Difference between revisions of "LibreOffice Suite Base/C2/Add-Push-Button-to-a-form/Assamese"
From Script | Spoken-Tutorial
Line 2: | Line 2: | ||
|'''Time''' | |'''Time''' | ||
|'''Narration''' | |'''Narration''' | ||
− | |||
|- | |- |
Revision as of 13:36, 27 March 2017
Time | Narration |
00:00 | লিবাৰ অফিচ বেইছৰ স্প’কেন টিউট’ৰিয়েললৈ আপোনালোকক আদৰনিজনাইছোঁ |
00:03 | এই টিউট’ৰিয়েলত আমি এখন ফৰ্মত এটা পুশ্ব বাটন যোগ কৰা শিকিম |
00:10 | পূৰ্ব টিউট’ৰিয়েলত আমি এখন ফৰ্মত এটা লিষ্ট বক্স ফৰ্ম কন্ট্ৰল যোগ কৰা শিকিলো |
00:17 | এতিয়া এই টিউট’ৰিয়েলত আমি এখন ফৰ্মত এটা পুশ্ব বাটন যোগ কৰা শিকিম |
00:24 | আহক আমি লিবাৰ অফিচ বেইচ প্ৰ’গ্ৰামটো খোলো, যদি ই ইতিমধ্যে খোলা হৈ থকা নাই, |
00:36 | আৰু আমাৰ লাইব্ৰেৰী ডেটাবেইছ খোলক, পূৰ্বৰে পৰা থকা ডেটাবেইছ এটা খোলিবলৈ আপুনি এতিয়ালৈকে হয়তো জানে |
00:45 | ফাইল মেন্যুত থকা অপেনত ক্লিক কৰক আৰু লাইব্ৰেৰী ডেটাবেইছ বাচনি কৰক |
00:52 | এতিয়া আমি লাইব্ৰেৰী ডেটাবেইছত আছো |
00:56 | আমি আগৰ টিউট’ৰিয়েলত কাম কৰা “Books Issued to Members” ফৰ্মখন খোলা |
01:04 | এইটো কৰিবলৈ আমি বাও পেনেলত থকা ফৰ্মচ আইকনত ক্লিক কৰো |
01:09 | আৰু তাৰ পাছত সো পেনেলত থকা “Books Issued to Members” ফৰ্মখনত সো ক্লিক কৰক |
01:16 | এতিয়া এদিটত ক্লিক কৰক |
01:19 | এতিয়া আমি ফৰ্ম ডিজাইন ৱিণ্ড’খনত আছো |
01:23 | আমি আমাৰ ফৰ্মত পুশ্ব বাটন যোগ কৰাৰ বিষয়ে কোৱাৰ আগেয়ে, মেম্বাৰ নেইমচৰ বাবে দ্বিতীয় লিষ্ট বক্সৰ বাবে কিছো পদ্ধতি বনাও |
01:34 | মনত ৰাখিব, আমাক পুৰ্ব টিউট’ৰিয়েলত দ্বিতীয় লিষ্ট বক্স তৈয়াৰ কৰিবলৈ এটা কাম দিয়া হৈছিলে |
01:41 | প্ৰথমে আমি মেম্বাৰ নেইম লেবেলৰ সোঁফালে থকা টেক্সট বক্সটো আতৰাওঁ |
01:50 | সেইটো কৰিবলৈ টেক্সট বক্সটোত ৰাইট ক্লিক কৰিব লাগিব আৰু তাৰ পাছ্ত কাট-ত ক্লিক কৰিব লাগিব |
01:57 | এতিয়া টেক্সট বক্সটো ডিলিট হ’ব |
02:00 | ইয়াৰ পিছত আহক আমি ফৰ্ম এলিমেন্টবোৰক ব্যবস্থা কৰো |
02:04 | যিহেতু টেক্সট বক্সতকৈ লিষ্ট বক্সক বেছি ঠাইৰ প্ৰয়োজন হয়, আমি ফৰ্ম এলিমেন্টক ফৰ্ম খনৰ আৰু তললৈ পুশ্ব কৰিম |
02:15 | এইয়া যি আমিকৰিম |
02:17 | প্ৰথমে বুক টাইটল লেবেলৰ তলত থকা ফৰ্ম এলিমেন্টবোৰক বাছনি কৰো |
02:26 | এইটো কৰিবলৈ আমি ক্লিক, ড্ৰেগ আৰু ড্ৰ্প পদ্ধতি ব্যৱহাৰ কৰিম |
02:32 | পিছত, বাচনি হৈ থকা জাগাখিনিত ক্লিক কৰক আৰু উলম্বিক ভাৱে তললৈ এনেকৈ ড্ৰেগ কৰক, |
02:39 | যাতে বুক টাইটল লেবেলৰ কাষৰ প্ৰথমটো লিষ্ট বক্সৰ কাৰণে যথেষ্ট ৰোম থাকে |
02:48 | এতিয়া আমি মেম্বাৰ নেইম লেবেলৰ বাবেও একেখিনি পদক্ষেপ পুনৰাই কৰিম |
03:05 | এতিয়া আমি দ্বিতীয় লিষ্ট বক্সটোত মেম্বাৰ নেইম লেবেলৰ বাওঁফাললৈ ক্লিক, ড্ৰেগ আৰু ড্ৰ্প কৰো |
03:14 | আৰু ইয়াৰ সোঁফাললৈ ইয়াক স্থানান্তৰ কৰিম যাতে ই বাকী ফৰ্ম কন্ট্ৰলবোৰৰ সৈতে সুন্দৰ ভাৱে এলাইনহৈ থাকে |
03:22 | ঠিক আছে, এতিয়া আমি কী-বোৰ্ডৰ শ্বৰ্টকাট কন্ট্ৰল S ব্যৱহাৰ কৰি আমাৰ ফৰ্মখন সংৰক্ষনকৰো আহক |
03:32 | এতিয়া আমি আমাৰ ফৰ্ম খনত পুশ্ব বাটন যোগ কৰিবলৈ সাজো হয় |
03:39 | পুশ্ব বাটন হৈছে ফৰ্ম কন্ট্ৰলৰ অনয় এটা উদাহৰণ |
03:44 | আমি OK, Cancel, Next, আৰু Finishবাটনৰ সৈতে পৰিচিত হয়, এইবিলাক হৈছে পুশ্ব বাটনৰ কিছুমান উদাহৰণ |
03:56 | বেইছৰ সহায়ত, আমি এই পুশ্ব বাটনবিলাক ফৰ্মত যোগ কৰিব পাৰো আৰু সিহঁতক ক্লিক কৰাত নিৰ্দিষ্ট কাম সম্পন্ন কৰিবলৈ বেইছক আমি নিৰ্দেশনা দিব পাৰো |
04:07 | আকৌ, ছেভ বা আনডু, বা ডিলিট হৈছে কিছুমান উদাহৰণ |
04:14 | দেখা যাওককেনেকৈ হয় |
04:17 | আহক আমি আমাৰ ফৰ্মত ঠিক তলৰ চিত্ৰত দেখুওৱাৰ দৰে,অনয় ফৰ্ম এলিমেন্টবিলাকৰ তলত চাৰিটা পুশ্ব বাটন যোগ কৰো |
04:30 | এইটো কৰিবলৈ আমি আমাৰ ফৰ্ম ডিজাইন ৱিণ্ড’ খনলৈ উভতি যাব লাগিব |
04:35 | আৰু ফৰ্ম কন্ট্ৰলচ টুলবাৰত পুশ্ব বাটন আইকনত এবাৰ ক্লিক কৰক |
04:43 | এই আইকনটো এটা বাটনৰ নিচিনা দেখা যায় য’ত Ok শব্দটো লিখা থাকে |
04:50 | মন কৰক যে মাউছ পইন্টাৰটো প্লাছ চিম্বল যেন দেখা যায় |
04:57 | এতিয়া আমি ক্লিক, ড্ৰেগ আৰি ড্ৰপ কৰি অইন এলিমেন্টবিলাকৰ তলত বাওঁফালে আমাৰ প্ৰথম বাটনটো ড্ৰ’ কৰো. |
05:10 | আৰু ইয়াক আমি প্ৰয়োজন অনুসাৰে আকাৰ পৰিবৰ্তনকৰিম |
05:14 | এতিয়া আমি উপৰৰ পদক্ষেপ সমূহ পুনৰায় তিনিবাৰ কৰিম, |
05:27 | আৰু এতিয়া, আমাৰ উচৰত আৰু তিনিটা বাটন আছে যি এদাল হ’ৰাইয’ন্টেল লাইনত এলাইনদ হৈ আছে |
05:35 | আমিফৰ্মখনত পুশ্ব বাটন বোৰ ড্ৰ’ কৰা হৈ গ'ল এতিয়াআমি সিহঁতৰ লেবেলবোৰ সলনি কৰো |
05:43 | এইটো কৰিবলৈ প্ৰথম বাটনটোত ডাবল ক্লিক কৰক |
05:49 | এতিয়া আমি প্ৰপাৰ্টিজ ৱিণ্ড’খন দেখা পাম, ইয়াত “Label”ৰ বিপৰীতে “Save Record” টাইপ কৰো আহক |
05:59 | এতিয়া ফৰ্মখনৰ দ্বিতীয় বাটনত ক্লিক কৰো |
06:06 | আৰু প্ৰপাৰ্টিজ ৱিণ্ড’খনত আমি “Label”ৰ বিপৰীতে “Undo Changes” টাইপ কৰিম |
06;15 | তৄতীয় আৰু চতুৰ্থ বাটনৰ বাবে আমি “Delete Record” টাইপ কৰিম |
06:25 | আৰু “New Record” টাইপ কৰিম |
06:31 | এতিয়া আমি সিহঁতৰ কামবিলাক সংজ্ঞাবদ্ধ কৰো |
06:37 | এইটো কৰিবলৈ, আমি “Save Record” বাটনত ক্লিক কাৰো আহক |
06:43 | আৰু প্ৰপাৰ্টিজ ৱিণ্ড’খনত, আমি তললৈ স্ক্ৰ’ল কৰিম যেতিয়ালৈকে আমি “Action” লেবেলখন দেখা নাপাও |
06:51 | ইয়াত আমি ড্ৰপ ডাউন লিষ্ট বক্সত ক্লিক কৰিম আৰু তাৰ পাছত “Save record”-ত ক্লিক কৰিম |
06:59 | অইন তিনিটা বাটনৰ বাবে আমি সেই একেই পদক্ষেপকেইটা অনুসৰণ কৰো |
07:05 | “Undo Changes” বাটনৰ বাবে আমি “Undo Changes” বাচনি কৰিম |
07:12 | “Delete Record” বাটনৰ বাবে আমি “Delete Record” বাচনি কৰিম |
07:18 | আৰু “New Record” বাটনৰ বাবে আমি “New Record” বাচনি কৰিম |
07:25 | গতিকে আমি পুশ্ব বাটনবোৰ যোগ কৰিলো |
07:29 | ঠিক আছে, এতিয়া আমি কী-বোৰ্ডৰ শ্বৰ্টকাট কন্ট্ৰল S ব্যৱহাৰ কৰি আমাৰ ফৰ্মখন সংৰক্ষন কৰো আৰু এই ৱিণ্ড’খন বন্ধ কৰো |
07:40 | পৰৱৰ্তী টিউট’ৰিয়েলত আমি আমাৰ ফৰ্মত কৰিব পৰা তিনিটা সাধাৰণ ম’ডিফিকেশ্যনৰ বিষয়ে চাম, |
07:47 | আৰু তাৰ পাছত আমি ফৰ্মখন ডেটা এন্ট্ৰি আৰু ডেটা আপডেইট কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰিম |
07:54 | উদাহৰণ স্বৰূপে, যেতিয়া লাইব্ৰেৰী মেম্বাৰ এজনে কিতাপ এখন ঘূৰাই দিয়ে তেতিয়া আমি এই ফৰ্ম খন ব্যৱহাৰ কৰি এই ইনফৰ্মেশ্যনটো ডেটাবেইছত আপডেইট কৰিব পাৰিম |
08:06 | ইয়াতে এটা কাম আছে |
08:08 | ফৰ্ম খনৰ চতুৰ্থ বাটনৰ কাষত পঞ্চম পুশ্ব বাটনটো যোগ কৰক আৰু যেতিয়া ইয়াক ব্যৱহাৰ কৰে , ই ফৰ্ম খনক ৰিফ্ৰেশ্ব কৰিব লাগে |
08:18 | আৰু তলত থকা পিছৰ লাইনটোত 4টা নেৰো’ পুশ্ব বাটন যোগ কৰক, এই বাটনবোৰ আমাক ৰেকৰ্ডবোৰৰ মাজেৰে নেভিগেইট কৰিবলৈ সহায় কৰিব লাগে |
08:30 | এইখিনিতেই লিবাৰ অফিচ বেইছৰ টিউটৰিয়েলৰ অন্ত পৰিছে |
08:35 | চমুকৈ কবলৈ গলে আমি শিকিলো: এখন ফৰ্মত পুশ্ব বাটন যোগ কৰা |
08:40 | স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ. ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত |
08:52 | এই প্ৰজেক্টটো http://spoken-tutorial.org.-এ সঞ্চালনা কৰিছে |
08:57 | অধিক তথ্য এই লিংকত উপলব্ধhttp://spoken-tutorial.org/NMEICT-Intro. |
09:02 | আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধী বিদায় লৈছে |
09:10 | অংশ গ্ৰহণৰ বাবে ধন্যবাদ |