Difference between revisions of "LibreOffice-Suite-Draw/C2/Insert-text-in-drawings/Assamese"
From Script | Spoken-Tutorial
| Line 295: | Line 295: | ||
|- | |- | ||
|| 06,51 | || 06,51 | ||
| − | || আপোনি এটি বক্র ৰেখা | + | || আপোনি এটি বক্র ৰেখা অাকিছে |- |- |
|| 06,53 | || 06,53 | ||
|| এতিয়া প্রতিটো এৰোচিহ্নৰ বিবৰণ যোগ কৰা যাওক । | || এতিয়া প্রতিটো এৰোচিহ্নৰ বিবৰণ যোগ কৰা যাওক । | ||
Revision as of 06:40, 29 April 2014
| Time | Visual Cue | ||
| 00,01 | LibreOffice ড্র ত অঙ্কনসমূহত লেখা যোগ কৰাৰ উপৰত স্পকেন টিউটোৰিয়েল-এ আপোনাক স্বাগতম । | ||
| 00,07 | এই টিউটোৰিয়েলটিত, আমি শিকিম কিভাবে: | ||
| 00,10 | অঙ্কনত text মানে লেখাৰ লগত কাম কৰা যায় । | ||
| 00,12 | অঙ্কনত লেখা ফৰ্মেত কৰা আৰু | ||
| 00,15 | টেক্সট বক্সৰ লগত কাম কৰা। | ||
| 00,17 | আমি আৰু শিকিম: | ||
| 00,19 | indent সেত কৰা, space আৰু text align কৰা । | ||
| 00,22 | ৰেখা আৰু এৰোবোৰত লেখা যোগ কৰা । | ||
| 00,26 | 'কলআউটসত text বা লেখা বহোৱা । | ||
| 00,29 | লেখা দুটি পদ্ধতিত যোগ কৰিব পাৰি: | ||
| 00,31 | ইয়াক আঁকা বস্তুত চিধাচিধি ভৰাব পাৰি। | ||
| 00,35 | লাইন আৰু এৰো সহ | ||
| 00,37 | ইয়াক লেখকে এটি স্বাধীন আঁকাৰুপেও এটি টেক্সট বক্সত যোগ কৰিব পাৰি। | ||
| 00,42 | ইয়াত আমি, | ||
| 00,44 | উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণৰ 3.3.4 ব্যবহাৰ কৰিছো. | ||
| 00,52 | ড্র ফাইল Water Cycle খুলু আৰু এইটোত কিছু লেখা যোগ কৰো । | ||
| 00,57 | আমি সূর্যৰ পিচত থকা দুটি বগা মেঘলৈ “Cloud Formation” লেখাটি যোগ কৰিম। | ||
| 01,04 | বগা মেঘৰ দলটিক নির্বাচন কৰক । | ||
| 01,06 | দলত প্রবেশ কৰিবলৈ এইটোত ডবল ক্লিক কৰক । | ||
| 01,10 | শীর্ষ মেঘটি নির্বাচন কৰক । | ||
| 01,13 | এতিয়া অঙ্কন টুলবাৰ পৰাটেক্সট টুল নির্বাচন কৰো । | ||
| 01,17 | আপোনি দেখিব পাৰিছেনে কার্সাৰটি এটি ছোটি জিলিথকা উল্লম্ব ৰেখাত ৰুপান্তৰিত হৈছে । | ||
| 01,23 | এইটি টেক্সট কার্সাৰ হয় । | ||
| 01,25 | লিখক “Cloud Formation” . | ||
| 01,29 | এতিয়া পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক । | ||
| 01,33 | অন্য বগা মেঘৰ বাবেও একেই লেখা লিখক । | ||
| 01,37 | দলৰ পৰা প্রস্থান কৰিবলৈ, পাতৰ যিকোনো স্থানত ডবল ক্লিক কৰক । | ||
| 01,42 | আমি এতিয়া তেনেদৰে সূর্যৰ নামকৰণ কৰো । | ||
| 01,45 | বস্তুত লেখা যোগ কৰাত, ইয়াতকৈ সহজ নহব! | ||
| 01,50 | পিছত, গ্ৰেৰঙৰ মেঘৰ দল নির্বাচন কৰো। | ||
| 01,53 | আগৰ মতে, দলটোক সোমাবলৈ ডবল ক্লিক কৰক । | ||
| 01,57 | প্রতিটো মেঘত লিখক “Rain Cloud” . | ||
| 02,02 | যিহেতু গ্ৰে মেঘত লেখা ৰঙ-ও কলা, সেইটি দেখা নাযায়। | ||
| 02,07 | সেয়ে লেখাৰ ৰং বগালৈ পৰিবর্তন কৰো। | ||
| 02,11 | লেখাটি নির্বাচন কৰো, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰো আৰু লিখক ক্যাৰেক্টাৰ ।
| ||
| 02,17 | 'ক্যাৰেক্টাৰ' ডায়লগ বাক্স প্রদর্শিত হৈছে । | ||
| 02,20 | “Font Effects” ট্যাব-ত ক্লিক কৰক । | ||
| 02,23 | “Font color” ক্ষেত্রত, তললৈ স্ক্রোল কৰক আৰু 'হোয়াইট' নির্বাচন কৰক । | ||
| 02,28 | OK ক্লিক কৰক । | ||
| 02,30 | ফন্টৰ ৰ বগালৈ পৰিবর্তন হয় । | ||
| 02,33 | একেই পদ্ধতিতে, দ্বিতীয় মেঘৰ লেখাৰ ৰং পৰিবর্তন কৰা যাওক । | ||
| 02,38 | লেখাটি নির্বাচন কৰক আৰু সো ক্লিক কৰি তাৰ পিছত নির্বাচন কৰক ক্যাৰেক্টাৰ । | ||
| 02,43 | “Font color”ত নির্বাচন কৰক "হোয়াইট" । | ||
| 02,46 | দলৰ পৰা প্রস্থান কৰিবলৈ পাতত যিকোনো স্থানত ডবল ক্লিক কৰক । | ||
| 02,50 | একেইভাবে, যত ত্রিভুজটিয়ে পর্বত দেখাইছে, তাতে “Mountain” শব্দটি লিখক । | ||
| 02,58 | আপোনি লেখাৰ সজ্জা পৰিবর্তন কৰিব পাৰিব। | ||
| 02,59 | যি Character, ফন্টৰ স্টাইল পৰিবর্তন কৰে আৰু ফন্টৰলৈ স্পেশিয়েল এফেক্ট দিয়ে । | ||
| 03,05 | আপোনি পেৰেগ্ৰাফৰ বাবেও লেখা ফৰম্যাট কৰিব পাৰে যি align text হয়, indent চেত কৰা বা স্পেচিঙ , ফাঁক, আৰু ট্যাবৰ অবস্থান নির্দিষ্ট কৰা । | ||
| 03,13 | আপোনি এই ডায়লগ বাক্সটি ব্যবহাৰ কৰিব পাৰে | ||
| 03,16 | 'কনটেক্সট মেনুৰ পৰা অথবা | ||
| 03,18 | প্রধান মেনুৰ পৰা । | ||
| 03,21 | প্রধান মেনুৰ পৰা character ডায়লগ বাক্সত যাবলৈ , 'ফৰমেট' নির্বাচন কৰক আৰু ক্যাৰেক্টাৰ নির্বাচন কৰক । | ||
| 03,28 | প্রধান মেনুৰ পৰা paragraph ডায়লগ বাক্সে যেতে , 'ফরমেট' নির্বাচন করুন এবং প্যারাগ্রাফ নির্বাচন করুন । | ||
| 03,36 | ৰেকটেন্ঙলত, পানি জমা হোৱা জাগাখন দেখাবলৈ এটি ঘন কলা ৰেখা আঁকা যাওক । | ||
| 03,43 | অঙ্কন টুল বাৰ পৰা "লাইন" নির্বাচন কৰক । | ||
| 03,46 | কার্সাৰ দাল পাঠটোলৈ নিয়ক, মাউসৰ বাও বোতাম টিপক আৰু বাও পৰা সো লৈ টানি আনক। | ||
| 03,54 | এটি হৰিজনটেল ৰেখা আঁকক যিয়ে ইয়াক দুটি সমান ভাগত ভাগ কৰিব । | ||
| 04,01 | স্থলখন দোই ভাগত বিভক্ত হৈ গৈছে ! | ||
| 04,04 | এতিয়া, line wider বনোৱা যাওক । | ||
| 04,07 | লাইন নির্বাচন কৰক আৰু কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক । | ||
| 04,11 | "লাইন" ক্লিক কৰক, "লাইন" ডায়লগ বাক্স প্রদর্শিত হৈছে । | ||
| 04,16 | "স্টাইল"ৰ ক্ষেত্রত, ড্রপ ডাউন বক্স ক্লিক কৰক । | ||
| 04,20 | “Ultrafine 2 dots 3 dashes” নির্বাচন কৰক । | ||
| 04,24 | প্রস্থ ক্ষেত্রত মান লিখক '70' . | ||
| 04,29 | OK ক্লিক কৰক। | ||
| 04,31 | আমি এই লাইনটি বহলোৱাই দিয়ো ! | ||
| 04,34 | ৰেকটেন্ঙলৰ ভিতৰত “Ground water table” লেখাটি যোগ কৰো । | ||
| 04,39 | প্রথমে, টেক্সট" টুল নির্বাচন কৰক । | ||
| 04,42 | অঙ্কন টুলবাৰত এইটো হল capital “T” বিকল্প । | ||
| 04,46 | অঙ্কন পৃষ্ঠালৈ যাওক । | ||
| 04,49 | এতিয়া এই কার্সাৰটি কেপিটেল I ৰ সৈতে তলৰফালে এটি যোগ চিনহলৈ ৰুপান্তৰিত হৈ গৈছে। | ||
| 04,55 | ৰেকটেন্ঙলৰ ভিতৰত ক্লিক কৰক । | ||
| 04,57 | এটি টেক্সট বক্স প্রদর্শিত হৈছে । | ||
| 05,01 | ইয়াত, লিখক “Ground water table . | ||
| 05,05 | টেক্সট বাক্সৰ কেন্দ্রলৈ লেখাখিনি ৰাখিবৰ বাবে, টেক্সট বক্সৰ ভিতৰত কার্সাৰ ৰখক । | ||
| 05,12 | উপৰৰ স্ট্যান্ডার্ড টুলবাৰত “Centered” আইকনৰ উপৰত ক্লিক কৰক । | ||
| 05,19 | এই একেই পদ্ধতিত । | ||
| 05,22 | ত্রিভুজত “Rain water flows from land into rivers and sea” এই লেখাটি যোগ কৰক । | ||
| 05,30 | এই টিউটোৰিয়েলটি অনুশীলনটোৰ বাবে কিছুক্ষণৰবাবে বন্ধ কৰক । | ||
| 05,33 | এটি বর্গক্ষেত্র আঁকক । | ||
| 05,35 | লিখক “This is a square . | ||
| 05,38 | A square has four equal sides and four equal angles. Each angle in a square is ninety degrees . | ||
| 05,46 | The square is a quadrilateral” . | ||
| 05,50 | টেক্সট ডায়লগ বাক্সত বিকল্পবোৰ ব্যবহাৰ কৰি এই লেখাটিক সাজক । | ||
| 05,54 | লেখা খিনিত ফন্ট, আকাৰ, স্টাইল আৰু এলাইনমেন্ট বিকল্প ব্যবহাৰ কৰক। | ||
| 06,00 | এতিয়া এই ছবিটিত এৰোবোৰ ভালকে ৰাখক। | ||
| 06,03 | এই এৰোচিহ্নবোৰে মাটিৰ পৰা পানীৰ বাষ্পীকৰণ, গাছপাত অাৰু পানীৰ আধাৰপৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰণ | ||
| 06,12 | বাওফালৰ এৰোটো নির্বাচন কৰা যাওক । | ||
| 06,14 | এতিয়া ক্লিক কৰক আৰু পর্বতৰ ফালে টানক। | ||
| 06,18 | এটা মিদ্দিল এৰো নির্বাচন কৰক । | ||
| 06,21 | এতিয়া ক্লিক কৰক আৰু গছৰ ফালে টানি আনক । | ||
| 06,25 | তৃতীয় এৰোৱে পানীৰ পৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰন দেখাব । | ||
| 06,31 | এতিয়া 'কার্ভ' বিকল্প ব্যবহাৰ কৰি এটি ৰেখা আঁকো যিয়ে পর্বতৰ পৰা পানী তললৈ বৈ থকা দেখাব । | ||
| 06,37 | অঙ্কন টুলবাৰ পৰা "কার্ভ"ৰ উপৰত ক্লিক কৰক আৰু 'Freeform লাইন' নির্বাচন কৰক । | ||
| 06,43 | ড্র পৃষ্ঠাত কার্সাৰক পর্বতৰ পিছত ৰাখক । | ||
| 06,47 | বাও ফালৰ মাউসৰ বোতাম টিপক আৰু তললৈ টানক । | ||
| 06,51 | আপোনি এটি বক্র ৰেখা অাকিছে |- |- | 06,53 | এতিয়া প্রতিটো এৰোচিহ্নৰ বিবৰণ যোগ কৰা যাওক । |
| 06,58 | সো ফালৰ লৈ প্রথম এৰো নির্বাচন কৰক আৰু লিখুক- “Evaporation from rivers and seas” . | ||
| 07,06 | পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক । | ||
| 07,08 | লেখাখিনি লাইনৰ উপৰত প্রদর্শিত হৈছে । | ||
| 07,12 | লক্ষ্য কৰক যে, লেখাখিনি ঠিক লাইনৰ উপৰত বহোৱা হৈছে আৰু সেয়ে ই স্পষ্ট নহয় । | ||
| 07,18 | লেখাখিনি ৰেখাৰ উপৰলৈ নিবলৈ বাবে লাইনত ক্লিক কৰক । | ||
| 07,22 | লেখাখিনি অনুভূমিকভাবে স্থাপন কৰক । | ||
| 07,25 | কার্সাৰ দাল লেখাখিনিৰ শেষৰ লৈ বহোৱাওক আৰু এন্টাৰ" কী টিপক । | ||
| 07,30 | পৃষ্ঠাত ক্লিক কৰক । | ||
| 07,32 | লেখাখিনি এলাইন হৈছে । | ||
| 07,35 | কনটেক্সট মেনুৰ পৰা বিকল্পবোৰ ব্যবহাৰ কৰি লাইন আৰু এৰোচিহ্নৰ ওপৰত টাইপ কৰা লেখাবোৰ সজ্জা কৰিবও পাৰে । | ||
| 07,41 | কনটেক্সট মেনু ব্যবহাৰ কৰি ফন্টৰ আকাৰ পৰিবর্তন কৰা যাওক । | ||
| 07,45 | লেখাখিনিত ক্লিক কৰক । | ||
| 07,47 | “Evaporation from rivers and seas” . | ||
| 07,50 | টেক্সট খিনি এতিয়া অনুভূমিক হয়। | ||
| 07,53 | লেখাখিনিক নির্বাচন কৰো আৰু কনটেক্সট মেনু দেখিবলৈ সো ক্লিক কৰো । | ||
| 07,58 | Size নির্বাচন কৰক আৰু ক্লিক কৰক ২২ . | ||
| 08,02 | ফন্টৰ আকাৰ পৰিবর্তিত হৈছে । | ||
| 08,05 | এতিয়া, অন্যান্য সকলো এৰোচিহ্নৰ বাবে নিম্নলিখিত টেক্সট খিনি লিখক । | ||
| 08,09 | Evaporation from soil | ||
| 08,12 | Evaporation from vegetation | ||
| 08,17 | Run off water from the mountains | ||
| 08,22 | এতিয়া গ্ৰে মেঘৰ পৰা বৰষুন পৰা দেখোৱাম । | ||
| 08,26 | বৰষুন চাবলৈ, বিন্দুযুক্ত এৰো আঁকো, যিয়ে মেঘৰ পৰা তললৈ অহা দেখোৱাব। | ||
| 08,32 | অঙ্কন টুলবাৰ পৰা Line Ends with Arrow নির্বাচন কৰক । | ||
| 08,37 | তাৰপিছত কার্সাৰটি বাও ফালৰ প্রথম গ্ৰে মেঘত ৰাখক । | ||
| 08,42 | মাউসৰ বাও বোতাম টিপক অাৰু ইয়াক তললৈ তানক। | ||
| 08,46 | কনটেক্সট মেনুৰ পৰা সো ক্লিক কৰক আৰু 'লাইন' ক্লিক কৰক। | ||
| 08,50 | 'লাইন' ডায়লগ বাক্স প্রদর্শিত হৈছে । | ||
| 08,53 | 'স্টাইল' ড্রপ ডাউন তালিকাযত ক্লিক কৰক আৰু নির্বাচন কৰক । | ||
| 08,56 | 2 বিন্দু আৰু 1 ড্যাশ । | ||
| 08,58 | ক্লিক কৰক 'OK ' . | ||
| 09,00 | আমি এটি বিন্দুযুক্ত এৰো টানিছো । | ||
| 09,02 | এই মেঘৰ বাবে আৰু দুটি এৰোচিহ্নক কপি আৰু পেস্ট কৰো। | ||
| 09,06 | এতিয়া অন্য মেঘৰ বাবে কপি আৰু পেস্ট কৰি দুটি এৰোচিহ্নক আঁকক । | ||
| 09,12 | এতিয়া বিন্দুযুক্ত এৰোচিহ্নলৈ rain টেক্সটো যোগ কৰো । | ||
| 09,21 | "Water" অবকেক্টৰ ঠিক উপৰত টেক্সট বক্সত টেক্সটখিনি “Evaporation to form the clouds” বোলি যোগ কৰা যাওক. | ||
| 09,28 | অঙ্কন টুলবাৰ পৰা, টেক্সট টুল নির্বাচন কৰক আৰু দেখোৱাৰ দৰে এটি টেক্সট বক্স আঁকক । | ||
| 09,35 | ইয়াৰ ভিতৰত লিখক “Evaporation to form the clouds” . | ||
| 09,41 | অঙ্কন টুলবাৰ পৰা"টেক্সট টুল" নির্বাচন কৰক । | ||
| 09,44 | আৰু গ্ৰে মেঘৰ পিছলৈ এটি টেক্সট বক্স আঁকক । | ||
| 09,48 | ইয়াৰ ভিতৰত লিখক 'condensation to form rain' . | ||
| 09,53 | প্রথমে টেক্সট বক্সৰ সীমাত ক্লিক কৰি টেক্সট বক্সটো লৈ যাওক । | ||
| 09,57 | এতিয়া ইয়াক ধৰি ৰাখি পছন্দ স্থানত টানি নিয়ক। | ||
| 10,02 | পূর্ববর্তী পদক্ষেপবোৰ অনুসৰণ কৰি, এটি টাইটল মানে শিৰোনাম WaterCycle Diagram” বোলি
দিয়া যাওক | ||
| 10,07 | টেক্সট বক্স ব্যবহাৰ কৰি আৰু লেখাখিনি বোল্ড কৰো । | ||
| 10,16 | আমি Water Cycle ছবিটি আঁকা সম্পন্ন হৈছে ! | ||
| 10,20 | এতিয়া, কলআউটস সম্পর্কে জানা যাওক । | ||
| 10,22 | কলআউটস কি ? | ||
| 10,24 | এইবোৰ হল বিশেষ টেক্সট বক্স যি ড্র পৃষ্ঠাত আপোনাৰ মনোযোগ আকর্ষণ কৰে বা | ||
| 10,2৯ | এটি বস্তুলৈ বা এটি বিন্দুলৈ দেখোৱাই । | ||
| 10,33 | উদাহৰণস্বৰুপে, অধিকাংশ কমিক বুকত। | ||
| 10,36 | 'কলআউটস' ৰ ভিতৰত টেকস্ট থাকে । | ||
| 10,39 | ড্র ফাইলটোলৈ এটি নতুন পাত যোগ কৰা যাওক । | ||
| 10,42 | প্রধান মেনু পৰা 'Insert' নির্বাচন কৰক আৰু ক্লিক কৰক 'Slide' . | ||
| 10,47 | এটি নতুন পাত যুক্ত হৈছে । | ||
| 10,50 | এটি 'কল আউট' আঁকাৰ বাবে, 'অঙ্কন' টুলবাৰলৈ যাওক। | ||
| 10,54 | 'কল আউট' আইকনৰ পিছত সৰু কলা ত্রিভুজত ক্লিক কৰক । | ||
| 10,59 | বিভিন্ন কলআউট প্রদর্শিত হৈছে । | ||
| 11,01 | ৰেকটেংগুলাৰ কল আউটত' ক্লিক কৰক । | ||
| 11,04 | কার্সাৰদাল পৃষ্ঠালৈ নিয়ক, মাউসৰ বাওফালৰ বোতাম টিপক অাৰু টানক । | ||
| 11,10 | আপোনি এটি 'কল আউট' আকিছে । | ||
| 11,12 | আপোনি অন্যন্য বস্তুৰ বাবে কৰাৰ নিচিনা এটা কল আউটৰ ভিতৰত লেখা যোগ কৰিব পাৰিব। | ||
| 11,18 | ডবল ক্লিক কৰক আৰু কল আউটৰ ভিতৰত লিখক “This is an example” . | ||
| 11,25 | ইয়াতেই LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল । | ||
| 11,30 | এই টিউটোৰিয়েলটিত আপোনি শিকিব কিভাবে: | ||
| 11,33 | অঙ্কনত লেখা যায় । | ||
| 11,35 | অঙ্কনত লেখাৰ সজ্জা । | ||
| 11,38 | টেক্সট বক্সৰ সৈতে কাম । | ||
| 11,40 | ইনদেন্টিং, স্পেসিং আৰু টেকস্ট এলাইন । | ||
| 11,44 | লাইন আৰু এৰোবোৰলৈ লেখা যোগ কৰাৰ পদ্ধতি । | ||
| 11,46 | কলআউটসত লিখা । | ||
| 11,50 | এতিয়া আপোনাৰ বাবে এটি অনুশীলনী আছে । | ||
| 11,53 | এটি নোট বোক লেবেল তৈয়াৰ কৰক আৰু এই স্লাইডত দেখোৱাৰ নিছিনা, এটি আমন্ত্রণপত্র তৈয়াৰ কৰক। | ||
| 12,00 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। | ||
| 12,03 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | ||
| 12,06 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | ||
| 12,11 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | ||
| 12,13 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | ||
| 12,17 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | ||
| 12,20 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | ||
| 12,27 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ||
| 12,31 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||
| 12,39 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | ||
| 12,50 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |