Difference between revisions of "Tux-Typing/S1/Getting-started-with-Tux-Typing/Assamese"
(Created page with 'Tux-Typing/S1/Getting-started-with-Tux-Typing/Assamese-timed Time Narration 00.00 টাক্স টাইপিঙৰ পৰিচয় বিষয়ৰ কথিত প্…') |
|||
Line 1: | Line 1: | ||
Tux-Typing/S1/Getting-started-with-Tux-Typing/Assamese-timed | Tux-Typing/S1/Getting-started-with-Tux-Typing/Assamese-timed | ||
Time Narration | Time Narration | ||
− | 00.00 টাক্স টাইপিঙৰ পৰিচয় বিষয়ৰ কথিত প্ৰশিক্ষণ ব্যৱস্থালৈ স্বাগতম। | + | |
− | 00.04 এই পাঠ্যক্ৰমত আপুনি টাক্স টাইপিং আৰু ইয়াৰ পদ্ধতিৰ বিষয়ে শিক্ষা লাভ কৰিব। | + | |- |
− | 00.10 আপুনি টাইপ কৰিব শিকিব - | + | |00.00 |
− | 00.12 নিখুতভাৱে, সোনকালে আৰু পাৰ্গতশীলতাৰে, ইংৰাজী কী-বোৰ্ড থকা এটা কম্পিউটাৰত। | + | |টাক্স টাইপিঙৰ পৰিচয় বিষয়ৰ কথিত প্ৰশিক্ষণ ব্যৱস্থালৈ স্বাগতম। |
− | 00.19 আপুনি লগতে শিকিব, কী-বোৰ্ডলৈ নোচোৱাকৈয়ে টাইপ কৰিবলৈ। | + | |
− | 00.25 টাক্স টাইপিং কি? | + | |- |
− | 00.27 টাক্স টাইপিং এটা টাইপিং প্ৰশিক্ষক। | + | |00.04 |
− | 00.30 ই আপোনাক খেল ধেমালিৰ মাধ্যমেৰে তথা পৰ্য্যায়ক্ৰমে বিভিন্ন আখৰ টাইপ কৰিবলৈ শিকায়। | + | |এই পাঠ্যক্ৰমত আপুনি টাক্স টাইপিং আৰু ইয়াৰ পদ্ধতিৰ বিষয়ে শিক্ষা লাভ কৰিব। |
− | 00.38 আপুনি নিজৰ গতিত টাইপিং শিকিব পাৰিব। | + | |
− | 00.41 আৰু লাহে লাহে শুদ্ধ টাইপিং শিকাৰ লগতে আপোনাৰ টাইপিঙৰ গতি বৃদ্ধি কৰিব পাৰিব। | + | |- |
− | 00.46 টাক্স টাইপিঙে অনুশীলনৰ বাবে নতুন শব্দ সন্বিৱিষ্ট কৰাৰ লগতে টাইপিঙৰ ভাষা বাচনিৰ সুবিধা আগবঢ়ায়। | + | |00.10 |
− | 00.54 এয়া, আমি Urbuntu 11.10 ত টাক্স টাইপিং 1.8.0 ব্যৱহাৰ কৰিছো। | + | |আপুনি টাইপ কৰিব শিকিব - |
− | 01.02 আপুনি Urbuntu Softeare Centre ব্যৱহাৰ কৰি টাক্স টাইপিং Install কৰিব পাৰে। | + | |
− | 01.07 Ubuntu Software Centre ৰ সম্পৰ্কে অধিক জানিবৰ বাবে, এই websiteত থকা Urbuntu Linux Tutorial অধ্যয়ণ কৰক। | + | |- |
− | 01.16 টাক্স টাইপিং খোলো আহক। | + | |00.12 |
− | 01.19 প্ৰথমে Dash Home(ডেচ হম), যিটো আপোনাৰ কম্পিউটাৰ Desktopৰ ওপৰত বাওঁফালে থকা এটা ৰঙা বুটাম, তাত ক্লিক কৰক। | + | |নিখুতভাৱে, সোনকালে আৰু পাৰ্গতশীলতাৰে, ইংৰাজী কী-বোৰ্ড থকা এটা কম্পিউটাৰত। |
− | 01.26 Dash Home (ডেচ হম) ৰ কাষত থকা আখৰ লিখিব পৰা বাকচটোত Tux Typing লিখক। | + | |
− | 01.34 লিখিব পৰা বাকচটোৰ তলত টাক্স টাইপিঙৰ প্ৰতীক চিহ্ন এটা দেখা দিব। | + | |- |
− | 01.39 টাক্স টাইপিঙৰ প্ৰতীক চিহ্নটোত ক্লিক কৰক। | + | |00.19 |
− | 01.42 টাক্স চাইপিঙৰ Window খোল খাব। | + | |আপুনি লগতে শিকিব, কী-বোৰ্ডলৈ নোচোৱাকৈয়ে টাইপ কৰিবলৈ। |
− | 01.46 টাক্স টাইপিঙত তলত উল্লেখিত Menu (আহাৰিকা) আছে। | + | |
− | 01.50 Fish Cascade (ফিছ কেচকেড) – এটি খেলৰ ক্ষেত্ৰ। | + | |- |
+ | |00.25 | ||
+ | |টাক্স টাইপিং কি? | ||
+ | |||
+ | |- | ||
+ | |00.27 | ||
+ | |টাক্স টাইপিং এটা টাইপিং প্ৰশিক্ষক। | ||
+ | |||
+ | |- | ||
+ | |00.30 | ||
+ | |ই আপোনাক খেল ধেমালিৰ মাধ্যমেৰে তথা পৰ্য্যায়ক্ৰমে বিভিন্ন আখৰ টাইপ কৰিবলৈ শিকায়। | ||
+ | |||
+ | |- | ||
+ | |00.38 | ||
+ | |আপুনি নিজৰ গতিত টাইপিং শিকিব পাৰিব। | ||
+ | |||
+ | |- | ||
+ | |00.41 | ||
+ | |আৰু লাহে লাহে শুদ্ধ টাইপিং শিকাৰ লগতে আপোনাৰ টাইপিঙৰ গতি বৃদ্ধি কৰিব পাৰিব। | ||
+ | |||
+ | |- | ||
+ | |00.46 | ||
+ | |টাক্স টাইপিঙে অনুশীলনৰ বাবে নতুন শব্দ সন্বিৱিষ্ট কৰাৰ লগতে টাইপিঙৰ ভাষা বাচনিৰ সুবিধা আগবঢ়ায়। | ||
+ | |||
+ | |- | ||
+ | |00.54 | ||
+ | |এয়া, আমি Urbuntu 11.10 ত টাক্স টাইপিং 1.8.0 ব্যৱহাৰ কৰিছো। | ||
+ | |||
+ | |- | ||
+ | |01.02 | ||
+ | |আপুনি Urbuntu Softeare Centre ব্যৱহাৰ কৰি টাক্স টাইপিং Install কৰিব পাৰে। | ||
+ | |||
+ | |- | ||
+ | |01.07 | ||
+ | |Ubuntu Software Centre ৰ সম্পৰ্কে অধিক জানিবৰ বাবে, এই websiteত থকা Urbuntu Linux Tutorial অধ্যয়ণ কৰক। | ||
+ | |||
+ | |- | ||
+ | |01.16 | ||
+ | |টাক্স টাইপিং খোলো আহক। | ||
+ | |||
+ | |- | ||
+ | |01.19 | ||
+ | |প্ৰথমে Dash Home(ডেচ হম), যিটো আপোনাৰ কম্পিউটাৰ Desktopৰ ওপৰত বাওঁফালে থকা এটা ৰঙা বুটাম, তাত ক্লিক কৰক। | ||
+ | |||
+ | |- | ||
+ | |01.26 | ||
+ | |Dash Home (ডেচ হম) ৰ কাষত থকা আখৰ লিখিব পৰা বাকচটোত Tux Typing লিখক। | ||
+ | |||
+ | |- | ||
+ | |01.34 | ||
+ | |লিখিব পৰা বাকচটোৰ তলত টাক্স টাইপিঙৰ প্ৰতীক চিহ্ন এটা দেখা দিব। | ||
+ | |||
+ | |- | ||
+ | |01.39 | ||
+ | |টাক্স টাইপিঙৰ প্ৰতীক চিহ্নটোত ক্লিক কৰক। | ||
+ | |||
+ | |- | ||
+ | |01.42 | ||
+ | |টাক্স চাইপিঙৰ Window খোল খাব। | ||
+ | |||
+ | |- | ||
+ | |01.46 | ||
+ | |টাক্স টাইপিঙত তলত উল্লেখিত Menu (আহাৰিকা) আছে। | ||
+ | |||
+ | |- | ||
+ | |01.50 | ||
+ | |Fish Cascade (ফিছ কেচকেড) – এটি খেলৰ ক্ষেত্ৰ। | ||
Comet Zap (কমেট জেপ) – আন এটি খেলৰ ক্ষেত্ৰ। | Comet Zap (কমেট জেপ) – আন এটি খেলৰ ক্ষেত্ৰ। | ||
− | 01.56 Lessons (অনুশীলন) – আখৰ শিকিব পৰা বিভিন্ন অনুশীনল। | + | |
− | 02.01 Options (বাচনি) – শব্দ সম্পাদনা, বাক্য টাইপিং, টাক্স টাইপিং প্ৰকল্প সম্পৰ্কীয় তথ্য, ভাষা বাচনি কৰিবৰ বাবে Menu (আহাৰিকা)। | + | |- |
− | 02.13 Quit (প্ৰস্থান) – খেলৰ পৰা প্ৰস্থান কৰিবলৈ ক্লিক কৰক। | + | |01.56 |
− | 02.16 অনুশীলনবোৰৰ মাধ্যমৰে টাইপিং অভ্যাস কৰো আহক। | + | |Lessons (অনুশীলন) – আখৰ শিকিব পৰা বিভিন্ন অনুশীনল। |
− | 02.20 Main menu ত অনুশীলন [Lessons]ত ক্লিক কৰক। | + | |
− | 02.23 অনুশীলন সমূহ থকা Window খন খোল খাব। | + | |- |
− | 02.26 প্ৰথম অনুশীলনটোৰে আৰম্ভ কৰো আহক। | + | |02.01 |
− | 02.30 basic_lesson_01.xml ত ক্লিক কৰক। | + | |Options (বাচনি) – শব্দ সম্পাদনা, বাক্য টাইপিং, টাক্স টাইপিং প্ৰকল্প সম্পৰ্কীয় তথ্য, ভাষা বাচনি কৰিবৰ বাবে Menu (আহাৰিকা)। |
− | 02.35 ব্যৱহাৰৰ বিধি থকা Window খোল খাব। বিধি সমূহ পঢ়ক। | + | |
− | 02.41 অনুশীলন আৰম্ভ কৰিবৰ বাবে space bar ত ক্লিক কৰক। | + | |- |
− | 02.45 কী-বোৰ্ড থকা window খন খোল খাব। | + | |02.13 |
− | 02.48 আমি a আখৰটো টাইপ কৰিব শিকো। | + | |Quit (প্ৰস্থান) – খেলৰ পৰা প্ৰস্থান কৰিবলৈ ক্লিক কৰক। |
− | 02.52 অনুশীলনৰ বাবে কী-বোৰ্ডত p টিপক। | + | |
− | 02.56 টাইপ কৰিব লগা আখৰ বোৰৰ এখন Window খোল খাব। | + | |- |
− | 03.01 ‘aaa aaa…..’ দেখুওৱা শাৰীটোৰ অৰ্থ কি? | + | |02.16 |
− | 03.07 আপুন্ এই আখৰবোৰ টাইপ কৰিব লাগিব। | + | |অনুশীলনবোৰৰ মাধ্যমৰে টাইপিং অভ্যাস কৰো আহক। |
− | 03.10 এই শাৰী আখৰক ‘শিক্ষকৰ শাৰী’ নাম দিওঁ। | + | |
− | 03.13 এতিয়া আমি সাধাৰণতে ব্যৱহাৰ কৰা ইংৰাজী কী-বোৰ্ড দেখা পাইছো। | + | |- |
− | 03.19 aক ঘেৰি থকা ৰঙা বাকচটো দেখিছেনে? ই ৰঙা বাকচটোৰ মাজত থকা আখৰটো টাইপ কৰিবলৈ সূচায়। | + | |02.20 |
− | 03.27 কী-বোৰ্ডৰ প্ৰথম শাৰীটোৱে সংখ্যা, বিষেশ চিহ্ন আৰু Back Space বুটাম দেখুৱাই। | + | |Main menu ত অনুশীলন [Lessons]ত ক্লিক কৰক। |
− | 03.35 টাইপ কৰা আখৰ মচিবলৈ আপুনি Back Space বুটামটো ব্যৱহাৰ কৰে। | + | |
− | 03.39 কী-বোৰ্ডত তিনি শাৰী আখৰ, সংখ্যা আৰু অন্যান্য চিহ্নৰ বুটাম আছে। | + | |- |
− | 03.51 কী-বোৰ্ডৰ দ্বিতীয় শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Enter বুটাম আছে। | + | |02.23 |
− | 03.58 টাইপিঙৰ দ্বিতীয় শাৰীলৈ যাবৰ বাবে আপুনি Enter বুটামটো ব্যৱহাৰ কৰে। | + | |অনুশীলন সমূহ থকা Window খন খোল খাব। |
− | 04.02 কী-বোৰ্ডৰ তৃতীয় শাৰীত আখৰ, কলন, ছেমি কলন আৰু Caps Lock (ডাঙৰ ফলা)ৰ বুটাম আছে। | + | |
− | 04.10 ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Caps Lock ব্যৱহাৰ কৰক। | + | |- |
− | 04.14 কী-বোৰ্ডৰ চতুৰ্থ শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Shift বুটাম আছে। | + | |02.26 |
− | 04.21 ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Shift আৰু আখৰটোৰ বুটাম একেলগে টিপক। | + | |প্ৰথম অনুশীলনটোৰে আৰম্ভ কৰো আহক। |
− | 04.27 বুটামৰ ওপৰৰ অংশত থকা চিহ্ন টাইপ কৰিবলৈ চিহ্নটোৰ বুটামৰ লগত Shift বুটাম টিপক। | + | |
− | 04.34 উদাহৰণ স্বৰূপে, 1 বুটামৰ ওপৰৰ অংশত ভাৱবোধক চিহ্ন আছে। | + | |- |
− | 04.39 ভাৱবোধক চিহ্ন টাইপ কৰিবলৈ Shift আৰু 1 বুটাম একেলগে টিপক। | + | |02.30 |
− | 04.44 কী-বোৰ্ডৰ পঞ্চম শাৰীত [Ctrl] কন্ট্ৰল, [Alt] অল্টাৰ আৰু Function বুটামবোৰ আছে। লগতে এই শাৰীত Space bar আছে। | + | |basic_lesson_01.xml ত ক্লিক কৰক। |
− | 04.52 এতিয়া চাওঁ আহক টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ডৰ মাজত কিবা প্ৰাৰ্থক্য আছে নিকি? | + | |
− | 05.00 লক্ষ্য কৰক যে টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ড একেই। | + | |- |
− | 05.10 এতিয়া কী-বোৰ্ডৰ ওপৰত আঙুলিৰ সঠিক স্থাপন চাওঁ আহক। | + | |02.35 |
− | 05.14 এই ছৱিখন চাওক। | + | |ব্যৱহাৰৰ বিধি থকা Window খোল খাব। বিধি সমূহ পঢ়ক। |
− | 05.16 ই আঙুলি কেইটা আৰু সিহঁতৰ নামবোৰ দেখুৱাইছে। বাওঁফালৰ পৰা সোঁ ফাললৈ আঙুলিৰ নাম হৈছে - | + | |
− | 05.21 কনিষ্ঠ আঙুলি, | + | |- |
+ | |02.41 | ||
+ | |অনুশীলন আৰম্ভ কৰিবৰ বাবে space bar ত ক্লিক কৰক। | ||
+ | |||
+ | |- | ||
+ | |02.45 | ||
+ | |কী-বোৰ্ড থকা window খন খোল খাব। | ||
+ | |||
+ | |- | ||
+ | |02.48 | ||
+ | |আমি a আখৰটো টাইপ কৰিব শিকো। | ||
+ | |||
+ | |- | ||
+ | |02.52 | ||
+ | |অনুশীলনৰ বাবে কী-বোৰ্ডত p টিপক। | ||
+ | |||
+ | |- | ||
+ | |02.56 | ||
+ | |টাইপ কৰিব লগা আখৰ বোৰৰ এখন Window খোল খাব। | ||
+ | |||
+ | |- | ||
+ | |03.01 | ||
+ | |‘aaa aaa…..’ দেখুওৱা শাৰীটোৰ অৰ্থ কি? | ||
+ | |||
+ | |- | ||
+ | |03.07 | ||
+ | |আপুন্ এই আখৰবোৰ টাইপ কৰিব লাগিব। | ||
+ | |||
+ | |- | ||
+ | |03.10 | ||
+ | |এই শাৰী আখৰক ‘শিক্ষকৰ শাৰী’ নাম দিওঁ। | ||
+ | |||
+ | |- | ||
+ | |03.13 | ||
+ | |এতিয়া আমি সাধাৰণতে ব্যৱহাৰ কৰা ইংৰাজী কী-বোৰ্ড দেখা পাইছো। | ||
+ | |||
+ | |- | ||
+ | |03.19 | ||
+ | |aক ঘেৰি থকা ৰঙা বাকচটো দেখিছেনে? ই ৰঙা বাকচটোৰ মাজত থকা আখৰটো টাইপ কৰিবলৈ সূচায়। | ||
+ | |||
+ | |- | ||
+ | |03.27 | ||
+ | |কী-বোৰ্ডৰ প্ৰথম শাৰীটোৱে সংখ্যা, বিষেশ চিহ্ন আৰু Back Space বুটাম দেখুৱাই। | ||
+ | |||
+ | |- | ||
+ | |03.35 | ||
+ | |টাইপ কৰা আখৰ মচিবলৈ আপুনি Back Space বুটামটো ব্যৱহাৰ কৰে। | ||
+ | |||
+ | |- | ||
+ | |03.39 | ||
+ | |কী-বোৰ্ডত তিনি শাৰী আখৰ, সংখ্যা আৰু অন্যান্য চিহ্নৰ বুটাম আছে। | ||
+ | |||
+ | |- | ||
+ | |03.51 | ||
+ | |কী-বোৰ্ডৰ দ্বিতীয় শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Enter বুটাম আছে। | ||
+ | |||
+ | |- | ||
+ | |03.58 | ||
+ | |টাইপিঙৰ দ্বিতীয় শাৰীলৈ যাবৰ বাবে আপুনি Enter বুটামটো ব্যৱহাৰ কৰে। | ||
+ | |||
+ | |- | ||
+ | |04.02 | ||
+ | |কী-বোৰ্ডৰ তৃতীয় শাৰীত আখৰ, কলন, ছেমি কলন আৰু Caps Lock (ডাঙৰ ফলা)ৰ বুটাম আছে। | ||
+ | |||
+ | |- | ||
+ | |04.10 | ||
+ | |ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Caps Lock ব্যৱহাৰ কৰক। | ||
+ | |||
+ | |- | ||
+ | |04.14 | ||
+ | |কী-বোৰ্ডৰ চতুৰ্থ শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Shift বুটাম আছে। | ||
+ | |||
+ | |- | ||
+ | |04.21 | ||
+ | |ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Shift আৰু আখৰটোৰ বুটাম একেলগে টিপক। | ||
+ | |||
+ | |- | ||
+ | |04.27 | ||
+ | |বুটামৰ ওপৰৰ অংশত থকা চিহ্ন টাইপ কৰিবলৈ চিহ্নটোৰ বুটামৰ লগত Shift বুটাম টিপক। | ||
+ | |||
+ | |- | ||
+ | |04.34 | ||
+ | |উদাহৰণ স্বৰূপে, 1 বুটামৰ ওপৰৰ অংশত ভাৱবোধক চিহ্ন আছে। | ||
+ | |||
+ | |- | ||
+ | |04.39 | ||
+ | |ভাৱবোধক চিহ্ন টাইপ কৰিবলৈ Shift আৰু 1 বুটাম একেলগে টিপক। | ||
+ | |||
+ | |- | ||
+ | |04.44 | ||
+ | |কী-বোৰ্ডৰ পঞ্চম শাৰীত [Ctrl] কন্ট্ৰল, [Alt] অল্টাৰ আৰু Function বুটামবোৰ আছে। লগতে এই শাৰীত Space bar আছে। | ||
+ | |||
+ | |- | ||
+ | |04.52 | ||
+ | |এতিয়া চাওঁ আহক টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ডৰ মাজত কিবা প্ৰাৰ্থক্য আছে নিকি? | ||
+ | |||
+ | |- | ||
+ | |05.00 | ||
+ | |লক্ষ্য কৰক যে টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ড একেই। | ||
+ | |||
+ | |- | ||
+ | |05.10 | ||
+ | |এতিয়া কী-বোৰ্ডৰ ওপৰত আঙুলিৰ সঠিক স্থাপন চাওঁ আহক। | ||
+ | |||
+ | |- | ||
+ | |05.14 | ||
+ | |এই ছৱিখন চাওক। | ||
+ | |||
+ | |- | ||
+ | |05.16 | ||
+ | |ই আঙুলি কেইটা আৰু সিহঁতৰ নামবোৰ দেখুৱাইছে। বাওঁফালৰ পৰা সোঁ ফাললৈ আঙুলিৰ নাম হৈছে - | ||
+ | |||
+ | |- | ||
+ | |05.21 | ||
+ | |কনিষ্ঠ আঙুলি, | ||
অনামিকা আঙুলি, মধ্যমা আঙুলি, তৰ্জনী আঙুলি আৰু | অনামিকা আঙুলি, মধ্যমা আঙুলি, তৰ্জনী আঙুলি আৰু | ||
বৃষ্ঠাঙ্গুল | বৃষ্ঠাঙ্গুল | ||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | 08.33 ইয়াত কথিত প্ৰশিক্ষণ সম্পৰ্কে সকলো তথ্য আছে। | + | |- |
− | 08.36 ইন্টাৰনেটৰ গতি কম হলে ভি ডি অ’ টো download কৰি চাব পাৰে। | + | |05.27 |
− | 08.41 কথিত পাঠ্যক্ৰম প্ৰকল্পটোৰ কাৰ্য্যকৰ্ত্তা সকলে | + | |কী-বোৰ্ডৰ ওপৰত, আপোনাৰ বাওঁ হাতখন কী-বোৰ্ডৰ বাওঁফালে ৰাখক। |
− | 08.43 কথিত পাঠ্যক্ৰম সম্পৰ্কীয় কৰ্মশালা অনুষ্ঠিত কৰে। | + | |
− | 08.46 online test ত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰেৰণ কৰে। | + | |- |
− | 08.50 অধিক তথ্যৰ বাবে, spoken hyphen tutorial dot org লৈ লিখক। | + | |05.32 |
− | 08.56 কথিত পাঠ্যক্ৰম প্ৰকল্পটো ‘Talk to a Teacher project’ ৰ অন্তৰ্গত। | + | |লক্ষ্য ৰাখত যাতে বাওঁহাতৰ কনিষ্ঠ আঙুলিটো ‘A’ বৰ্ণৰ ওপৰত থাকে। |
− | 09.00 National Mission on Education through ICT, MHRD, Government of India ৰ দ্বাৰা সমৰ্থিত। | + | |
− | 09.08 এই মিছনৰ অধিক তথ্থ spoken hyphen tutorial dot org slash NMEICT hyphen Intro ত পাব। | + | |- |
− | 09.19 এই পাঠ্যক্ৰমটো DesiCrew Solutions Pvt. Ltd.ৰ দ্বাৰা পৰিৱেশিত। সংযুক্ত হোৱাৰ বাবে ধন্যবাদ। | + | |05.35 |
+ | |অনামিকা আঙুলিটো ‘S’ বৰ্ণৰ ওপৰত থাকে। | ||
+ | |||
+ | |- | ||
+ | |05.38 | ||
+ | |মধ্যমা আঙুলিটো ‘D’ বৰ্ণৰ ওপৰত থাকে। | ||
+ | |||
+ | |- | ||
+ | |05.41 | ||
+ | |তৰ্জনী আঙুলিটো ‘F’ বৰ্ণৰ ওপৰত থাকে। | ||
+ | |||
+ | |- | ||
+ | |05.44 | ||
+ | |এতিয়া কী-বোৰ্ডৰ ওপৰত, আপোনাৰ সোঁ হাতখন কী-বোৰ্ডৰ সোঁফালে ৰাখক। | ||
+ | |||
+ | |- | ||
+ | |05.49 | ||
+ | |লক্ষ্য ৰাখত যাতে সোঁহাতৰ কনিষ্ঠ আঙুলিটো কলন/ছেমিকলন ‘:/;’ বৰ্ণৰ ওপৰত থাকে। | ||
+ | |||
+ | |- | ||
+ | |05.54 | ||
+ | |অনামিকা আঙুলিটো ‘L’ বৰ্ণৰ ওপৰত থাকে। | ||
+ | |||
+ | |- | ||
+ | |05.56 | ||
+ | |মধ্যমা আঙুলিটো ‘K’ বৰ্ণৰ ওপৰত থাকে। | ||
+ | |||
+ | |- | ||
+ | |06.00 | ||
+ | |তৰ্জনী আঙুলিটো ‘J’ বৰ্ণৰ ওপৰত থাকে। | ||
+ | |||
+ | |- | ||
+ | |06.03 | ||
+ | |সোঁহাতৰ বৃষ্ঠাঙ্গুল space bar টিপিবলৈ ব্যৱহাৰ কৰক। | ||
+ | |||
+ | |- | ||
+ | |06.08 | ||
+ | |হাত দুখনৰ ছৱি দুটিয়ে আপোনাক সঠিক আঙুলিৰে আখৰ টাইপ কৰিবলৈ দৰ্শাব। | ||
+ | |||
+ | |- | ||
+ | |06.14 | ||
+ | |বাওঁহাতৰ কনিষ্ঠ আঙুলিৰ ওপৰত ৰঙা বৃত্তটো কি চিন্তা কৰিছে নিকি? | ||
+ | |||
+ | |- | ||
+ | |06.19 | ||
+ | |অনুমান কৰিছে, আপুনি a টাইপ কৰিবলৈ সেই আঙুলিটোৱেই ব্যৱহাৰ কৰিব লাগিব। | ||
+ | |||
+ | |- | ||
+ | |06.23 | ||
+ | |এই অধ্যায়টোত আগতে কোৱাৰ দৰে আপোনাৰ আঙুলিবোৰ কী-বোৰ্ডত স্থাপন কৰক। | ||
+ | |||
+ | |- | ||
+ | |06.29 | ||
+ | |এটিয়া টাইপিং আৰম্ভ কৰো আহক। | ||
+ | |||
+ | |- | ||
+ | |06.32 | ||
+ | |আমি টাইপ কৰি যোৱাৰ লগে লগে আখৰবোৰ ‘শিক্ষকৰ শাৰী’ৰ তলৰ শাৰীত দেখা যাব। | ||
+ | |||
+ | |- | ||
+ | |06.39 | ||
+ | |এই শাৰীটোক ‘ছাত্ৰৰ শাৰী’ নাম দিওঁ আহক। | ||
+ | |||
+ | |- | ||
+ | |06.42 | ||
+ | |এতিয়া ‘শিক্ষকৰ শাৰী’ত নথকা আখৰ এটি টাইপ কৰো আহক। | ||
+ | |||
+ | |- | ||
+ | |06.47 | ||
+ | |‘ছাত্ৰৰ শাৰী’ত ভুলকৈ টাইপ কৰা আখৰটো দেখিছেনে? আখৰটো দেখুওৱা নাই। | ||
+ | |||
+ | |- | ||
+ | |06.53 | ||
+ | |ইয়াৰ পৰিৱৰ্ত্তে কী-বোৰ্ডৰ ভূলকৈ টাইপ কৰা আখৰটোত ক্ষন্তেকৰ বাবে ক্ৰছ চিহ্ন দেখা গৈছে। | ||
+ | |||
+ | |- | ||
+ | |06.59 | ||
+ | |আৰু কেইটামান আখৰ টাউপ কৰো আহক। | ||
+ | |||
+ | |- | ||
+ | |07.02 | ||
+ | |এতিয়া আমি টাইপ কৰা আখৰবোৰৰ Metrics সংগ্ৰহ কৰো। | ||
+ | |||
+ | |- | ||
+ | |07.07 | ||
+ | |বাওঁফালে থকা Field এ কি সূচায়, এতিয়ালৈকে আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে। | ||
+ | |||
+ | |- | ||
+ | |07.13 | ||
+ | |Time – ই আপোনাৰ টাইপিঙৰ গতি সূচায়। | ||
+ | |||
+ | |- | ||
+ | |07.17 | ||
+ | |Chars – ই আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়। | ||
+ | |||
+ | |- | ||
+ | |07.21 | ||
+ | |CPM- ই প্ৰতি মিনিটত আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়। | ||
+ | |||
+ | |- | ||
+ | |07.26 | ||
+ | |WPM – ই প্ৰতি মিনিটত আপুনি টাইপ কৰা শব্দৰ পৰিমান সূচায়। | ||
+ | |||
+ | |- | ||
+ | |07.31 | ||
+ | |Errors – ই আপুনি কৰা ভুলবোৰৰ সংখ্যা সূচায়। | ||
+ | |||
+ | |- | ||
+ | |07.34 | ||
+ | |Accuracy – ই আপোনাৰ টাইপিঙৰ শুদ্ধতা সূচায়। | ||
+ | |||
+ | |- | ||
+ | |07.40 | ||
+ | |main menu লৈ উভতি যাবৰ বাবে দুবাৰ Escape key টিপক। | ||
+ | |||
+ | |- | ||
+ | |07.45 | ||
+ | |আমি আমাৰ প্ৰথমটো টাইপিং অনুশীলন শিকিলো। | ||
+ | |||
+ | |- | ||
+ | |07.47 | ||
+ | |প্ৰথমে কম গতিত শুদ্ধভাৱে টাইপ কৰিব শিকাটো ভাল অভ্যাস। | ||
+ | |||
+ | |- | ||
+ | |07.52 | ||
+ | |নিৰ্ভূলভাৱে নিয়াৰীকৈ টাইপ কৰিব শিকাৰ পিছত, টাইপ কৰাৰ গতি বৃদ্ধি কৰিব পাৰো। | ||
+ | |||
+ | |- | ||
+ | |07.59 | ||
+ | |টাক্স টাইপিঙৰ প্ৰথমটো পাঠ ইয়াতে অন্ত হল। | ||
+ | |||
+ | |- | ||
+ | |08.03 | ||
+ | |এই পাঠটোত আমি টাক্স টাইপিঙৰ প্ৰণালী সম্পৰ্কে শিকিলো আৰু প্ৰথমটো অনুশীলন সম্পূৰ্ণ কৰিলো। | ||
+ | |||
+ | |- | ||
+ | |08.11 | ||
+ | |অভ্যাস কৰিবৰ বাবে আপোনালৈ এটা পাঠ দিওঁ আহক। | ||
+ | |||
+ | |- | ||
+ | |08.13 | ||
+ | |basic_lesson_02.xml আৰম্ভ কৰক। | ||
+ | |||
+ | |- | ||
+ | |08.19 | ||
+ | |এই পাঠটো অনুশীলন কৰক। | ||
+ | |||
+ | |- | ||
+ | |08.21 | ||
+ | |পাঠটোত থকা আখৰবোৰ সম্পূৰ্ণ কৈ টাইপ কৰক আৰু Enter টিপক। | ||
+ | |||
+ | |- | ||
+ | |08.26 | ||
+ | |এনেদৰে আপুনি অন্য পাঠবোৰো অভ্যাস কৰিব পাৰে। | ||
+ | |||
+ | |- | ||
+ | |08.30 | ||
+ | |http://spoken-tutorial.org/What_is_a_Spoken_Tutorial থকা ভি ডি অ’ চাওক। | ||
+ | |||
+ | |- | ||
+ | |08.33 | ||
+ | |ইয়াত কথিত প্ৰশিক্ষণ সম্পৰ্কে সকলো তথ্য আছে। | ||
+ | |||
+ | |- | ||
+ | |08.36 | ||
+ | |ইন্টাৰনেটৰ গতি কম হলে ভি ডি অ’ টো download কৰি চাব পাৰে। | ||
+ | |||
+ | |- | ||
+ | |08.41 | ||
+ | |কথিত পাঠ্যক্ৰম প্ৰকল্পটোৰ কাৰ্য্যকৰ্ত্তা সকলে | ||
+ | |||
+ | |- | ||
+ | |08.43 | ||
+ | |কথিত পাঠ্যক্ৰম সম্পৰ্কীয় কৰ্মশালা অনুষ্ঠিত কৰে। | ||
+ | |||
+ | |- | ||
+ | |08.46 | ||
+ | |online test ত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰেৰণ কৰে। | ||
+ | |||
+ | |- | ||
+ | |08.50 | ||
+ | |অধিক তথ্যৰ বাবে, spoken hyphen tutorial dot org লৈ লিখক। | ||
+ | |||
+ | |- | ||
+ | |08.56 | ||
+ | |কথিত পাঠ্যক্ৰম প্ৰকল্পটো ‘Talk to a Teacher project’ ৰ অন্তৰ্গত। | ||
+ | |||
+ | |- | ||
+ | |09.00 | ||
+ | |National Mission on Education through ICT, MHRD, Government of India ৰ দ্বাৰা সমৰ্থিত। | ||
+ | |||
+ | |- | ||
+ | |09.08 | ||
+ | |এই মিছনৰ অধিক তথ্থ spoken hyphen tutorial dot org slash NMEICT hyphen Intro ত পাব। | ||
+ | |||
+ | |- | ||
+ | |09.19 | ||
+ | |এই পাঠ্যক্ৰমটো DesiCrew Solutions Pvt. Ltd.ৰ দ্বাৰা পৰিৱেশিত। সংযুক্ত হোৱাৰ বাবে ধন্যবাদ। |
Revision as of 19:51, 22 September 2013
Tux-Typing/S1/Getting-started-with-Tux-Typing/Assamese-timed Time Narration
|- |00.00 |টাক্স টাইপিঙৰ পৰিচয় বিষয়ৰ কথিত প্ৰশিক্ষণ ব্যৱস্থালৈ স্বাগতম।
|- |00.04 |এই পাঠ্যক্ৰমত আপুনি টাক্স টাইপিং আৰু ইয়াৰ পদ্ধতিৰ বিষয়ে শিক্ষা লাভ কৰিব।
|- |00.10 |আপুনি টাইপ কৰিব শিকিব -
|- |00.12 |নিখুতভাৱে, সোনকালে আৰু পাৰ্গতশীলতাৰে, ইংৰাজী কী-বোৰ্ড থকা এটা কম্পিউটাৰত।
|- |00.19 |আপুনি লগতে শিকিব, কী-বোৰ্ডলৈ নোচোৱাকৈয়ে টাইপ কৰিবলৈ।
|- |00.25 |টাক্স টাইপিং কি?
|- |00.27 |টাক্স টাইপিং এটা টাইপিং প্ৰশিক্ষক।
|- |00.30 |ই আপোনাক খেল ধেমালিৰ মাধ্যমেৰে তথা পৰ্য্যায়ক্ৰমে বিভিন্ন আখৰ টাইপ কৰিবলৈ শিকায়।
|- |00.38 |আপুনি নিজৰ গতিত টাইপিং শিকিব পাৰিব।
|- |00.41 |আৰু লাহে লাহে শুদ্ধ টাইপিং শিকাৰ লগতে আপোনাৰ টাইপিঙৰ গতি বৃদ্ধি কৰিব পাৰিব।
|- |00.46 |টাক্স টাইপিঙে অনুশীলনৰ বাবে নতুন শব্দ সন্বিৱিষ্ট কৰাৰ লগতে টাইপিঙৰ ভাষা বাচনিৰ সুবিধা আগবঢ়ায়।
|- |00.54 |এয়া, আমি Urbuntu 11.10 ত টাক্স টাইপিং 1.8.0 ব্যৱহাৰ কৰিছো।
|- |01.02 |আপুনি Urbuntu Softeare Centre ব্যৱহাৰ কৰি টাক্স টাইপিং Install কৰিব পাৰে।
|- |01.07 |Ubuntu Software Centre ৰ সম্পৰ্কে অধিক জানিবৰ বাবে, এই websiteত থকা Urbuntu Linux Tutorial অধ্যয়ণ কৰক।
|- |01.16 |টাক্স টাইপিং খোলো আহক।
|- |01.19 |প্ৰথমে Dash Home(ডেচ হম), যিটো আপোনাৰ কম্পিউটাৰ Desktopৰ ওপৰত বাওঁফালে থকা এটা ৰঙা বুটাম, তাত ক্লিক কৰক।
|- |01.26 |Dash Home (ডেচ হম) ৰ কাষত থকা আখৰ লিখিব পৰা বাকচটোত Tux Typing লিখক।
|- |01.34 |লিখিব পৰা বাকচটোৰ তলত টাক্স টাইপিঙৰ প্ৰতীক চিহ্ন এটা দেখা দিব।
|- |01.39 |টাক্স টাইপিঙৰ প্ৰতীক চিহ্নটোত ক্লিক কৰক।
|- |01.42 |টাক্স চাইপিঙৰ Window খোল খাব।
|- |01.46 |টাক্স টাইপিঙত তলত উল্লেখিত Menu (আহাৰিকা) আছে।
|- |01.50 |Fish Cascade (ফিছ কেচকেড) – এটি খেলৰ ক্ষেত্ৰ। Comet Zap (কমেট জেপ) – আন এটি খেলৰ ক্ষেত্ৰ।
|- |01.56 |Lessons (অনুশীলন) – আখৰ শিকিব পৰা বিভিন্ন অনুশীনল।
|- |02.01 |Options (বাচনি) – শব্দ সম্পাদনা, বাক্য টাইপিং, টাক্স টাইপিং প্ৰকল্প সম্পৰ্কীয় তথ্য, ভাষা বাচনি কৰিবৰ বাবে Menu (আহাৰিকা)।
|- |02.13 |Quit (প্ৰস্থান) – খেলৰ পৰা প্ৰস্থান কৰিবলৈ ক্লিক কৰক।
|- |02.16 |অনুশীলনবোৰৰ মাধ্যমৰে টাইপিং অভ্যাস কৰো আহক।
|- |02.20 |Main menu ত অনুশীলন [Lessons]ত ক্লিক কৰক।
|- |02.23 |অনুশীলন সমূহ থকা Window খন খোল খাব।
|- |02.26 |প্ৰথম অনুশীলনটোৰে আৰম্ভ কৰো আহক।
|- |02.30 |basic_lesson_01.xml ত ক্লিক কৰক।
|- |02.35 |ব্যৱহাৰৰ বিধি থকা Window খোল খাব। বিধি সমূহ পঢ়ক।
|- |02.41 |অনুশীলন আৰম্ভ কৰিবৰ বাবে space bar ত ক্লিক কৰক।
|- |02.45 |কী-বোৰ্ড থকা window খন খোল খাব।
|- |02.48 |আমি a আখৰটো টাইপ কৰিব শিকো।
|- |02.52 |অনুশীলনৰ বাবে কী-বোৰ্ডত p টিপক।
|- |02.56 |টাইপ কৰিব লগা আখৰ বোৰৰ এখন Window খোল খাব।
|- |03.01 |‘aaa aaa…..’ দেখুওৱা শাৰীটোৰ অৰ্থ কি?
|- |03.07 |আপুন্ এই আখৰবোৰ টাইপ কৰিব লাগিব।
|- |03.10 |এই শাৰী আখৰক ‘শিক্ষকৰ শাৰী’ নাম দিওঁ।
|- |03.13 |এতিয়া আমি সাধাৰণতে ব্যৱহাৰ কৰা ইংৰাজী কী-বোৰ্ড দেখা পাইছো।
|- |03.19 |aক ঘেৰি থকা ৰঙা বাকচটো দেখিছেনে? ই ৰঙা বাকচটোৰ মাজত থকা আখৰটো টাইপ কৰিবলৈ সূচায়।
|- |03.27 |কী-বোৰ্ডৰ প্ৰথম শাৰীটোৱে সংখ্যা, বিষেশ চিহ্ন আৰু Back Space বুটাম দেখুৱাই।
|- |03.35 |টাইপ কৰা আখৰ মচিবলৈ আপুনি Back Space বুটামটো ব্যৱহাৰ কৰে।
|- |03.39 |কী-বোৰ্ডত তিনি শাৰী আখৰ, সংখ্যা আৰু অন্যান্য চিহ্নৰ বুটাম আছে।
|- |03.51 |কী-বোৰ্ডৰ দ্বিতীয় শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Enter বুটাম আছে।
|- |03.58 |টাইপিঙৰ দ্বিতীয় শাৰীলৈ যাবৰ বাবে আপুনি Enter বুটামটো ব্যৱহাৰ কৰে।
|- |04.02 |কী-বোৰ্ডৰ তৃতীয় শাৰীত আখৰ, কলন, ছেমি কলন আৰু Caps Lock (ডাঙৰ ফলা)ৰ বুটাম আছে।
|- |04.10 |ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Caps Lock ব্যৱহাৰ কৰক।
|- |04.14 |কী-বোৰ্ডৰ চতুৰ্থ শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Shift বুটাম আছে।
|- |04.21 |ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Shift আৰু আখৰটোৰ বুটাম একেলগে টিপক।
|- |04.27 |বুটামৰ ওপৰৰ অংশত থকা চিহ্ন টাইপ কৰিবলৈ চিহ্নটোৰ বুটামৰ লগত Shift বুটাম টিপক।
|- |04.34 |উদাহৰণ স্বৰূপে, 1 বুটামৰ ওপৰৰ অংশত ভাৱবোধক চিহ্ন আছে।
|- |04.39 |ভাৱবোধক চিহ্ন টাইপ কৰিবলৈ Shift আৰু 1 বুটাম একেলগে টিপক।
|- |04.44 |কী-বোৰ্ডৰ পঞ্চম শাৰীত [Ctrl] কন্ট্ৰল, [Alt] অল্টাৰ আৰু Function বুটামবোৰ আছে। লগতে এই শাৰীত Space bar আছে।
|- |04.52 |এতিয়া চাওঁ আহক টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ডৰ মাজত কিবা প্ৰাৰ্থক্য আছে নিকি?
|- |05.00 |লক্ষ্য কৰক যে টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ড একেই।
|- |05.10 |এতিয়া কী-বোৰ্ডৰ ওপৰত আঙুলিৰ সঠিক স্থাপন চাওঁ আহক।
|- |05.14 |এই ছৱিখন চাওক।
|- |05.16 |ই আঙুলি কেইটা আৰু সিহঁতৰ নামবোৰ দেখুৱাইছে। বাওঁফালৰ পৰা সোঁ ফাললৈ আঙুলিৰ নাম হৈছে -
|- |05.21 |কনিষ্ঠ আঙুলি, অনামিকা আঙুলি, মধ্যমা আঙুলি, তৰ্জনী আঙুলি আৰু বৃষ্ঠাঙ্গুল
|- |05.27 |কী-বোৰ্ডৰ ওপৰত, আপোনাৰ বাওঁ হাতখন কী-বোৰ্ডৰ বাওঁফালে ৰাখক।
|- |05.32 |লক্ষ্য ৰাখত যাতে বাওঁহাতৰ কনিষ্ঠ আঙুলিটো ‘A’ বৰ্ণৰ ওপৰত থাকে।
|- |05.35 |অনামিকা আঙুলিটো ‘S’ বৰ্ণৰ ওপৰত থাকে।
|- |05.38 |মধ্যমা আঙুলিটো ‘D’ বৰ্ণৰ ওপৰত থাকে।
|- |05.41 |তৰ্জনী আঙুলিটো ‘F’ বৰ্ণৰ ওপৰত থাকে।
|- |05.44 |এতিয়া কী-বোৰ্ডৰ ওপৰত, আপোনাৰ সোঁ হাতখন কী-বোৰ্ডৰ সোঁফালে ৰাখক।
|- |05.49 |লক্ষ্য ৰাখত যাতে সোঁহাতৰ কনিষ্ঠ আঙুলিটো কলন/ছেমিকলন ‘:/;’ বৰ্ণৰ ওপৰত থাকে।
|- |05.54 |অনামিকা আঙুলিটো ‘L’ বৰ্ণৰ ওপৰত থাকে।
|- |05.56 |মধ্যমা আঙুলিটো ‘K’ বৰ্ণৰ ওপৰত থাকে।
|- |06.00 |তৰ্জনী আঙুলিটো ‘J’ বৰ্ণৰ ওপৰত থাকে।
|- |06.03 |সোঁহাতৰ বৃষ্ঠাঙ্গুল space bar টিপিবলৈ ব্যৱহাৰ কৰক।
|- |06.08 |হাত দুখনৰ ছৱি দুটিয়ে আপোনাক সঠিক আঙুলিৰে আখৰ টাইপ কৰিবলৈ দৰ্শাব।
|- |06.14 |বাওঁহাতৰ কনিষ্ঠ আঙুলিৰ ওপৰত ৰঙা বৃত্তটো কি চিন্তা কৰিছে নিকি?
|- |06.19 |অনুমান কৰিছে, আপুনি a টাইপ কৰিবলৈ সেই আঙুলিটোৱেই ব্যৱহাৰ কৰিব লাগিব।
|- |06.23 |এই অধ্যায়টোত আগতে কোৱাৰ দৰে আপোনাৰ আঙুলিবোৰ কী-বোৰ্ডত স্থাপন কৰক।
|- |06.29 |এটিয়া টাইপিং আৰম্ভ কৰো আহক।
|- |06.32 |আমি টাইপ কৰি যোৱাৰ লগে লগে আখৰবোৰ ‘শিক্ষকৰ শাৰী’ৰ তলৰ শাৰীত দেখা যাব।
|- |06.39 |এই শাৰীটোক ‘ছাত্ৰৰ শাৰী’ নাম দিওঁ আহক।
|- |06.42 |এতিয়া ‘শিক্ষকৰ শাৰী’ত নথকা আখৰ এটি টাইপ কৰো আহক।
|- |06.47 |‘ছাত্ৰৰ শাৰী’ত ভুলকৈ টাইপ কৰা আখৰটো দেখিছেনে? আখৰটো দেখুওৱা নাই।
|- |06.53 |ইয়াৰ পৰিৱৰ্ত্তে কী-বোৰ্ডৰ ভূলকৈ টাইপ কৰা আখৰটোত ক্ষন্তেকৰ বাবে ক্ৰছ চিহ্ন দেখা গৈছে।
|- |06.59 |আৰু কেইটামান আখৰ টাউপ কৰো আহক।
|- |07.02 |এতিয়া আমি টাইপ কৰা আখৰবোৰৰ Metrics সংগ্ৰহ কৰো।
|- |07.07 |বাওঁফালে থকা Field এ কি সূচায়, এতিয়ালৈকে আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে।
|- |07.13 |Time – ই আপোনাৰ টাইপিঙৰ গতি সূচায়।
|- |07.17 |Chars – ই আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়।
|- |07.21 |CPM- ই প্ৰতি মিনিটত আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়।
|- |07.26 |WPM – ই প্ৰতি মিনিটত আপুনি টাইপ কৰা শব্দৰ পৰিমান সূচায়।
|- |07.31 |Errors – ই আপুনি কৰা ভুলবোৰৰ সংখ্যা সূচায়।
|- |07.34 |Accuracy – ই আপোনাৰ টাইপিঙৰ শুদ্ধতা সূচায়।
|- |07.40 |main menu লৈ উভতি যাবৰ বাবে দুবাৰ Escape key টিপক।
|- |07.45 |আমি আমাৰ প্ৰথমটো টাইপিং অনুশীলন শিকিলো।
|- |07.47 |প্ৰথমে কম গতিত শুদ্ধভাৱে টাইপ কৰিব শিকাটো ভাল অভ্যাস।
|- |07.52 |নিৰ্ভূলভাৱে নিয়াৰীকৈ টাইপ কৰিব শিকাৰ পিছত, টাইপ কৰাৰ গতি বৃদ্ধি কৰিব পাৰো।
|- |07.59 |টাক্স টাইপিঙৰ প্ৰথমটো পাঠ ইয়াতে অন্ত হল।
|- |08.03 |এই পাঠটোত আমি টাক্স টাইপিঙৰ প্ৰণালী সম্পৰ্কে শিকিলো আৰু প্ৰথমটো অনুশীলন সম্পূৰ্ণ কৰিলো।
|- |08.11 |অভ্যাস কৰিবৰ বাবে আপোনালৈ এটা পাঠ দিওঁ আহক।
|- |08.13 |basic_lesson_02.xml আৰম্ভ কৰক।
|- |08.19 |এই পাঠটো অনুশীলন কৰক।
|- |08.21 |পাঠটোত থকা আখৰবোৰ সম্পূৰ্ণ কৈ টাইপ কৰক আৰু Enter টিপক।
|- |08.26 |এনেদৰে আপুনি অন্য পাঠবোৰো অভ্যাস কৰিব পাৰে।
|- |08.30 |http://spoken-tutorial.org/What_is_a_Spoken_Tutorial থকা ভি ডি অ’ চাওক।
|- |08.33 |ইয়াত কথিত প্ৰশিক্ষণ সম্পৰ্কে সকলো তথ্য আছে।
|- |08.36 |ইন্টাৰনেটৰ গতি কম হলে ভি ডি অ’ টো download কৰি চাব পাৰে।
|- |08.41 |কথিত পাঠ্যক্ৰম প্ৰকল্পটোৰ কাৰ্য্যকৰ্ত্তা সকলে
|- |08.43 |কথিত পাঠ্যক্ৰম সম্পৰ্কীয় কৰ্মশালা অনুষ্ঠিত কৰে।
|- |08.46 |online test ত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰেৰণ কৰে।
|- |08.50 |অধিক তথ্যৰ বাবে, spoken hyphen tutorial dot org লৈ লিখক।
|- |08.56 |কথিত পাঠ্যক্ৰম প্ৰকল্পটো ‘Talk to a Teacher project’ ৰ অন্তৰ্গত।
|- |09.00 |National Mission on Education through ICT, MHRD, Government of India ৰ দ্বাৰা সমৰ্থিত।
|- |09.08 |এই মিছনৰ অধিক তথ্থ spoken hyphen tutorial dot org slash NMEICT hyphen Intro ত পাব।
|- |09.19 |এই পাঠ্যক্ৰমটো DesiCrew Solutions Pvt. Ltd.ৰ দ্বাৰা পৰিৱেশিত। সংযুক্ত হোৱাৰ বাবে ধন্যবাদ।