Difference between revisions of "PERL/C3/File-Handling/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 5: Line 5:
 
|-
 
|-
 
|00:01
 
|00:01
|PERLত  'ফাইল হ্যান্ডলিং' ৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম.
+
|নমস্কাৰ দৰ্শক সকল. PERLত  ফাইল হ্যান্ডলিংৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম.
 
|-
 
|-
 
|00:06
 
|00:06
Line 11: Line 11:
 
* read modeত এটা ফাইল খুলা
 
* read modeত এটা ফাইল খুলা
 
* এটা ফাইলত লিখক
 
* এটা ফাইলত লিখক
* 'append modeত এটা ফাইল খোলক
+
* append modeত এটা ফাইল খোলক
* file handle বন্ধ কৰক.
+
* file handle বন্ধ কৰক.
 
|-
 
|-
 
|00:17
 
|00:17
 
|এই টিউটোৰিয়েলৰ বাবে, আমি ব্যবহাৰ কৰিছো:
 
|এই টিউটোৰিয়েলৰ বাবে, আমি ব্যবহাৰ কৰিছো:
* '' 'উবুন্টু লিনাক্স 12.04' '' অপাৰেটিং সিস্টেম
+
* উবুন্টু লিনাক্স 12.04 অপাৰেটিং সিস্টেম
* '' 'পার্ল 5.14.2' '' আৰু
+
* পার্ল 5.14.2 আৰু
* '' 'Gedit টেক্সট এডিটৰ.
+
* Gedit টেক্সট এডিটৰ.
  
 
|-
 
|-
 
|00:28
 
|00:28
|আপোনি আপোনাৰ পছন্দৰ যি কোনো '' 'টেক্সট এডিটৰ' '' ব্যবহাৰ কৰিব পাৰে.
+
|আপোনি আপোনাৰ পছন্দৰ যি কোনো টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰে.
  
 
|-
 
|-
 
|00:32
 
|00:32
|এই টিউটোৰিয়েলটো অনুসৰণ কৰাৰ বাবে, আপোনাৰ '' 'পার্ল' '' প্রোগ্রামিংৰ জ্ঞান থাকিব লাগিব.
+
|এই টিউটোৰিয়েলটো অনুসৰণ কৰাৰ বাবে, আপোনাৰ পার্ল প্রোগ্রামিংৰ জ্ঞান থাকিব লাগিব.
  
 
|-
 
|-
 
|00:37
 
|00:37
|নহলে, '' 'স্পোকেন টিউটোৰিয়েল' '' ওয়েবসাইটত '' 'পার্লৰ' '' প্রাসঙ্গিক স্পোকেন টিউটোৰিয়েল চাওক.
+
|নহলে, স্পোকেন টিউটোৰিয়েল ওয়েবসাইটত পার্লৰ প্রাসঙ্গিক স্পোকেন টিউটোৰিয়েল চাওক.
  
 
|-
 
|-
Line 42: Line 42:
 
|-
 
|-
 
|00:54
 
|00:54
|ডিফল্ট '' 'ফাইল হ্যান্ডেল' 'এনধৰনে:
+
|ডিফল্ট ফাইল হ্যান্ডেলএনধৰনে:
 
*STDIN
 
*STDIN
 
STDOUT  
 
STDOUT  
Line 53: Line 53:
 
|-
 
|-
 
|01:05
 
|01:05
|সিনট্যাক্সত, '' 'FILEHANDLE' এটা '' '' ফাইল হ্যান্ডেল ''হয় যি '' ওপেন '' 'ফাংশনৰ দ্বাৰা ৰিটাৰ্ন কৰা যায়.
+
|সিনট্যাক্সত, FILEHANDLE' এটা ' ফাইল হ্যান্ডেল ''হয় যি '' ওপেন ফাংশনৰ দ্বাৰা ৰিটাৰ্ন কৰা যায়.
  
 
|-
 
|-
Line 61: Line 61:
 
|-
 
|-
 
|01:18
 
|01:18
|'' '' '' EXPR হৈছে এটা ফিজিকেল ফাইলনাম যি পড়া বা লেখাৰ বাবে ব্যবহৃত  হয়. এই ক্ষেত্রত, "First.txt" ফাইলৰ নাম হয়.
+
|EXPR হৈছে এটা ফিজিকেল ফাইলনাম যি পড়া বা লেখাৰ বাবে ব্যবহৃত  হয়. এই ক্ষেত্রত, "First.txt" ফাইলৰ নাম হয়.
  
 
|-
 
|-
Line 73: Line 73:
 
|-
 
|-
 
|01:38
 
|01:38
|প্রথমে আমি এটা টেক্সট ফাইল তৈয়াৰ কৰো আৰু তাত কিছু তথ্য সংৰক্ষণ কৰো. '' '' টার্মিনেলত যাওক  আৰু টাইপ কৰক:' '' gedit first.txt  'আৰু এন্টাৰ টিপক.
+
|প্রথমে আমি এটা টেক্সট ফাইল তৈয়াৰ কৰো আৰু তাত কিছু তথ্য সংৰক্ষণ কৰো. টার্মিনেলত যাওক  আৰু টাইপ কৰক: gedit first.txt  'আৰু এন্টাৰ টিপক.
  
 
|-
 
|-
 
|01:51
 
|01:51
|''first dot txt '' ফাইলত, নিম্নলিখিত টেক্সট টাইপ কৰক:
+
|''first dot txt'' ফাইলত, নিম্নলিখিত টেক্সট টাইপ কৰক:
  
 
|-
 
|-
Line 85: Line 85:
 
|-
 
|-
 
|01:59
 
|01:59
|এতিয়া আমি এটা '' 'পার্ল' '' প্রোগ্রাম চাও যিয়ে 'first.txt'  ফাইল খোলে আৰু বিষয়বস্তু ৰিদ কৰে.
+
|এতিয়া আমি এটা পার্ল' প্রোগ্রাম চাও যিয়ে 'first.txt'  ফাইল খোলে আৰু বিষয়বস্তু ৰিদ কৰে.
  
 
|-
 
|-
Line 97: Line 97:
 
|-
 
|-
 
|02:19
 
|02:19
|'' openfile dot plত' '' পর্দাত প্রদর্শিত নিম্নলিখিত কোড টাইপ কৰক.
+
|'' openfile dot plত পর্দাত প্রদর্শিত নিম্নলিখিত কোড টাইপ কৰক.
  
 
|-
 
|-
Line 105: Line 105:
 
|-
 
|-
 
|02:28
 
|02:28
|'' open' '' ফাংশনে পড়াৰ বাবে এটা ফাইল খোলে.
+
|'' open ফাংশনে পড়াৰ বাবে এটা ফাইল খোলে.
  
 
|-
 
|-
 
|02:33
 
|02:33
|প্রথম প্যাৰামিটাৰ ''DATA''  এটা filehandle হয় যিয়ে '' 'পার্লক' '' ভবিষ্যতে ফাইলটোক পড়িবলৈ সক্ষম কৰে.
+
|প্রথম প্যাৰামিটাৰ ''DATA''  এটা filehandle হয় যিয়ে পার্লক ভবিষ্যতে ফাইলটোক পড়িবলৈ সক্ষম কৰে.
  
 
|-
 
|-
 
|02:40
 
|02:40
|দ্বিতীয় প্যাৰামিটাৰে  “<” লেচদেন সিম্বলে '' 'READ" মোডক নির্দেশ কৰে.
+
|দ্বিতীয় প্যাৰামিটাৰে  “<” লেচদেন সিম্বলে READ" মোডক নির্দেশ কৰে.
  
 
|-
 
|-
 
|02:44
 
|02:44
|আপোনি '' 'মোডক যদি উল্লেখ কৰিবলৈ ব্যর্থ হয়, ডিফল্টৰুপে ফাইলটো  “READ” মোডত খোলিব.
+
|আপোনি মোডক যদি উল্লেখ কৰিবলৈ ব্যর্থ হয়, ডিফল্টৰুপে ফাইলটো  “READ” মোডত খোলিব.
  
 
|-
 
|-
Line 128: Line 128:
 
|-
 
|-
 
|03:02
 
|03:02
|dollar exclamation ($!) ভেৰিয়েবলত সঞ্চিত থকা স্ক্রিপ্ট উপযুক্ত '' 'এৰৰ বার্তা' '' সৈতে সমাপ্ত হৈ যাব.
+
|dollar exclamation ($!) ভেৰিয়েবলত সঞ্চিত থকা স্ক্রিপ্ট উপযুক্ত এৰৰ বার্তা সৈতে সমাপ্ত হৈ যাব.
  
 
|-
 
|-
Line 139: Line 139:
 
|-
 
|-
 
|03:22
 
|03:22
|সর্বশেষত, open statementত আমি দিয়া '' 'FILEHANDLE' '' নামৰ সৈতে ফাইলটো বন্ধ কৰক.
+
|সর্বশেষত, open statementত আমি দিয়া FILEHANDLE নামৰ সৈতে ফাইলটো বন্ধ কৰক.
  
 
|-
 
|-
Line 151: Line 151:
 
|-
 
|-
 
|03:40
 
|03:40
|আহক প্রোগ্রামটো'' 'এক্সিকিউট' ''কৰো .
+
|আহক প্রোগ্রামটোএক্সিকিউটকৰো .
  
 
|-
 
|-
Line 175: Line 175:
 
|-
 
|-
 
|04:08
 
|04:08
|'' 'ফাইলৰ নামে' '' ফাইলৰ নাম প্রতিনিধিত্ব কৰে যত ডেটা লিখাৰ প্রয়োজন হয়.
+
|ফাইলৰ নামে ফাইলৰ নাম প্রতিনিধিত্ব কৰে যত ডেটা লিখাৰ প্রয়োজন হয়.
  
 
|-
 
|-
Line 199: Line 199:
 
|-
 
|-
 
|04:37
 
|04:37
|'' 'open '' ফাংশনে second.txt ফাইলক "write" মোডত খোলে.
+
|open '' ফাংশনে second.txt ফাইলক "write" মোডত খোলে.
  
 
|-
 
|-
Line 207: Line 207:
 
|-
 
|-
 
|04:49
 
|04:49
|প্রথম প্যাৰামিটাৰ "FILE1" '' 'FILEHANDLE' '' হয়.
+
|প্রথম প্যাৰামিটাৰ "FILE1" FILEHANDLE হয়.
  
 
|-
 
|-
 
|04:53
 
|04:53
|'' 'প্রিন্ট' '' ফাংশনে প্রদত্ত টেক্সটক'' 'FILEHANDLE' '' i.e 'FILE1' ত প্রিন্ট কৰে.
+
|প্রিন্ট ফাংশনে প্রদত্ত টেক্সটকFILEHANDLE i.e 'FILE1' ত প্রিন্ট কৰে.
  
 
|-
 
|-
Line 219: Line 219:
 
|-
 
|-
 
|05:03
 
|05:03
|প্রোগ্রাম'' 'এক্সিকিউট' '' কৰো.
+
|প্রোগ্রামএক্সিকিউট কৰো.
  
 
|-
 
|-
Line 245: Line 245:
 
|-
 
|-
 
|05:41
 
|05:41
|'Writefile.pl ফাইলত', 'আগৰ '' 'প্রিন্ট' '' বিবৃতিত কম্মেন্ট কৰক.
+
|'Writefile.pl ফাইলত', 'আগৰ প্রিন্ট বিবৃতিত কম্মেন্ট কৰক.
  
 
|-
 
|-
 
|05:46
 
|05:46
|তলত দেখোৱাৰ দৰে'' 'প্রিন্ট' '' কমান্ড যুক্ত কৰক.
+
|তলত দেখোৱাৰ দৰেপ্রিন্ট কমান্ড যুক্ত কৰক.
  
 
|-
 
|-
 
|05:48
 
|05:48
|এতিয়া, '' 'ফাইল চেভ কৰিবলৈ '' Ctrl + S ''টিপক. আমি প্রোগ্রামটো এক্সিকিউট কৰো.
+
|এতিয়া, ফাইল চেভ কৰিবলৈ '' Ctrl + S ''টিপক. আমি প্রোগ্রামটো এক্সিকিউট কৰো.
  
 
|-
 
|-
Line 289: Line 289:
 
|-
 
|-
 
|06:32
 
|06:32
|'' ''দুটা greater than (>>) চিম্বলৰ সৈতে open স্টেমেন্টে "APPEND"মোড নির্দেশ কৰে.
+
|'দুটা greater than (>>) চিম্বলৰ সৈতে open স্টেমেন্টে "APPEND"মোড নির্দেশ কৰে.
  
 
|-
 
|-
Line 300: Line 300:
 
|-
 
|-
 
|06:52
 
|06:52
|আগৰ '' 'প্রিন্ট' '' বিবৃতিত Comment কৰক, ইতিমধ্যে এইটো যেনে কার্যকৰ কৰা আছে.
+
|আগৰ প্রিন্ট বিবৃতিত Comment কৰক, ইতিমধ্যে এইটো যেনে কার্যকৰ কৰা আছে.
  
 
|-
 
|-
Line 312: Line 312:
 
|-
 
|-
 
|07:11
 
|07:11
|আহক প্রোগ্রামটো '' 'এক্সিকিউট' '' কৰো.
+
|আহক প্রোগ্রামটো এক্সিকিউট কৰো.
  
 
|-
 
|-
Line 350: Line 350:
 
* এটা ফাইলত লিখক
 
* এটা ফাইলত লিখক
 
* "append" মোডত এটা ফাইল খোলক আৰু
 
* "append" মোডত এটা ফাইল খোলক আৰু
* '' 'ফাইল হ্যান্ডেল' '' বন্ধ কৰক.
+
* ফাইল হ্যান্ডেল বন্ধ কৰক.
  
 
|-
 
|-
Line 358: Line 358:
 
|-
 
|-
 
|08:11
 
|08:11
|প্রোগ্রামক চেভ কৰি আৰু'' 'এক্সিকিউট' '' কৰক.
+
|প্রোগ্রামক চেভ কৰি আৰুএক্সিকিউট কৰক.
  
 
|-
 
|-
Line 370: Line 370:
 
|-
 
|-
 
|08:22
 
|08:22
|নিম্নলিখিত লিঙ্কত থকা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পক সংক্ষিপ্ত বিবৰণ কৰে.
+
|নিম্নলিখিত লিঙ্কত থকা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পক সংক্ষিপ্ত বিবৰণ কৰে.দয়া কৰি ডাউনলোড কৰি চাওক.
দয়া কৰি ডাউনলোড কৰি চাওক.
+
  
 
|-
 
|-

Revision as of 13:05, 1 August 2016

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. PERLত ফাইল হ্যান্ডলিংৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম.
00:06 এই টিউটোৰিয়েলত আমি এনেধৰনৰ উপৰত শিকিম:
  • read modeত এটা ফাইল খুলা
  • এটা ফাইলত লিখক
  • append modeত এটা ফাইল খোলক
  • file handle বন্ধ কৰক.
00:17 এই টিউটোৰিয়েলৰ বাবে, আমি ব্যবহাৰ কৰিছো:
  • উবুন্টু লিনাক্স 12.04 অপাৰেটিং সিস্টেম
  • পার্ল 5.14.2 আৰু
  • Gedit টেক্সট এডিটৰ.
00:28 আপোনি আপোনাৰ পছন্দৰ যি কোনো টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰে.
00:32 এই টিউটোৰিয়েলটো অনুসৰণ কৰাৰ বাবে, আপোনাৰ পার্ল প্রোগ্রামিংৰ জ্ঞান থাকিব লাগিব.
00:37 নহলে, স্পোকেন টিউটোৰিয়েল ওয়েবসাইটত পার্লৰ প্রাসঙ্গিক স্পোকেন টিউটোৰিয়েল চাওক.
00:43 পার্লত ফাইলৰ সৈতে মৌলিক অপাৰেশন এনেধৰনে:
  • এটা ফাইল খোলা
  • এটা ফাইলৰ পৰা পড়া
  • এটা ফাইলত লিখা আৰু
  • এটা ফাইল বন্ধ কৰা.
00:54 ডিফল্ট ফাইল হ্যান্ডেলএনধৰনে:
  • STDIN

STDOUT STDERR

01:02 এইটো open ফাংশনৰ বাবে সিন্টেক্স হয়.
01:05 সিনট্যাক্সত, FILEHANDLE' এটা ' ফাইল হ্যান্ডেল হয় যি ওপেন ফাংশনৰ দ্বাৰা ৰিটাৰ্ন কৰা যায়.
01:11 MODEএ ফাইলটো খোলা মোডৰ বাবে প্রতিনিধিত্ব কৰে. যেনে: read, write (পড়া, লেখা) ইত্যাদি
01:18 EXPR হৈছে এটা ফিজিকেল ফাইলনাম যি পড়া বা লেখাৰ বাবে ব্যবহৃত হয়. এই ক্ষেত্রত, "First.txt" ফাইলৰ নাম হয়.
01:27 ইয়াত দেখোৱাৰ দৰে, open ফাংশন লিখিবলৈ অন্য উপায় আছে.
01:32 আমি এটা বিদ্যমান ফাইল খোলা আৰু তাৰ পৰা ডেটা কিভাবে পড়ে বুজো.
01:38 প্রথমে আমি এটা টেক্সট ফাইল তৈয়াৰ কৰো আৰু তাত কিছু তথ্য সংৰক্ষণ কৰো. টার্মিনেলত যাওক আৰু টাইপ কৰক: gedit first.txt 'আৰু এন্টাৰ টিপক.
01:51 first dot txt ফাইলত, নিম্নলিখিত টেক্সট টাইপ কৰক:
01:55 ফাইল চেভ কৰক আৰু gedit.বন্ধ কৰক.
01:59 এতিয়া আমি এটা পার্ল' প্রোগ্রাম চাও যিয়ে 'first.txt' ফাইল খোলে আৰু বিষয়বস্তু ৰিদ কৰে.
02:07 মই ইতিমধ্যে চেভ কৰি থোৱা নমুনা প্রোগ্রাম 'openfile.pl' খুলো.
02:13 লিখক gedit openfile dot pl ampersand আৰু এন্টাৰ টিপক
02:19 openfile dot plত পর্দাত প্রদর্শিত নিম্নলিখিত কোড টাইপ কৰক.
02:25 আমি কোডটো এতিয়া বুজো.
02:28 open ফাংশনে পড়াৰ বাবে এটা ফাইল খোলে.
02:33 প্রথম প্যাৰামিটাৰ DATA এটা filehandle হয় যিয়ে পার্লক ভবিষ্যতে ফাইলটোক পড়িবলৈ সক্ষম কৰে.
02:40 দ্বিতীয় প্যাৰামিটাৰে “<” লেচদেন সিম্বলে READ" মোডক নির্দেশ কৰে.
02:44 আপোনি মোডক যদি উল্লেখ কৰিবলৈ ব্যর্থ হয়, ডিফল্টৰুপে ফাইলটো “READ” মোডত খোলিব.
02:50 তৃতীয় প্যাৰামিটাৰ 'first.txt' এটা ফাইল নেম হয় যৰ পৰা ডেটা পড়িব লগা হয়.
02:57 যদি ফাইল 'first.txt' বিদ্যমান নহয় তেনেহলে কি ঘটিব?
03:02 dollar exclamation ($!) ভেৰিয়েবলত সঞ্চিত থকা স্ক্রিপ্ট উপযুক্ত এৰৰ বার্তা সৈতে সমাপ্ত হৈ যাব.
03:08 ' while লুপে লাইন বাই লাইন পড়িব আৰু যেতিয়ালৈকে গোতেই লাইন পড়া নহয় ফাইলক লুপ কৰিব.
03:17 Print dollar underscore ('$_') ভেৰিয়েবলে বর্তমান লাইনৰ বিষয়বস্তুক প্রিন্ট কৰিব.
03:22 সর্বশেষত, open statementত আমি দিয়া FILEHANDLE নামৰ সৈতে ফাইলটো বন্ধ কৰক.
03:29 এটা ফাইল বন্ধ কৰাত বিষয়বস্তুৰ অভাৰৰাইত হোৱা বা কোনো ফাইলৰ আকস্মিক পৰিবর্তন হোৱাৰ পৰা বাধা দিয়ে.
03:36 এতিয়া, ফাইলটো চেভ কৰিবলৈ Ctrl + S টিপক.
03:40 আহক প্রোগ্রামটোএক্সিকিউটকৰো .
03:42 টার্মিনেললৈ উভতি যাওক আৰু টাইপ কৰক perl openfile dot pl আৰু এন্টাৰ টিপক
03:51 আউটপুট দেখোৱাৰ দৰে প্রদর্শন কৰা হয়.
03:54 এইয়া একেই বিষয়বস্তু হয় যাক আমি আগতে first dot txt ফাইলত দেখিছিলো.
03:59 পৰবর্তী আমি এটা ফাইলত ডেটা লিখিবলৈ চাও.
04:03 greater than চিম্বলৰ সৈতে থকা open statementএ WRITE মোড সংজ্ঞায়িত কৰে.
04:08 ফাইলৰ নামে ফাইলৰ নাম প্রতিনিধিত্ব কৰে যত ডেটা লিখাৰ প্রয়োজন হয়.
04:13 মই ইতিমধ্যে চেভ কৰি থোৱা নমুনা প্রোগ্রাম 'writefile.pl' খুলো.
04:19 টার্মিনেললৈ যাওক.
04:21 এতিয়া টাইপ কৰক: gedit writefile dot pl ampersand আৰু এন্টাৰ টিপক.
04:29 'writefile dot pl ফাইলত, পর্দাযত প্রদর্শিত হিচাবে নিম্নলিখিত কোড টাইপ কৰক.
04:34 মই এতিয়া কোডটো ব্যাখ্যা কৰো.
04:37 open ফাংশনে second.txt ফাইলক "write" মোডত খোলে.
04:44 ফাইল নামৰ আগত “>” - Greater than প্রতীকে "write" মোড সূচিত কৰে.
04:49 প্রথম প্যাৰামিটাৰ "FILE1" FILEHANDLE হয়.
04:53 প্রিন্ট ফাংশনে প্রদত্ত টেক্সটকFILEHANDLE i.e 'FILE1' ত প্রিন্ট কৰে.
04:59 এতিয়া, ফাইল চেভ কৰিবলৈ Ctrl + S টিপক.
05:03 প্রোগ্রামএক্সিকিউট কৰো.
05:05 টার্মিনেললৈ উভতি যাওক আৰু টাইপ কৰক: perl writefile dot pl আৰু এন্টাৰ টিপক.
05:12 এতিয়া, আমি চাও যদি টেক্সটবোৰ 'second.txt' ফাইলত লেখা হৈছে.
05:18 লিখক:gedit second.txt আৰু এন্টাৰ টিপক.
05:23 আমি আমাৰ 'second.txt' ফাইলত নিম্ন টেক্সট চাব পাৰো: "Working with files makes data storage and retrieval a simple task!"
05:32 আমি 'second.txt' ফাইল বন্ধ কৰো.
05:35 কি হব যদি আমি একেই ফাইলক আকৌ " "write"" মোডত খোলো? আমি সেইটো চাও.
05:41 'Writefile.pl ফাইলত', 'আগৰ প্রিন্ট বিবৃতিত কম্মেন্ট কৰক.
05:46 তলত দেখোৱাৰ দৰেপ্রিন্ট কমান্ড যুক্ত কৰক.
05:48 এতিয়া, ফাইল চেভ কৰিবলৈ Ctrl + S টিপক. আমি প্রোগ্রামটো এক্সিকিউট কৰো.
05:54 টার্মিনেললৈ উভতি যাওক আৰু টাইপ কৰক perl writefile dot pl আৰু এন্টাৰ টিপক.
06:00 এতিয়া, আমি আকৌ এবাৰ 'second.txt' ফাইলটো চাও.
06:04 লিখক: "gedit second.txt" আৰু এন্টাৰ টিপক.
06:09 আমি আউটপুট দেখিব পাৰে: “Greater than symbol (>) overwrites the content of the file!"
06:14 'Second.txt' ফাইলৰ পূর্ববর্তী বিষয়বস্তু মুছি পেলোৱা হৈছে.
06:19 ইয়াৰ কাৰন হল যে, আমি আকৌ এবাৰ "write" মোডত ফাইলটো খোলিলো.
06:24 আমি 'second.txt' ফাইলটো বন্ধ কৰো.
06:27 ইয়াৰ পিছত, আমি চাও এটা বিদ্যমান ফাইলত কিভাবে ডেটা লিখে.
06:32 'দুটা greater than (>>) চিম্বলৰ সৈতে open স্টেমেন্টে "APPEND"মোড নির্দেশ কৰে.
06:38 এতিয়া, মই geditত আকৌ এবাৰ writefile dot pl খোলিম.
06:44 open স্টেমেন্টত দুটা greater (>>) than চিহ্ন লিখক. এইটোৱে নির্দেশ কৰিব যে ফাইলটো append 'মোডত আছে.
06:52 আগৰ প্রিন্ট বিবৃতিত Comment কৰক, ইতিমধ্যে এইটো যেনে কার্যকৰ কৰা আছে.
06:57 বিদ্যমান তথ্যত লিখিবলৈ এই লাইনটো যোগ কৰক: print FILE1 ডবল কোটত "Two greater than symbols (>>) open the file in append mode" .
07:07 এতিয়া, ফাইলটো চেভ কৰিবলৈ Ctrl + S টিপক.
07:11 আহক প্রোগ্রামটো এক্সিকিউট কৰো.
07:14 টার্মিনেলত উভতি যাওক আৰু টাইপ কৰক: perl writefile dot pl আৰু এন্টাৰ টিপক.
07:20 এতিয়া, আমি চাও টেক্সটো 'second.txt' ফাইলত যোগ কৰা হৈছে নে নাই.
07:26 লিখক: gedit second.txt আৰু এন্টাৰ টিপক.
07:31 আমি দেখিব পাৰো যে টেক্সটো আমাৰ 'second.txt' ফাইলত যোগ কৰা হৈছে.
07:36 আমি 'second.txt' ফাইলটো বন্ধ কৰো.
07:39 একেইভাবে অন্যান্য মোডও আছে.
07:42 আপোনি নিজেই এই অপশনবোৰ ব্যবহাৰ কৰি চাওক আৰু বুজক কি ঘটে.
07:49 ইয়াতে এই টিউটোৰিয়েলৰ শেষলৈ আমি আহিছো. সংক্ষেপে.
07:53 এই টিউটোৰিয়েলত আমি শিকিছো:
  • "read" মোডত এটা ফাইল খোলক
  • এটা ফাইলত লিখক
  • "append" মোডত এটা ফাইল খোলক আৰু
  • ফাইল হ্যান্ডেল বন্ধ কৰক.
08:03 ইয়াতে আপোনাৰ বাবে এটা অনুশীলনী আছে. 'Writefile.pl' প্রোগ্রামত file attributeক "+>"লৈ পৰিবর্তন কৰক.
08:11 প্রোগ্রামক চেভ কৰি আৰুএক্সিকিউট কৰক.
08:14 আউটপুটতো চাবলৈ 'second.txt' ফাইলটো খুলক.
08:17 ফাইল অ্যাট্রিবিউট "+>" ৰ ব্যবহাৰৰ বিশ্লেষণ চাওক.
08:22 নিম্নলিখিত লিঙ্কত থকা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পক সংক্ষিপ্ত বিবৰণ কৰে.দয়া কৰি ডাউনলোড কৰি চাওক.
08:29 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে। অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
08:37 বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
08:41 এইটোৱে ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত।
08:48 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
08:53 আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble