . | ||
|- | |- | ||
− | | 02 | + | | 02:31 |
| এতিয়া থান্ডাৰবার্ড টাইপ কৰক. থান্ডাৰর্ড আইকন প্রদর্শিত হব . | | এতিয়া থান্ডাৰবার্ড টাইপ কৰক. থান্ডাৰর্ড আইকন প্রদর্শিত হব . | ||
|- | |- | ||
− | | 02 | + | | 02:37 |
| অ্যাপ্লিকেশনটো খোলিবলৈ ইয়াত ক্লিক কৰক. | | অ্যাপ্লিকেশনটো খোলিবলৈ ইয়াত ক্লিক কৰক. | ||
|- | |- | ||
− | | 02 | + | | 02:40 |
| মেইল অ্যাকাউন্ট সেটআপ ডায়ালগ বক্স প্রর্দশিত হব | | মেইল অ্যাকাউন্ট সেটআপ ডায়ালগ বক্স প্রর্দশিত হব | ||
|- | |- | ||
− | | 02 | + | | 02:43 |
| উপৰৰ বাও ৰেড ক্রস বাটনত ক্লিক কৰি ইয়াক বন্ধ কৰা যাওক. | | উপৰৰ বাও ৰেড ক্রস বাটনত ক্লিক কৰি ইয়াক বন্ধ কৰা যাওক. | ||
|- | |- | ||
− | | 02 | + | | 02:49 |
| মোজিলা থান্ডাৰবার্ড অ্যাপ্লিকেশন প্রর্দশিত হব | | মোজিলা থান্ডাৰবার্ড অ্যাপ্লিকেশন প্রর্দশিত হব | ||
|- | |- | ||
− | | 02 | + | | 02:53 |
| প্রথমে, মোজিলা থান্ডাৰবার্ড ইন্টাৰফেসৰ সৈতে নিজকে পৰিচিত কৰা যাওক . | | প্রথমে, মোজিলা থান্ডাৰবার্ড ইন্টাৰফেসৰ সৈতে নিজকে পৰিচিত কৰা যাওক . | ||
|- | |- | ||
− | | 02 | + | | 02:59 |
| মোজিলা থান্ডাৰবার্ড ইন্টাৰফেসত বিভিন্ন বিকল্প সহ এটি প্রধান মেনু আছে. | | মোজিলা থান্ডাৰবার্ড ইন্টাৰফেসত বিভিন্ন বিকল্প সহ এটি প্রধান মেনু আছে. | ||
|- | |- | ||
− | | 03 | + | | 03:05 |
| ছৰ্ট কাট আইকনবোৰ মেনু বাৰৰ প্রধান মেনুৰ তলত উপলব্ধ. | | ছৰ্ট কাট আইকনবোৰ মেনু বাৰৰ প্রধান মেনুৰ তলত উপলব্ধ. | ||
|- | |- | ||
− | | 03 | + | | 03:11 |
| উদাহৰনস্ৱৰুপে, মেইল পোৱা, লিখা , আৰু এদ্ৰেছ বোকৰ বাবে শর্টকাট আইকনবোৰ আছে. | | উদাহৰনস্ৱৰুপে, মেইল পোৱা, লিখা , আৰু এদ্ৰেছ বোকৰ বাবে শর্টকাট আইকনবোৰ আছে. | ||
|- | |- | ||
− | | 03 | + | | 03:18 |
| থান্ডাৰবার্ড দুটি প্যানেলত ভাগ কৰা হৈছে . | | থান্ডাৰবার্ড দুটি প্যানেলত ভাগ কৰা হৈছে . | ||
|- | |- | ||
− | | 03 | + | | 03:21 |
| বাও প্যানেলে আপোনাৰ থান্ডাৰবার্ডত একাউন্টে ফোল্ডাৰ প্রদর্শন কৰে. | | বাও প্যানেলে আপোনাৰ থান্ডাৰবার্ডত একাউন্টে ফোল্ডাৰ প্রদর্শন কৰে. | ||
|- | |- | ||
− | | 03 | + | | 03:26 |
| আমি যিহেতু এটি মেইল একাউন্ট কনফিগাৰ কৰা নাই, এই প্যানেলে কোনো ফোল্ডাৰ প্রদর্শন নকৰে | | আমি যিহেতু এটি মেইল একাউন্ট কনফিগাৰ কৰা নাই, এই প্যানেলে কোনো ফোল্ডাৰ প্রদর্শন নকৰে | ||
|- | |- | ||
− | | 03 | + | | 03:33 |
| সো প্যানেল ইমেইল, একাউন্টস , উন্নত বৈশিষ্ট্যৰ বাবে বিকল্পৰে গঠিত. | | সো প্যানেল ইমেইল, একাউন্টস , উন্নত বৈশিষ্ট্যৰ বাবে বিকল্পৰে গঠিত. | ||
|- | |- | ||
− | | 03 | + | | 03:41 |
| এই টিউটোৰিয়েলৰ উদ্দেশ্যে বাবে, আমি ইতিমধ্যে | | এই টিউটোৰিয়েলৰ উদ্দেশ্যে বাবে, আমি ইতিমধ্যে | ||
|- | |- | ||
− | | 03 | + | | 03:44 |
| এই টিউটোৰিয়েলৰ উদ্দেশ্য বাবে দুটা ইমেলএকাউন্টস তৈয়াৰ কৰা হৈছে . এইবোৰ হল: | | এই টিউটোৰিয়েলৰ উদ্দেশ্য বাবে দুটা ইমেলএকাউন্টস তৈয়াৰ কৰা হৈছে . এইবোৰ হল: | ||
|- | |- | ||
− | | 03 | + | | 03:48 |
| STUSERONE@gmail.com | | STUSERONE@gmail.com | ||
STUSERTWO@yahoo.in | STUSERTWO@yahoo.in | ||
|- | |- | ||
− | | 03 | + | | 03:56 |
| আমি আপোনাক আপোনাৰ 2টা ইমেইল অ্যাকাউন্টৰ ব্যবহাৰ বাঞ্ছনীয় . | | আমি আপোনাক আপোনাৰ 2টা ইমেইল অ্যাকাউন্টৰ ব্যবহাৰ বাঞ্ছনীয় . | ||
|- | |- | ||
− | | 04 | + | | 04:02 |
| ই দুটি মেইল অ্যাকাউন্টত আমি POP 3 এ বিকল্পটিও সক্ষম কৰিছো. | | ই দুটি মেইল অ্যাকাউন্টত আমি POP 3 এ বিকল্পটিও সক্ষম কৰিছো. | ||
|- | |- | ||
− | | 04 | + | | 04:07 |
| আমি কিভাবে Gmail ত POP 3 সক্রিয়া কৰিছিলো ? | | আমি কিভাবে Gmail ত POP 3 সক্রিয়া কৰিছিলো ? | ||
|- | |- | ||
− | | 04 | + | | 04:11 |
| প্রথমে, জিমেইল একাউন্টলৈ লগইন কৰক . | | প্রথমে, জিমেইল একাউন্টলৈ লগইন কৰক . | ||
|- | |- | ||
− | | 04 | + | | 04:14 |
| নতুন ব্রাউজাৰ খুলক আৰু এড্রেস বাৰত টাইপ কৰক www.gmail.com . | | নতুন ব্রাউজাৰ খুলক আৰু এড্রেস বাৰত টাইপ কৰক www.gmail.com . | ||
|- | |- | ||
− | | 04 | + | | 04:21 |
| এতিয়া ইউজাৰ নেম STUSERONE এট জিমেইল ডট কম লিখক আৰু তাৰপিছত পাসওয়ার্ড. | | এতিয়া ইউজাৰ নেম STUSERONE এট জিমেইল ডট কম লিখক আৰু তাৰপিছত পাসওয়ার্ড. | ||
|- | |- | ||
− | | 04 | + | | 04:30 |
| জিমেইল উইন্ডোৰ উপৰৰ সো ফালে সেটিংস আইকনত ক্লিক কৰক. সেটিংস অপশনটিত ক্লিক কৰক. | | জিমেইল উইন্ডোৰ উপৰৰ সো ফালে সেটিংস আইকনত ক্লিক কৰক. সেটিংস অপশনটিত ক্লিক কৰক. | ||
|- | |- | ||
− | | 04 | + | | 04:40 |
| সেটিংস উইন্ডো প্রদর্শিত হব . ফয়ার্ড আৰু POP / IMAP ট্যাব ক্লিক কৰক. | | সেটিংস উইন্ডো প্রদর্শিত হব . ফয়ার্ড আৰু POP / IMAP ট্যাব ক্লিক কৰক. | ||
|- | |- | ||
− | | 04 | + | | 04:48 |
| পপ ডাউনলোডত , আমি ' সকলো মেইলৰ বাবে Enable POP নির্বাচন কৰিছো . | | পপ ডাউনলোডত , আমি ' সকলো মেইলৰ বাবে Enable POP নির্বাচন কৰিছো . | ||
|- | |- | ||
− | | 04 | + | | 04:53 |
| তাৰপিছত Save Changes ক্লিক কৰক. | | তাৰপিছত Save Changes ক্লিক কৰক. | ||
|- | |- | ||
− | | 04 | + | | 04:56 |
| জিমেইল উইন্ডো প্রদর্শিত হব . | | জিমেইল উইন্ডো প্রদর্শিত হব . | ||
|- | |- | ||
− | | 04 | + | | 04:58 |
| POP 3 এতিয়া Gmail ত সক্রিয় কৰা হয় ! | | POP 3 এতিয়া Gmail ত সক্রিয় কৰা হয় ! | ||
|- | |- | ||
− | | 05 | + | | 05:02 |
| জিমেইলৰ পৰা লগ আউট কৰো আৰু এই ব্রাউজাৰ বন্ধ কৰো. | | জিমেইলৰ পৰা লগ আউট কৰো আৰু এই ব্রাউজাৰ বন্ধ কৰো. | ||
|- | |- | ||
− | | 05 | + | | 05:08 |
| থান্ডাৰবার্ডত STUSERONE এট জিমেইল ডট কম একাউন্টটো কনফিগাৰ কৰা যাওক. | | থান্ডাৰবার্ডত STUSERONE এট জিমেইল ডট কম একাউন্টটো কনফিগাৰ কৰা যাওক. | ||
|- | |- | ||
− | | 05 | + | | 05:15 |
|থান্ডাৰবার্ডৰ দ্বাৰা জিমেইল অ্যাকাউন্টবোৰ স্বয়ংক্রিয়ভাবে কনফিগাৰ কৰা হয়. | |থান্ডাৰবার্ডৰ দ্বাৰা জিমেইল অ্যাকাউন্টবোৰ স্বয়ংক্রিয়ভাবে কনফিগাৰ কৰা হয়. | ||
|- | |- | ||
− | | 05 | + | | 05:19 |
| আমি পিছৰ টিউটোৰিয়েলত অন্যান্য ইমেইল একাউন্টৰ বাবে ম্যানুয়েল কনফিগাৰেশন শিকিম | | আমি পিছৰ টিউটোৰিয়েলত অন্যান্য ইমেইল একাউন্টৰ বাবে ম্যানুয়েল কনফিগাৰেশন শিকিম | ||
|- | |- | ||
− | | 05 | + | | 05:26 |
| প্রথমে, আপোনাৰ নেটওয়ার্ক সংযোগ সঠিকভাবে কনফিগাৰ কৰা নিশ্চিত কৰক. | | প্রথমে, আপোনাৰ নেটওয়ার্ক সংযোগ সঠিকভাবে কনফিগাৰ কৰা নিশ্চিত কৰক. | ||
|- | |- | ||
− | | 05 | + | | 05:31 |
| প্রধান মেনু পৰা, সম্পাদনা আৰু (Preferences)পছন্দসমূহ নির্বাচন কৰক. | | প্রধান মেনু পৰা, সম্পাদনা আৰু (Preferences)পছন্দসমূহ নির্বাচন কৰক. | ||
|- | |- | ||
− | | 05 | + | | 05:36 |
|থান্ডাৰবার্ড পছন্দসমূহ(Preferences) ডায়লগ বক্স প্রদর্শিত হয় . | |থান্ডাৰবার্ড পছন্দসমূহ(Preferences) ডায়লগ বক্স প্রদর্শিত হয় . | ||
|- | |- | ||
− | | 05 | + | | 05:39 |
| Advanced ত ক্লিক কৰক আৰু, নেটওয়ার্ক আৰু diskspace ট্যাব নির্বাচন কৰক আৰু সেটিংস ক্লিক কৰক. | | Advanced ত ক্লিক কৰক আৰু, নেটওয়ার্ক আৰু diskspace ট্যাব নির্বাচন কৰক আৰু সেটিংস ক্লিক কৰক. | ||
|- | |- | ||
− | | 05 | + | | 05:48 |
| কানেকশন সেটিংস ডায়লগ বাক্সত, ইউজ সিস্টেম প্রক্সি সেটিংস বিকল্প নির্বাচন কৰক. | | কানেকশন সেটিংস ডায়লগ বাক্সত, ইউজ সিস্টেম প্রক্সি সেটিংস বিকল্প নির্বাচন কৰক. | ||
|- | |- | ||
− | | 05 | + | | 05:56 |
| OK ক্লিক কৰক. ক্লোজ ক্লিক কৰক . | | OK ক্লিক কৰক. ক্লোজ ক্লিক কৰক . | ||
|- | |- | ||
− | | 06 | + | | 06:00 |
| এতিয়া, অ্যাকাউন্ট অপশনটি ব্যবহাৰ কৰি এটি নতুন অ্যাকাউন্ট তৈয়াৰ কৰা যাওক | | এতিয়া, অ্যাকাউন্ট অপশনটি ব্যবহাৰ কৰি এটি নতুন অ্যাকাউন্ট তৈয়াৰ কৰা যাওক | ||
|- | |- | ||
− | | 06 | + | | 06:05 |
| অ্যাকাউন্টৰ অধীনত থান্ডাৰবার্ডৰ সো পেনেলৰ পৰা, Create a New Account ক্লিক কৰক. | | অ্যাকাউন্টৰ অধীনত থান্ডাৰবার্ডৰ সো পেনেলৰ পৰা, Create a New Account ক্লিক কৰক. | ||
|- | |- | ||
− | | 06 | + | | 06:12 |
| মেইল অ্যাকাউন্ট সেটআপ ডায়ালগ বক্স প্রদর্শিত হব . | | মেইল অ্যাকাউন্ট সেটআপ ডায়ালগ বক্স প্রদর্শিত হব . | ||
|- | |- | ||
− | | 06 | + | | 06:17 |
| STUSERONE হিসাবে নাম লিখক. | | STUSERONE হিসাবে নাম লিখক. | ||
|- | |- | ||
− | | 06 | + | | 06:20 |
|STUSERONE এট জিমেইল ডট কম হিসাবে ইমেল ঠিকনা লিখক . | |STUSERONE এট জিমেইল ডট কম হিসাবে ইমেল ঠিকনা লিখক . | ||
Revision as of 17:36, 14 July 2014
Time | Narration |
00:00 | মোজিলা থান্ডাৰবার্ড পৰিচয়ৰ উপৰত এই টিউটোৰিয়েললৈ স্বাগতম |
00:04 | এই টিউটোৰিয়েলত আমি মোজিলা থান্ডাৰবার্ডৰ সম্পর্কে শিকিম আৰু |
00:09 | থান্ডাৰবার্ড ডাউনলোড, ইনস্টল আৰু আৰম্ভ কিভাবে কৰে শিকিম |
00:13 | আমি আৰু শিকিম কিভাবে : |
00:15 | নতুন ইমেল অ্যাকাউন্ট কনফিগাৰ কৰা বার্তা ডাউনলোড কৰা আৰু পঢ়া |
00:20 | ৰচনা আৰু মেইল বার্তা পঠোৱা থান্ডাৰবার্ডৰ পৰা লগ আউট কৰা |
00:26 | মোজিলা থান্ডাৰবার্ড,এটি সহজ ইমেইল ক্লায়েন্ট. |
00:29 | ই এটা ক্রস প্ল্যাটফর্ম সফ্টওয়্যাৰ হয় যি বিভিন্ন অপাৰেটিং সিস্টেমত ৰান কৰিব পাৰে. |
00:35 | ই আপোনাক ইমেইল বার্তাবোৰ ডাউনলোড কৰিব দিয়ে |
00:39 | আপোনাৰ অন্যান্য মেইল অ্যাকাউন্টৰ পৰা আপোনাৰ স্থানীয় কম্পিউটাৰলৈ . |
00:42 | ই আপোনাক একাধিক ইমেইল একাউন্ট পৰিচালনা কৰিব দিয়ে. |
00:47 | থান্ডাৰবার্ডত আৰু কিছু উন্নত বৈশিষ্ট্য আছে. |
00:50 | আপোনি জিমেইল , য়াহু আৰু ইউডোৰাৰ নিচিনা অন্যান্য মেইল অ্যাকাউন্টৰ পৰা মেইল ফোল্ডাৰ আৰু ঠিকনাৰ নিচিনা আপোনাৰ সমস্ত ইমেইল তথ্য আমদানি কৰিব পাৰি |
01:01 | আপোনি যদি POP 3 ব্যবহাৰ কৰে, আপোনি |
01:04 | সকলো POP 3 অ্যাকাউন্টবোৰ থান্ডাৰবার্ডত একক ইনবক্সত মিলাওক . |
01:09 | আপোনি এত্ৰিবিউট্চৰ দ্বাৰা বার্তাক গ্রুপ কৰিব পাৰে |
01:12 | তাৰিখ , প্রাইঅৰিটি , চেন্দাৰ বা এটি কাস্টম লেবেল . |
01:18 | ইয়াত আমি উবুন্টু 12.04 ত মোজিলা থান্ডাৰবার্ড 13.0.1 ব্যবহাৰ কৰিছো. |
01:26 | যদি মজিলা থান্ডাৰবার্ড আপোনাৰ কম্পিউটাৰত ইনস্টল হৈ থকা নাই , আপোনি উবুন্টু সফটওয়্যাৰ সেন্টাৰ ব্যবহাৰ কৰি ইয়াক ইনস্টল কৰিব পাৰে. |
01:33 | উবুন্টু সফটওয়্যাৰ সেন্টাৰৰ আৰু তথ্য জনিবৰ বাবে, অনুগ্রহ কৰি এই ওয়েবসাইট চাওক. |
01:40 | আপোনি মজিলা ওয়েবসাইটৰ পৰা ডাউনলোড অৰু থান্ডাৰবার্ড ইনস্টল কৰিবও পাৰে. |
01:46 | মোজিলা থান্ডাৰবার্ড |
01:48 | মাইক্রোসফট উইন্ডোজ 2000 বা পৰবর্তী সংস্কৰণ যেনে মাইক্রোসফট উইন্ডোজ এক্সপি বা মাইক্রোসফট উইন্ডোজ 7 টো পোৱা যায় . |
01:56 | এই সম্পর্কে অধিক বিবৰণৰ বাবে, অনুগ্রহ কৰি মোজিলা ওয়েবসাইট চাওক . |
02:02 | মোজিলা থান্ডাৰবার্ড ব্যবহাৰ কৰিবলৈ, আপোনাৰ উচৰত অন্তত দুটি বৈধ ইমেলৰ ঠিকনা থাকিব লাগিব . |
02:08 | আপনি নিশ্চিত কৰিব লাগিব যে POP 3 বিকল্প ইমেইল একাউন্টবোৰত সক্রিয় কৰা হৈছে |
02:15 | আৰু আপোনি ইন্টাৰনেটৰ সৈতে সংযুক্ত কৰাতো নিশ্চিত কৰিব লাগিব |
02:19 | থান্ডাৰবার্ড আৰম্ভ কৰা যাওক. |
02:22 | প্রথমে, আপোনাৰ কম্পিউটাৰ ডেস্কটপত উপৰৰ বাও কোণত থকা বৃত্তাকাৰ বোতামত থকা ড্যাশ হোমত , ক্লিক কৰক. |
02:29 | অনুসন্ধান বক্স প্রদর্শিত হব . |
02:31 | এতিয়া থান্ডাৰবার্ড টাইপ কৰক. থান্ডাৰর্ড আইকন প্রদর্শিত হব . |
02:37 | অ্যাপ্লিকেশনটো খোলিবলৈ ইয়াত ক্লিক কৰক. |
02:40 | মেইল অ্যাকাউন্ট সেটআপ ডায়ালগ বক্স প্রর্দশিত হব |
02:43 | উপৰৰ বাও ৰেড ক্রস বাটনত ক্লিক কৰি ইয়াক বন্ধ কৰা যাওক. |
02:49 | মোজিলা থান্ডাৰবার্ড অ্যাপ্লিকেশন প্রর্দশিত হব |
02:53 | প্রথমে, মোজিলা থান্ডাৰবার্ড ইন্টাৰফেসৰ সৈতে নিজকে পৰিচিত কৰা যাওক . |
02:59 | মোজিলা থান্ডাৰবার্ড ইন্টাৰফেসত বিভিন্ন বিকল্প সহ এটি প্রধান মেনু আছে. |
03:05 | ছৰ্ট কাট আইকনবোৰ মেনু বাৰৰ প্রধান মেনুৰ তলত উপলব্ধ. |
03:11 | উদাহৰনস্ৱৰুপে, মেইল পোৱা, লিখা , আৰু এদ্ৰেছ বোকৰ বাবে শর্টকাট আইকনবোৰ আছে. |
03:18 | থান্ডাৰবার্ড দুটি প্যানেলত ভাগ কৰা হৈছে . |
03:21 | বাও প্যানেলে আপোনাৰ থান্ডাৰবার্ডত একাউন্টে ফোল্ডাৰ প্রদর্শন কৰে. |
03:26 | আমি যিহেতু এটি মেইল একাউন্ট কনফিগাৰ কৰা নাই, এই প্যানেলে কোনো ফোল্ডাৰ প্রদর্শন নকৰে |
03:33 | সো প্যানেল ইমেইল, একাউন্টস , উন্নত বৈশিষ্ট্যৰ বাবে বিকল্পৰে গঠিত. |
03:41 | এই টিউটোৰিয়েলৰ উদ্দেশ্যে বাবে, আমি ইতিমধ্যে |
03:44 | এই টিউটোৰিয়েলৰ উদ্দেশ্য বাবে দুটা ইমেলএকাউন্টস তৈয়াৰ কৰা হৈছে . এইবোৰ হল: |
03:48 | STUSERONE@gmail.com
STUSERTWO@yahoo.in |
03:56 | আমি আপোনাক আপোনাৰ 2টা ইমেইল অ্যাকাউন্টৰ ব্যবহাৰ বাঞ্ছনীয় . |
04:02 | ই দুটি মেইল অ্যাকাউন্টত আমি POP 3 এ বিকল্পটিও সক্ষম কৰিছো. |
04:07 | আমি কিভাবে Gmail ত POP 3 সক্রিয়া কৰিছিলো ? |
04:11 | প্রথমে, জিমেইল একাউন্টলৈ লগইন কৰক . |
04:14 | নতুন ব্রাউজাৰ খুলক আৰু এড্রেস বাৰত টাইপ কৰক www.gmail.com . |
04:21 | এতিয়া ইউজাৰ নেম STUSERONE এট জিমেইল ডট কম লিখক আৰু তাৰপিছত পাসওয়ার্ড. |
04:30 | জিমেইল উইন্ডোৰ উপৰৰ সো ফালে সেটিংস আইকনত ক্লিক কৰক. সেটিংস অপশনটিত ক্লিক কৰক. |
04:40 | সেটিংস উইন্ডো প্রদর্শিত হব . ফয়ার্ড আৰু POP / IMAP ট্যাব ক্লিক কৰক. |
04:48 | পপ ডাউনলোডত , আমি ' সকলো মেইলৰ বাবে Enable POP নির্বাচন কৰিছো . |
04:53 | তাৰপিছত Save Changes ক্লিক কৰক. |
04:56 | জিমেইল উইন্ডো প্রদর্শিত হব . |
04:58 | POP 3 এতিয়া Gmail ত সক্রিয় কৰা হয় ! |
05:02 | জিমেইলৰ পৰা লগ আউট কৰো আৰু এই ব্রাউজাৰ বন্ধ কৰো. |
05:08 | থান্ডাৰবার্ডত STUSERONE এট জিমেইল ডট কম একাউন্টটো কনফিগাৰ কৰা যাওক. |
05:15 | থান্ডাৰবার্ডৰ দ্বাৰা জিমেইল অ্যাকাউন্টবোৰ স্বয়ংক্রিয়ভাবে কনফিগাৰ কৰা হয়. |
05:19 | আমি পিছৰ টিউটোৰিয়েলত অন্যান্য ইমেইল একাউন্টৰ বাবে ম্যানুয়েল কনফিগাৰেশন শিকিম |
05:26 | প্রথমে, আপোনাৰ নেটওয়ার্ক সংযোগ সঠিকভাবে কনফিগাৰ কৰা নিশ্চিত কৰক. |
05:31 | প্রধান মেনু পৰা, সম্পাদনা আৰু (Preferences)পছন্দসমূহ নির্বাচন কৰক. |
05:36 | থান্ডাৰবার্ড পছন্দসমূহ(Preferences) ডায়লগ বক্স প্রদর্শিত হয় . |
05:39 | Advanced ত ক্লিক কৰক আৰু, নেটওয়ার্ক আৰু diskspace ট্যাব নির্বাচন কৰক আৰু সেটিংস ক্লিক কৰক. |
05:48 | কানেকশন সেটিংস ডায়লগ বাক্সত, ইউজ সিস্টেম প্রক্সি সেটিংস বিকল্প নির্বাচন কৰক. |
05:56 | OK ক্লিক কৰক. ক্লোজ ক্লিক কৰক . |
06:00 | এতিয়া, অ্যাকাউন্ট অপশনটি ব্যবহাৰ কৰি এটি নতুন অ্যাকাউন্ট তৈয়াৰ কৰা যাওক |
06:05 | অ্যাকাউন্টৰ অধীনত থান্ডাৰবার্ডৰ সো পেনেলৰ পৰা, Create a New Account ক্লিক কৰক. |
06:12 | মেইল অ্যাকাউন্ট সেটআপ ডায়ালগ বক্স প্রদর্শিত হব . |
06:17 | STUSERONE হিসাবে নাম লিখক. |
06:20 | STUSERONE এট জিমেইল ডট কম হিসাবে ইমেল ঠিকনা লিখক . |
06.27 | আৰু অবশেষত, জিমেইল অ্যাকাউন্টৰ পাসওয়ার্ড লিখক. |
06.32 | পিছত Continueত ক্লিক কৰক |
06.36 | মোজিলা আইএসপি ডাটাবেসত পোৱা বাৰ্তা কনফিগাৰেশন প্রদর্শিত হয় . |
06.42 | পৰবর্তী নির্বাচন কৰক POP 3 . |
06.46 | কেতিয়াবা এটা এৰৰ বার্তা , |
06.49 | থান্ডাৰবার্ড, সেটিংস পোৱাত অসফলতা, প্রদর্শন হব পাৰে |
06.53 | ই কয় যে থান্ডাৰবার্ডে স্বয়ংক্রিয়ভাবে জিমেইল সেটিংস কনফিগাৰ কৰিবলৈ সক্ষম নহয়. |
06.59 | এই ক্ষেত্রত, আপোনি নিজেই সেটিংস কনফিগাৰ কৰা আবশ্যক. |
07.04 | এতিয়া, ম্যানুয়েল কনফিগ বাটনত ক্লিক কৰক |
07.08 | জিমেইলৰ বাবে কনফিগাৰেশন সেটিংস প্রদর্শন কৰা হয়. |
07.12 | যিহেতু থান্ডাৰবার্ডে ইতিমধ্যে জিমেইল সেটিংস সঠিকভাবে কনফিগাৰ কৰিছে, আমি সিহতক পৰিবর্তন নকৰো. |
07.19 | এই ভিডিওটি ৰখাওক আৰু এই সেটিংসৰ এটি নোট কৰক |
07.24 | নিজেই জিমেইল কনফিগাৰ কৰিবলৈ আপোনি সম্বন্ধিত ক্ষেত্রত এই সেটিংসবোৰ উল্লেখ কৰা আবশ্যক. |
07.30 | যেতিয়া সেটিংস বোৰ মেনোয়েলি কনফিগাৰ কৰা হয়, Create Account বাটনটো সক্রিয় কৰা হয়. |
07.36 | এই টিউটোৰিয়েলত , থান্ডাৰবার্ডে জিমেইল সঠিকভাবে কনফিগাৰ কৰিছে. |
07.41 | সেয়ে ক্ৰিয়েট একাউন্ট ক্লিক কৰো. |
07.44 | এইটোৱে আপোনাৰ ইন্টাৰনেটৰ গতিৰ উপৰত নির্ভৰ কৰি অলপ সময় লব পাৰে . |
07.52 | জিমেইল একাউন্ট তৈয়াৰ কৰা হল আৰু সো প্যানেল প্রদর্শিত হয়. |
07.56 | মন কৰক, বাও প্যানেলে এতিয়া STUSERONE এট জিমেইল ডট কম ইমেইল আইডি প্রদর্শন কৰে . |
08.04 | এই জিমেইল অ্যাকাউন্টৰ অধীনত, বিভিন্ন মেইল ফোল্ডাৰ প্রদর্শন কৰা হয়. |
08.09 | এতিয়া, বাও প্যানেলৰ পৰা, জিমেইল অ্যাকাউন্টৰ অধীনত , Inbox ক্লিক কৰক .গেত মেইল আইকনটো ক্লিক কৰক. |
08.18 | থান্ডাৰবার্ড উইন্ডোৰ তলত থকা স্ট্যাটাস বাৰ মন কৰক . |
08.22 | ই ডাউনলোড হোৱা বার্তাবোৰ প্রদর্শন কৰ হয়. |
08.27 | জিমেইল অ্যাকাউন্ট STUSERONE এট জিমেইল ডট কম ৰ পৰা সকলো ইমেইল মেসেজবোৰ এতিয়া ইনবক্সত ডাউনলোড কৰা হয়. |
08.36 | ইনবক্স ক্লিক কৰক আৰু এটি বার্তা নির্বাচন কৰক. |
08.39 | বার্তা তলৰ প্যানেলত প্রদর্শন কৰা হয় . |
08.43 | বার্তা ত ডাবল ক্লিক কৰা যাওক. |
08.46 | ই এটা নতুন ট্যাব খুলে . |
08.49 | ট্যাবৰ উপৰৰ সো ফালে , এক্স আইকনৰ উপৰত ক্লিক কৰি , এই ট্যাবটি বন্ধ কৰক. |
08.55 | এটি বার্তা কম্পোজ কৰো আৰু STUSERTWO এট ইয়াহু ডট ইন একাউন্টলৈ পঠোৱা যাওক |
09.03 | মেইল টুলবাৰ পৰা, ৰাইট ক্লিক কৰক. |
09.07 | ৰাইট ডায়লগ বক্স প্রদর্শিত হব. |
09.10 | ফ্ৰম ফিল্দে আপনাৰ নাম আৰু জিমেইল আইডি প্রদর্শন কৰে. |
09.14 | টু ফিল্দত STUSERTWO এট ইয়াহু ডট ইন লিখক |
09.20 | হাই বোলি টেক্সট টাইপ কৰা যাওক! মেইলৰ বদিত এতিয়া থান্ডাৰবার্ডত মোৰ এটা ইমেইল একাউন্ট আছে. |
09.29 | এতিয়া টেক্সট নির্বাচন কৰো আৰু ফন্টৰ মাপ বৃদ্ধি কৰো . |
09.33 | এতিয়া, বৃহত্ত ফন্টৰ আকাৰ Icon ক্লিক কৰক.ফন্টৰ মাপ বৃদ্ধি পায়. |
09.40 | টেক্সট ৰ ৰং পৰিবর্তন কৰিবলৈ প্রথমে তাক নির্বাচন কৰক আৰু টেক্সট আইকনৰ বাবে ক্লিক কৰক ছোজ কালাৰ. |
09.47 | টেক্সট ৰং ডায়লগ বক্স প্রদর্শিত হয়. ৰেদ ক্লিক কৰো আৰু ওকেত ক্লিক কৰো. |
09.55 | টেক্সট ৰ ৰং পৰিবর্তন হৈছে. |
09.58 | এতিয়া এটি স্মাইলি সন্নিবেশ কৰা যাওক. Insert a Smiley face icon ত ক্লিক কৰক! . |
10.04 | স্মাইলি তালিকাৰ পৰা, স্মাইল ক্লিক কৰক. এটা স্মাইলি ভৰোৱা হৈছে . |
10.11 | আপোনি আপোনাৰ মেইলত বানান চেক কৰিবও পাৰে. |
10.15 | have বানানটি heve লৈ পৰিবর্তন কৰা যাওক. |
10.20 | স্পেলিঙ ক্লিক কৰক আৰু English US নির্বাচন কৰক |
10.24 | চেক বানান ডায়লগ বক্স প্রদর্শিত হয়, ভোল বানানটো হাইলাইট কৰে. |
10.30 | ই সঠিক বানান প্রদর্শন কৰে. Replace ক্লিক কৰক. প্রস্থান কৰিবলৈ ক্লোজ ক্লিক কৰক. |
10.38 | বানান পছন্দ সেট কৰিবলৈ, প্রধান মেনুৰ পৰা, সম্পাদনা আৰু পছন্দসমূহত (Preferences) ক্লিক কৰক. |
10.44 | Preferences.dialog বক্সৰ পৰা Composition ক্লিক কৰক. |
10.48 | আপোনি তেনেহলে আপোনাক লগা অপশনবোৰ ছেক কৰক . ক্লোজ ক্লিক কৰক |
10.54 | এতিয়া মেইল পঠাবলৈ, কেবল চেন্দ বাটনত ক্লিক কৰক. |
10.59 | এটা Subject Reminder বস্তু ডায়লগ বক্স প্রদর্শিত হয়. |
11.03 | ইয়াৰ কাৰন হল যে এই মেইলৰ বাবে আমি এটা বিষয় এন্টাৰ কৰা নাচিলো. |
11.07 | এটা চাবজেক্ট লাইন নোহোৱাকে মেইল পঠাবলৈ, আপোনি Send Without Subject ত ক্লিক কৰিব পাৰে |
11.13 | Cancel Sending ক্লিক কৰক . |
11.16 | এতিয়া, বিষয় ক্ষেত্রত , থান্ডাৰবার্ডৰ পৰা আমি My First Email টাইপ কৰিম. |
11.21 | Send ক্লিক কৰক. আপোনাৰ ইমেইল পঠোৱা হৈছে . ইয়াক চোৱা যাওক. |
11.29 | আমি STUSERTWO@yahoo.in একাউন্ট খুলিব লাগিব আৰু ইনবক্স চেক কৰো . |
11.37 | সেয়ে ইয়াহু লগইন কৰা যাওক |
11.47 | ইয়াহু লগইন পৃষ্ঠাযত , ইয়াহু আইডি STUSERTWO টাইপ কৰক. আপোনাৰ পাসওয়ার্ড টাইপ কৰক. |
11.56 | ইনবক্স ক্লিক কৰক. ইনবক্সে জিমেইল একাউন্টৰ পৰা মেইল পোৱা দেখায় ! |
12.03 | এইটোক খুলিবলৈ মেইলত ক্লিক কৰক. |
12.05 | আপোনি Reply বাটন ব্যবহাৰ কৰি মেইলৰ উত্তৰ দিব পাৰি , কিন্তু ইয়াত এটি নতুন মেইল কম্পোজ কৰো . |
12.13 | Composeত ক্লিক কৰা যাওক |
12.16 | To field ত, STUSERONE এট জিমেইল ডট কম ঠিকানাটো লিখক |
12.23 | বিষয় ক্ষেত্রত, অভিনন্দন লিখক ! |
12.27 | আপোনি মেইলত এটি নতুন অ্যাকাউন্ট পোৱা দেখি ভাল লাগিছে |
12.32 | Send বাটন ক্লিক কৰক আৰু ইয়াহু পৰা লগ আউট কৰক . |
12.37 | এই ব্রাউজাৰ বন্ধ কৰো. |
12.39 | এতিয়া থান্ডাৰবার্ড পৰীক্ষা কৰা যাওক. |
12.42 | Get Mail ক্লিক কৰক আৰু Get All New Messagesত ক্লিক কৰক. |
12.48 | বাও প্যানেলৰ পৰা, আপোনাৰ Gmail একাউন্ট আইডি অধীনত, ইনবক্স ক্লিক কৰক. |
12.53 | ইয়াহু একাউন্টৰ পৰা পঠোৱা নতুন বার্তা ইনবক্সত প্রদর্শন কৰা হয় . |
12.58 | মেইলৰ বিষয়বস্তু তলৰ প্যানেলত প্রদর্শিত হয়. |
13.03 | আপোনি উত্তৰ বাটন ব্যবহাৰ কৰি, এই মেইলটোলৈ উত্তৰ দিব পাৰে . |
13.07 | আমি থান্ডাৰবার্ড ব্যবহাৰ কৰি ইমেইল মেসেজ সফলভাবে sent, received আৰু viewed কৰিছো |
13.14 | থান্ডাৰবার্ড পৰা লগ আউট কৰিবলৈ, প্রধান মেনু পৰা , ফাইল ক্লিক কৰক আৰু প্রস্থান কৰক . |
13.19 | আপোনি মজিলা থান্ডাৰবার্ডৰ পৰা প্ৰস্থান কৰিব. |
13.22 | এই থান্ডাৰবার্ড টিউটোৰিয়েলৰ শেষলৈ আহিলো. |
13.26 | এই টিউটোৰিয়েলত আমি মোজিলা থান্ডাৰবার্ডৰ বিষয়ে শিকিলো আৰু থান্ডাৰবার্ড ডাউনলোড, ইনস্টল আৰু আৰম্ভ কৰা সম্পর্কে শিকিলো . |
13.35 | আমি আৰু শিকিলো কিভাবে : |
13.37 | নতুন ইমেল অ্যাকাউন্ট কনফিগাৰ কৰে,
কম্পোজ আৰু মেইল বার্তা পঠোৱা, বার্তা পোৱা আৰু পড়া , থান্ডাৰবার্ডৰ লগ আউটকৰা. |
13.46 | ইয়াতে আপোনাৰ বাবে এটি নিয়োগ আছে. |
13.49 | মোজিলা থান্ডাৰবার্ড আবেদনপত্র ডাউনলোড কৰক |
13.52 | ইনস্টল কৰক আৰু আৰম্ভ কৰক . |
13.54 | থান্ডাৰবার্ডত এটি ইমেইল অ্যাকাউন্ট কনফিগাৰ কৰক' |
13.58 | এই অ্যাকাউন্ট ব্যবহাৰ কৰি মেইল পঠোৱা আৰু পোৱা. চোৱা কি ঘটে |
14.06 | স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
14.09 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
14.12 | যদি আপোনাৰ ব্যান্ডউইডথভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
14.16 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
14.18 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
14.22 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
14.26 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
14.32 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
14.36 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
14.44 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
14.55 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |