Difference between revisions of "LibreOffice-Suite-Draw/C2/Insert-text-in-drawings/Assamese"
From Script | Spoken-Tutorial
Line 3: | Line 3: | ||
|| Visual Cue | || Visual Cue | ||
|- | |- | ||
− | ||00 | + | ||00.01 ||LibreOffice ড্র ত অঙ্কনসমূহত লেখা যোগ কৰাৰ উপৰত স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম । |
− | || LibreOffice ড্র ত অঙ্কনসমূহত লেখা যোগ কৰাৰ উপৰত স্পকেন | + | |
|- | |- | ||
− | || 00 | + | ||00.07 |
|| এই টিউটোৰিয়েলটিত, আমি শিকিম কিভাবে: | || এই টিউটোৰিয়েলটিত, আমি শিকিম কিভাবে: | ||
|- | |- | ||
− | || 00 | + | ||00.10 |
|| অঙ্কনত text মানে লেখাৰ লগত কাম কৰা যায় । | || অঙ্কনত text মানে লেখাৰ লগত কাম কৰা যায় । | ||
|- | |- | ||
− | || 00 | + | || 00.12 |
|| অঙ্কনত লেখা ফৰ্মেত কৰা আৰু | || অঙ্কনত লেখা ফৰ্মেত কৰা আৰু | ||
|- | |- | ||
− | || 00 | + | || 00.15 |
|| টেক্সট বক্সৰ লগত কাম কৰা। | || টেক্সট বক্সৰ লগত কাম কৰা। | ||
|- | |- | ||
− | || 00 | + | || 00.17 |
|| আমি আৰু শিকিম: | || আমি আৰু শিকিম: | ||
|- | |- | ||
− | || 00 | + | || 00.19 |
| indent সেত কৰা, space আৰু text align কৰা । | | indent সেত কৰা, space আৰু text align কৰা । | ||
|- | |- | ||
− | || 00 | + | || 00.22 |
|| ৰেখা আৰু এৰোবোৰত লেখা যোগ কৰা । | || ৰেখা আৰু এৰোবোৰত লেখা যোগ কৰা । | ||
|- | |- | ||
− | || 00 | + | || 00.26 |
||'কলআউটসত text বা লেখা বহোৱা । | ||'কলআউটসত text বা লেখা বহোৱা । | ||
|- | |- | ||
− | || 00 | + | || 00.29 |
|| লেখা দুটি পদ্ধতিত যোগ কৰিব পাৰি: | || লেখা দুটি পদ্ধতিত যোগ কৰিব পাৰি: | ||
|- | |- | ||
− | || 00 | + | || 00.31 |
|| ইয়াক আঁকা বস্তুত চিধাচিধি ভৰাব পাৰি। | || ইয়াক আঁকা বস্তুত চিধাচিধি ভৰাব পাৰি। | ||
|- | |- | ||
− | || 00 | + | || 00.35 |
||লাইন আৰু এৰো সহ | ||লাইন আৰু এৰো সহ | ||
|- | |- | ||
− | || 00 | + | || 00.37 |
|| ইয়াক লেখকে এটি স্বাধীন আঁকাৰুপেও এটি টেক্সট বক্সত যোগ কৰিব পাৰি। | || ইয়াক লেখকে এটি স্বাধীন আঁকাৰুপেও এটি টেক্সট বক্সত যোগ কৰিব পাৰি। | ||
|- | |- | ||
− | || 00 | + | || 00.42 |
|| ইয়াত আমি, | || ইয়াত আমি, | ||
|- | |- | ||
− | || 00 | + | || 00.44 |
|| উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণৰ 3.3.4 ব্যবহাৰ কৰিছো. | || উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণৰ 3.3.4 ব্যবহাৰ কৰিছো. | ||
|- | |- | ||
− | || 00 | + | || 00.52 |
|| ড্র ফাইল Water Cycle খুলু আৰু এইটোত কিছু লেখা যোগ কৰো । | || ড্র ফাইল Water Cycle খুলু আৰু এইটোত কিছু লেখা যোগ কৰো । | ||
|- | |- | ||
− | || 00 | + | || 00.57 |
|| আমি সূর্যৰ পিচত থকা দুটি বগা মেঘলৈ “Cloud Formation” লেখাটি যোগ কৰিম। | || আমি সূর্যৰ পিচত থকা দুটি বগা মেঘলৈ “Cloud Formation” লেখাটি যোগ কৰিম। | ||
|- | |- | ||
− | || 01 | + | || 01.04 |
|| বগা মেঘৰ দলটিক নির্বাচন কৰক । | || বগা মেঘৰ দলটিক নির্বাচন কৰক । | ||
|- | |- | ||
− | || 01 | + | || 01.06 |
|| দলত প্রবেশ কৰিবলৈ এইটোত ডবল ক্লিক কৰক । | || দলত প্রবেশ কৰিবলৈ এইটোত ডবল ক্লিক কৰক । | ||
|- | |- | ||
− | || 01 | + | || 01.10 |
|| শীর্ষ মেঘটি নির্বাচন কৰক । | || শীর্ষ মেঘটি নির্বাচন কৰক । | ||
|- | |- | ||
− | || 01 | + | || 01.13 |
|| এতিয়া অঙ্কন টুলবাৰ পৰা''টেক্সট '' টুল নির্বাচন কৰো । | || এতিয়া অঙ্কন টুলবাৰ পৰা''টেক্সট '' টুল নির্বাচন কৰো । | ||
|- | |- | ||
− | || 01 | + | || 01.17 |
|| আপোনি দেখিব পাৰিছেনে কার্সাৰটি এটি ছোটি জিলিথকা উল্লম্ব ৰেখাত ৰুপান্তৰিত হৈছে । | || আপোনি দেখিব পাৰিছেনে কার্সাৰটি এটি ছোটি জিলিথকা উল্লম্ব ৰেখাত ৰুপান্তৰিত হৈছে । | ||
|- | |- | ||
− | || 01 | + | || 01.23 |
|| এইটি টেক্সট কার্সাৰ হয় । | || এইটি টেক্সট কার্সাৰ হয় । | ||
|- | |- | ||
− | || 01 | + | || 01.25 |
|| লিখক “Cloud Formation” . | || লিখক “Cloud Formation” . | ||
|- | |- | ||
− | || 01 | + | || 01.29 |
|| এতিয়া পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক । | || এতিয়া পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক । | ||
|- | |- | ||
− | || 01 | + | || 01.33 |
|| অন্য বগা মেঘৰ বাবেও একেই লেখা লিখক । | || অন্য বগা মেঘৰ বাবেও একেই লেখা লিখক । | ||
|- | |- | ||
− | || 01 | + | || 01.37 |
|| দলৰ পৰা প্রস্থান কৰিবলৈ, পাতৰ যিকোনো স্থানত ডবল ক্লিক কৰক । | || দলৰ পৰা প্রস্থান কৰিবলৈ, পাতৰ যিকোনো স্থানত ডবল ক্লিক কৰক । | ||
|- | |- | ||
− | || 01 | + | || 01.42 |
|| আমি এতিয়া তেনেদৰে সূর্যৰ নামকৰণ কৰো । | || আমি এতিয়া তেনেদৰে সূর্যৰ নামকৰণ কৰো । | ||
|- | |- | ||
− | || 01 | + | || 01.45 |
|| বস্তুত লেখা যোগ কৰাত, ইয়াতকৈ সহজ নহব! | || বস্তুত লেখা যোগ কৰাত, ইয়াতকৈ সহজ নহব! | ||
|- | |- | ||
− | || 01 | + | || 01.50 |
||পিছত, গ্ৰেৰঙৰ মেঘৰ দল নির্বাচন কৰো। | ||পিছত, গ্ৰেৰঙৰ মেঘৰ দল নির্বাচন কৰো। | ||
|- | |- | ||
− | || 01 | + | || 01.53 |
|| আগৰ মতে, দলটোক সোমাবলৈ ডবল ক্লিক কৰক । | || আগৰ মতে, দলটোক সোমাবলৈ ডবল ক্লিক কৰক । | ||
|- | |- | ||
− | || 01 | + | || 01.57 |
|| প্রতিটো মেঘত লিখক “Rain Cloud” . | || প্রতিটো মেঘত লিখক “Rain Cloud” . | ||
|- | |- | ||
− | || 02 | + | || 02.02 |
|| যিহেতু গ্ৰে মেঘত লেখা ৰঙ-ও কলা, সেইটি দেখা নাযায়। | || যিহেতু গ্ৰে মেঘত লেখা ৰঙ-ও কলা, সেইটি দেখা নাযায়। | ||
|- | |- | ||
− | || 02 | + | || 02.07 |
|| সেয়ে লেখাৰ ৰং বগালৈ পৰিবর্তন কৰো। | || সেয়ে লেখাৰ ৰং বগালৈ পৰিবর্তন কৰো। | ||
|- | |- | ||
− | || 02 | + | || 02.11 |
|| লেখাটি নির্বাচন কৰো, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰো আৰু লিখক ''ক্যাৰেক্টাৰ '' । | || লেখাটি নির্বাচন কৰো, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰো আৰু লিখক ''ক্যাৰেক্টাৰ '' । | ||
|- | |- | ||
− | || 02 | + | || 02.17 |
|| 'ক্যাৰেক্টাৰ' ডায়লগ বাক্স প্রদর্শিত হৈছে । | || 'ক্যাৰেক্টাৰ' ডায়লগ বাক্স প্রদর্শিত হৈছে । | ||
|- | |- | ||
− | || 02 | + | || 02.20 |
|| “Font Effects” ট্যাব-ত ক্লিক কৰক । | || “Font Effects” ট্যাব-ত ক্লিক কৰক । | ||
|- | |- | ||
− | || 02 | + | || 02.23 |
|| “Font color” ক্ষেত্রত, তললৈ স্ক্রোল কৰক আৰু 'হোয়াইট' নির্বাচন কৰক । | || “Font color” ক্ষেত্রত, তললৈ স্ক্রোল কৰক আৰু 'হোয়াইট' নির্বাচন কৰক । | ||
|- | |- | ||
− | || 02 | + | || 02.28 |
|| OK ক্লিক কৰক । | || OK ক্লিক কৰক । | ||
|- | |- | ||
− | || 02 | + | || 02.30 |
|| ফন্টৰ ৰ বগালৈ পৰিবর্তন হয় । | || ফন্টৰ ৰ বগালৈ পৰিবর্তন হয় । | ||
|- | |- | ||
− | || 02 | + | || 02.33 |
|| একেই পদ্ধতিতে, দ্বিতীয় মেঘৰ লেখাৰ ৰং পৰিবর্তন কৰা যাওক । | || একেই পদ্ধতিতে, দ্বিতীয় মেঘৰ লেখাৰ ৰং পৰিবর্তন কৰা যাওক । | ||
|- | |- | ||
− | || 02 | + | || 02.38 |
|| লেখাটি নির্বাচন কৰক আৰু সো ক্লিক কৰি তাৰ পিছত নির্বাচন কৰক ''ক্যাৰেক্টাৰ'' । | || লেখাটি নির্বাচন কৰক আৰু সো ক্লিক কৰি তাৰ পিছত নির্বাচন কৰক ''ক্যাৰেক্টাৰ'' । | ||
|- | |- | ||
− | || 02 | + | || 02.43 |
|| “Font color”ত নির্বাচন কৰক "হোয়াইট" । | || “Font color”ত নির্বাচন কৰক "হোয়াইট" । | ||
|- | |- | ||
− | || 02 | + | || 02.46 |
|| দলৰ পৰা প্রস্থান কৰিবলৈ পাতত যিকোনো স্থানত ডবল ক্লিক কৰক । | || দলৰ পৰা প্রস্থান কৰিবলৈ পাতত যিকোনো স্থানত ডবল ক্লিক কৰক । | ||
|- | |- | ||
− | || 02 | + | || 02.50 |
|| একেইভাবে, যত ত্রিভুজটিয়ে পর্বত দেখাইছে, তাতে “Mountain” শব্দটি লিখক । | || একেইভাবে, যত ত্রিভুজটিয়ে পর্বত দেখাইছে, তাতে “Mountain” শব্দটি লিখক । | ||
|- | |- | ||
− | || 02 | + | || 02.58 |
|| আপোনি লেখাৰ সজ্জা পৰিবর্তন কৰিব পাৰিব। | || আপোনি লেখাৰ সজ্জা পৰিবর্তন কৰিব পাৰিব। | ||
|- | |- | ||
− | || 02 | + | || 02.59 |
|| যি Character, ফন্টৰ স্টাইল পৰিবর্তন কৰে আৰু ফন্টৰলৈ স্পেশিয়েল এফেক্ট দিয়ে । | || যি Character, ফন্টৰ স্টাইল পৰিবর্তন কৰে আৰু ফন্টৰলৈ স্পেশিয়েল এফেক্ট দিয়ে । | ||
|- | |- | ||
− | || 03 | + | || 03.05 |
|| আপোনি পেৰেগ্ৰাফৰ বাবেও লেখা ফৰম্যাট কৰিব পাৰে যি align text হয়, indent চেত কৰা বা স্পেচিঙ , ফাঁক, আৰু ট্যাবৰ অবস্থান নির্দিষ্ট কৰা । | || আপোনি পেৰেগ্ৰাফৰ বাবেও লেখা ফৰম্যাট কৰিব পাৰে যি align text হয়, indent চেত কৰা বা স্পেচিঙ , ফাঁক, আৰু ট্যাবৰ অবস্থান নির্দিষ্ট কৰা । | ||
|- | |- | ||
− | || 03 | + | || 03.13 |
|| আপোনি এই ডায়লগ বাক্সটি ব্যবহাৰ কৰিব পাৰে | || আপোনি এই ডায়লগ বাক্সটি ব্যবহাৰ কৰিব পাৰে | ||
|- | |- | ||
− | || 03 | + | || 03.16 |
|| 'কনটেক্সট মেনুৰ পৰা অথবা | || 'কনটেক্সট মেনুৰ পৰা অথবা | ||
|- | |- | ||
− | || 03 | + | || 03.18 |
|| প্রধান মেনুৰ পৰা । | || প্রধান মেনুৰ পৰা । | ||
|- | |- | ||
− | || 03 | + | || 03.21 |
|| প্রধান মেনুৰ পৰা '' character '' ডায়লগ বাক্সত যাবলৈ , 'ফৰমেট' নির্বাচন কৰক আৰু ''ক্যাৰেক্টাৰ'' নির্বাচন কৰক । | || প্রধান মেনুৰ পৰা '' character '' ডায়লগ বাক্সত যাবলৈ , 'ফৰমেট' নির্বাচন কৰক আৰু ''ক্যাৰেক্টাৰ'' নির্বাচন কৰক । | ||
|- | |- | ||
− | || 03 | + | || 03.28 |
|| প্রধান মেনুৰ পৰা '' paragraph '' ডায়লগ বাক্সে যেতে , 'ফরমেট' নির্বাচন করুন এবং ''প্যারাগ্রাফ'' নির্বাচন করুন । | || প্রধান মেনুৰ পৰা '' paragraph '' ডায়লগ বাক্সে যেতে , 'ফরমেট' নির্বাচন করুন এবং ''প্যারাগ্রাফ'' নির্বাচন করুন । | ||
|- | |- | ||
− | || 03 | + | || 03.36 |
|| ৰেকটেন্ঙলত, পানি জমা হোৱা জাগাখন দেখাবলৈ এটি ঘন কলা ৰেখা আঁকা যাওক । | || ৰেকটেন্ঙলত, পানি জমা হোৱা জাগাখন দেখাবলৈ এটি ঘন কলা ৰেখা আঁকা যাওক । | ||
|- | |- | ||
− | || 03 | + | || 03.43 |
|| ''অঙ্কন'' টুল বাৰ পৰা "লাইন" নির্বাচন কৰক । | || ''অঙ্কন'' টুল বাৰ পৰা "লাইন" নির্বাচন কৰক । | ||
|- | |- | ||
− | || 03 | + | || 03.46 |
|| কার্সাৰ দাল পাঠটোলৈ নিয়ক, মাউসৰ বাও বোতাম টিপক আৰু বাও পৰা সো লৈ টানি আনক। | || কার্সাৰ দাল পাঠটোলৈ নিয়ক, মাউসৰ বাও বোতাম টিপক আৰু বাও পৰা সো লৈ টানি আনক। | ||
|- | |- | ||
− | || 03 | + | || 03.54 |
|| এটি হৰিজনটেল ৰেখা আঁকক যিয়ে ইয়াক দুটি সমান ভাগত ভাগ কৰিব । | || এটি হৰিজনটেল ৰেখা আঁকক যিয়ে ইয়াক দুটি সমান ভাগত ভাগ কৰিব । | ||
|- | |- | ||
− | || 04 | + | || 04.01 |
|| স্থলখন দোই ভাগত বিভক্ত হৈ গৈছে ! | || স্থলখন দোই ভাগত বিভক্ত হৈ গৈছে ! | ||
|- | |- | ||
− | || 04 | + | || 04.04 |
|| এতিয়া, line wider বনোৱা যাওক । | || এতিয়া, line wider বনোৱা যাওক । | ||
|- | |- | ||
− | || 04 | + | || 04.07 |
|| লাইন নির্বাচন কৰক আৰু কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক । | || লাইন নির্বাচন কৰক আৰু কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক । | ||
|- | |- | ||
− | || 04 | + | || 04.11 |
|| "লাইন" ক্লিক কৰক, "লাইন" ডায়লগ বাক্স প্রদর্শিত হৈছে । | || "লাইন" ক্লিক কৰক, "লাইন" ডায়লগ বাক্স প্রদর্শিত হৈছে । | ||
|- | |- | ||
− | || 04 | + | || 04.16 |
|| "স্টাইল"ৰ ক্ষেত্রত, ড্রপ ডাউন বক্স ক্লিক কৰক । | || "স্টাইল"ৰ ক্ষেত্রত, ড্রপ ডাউন বক্স ক্লিক কৰক । | ||
|- | |- | ||
− | || 04 | + | || 04.20 |
|| “Ultrafine 2 dots 3 dashes” নির্বাচন কৰক । | || “Ultrafine 2 dots 3 dashes” নির্বাচন কৰক । | ||
|- | |- | ||
− | || 04 | + | || 04.24 |
|| '''প্রস্থ''' ক্ষেত্রত মান লিখক '70' . | || '''প্রস্থ''' ক্ষেত্রত মান লিখক '70' . | ||
|- | |- | ||
− | || 04 | + | || 04.29 |
|| OK ক্লিক কৰক। | || OK ক্লিক কৰক। | ||
|- | |- | ||
− | || 04 | + | || 04.31 |
|| আমি এই লাইনটি বহলোৱাই দিয়ো ! | || আমি এই লাইনটি বহলোৱাই দিয়ো ! | ||
|- | |- | ||
− | || 04 | + | || 04.34 |
||ৰেকটেন্ঙলৰ ভিতৰত “Ground water table” লেখাটি যোগ কৰো । | ||ৰেকটেন্ঙলৰ ভিতৰত “Ground water table” লেখাটি যোগ কৰো । | ||
|- | |- | ||
− | || 04 | + | || 04.39 |
|| প্রথমে, ''টেক্সট" টুল নির্বাচন কৰক । | || প্রথমে, ''টেক্সট" টুল নির্বাচন কৰক । | ||
|- | |- | ||
− | || 04 | + | || 04.42 |
|| অঙ্কন টুলবাৰত এইটো হল capital “T” বিকল্প । | || অঙ্কন টুলবাৰত এইটো হল capital “T” বিকল্প । | ||
|- | |- | ||
− | || 04 | + | || 04.46 |
|| অঙ্কন পৃষ্ঠালৈ যাওক । | || অঙ্কন পৃষ্ঠালৈ যাওক । | ||
|- | |- | ||
− | || 04 | + | || 04.49 |
|| এতিয়া এই কার্সাৰটি কেপিটেল I ৰ সৈতে তলৰফালে এটি যোগ চিনহলৈ ৰুপান্তৰিত হৈ গৈছে। | || এতিয়া এই কার্সাৰটি কেপিটেল I ৰ সৈতে তলৰফালে এটি যোগ চিনহলৈ ৰুপান্তৰিত হৈ গৈছে। | ||
|- | |- | ||
− | || 04 | + | || 04.55 |
|| ৰেকটেন্ঙলৰ ভিতৰত ক্লিক কৰক । | || ৰেকটেন্ঙলৰ ভিতৰত ক্লিক কৰক । | ||
|- | |- | ||
− | || 04 | + | || 04.57 |
|| এটি টেক্সট বক্স প্রদর্শিত হৈছে । | || এটি টেক্সট বক্স প্রদর্শিত হৈছে । | ||
|- | |- | ||
− | || 05 | + | || 05.01 |
|| ইয়াত, লিখক “Ground water table . | || ইয়াত, লিখক “Ground water table . | ||
|- | |- | ||
− | || 05 | + | || 05.05 |
|| টেক্সট বাক্সৰ কেন্দ্রলৈ লেখাখিনি ৰাখিবৰ বাবে, টেক্সট বক্সৰ ভিতৰত কার্সাৰ ৰখক । | || টেক্সট বাক্সৰ কেন্দ্রলৈ লেখাখিনি ৰাখিবৰ বাবে, টেক্সট বক্সৰ ভিতৰত কার্সাৰ ৰখক । | ||
|- | |- | ||
− | || 05 | + | || 05.12 |
|| উপৰৰ স্ট্যান্ডার্ড টুলবাৰত “Centered” আইকনৰ উপৰত ক্লিক কৰক । | || উপৰৰ স্ট্যান্ডার্ড টুলবাৰত “Centered” আইকনৰ উপৰত ক্লিক কৰক । | ||
|- | |- | ||
− | || 05 | + | || 05.19 |
|| এই একেই পদ্ধতিত । | || এই একেই পদ্ধতিত । | ||
|- | |- | ||
− | || 05 | + | || 05.22 |
|| ত্রিভুজত “Rain water flows from land into rivers and sea” এই লেখাটি যোগ কৰক । | || ত্রিভুজত “Rain water flows from land into rivers and sea” এই লেখাটি যোগ কৰক । | ||
|- | |- | ||
− | || 05 | + | || 05.30 |
|| এই টিউটোৰিয়েলটি অনুশীলনটোৰ বাবে কিছুক্ষণৰবাবে বন্ধ কৰক । | || এই টিউটোৰিয়েলটি অনুশীলনটোৰ বাবে কিছুক্ষণৰবাবে বন্ধ কৰক । | ||
|- | |- | ||
− | || 05 | + | || 05.33 |
|| এটি বর্গক্ষেত্র আঁকক । | || এটি বর্গক্ষেত্র আঁকক । | ||
|- | |- | ||
− | || 05 | + | || 05.35 |
|| লিখক “This is a square . | || লিখক “This is a square . | ||
|- | |- | ||
− | || 05 | + | || 05.38 |
|| A square has four equal sides and four equal angles. Each angle in a square is ninety degrees . | || A square has four equal sides and four equal angles. Each angle in a square is ninety degrees . | ||
|- | |- | ||
− | || 05 | + | || 05.46 |
|| The square is a quadrilateral” . | || The square is a quadrilateral” . | ||
|- | |- | ||
Line 258: | Line 257: | ||
|| টেক্সট ডায়লগ বাক্সত বিকল্পবোৰ ব্যবহাৰ কৰি এই লেখাটিক সাজক । | || টেক্সট ডায়লগ বাক্সত বিকল্পবোৰ ব্যবহাৰ কৰি এই লেখাটিক সাজক । | ||
|- | |- | ||
− | || 05 | + | || 05.54 |
|| লেখা খিনিত ফন্ট, আকাৰ, স্টাইল আৰু এলাইনমেন্ট বিকল্প ব্যবহাৰ কৰক। | || লেখা খিনিত ফন্ট, আকাৰ, স্টাইল আৰু এলাইনমেন্ট বিকল্প ব্যবহাৰ কৰক। | ||
|- | |- | ||
− | || 06 | + | || 06.00 |
|| এতিয়া এই ছবিটিত এৰোবোৰ ভালকে ৰাখক। | || এতিয়া এই ছবিটিত এৰোবোৰ ভালকে ৰাখক। | ||
|- | |- | ||
− | || 06 | + | || 06.03 |
|| এই এৰোচিহ্নবোৰে মাটিৰ পৰা পানীৰ বাষ্পীকৰণ, গাছপাত অাৰু পানীৰ আধাৰপৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰণ | || এই এৰোচিহ্নবোৰে মাটিৰ পৰা পানীৰ বাষ্পীকৰণ, গাছপাত অাৰু পানীৰ আধাৰপৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰণ | ||
|- | |- | ||
− | || 06 | + | || 06.12 |
|| বাওফালৰ এৰোটো নির্বাচন কৰা যাওক । | || বাওফালৰ এৰোটো নির্বাচন কৰা যাওক । | ||
|- | |- | ||
− | || 06 | + | || 06.14 |
|| এতিয়া ক্লিক কৰক আৰু পর্বতৰ ফালে টানক। | || এতিয়া ক্লিক কৰক আৰু পর্বতৰ ফালে টানক। | ||
|- | |- | ||
− | || 06 | + | || 06.18 |
|| এটা মিদ্দিল এৰো নির্বাচন কৰক । | || এটা মিদ্দিল এৰো নির্বাচন কৰক । | ||
|- | |- | ||
− | || 06 | + | || 06.21 |
|| এতিয়া ক্লিক কৰক আৰু গছৰ ফালে টানি আনক । | || এতিয়া ক্লিক কৰক আৰু গছৰ ফালে টানি আনক । | ||
|- | |- | ||
− | || 06 | + | || 06.25 |
|| তৃতীয় এৰোৱে পানীৰ পৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰন দেখাব । | || তৃতীয় এৰোৱে পানীৰ পৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰন দেখাব । | ||
|- | |- | ||
− | || 06 | + | || 06.31 |
|| এতিয়া 'কার্ভ' বিকল্প ব্যবহাৰ কৰি এটি ৰেখা আঁকো যিয়ে পর্বতৰ পৰা পানী তললৈ বৈ থকা দেখাব । | || এতিয়া 'কার্ভ' বিকল্প ব্যবহাৰ কৰি এটি ৰেখা আঁকো যিয়ে পর্বতৰ পৰা পানী তললৈ বৈ থকা দেখাব । | ||
|- | |- | ||
− | || 06 | + | || 06.37 |
|| অঙ্কন টুলবাৰ পৰা "কার্ভ"ৰ উপৰত ক্লিক কৰক আৰু 'Freeform লাইন' নির্বাচন কৰক । | || অঙ্কন টুলবাৰ পৰা "কার্ভ"ৰ উপৰত ক্লিক কৰক আৰু 'Freeform লাইন' নির্বাচন কৰক । | ||
|- | |- | ||
− | || 06 | + | || 06.43 |
|| ড্র পৃষ্ঠাত কার্সাৰক পর্বতৰ পিছত ৰাখক । | || ড্র পৃষ্ঠাত কার্সাৰক পর্বতৰ পিছত ৰাখক । | ||
|- | |- | ||
− | || 06 | + | || 06.47 |
|| বাও ফালৰ মাউসৰ বোতাম টিপক আৰু তললৈ টানক । | || বাও ফালৰ মাউসৰ বোতাম টিপক আৰু তললৈ টানক । | ||
|- | |- | ||
− | || 06 | + | || 06.51 |
|| আপোনি এটি বক্র ৰেখা অাকিছে |- |- | || আপোনি এটি বক্র ৰেখা অাকিছে |- |- | ||
− | || 06 | + | || 06.53 |
|| এতিয়া প্রতিটো এৰোচিহ্নৰ বিবৰণ যোগ কৰা যাওক । | || এতিয়া প্রতিটো এৰোচিহ্নৰ বিবৰণ যোগ কৰা যাওক । | ||
|- | |- | ||
− | || 06 | + | || 06.58 |
||সো ফালৰ লৈ প্রথম এৰো নির্বাচন কৰক আৰু লিখুক- “Evaporation from rivers and seas” . | ||সো ফালৰ লৈ প্রথম এৰো নির্বাচন কৰক আৰু লিখুক- “Evaporation from rivers and seas” . | ||
|- | |- | ||
− | || 07 | + | || 07.06 |
|| পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক । | || পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক । | ||
|- | |- | ||
− | || 07 | + | || 07.08 |
|| লেখাখিনি লাইনৰ উপৰত প্রদর্শিত হৈছে । | || লেখাখিনি লাইনৰ উপৰত প্রদর্শিত হৈছে । | ||
|- | |- | ||
− | || 07 | + | || 07.12 |
|| লক্ষ্য কৰক যে, লেখাখিনি ঠিক লাইনৰ উপৰত বহোৱা হৈছে আৰু সেয়ে ই স্পষ্ট নহয় । | || লক্ষ্য কৰক যে, লেখাখিনি ঠিক লাইনৰ উপৰত বহোৱা হৈছে আৰু সেয়ে ই স্পষ্ট নহয় । | ||
|- | |- | ||
− | || 07 | + | || 07.18 |
|| লেখাখিনি ৰেখাৰ উপৰলৈ নিবলৈ বাবে লাইনত ক্লিক কৰক । | || লেখাখিনি ৰেখাৰ উপৰলৈ নিবলৈ বাবে লাইনত ক্লিক কৰক । | ||
|- | |- | ||
− | || 07 | + | || 07.22 |
|| লেখাখিনি অনুভূমিকভাবে স্থাপন কৰক । | || লেখাখিনি অনুভূমিকভাবে স্থাপন কৰক । | ||
|- | |- | ||
− | || 07 | + | || 07.25 |
||কার্সাৰ দাল লেখাখিনিৰ শেষৰ লৈ বহোৱাওক আৰু এন্টাৰ" কী টিপক । | ||কার্সাৰ দাল লেখাখিনিৰ শেষৰ লৈ বহোৱাওক আৰু এন্টাৰ" কী টিপক । | ||
|- | |- | ||
− | || 07 | + | || 07.30 |
|| পৃষ্ঠাত ক্লিক কৰক । | || পৃষ্ঠাত ক্লিক কৰক । | ||
|- | |- | ||
− | || 07 | + | || 07.32 |
|| লেখাখিনি এলাইন হৈছে । | || লেখাখিনি এলাইন হৈছে । | ||
|- | |- | ||
− | || 07 | + | || 07.35 |
|| কনটেক্সট মেনুৰ পৰা বিকল্পবোৰ ব্যবহাৰ কৰি লাইন আৰু এৰোচিহ্নৰ ওপৰত টাইপ কৰা লেখাবোৰ সজ্জা কৰিবও পাৰে । | || কনটেক্সট মেনুৰ পৰা বিকল্পবোৰ ব্যবহাৰ কৰি লাইন আৰু এৰোচিহ্নৰ ওপৰত টাইপ কৰা লেখাবোৰ সজ্জা কৰিবও পাৰে । | ||
|- | |- | ||
− | || 07 | + | || 07.41 |
|| কনটেক্সট মেনু ব্যবহাৰ কৰি ফন্টৰ আকাৰ পৰিবর্তন কৰা যাওক । | || কনটেক্সট মেনু ব্যবহাৰ কৰি ফন্টৰ আকাৰ পৰিবর্তন কৰা যাওক । | ||
|- | |- | ||
− | || 07 | + | || 07.45 |
|| লেখাখিনিত ক্লিক কৰক । | || লেখাখিনিত ক্লিক কৰক । | ||
|- | |- | ||
− | || 07 | + | || 07.47 |
|| “Evaporation from rivers and seas” . | || “Evaporation from rivers and seas” . | ||
|- | |- | ||
− | || 07 | + | || 07.50 |
|| টেক্সট খিনি এতিয়া অনুভূমিক হয়। | || টেক্সট খিনি এতিয়া অনুভূমিক হয়। | ||
|- | |- | ||
− | || 07 | + | || 07.53 |
|| লেখাখিনিক নির্বাচন কৰো আৰু কনটেক্সট মেনু দেখিবলৈ সো ক্লিক কৰো । | || লেখাখিনিক নির্বাচন কৰো আৰু কনটেক্সট মেনু দেখিবলৈ সো ক্লিক কৰো । | ||
|- | |- | ||
− | || 07 | + | || 07.58 |
|| Size নির্বাচন কৰক আৰু ক্লিক কৰক ২২ . | || Size নির্বাচন কৰক আৰু ক্লিক কৰক ২২ . | ||
|- | |- | ||
− | || 08 | + | || 08.02 |
|| ফন্টৰ আকাৰ পৰিবর্তিত হৈছে । | || ফন্টৰ আকাৰ পৰিবর্তিত হৈছে । | ||
|- | |- | ||
− | || 08 | + | || 08.05 |
|| এতিয়া, অন্যান্য সকলো এৰোচিহ্নৰ বাবে নিম্নলিখিত টেক্সট খিনি লিখক । | || এতিয়া, অন্যান্য সকলো এৰোচিহ্নৰ বাবে নিম্নলিখিত টেক্সট খিনি লিখক । | ||
|- | |- | ||
− | || 08 | + | || 08.09 |
|| Evaporation from soil | || Evaporation from soil | ||
|- | |- | ||
− | || 08 | + | || 08.12 |
|| Evaporation from vegetation | || Evaporation from vegetation | ||
|- | |- | ||
− | || 08 | + | || 08.17 |
|| Run off water from the mountains | || Run off water from the mountains | ||
|- | |- | ||
− | || 08 | + | || 08.22 |
|| এতিয়া গ্ৰে মেঘৰ পৰা বৰষুন পৰা দেখোৱাম । | || এতিয়া গ্ৰে মেঘৰ পৰা বৰষুন পৰা দেখোৱাম । | ||
|- | |- | ||
− | || 08 | + | || 08.26 |
|| বৰষুন চাবলৈ, বিন্দুযুক্ত এৰো আঁকো, যিয়ে মেঘৰ পৰা তললৈ অহা দেখোৱাব। | || বৰষুন চাবলৈ, বিন্দুযুক্ত এৰো আঁকো, যিয়ে মেঘৰ পৰা তললৈ অহা দেখোৱাব। | ||
|- | |- | ||
− | || 08 | + | || 08.32 |
||'''অঙ্কন''' টুলবাৰ পৰা Line Ends with Arrow নির্বাচন কৰক । | ||'''অঙ্কন''' টুলবাৰ পৰা Line Ends with Arrow নির্বাচন কৰক । | ||
|- | |- | ||
− | || 08 | + | || 08.37 |
|| তাৰপিছত কার্সাৰটি বাও ফালৰ প্রথম গ্ৰে মেঘত ৰাখক । | || তাৰপিছত কার্সাৰটি বাও ফালৰ প্রথম গ্ৰে মেঘত ৰাখক । | ||
|- | |- | ||
− | || 08 | + | || 08.42 |
|| মাউসৰ বাও বোতাম টিপক অাৰু ইয়াক তললৈ তানক। | || মাউসৰ বাও বোতাম টিপক অাৰু ইয়াক তললৈ তানক। | ||
|- | |- | ||
− | || 08 | + | || 08.46 |
|| কনটেক্সট মেনুৰ পৰা সো ক্লিক কৰক আৰু 'লাইন' ক্লিক কৰক। | || কনটেক্সট মেনুৰ পৰা সো ক্লিক কৰক আৰু 'লাইন' ক্লিক কৰক। | ||
|- | |- | ||
− | || 08 | + | || 08.50 |
|| 'লাইন' ডায়লগ বাক্স প্রদর্শিত হৈছে । | || 'লাইন' ডায়লগ বাক্স প্রদর্শিত হৈছে । | ||
|- | |- | ||
− | || 08 | + | || 08.53 |
|| 'স্টাইল' ড্রপ ডাউন তালিকাযত ক্লিক কৰক আৰু নির্বাচন কৰক । | || 'স্টাইল' ড্রপ ডাউন তালিকাযত ক্লিক কৰক আৰু নির্বাচন কৰক । | ||
|- | |- | ||
− | || 08 | + | || 08.56 |
|| '' 2 বিন্দু আৰু 1 ড্যাশ'' । | || '' 2 বিন্দু আৰু 1 ড্যাশ'' । | ||
|- | |- | ||
− | || 08 | + | || 08.58 |
|| ক্লিক কৰক'' 'OK ''' . | || ক্লিক কৰক'' 'OK ''' . | ||
|- | |- | ||
− | || 09 | + | || 09.00 |
|| আমি এটি বিন্দুযুক্ত এৰো টানিছো । | || আমি এটি বিন্দুযুক্ত এৰো টানিছো । | ||
|- | |- | ||
− | || 09 | + | || 09.02 |
|| এই মেঘৰ বাবে আৰু দুটি এৰোচিহ্নক কপি আৰু পেস্ট কৰো। | || এই মেঘৰ বাবে আৰু দুটি এৰোচিহ্নক কপি আৰু পেস্ট কৰো। | ||
|- | |- | ||
− | || 09 | + | || 09.06 |
|| এতিয়া অন্য মেঘৰ বাবে কপি আৰু পেস্ট কৰি দুটি এৰোচিহ্নক আঁকক । | || এতিয়া অন্য মেঘৰ বাবে কপি আৰু পেস্ট কৰি দুটি এৰোচিহ্নক আঁকক । | ||
|- | |- | ||
− | || 09 | + | || 09.12 |
|| এতিয়া বিন্দুযুক্ত এৰোচিহ্নলৈ rain টেক্সটো যোগ কৰো । | || এতিয়া বিন্দুযুক্ত এৰোচিহ্নলৈ rain টেক্সটো যোগ কৰো । | ||
|- | |- | ||
− | || 09 | + | || 09.21 |
|| "Water" অবকেক্টৰ ঠিক উপৰত টেক্সট বক্সত টেক্সটখিনি “Evaporation to form the clouds” বোলি যোগ কৰা যাওক. | || "Water" অবকেক্টৰ ঠিক উপৰত টেক্সট বক্সত টেক্সটখিনি “Evaporation to form the clouds” বোলি যোগ কৰা যাওক. | ||
|- | |- | ||
− | || 09 | + | || 09.28 |
|| ''অঙ্কন'' টুলবাৰ পৰা, '''টেক্সট ''' টুল নির্বাচন কৰক আৰু দেখোৱাৰ দৰে এটি টেক্সট বক্স আঁকক । | || ''অঙ্কন'' টুলবাৰ পৰা, '''টেক্সট ''' টুল নির্বাচন কৰক আৰু দেখোৱাৰ দৰে এটি টেক্সট বক্স আঁকক । | ||
|- | |- | ||
− | || 09 | + | || 09.35 |
|| ইয়াৰ ভিতৰত লিখক “Evaporation to form the clouds” . | || ইয়াৰ ভিতৰত লিখক “Evaporation to form the clouds” . | ||
|- | |- | ||
− | || 09 | + | || 09.41 |
|| ''অঙ্কন'' টুলবাৰ পৰা"টেক্সট টুল" নির্বাচন কৰক । | || ''অঙ্কন'' টুলবাৰ পৰা"টেক্সট টুল" নির্বাচন কৰক । | ||
|- | |- | ||
− | || 09 | + | || 09.44 |
|| আৰু গ্ৰে মেঘৰ পিছলৈ এটি টেক্সট বক্স আঁকক । | || আৰু গ্ৰে মেঘৰ পিছলৈ এটি টেক্সট বক্স আঁকক । | ||
|- | |- | ||
− | || 09 | + | || 09.48 |
|| ইয়াৰ ভিতৰত লিখক 'condensation to form rain' . | || ইয়াৰ ভিতৰত লিখক 'condensation to form rain' . | ||
|- | |- | ||
− | || 09 | + | || 09.53 |
|| প্রথমে টেক্সট বক্সৰ সীমাত ক্লিক কৰি টেক্সট বক্সটো লৈ যাওক । | || প্রথমে টেক্সট বক্সৰ সীমাত ক্লিক কৰি টেক্সট বক্সটো লৈ যাওক । | ||
|- | |- | ||
− | || 09 | + | || 09.57 |
|| এতিয়া ইয়াক ধৰি ৰাখি পছন্দ স্থানত টানি নিয়ক। | || এতিয়া ইয়াক ধৰি ৰাখি পছন্দ স্থানত টানি নিয়ক। | ||
|- | |- | ||
− | || 10 | + | || 10.02 |
|| পূর্ববর্তী পদক্ষেপবোৰ অনুসৰণ কৰি, এটি টাইটল মানে শিৰোনাম WaterCycle Diagram” বোলি | || পূর্ববর্তী পদক্ষেপবোৰ অনুসৰণ কৰি, এটি টাইটল মানে শিৰোনাম WaterCycle Diagram” বোলি | ||
দিয়া যাওক | দিয়া যাওক | ||
|- | |- | ||
− | || 10 | + | || 10.07 |
|| টেক্সট বক্স ব্যবহাৰ কৰি আৰু লেখাখিনি বোল্ড কৰো । | || টেক্সট বক্স ব্যবহাৰ কৰি আৰু লেখাখিনি বোল্ড কৰো । | ||
|- | |- | ||
− | || 10 | + | || 10.16 |
|| আমি Water Cycle ছবিটি আঁকা সম্পন্ন হৈছে ! | || আমি Water Cycle ছবিটি আঁকা সম্পন্ন হৈছে ! | ||
|- | |- | ||
− | || 10 | + | || 10.20 |
|| এতিয়া, ''কলআউটস'' সম্পর্কে জানা যাওক । | || এতিয়া, ''কলআউটস'' সম্পর্কে জানা যাওক । | ||
|- | |- | ||
− | || 10 | + | || 10.22 |
|| '''কলআউটস''' কি ? | || '''কলআউটস''' কি ? | ||
|- | |- | ||
− | || 10 | + | || 10.24 |
|| এইবোৰ হল বিশেষ টেক্সট বক্স যি ড্র পৃষ্ঠাত আপোনাৰ মনোযোগ আকর্ষণ কৰে বা | || এইবোৰ হল বিশেষ টেক্সট বক্স যি ড্র পৃষ্ঠাত আপোনাৰ মনোযোগ আকর্ষণ কৰে বা | ||
|- | |- | ||
− | || 10 | + | || 10.29 |
|| এটি বস্তুলৈ বা এটি বিন্দুলৈ দেখোৱাই । | || এটি বস্তুলৈ বা এটি বিন্দুলৈ দেখোৱাই । | ||
|- | |- | ||
− | || 10 | + | || 10.33 |
|| উদাহৰণস্বৰুপে, অধিকাংশ কমিক বুকত। | || উদাহৰণস্বৰুপে, অধিকাংশ কমিক বুকত। | ||
|- | |- | ||
− | || 10 | + | || 10.36 |
|| 'কলআউটস' ৰ ভিতৰত টেকস্ট থাকে । | || 'কলআউটস' ৰ ভিতৰত টেকস্ট থাকে । | ||
|- | |- | ||
− | || 10 | + | || 10.39 |
|| ড্র ফাইলটোলৈ এটি নতুন পাত যোগ কৰা যাওক । | || ড্র ফাইলটোলৈ এটি নতুন পাত যোগ কৰা যাওক । | ||
|- | |- | ||
− | || 10 | + | || 10.42 |
|| প্রধান মেনু পৰা 'Insert' নির্বাচন কৰক আৰু ক্লিক কৰক 'Slide' . | || প্রধান মেনু পৰা 'Insert' নির্বাচন কৰক আৰু ক্লিক কৰক 'Slide' . | ||
|- | |- | ||
− | || 10 | + | || 10.47 |
|| এটি নতুন পাত যুক্ত হৈছে । | || এটি নতুন পাত যুক্ত হৈছে । | ||
|- | |- | ||
− | || 10 | + | || 10.50 |
|| এটি 'কল আউট' আঁকাৰ বাবে, 'অঙ্কন' টুলবাৰলৈ যাওক। | || এটি 'কল আউট' আঁকাৰ বাবে, 'অঙ্কন' টুলবাৰলৈ যাওক। | ||
|- | |- | ||
− | || 10 | + | || 10.54 |
|| 'কল আউট' আইকনৰ পিছত সৰু কলা ত্রিভুজত ক্লিক কৰক । | || 'কল আউট' আইকনৰ পিছত সৰু কলা ত্রিভুজত ক্লিক কৰক । | ||
|- | |- | ||
− | || 10 | + | || 10.59 |
|| বিভিন্ন ''কলআউট'' প্রদর্শিত হৈছে । | || বিভিন্ন ''কলআউট'' প্রদর্শিত হৈছে । | ||
|- | |- | ||
− | || 11 | + | || 11.01 |
|| ৰেকটেংগুলাৰ ''কল আউটত''' ক্লিক কৰক । | || ৰেকটেংগুলাৰ ''কল আউটত''' ক্লিক কৰক । | ||
|- | |- | ||
− | || 11 | + | || 11.04 |
|| কার্সাৰদাল পৃষ্ঠালৈ নিয়ক, মাউসৰ বাওফালৰ বোতাম টিপক অাৰু টানক । | || কার্সাৰদাল পৃষ্ঠালৈ নিয়ক, মাউসৰ বাওফালৰ বোতাম টিপক অাৰু টানক । | ||
|- | |- | ||
− | || 11 | + | || 11.10 |
|| আপোনি এটি 'কল আউট' আকিছে । | || আপোনি এটি 'কল আউট' আকিছে । | ||
|- | |- | ||
− | || 11 | + | || 11.12 |
|| আপোনি অন্যন্য বস্তুৰ বাবে কৰাৰ নিচিনা এটা কল আউটৰ ভিতৰত লেখা যোগ কৰিব পাৰিব। | || আপোনি অন্যন্য বস্তুৰ বাবে কৰাৰ নিচিনা এটা কল আউটৰ ভিতৰত লেখা যোগ কৰিব পাৰিব। | ||
|- | |- | ||
− | || 11 | + | || 11.18 |
|| ডবল ক্লিক কৰক আৰু কল আউটৰ ভিতৰত লিখক “This is an example” . | || ডবল ক্লিক কৰক আৰু কল আউটৰ ভিতৰত লিখক “This is an example” . | ||
|- | |- | ||
− | || 11 | + | || 11.25 |
|| ইয়াতেই LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল । | || ইয়াতেই LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল । | ||
|- | |- | ||
− | || 11 | + | || 11.30 |
|| এই টিউটোৰিয়েলটিত আপোনি শিকিব কিভাবে: | || এই টিউটোৰিয়েলটিত আপোনি শিকিব কিভাবে: | ||
|- | |- | ||
− | || 11 | + | || 11.33 |
|| অঙ্কনত লেখা যায় । | || অঙ্কনত লেখা যায় । | ||
|- | |- | ||
− | || 11 | + | || 11.35 |
|| অঙ্কনত লেখাৰ সজ্জা । | || অঙ্কনত লেখাৰ সজ্জা । | ||
|- | |- | ||
− | || 11 | + | || 11.38 |
|| টেক্সট বক্সৰ সৈতে কাম । | || টেক্সট বক্সৰ সৈতে কাম । | ||
|- | |- | ||
− | || 11 | + | || 11.40 |
|| ইনদেন্টিং, স্পেসিং আৰু টেকস্ট এলাইন । | || ইনদেন্টিং, স্পেসিং আৰু টেকস্ট এলাইন । | ||
|- | |- | ||
− | || 11 | + | || 11.44 |
|| লাইন আৰু এৰোবোৰলৈ লেখা যোগ কৰাৰ পদ্ধতি । | || লাইন আৰু এৰোবোৰলৈ লেখা যোগ কৰাৰ পদ্ধতি । | ||
|- | |- | ||
− | || 11 | + | || 11.46 |
|| কলআউটসত লিখা । | || কলআউটসত লিখা । | ||
|- | |- | ||
− | || 11 | + | || 11.50 |
|| এতিয়া আপোনাৰ বাবে এটি অনুশীলনী আছে । | || এতিয়া আপোনাৰ বাবে এটি অনুশীলনী আছে । | ||
|- | |- | ||
− | || 11 | + | || 11.53 |
|| এটি নোট বোক লেবেল তৈয়াৰ কৰক আৰু এই স্লাইডত দেখোৱাৰ নিছিনা, এটি আমন্ত্রণপত্র তৈয়াৰ কৰক। | || এটি নোট বোক লেবেল তৈয়াৰ কৰক আৰু এই স্লাইডত দেখোৱাৰ নিছিনা, এটি আমন্ত্রণপত্র তৈয়াৰ কৰক। | ||
|- | |- | ||
− | || 12 | + | || 12.00 |
|| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। | || spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। | ||
|- | |- | ||
− | || 12 | + | || 12.03 |
|| কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | || কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | ||
|- | |- | ||
− | || 12 | + | || 12.06 |
|| যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | || যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | ||
|- | |- | ||
− | || 12 | + | || 12.11 |
|| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | || কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | ||
|- | |- | ||
− | || 12 | + | || 12.13 |
|| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | || কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | ||
|- | |- | ||
− | || 12 | + | || 12.17 |
|| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | || এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | ||
|- | |- | ||
− | || 12 | + | || 12.20 |
|| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | || অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | ||
|- | |- | ||
− | || 12 | + | || 12.27 |
||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ||
|- | |- | ||
− | || 12 | + | || 12.31 |
|| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | || ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||
|- | |- | ||
− | || 12 | + | || 12.39 |
|| এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | || এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | ||
|- | |- | ||
− | || 12 | + | || 12.50 |
||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। | ||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |
Revision as of 06:49, 29 April 2014
Time | Visual Cue | ||
00.01 | LibreOffice ড্র ত অঙ্কনসমূহত লেখা যোগ কৰাৰ উপৰত স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম । | ||
00.07 | এই টিউটোৰিয়েলটিত, আমি শিকিম কিভাবে: | ||
00.10 | অঙ্কনত text মানে লেখাৰ লগত কাম কৰা যায় । | ||
00.12 | অঙ্কনত লেখা ফৰ্মেত কৰা আৰু | ||
00.15 | টেক্সট বক্সৰ লগত কাম কৰা। | ||
00.17 | আমি আৰু শিকিম: | ||
00.19 | indent সেত কৰা, space আৰু text align কৰা । | ||
00.22 | ৰেখা আৰু এৰোবোৰত লেখা যোগ কৰা । | ||
00.26 | 'কলআউটসত text বা লেখা বহোৱা । | ||
00.29 | লেখা দুটি পদ্ধতিত যোগ কৰিব পাৰি: | ||
00.31 | ইয়াক আঁকা বস্তুত চিধাচিধি ভৰাব পাৰি। | ||
00.35 | লাইন আৰু এৰো সহ | ||
00.37 | ইয়াক লেখকে এটি স্বাধীন আঁকাৰুপেও এটি টেক্সট বক্সত যোগ কৰিব পাৰি। | ||
00.42 | ইয়াত আমি, | ||
00.44 | উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণৰ 3.3.4 ব্যবহাৰ কৰিছো. | ||
00.52 | ড্র ফাইল Water Cycle খুলু আৰু এইটোত কিছু লেখা যোগ কৰো । | ||
00.57 | আমি সূর্যৰ পিচত থকা দুটি বগা মেঘলৈ “Cloud Formation” লেখাটি যোগ কৰিম। | ||
01.04 | বগা মেঘৰ দলটিক নির্বাচন কৰক । | ||
01.06 | দলত প্রবেশ কৰিবলৈ এইটোত ডবল ক্লিক কৰক । | ||
01.10 | শীর্ষ মেঘটি নির্বাচন কৰক । | ||
01.13 | এতিয়া অঙ্কন টুলবাৰ পৰাটেক্সট টুল নির্বাচন কৰো । | ||
01.17 | আপোনি দেখিব পাৰিছেনে কার্সাৰটি এটি ছোটি জিলিথকা উল্লম্ব ৰেখাত ৰুপান্তৰিত হৈছে । | ||
01.23 | এইটি টেক্সট কার্সাৰ হয় । | ||
01.25 | লিখক “Cloud Formation” . | ||
01.29 | এতিয়া পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক । | ||
01.33 | অন্য বগা মেঘৰ বাবেও একেই লেখা লিখক । | ||
01.37 | দলৰ পৰা প্রস্থান কৰিবলৈ, পাতৰ যিকোনো স্থানত ডবল ক্লিক কৰক । | ||
01.42 | আমি এতিয়া তেনেদৰে সূর্যৰ নামকৰণ কৰো । | ||
01.45 | বস্তুত লেখা যোগ কৰাত, ইয়াতকৈ সহজ নহব! | ||
01.50 | পিছত, গ্ৰেৰঙৰ মেঘৰ দল নির্বাচন কৰো। | ||
01.53 | আগৰ মতে, দলটোক সোমাবলৈ ডবল ক্লিক কৰক । | ||
01.57 | প্রতিটো মেঘত লিখক “Rain Cloud” . | ||
02.02 | যিহেতু গ্ৰে মেঘত লেখা ৰঙ-ও কলা, সেইটি দেখা নাযায়। | ||
02.07 | সেয়ে লেখাৰ ৰং বগালৈ পৰিবর্তন কৰো। | ||
02.11 | লেখাটি নির্বাচন কৰো, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰো আৰু লিখক ক্যাৰেক্টাৰ ।
| ||
02.17 | 'ক্যাৰেক্টাৰ' ডায়লগ বাক্স প্রদর্শিত হৈছে । | ||
02.20 | “Font Effects” ট্যাব-ত ক্লিক কৰক । | ||
02.23 | “Font color” ক্ষেত্রত, তললৈ স্ক্রোল কৰক আৰু 'হোয়াইট' নির্বাচন কৰক । | ||
02.28 | OK ক্লিক কৰক । | ||
02.30 | ফন্টৰ ৰ বগালৈ পৰিবর্তন হয় । | ||
02.33 | একেই পদ্ধতিতে, দ্বিতীয় মেঘৰ লেখাৰ ৰং পৰিবর্তন কৰা যাওক । | ||
02.38 | লেখাটি নির্বাচন কৰক আৰু সো ক্লিক কৰি তাৰ পিছত নির্বাচন কৰক ক্যাৰেক্টাৰ । | ||
02.43 | “Font color”ত নির্বাচন কৰক "হোয়াইট" । | ||
02.46 | দলৰ পৰা প্রস্থান কৰিবলৈ পাতত যিকোনো স্থানত ডবল ক্লিক কৰক । | ||
02.50 | একেইভাবে, যত ত্রিভুজটিয়ে পর্বত দেখাইছে, তাতে “Mountain” শব্দটি লিখক । | ||
02.58 | আপোনি লেখাৰ সজ্জা পৰিবর্তন কৰিব পাৰিব। | ||
02.59 | যি Character, ফন্টৰ স্টাইল পৰিবর্তন কৰে আৰু ফন্টৰলৈ স্পেশিয়েল এফেক্ট দিয়ে । | ||
03.05 | আপোনি পেৰেগ্ৰাফৰ বাবেও লেখা ফৰম্যাট কৰিব পাৰে যি align text হয়, indent চেত কৰা বা স্পেচিঙ , ফাঁক, আৰু ট্যাবৰ অবস্থান নির্দিষ্ট কৰা । | ||
03.13 | আপোনি এই ডায়লগ বাক্সটি ব্যবহাৰ কৰিব পাৰে | ||
03.16 | 'কনটেক্সট মেনুৰ পৰা অথবা | ||
03.18 | প্রধান মেনুৰ পৰা । | ||
03.21 | প্রধান মেনুৰ পৰা character ডায়লগ বাক্সত যাবলৈ , 'ফৰমেট' নির্বাচন কৰক আৰু ক্যাৰেক্টাৰ নির্বাচন কৰক । | ||
03.28 | প্রধান মেনুৰ পৰা paragraph ডায়লগ বাক্সে যেতে , 'ফরমেট' নির্বাচন করুন এবং প্যারাগ্রাফ নির্বাচন করুন । | ||
03.36 | ৰেকটেন্ঙলত, পানি জমা হোৱা জাগাখন দেখাবলৈ এটি ঘন কলা ৰেখা আঁকা যাওক । | ||
03.43 | অঙ্কন টুল বাৰ পৰা "লাইন" নির্বাচন কৰক । | ||
03.46 | কার্সাৰ দাল পাঠটোলৈ নিয়ক, মাউসৰ বাও বোতাম টিপক আৰু বাও পৰা সো লৈ টানি আনক। | ||
03.54 | এটি হৰিজনটেল ৰেখা আঁকক যিয়ে ইয়াক দুটি সমান ভাগত ভাগ কৰিব । | ||
04.01 | স্থলখন দোই ভাগত বিভক্ত হৈ গৈছে ! | ||
04.04 | এতিয়া, line wider বনোৱা যাওক । | ||
04.07 | লাইন নির্বাচন কৰক আৰু কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক । | ||
04.11 | "লাইন" ক্লিক কৰক, "লাইন" ডায়লগ বাক্স প্রদর্শিত হৈছে । | ||
04.16 | "স্টাইল"ৰ ক্ষেত্রত, ড্রপ ডাউন বক্স ক্লিক কৰক । | ||
04.20 | “Ultrafine 2 dots 3 dashes” নির্বাচন কৰক । | ||
04.24 | প্রস্থ ক্ষেত্রত মান লিখক '70' . | ||
04.29 | OK ক্লিক কৰক। | ||
04.31 | আমি এই লাইনটি বহলোৱাই দিয়ো ! | ||
04.34 | ৰেকটেন্ঙলৰ ভিতৰত “Ground water table” লেখাটি যোগ কৰো । | ||
04.39 | প্রথমে, টেক্সট" টুল নির্বাচন কৰক । | ||
04.42 | অঙ্কন টুলবাৰত এইটো হল capital “T” বিকল্প । | ||
04.46 | অঙ্কন পৃষ্ঠালৈ যাওক । | ||
04.49 | এতিয়া এই কার্সাৰটি কেপিটেল I ৰ সৈতে তলৰফালে এটি যোগ চিনহলৈ ৰুপান্তৰিত হৈ গৈছে। | ||
04.55 | ৰেকটেন্ঙলৰ ভিতৰত ক্লিক কৰক । | ||
04.57 | এটি টেক্সট বক্স প্রদর্শিত হৈছে । | ||
05.01 | ইয়াত, লিখক “Ground water table . | ||
05.05 | টেক্সট বাক্সৰ কেন্দ্রলৈ লেখাখিনি ৰাখিবৰ বাবে, টেক্সট বক্সৰ ভিতৰত কার্সাৰ ৰখক । | ||
05.12 | উপৰৰ স্ট্যান্ডার্ড টুলবাৰত “Centered” আইকনৰ উপৰত ক্লিক কৰক । | ||
05.19 | এই একেই পদ্ধতিত । | ||
05.22 | ত্রিভুজত “Rain water flows from land into rivers and sea” এই লেখাটি যোগ কৰক । | ||
05.30 | এই টিউটোৰিয়েলটি অনুশীলনটোৰ বাবে কিছুক্ষণৰবাবে বন্ধ কৰক । | ||
05.33 | এটি বর্গক্ষেত্র আঁকক । | ||
05.35 | লিখক “This is a square . | ||
05.38 | A square has four equal sides and four equal angles. Each angle in a square is ninety degrees . | ||
05.46 | The square is a quadrilateral” . | ||
05,50 | টেক্সট ডায়লগ বাক্সত বিকল্পবোৰ ব্যবহাৰ কৰি এই লেখাটিক সাজক । | ||
05.54 | লেখা খিনিত ফন্ট, আকাৰ, স্টাইল আৰু এলাইনমেন্ট বিকল্প ব্যবহাৰ কৰক। | ||
06.00 | এতিয়া এই ছবিটিত এৰোবোৰ ভালকে ৰাখক। | ||
06.03 | এই এৰোচিহ্নবোৰে মাটিৰ পৰা পানীৰ বাষ্পীকৰণ, গাছপাত অাৰু পানীৰ আধাৰপৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰণ | ||
06.12 | বাওফালৰ এৰোটো নির্বাচন কৰা যাওক । | ||
06.14 | এতিয়া ক্লিক কৰক আৰু পর্বতৰ ফালে টানক। | ||
06.18 | এটা মিদ্দিল এৰো নির্বাচন কৰক । | ||
06.21 | এতিয়া ক্লিক কৰক আৰু গছৰ ফালে টানি আনক । | ||
06.25 | তৃতীয় এৰোৱে পানীৰ পৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰন দেখাব । | ||
06.31 | এতিয়া 'কার্ভ' বিকল্প ব্যবহাৰ কৰি এটি ৰেখা আঁকো যিয়ে পর্বতৰ পৰা পানী তললৈ বৈ থকা দেখাব । | ||
06.37 | অঙ্কন টুলবাৰ পৰা "কার্ভ"ৰ উপৰত ক্লিক কৰক আৰু 'Freeform লাইন' নির্বাচন কৰক । | ||
06.43 | ড্র পৃষ্ঠাত কার্সাৰক পর্বতৰ পিছত ৰাখক । | ||
06.47 | বাও ফালৰ মাউসৰ বোতাম টিপক আৰু তললৈ টানক । | ||
06.51 | আপোনি এটি বক্র ৰেখা অাকিছে |- |- | 06.53 | এতিয়া প্রতিটো এৰোচিহ্নৰ বিবৰণ যোগ কৰা যাওক । |
06.58 | সো ফালৰ লৈ প্রথম এৰো নির্বাচন কৰক আৰু লিখুক- “Evaporation from rivers and seas” . | ||
07.06 | পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক । | ||
07.08 | লেখাখিনি লাইনৰ উপৰত প্রদর্শিত হৈছে । | ||
07.12 | লক্ষ্য কৰক যে, লেখাখিনি ঠিক লাইনৰ উপৰত বহোৱা হৈছে আৰু সেয়ে ই স্পষ্ট নহয় । | ||
07.18 | লেখাখিনি ৰেখাৰ উপৰলৈ নিবলৈ বাবে লাইনত ক্লিক কৰক । | ||
07.22 | লেখাখিনি অনুভূমিকভাবে স্থাপন কৰক । | ||
07.25 | কার্সাৰ দাল লেখাখিনিৰ শেষৰ লৈ বহোৱাওক আৰু এন্টাৰ" কী টিপক । | ||
07.30 | পৃষ্ঠাত ক্লিক কৰক । | ||
07.32 | লেখাখিনি এলাইন হৈছে । | ||
07.35 | কনটেক্সট মেনুৰ পৰা বিকল্পবোৰ ব্যবহাৰ কৰি লাইন আৰু এৰোচিহ্নৰ ওপৰত টাইপ কৰা লেখাবোৰ সজ্জা কৰিবও পাৰে । | ||
07.41 | কনটেক্সট মেনু ব্যবহাৰ কৰি ফন্টৰ আকাৰ পৰিবর্তন কৰা যাওক । | ||
07.45 | লেখাখিনিত ক্লিক কৰক । | ||
07.47 | “Evaporation from rivers and seas” . | ||
07.50 | টেক্সট খিনি এতিয়া অনুভূমিক হয়। | ||
07.53 | লেখাখিনিক নির্বাচন কৰো আৰু কনটেক্সট মেনু দেখিবলৈ সো ক্লিক কৰো । | ||
07.58 | Size নির্বাচন কৰক আৰু ক্লিক কৰক ২২ . | ||
08.02 | ফন্টৰ আকাৰ পৰিবর্তিত হৈছে । | ||
08.05 | এতিয়া, অন্যান্য সকলো এৰোচিহ্নৰ বাবে নিম্নলিখিত টেক্সট খিনি লিখক । | ||
08.09 | Evaporation from soil | ||
08.12 | Evaporation from vegetation | ||
08.17 | Run off water from the mountains | ||
08.22 | এতিয়া গ্ৰে মেঘৰ পৰা বৰষুন পৰা দেখোৱাম । | ||
08.26 | বৰষুন চাবলৈ, বিন্দুযুক্ত এৰো আঁকো, যিয়ে মেঘৰ পৰা তললৈ অহা দেখোৱাব। | ||
08.32 | অঙ্কন টুলবাৰ পৰা Line Ends with Arrow নির্বাচন কৰক । | ||
08.37 | তাৰপিছত কার্সাৰটি বাও ফালৰ প্রথম গ্ৰে মেঘত ৰাখক । | ||
08.42 | মাউসৰ বাও বোতাম টিপক অাৰু ইয়াক তললৈ তানক। | ||
08.46 | কনটেক্সট মেনুৰ পৰা সো ক্লিক কৰক আৰু 'লাইন' ক্লিক কৰক। | ||
08.50 | 'লাইন' ডায়লগ বাক্স প্রদর্শিত হৈছে । | ||
08.53 | 'স্টাইল' ড্রপ ডাউন তালিকাযত ক্লিক কৰক আৰু নির্বাচন কৰক । | ||
08.56 | 2 বিন্দু আৰু 1 ড্যাশ । | ||
08.58 | ক্লিক কৰক 'OK ' . | ||
09.00 | আমি এটি বিন্দুযুক্ত এৰো টানিছো । | ||
09.02 | এই মেঘৰ বাবে আৰু দুটি এৰোচিহ্নক কপি আৰু পেস্ট কৰো। | ||
09.06 | এতিয়া অন্য মেঘৰ বাবে কপি আৰু পেস্ট কৰি দুটি এৰোচিহ্নক আঁকক । | ||
09.12 | এতিয়া বিন্দুযুক্ত এৰোচিহ্নলৈ rain টেক্সটো যোগ কৰো । | ||
09.21 | "Water" অবকেক্টৰ ঠিক উপৰত টেক্সট বক্সত টেক্সটখিনি “Evaporation to form the clouds” বোলি যোগ কৰা যাওক. | ||
09.28 | অঙ্কন টুলবাৰ পৰা, টেক্সট টুল নির্বাচন কৰক আৰু দেখোৱাৰ দৰে এটি টেক্সট বক্স আঁকক । | ||
09.35 | ইয়াৰ ভিতৰত লিখক “Evaporation to form the clouds” . | ||
09.41 | অঙ্কন টুলবাৰ পৰা"টেক্সট টুল" নির্বাচন কৰক । | ||
09.44 | আৰু গ্ৰে মেঘৰ পিছলৈ এটি টেক্সট বক্স আঁকক । | ||
09.48 | ইয়াৰ ভিতৰত লিখক 'condensation to form rain' . | ||
09.53 | প্রথমে টেক্সট বক্সৰ সীমাত ক্লিক কৰি টেক্সট বক্সটো লৈ যাওক । | ||
09.57 | এতিয়া ইয়াক ধৰি ৰাখি পছন্দ স্থানত টানি নিয়ক। | ||
10.02 | পূর্ববর্তী পদক্ষেপবোৰ অনুসৰণ কৰি, এটি টাইটল মানে শিৰোনাম WaterCycle Diagram” বোলি
দিয়া যাওক | ||
10.07 | টেক্সট বক্স ব্যবহাৰ কৰি আৰু লেখাখিনি বোল্ড কৰো । | ||
10.16 | আমি Water Cycle ছবিটি আঁকা সম্পন্ন হৈছে ! | ||
10.20 | এতিয়া, কলআউটস সম্পর্কে জানা যাওক । | ||
10.22 | কলআউটস কি ? | ||
10.24 | এইবোৰ হল বিশেষ টেক্সট বক্স যি ড্র পৃষ্ঠাত আপোনাৰ মনোযোগ আকর্ষণ কৰে বা | ||
10.29 | এটি বস্তুলৈ বা এটি বিন্দুলৈ দেখোৱাই । | ||
10.33 | উদাহৰণস্বৰুপে, অধিকাংশ কমিক বুকত। | ||
10.36 | 'কলআউটস' ৰ ভিতৰত টেকস্ট থাকে । | ||
10.39 | ড্র ফাইলটোলৈ এটি নতুন পাত যোগ কৰা যাওক । | ||
10.42 | প্রধান মেনু পৰা 'Insert' নির্বাচন কৰক আৰু ক্লিক কৰক 'Slide' . | ||
10.47 | এটি নতুন পাত যুক্ত হৈছে । | ||
10.50 | এটি 'কল আউট' আঁকাৰ বাবে, 'অঙ্কন' টুলবাৰলৈ যাওক। | ||
10.54 | 'কল আউট' আইকনৰ পিছত সৰু কলা ত্রিভুজত ক্লিক কৰক । | ||
10.59 | বিভিন্ন কলআউট প্রদর্শিত হৈছে । | ||
11.01 | ৰেকটেংগুলাৰ কল আউটত' ক্লিক কৰক । | ||
11.04 | কার্সাৰদাল পৃষ্ঠালৈ নিয়ক, মাউসৰ বাওফালৰ বোতাম টিপক অাৰু টানক । | ||
11.10 | আপোনি এটি 'কল আউট' আকিছে । | ||
11.12 | আপোনি অন্যন্য বস্তুৰ বাবে কৰাৰ নিচিনা এটা কল আউটৰ ভিতৰত লেখা যোগ কৰিব পাৰিব। | ||
11.18 | ডবল ক্লিক কৰক আৰু কল আউটৰ ভিতৰত লিখক “This is an example” . | ||
11.25 | ইয়াতেই LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল । | ||
11.30 | এই টিউটোৰিয়েলটিত আপোনি শিকিব কিভাবে: | ||
11.33 | অঙ্কনত লেখা যায় । | ||
11.35 | অঙ্কনত লেখাৰ সজ্জা । | ||
11.38 | টেক্সট বক্সৰ সৈতে কাম । | ||
11.40 | ইনদেন্টিং, স্পেসিং আৰু টেকস্ট এলাইন । | ||
11.44 | লাইন আৰু এৰোবোৰলৈ লেখা যোগ কৰাৰ পদ্ধতি । | ||
11.46 | কলআউটসত লিখা । | ||
11.50 | এতিয়া আপোনাৰ বাবে এটি অনুশীলনী আছে । | ||
11.53 | এটি নোট বোক লেবেল তৈয়াৰ কৰক আৰু এই স্লাইডত দেখোৱাৰ নিছিনা, এটি আমন্ত্রণপত্র তৈয়াৰ কৰক। | ||
12.00 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। | ||
12.03 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | ||
12.06 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | ||
12.11 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | ||
12.13 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | ||
12.17 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | ||
12.20 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | ||
12.27 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ||
12.31 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||
12.39 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | ||
12.50 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |