Difference between revisions of "Linux/C2/Installing-Software-16.04/Assamese"
From Script | Spoken-Tutorial
(Created page with " {| border=1 |- || '''Time''' || '''Narration''' |- || 00:01 || নমস্কাৰ আৰু '''উবুন্তো লিনাক্স 16.04''' অপাৰেত...") |
PoojaMoolya (Talk | contribs) |
||
Line 180: | Line 180: | ||
|- | |- | ||
|| 04:16 | || 04:16 | ||
− | || ''' | + | || '''Software & Updates''' উইন্দ’ আহিছে স্ক্ৰিণত |
|- | |- |
Latest revision as of 18:49, 30 July 2019
Time | Narration |
00:01 | নমস্কাৰ আৰু উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেমত চফতৱেৰ ইনষ্ট’ল কৰাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:10 | এই টিউট’ৰিয়েলটোত আমি শিকিম, উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেমত টাৰ্মিনেলৰ দ্বাৰা চফতৱেৰ ইনষ্ট’ল কৰিবলৈ |
00:21 | Synaptic পেকেজ মেনেজাৰ আৰু উবুন্তো চফতৱেৰ চেন্তাৰ |
00:27 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেম ব্যৱ্হাৰ কৰিছো |
00:34 | এই টিউট’ৰিয়েলটোৰ সৈতে আগবাঢ়িবলৈ, আপুনি ইন্টাৰনেতৰ সৈতে কানেক্তেদ হ’ব লাগিব |
00:39 | আপুনি এজন চিষ্টেম এদমিনিষ্ট্ৰেতৰ হ’ব লাগিব বা চফতৱেৰ ইনষ্ট’ল কৰিবলৈ এদমিনিষ্ট্ৰেতৰ ৰাইতচ থাকিব লাগিব |
00:46 | Synaptic পেকেজ মেনেজাৰ হৈছে a p t ৰ বাবে এটা গ্ৰাফিকেল প্ৰোগ্ৰাম |
00:51 | ই হৈছে apt-get কমান্দ লাইন ইউতিলিতিৰ বাবে এটা GUI |
00:57 | দিফল্টভাবে, Synaptic পেকেজ মেনেজাৰ উবুন্তো লিনাক্স 16.04 ত পূৰ্বে-ইনষ্ট’ল নহয় |
01:05 | গতিকে, আহক ইয়াক টাৰ্মিনেলৰ দ্বাৰা ইনষ্ট’ল কৰিবলৈ শিকো |
01:10 | আপোনাৰ কীবৰ্দত Ctrl, Alt আৰু T কীচ একেলগে টিপি টাৰ্মিনেল খোলক |
01:18 | এতিয়া টাৰ্মিনেলত লিখক, sudo স্পেচ a p t হাইফেন গেত স্পেচ ইনষ্ট’ল স্পেচ s y n a p আৰু Tab কী টিপক |
01:34 | ই s y n a p ৰ সৈতে আৰম্ভ হোৱা চফতৱেৰৰ তালিকা দেখুৱাব |
01:40 | এতিয়া শব্দটো সম্পূৰ্ণ কৰক synaptic হিচাবে আৰু এন্টাৰ টিপক |
01:46 | আপোনাক এদমিনিষ্ট্ৰেতৰ পাচৱৰ্দ এন্টাৰ কৰিবলৈ দিব |
01:51 | আপোনাক এদমিন পাচৱৰ্দ এন্টাৰ কৰক |
01:54 | টাৰ্মিনেলত পাচৱৰ্দ লিখোতে, ই আমালৈ দৰ্শিত নহ’ব । গতিকে ইয়াক সাবধানে লিখিব |
02:02 | এন্টাৰ টিপক |
02:04 | এতিয়া টাৰ্মিনেলে ইনষ্ট’ল হ’ব লগা পেকেজসমূহৰ তালিকাখন দেখুৱাব |
02:09 | আৰু দাউনল’দ কৰিবলগা ফাইলৰ চাইজৰ বিষয়ে তথ্য আৰু ইনষ্ট’লেচনৰ পাছত দিচক স্পেচ |
02:17 | ইয়াক কনফাৰ্ম কৰিবলৈ Y টিপক |
02:19 | এন্টাৰ টিপক |
02:22 | ইনষ্ট’লেচন এতিয়া আৰম্ভ হৈছে । আপোনাৰ ইন্টাৰনেত স্পিদৰ ওপৰত নিৰ্ভৰ কৰি, ই সমাপ্ত হ’বলৈ কিছু সময় ল’ব |
02:31 | এতিয়া আমি Synaptic পেকেজ মেনেজাৰ সফলভাবে ইনষ্ট’ল কৰিলো |
02:36 | আহক টাৰ্মিনেল বন্ধ কৰো |
02:39 | ইনষ্ট’লেচন কনফাৰ্ম কৰিবলৈ, দাচ হ’মলৈ যাওঁক । চাৰ্চ বাৰত, লিখক synaptic |
02:46 | আমি চাৰ্চ ফলাফলত Synaptic পেকেজ মেনেজাৰ আইকন দেখিছো |
02:51 | এতিয়া আহক Synaptic পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি চফতৱেৰ ইনষ্ট’ল কৰিবলৈ শিকো |
02:57 | Synaptic পেকেজ মেনেজাৰ আইকনত ক্লিক কৰক |
03:01 | এটা অথেনতিকেচন দাইল’গ বক্স আহিছে পাচৱৰ্দ সুধি |
03:06 | আহক এদমিন পাচৱৰ্দ লিখো আৰু এন্টাৰ টিপো |
03:10 | যেতিয়া আমি Synaptic পেকেজ মেনেজাৰ প্ৰথমবাৰ ব্যৱ্হাৰ কৰো, এটা পৰিচয়ৰ দাইল’গ বক্স আহে |
03:17 | এই দাইল’গ বক্সত Synaptic পেকেজ মেনেজাৰ কেনেকৈ ব্যৱ্হাৰ কৰিব লাগে তাৰ তথ্য থাকে |
03:23 | এই দাইল’গ বক্সটো বন্ধ কৰিবলৈ ক্ল’জ বুটামত টিপক |
03:27 | আহক Synaptic পেকেজ মেনেজাৰত Proxy আৰু ৰেপ’জিতৰি কনফিগাৰ কৰো |
03:33 | আমি এপ্লিকেচন বা পেকেজ এটা ইনষ্ট’ল কৰাৰ আগতে ইয়াক কৰিব লাগিব |
03:38 | চেতিংগচলৈ যাওঁক আৰু প্ৰিফাৰেঞ্চেচ ক্লিক কৰক |
03:42 | প্ৰিফাৰেঞ্চেচ উইন্দ’ত বহুতো টেব আছে, যি স্ক্ৰিণত দৰ্শিত হৈছে |
03:48 | নেটৱৰ্কত ক্লিক কৰক Proxy চেতিংগচ কনফিগাৰ কৰিবলৈ |
03:52 | Proxy চাৰ্ভাৰৰ ভিতৰত দুটা অপচন আছে – দাইৰেক্ত কানেকচন আৰু মেনুৱেল Proxy |
04:00 | মই দাইৰেক্ত কানেকচন ব্যৱ্হাৰ কৰিম । আপুনি নিজৰ পচন্দৰ অপচন বাচিব পাৰে |
04:06 | উইন্দ’খন বন্ধ কৰিবলৈ তলত OK বুটামত ক্লিক কৰক |
04:11 | এতিয়া পুনৰ, চেতিংগচলৈ যাওঁক আৰু ৰেপ’জিতৰিচ ক্লিক কৰক |
04:16 | Software & Updates উইন্দ’ আহিছে স্ক্ৰিণত |
04:20 | উবুন্তো চফতৱেৰ দাউনল’দ কৰিবলৈ বহুতো চৌৰ্চ আছে |
04:24 | দাউনল’দ ফ্ৰম দ্ৰপ দাউন মেনুত ক্লিক কৰক আৰু মাউচ বুটামটো ধৰি থাকক, ৰেপ’জিতৰিচ তালিকাখন চাবলৈ |
04:31 | আদাৰে গ্ল’বৰ চাৰিওফালৰ চাৰ্ভাৰৰ তালিকা এখন দেখুৱায় |
04:36 | এই উইন্দ’খন বন্ধ কৰিবলৈ তলত Cancel বুটামত ক্লিক কৰক |
04:41 | মই Server for India ব্যৱ্হাৰ কৰিছো ইয়াত দেখুৱা ধৰণে |
04:45 | চফতৱেৰ চৌৰ্চেচ উইন্দ’খন বন্ধ কৰিবলৈ Close বুটামত ক্লিক কৰক |
04:50 | যদি আপুনি Synaptic পেকেজ মেনেজাৰ প্ৰথমবাৰ ব্যৱ্হাৰ কৰিছে, আপুনি পেকেজসমূহ ৰিল’দ কৰিব লাগিব |
04:57 | ইয়াক কৰিবলৈ, তোলবাৰত Reload বুটামত ক্লিক কৰক |
05:02 | ই কিছু চেকেন্দ সময় ল’ব |
05:05 | ইয়াত চাওঁক । আমি দেখিছো পেকেজসমূহ ইন্টাৰনেতৰ দ্বাৰা ট্ৰেনচফাৰ হৈছে আৰু লগতে আপদেত হৈছে |
05:13 | মই এতিয়া এটা উদাহৰণ হিচাবে VLC প্লেয়াৰ ইনষ্ট’ল কৰিম |
05:18 | আহক চাৰ্চ ফিল্দলৈ যাওঁ, যি তোলবাৰত অৱস্থিত |
05:23 | চাৰ্চ দাইল’গ বক্সত, লিখক vlc আৰু তেতিয়া চাৰ্চ বুটামত ক্লিক কৰক |
05:29 | ইয়াত আমি সকলো VLC পেকেজসমূহ দেখিছো যি তালিকাবদ্ধ হৈছে |
05:34 | VLC পেকেজ নিৰ্বাচিত কৰিবলৈ, চেক বক্সত ৰাইত ক্লিক কৰক আৰু অহা মেনুৰ পৰা Mark for installation অপচনটো বাচক |
05:45 | দাইল’গ বক্স এটা আহিছে ৰেপ’জিতৰি পেকেজসমূহৰ সকলো তালিকা দেখুৱাই |
05:51 | মাৰ্ক বুটামত ক্লিক কৰক সকলো dependencies পেকেজসমূহ স্বয়ংক্ৰিয়ভাবে মাৰ্ক কৰিবলৈ |
05:57 | তোলবাৰলৈ যাওঁক আৰু এপ্লাই বুটামত ক্লিক কৰক |
06:01 | Summary উইন্দ’ এখন আহিছে ইনষ্ট’ল কৰিবলগা পেকেজসমূহৰ সবিশেষ দেখুৱাই |
06:07 | ইনষ্ট’লেচন আৰম্ভ কৰিবলৈ তলত এপ্লাই বুটামত ক্লিক কৰক |
06:12 | ইনষ্ট’লেচনৰ প্ৰক্ৰিয়াটোৱে কিছু সময় ল’ব |
06:16 | ই নিৰ্ভৰ কৰিব ইনষ্ট’ল কৰিবলগা পেকেজসমূহৰ সংখ্যা আৰু চাইজৰ ওপৰত |
06:21 | Applying চেঞ্জেচ উইন্দ’ বন্ধ হ’ব, ইনষ্ট’লেচন সম্পূৰ্ণ হোৱাৰ লগে লগে |
06:27 | Synaptic পেকেজ মেনেজাৰ উইন্দ’ বন্ধ কৰক |
06:31 | এতিয়া, আহক VLC প্লেয়াৰ সফলভাবে ইনষ্ট’ল হ’লনে নাই পৰীক্ষা কৰো |
06:37 | দাচ হ’মলৈ যাওঁক |
06:39 | চাৰ্চ বাৰত লিখক, vlc |
06:42 | আমি দৰ্শিত তালিকাত VLC আইকন দেখিছো । ইয়াত ক্লিক কৰক খুলিবলৈ |
06:49 | একেদৰে, আমি Synaptic পেকেজ মেনেজাৰ ব্যৱ্হাৰ কৰি অন্য এপ্লিকেচনচ ইনষ্ট’ল কৰিব পাৰো |
06:56 | পাছত আমি শিকিম উবুন্তো চফতৱেৰ চেন্তাৰৰ দ্বাৰা কেনেকৈ চফতৱেৰ ইনষ্ট’ল কৰা হয় |
07:02 | উবুন্তো চফতৱেৰ চেন্তাৰ হৈছে এটা এপ্লিকেচন যি আমাক উবুন্তো লিনাক্স OS ত চফতৱেৰ মেনেজ কৰিবলৈ অনুমতি দিয়ে |
07:10 | আপুনি ইয়াক চফতৱেৰ এটা চাৰ্চ, দাউনল’দ, ইনষ্ট’ল, আপদেত বা আনইনষ্ট’ল কৰিবলৈ ব্যৱ্হাৰ কৰিব পাৰে |
07:17 | ই লগতে আনকি আপুনি ব্যৱ্হাৰ কৰাৰ আগতে চফতৱেৰৰ বিষয়ে তথ্য দিয়ে |
07:23 | উবুন্তো চফতৱেৰ চেন্তাৰ খুলিবলৈ, ল’ঞ্চাৰলৈ যাওঁক |
07:27 | উবুন্তো চফতৱেৰ আইকনত ক্লিক কৰক |
07:31 | উবুন্তো চফতৱেৰ চেন্তাৰ উইন্দ’ আহিছে |
07:35 | একেবাৰে ওপৰত, আমি তিনিটা টেব দেখিছো - All, Installed আৰু আপদেতচ |
07:42 | All টেবত ক্লিক কৰক |
07:44 | আমি ওপৰত এদাল চাৰ্চ বাৰ দেখিছো |
07:47 | ই আমাক উপলদ্ধ চফতৱেৰ চাৰ্চ কৰিবলৈ সহায় কৰিব |
07:51 | এতিয়া, আহক Inkscape চফতৱেৰক ইনষ্ট’ল কৰো |
07:55 | চাৰ্চ বাৰত লিখক inkscape |
07:59 | Inkscape ৰ বিষয়ে এটা চমু তথ্য দৰ্শিত হৈছে |
08:03 | এতিয়া সোফালে চুকত ইনষ্ট’ল বুটামত ক্লিক কৰক |
08:07 | অথেনতিকেচন দাইল’গ বক্স আহিছে |
08:10 | আপোনাৰ এদমিন পাচৱৰ্দ লিখক আৰু অথেনতিকেত বুটামত ক্লিক কৰক |
08:16 | প্ৰগ্ৰেচ বাৰে সূচায় যে Inkscape ইনষ্ট’ল হৈ আছে |
08:21 | ইনষ্ট’লেচনে কিছু সময় ল’ব পাৰে ইনষ্ট’ল হ’বলগা পেকেজসমূহৰ সংখ্যা আৰু চাইজৰ ওপৰত নিৰ্ভৰ কৰি |
08:28 | প্ৰগ্ৰেচ লগতে ওপৰত Installed টেবত সূচীত হয় । ইয়াত ক্লিক কৰক |
08:35 | ইনষ্ট’লেচন এটা হৈ থাকোতে আপুনি অন্য এপ্লিকেচনচ এক্সেচ কৰিব পাৰে |
08:41 | Inkscape শব্দটোত ক্লিক কৰক |
08:44 | ই Inkscape ৰ বিষয়ে তথ্য দৰ্শিত কৰিব |
08:48 | Inkscape এবাৰ ইনষ্ট’ল হ’লে, আমি ইয়াৰ কাষত ৰিম’ভ আৰু Launch বুটাম দুটা দেখিম |
08:55 | যদি আপুনি চফতৱেৰটো আনইনষ্ট’ল কৰিব বিচাৰে, ৰিম’ভ বুটামত ক্লিক কৰক |
09:00 | এপ্লিকেচনচটো ল’ঞ্চ কৰিবলৈ, Launch বুটামত ক্লিক কৰক । মই ইয়াত ক্লিক কৰিম |
09:06 | ই Inkscape এপ্লিকেচনচটো ল’ঞ্চ কৰিব |
09:10 | উবুন্তো চফতৱেৰ চেন্তাৰলৈ ঘূৰি যাওঁক । ওপৰত বাওঁফালে বেক এৰ’ বুটামত ক্লিক কৰক আৰু মেইন স্ক্ৰিণলৈ ঘূৰি আহক |
09:18 | এতিয়া আপদেতচ টেবত ক্লিক কৰক |
09:21 | আমি দেখিছো ই কয়, Software is up to date |
09:25 | ওপৰত বাওঁফালে ৰিফ্ৰেচ আইকনত ক্লিক কৰক । ই যিকোনো নতুন আপদেতচৰ বাবে চেক কৰিব |
09:31 | এতিয়া আমি এটা OS আপদেতচ পালো |
09:34 | ইয়াত ক্লিক কৰক সবিশেষ চাবলৈ । মই ইয়াক বন্ধ কৰিম |
09:39 | যদি আপুনি এই আপদেত ইনষ্ট’ল কৰিব বিচাৰে, ইনষ্ট’ল বুটামত ক্লিক কৰক । নতুবা ইয়াক এৰক |
09:46 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
09:52 | এই টিউট’ৰিয়েলটোত আমি শিকিলো, উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেমত টাৰ্মিনেলৰ দ্বাৰা চফতৱেৰ ইনষ্ট’ল কৰিবলৈ |
10:02 | Synaptic পেকেজ মেনেজাৰ আৰু উবুন্তো চফতৱেৰ চেন্তাৰ |
10:07 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
10:15 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাচ কৰিলে প্ৰমাণ পত্ৰ দিয়ে |
10:24 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
10:28 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
10:32 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
10:44 | এই টিউট’ৰিয়েলৰ বাবে স্ক্ৰিপ্ত স্প’কেন টিউট’ৰিয়েল দলে অৱদান দিছে । মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |