Difference between revisions of "PERL/C2/Data-Structures/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 12: Line 12:
 
|-
 
|-
 
| 00.11
 
| 00.11
| ইয়াত আমি '' ' উবুন্টু Linux12.04 ' '' 'অপাৰেটিং সিস্টেম আৰু পার্ল 5.14.2 '''  ব্যবহাৰ কৰিছো
+
| ইয়াত আমি '' ' উবুন্টু Linux12.04 ' '' 'অপাৰেটিং সিস্টেম আৰু পার্ল 5.14.2 '''  ব্যবহাৰ কৰিছো 
 
+
 
|-
 
|-
 
| 00.18
 
| 00.18
 
| আমি ' '' gedit ' টেক্সট এডিটৰ ''ও ব্যবহাৰ কৰিম.
 
| আমি ' '' gedit ' টেক্সট এডিটৰ ''ও ব্যবহাৰ কৰিম.
 
 
 
|-
 
|-
 
| 00.22
 
| 00.22
Line 27: Line 25:
 
| 00.29
 
| 00.29
 
| ''' comments, loops''' আৰু '''conditional statements'''ৰ  জ্ঞান থকা এটা অতিৰিক্ত সুবিধা হয়.
 
| ''' comments, loops''' আৰু '''conditional statements'''ৰ  জ্ঞান থকা এটা অতিৰিক্ত সুবিধা হয়.
 
 
|-
 
|-
 
| 00.36
 
| 00.36
Line 39: Line 36:
 
| 00.44
 
| 00.44
 
|  ''Scalar'''
 
|  ''Scalar'''
 
 
 
 
|-
 
|-
 
| 00.45
 
| 00.45
 
| '''Array'''
 
| '''Array'''
 
 
 
 
|-
 
|-
 
| 00.46
 
| 00.46
Line 52: Line 45:
 
| 00.50
 
| 00.50
 
| '''Scalar:''' এই ধৰনৰ  ' ডাটা স্ট্রাকচাৰ ' যিকোনো ' ডাটা টাইপ ''ৰ এটি মান ধৰি ৰাখে  
 
| '''Scalar:''' এই ধৰনৰ  ' ডাটা স্ট্রাকচাৰ ' যিকোনো ' ডাটা টাইপ ''ৰ এটি মান ধৰি ৰাখে  
 
 
 
|-
 
|-
 
| 00.56
 
| 00.56
 
| '' ' ডাটা টাইপ ''' ' স্ট্রিং , সংখ্যা, ডবল ''' ইত্যাদি '' হব পাৰে  
 
| '' ' ডাটা টাইপ ''' ' স্ট্রিং , সংখ্যা, ডবল ''' ইত্যাদি '' হব পাৰে  
 
 
 
|-
 
|-
 
| 01.01
 
| 01.01
Line 238: Line 228:
 
| 05.08
 
| 05.08
 
|''  Hashক বিকল্প হিচাবে Associative array বোলি কোৱা হয়
 
|''  Hashক বিকল্প হিচাবে Associative array বোলি কোৱা হয়
 
 
 
|-
 
|-
 
| 05.12
 
| 05.12
Line 265: Line 253:
 
| 05.36
 
| 05.36
 
|percentage variable name space equal to space open bracket
 
|percentage variable name space equal to space open bracket
 
  
 
|-
 
|-
Line 273: Line 260:
 
| 05.42
 
| 05.42
 
|'' single quote key Name single quote space equal to greater than sign space Value comma
 
|'' single quote key Name single quote space equal to greater than sign space Value comma
 
 
 
 
 
 
|-
 
|-
Line 282: Line 268:
 
| 05.52
 
| 05.52
 
|' single quote key Name single quote space equal to greater than sign space Value
 
|' single quote key Name single quote space equal to greater than sign space Value
 
  
 
|-
 
|-
Line 356: Line 341:
 
| 07.09
 
| 07.09
 
|' scalar  
 
|' scalar  
 
 
 
 
 
 
|-
 
|-
 
| 07.10
 
| 07.10
 
|'' Array আৰু
 
|'' Array আৰু
 
 
 
 
 
 
|-
 
|-

Revision as of 19:59, 29 June 2014

Visual Cue
Narration
00.00 ' পার্লত Data Structures'ৰ ( ডেটা স্ট্ৰাকছাৰ) স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম
00.05 এই টিউটোৰিয়েলত , আমি পার্লত উপলব্ধ Data Structuresৰ বিষয়ে শিকিম
00.11 ইয়াত আমি ' উবুন্টু Linux12.04 ' 'অপাৰেটিং সিস্টেম আৰু পার্ল 5.14.2   ব্যবহাৰ কৰিছো 
00.18 আমি ' gedit ' টেক্সট এডিটৰ ও ব্যবহাৰ কৰিম.
00.22 আপোনি আপোনাৰ পছন্দ মতে যিকোনো টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰিব.
00.25 আপোনাৰ  ' পার্লত ' ভেৰিয়েবলৰ মৌলিক জ্ঞান থাকিব লাগিব
00.29 comments, loops আৰু conditional statementsৰ  জ্ঞান থকা এটা অতিৰিক্ত সুবিধা হয়.
00.36 অনুগ্ৰগ কৰি ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল চাই লব.
00.41 ' পার্লত 3 ধৰনৰ ' ডাটা স্ট্রাকচাৰ  আছে

 

00.44   Scalar'
00.45 Array
00.46 Hash' যাক  Associative Array বোলিও কোৱা হয়
00.50 Scalar: এই ধৰনৰ  ' ডাটা স্ট্রাকচাৰ ' যিকোনো ' ডাটা টাইপ ৰ এটি মান ধৰি ৰাখে
00.56 ' ডাটা টাইপ ' স্ট্রিং , সংখ্যা, ডবল ইত্যাদি হব পাৰে
01.01 ই এটা ' অ্যাৰে বা এটা হ্যাশ ৰ লৈকে ৰেফাৰেন্স ধৰি ৰাখিব পাৰে
01.06 থেকে ' মন কৰক পার্লত " থকা ৰেফাৰেন্স ' ' পৰবর্তী টিউটোৰিয়েলত আবৰণ কৰা হব.
01.11 স্কালাৰ নিচিনা ডাটা স্ট্রাকচাৰ ভেৰিয়েবলক ঘোষনা কৰা নিচিনা একেই
01.16 $count = 12 semicolon
01.20 $string = একক উদ্ধৃতিত 'I am scalar of type string' সেমিকোলন .

 

01.26 আমি ' স্কালাৰত 'নিম্নলিখিত অপাৰেশন সম্পাদন কৰিব পাৰো

 

01.30 ইয়ালৈ এটি মান ধার্য কৰক

 

01.32 এটা  স্কালাৰক'  অন্য এটালৈ ধার্য কৰক

 

01.35 ' নম্বৰত Arithmetic operations scalarবোৰ যেনে add, subtract  ইত্যাদি
01.41 স্ট্রিং স্কালাৰত স্ট্রিং অপাৰেশন যেনে concatenation, substr  ইত্যাদি
01.48 এতিয়া আমি  "স্কালাৰ ডাটা স্ট্রাকচাৰ ৰ এটি উদাহৰণ চাও
01.52 টার্মিনাললৈ যাওক আৰু টাইপ কৰক gedit scalars dot pl স্পেস &  আৰু এন্টাৰ টিপক
02.01 ই ' scalars ডট PL ফাইল geditত খোলে'

 

02.05 পর্দাত প্রদর্শিত হোৱাৰ দৰে নিম্নলিখিত কোড টাইপ কৰক.

 

02.09 এইট স্কালৰলৈ declaration আৰু assignment হয় 
02.13 এইবোৰ কিছো গাণিতিক অপাৰেশন  হয় যি  নম্বৰৰ উপৰত সম্পাদনা কৰিব পাৰি যি স্কালাৰ এটা ধৰন হয়
02.19 এইবোৰ কিছো স্ট্রিং অপাৰেশন  হয় যি  স্ট্রিংৰ উপৰত সম্পাদনা কৰিব পাৰি যি স্কালাৰ এটা ধৰন হয় 
02.25 substr এটা PERL ফাংশন হয় যি আউটপুট হিসাবে ' ' স্ট্রিং ৰ অংশ প্রদান কৰে 
02.30 ইয়াত  ' সূচক 0 এটি স্ট্রিংৰ ' , আৰম্ভ নির্ধাৰণ কৰে অর্থাত্ আমি যৰ পৰা স্ট্রিং নিষ্কাশন (extraction) কৰা আৰম্ভ কৰিব পাৰো
02.39 আৰু 11য়ে অফসেট উল্লেখ কৰে যৰলৈকে আমি  ' স্ট্রিং ' আউটপুটত বিছাৰো

 

02.46   ফাইলটি সংৰক্ষণ কৰিবলৈ  ctrl + s প্রেস কৰক'
02.50 তাৰপিছত টার্মিনাললৈ যাওক আৰু ' পার্ল স্ক্রিপ্টক '
02.55 perl scalars dot pl'  হিসাবে প্ৰৰ্দশন কৰক আৰু এন্টাৰ টিপক
03.00 টার্মিনালেত হাইলাইট হিসাবে থকাটো আউটপুট হয়
03.05 এতিয়া, আমি পার্লত array data structure চাও

 

03.09 Array :' উপাদানবোৰৰ এটা তালিকা হয়

 

03.12 উপাদানসমূহ 'স্ট্রিং, সংখ্যা' ইত্যাদি হব পাৰে

 

03.16 ইয়াত এটা index আছে যি 'অ্যাৰেত বিভিন্ন অপাৰেশন সম্পাদন কৰিবলৈ ব্যবহাৰ কৰা হয়
03.22 Index ' শূন্যৰে আৰম্ভ হয়.

 

03.25 অন্যান্য প্রোগ্রামিং ভাষাৰ নিচিনা, পার্লত এইটোক ব্যবহাৰ কৰাৰ পূর্বে, এটা অ্যাৰে বা তাৰ দৈর্ঘ্য ঘোষণা কৰাৰ কোনো প্রয়োজন নাই.

 

03.33 Perl array ('পার্ল অ্যাৰে')য়ে, ইয়াৰ পৰা উপাদানবোৰ অতৰুৱা বা যোগ কৰাৰ অনুযায়ী কম বা ব্ৃদ্ধী কৰে

 

03.39 এটা অ্যাৰে লিখিবলৈ চিনটেক্চ হৈছে;

 

03.41 at the rate variableName space equal to space খোলা বন্ধনী উপাদানবোৰৰ তালিকা কমাৰে পৃথক কৰি বন্ধ বন্ধনী সেমিকোলন
03.54 এতিয়া array data structureঅৰ এটা উদাহৰণ চাও

 

03.57 'টার্মিনেললৈ যাওক আৰু gedit perlArray dot pl space & আৰু এন্টাৰ টিপক

 

04.08 এইটোৱে 'perlArray dot PL' ফাইলটো 'gedit'ত  খুলে.

 

04.12 পর্দাত প্রদর্শিত হোৱাৰ নিচিনা নিম্নলিখিত কোড টাইপ কৰক.

 

04.18 এই'টো number array হয় যত number type (ধৰনৰ) উপাদান  বোৰ আছে

 

04.23 এই'টো string array হয় যত string টাইপ উপাদানবোৰ আছে
04.29 এইটো 'অ্যাৰেত' দুয়ুটা উপাদান number  আৰু string টাইপ আছে.

 

04.34 এই উদাহৰনে পার্লত বিভিন্ন ধৰনৰ 'অ্যাৰে'দেখোৱায়.
04.39 এইধৰনে যি আমি' 'পার্লত 'অ্যাৰেক প্রিন্ট কৰিব পাৰো
04.43 ফাইলটি সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক

 

04.47 তাৰপিছত টার্মিনাললৈ যাওক আৰু Perl script ক এনেধৰনে দেখোৱাওক
04.52 perl perlArray dot pl আৰু এন্টাৰ টিপক

 

04.59 এইয়া আউটপুট টার্মিনালত প্রদর্শিত হয়
05.04 এতিয়া, আমি  পার্লত Hash data structure চাও
05.08   Hashক বিকল্প হিচাবে Associative array বোলি কোৱা হয়
05.12 এইটো Key Value pair data structure হয়

 

05.15 ' hashত Key  অতুলনিয় হয় .
05.18 নীচে যদি একেই key যোগ কৰা হয় ,তেনেহলে সেই keyৰ মান keyটোলৈ সর্বশেষ নির্ধাৰিত হোৱাৰ মানৰ দ্ৱাৰা ' বাতিল  (overridde) কৰা হব
05.28 Value ' ডুপ্লিকেট হব পাৰে.

 

05.30 এটি কোনো 'ডাটা টাইপৰ' মান 'ধৰি ৰাখে
05.34 hash এৰ সিনটেক্চ হয়;
05.36 percentage variable name space equal to space open bracket
05.41 এন্টাৰ টিপক
05.42 single quote key Name single quote space equal to greater than sign space Value comma

 

05.50 এন্টাৰ টিপক

 

05.52 ' single quote key Name single quote space equal to greater than sign space Value
05.58 এন্টাৰ টিপক

 

06.00 বন্ধ বন্ধনী সেমিকোলন
06.03 এতিয়া আমি 'hash data structureৰ এটা উদাহৰণ চাও.

 

06.07 টার্মিনাললৈ যাও আৰু টাইপ কৰক
06.10 gedit perlHash dot pl space & এন্টাৰ টিপক
06.18 এইটোৱে perlHash dot pl ফাইলটো 'geditত খুলে
06.22 পর্দাযত প্রদর্শিত হোৱাৰ দৰে নিম্নলিখিত কোড টাইপ কৰক.
06.27 এই 'হ্যাশ'এ এটা বিষয়ত প্রাপ্ত মাৰ্কস নির্দেশ কৰে.

 

06.31 এই উদাহৰনটোৱে 'হ্যাশ'ৰ ব্যবহাৰ দেখোৱায়.
06.35 এতোয়া চাও আমি 'হ্যাশ'ৰ প্রিন্ট কিভাবে কৰে

 

06.38 এতিয়াৰ বাবে, মাত্ৰ,মই 'হ্যাশ প্ৰীন্ট কৰা পথটো মন কৰক
06.42 বিস্তাৰিত ব্যাখ্যা পৰবর্তী টিউটোৰিয়ালত দেখোৱা হব.
06.47 ফাইলটি সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক
06.50 তাৰপিছত টার্মিনাললৈ যাওক আৰু Perl script (পার্ল স্ক্রিপ্ট) এনেধৰনে প্ৰৰ্দশন কৰক
06.55 perl perlHash dot pl আৰুএন্টাৰ টিপক
07.01 নিম্নলিখিত আউটপুট টার্মিনালত প্রদর্শিত হয়
07.05 সংক্ষেপ কৰা যাওক .

 

07.06 এই টিউটোৰিয়েলত, আমি শিকিছো -

 

07.09 ' scalar

 

07.10 Array আৰু

 

07.11 ' Perlত Hash Data Structure
07.13 নমুনা প্রোগ্রাম ব্যবহাৰ কৰি.

 

07.15 আপোনাৰ বাবে নিয়োগ এটা-
07.17 scalar variable ঘোষণা কৰক
07.19 এইটোক type float ৰ মান ধার্য কৰক আৰু তাৰপিছত এইটোক প্ৰীন্ট কৰক
07.23 Red', 'Yellow' আৰু 'Green' ৰঙৰ অ্যাৰেক ঘোষণা আৰু প্ৰীন্ট কৰক

 

07.28 Employee নাম আৰু তাৰ বিভাগ থকা hash এটাক ঘোষনা আৰু প্ৰীন্ট কৰক 
07.33 Hint: 'Employee' =>(equal to greater than sign) 'John' comma
07.38 'Department' =>(equal to greater than sign) 'Engineering'
07.42 এই লিন্কত উপলব্ধ ভিদিওটো চাওক

 

07.46 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
07.49 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।

 

07.53 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।

 

07.59 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
08.03 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।

 

08.10 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।

 

08.15 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়

 

08.22 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08.33 আশা কৰিছো আপোনি এই পার্ল টিউটোৰিয়াল ভুক্ত কৰিছে

 

08.35 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .

 

08.38 যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble