Difference between revisions of "LibreOffice-Suite-Calc/C2/Working-with-Sheets/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 29: Line 29:
 
|-
 
|-
 
|00:35
 
|00:35
||“পাৰ্চনেল ফাইনেঞ্চ ট্ৰেকাৰ.ods” ফাইলটো খোলা যাওঁক|
+
||“personal finance tracker.ods” ফাইলটো খোলা যাওঁক|
  
 
|-
 
|-
Line 41: Line 41:
 
|-
 
|-
 
|01:00
 
|01:00
||উদাহৰণ স্বৰূপে আমাৰ “পাৰ্চনেল ফাইনেঞ্চ ট্ৰেকাৰ.ods” ফাইলটোৰ প্ৰথম ৰ’ৰ ক’ৰবাত ক্লিক কৰা যাওঁক|
+
||উদাহৰণ স্বৰূপে আমাৰ “personal finance tracker.ods” ফাইলটোৰ প্ৰথম ৰ’ৰ ক’ৰবাত ক্লিক কৰা যাওঁক|
  
 
|-
 
|-
 
|01:09
 
|01:09
||মই “মূল্য” লিখা চেলটোত ক্লিক কৰিম|
+
||মই “Cost” (“মূল্য”) লিখা চেলটোত ক্লিক কৰিম|
  
 
|-
 
|-
 
|01:13
 
|01:13
||এতিয়া মেনু বাৰত থকা “ইনচাৰ্ট” অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত “ ৰ’ ”ত ক্লিক কৰক|
+
||এতিয়া মেনু বাৰত থকা “Insert”(“ইনচাৰ্ট”) অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত “Rows” (“ৰ”) ত ক্লিক কৰক|
  
 
|-
 
|-
Line 57: Line 57:
 
|-
 
|-
 
|01:25
 
|01:25
||একেদৰেই, এটা নতুন কলাম ইনচাৰ্ট কৰিবলৈ, মেনুবাৰত থকা “ইনচাৰ্ট” বুতামটোত ক্লিক কৰক আৰু “কলাম”ত ক্লিক কৰক|
+
||একেদৰেই, এটা নতুন কলাম ইনচাৰ্ট কৰিবলৈ, মেনুবাৰত থকা “Insert”  বুতামটোত ক্লিক কৰক আৰু “Columns”ত ক্লিক কৰক|
  
 
|-
 
|-
Line 93: Line 93:
 
|-
 
|-
 
|03:00
 
|03:00
||পিছত মই এন্টায়াৰ ৰ’ অপশ্বনটো বাছি লম| OK বুতামটোত ক্লিক কৰিম| মন কৰক যে প্ৰথমে ছিলেক্ট কৰা ৰ’সমূহৰ উপৰত চাৰিটা ৰ’ যোগ হ’ল|
+
||পিছত মই এন্টায়াৰ ৰ’ অপশ্বনটো বাছি লম| “OK”  বুতামটোত ক্লিক কৰিম| মন কৰক যে প্ৰথমে ছিলেক্ট কৰা ৰ’সমূহৰ উপৰত চাৰিটা ৰ’ যোগ হ’ল|
  
 
|-
 
|-
Line 105: Line 105:
 
|-
 
|-
 
|03:28
 
|03:28
||উদাহৰণ স্বৰূপে আমি যদি “লন্ড্ৰি” লিখা কলামটো ডিলিট কৰিব খুজিছো, প্ৰথমে তাৰ চেল এটাত ক্লিক কৰি ছিলেক্ট কৰি ল’ব লাগিব|
+
||উদাহৰণ স্বৰূপে আমি যদি “Laundry” লিখা কলামটো ডিলিট কৰিব খুজিছো, প্ৰথমে তাৰ চেল এটাত ক্লিক কৰি ছিলেক্ট কৰি ল’ব লাগিব|
  
 
|-
 
|-
 
|03:37
 
|03:37
||এতিয়া চেলটোত ৰাইট-ক্লিক কৰক আৰু “ডিলিট” অপশ্বনটোত ক্লিক কৰক|
+
||এতিয়া চেলটোত ৰাইট-ক্লিক কৰক আৰু “Delete” অপশ্বনটোত ক্লিক কৰক|
  
 
|-
 
|-
 
|03:43
 
|03:43
||“ডিলিট চেলচ্” শিৰোনামেৰে এটা ডায়লগ বক্স প্ৰকট হ’ব|
+
||“Delete Cells” শিৰোনামেৰে এটা ডায়লগ বক্স প্ৰকট হ’ব|
  
 
|-
 
|-
 
|03:47
 
|03:47
||এতিয়া “শ্বিফ্ট চেলচ্ আপ” অপশ্বনটোত ক্লিক কৰক আৰু তাৰপিছত “OK” বুতামটোত ক্লিক কৰক|
+
||এতিয়া “Shift cells up” অপশ্বনটোত ক্লিক কৰক আৰু তাৰপিছত “OK” বুতামটোত ক্লিক কৰক|
  
 
|-
 
|-
Line 129: Line 129:
 
|-
 
|-
 
|04:08
 
|04:08
||উদাহৰণ স্বৰূপে, আমি যদি ’লন্ড্ৰি” লিখা ৰ’টো ডিলিট কৰিব বিছাৰোঁ, প্ৰথমে তাৰ ক্ৰমিক নম্বৰ সন্নিহিত চেলটো যিটো হ’ল 6, ছিলেক্ট কৰক|
+
||উদাহৰণ স্বৰূপে, আমি যদি “Miscellaneous” লিখা ৰ’টো ডিলিট কৰিব বিছাৰোঁ, প্ৰথমে তাৰ ক্ৰমিক নম্বৰ সন্নিহিত চেলটো যিটো হ’ল 6, ছিলেক্ট কৰক|
  
 
|-
 
|-
Line 137: Line 137:
 
|-
 
|-
 
|04:33
 
|04:33
||চেলটোত ৰাইট-ক্লিক কৰক আৰু তাৰ পিছত “ডিলিট” অপশ্বনটোত ক্লিক কৰক|
+
||চেলটোত ৰাইট-ক্লিক কৰক আৰু তাৰ পিছত “Delete” অপশ্বনটোত ক্লিক কৰক|
  
 
|-
 
|-
 
|04:38
 
|04:38
||“ডিলিট চেলচ্” শিৰোনামেৰে এটা ডায়লগ বক্স প্ৰকট হ’ব|
+
||“Delete Cells" শিৰোনামেৰে এটা ডায়লগ বক্স প্ৰকট হ’ব|
  
 
|-
 
|-
 
|04:43
 
|04:43
||এতিয়া “শ্বিফ্ট চেলচ্ আপ” অপশ্বনটোত ক্লিক কৰক আৰু তাৰপিছত “OK” বুতামটোত ক্লিক কৰক|
+
||এতিয়া ““Shift cells up” ” অপশ্বনটোত ক্লিক কৰক আৰু তাৰপিছত “OK” বুতামটোত ক্লিক কৰক|
  
 
|-
 
|-
Line 167: Line 167:
 
|-
 
|-
 
|05:30
 
|05:30
||এতিয়া মেনুবাৰৰ পৰা “ইনচাৰ্ট” অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত “শ্বিট” ক্লিক কৰক|
+
||এতিয়া মেনুবাৰৰ পৰা “Insert” অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত “শ্বিট” ক্লিক কৰক|
  
 
|-
 
|-
 
|05:36
 
|05:36
||“ইনচাৰ্ট শ্বিট” শিৰোনামেৰে এটা ডায়লগ বক্স খোল খাব|
+
|| “Insert Sheet” শিৰোনামেৰে এটা ডায়লগ বক্স খোল খাব|
  
 
|-
 
|-
 
|05:41
 
|05:41
||এতিয়া বৰ্তমান শ্বিটখনৰ পিছত নতুন শ্বিট এখন ইনচাৰ্ট কৰিবলৈ “আফ্টাৰ কাৰেন্ট শ্বিট” ৰেডিঅ’ বুতামটো ছিলেক্ট কৰা হওঁক|
+
||এতিয়া বৰ্তমান শ্বিটখনৰ পিছত নতুন শ্বিট এখন ইনচাৰ্ট কৰিবলৈ "After current sheet” ৰেডিঅ’ বুতামটো ছিলেক্ট কৰা হওঁক|
  
 
|-
 
|-
 
|05:49
 
|05:49
||“নেইম” ক্ষেত্ৰত, আমাৰ নতুন শ্বিটখনৰ নাম “শ্বিট 4” ৰূপে দৃশ্যায়িত হৈছে| এইটো হৈছে ছিষ্টেম উত্পাদিত নাম| আপুনি ইচ্ছা কৰিলে ইয়াৰ পুনঃ নামাকৰণ কৰিব পাৰে|
+
||“Name” ক্ষেত্ৰত, আমাৰ নতুন শ্বিটখনৰ নাম “Sheet 4” ৰূপে দৃশ্যায়িত হৈছে| এইটো হৈছে ছিষ্টেম উত্পাদিত নাম| আপুনি ইচ্ছা কৰিলে ইয়াৰ পুনঃ নামাকৰণ কৰিব পাৰে|
  
 
|-
 
|-
Line 187: Line 187:
 
|-
 
|-
 
|06:09
 
|06:09
||নতুন শ্বিট এখন ইনচাৰ্ট কৰাৰ অন্য এটা পদ্ধতি হৈছে, কেল্ক উইন্ড’ৰ নিম্ন বাওঁ অংশত থকা বৰ্তমান শ্বিট টেবটোত ৰাইট ক্লিক কৰি আৰু “ইনচাৰ্ট শ্বিট” অপশ্বনটোত ক্লিক কৰি|
+
||নতুন শ্বিট এখন ইনচাৰ্ট কৰাৰ অন্য এটা পদ্ধতি হৈছে, কেল্ক উইন্ড’ৰ নিম্ন বাওঁ অংশত থকা বৰ্তমান শ্বিট টেবটোত ৰাইট ক্লিক কৰি আৰু“Insert Sheet” অপশ্বনটোত ক্লিক কৰি|
  
 
|-
 
|-
Line 195: Line 195:
 
|-
 
|-
 
|06:31
 
|06:31
||বৰ্তমান শ্বিটখনৰ পিছত এখন নতুন শ্বিট ইনচাৰ্ট কৰিবলৈ অন্যটো সহজ উপায় হ’ল শ্বিট টেবৰ পিছতে থকা প্লাচ চিহ্নৰে সূহোৱা “এড শ্বিট” বুতামটোত ক্লিক কৰা|
+
||বৰ্তমান শ্বিটখনৰ পিছত এখন নতুন শ্বিট ইনচাৰ্ট কৰিবলৈ অন্যটো সহজ উপায় হ’ল শ্বিট টেবৰ পিছতে থকা প্লাচ চিহ্নৰে সূহোৱা “Add Sheet” বুতামটোত ক্লিক কৰা|
  
 
|-
 
|-
Line 203: Line 203:
 
|-
 
|-
 
|06:51
 
|06:51
||এখন নতুন শ্বিট ইনচাৰ্ট কৰা শেষ পদ্ধতিটো হ’ল তলত থকা শ্বিট টেবৰ পিছত থকা “এড শ্বিট” প্লাচ চিহ্নৰ পিছৰ খালি স্থানত ক্লিক কৰি  “ইনচাৰ্ট শ্বিট” ডায়্লগ বক্স টো এক্সেচ কৰি|
+
||এখন নতুন শ্বিট ইনচাৰ্ট কৰা শেষ পদ্ধতিটো হ’ল তলত থকা শ্বিট টেবৰ পিছত থকা “Add Sheet” প্লাচ চিহ্নৰ পিছৰ খালি স্থানত ক্লিক কৰি  “Insert Sheet” ডায়্লগ বক্স টো এক্সেচ কৰি|
  
 
|-
 
|-
 
|07:06
 
|07:06
||খালি ঠাইখনত ক্লিক কৰিলে, আমি দেখিবলৈ পাম যে “ইনচাৰ্ট শ্বিট” ডায়লগ বক্সটো প্ৰকট হৈছে|
+
||খালি ঠাইখনত ক্লিক কৰিলে, আমি দেখিবলৈ পাম যে “Insert Sheet” ডায়লগ বক্সটো প্ৰকট হৈছে|
  
 
|-
 
|-
Line 223: Line 223:
 
|-
 
|-
 
|07:31
 
|07:31
||একক শ্বিট ডিলিট কৰিবলৈ, ডিলিট কৰিব বিছৰা শ্বিটখনৰ টেবত ৰাইট-ক্লিক কৰক আৰু তাৰপিছত পঅপ আপ মেনুৰ পৰা “ডিলিট শ্বিট” অপশ্বনটোত ক্লিক কৰক আৰু তাৰ ৰ্পিছত “য়েচ” অপশ্বনটোত ক্লিক কৰক|
+
||একক শ্বিট ডিলিট কৰিবলৈ, ডিলিট কৰিব বিছৰা শ্বিটখনৰ টেবত ৰাইট-ক্লিক কৰক আৰু তাৰপিছত পঅপ আপ মেনুৰ পৰা “Delete Sheet” অপশ্বনটোত ক্লিক কৰক আৰু তাৰ ৰ্পিছত “Yes” অপশ্বনটোত ক্লিক কৰক|
  
 
|-
 
|-
Line 231: Line 231:
 
|-
 
|-
 
|07:48
 
|07:48
||নিৰ্দিষ্ট শ্বিট এখন ডিলিট কৰাৰ অন্য এটা উপায় হৈছে মেনুবাৰৰ পৰা “এডিট” অপশ্বন ব্যৱহাৰ কৰি|
+
||নিৰ্দিষ্ট শ্বিট এখন ডিলিট কৰাৰ অন্য এটা উপায় হৈছে মেনুবাৰৰ পৰা “Edit” অপশ্বন ব্যৱহাৰ কৰি|
  
 
|-
 
|-
 
|07:55
 
|07:55
||উদাহৰণ স্বৰূপে যদি আমি তালিকাৰ পৰা “শ্বিট 3” ডিলিট কৰিব বিছাৰোঁ, মেনু বাৰত থকা “এডিটট” অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত “শ্বিট” অপচনত ক্লিক কৰক|
+
||উদাহৰণ স্বৰূপে যদি আমি তালিকাৰ পৰা “Sheet 3” ডিলিট কৰিব বিছাৰোঁ, মেনু বাৰত থকা “Edit” অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত “Sheet”অপচনত ক্লিক কৰক|
  
 
|-
 
|-
 
|08:05
 
|08:05
||এতিয়া পপ আপ মেনুৰ পৰা “ডিলিট” অপশ্বনটোত ক্লিক কৰক আৰু “য়েচ” অপশ্বনটোত ক্লিক কৰক|
+
||এতিয়া পপ আপ মেনুৰ পৰা “Delete” অপশ্বনটোত ক্লিক কৰক আৰু “Yes” অপশ্বনটোত ক্লিক কৰক|
  
 
|-
 
|-
Line 247: Line 247:
 
|-
 
|-
 
|08:19
 
|08:19
||গুণিতক শ্বিট ডিলিট কৰিবলৈ, উদাহৰণ স্বৰূপে, যদি আমি “শ্বিট 2” আৰু “শ্বিট 3” ডিলিট কৰিব খুজোঁ তেন্তে “শ্বিট 2” টেবটোত প্ৰথমে ক্লিক কৰক আৰু তাৰপিছত কিব’ৰ্ডৰ “শ্বিফ্ট” বুতামটো ধৰি “শ্বিট 3” টেবটোত ক্লিক কৰক|
+
||গুণিতক শ্বিট ডিলিট কৰিবলৈ, উদাহৰণ স্বৰূপে, যদি আমি “Sheet 2” আৰু “Sheet 3” ডিলিট কৰিব খুজোঁ তেন্তে “Sheet 2” টেবটোত প্ৰথমে ক্লিক কৰক আৰু তাৰপিছত কিব’ৰ্ডৰ “Shift” বুতামটো ধৰি“Sheet 3” টেবটোত ক্লিক কৰক|
  
 
|-
 
|-
 
|08:36
 
|08:36
||এতিয়া যিকোনো এটা টেবৰ উপৰত ৰাইট-ক্লিক কৰক আৰু পপ আপ মেনুৰ পৰা “ডিলিট শ্বিট” অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত “য়েচ” অপশ্বনটোত ক্লিক কৰক|
+
||এতিয়া যিকোনো এটা টেবৰ উপৰত ৰাইট-ক্লিক কৰক আৰু পপ আপ মেনুৰ পৰা “Delete Sheet” অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত “Yes” অপশ্বনটোত ক্লিক কৰক|
  
 
|-
 
|-
Line 259: Line 259:
 
|-
 
|-
 
|08:56
 
|08:56
||নিৰ্দিষ্ট শ্বিট এখন ডিলিট কৰা অন্য এটা উপায় হ’ল মেনুবাৰৰ পৰা “এডিট” অপশ্বনটো ব্যৱহাৰ কৰি|
+
||নিৰ্দিষ্ট শ্বিট এখন ডিলিট কৰা অন্য এটা উপায় হ’ল মেনুবাৰৰ পৰা “Edit” অপশ্বনটো ব্যৱহাৰ কৰি|
  
 
|-
 
|-
 
|09:03
 
|09:03
||উদাহৰণ স্বৰূপে যদি আমি তালিকাৰ পৰা “শ্বিট 6” আৰু “শ্বিট 7” ডিলিট কৰিব খুজোঁ, মেনু বাৰত থকা “এডিট” অপশ্বনত ক্লিক কৰি তাৰ পিছত “শ্বিট” অপশ্বনত ক্লিক কৰক|
+
||উদাহৰণ স্বৰূপে যদি আমি তালিকাৰ পৰা “Sheet 6” আৰু “Sheet 7” ডিলিট কৰিব খুজোঁ, মেনু বাৰত থকা “Edit” অপশ্বনত ক্লিক কৰি তাৰ পিছত “Sheet” অপশ্বনত ক্লিক কৰক|
  
 
|-
 
|-
 
|09:14
 
|09:14
||এতিয়া পপ আপ মেনুৰ পৰা “ছিলেক্ট” অপশ্বনটোত ক্লিক কৰক|
+
||এতিয়া পপ আপ মেনুৰ পৰা “Select” অপশ্বনটোত ক্লিক কৰক|
  
 
|-
 
|-
 
|09:19
 
|09:19
||প্ৰকট হোৱা ডায়লগ বক্সটোত, “শ্বিট 6” অপশ্বনত ক্লিক কৰি আৰু তাৰ পিছত কি-ব’ৰ্ডৰ “শ্বিফ্ট” বুতামটোত হেচাঁ মাৰি ধৰি, “শ্বিট 7” অপশ্বনটোত ক্লিক কৰক|
+
||প্ৰকট হোৱা ডায়লগ বক্সটোত, “Sheet 6” অপশ্বনত ক্লিক কৰি আৰু তাৰ পিছত কি-ব’ৰ্ডৰ “Shift” বুতামটোত হেচাঁ মাৰি ধৰি, “Sheet 7” অপশ্বনটোত ক্লিক কৰক|
  
 
|-
 
|-
Line 279: Line 279:
 
|-
 
|-
 
|09:37
 
|09:37
||এতিয়া পুনৰ মেনু বাৰৰ “এডিট” অপশ্বনটোত ক্লিক কৰক আৰু তাৰপিছত “শ্বিট” অপশ্বনটোত ক্লিক কৰক|
+
||এতিয়া পুনৰ মেনু বাৰৰ “edit” অপশ্বনটোত ক্লিক কৰক আৰু তাৰপিছত “Sheet”  অপশ্বনটোত ক্লিক কৰক|
  
 
|-
 
|-
 
|09:45
 
|09:45
||এতিয়া পপ আপ মেনুৰ পৰা “ডিলিট” অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত “য়েচ” অপশ্বনটোত ক্লিক কৰক|
+
||এতিয়া পপ আপ মেনুৰ পৰা “delete” অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত “yes” অপশ্বনটোত ক্লিক কৰক|
  
 
|-
 
|-
Line 295: Line 295:
 
|-
 
|-
 
|10:03
 
|10:03
||যদি আপুনি স্প্ৰেডশ্বিটখনলৈ মন কৰে. আপুনি দেখিব যে বিভিন্ন শ্বিটসমূহৰ নামসমূহ ডিফল্টৰূপে “শ্বিট 1”, “শ্বিট 2”, “শ্বিট 4” ইত্যাদি ৰূপত থাকে|
+
||যদি আপুনি স্প্ৰেডশ্বিটখনলৈ মন কৰে. আপুনি দেখিব যে বিভিন্ন শ্বিটসমূহৰ নামসমূহ ডিফল্টৰূপে “sheet 1”, “sheet2”, “sheet4” ইত্যাদি ৰূপত থাকে|
  
 
|-
 
|-
Line 307: Line 307:
 
|-
 
|-
 
|10:27
 
|10:27
||এতিয়া উদাহৰণ স্বৰূপে, যদি আমি “শ্বিট 4” ক “ডাম্প” হিচাপে ৰিনেম কৰিব বিছাৰোঁ|আপুনি তলত থকা “শ্বিট 4” টেবত ডাবল ক্লিক কৰিয়েই ইয়াক কৰিব পাৰে|
+
||এতিয়া উদাহৰণ স্বৰূপে, যদি আমি “sheet 4” ক “Dump” হিচাপে ৰিনেম কৰিব বিছাৰোঁ|আপুনি তলত থকা “sheet 4” টেবত ডাবল ক্লিক কৰিয়েই ইয়াক কৰিব পাৰে|
  
 
|-
 
|-
 
|10:37
 
|10:37
||আপুনি “ৰিনেম শ্বিট” শিৰোনামেৰে এটা ডায়লগ বক্স প্ৰকট হোৱা দেখিবলৈ পাব|ইয়াত ডিফল্ট হিচাপে “শ্বিট 4” লিখা থকা এটা টেক্সট বক্স আছে|
+
||আপুনি “Rename Sheet” শিৰোনামেৰে এটা ডায়লগ বক্স প্ৰকট হোৱা দেখিবলৈ পাব|ইয়াত ডিফল্ট হিচাপে “sheet 4” লিখা থকা এটা টেক্সট বক্স আছে|
  
 
|-
 
|-
 
|10:47
 
|10:47
||এতিয়া ডিফল্ট নামটো ডিলিট কৰক আৰু শ্বিটখনৰ নতুন নাম হিচাপে “ ডাম্প” লিখক|
+
||এতিয়া ডিফল্ট নামটো ডিলিট কৰক আৰু শ্বিটখনৰ নতুন নাম হিচাপে “ Dump” লিখক|
 
|-
 
|-
 
|10:52
 
|10:52
||“OK” বুতামটোত ক্লিক কৰক আৰু আপুনি দেখিবলৈ পাব যে “শ্বিট 4” টেবটো “ডাম্প” নামেৰে ৰিনেম হৈছে|শ্বিট 5 আৰু ডাম্প ডিলিট কৰা হওঁক|
+
||“OK” বুতামটোত ক্লিক কৰক আৰু আপুনি দেখিবলৈ পাব যে “sheet 4” টেবটো “Dump” নামেৰে ৰিনেম হৈছে|"sheet5" আৰু Dump ডিলিট কৰা হওঁক|
|-
+
|1:02
+
||This brings us to the end of the Spoken Tutorial on LibreOffice Calc.
+
 
|-
 
|-
 
|11:02
 
|11:02
Line 330: Line 327:
 
|-
 
|-
 
|11:14
 
|11:14
||শ্বিটসমূহ ইনচাৰ্ট আৰু ডিলিট কৰিব|শ্বিটসমূহ ৰিনেম কৰিব|
+
||শ্বিটসমূহ ইনচাৰ্ট আৰু ডিলিট কৰিব| শ্বিটসমূহ ৰিনেম কৰিব|
 
|-
 
|-
 
|11:19
 
|11:19
||সৰ্বাত্মক অনুশিলনী “স্প্ৰেডশ্বিট প্ৰেকটাইজ.ods” ফাইলটো খোলক|
+
||সৰ্বাত্মক অনুশিলনী “Spreadsheet Practice.ods” ফাইলটো খোলক|
 
|-
 
|-
 
|11:25
 
|11:25
||“ছিৰিয়েল নাম্বাৰ” শিৰোনামৰ ৰ’টো ছিলেক্ট কৰি ডিলিট কৰক| শ্বিটখনক “ ডিপাৰ্টমেন্টেল শ্বিট” নামেৰে ৰিনেম কৰক|
+
||“Serial Number” শিৰোনামৰ ৰ’টো ছিলেক্ট কৰি ডিলিট কৰক| শ্বিটখনক “Department Sheet” নামেৰে ৰিনেম কৰক|
 
|-
 
|-
 
|11:32
 
|11:32
Line 362: Line 359:
  
 
|-
 
|-
|
+
|12:22
12:22
+
||এই টিউটোৰিয়েলখন আগবঢ়াইছে Desi Crew আৰু এইয়া হ’ল মৌচুমি মেধি আই আই টি বম্বেৰ পৰা. যোগদান কৰাৰ বাবে ধন্যবাদ
||এই টিউটোৰিয়েলখন আগবঢ়াইছে ………………………………………….(অনুবাদক আৰু বর্ণনাকাৰীৰ  নাম)
+
আৰু এইয়া হ’ল --------------------------(ৰেকর্ডাৰজনৰ নাম) পৰা ---------------(ঠাইখনৰ নাম) স্বাক্ষৰ।
+
চোৱাৰ বাবে ধন্যবাদ
+
যোগদান কৰাৰ বাবে ধন্যবাদ
+
  
 
|-
 
|-
 
|}
 
|}

Revision as of 11:32, 18 August 2014

VISUAL CUE NARRATION
00.00 লিবাৰ অফিচ কেল্কৰ পৰিচয় বিষয়ক কথিত টিউটৰিয়েললৈ স্বাগতম – চেল আৰু শ্বিটৰ সৈতে কাৰ্য্য|
00:07 এই টিউটৰিয়েলত আমি শিকিব পাৰিম:
00:09 ৰ’ আৰু কলামৰ ইনচাৰ্ট আৰু ডিলিট কৰিব|
00:13 শ্বিট ইনচাৰ্ট আৰু ডিলিট কৰিব|শ্বিট ৰীনেইম কৰিব|
00:17 ইয়াত আমি অপাৰেটিং চিষ্টেম হিচাপে উবুন্টু 10.4 আৰু লিবাৰ অফিচ চুইট সংস্কৰণ 3.3.4 ব্যৱহাৰ কৰিম|
00:29 গতিকে স্প্ৰেডশ্বিটত কিদৰে ৰ’ আৰু কলাম ইনচাৰ্ট কৰিবলৈ শিকি আমাৰ টিউটৰিয়েলৰ আৰম্ভ কৰোঁ|
00:35 “personal finance tracker.ods” ফাইলটো খোলা যাওঁক|
00:42 কলাম আৰু ৰ’সমূহ একক ভাৱে বা শ্ৰেণীবদ্ধভাবে ইনচাৰ্ট কৰিব পাৰি|
00:47 স্প্ৰেডশ্বিটত এটা একক ৰ’ বা এটা একক কলাম অন্তৰ্ভুক্ত কৰিবলৈ , প্ৰথমে চেল, বা কলাম বা ৰ’টো ছিলেক্ট কৰক য’ত আপুনি নতুন কলাম বা নতুন ৰ’টো অন্তৰ্ভুক্ত কৰিবলৈ বিছাৰিব|
01:00 উদাহৰণ স্বৰূপে আমাৰ “personal finance tracker.ods” ফাইলটোৰ প্ৰথম ৰ’ৰ ক’ৰবাত ক্লিক কৰা যাওঁক|
01:09 মই “Cost” (“মূল্য”) লিখা চেলটোত ক্লিক কৰিম|
01:13 এতিয়া মেনু বাৰত থকা “Insert”(“ইনচাৰ্ট”) অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত “Rows” (“ৰ”) ত ক্লিক কৰক|
01:19 আমি দেখিম যে ছিলেক্ট কৰা ৰ’টোৰ ঠিক উপৰত এটা নতুন ৰ’ ইনচাৰ্ট হৈছে|
01:25 একেদৰেই, এটা নতুন কলাম ইনচাৰ্ট কৰিবলৈ, মেনুবাৰত থকা “Insert” বুতামটোত ক্লিক কৰক আৰু “Columns”ত ক্লিক কৰক|
01:34 আপুনি দেখিব যে ছিলেক্ট কৰা কলামটোৰ আগতে এটা নতুন কলাম ইনচাৰ্ট হৈছে|
01:40 এতিয়া, আমি কৰা সাল-সলনিসমূহ আন্ডু কৰা হওঁক|
01:44 আপুনি যদি নিৰ্ণায়ক বৰ্ণটোত ক্লিক কৰি এটা কলাম বা নিৰ্ণায়ক সংখ্যাটোৰ দ্বাৰা এটা ৰ’ ছিলেক্ট কৰিছে , তেনে এটা নতুন কলাম বা ৰ’ যোগ কৰিবলৈ, ৰাইট-ক্লিক কৰি প্ৰকট হোৱা ড্ৰপ ডাওন মেনুৰ পৰা ইনচাৰ্ট কলাম বা ইনচাৰ্ট ৰ’ অপশ্বনটো বাছি লওঁক|
02:04 বিকল্প হিচাপে, কাৰ্চাৰৰ সহায়ত ক্লিক কৰি অতি সহজে এটা চেল ছিলেক্ট কৰক| তাৰ পিছত ৰাইট ক্লিক কৰক আৰু ইনচাৰ্ট অপশ্বনটো বাছি লওঁক| আপুনি এনে এটা ডায়লগ বক্স দেখিবলৈ পাব|
02:18 এন্টায়াৰ ৰ’ বা এন্টায়াৰ ক’লাম অপশ্বনটো বাচনি কৰি এটা ৰ’ বা এটা কলাম যোগ কৰক|
02:25 গুণিতক কলাম বা ৰ’ একেসময়তে অন্তৰ্ভুক্ত কৰিবলৈ, আমি প্ৰথমে প্ৰয়োজন সাপেক্ষে কলাম বা ৰ’ৰ সংখ্যা হাইলাইট কৰিব লাগিব| প্ৰাৰম্ভিক চেলটোত মাউচৰ বাওঁ বুতামটো হেচা মাৰি তাৰ পিছত প্ৰয়োজনীয় সংখ্যক নিৰ্ণায়কৰ উপৰেৰে তাক ড্ৰেগ কৰি নিব লাগিব|
02:43 ইয়াত আমি চাৰিটা চেল হাইলাইট কৰিছোঁ|
02:47 নতুন ৰ’ বা কলাম যোগ কৰিবলৈ, উপৰত আলোচনা কৰা যিকোনো এটা পদ্ধতি অৱলম্বন কৰক| মই কিছুমান নতুন ৰ’ যোগ কৰিব বিছাৰিছো| গতিকে, মই ছিলেক্ট কৰা অংশত ৰাইট ক্লিক কৰিম আৰু ইনচাৰ্ট অপশ্বনটো বাছি ল্ম|
03:00 পিছত মই এন্টায়াৰ ৰ’ অপশ্বনটো বাছি লম| “OK” বুতামটোত ক্লিক কৰিম| মন কৰক যে প্ৰথমে ছিলেক্ট কৰা ৰ’সমূহৰ উপৰত চাৰিটা ৰ’ যোগ হ’ল|
03:14 পৰবৰ্তি অংশত আমি শিকিম কেনেদৰে একক বা দলবদ্ধভাৱে কলাম ডিলিট কৰিব পাৰি|
03:20 এটা একক কলাম বা এটা ৰ’ ডিলিট কৰিবলৈ, প্ৰথমে আপুনি ডিলিট কৰিব খুজা কলাম বা ৰ’টো ছিলেক্ট কৰক|
03:28 উদাহৰণ স্বৰূপে আমি যদি “Laundry” লিখা কলামটো ডিলিট কৰিব খুজিছো, প্ৰথমে তাৰ চেল এটাত ক্লিক কৰি ছিলেক্ট কৰি ল’ব লাগিব|
03:37 এতিয়া চেলটোত ৰাইট-ক্লিক কৰক আৰু “Delete” অপশ্বনটোত ক্লিক কৰক|
03:43 “Delete Cells” শিৰোনামেৰে এটা ডায়লগ বক্স প্ৰকট হ’ব|
03:47 এতিয়া “Shift cells up” অপশ্বনটোত ক্লিক কৰক আৰু তাৰপিছত “OK” বুতামটোত ক্লিক কৰক|
03:53 আপুনি দেখিব যে চেলটো ডিলিট হৈছে আৰু চেলটোৰ তলত থকা চেলটো উপৰলৈ শ্বিফ্ট হৈছে|এই পৰিবৰ্তনক আন্ডু কৰা হওঁক|
04:01 এতিয়া গুণিতক কলাম বা ৰ’ একেসময়তে কেনেদৰে ডিলিট কৰিব পাৰি তাকে শিকিম|
04:08 উদাহৰণ স্বৰূপে, আমি যদি “Miscellaneous” লিখা ৰ’টো ডিলিট কৰিব বিছাৰোঁ, প্ৰথমে তাৰ ক্ৰমিক নম্বৰ সন্নিহিত চেলটো যিটো হ’ল 6, ছিলেক্ট কৰক|
04:18 এতিয়া এই চেলটোত মাউচৰ বাওঁ বুতামটো তললৈ ধৰক আৰু গোটেই ৰ’টোৰ উপৰেৰে ড্ৰেগ কৰক| বিকল্প হিচাপে, ডিলিট কৰিব লগীয়া ৰ’ৰ সংখ্যাটোত ক্লিক কৰক| সমগ্ৰ ৰ’টো হাইলাইট হ’ব|
04:33 চেলটোত ৰাইট-ক্লিক কৰক আৰু তাৰ পিছত “Delete” অপশ্বনটোত ক্লিক কৰক|
04:38 “Delete Cells" শিৰোনামেৰে এটা ডায়লগ বক্স প্ৰকট হ’ব|
04:43 এতিয়া ““Shift cells up” ” অপশ্বনটোত ক্লিক কৰক আৰু তাৰপিছত “OK” বুতামটোত ক্লিক কৰক|
04:48 আপুনি দেখিব যে সমগ্ৰ ৰ’টো ডিলিট হ’ব আৰু তলৰ ৰ’টো উপৰলৈ শ্বিফ্ট হ’ব|
04:55 একেদৰেই আমি ৰ’ৰ পৰিবৰ্তে কলাম ছিলক্ট কৰি কলামসমূহ ডিলিট কৰিব পাৰোঁ|এতিয়া আমি কৰা পৰিবৰ্তনবোৰ আন্ডু কৰোঁ|
05:04 এখন শ্বিটত গুণিতক ৰ’ আৰু কলাম ইনচাৰ্ট আৰু ডিলিট কনেদৰে কৰিব পাৰি তাক শিকাৰ পিছত, আমি এতিয়া শিকিম কেল্কত কেনেদৰে শ্বিটসমূহ ইনচাৰ্ট আৰু ডিলিট কৰিব পাৰি|
05:14 কেল্কত এখন নতুন শ্বিট ইনচাৰ্ট কৰাৰ বহুতো উপায় আছে|আমি ইয়াৰ প্ৰত্যেকটোৰ বিষয়ে এটা এটাকৈ শিকিম|
05:23 প্ৰত্যেক পদ্ধতিৰ প্ৰথম পদক্ষেপ হ’ল যিখন শ্বিটৰ পিছত নতুন শ্বিটখন ইনচাৰ্ট কৰিব সেইখন ছিলেক্ট কৰক|
05:30 এতিয়া মেনুবাৰৰ পৰা “Insert” অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত “শ্বিট” ক্লিক কৰক|
05:36 “Insert Sheet” শিৰোনামেৰে এটা ডায়লগ বক্স খোল খাব|
05:41 এতিয়া বৰ্তমান শ্বিটখনৰ পিছত নতুন শ্বিট এখন ইনচাৰ্ট কৰিবলৈ "After current sheet” ৰেডিঅ’ বুতামটো ছিলেক্ট কৰা হওঁক|
05:49 “Name” ক্ষেত্ৰত, আমাৰ নতুন শ্বিটখনৰ নাম “Sheet 4” ৰূপে দৃশ্যায়িত হৈছে| এইটো হৈছে ছিষ্টেম উত্পাদিত নাম| আপুনি ইচ্ছা কৰিলে ইয়াৰ পুনঃ নামাকৰণ কৰিব পাৰে|
06:01 এতিয়া “OK” বুতামত ক্লিক কৰক|আমি দেখিম যে বৰ্তমান শ্বিটখনৰ পিছত নতুন শ্বিটখন ইনচাৰ্ট হৈছে|
06:09 নতুন শ্বিট এখন ইনচাৰ্ট কৰাৰ অন্য এটা পদ্ধতি হৈছে, কেল্ক উইন্ড’ৰ নিম্ন বাওঁ অংশত থকা বৰ্তমান শ্বিট টেবটোত ৰাইট ক্লিক কৰি আৰু“Insert Sheet” অপশ্বনটোত ক্লিক কৰি|
06:19 আপুনি শ্বিটৰ সংখ্যা, নাম আৰু স্থান বাচনি কৰিব পাৰে আৰু তাৰ পিছত “OK” বুতামটোত ক্লিক কৰক| ই সেইদৰেই শ্বিট ইনচাৰ্ট কৰে|
06:31 বৰ্তমান শ্বিটখনৰ পিছত এখন নতুন শ্বিট ইনচাৰ্ট কৰিবলৈ অন্যটো সহজ উপায় হ’ল শ্বিট টেবৰ পিছতে থকা প্লাচ চিহ্নৰে সূহোৱা “Add Sheet” বুতামটোত ক্লিক কৰা|
06:43 ক্লিক কৰাৰ লগে লগে এখন নতুন শ্বিট স্বয়ংক্ৰিয় ভাৱে শ্ৰেণীটোৰ শেষৰ শ্বিটখনৰ পিছত ইনচাৰ্ট হয়|
06:51 এখন নতুন শ্বিট ইনচাৰ্ট কৰা শেষ পদ্ধতিটো হ’ল তলত থকা শ্বিট টেবৰ পিছত থকা “Add Sheet” প্লাচ চিহ্নৰ পিছৰ খালি স্থানত ক্লিক কৰি “Insert Sheet” ডায়্লগ বক্স টো এক্সেচ কৰি|
07:06 খালি ঠাইখনত ক্লিক কৰিলে, আমি দেখিবলৈ পাম যে “Insert Sheet” ডায়লগ বক্সটো প্ৰকট হৈছে|
07:13 আপুনি শ্বিটখনৰ তথ্য ডায়্লগ বক্সটোত অন্তৰ্ভুক্ত কৰক আৰু তাৰ পিছত “OK” বুতামটোত ক্লিক কৰক|
07:20 শ্বিট ইনচাৰ্ট কৰিবলৈ শিকাৰ পিছত, এতিয়া আমি শিকিম কিদৰে কেল্কত শ্বিটসমূহ ডিলিট কৰা হয়|
07:27 শ্বিটসমূহ একক ভাবে বা শ্ৰেণীবদ্ধ ভাবে ডিলিট কৰিব পৰা যায়|
07:31 একক শ্বিট ডিলিট কৰিবলৈ, ডিলিট কৰিব বিছৰা শ্বিটখনৰ টেবত ৰাইট-ক্লিক কৰক আৰু তাৰপিছত পঅপ আপ মেনুৰ পৰা “Delete Sheet” অপশ্বনটোত ক্লিক কৰক আৰু তাৰ ৰ্পিছত “Yes” অপশ্বনটোত ক্লিক কৰক|
07:45 আপুনি দেখিব যে শ্বিটখন ডিলিট হৈছে|
07:48 নিৰ্দিষ্ট শ্বিট এখন ডিলিট কৰাৰ অন্য এটা উপায় হৈছে মেনুবাৰৰ পৰা “Edit” অপশ্বন ব্যৱহাৰ কৰি|
07:55 উদাহৰণ স্বৰূপে যদি আমি তালিকাৰ পৰা “Sheet 3” ডিলিট কৰিব বিছাৰোঁ, মেনু বাৰত থকা “Edit” অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত “Sheet”অপচনত ক্লিক কৰক|
08:05 এতিয়া পপ আপ মেনুৰ পৰা “Delete” অপশ্বনটোত ক্লিক কৰক আৰু “Yes” অপশ্বনটোত ক্লিক কৰক|
08:12 আপুনি শ্বিটখন ডিলিট হোৱা দেখিবলৈ পাব|এতিয়া ডকুমেন্টটোত আমি কৰা পৰিবৰ্তনবোৰ আন্ডু কৰা হওঁক|
08:19 গুণিতক শ্বিট ডিলিট কৰিবলৈ, উদাহৰণ স্বৰূপে, যদি আমি “Sheet 2” আৰু “Sheet 3” ডিলিট কৰিব খুজোঁ তেন্তে “Sheet 2” টেবটোত প্ৰথমে ক্লিক কৰক আৰু তাৰপিছত কিব’ৰ্ডৰ “Shift” বুতামটো ধৰি“Sheet 3” টেবটোত ক্লিক কৰক|
08:36 এতিয়া যিকোনো এটা টেবৰ উপৰত ৰাইট-ক্লিক কৰক আৰু পপ আপ মেনুৰ পৰা “Delete Sheet” অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত “Yes” অপশ্বনটোত ক্লিক কৰক|
08:47 আপুনি দেখিব যে দুয়োখন শ্বিট ডিলিট হৈছে|আৰু আগলৈ জানিবলৈ, আমি কৰা পৰিবৰ্তনসমূহ আন্ডু কৰা যাওঁক|
08:56 নিৰ্দিষ্ট শ্বিট এখন ডিলিট কৰা অন্য এটা উপায় হ’ল মেনুবাৰৰ পৰা “Edit” অপশ্বনটো ব্যৱহাৰ কৰি|
09:03 উদাহৰণ স্বৰূপে যদি আমি তালিকাৰ পৰা “Sheet 6” আৰু “Sheet 7” ডিলিট কৰিব খুজোঁ, মেনু বাৰত থকা “Edit” অপশ্বনত ক্লিক কৰি তাৰ পিছত “Sheet” অপশ্বনত ক্লিক কৰক|
09:14 এতিয়া পপ আপ মেনুৰ পৰা “Select” অপশ্বনটোত ক্লিক কৰক|
09:19 প্ৰকট হোৱা ডায়লগ বক্সটোত, “Sheet 6” অপশ্বনত ক্লিক কৰি আৰু তাৰ পিছত কি-ব’ৰ্ডৰ “Shift” বুতামটোত হেচাঁ মাৰি ধৰি, “Sheet 7” অপশ্বনটোত ক্লিক কৰক|
09:30 “OK” বুতামটোত ক্লিক কৰক|ই আমি ডিলিট কৰিব খুজা শ্বিটসমূহ ছিলেক্ট কৰিব|
09:37 এতিয়া পুনৰ মেনু বাৰৰ “edit” অপশ্বনটোত ক্লিক কৰক আৰু তাৰপিছত “Sheet” অপশ্বনটোত ক্লিক কৰক|
09:45 এতিয়া পপ আপ মেনুৰ পৰা “delete” অপশ্বনটোত ক্লিক কৰক আৰু তাৰ পিছত “yes” অপশ্বনটোত ক্লিক কৰক|
09:51 আপুনি দেখিব যে ছিলেক্ট কৰা শ্বিটসমূহ ডিলিট হ’ল|
09:56 কেল্কত শ্বিটসমূহ ডিলিট কৰিবলৈ শিকাৰ পিছত, আমি এতিয়া শিকিম স্প্ৰেডশ্বিটৰ শ্বিটসমূহৰ কিদৰে ৰিনেম কৰা হয়|
10:03 যদি আপুনি স্প্ৰেডশ্বিটখনলৈ মন কৰে. আপুনি দেখিব যে বিভিন্ন শ্বিটসমূহৰ নামসমূহ ডিফল্টৰূপে “sheet 1”, “sheet2”, “sheet4” ইত্যাদি ৰূপত থাকে|
10:13 সৰু স্প্ৰেডশ্বিটত ই কাৰ্য্যক্ষম য’ত মাত্ৰ কম সংখ্যক শ্বিট থাকে, কিন্তু যেতিয়া শ্বিটৰ সংখ্যা বহুত বেছি হয় তেতিয়া ই অসুবিধাজনক হৈ পৰে|
10:21 কেল্কে আমাৰ পচণ্ড অনুসৰি শ্বিটসমূহ পুনঃ নামাকৰণ কৰাৰ সুবিধা প্ৰদান কৰিছে|
10:27 এতিয়া উদাহৰণ স্বৰূপে, যদি আমি “sheet 4” ক “Dump” হিচাপে ৰিনেম কৰিব বিছাৰোঁ|আপুনি তলত থকা “sheet 4” টেবত ডাবল ক্লিক কৰিয়েই ইয়াক কৰিব পাৰে|
10:37 আপুনি “Rename Sheet” শিৰোনামেৰে এটা ডায়লগ বক্স প্ৰকট হোৱা দেখিবলৈ পাব|ইয়াত ডিফল্ট হিচাপে “sheet 4” লিখা থকা এটা টেক্সট বক্স আছে|
10:47 এতিয়া ডিফল্ট নামটো ডিলিট কৰক আৰু শ্বিটখনৰ নতুন নাম হিচাপে “ Dump” লিখক|
10:52 “OK” বুতামটোত ক্লিক কৰক আৰু আপুনি দেখিবলৈ পাব যে “sheet 4” টেবটো “Dump” নামেৰে ৰিনেম হৈছে|"sheet5" আৰু Dump ডিলিট কৰা হওঁক|
11:02 ইয়াৰ লগে লগে লিবাৰ অফিচৰ কথিত টিউটৰিয়েলৰ সমাপ্তি ঘটিল|
11:08 সংক্ষিপ্ত ৰূপত, আমি এতিয়ালৈ শিকিলো:ৰ’ আৰু কলাম ইনচাৰ্ট আৰু ডিলিট কৰিব|
11:14 শ্বিটসমূহ ইনচাৰ্ট আৰু ডিলিট কৰিব| শ্বিটসমূহ ৰিনেম কৰিব|
11:19 সৰ্বাত্মক অনুশিলনী “Spreadsheet Practice.ods” ফাইলটো খোলক|
11:25 “Serial Number” শিৰোনামৰ ৰ’টো ছিলেক্ট কৰি ডিলিট কৰক| শ্বিটখনক “Department Sheet” নামেৰে ৰিনেম কৰক|
11:32 * উল্লেখিত লিংকটোত উপলবদ্ধ ভিডিঅ’টো চাওঁক|
11:36 * ই স্পকেন টিউটৰিয়েল প্ৰ’জেক্টটো সৰাংক্ষিত কৰিছে|যদি আপোনাৰ বেণ্ড উইড্থ সঠিক নহয়, আপুনি ডাওনল’ড কৰিও ইয়াক চাব পাৰে|
11:44 স্পকেন টিউটৰিয়েল টিমে স্পকেন টিউটৰিয়েল ব্যবহাৰ কৰি কৰ্মশালাসমূহ অনুষ্ঠিত কৰে|
11:50 * অন লাইন টেষ্টত উত্তীৰ্ণ সকলক প্ৰমান পত্ৰ প্ৰদান কৰে| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি স্পকেন হাইফেন টিঊটৰিয়েল ডট অৰ্গলৈ লিখক|
11:59 *স্পকেন টিউটৰিয়েল প্ৰ’জেক্ট হ’ল টক টু এ টিচাৰ প্ৰজেক্টৰ অংশ ইয়াক National Mission on Education এ ICT, MHRD, Government of India দ্বাৰা সমৰ্থন কৰিছে|
12:12 *এই মিছনৰ বিষয়ে অধিক তথ্য উপলদ্ধ আছে স্পকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ্ NMEICT হাইফেন ইন্ট্ৰ’
12:22 এই টিউটোৰিয়েলখন আগবঢ়াইছে Desi Crew আৰু এইয়া হ’ল মৌচুমি মেধি আই আই টি বম্বেৰ পৰা. যোগদান কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Desicrew, Mousumi