Difference between revisions of "KTouch/S1/Configuring-Settings/Assamese"
From Script | Spoken-Tutorial
Line 3: | Line 3: | ||
!Narration | !Narration | ||
|- | |- | ||
− | |00 | + | |00:00 |
|KTouchত কনফিগুৰীঙ সেতিঙৰ স্পকেন টুূটৰীয়েললৈ আপোনাক স্গতম | |KTouchত কনফিগুৰীঙ সেতিঙৰ স্পকেন টুূটৰীয়েললৈ আপোনাক স্গতম | ||
|- | |- | ||
− | |00 | + | |00:04 |
|এই টুটৰীয়েলত অামি শিকিম কেনেকৈ | |এই টুটৰীয়েলত অামি শিকিম কেনেকৈ | ||
|- | |- | ||
− | | 00 | + | | 00:08 |
| ট্ৰেইনীঙৰ লেবেল সলনি কৰে. টাইপিঙৰ বেগ নিয়ন্ত্রিত কৰা | | ট্ৰেইনীঙৰ লেবেল সলনি কৰে. টাইপিঙৰ বেগ নিয়ন্ত্রিত কৰা | ||
|- | |- | ||
− | |00 | + | |00:13 |
|ছোট কাৰ্ট কী কনফিগাৰ কৰা. টুলবাৰ কনফিগাৰ কৰা. টাইপ বৈশিষ্ট্যেৰ মান চোৱা . | |ছোট কাৰ্ট কী কনফিগাৰ কৰা. টুলবাৰ কনফিগাৰ কৰা. টাইপ বৈশিষ্ট্যেৰ মান চোৱা . | ||
|- | |- | ||
− | |00 | + | |00:20 |
|ইয়াত আমি উবুনটু লিনাক্স ১১.১০ত KTouch 1.7.1 বয়ৱহাৰ কৰিছো . | |ইয়াত আমি উবুনটু লিনাক্স ১১.১০ত KTouch 1.7.1 বয়ৱহাৰ কৰিছো . | ||
|- | |- | ||
− | |00 | + | |00:27 |
|অাহক KTouch খোলো. | |অাহক KTouch খোলো. | ||
|- | |- | ||
− | |00 | + | |00:33 |
| আমি ১ লেবেলত আছো. আহক আমি দ্বীতিয় লেবেল মানে ২ লৈ যাও. | | আমি ১ লেবেলত আছো. আহক আমি দ্বীতিয় লেবেল মানে ২ লৈ যাও. | ||
|- | |- | ||
− | |00 | + | |00:40 |
| ট্ৰেনীঙটো ২ লেবেললৈ বঢ়হাবলৈ লেবেল ফিল্দৰ পিছত উপৰৰ ত্রিভুজ চিহ্নত ক্লিক কৰক, | | ট্ৰেনীঙটো ২ লেবেললৈ বঢ়হাবলৈ লেবেল ফিল্দৰ পিছত উপৰৰ ত্রিভুজ চিহ্নত ক্লিক কৰক, | ||
|- | |- | ||
− | |00 | + | |00:48 |
| মন কৰক যে লেবেলটো ২লৈ সলনি কৰাৰ পিছত কি হয় | | মন কৰক যে লেবেলটো ২লৈ সলনি কৰাৰ পিছত কি হয় | ||
|- | |- | ||
− | |00 | + | |00:52 |
|শিক্ষকৰ লাইনত থকা অাক্ষৰ বোৰ পৰিবর্তন হয় | |শিক্ষকৰ লাইনত থকা অাক্ষৰ বোৰ পৰিবর্তন হয় | ||
|- | |- | ||
− | | 00 | + | | 00:56 |
| এই Level fieldত থকা নতুন অাক্ষৰৰ অধীনত প্রদর্শিত অাক্ষৰ খিনিক চাওক. সিহতেও পৰিবর্তন কৰিছে ! | | এই Level fieldত থকা নতুন অাক্ষৰৰ অধীনত প্রদর্শিত অাক্ষৰ খিনিক চাওক. সিহতেও পৰিবর্তন কৰিছে ! | ||
|- | |- | ||
− | | 01 | + | | 01:02 |
| এই নির্বাচিত level ৰ বাবে চর্চা কৰিবলগিয়া হৈছে এই অাক্ষৰবোৰ. | | এই নির্বাচিত level ৰ বাবে চর্চা কৰিবলগিয়া হৈছে এই অাক্ষৰবোৰ. | ||
|- | |- | ||
− | | 01 | + | | 01:07 |
| এতিয়া টাইপিং আৰম্ভ কৰো | | এতিয়া টাইপিং আৰম্ভ কৰো | ||
|- | |- | ||
− | | 01 | + | | 01:09 |
| এতিয়া আমি শিক্ষক ৰ লাইনত প্রদর্শন নকৰা এটি অাক্ষৰ টাইপ কৰো. | | এতিয়া আমি শিক্ষক ৰ লাইনত প্রদর্শন নকৰা এটি অাক্ষৰ টাইপ কৰো. | ||
|- | |- | ||
− | | 01 | + | | 01:14 |
| শিক্ষার্থী লাইন ৰঙা ৰঙলৈ পৰিবর্তন হয় . | | শিক্ষার্থী লাইন ৰঙা ৰঙলৈ পৰিবর্তন হয় . | ||
|- | |- | ||
− | | 01 | + | | 01:17 |
| আপনি আৰু কি দেখিছে? | | আপনি আৰু কি দেখিছে? | ||
|- | |- | ||
− | | 01 | + | | 01:19 |
|Correctness ক্ষেত্রত প্রদর্শন কৰা শতাংশ কমে | |Correctness ক্ষেত্রত প্রদর্শন কৰা শতাংশ কমে | ||
|- | |- | ||
− | | 01 | + | | 01:23 |
| আহক ব্যাকস্পেস প্রেস কৰো আৰু ভুল টো delete মানে মুছি পেলোৱা যাওক. | | আহক ব্যাকস্পেস প্রেস কৰো আৰু ভুল টো delete মানে মুছি পেলোৱা যাওক. | ||
|- | |- | ||
− | | 01 | + | | 01:27 |
|প্রশিক্ষণ অপশনবোৰ সেট কৰিবলৈ শিকো আহক | |প্রশিক্ষণ অপশনবোৰ সেট কৰিবলৈ শিকো আহক | ||
|- | |- | ||
− | | 01 | + | | 01:31 |
| ট্রেনিং বিকল্প কি ? | | ট্রেনিং বিকল্প কি ? | ||
|- | |- | ||
− | | 01 | + | | 01:33 |
| আমি টাইপিংৰ গতি আৰু শুদ্ধতাৰ বাবে ( নির্ভুলতা টাইপিঙৰ শতাংশ )পেৰামিতাৰ পৰিবর্তন কৰিবলৈ প্রশিক্ষণ বিকল্পবোৰ ব্যবহাৰ কৰো. | | আমি টাইপিংৰ গতি আৰু শুদ্ধতাৰ বাবে ( নির্ভুলতা টাইপিঙৰ শতাংশ )পেৰামিতাৰ পৰিবর্তন কৰিবলৈ প্রশিক্ষণ বিকল্পবোৰ ব্যবহাৰ কৰো. | ||
|- | |- | ||
− | | 01 | + | | 01:41 |
| আমি এটা নির্দিষ্ট স্তৰত টাইপ কৰিব পৰা লাইনবোৰ কাস্টমাইজ কৰিবও পাৰো. | | আমি এটা নির্দিষ্ট স্তৰত টাইপ কৰিব পৰা লাইনবোৰ কাস্টমাইজ কৰিবও পাৰো. | ||
|- | |- | ||
− | | 01 | + | | 01:47 |
| প্রধান মেনৰ পৰা, সেটিংস নির্বাচন কৰক আৰু কনফিগাৰ KTouchত ক্লিক কৰক. | | প্রধান মেনৰ পৰা, সেটিংস নির্বাচন কৰক আৰু কনফিগাৰ KTouchত ক্লিক কৰক. | ||
|- | |- | ||
− | | 01 | + | | 01:52 |
| কনফিগাৰ - KTouch ডায়লগ বক্স প্রদর্শিত হয়. | | কনফিগাৰ - KTouch ডায়লগ বক্স প্রদর্শিত হয়. | ||
|- | |- | ||
− | | 01 | + | | 01:56 |
| কনফিগাৰৰ বাও প্যানেলৰ পৰা - KTouch ডায়লগ বক্স , প্রশিক্ষণ অপশনত ক্লিক কৰক. | | কনফিগাৰৰ বাও প্যানেলৰ পৰা - KTouch ডায়লগ বক্স , প্রশিক্ষণ অপশনত ক্লিক কৰক. | ||
|- | |- | ||
− | | 02 | + | | 02:02 |
| সো প্যানেলে এতিয়া বিভিন্ন প্রশিক্ষণৰ বিকল্প প্রদর্শন কৰে. | | সো প্যানেলে এতিয়া বিভিন্ন প্রশিক্ষণৰ বিকল্প প্রদর্শন কৰে. | ||
|- | |- | ||
− | | 02 | + | | 02:06 |
| টাইপৰ গতি, শুদ্ধি , অাৰু কামৰ ভাৰ ৰ বাবে উচ্চ সীমা সেট কৰা যাওক . | | টাইপৰ গতি, শুদ্ধি , অাৰু কামৰ ভাৰ ৰ বাবে উচ্চ সীমা সেট কৰা যাওক . | ||
|- | |- | ||
− | | 02 | + | | 02:13 |
| সীমা অধীনত এটা স্তৰ বৃদ্ধি কৰিবলৈ , আমি : | | সীমা অধীনত এটা স্তৰ বৃদ্ধি কৰিবলৈ , আমি : | ||
|- | |- | ||
− | | 02 | + | | 02:15 |
| টাইপৰ গতি প্রতি মিনিটত 120 অাক্ষৰ, Correctness মানে শুদ্ধি 85 % লৈ সেট কৰক. | | টাইপৰ গতি প্রতি মিনিটত 120 অাক্ষৰ, Correctness মানে শুদ্ধি 85 % লৈ সেট কৰক. | ||
|- | |- | ||
− | | 02 | + | | 02:24 |
| অবশেষত কামৰ ভাৰ 1 ৰলৈ সেট কৰা যাওক . | | অবশেষত কামৰ ভাৰ 1 ৰলৈ সেট কৰা যাওক . | ||
|- | |- | ||
− | | 02 | + | | 02:27 |
| ইয়াৰ মানে যে আমি প্রতিটো স্তৰত মাত্র এটা লাইন সম্পূর্ণ কৰিব লাগে. | | ইয়াৰ মানে যে আমি প্রতিটো স্তৰত মাত্র এটা লাইন সম্পূর্ণ কৰিব লাগে. | ||
|- | |- | ||
− | | 02 | + | | 02:31 |
| আমি তেন্তে স্বয়ংক্রিয়ভাবে পৰবর্তী স্তৰলৈ যাম . | | আমি তেন্তে স্বয়ংক্রিয়ভাবে পৰবর্তী স্তৰলৈ যাম . | ||
|- | |- | ||
− | | 02 | + | | 02:36 |
| আপোনি যদি পৰবর্তী স্তৰলৈ যোৱাৰ আগত এটি স্তৰৰ বাবে প্রশিক্ষণ সম্পন্ন কৰিবলৈ বিছাৰে,তেন্তে "Complete whole training level before proceeding box" ছেক কৰক | | আপোনি যদি পৰবর্তী স্তৰলৈ যোৱাৰ আগত এটি স্তৰৰ বাবে প্রশিক্ষণ সম্পন্ন কৰিবলৈ বিছাৰে,তেন্তে "Complete whole training level before proceeding box" ছেক কৰক | ||
|- | |- | ||
− | | 02 | + | | 02:46 |
| টাইপৰ গতি আৰু শুদ্ধিৰ বাবে নিম্ন সীমা সেট কৰা যাওক . | | টাইপৰ গতি আৰু শুদ্ধিৰ বাবে নিম্ন সীমা সেট কৰা যাওক . | ||
|- | |- | ||
− | | 02 | + | | 02:50 |
| সীমা অধীনত এটি স্তৰ হ্রাস কৰিবলৈ , আমি : | | সীমা অধীনত এটি স্তৰ হ্রাস কৰিবলৈ , আমি : | ||
|- | |- | ||
− | | 02 | + | | 02:53 |
| টাইপৰ গতি প্রতি মিনিটত 60 অাক্ষৰ আৰু Correctness মানে শুদ্ধি 60 লৈ সেট কৰক. | | টাইপৰ গতি প্রতি মিনিটত 60 অাক্ষৰ আৰু Correctness মানে শুদ্ধি 60 লৈ সেট কৰক. | ||
|- | |- | ||
− | | 03 | + | | 03:00 |
|পৰবর্তী প্রোগ্রামৰ বাবে Remember স্তৰ বাক্সটো পৰীক্ষা কৰা যাওক | |পৰবর্তী প্রোগ্রামৰ বাবে Remember স্তৰ বাক্সটো পৰীক্ষা কৰা যাওক | ||
|- | |- | ||
− | | 03 | + | | 03:06 |
| Applyত ক্লিক কৰক. OKত ক্লীক কৰক . | | Applyত ক্লিক কৰক. OKত ক্লীক কৰক . | ||
|- | |- | ||
− | | 03 | + | | 03:09 |
| পৰিবর্তনবোৰ প্রয়োগ কৰা হয় মাত্র যেতিয়া আমি এটি নতুন সেশন আৰম্ভ কৰো . | | পৰিবর্তনবোৰ প্রয়োগ কৰা হয় মাত্র যেতিয়া আমি এটি নতুন সেশন আৰম্ভ কৰো . | ||
|- | |- | ||
− | | 03 | + | | 03:14 |
| Start New Sessionত ক্লিক কৰক আৰু Keep Current Level বাচনি কৰক. | | Start New Sessionত ক্লিক কৰক আৰু Keep Current Level বাচনি কৰক. | ||
|- | |- | ||
− | | 03 | + | | 03:20 |
| টাইপ কৰা আৰম্ভ কৰা যাওক . | | টাইপ কৰা আৰম্ভ কৰা যাওক . | ||
|- | |- | ||
− | | 03 | + | | 03:23 |
| মন কৰক যে প্রথমে গতি 0 আছিলৈ. আমি টাইপ কৰা লগে লগে ই বৃদ্ধি পায় অথবা কমি যায়. | | মন কৰক যে প্রথমে গতি 0 আছিলৈ. আমি টাইপ কৰা লগে লগে ই বৃদ্ধি পায় অথবা কমি যায়. | ||
|- | |- | ||
− | | 03 | + | | 03:30 |
| Pause Session ত ক্লিক কৰক . আমি যেতিয়া ৰখি যাও টাইপিংৰ গতি একেই গণনা সময়ত ৰখি থাকে . | | Pause Session ত ক্লিক কৰক . আমি যেতিয়া ৰখি যাও টাইপিংৰ গতি একেই গণনা সময়ত ৰখি থাকে . | ||
|- | |- | ||
− | |03 | + | |03:38 |
| আমি টাইপিং পুনৰায় আৰম্ভ কৰ যাওক. | | আমি টাইপিং পুনৰায় আৰম্ভ কৰ যাওক. | ||
|- | |- | ||
− | | 03 | + | | 03:40 |
| গতি 60 ৰ তলত যোৱাৰ লগে লগে, মন কৰক যে গতিৰ পিছত থকা red circle ভাতি উঠে | | গতি 60 ৰ তলত যোৱাৰ লগে লগে, মন কৰক যে গতিৰ পিছত থকা red circle ভাতি উঠে | ||
|- | |- | ||
− | | 03 | + | | 03:47 |
|ই নির্দেশ দিয়ে যে গতি নিম্ন সীমাৰ তলৰ লৈকে গৈছে, সেয়া হৈছে 60 গতিৰ বাবে সেট কৰা. | |ই নির্দেশ দিয়ে যে গতি নিম্ন সীমাৰ তলৰ লৈকে গৈছে, সেয়া হৈছে 60 গতিৰ বাবে সেট কৰা. | ||
|- | |- | ||
− | | 03 | + | | 03:54 |
| এতিয়া, শিক্ষকৰ লাইনত প্রদর্শন নকৰা সংখ্যা 4 টাইপ কৰক. | | এতিয়া, শিক্ষকৰ লাইনত প্রদর্শন নকৰা সংখ্যা 4 টাইপ কৰক. | ||
|- | |- | ||
− | | 03 | + | | 03:59 |
| Studentৰ লাইন ৰঙা ৰঙত সক্রিয় হয় . | | Studentৰ লাইন ৰঙা ৰঙত সক্রিয় হয় . | ||
|- | |- | ||
− | | 04 | + | | 04:02 |
| শুদ্ধিৰ শতকৰাও দেখোৱাই. | | শুদ্ধিৰ শতকৰাও দেখোৱাই. | ||
|- | |- | ||
− | | 04 | + | | 04:05 |
| আপোনি শিক্ষকৰ লাইনত থকা অাক্ষৰ বা অাক্ষৰবোৰৰ মাজত স্পেছ দেখিছেনে? | | আপোনি শিক্ষকৰ লাইনত থকা অাক্ষৰ বা অাক্ষৰবোৰৰ মাজত স্পেছ দেখিছেনে? | ||
|- | |- | ||
− | | 04 | + | | 04:11 |
| এতিয়া, আমি এই শব্দৰ পিছত স্পেস বাৰ প্ৰেচ নকৰো. | | এতিয়া, আমি এই শব্দৰ পিছত স্পেস বাৰ প্ৰেচ নকৰো. | ||
|- | |- | ||
− | | 04 | + | | 04:15 |
| Student ৰ লাইন আকৌ ৰঙা ৰঙত পৰিণত হৈছে ! | | Student ৰ লাইন আকৌ ৰঙা ৰঙত পৰিণত হৈছে ! | ||
|- | |- | ||
− | | 04 | + | | 04:18 |
| ইয়াৰ মানে স্পেছ বোৰো খুব সঠিকভাবে টাইপ কৰিব লাগিব | | ইয়াৰ মানে স্পেছ বোৰো খুব সঠিকভাবে টাইপ কৰিব লাগিব | ||
|- | |- | ||
− | | 04 | + | | 04:22 |
| আমি ছাত্রৰ লাইনত এটি লাইন টাইপ কৰা সম্পূর্ণ কৰা যাওক আৰু তাৰপিছতEnter প্ৰেছ কৰো . | | আমি ছাত্রৰ লাইনত এটি লাইন টাইপ কৰা সম্পূর্ণ কৰা যাওক আৰু তাৰপিছতEnter প্ৰেছ কৰো . | ||
|- | |- | ||
− | | 04 | + | | 04:31 |
| লেভেল টো 3 লৈ পৰিবর্তিত হৈছে ! | | লেভেল টো 3 লৈ পৰিবর্তিত হৈছে ! | ||
|- | |- | ||
− | | 04 | + | | 04:33 |
|লেভেল টো 3 লৈ কিয় পৰিবর্তিত হৈছে? কাৰন আমি Workload মানে কামৰভাৰ 1 লৈ সেট কৰিছো | |লেভেল টো 3 লৈ কিয় পৰিবর্তিত হৈছে? কাৰন আমি Workload মানে কামৰভাৰ 1 লৈ সেট কৰিছো | ||
|- | |- | ||
− | | 04 | + | | 04:39 |
| সেয়ে, যেতিয়া আমি Level 2ৰ বাবে এটা লাইন সম্পূর্ণ কৰিম আৰু Enter টিপিম, আমি পৰবর্তী স্তৰলৈ যাম | | সেয়ে, যেতিয়া আমি Level 2ৰ বাবে এটা লাইন সম্পূর্ণ কৰিম আৰু Enter টিপিম, আমি পৰবর্তী স্তৰলৈ যাম | ||
|- | |- | ||
− | | 04 | + | | 04:47 |
| মন কৰক যে Teacher’s Lineত নতুন অাক্ষবোৰ প্রদর্শন কৰা হৈছে . | | মন কৰক যে Teacher’s Lineত নতুন অাক্ষবোৰ প্রদর্শন কৰা হৈছে . | ||
|- | |- | ||
− | | 04 | + | | 04:52 |
| আপোনি আমাৰ টাইপিং সেশানৰ স্কোৰ জানিব বেছাৰে নেকি? | | আপোনি আমাৰ টাইপিং সেশানৰ স্কোৰ জানিব বেছাৰে নেকি? | ||
|- | |- | ||
− | | 04 | + | | 04:55 |
| Lecture Statistics ত ক্লিক কৰো. Training statistics "dialogue box" প্রদর্শিত হয়. | | Lecture Statistics ত ক্লিক কৰো. Training statistics "dialogue box" প্রদর্শিত হয়. | ||
|- | |- | ||
− | | 05 | + | | 05:02 |
| " ট্যাব " ত ক্লিক কৰক আৰু তাৰে প্রতিটোৱে কি নির্দেশ দিয়ে চাওক. | | " ট্যাব " ত ক্লিক কৰক আৰু তাৰে প্রতিটোৱে কি নির্দেশ দিয়ে চাওক. | ||
|- | |- | ||
− | | 05 | + | | 05:07 |
| Current ট্রেনিং সেশনত ক্লিক কৰক. | | Current ট্রেনিং সেশনত ক্লিক কৰক. | ||
|- | |- | ||
− | | 05 | + | | 05:12 |
| এইটোৱে সাধাৰন পৰিসংখ্যানৰ বিবৰণ, টাইপিংৰ ৰেট, টাইপিংৰ সঠিকতা আৰু আপোনাৰ মন কৰিবলগীয়া অাক্ষৰৰ বিৱৰণৰ প্রদর্শন কৰা হয়. | | এইটোৱে সাধাৰন পৰিসংখ্যানৰ বিবৰণ, টাইপিংৰ ৰেট, টাইপিংৰ সঠিকতা আৰু আপোনাৰ মন কৰিবলগীয়া অাক্ষৰৰ বিৱৰণৰ প্রদর্শন কৰা হয়. | ||
|- | |- | ||
− | | 05 | + | | 05:22 |
| Current Level Statistics ট্যাবে বিৱৰন কিছো প্রদর্শন কৰে যি Current ট্রেনিং সেশন ট্যাবত প্রদর্শন কৰা এক অনুৰুপ বিবৰণ হয়. | | Current Level Statistics ট্যাবে বিৱৰন কিছো প্রদর্শন কৰে যি Current ট্রেনিং সেশন ট্যাবত প্রদর্শন কৰা এক অনুৰুপ বিবৰণ হয়. | ||
|- | |- | ||
− | | 05 | + | | 05:31 |
| Monitor Progress ট্যাবে আপনাৰ টাইপিং ৰ অগ্রগতিৰ এটি গ্রাফিকাল ৰুপ প্রদর্শন কৰে | | Monitor Progress ট্যাবে আপনাৰ টাইপিং ৰ অগ্রগতিৰ এটি গ্রাফিকাল ৰুপ প্রদর্শন কৰে | ||
|- | |- | ||
− | | 05 | + | | 05:38 |
| এই ডাইলগ বাক্স বন্ধ কৰা যাওক. | | এই ডাইলগ বাক্স বন্ধ কৰা যাওক. | ||
|- | |- | ||
− | | 05 | + | | 05:41 |
| আপোনালোকে আপোনাৰ নিজৰ "short cut keys " তৈয়াৰ কৰিব পাৰে. | | আপোনালোকে আপোনাৰ নিজৰ "short cut keys " তৈয়াৰ কৰিব পাৰে. | ||
|- | |- | ||
− | | 05 | + | | 05:45 |
|short cut keys কি হয়? | |short cut keys কি হয়? | ||
|- | |- | ||
− | | 05 | + | | 05:47 |
| short cut keys হৈছে মেনু অপশন ব্যবহাৰ কৰা পৰিবর্তে কিবোর্ডৰ পৰা ২টা বা অধিক কিচৰ সংযোগ হোৱা . | | short cut keys হৈছে মেনু অপশন ব্যবহাৰ কৰা পৰিবর্তে কিবোর্ডৰ পৰা ২টা বা অধিক কিচৰ সংযোগ হোৱা . | ||
|- | |- | ||
− | | 05 | + | | 05:56 |
| আমি Lecture Statistics চাবলৈ এটি ছোট কাৰ্ট কী কনফিগাৰ কৰা যাওক. | | আমি Lecture Statistics চাবলৈ এটি ছোট কাৰ্ট কী কনফিগাৰ কৰা যাওক. | ||
|- | |- | ||
− | | 06 | + | | 06:01 |
| প্রধান মেনুৰ পৰা, সেটিংসত ক্লীক কৰক , কনফিগাৰ কৰক " শর্ট কাট " | | প্রধান মেনুৰ পৰা, সেটিংসত ক্লীক কৰক , কনফিগাৰ কৰক " শর্ট কাট " | ||
|- | |- | ||
− | | 06 | + | | 06:06 |
| কনফিগাৰ শর্ট কাট - KTouch ডাইলগ বাক্স প্রদর্শিত হয়. | | কনফিগাৰ শর্ট কাট - KTouch ডাইলগ বাক্স প্রদর্শিত হয়. | ||
|- | |- | ||
− | | 06 | + | | 06:10 |
| অনুসন্ধান বাক্সত Lecture Statistics লিখক . | | অনুসন্ধান বাক্সত Lecture Statistics লিখক . | ||
|- | |- | ||
− | | 06 | + | | 06:16 |
| Lecture Statistics ত ক্লিক কৰক. কাস্টম নির্বাচন কৰক আৰু Noneত ক্লিক কৰক. আইকন ইনপুটলৈ পৰিবর্তন হয় | | Lecture Statistics ত ক্লিক কৰক. কাস্টম নির্বাচন কৰক আৰু Noneত ক্লিক কৰক. আইকন ইনপুটলৈ পৰিবর্তন হয় | ||
|- | |- | ||
− | | 06 | + | | 06:24 |
| এতিয়া, কিবোর্ডৰ পৰা , "Shift আৰু A " একেলগে কি টিপক . | | এতিয়া, কিবোর্ডৰ পৰা , "Shift আৰু A " একেলগে কি টিপক . | ||
|- | |- | ||
− | | 06 | + | | 06:30 |
| মন কৰক যে এতিয়া আইকনটোৱে letters " Shift + A " প্রদর্শন কৰে. OK ত ক্লিক কৰক. | | মন কৰক যে এতিয়া আইকনটোৱে letters " Shift + A " প্রদর্শন কৰে. OK ত ক্লিক কৰক. | ||
|- | |- | ||
− | | 06 | + | | 06:38 |
| এতিয়া, " শিফট আৰু A " কী একেলগে প্রেছ কৰক. Training Statistics ডায়ালগ বক্স প্রদর্শিত হয়. | | এতিয়া, " শিফট আৰু A " কী একেলগে প্রেছ কৰক. Training Statistics ডায়ালগ বক্স প্রদর্শিত হয়. | ||
|- | |- | ||
− | | 06 | + | | 06:45 |
| প্রস্থান কৰিবলৈ Closeত ক্লিক কৰক. | | প্রস্থান কৰিবলৈ Closeত ক্লিক কৰক. | ||
|- | |- | ||
− | | 06 | + | | 06:49 |
| KTouchএ আপোনাক টুলবাৰ কনফিগাৰ কৰিবলৈ অনুমতি দিয়ে . | | KTouchএ আপোনাক টুলবাৰ কনফিগাৰ কৰিবলৈ অনুমতি দিয়ে . | ||
|- | |- | ||
− | | 06 | + | | 06:53 |
| আমি Quit Ktouch command এটি আইকন হিসাবে প্রদর্শন কৰিব বিচাৰো . | | আমি Quit Ktouch command এটি আইকন হিসাবে প্রদর্শন কৰিব বিচাৰো . | ||
|- | |- | ||
− | | 06 | + | | 06:58 |
| প্রধান মেনুৰ পৰা, সেটিং ত ক্লিক কৰক আৰু কনফিগাৰ টুলবাৰত ক্লিক কৰক. | | প্রধান মেনুৰ পৰা, সেটিং ত ক্লিক কৰক আৰু কনফিগাৰ টুলবাৰত ক্লিক কৰক. | ||
|- | |- | ||
− | | 07 | + | | 07:03 |
| কনফিগাৰ টুলবাৰ - KTouch ডাইলগ বাক্স প্রদর্শিত হব. | | কনফিগাৰ টুলবাৰ - KTouch ডাইলগ বাক্স প্রদর্শিত হব. | ||
|- | |- | ||
− | | 07 | + | | 07:07 |
| বাও প্যানেলত, বিকল্প তালিকাৰ পৰা Quit icon নির্বাচন কৰক. তাত Double ক্লিক কৰক | | বাও প্যানেলত, বিকল্প তালিকাৰ পৰা Quit icon নির্বাচন কৰক. তাত Double ক্লিক কৰক | ||
|- | |- | ||
− | | 07 | + | | 07:15 |
| আইকনটো সো প্যানেলৰ লৈ যায়. Applyত ক্লিক কৰক আৰু তাৰ পিছত OKত ক্লিক কৰক | | আইকনটো সো প্যানেলৰ লৈ যায়. Applyত ক্লিক কৰক আৰু তাৰ পিছত OKত ক্লিক কৰক | ||
|- | |- | ||
− | | 07 | + | | 07:22 |
| Quit icon এতিয়া KTouch উইন্ডোত প্রদর্শিত হয়. | | Quit icon এতিয়া KTouch উইন্ডোত প্রদর্শিত হয়. | ||
|- | |- | ||
− | | 07 | + | | 07:26 |
| অামি এতিয়া এই টিউটোৰিয়েলৰ শেষলৈ আহিছো | | অামি এতিয়া এই টিউটোৰিয়েলৰ শেষলৈ আহিছো | ||
|- | |- | ||
− | | 07 | + | | 07:30 |
| এই টিউটোৰিয়েলত আমি কিভাবে training level সংশোধন কৰা , গতিৰ নিৰীক্ষণ কৰা ,অাৰু টাইপিং ৰ নির্ভুলতাৰ কৰা হয় . | | এই টিউটোৰিয়েলত আমি কিভাবে training level সংশোধন কৰা , গতিৰ নিৰীক্ষণ কৰা ,অাৰু টাইপিং ৰ নির্ভুলতাৰ কৰা হয় . | ||
|- | |- | ||
− | | 07 | + | | 07:38 |
| আমি কীবোর্ড শর্ট কাট আৰু টুলবাৰ কনফিগাৰ কৰিবলৈ শিকিছো . | | আমি কীবোর্ড শর্ট কাট আৰু টুলবাৰ কনফিগাৰ কৰিবলৈ শিকিছো . | ||
|- | |- | ||
− | | 07 | + | | 07:43 |
| আপোনাৰ বাবে এটি কাৰ্জয়. | | আপোনাৰ বাবে এটি কাৰ্জয়. | ||
|- | |- | ||
− | | 07 | + | | 07:46 |
| কনফিগাৰ KTouch অধীনত, Workload 2 লৈ পৰিবর্তন কৰক. | | কনফিগাৰ KTouch অধীনত, Workload 2 লৈ পৰিবর্তন কৰক. | ||
|- | |- | ||
− | | 07 | + | | 07:50 |
| কার্যধাৰা বাক্সৰ আগত Complete whole training স্তৰ পৰীক্ষা কৰক. | | কার্যধাৰা বাক্সৰ আগত Complete whole training স্তৰ পৰীক্ষা কৰক. | ||
|- | |- | ||
− | | 07 | + | | 07:56 |
| এতিয়া এটি নতুন টাইপিং ছেচন খোলক আৰু টাইপিং অভ্যাস কৰক | | এতিয়া এটি নতুন টাইপিং ছেচন খোলক আৰু টাইপিং অভ্যাস কৰক | ||
|- | |- | ||
− | | 08 | + | | 08:00 |
| অবশেষত, আপোনাৰ lecture statistic প্ৰশিক্ষন কৰক | | অবশেষত, আপোনাৰ lecture statistic প্ৰশিক্ষন কৰক | ||
|- | |- | ||
− | |08 | + | |08:04 |
|spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। | |spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। | ||
|- | |- | ||
− | |08 | + | |08:07 |
|কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | |কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | ||
|- | |- | ||
− | |08 | + | |08:10 |
|যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | |যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | ||
|- | |- | ||
− | |08 | + | |08:15 |
|কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | |কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | ||
|- | |- | ||
− | | 08 | + | | 08:17 |
|কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | |কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | ||
|- | |- | ||
− | |08 | + | |08:20 |
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | |এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | ||
|- | |- | ||
− | |08 | + | |08:23 |
|অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | |অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | ||
|- | |- | ||
− | |08 | + | |08:29 |
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | |কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ||
|- | |- | ||
− | |08 | + | |08:33 |
|ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | |ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||
|- | |- | ||
− | |08 | + | |08:41 |
|এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | |এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | ||
|- | |- | ||
− | |08 | + | |08:52 |
|আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। | |আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |
Revision as of 15:54, 23 June 2014
Time | Narration |
---|---|
00:00 | KTouchত কনফিগুৰীঙ সেতিঙৰ স্পকেন টুূটৰীয়েললৈ আপোনাক স্গতম |
00:04 | এই টুটৰীয়েলত অামি শিকিম কেনেকৈ |
00:08 | ট্ৰেইনীঙৰ লেবেল সলনি কৰে. টাইপিঙৰ বেগ নিয়ন্ত্রিত কৰা |
00:13 | ছোট কাৰ্ট কী কনফিগাৰ কৰা. টুলবাৰ কনফিগাৰ কৰা. টাইপ বৈশিষ্ট্যেৰ মান চোৱা . |
00:20 | ইয়াত আমি উবুনটু লিনাক্স ১১.১০ত KTouch 1.7.1 বয়ৱহাৰ কৰিছো . |
00:27 | অাহক KTouch খোলো. |
00:33 | আমি ১ লেবেলত আছো. আহক আমি দ্বীতিয় লেবেল মানে ২ লৈ যাও. |
00:40 | ট্ৰেনীঙটো ২ লেবেললৈ বঢ়হাবলৈ লেবেল ফিল্দৰ পিছত উপৰৰ ত্রিভুজ চিহ্নত ক্লিক কৰক, |
00:48 | মন কৰক যে লেবেলটো ২লৈ সলনি কৰাৰ পিছত কি হয় |
00:52 | শিক্ষকৰ লাইনত থকা অাক্ষৰ বোৰ পৰিবর্তন হয় |
00:56 | এই Level fieldত থকা নতুন অাক্ষৰৰ অধীনত প্রদর্শিত অাক্ষৰ খিনিক চাওক. সিহতেও পৰিবর্তন কৰিছে ! |
01:02 | এই নির্বাচিত level ৰ বাবে চর্চা কৰিবলগিয়া হৈছে এই অাক্ষৰবোৰ. |
01:07 | এতিয়া টাইপিং আৰম্ভ কৰো |
01:09 | এতিয়া আমি শিক্ষক ৰ লাইনত প্রদর্শন নকৰা এটি অাক্ষৰ টাইপ কৰো. |
01:14 | শিক্ষার্থী লাইন ৰঙা ৰঙলৈ পৰিবর্তন হয় . |
01:17 | আপনি আৰু কি দেখিছে? |
01:19 | Correctness ক্ষেত্রত প্রদর্শন কৰা শতাংশ কমে |
01:23 | আহক ব্যাকস্পেস প্রেস কৰো আৰু ভুল টো delete মানে মুছি পেলোৱা যাওক. |
01:27 | প্রশিক্ষণ অপশনবোৰ সেট কৰিবলৈ শিকো আহক |
01:31 | ট্রেনিং বিকল্প কি ? |
01:33 | আমি টাইপিংৰ গতি আৰু শুদ্ধতাৰ বাবে ( নির্ভুলতা টাইপিঙৰ শতাংশ )পেৰামিতাৰ পৰিবর্তন কৰিবলৈ প্রশিক্ষণ বিকল্পবোৰ ব্যবহাৰ কৰো. |
01:41 | আমি এটা নির্দিষ্ট স্তৰত টাইপ কৰিব পৰা লাইনবোৰ কাস্টমাইজ কৰিবও পাৰো. |
01:47 | প্রধান মেনৰ পৰা, সেটিংস নির্বাচন কৰক আৰু কনফিগাৰ KTouchত ক্লিক কৰক. |
01:52 | কনফিগাৰ - KTouch ডায়লগ বক্স প্রদর্শিত হয়. |
01:56 | কনফিগাৰৰ বাও প্যানেলৰ পৰা - KTouch ডায়লগ বক্স , প্রশিক্ষণ অপশনত ক্লিক কৰক. |
02:02 | সো প্যানেলে এতিয়া বিভিন্ন প্রশিক্ষণৰ বিকল্প প্রদর্শন কৰে. |
02:06 | টাইপৰ গতি, শুদ্ধি , অাৰু কামৰ ভাৰ ৰ বাবে উচ্চ সীমা সেট কৰা যাওক . |
02:13 | সীমা অধীনত এটা স্তৰ বৃদ্ধি কৰিবলৈ , আমি : |
02:15 | টাইপৰ গতি প্রতি মিনিটত 120 অাক্ষৰ, Correctness মানে শুদ্ধি 85 % লৈ সেট কৰক. |
02:24 | অবশেষত কামৰ ভাৰ 1 ৰলৈ সেট কৰা যাওক . |
02:27 | ইয়াৰ মানে যে আমি প্রতিটো স্তৰত মাত্র এটা লাইন সম্পূর্ণ কৰিব লাগে. |
02:31 | আমি তেন্তে স্বয়ংক্রিয়ভাবে পৰবর্তী স্তৰলৈ যাম . |
02:36 | আপোনি যদি পৰবর্তী স্তৰলৈ যোৱাৰ আগত এটি স্তৰৰ বাবে প্রশিক্ষণ সম্পন্ন কৰিবলৈ বিছাৰে,তেন্তে "Complete whole training level before proceeding box" ছেক কৰক |
02:46 | টাইপৰ গতি আৰু শুদ্ধিৰ বাবে নিম্ন সীমা সেট কৰা যাওক . |
02:50 | সীমা অধীনত এটি স্তৰ হ্রাস কৰিবলৈ , আমি : |
02:53 | টাইপৰ গতি প্রতি মিনিটত 60 অাক্ষৰ আৰু Correctness মানে শুদ্ধি 60 লৈ সেট কৰক. |
03:00 | পৰবর্তী প্রোগ্রামৰ বাবে Remember স্তৰ বাক্সটো পৰীক্ষা কৰা যাওক |
03:06 | Applyত ক্লিক কৰক. OKত ক্লীক কৰক . |
03:09 | পৰিবর্তনবোৰ প্রয়োগ কৰা হয় মাত্র যেতিয়া আমি এটি নতুন সেশন আৰম্ভ কৰো . |
03:14 | Start New Sessionত ক্লিক কৰক আৰু Keep Current Level বাচনি কৰক. |
03:20 | টাইপ কৰা আৰম্ভ কৰা যাওক . |
03:23 | মন কৰক যে প্রথমে গতি 0 আছিলৈ. আমি টাইপ কৰা লগে লগে ই বৃদ্ধি পায় অথবা কমি যায়. |
03:30 | Pause Session ত ক্লিক কৰক . আমি যেতিয়া ৰখি যাও টাইপিংৰ গতি একেই গণনা সময়ত ৰখি থাকে . |
03:38 | আমি টাইপিং পুনৰায় আৰম্ভ কৰ যাওক. |
03:40 | গতি 60 ৰ তলত যোৱাৰ লগে লগে, মন কৰক যে গতিৰ পিছত থকা red circle ভাতি উঠে |
03:47 | ই নির্দেশ দিয়ে যে গতি নিম্ন সীমাৰ তলৰ লৈকে গৈছে, সেয়া হৈছে 60 গতিৰ বাবে সেট কৰা. |
03:54 | এতিয়া, শিক্ষকৰ লাইনত প্রদর্শন নকৰা সংখ্যা 4 টাইপ কৰক. |
03:59 | Studentৰ লাইন ৰঙা ৰঙত সক্রিয় হয় . |
04:02 | শুদ্ধিৰ শতকৰাও দেখোৱাই. |
04:05 | আপোনি শিক্ষকৰ লাইনত থকা অাক্ষৰ বা অাক্ষৰবোৰৰ মাজত স্পেছ দেখিছেনে? |
04:11 | এতিয়া, আমি এই শব্দৰ পিছত স্পেস বাৰ প্ৰেচ নকৰো. |
04:15 | Student ৰ লাইন আকৌ ৰঙা ৰঙত পৰিণত হৈছে ! |
04:18 | ইয়াৰ মানে স্পেছ বোৰো খুব সঠিকভাবে টাইপ কৰিব লাগিব |
04:22 | আমি ছাত্রৰ লাইনত এটি লাইন টাইপ কৰা সম্পূর্ণ কৰা যাওক আৰু তাৰপিছতEnter প্ৰেছ কৰো . |
04:31 | লেভেল টো 3 লৈ পৰিবর্তিত হৈছে ! |
04:33 | লেভেল টো 3 লৈ কিয় পৰিবর্তিত হৈছে? কাৰন আমি Workload মানে কামৰভাৰ 1 লৈ সেট কৰিছো |
04:39 | সেয়ে, যেতিয়া আমি Level 2ৰ বাবে এটা লাইন সম্পূর্ণ কৰিম আৰু Enter টিপিম, আমি পৰবর্তী স্তৰলৈ যাম |
04:47 | মন কৰক যে Teacher’s Lineত নতুন অাক্ষবোৰ প্রদর্শন কৰা হৈছে . |
04:52 | আপোনি আমাৰ টাইপিং সেশানৰ স্কোৰ জানিব বেছাৰে নেকি? |
04:55 | Lecture Statistics ত ক্লিক কৰো. Training statistics "dialogue box" প্রদর্শিত হয়. |
05:02 | " ট্যাব " ত ক্লিক কৰক আৰু তাৰে প্রতিটোৱে কি নির্দেশ দিয়ে চাওক. |
05:07 | Current ট্রেনিং সেশনত ক্লিক কৰক. |
05:12 | এইটোৱে সাধাৰন পৰিসংখ্যানৰ বিবৰণ, টাইপিংৰ ৰেট, টাইপিংৰ সঠিকতা আৰু আপোনাৰ মন কৰিবলগীয়া অাক্ষৰৰ বিৱৰণৰ প্রদর্শন কৰা হয়. |
05:22 | Current Level Statistics ট্যাবে বিৱৰন কিছো প্রদর্শন কৰে যি Current ট্রেনিং সেশন ট্যাবত প্রদর্শন কৰা এক অনুৰুপ বিবৰণ হয়. |
05:31 | Monitor Progress ট্যাবে আপনাৰ টাইপিং ৰ অগ্রগতিৰ এটি গ্রাফিকাল ৰুপ প্রদর্শন কৰে |
05:38 | এই ডাইলগ বাক্স বন্ধ কৰা যাওক. |
05:41 | আপোনালোকে আপোনাৰ নিজৰ "short cut keys " তৈয়াৰ কৰিব পাৰে. |
05:45 | short cut keys কি হয়? |
05:47 | short cut keys হৈছে মেনু অপশন ব্যবহাৰ কৰা পৰিবর্তে কিবোর্ডৰ পৰা ২টা বা অধিক কিচৰ সংযোগ হোৱা . |
05:56 | আমি Lecture Statistics চাবলৈ এটি ছোট কাৰ্ট কী কনফিগাৰ কৰা যাওক. |
06:01 | প্রধান মেনুৰ পৰা, সেটিংসত ক্লীক কৰক , কনফিগাৰ কৰক " শর্ট কাট " |
06:06 | কনফিগাৰ শর্ট কাট - KTouch ডাইলগ বাক্স প্রদর্শিত হয়. |
06:10 | অনুসন্ধান বাক্সত Lecture Statistics লিখক . |
06:16 | Lecture Statistics ত ক্লিক কৰক. কাস্টম নির্বাচন কৰক আৰু Noneত ক্লিক কৰক. আইকন ইনপুটলৈ পৰিবর্তন হয় |
06:24 | এতিয়া, কিবোর্ডৰ পৰা , "Shift আৰু A " একেলগে কি টিপক . |
06:30 | মন কৰক যে এতিয়া আইকনটোৱে letters " Shift + A " প্রদর্শন কৰে. OK ত ক্লিক কৰক. |
06:38 | এতিয়া, " শিফট আৰু A " কী একেলগে প্রেছ কৰক. Training Statistics ডায়ালগ বক্স প্রদর্শিত হয়. |
06:45 | প্রস্থান কৰিবলৈ Closeত ক্লিক কৰক. |
06:49 | KTouchএ আপোনাক টুলবাৰ কনফিগাৰ কৰিবলৈ অনুমতি দিয়ে . |
06:53 | আমি Quit Ktouch command এটি আইকন হিসাবে প্রদর্শন কৰিব বিচাৰো . |
06:58 | প্রধান মেনুৰ পৰা, সেটিং ত ক্লিক কৰক আৰু কনফিগাৰ টুলবাৰত ক্লিক কৰক. |
07:03 | কনফিগাৰ টুলবাৰ - KTouch ডাইলগ বাক্স প্রদর্শিত হব. |
07:07 | বাও প্যানেলত, বিকল্প তালিকাৰ পৰা Quit icon নির্বাচন কৰক. তাত Double ক্লিক কৰক |
07:15 | আইকনটো সো প্যানেলৰ লৈ যায়. Applyত ক্লিক কৰক আৰু তাৰ পিছত OKত ক্লিক কৰক |
07:22 | Quit icon এতিয়া KTouch উইন্ডোত প্রদর্শিত হয়. |
07:26 | অামি এতিয়া এই টিউটোৰিয়েলৰ শেষলৈ আহিছো |
07:30 | এই টিউটোৰিয়েলত আমি কিভাবে training level সংশোধন কৰা , গতিৰ নিৰীক্ষণ কৰা ,অাৰু টাইপিং ৰ নির্ভুলতাৰ কৰা হয় . |
07:38 | আমি কীবোর্ড শর্ট কাট আৰু টুলবাৰ কনফিগাৰ কৰিবলৈ শিকিছো . |
07:43 | আপোনাৰ বাবে এটি কাৰ্জয়. |
07:46 | কনফিগাৰ KTouch অধীনত, Workload 2 লৈ পৰিবর্তন কৰক. |
07:50 | কার্যধাৰা বাক্সৰ আগত Complete whole training স্তৰ পৰীক্ষা কৰক. |
07:56 | এতিয়া এটি নতুন টাইপিং ছেচন খোলক আৰু টাইপিং অভ্যাস কৰক |
08:00 | অবশেষত, আপোনাৰ lecture statistic প্ৰশিক্ষন কৰক |
08:04 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
08:07 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
08:10 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
08:15 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
08:17 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
08:20 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
08:23 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
08:29 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
08:33 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
08:41 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08:52 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |