Difference between revisions of "LaTeX-Old-Version/C2/Installing-MikTeX/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 9: Line 9:
 
|-
 
|-
 
|00:08
 
|00:08
|লেটেক্ উত্কৃষ্ট ডকুমেন্ট তৈয়াৰ কৰিবলৈ সাহায্য কৰে. আপোনি যদি আপোনাৰ জীবনত অনেক ডকুমেন্ট তৈয়াৰ কৰিবলৈ bisariboচাব, তেনেহলে আপোনি লেটেক্ ব্যবহাৰ আৰম্ভ কৰা উচিত  
+
|লেটেক্ উত্কৃষ্ট ডকুমেন্ট তৈয়াৰ কৰিবলৈ সাহায্য কৰে. আপোনি যদি আপোনাৰ জীবনত অনেক ডকুমেন্ট তৈয়াৰ কৰিবলৈ বিচাৰিব চাব, তেনেহলে আপোনি লেটেক্ ব্যবহাৰ আৰম্ভ কৰা উচিত  
  
 
|-
 
|-
Line 17: Line 17:
 
|-
 
|-
 
| 00:27
 
| 00:27
|লেটেক্ ডকুমেন্ট এটি অপাৰেটিং সিস্টেম, যেনে উইন্ডোসত তৈয়াৰ কৰা হৈছে , সেইটো অন্য কোনো অপাৰেটিং সিস্টেম যেনে লিনাক্স বা ম্যাক ত কোনো পৰিবর্তন নোহোৱাকে ব্যবহাৰ কৰিব পাৰে আৰু ইয়াৰ বিপৰীতটোও প্রযোজ্য. লেটেক্ সম্পূর্ণ বিনামূল্য আৰু open source software  
+
|লেটেক্ ডকুমেন্ট এটা অপাৰেটিং সিস্টেম, যেনে উইন্ডোসত তৈয়াৰ কৰা হৈছে , সেইটো অন্য কোনো অপাৰেটিং সিস্টেম যেনে লিনাক্স বা ম্যাক ত কোনো পৰিবর্তন নোহোৱাকে ব্যবহাৰ কৰিব পাৰে আৰু ইয়াৰ বিপৰীতটোও প্রযোজ্য. লেটেক্ সম্পূর্ণ বিনামূল্য আৰু open source software  
  
 
|-
 
|-
 
| 00:44
 
| 00:44
| সর্বপৰি লেটেকত উত্কৃষ্ট user community বা ব্যবহাৰকাৰীৰ সংগঠন আছে যি যিকোনো প্রকাৰৰ সাহায্য প্রস্তুত কৰে, উদাহৰণস্বৰুপে tug india
+
| সর্বপৰি লেটেকত উত্কৃষ্ট user community বা ব্যবহাৰকাৰীৰ সংগঠন আছে যি যিকোনো প্রকাৰৰ সাহায্য প্রস্তুত কৰে, উদাহৰণস্বৰুপে tug India
  
 
|-
 
|-
Line 41: Line 41:
 
|-
 
|-
 
| 01:37
 
| 01:37
|  আমি প্রথমে মিকটেক্, যি লেটেকৰ এটি বিনামূল্য সংস্কৰণ, তাৰ ইনস্টলেশান পদ্ধতি বর্ণনা কৰিম . তাৰপিছত চাম টেকনিক্ সেন্টাৰ , যি মিকটেকৰ এটি বিনামূল্য front end
+
|  আমি প্রথমে মিকটেক্, যি লেটেকৰ এটা বিনামূল্য সংস্কৰণ, তাৰ ইনস্টলেশান পদ্ধতি বর্ণনা কৰিম . তাৰপিছত চাম টেকনিক্ সেন্টাৰ , যি মিকটেকৰ এটা বিনামূল্য front end
  
 
|-
 
|-
 
| 01:49
 
| 01:49
| আমি আপোনাক আৰু জনাম কিভাবে টেকনিক্ সেন্টাৰ ব্যবহাৰ কৰি কম্পাইল্ আৰু adobe ৰিডাৰ ব্যবহাৰ কৰি pdf ডকুমেন্ট দেখা যায়. আমি এটি বিনামূল্য আৰু ওপেন সোর্স pdf ৰিডাৰ , সুমাত্রাৰ বর্ণনা দি আমাৰ এই টিউটোৰিয়েল সমাপ্ত কৰিম. সুমাত্রাৰ ব্যবহাৰ optional অর্থাৎ ঐচ্ছিক হয়  
+
| আমি আপোনাক আৰু জনাম কিভাবে টেকনিক্ সেন্টাৰ ব্যবহাৰ কৰি কম্পাইল্ আৰু adobe ৰিডাৰ ব্যবহাৰ কৰি pdf ডকুমেন্ট দেখা যায়. আমি এটা বিনামূল্য আৰু ওপেন সোর্স pdf ৰিডাৰ , সুমাত্রাৰ বর্ণনা দি আমাৰ এই টিউটোৰিয়েল সমাপ্ত কৰিম. সুমাত্রাৰ ব্যবহাৰ optional অর্থাৎ ঐচ্ছিক হয়  
  
 
|-
 
|-
 
| 02:04
 
| 02:04
| উইন্ডোসত লেটেক্ ইনস্টল্ কৰাৰ বাবে মিকটেক্ খুবেই জনপ্রিয় software. ইয়াৰ ২.৭ সংস্কৰণ টি আপোনি mictex dot org ত পাব
+
| উইন্ডোসত লেটেক্ ইনস্টল্ কৰাৰ বাবে মিকটেক্ খুবেই জনপ্রিয় software. ইয়াৰ ২.৭ সংস্কৰণ টি আপোনি miktex dot org ত পাব
  
 
|-
 
|-
Line 57: Line 57:
 
|-
 
|-
 
| 02:40
 
| 02:40
| আপোনি যদি লেটেকত নতুন হয়, তেনেহলে এইটি ডাউনলোড হোবাৰ পিছত এইটিক সেভ্ কৰক, যাতে আপোনি এইটিক ভবিষ্যতেও ব্যবহাৰ কৰিব পাৰে . ফাইল টিৰ নাম ইয়াত দেখোৱা হৈছে. এটি এটি ডাঙৰ ফাইল হয়,প্রায় ৮৩ মেগা বাইটৰ .  
+
| আপোনি যদি লেটেকত নতুন হয়, তেনেহলে এইটো ডাউনলোড হোবাৰ পিছত এইটোক সেভ্ কৰক, যাতে আপোনি এইটোক ভবিষ্যতেও ব্যবহাৰ কৰিব পাৰে. ফাইল টিৰ নাম ইয়াত দেখোৱা হৈছে. এটা এটা ডাঙৰ ফাইল হয়,প্রায় ৮৩ মেগা বাইটৰ .  
  
 
|-
 
|-
Line 73: Line 73:
 
|-
 
|-
 
| 03:21
 
| 03:21
| আমি পূর্বেই এইটিক ইয়াতে ডাউনলোড কৰে ৰাখিছো  সেই আইকনত ক্লিক কৰি ইনস্টলেশান আৰম্ভ কৰো  
+
| আমি পূর্বেই এইটোক ইয়াতে ডাউনলোড কৰে ৰাখিছো  সেই আইকনত ক্লিক কৰি ইনস্টলেশান আৰম্ভ কৰো  
 
|-
 
|-
 
| 03:32
 
| 03:32
| সকলো প্রশ্নৰ default উত্তৰ দিয়া অর্থাৎ কোনো উত্তৰ পৰিবর্তনৰ প্রয়োজন নাই . এইটো প্রায় ২০ মিনিট সময় লব ইনস্টল হবলৈ ,সেয়ে আমি ইয়াত নেদেখাও  
+
| সকলো প্রশ্নৰ ডিফল্ট উত্তৰ দিয়া অর্থাৎ কোনো উত্তৰ পৰিবর্তনৰ প্রয়োজন নাই . এইটো প্রায় ২০ মিনিট সময় লব ইনস্টল হবলৈ ,সেয়ে আমি ইয়াত নেদেখাও  
 
|-
 
|-
 
| 03:41
 
| 03:41
| মই মোৰ কমপিউটাৰত আগতেই এইটোক ইনস্টল কৰে ৰাখিছো . এইটি এই স্থানত ইনস্টল হৈ অছে  
+
| মই মোৰ কমপিউটাৰত আগতেই এইটোক ইনস্টল কৰে ৰাখিছো . এইটো এই স্থানত ইনস্টল হৈ অছে  
 
|-
 
|-
 
| 03:47
 
| 03:47
| ইয়াৰ পিছত আমি adobe ৰিডাৰ বিষয়ে আলোচনা কৰিম. ই এটি বিনামূল্য reader যা pdf ফাইলত দেখাবলৈ সাহায্য কৰে  
+
| ইয়াৰ পিছত আমি adobe ৰিডাৰ বিষয়ে আলোচনা কৰিম. ই এটা বিনামূল্য reader যা pdf ফাইলত দেখাবলৈ সাহায্য কৰে  
 
|-  
 
|-  
 
|03:56
 
|03:56
Line 91: Line 91:
 
|-
 
|-
 
| 04:11
 
| 04:11
| আমি এইটোক downloads directory ত ডাউনলোড় কৰি ৰোখিছো. এইটি ইয়াত দেখা গৈছে
+
| আমি এইটোক downloads directory ত ডাউনলোড় কৰি ৰোখিছো. এইটো ইয়াত দেখা গৈছে
 
|-
 
|-
 
| 04:21
 
| 04:21
Line 97: Line 97:
 
|-
 
|-
 
| 04:29
 
| 04:29
|এবাৰ আমি উইন্ডোসত টেকনিক্ সেন্টাৰ ইনস্টল কৰিম. texnicenter.org -এই ওএবসাইটলৈ যাওক. লক্ষ্য কৰক, texniccenter বানানত দুটি c আছে
+
|এবাৰ আমি উইন্ডোসত টেকনিক্ সেন্টাৰ ইনস্টল কৰিম. texnic1                                                                                                                                          center.org -এই ওএবসাইটলৈ যাওক. লক্ষ্য কৰক, texniccenter বানানত দুটি c আছে
 
|-
 
|-
 
| 04:43
 
| 04:43
Line 126: Line 126:
 
|-
 
|-
 
| 06:27
 
| 06:27
|এইটিক ক্লিক কৰক, ডাউনলোড কৰাৰ বাবে আপোনি mirror নির্বাচন কৰিব লাগিব. ডাউনলোড় কৰাৰ পিছত, এইটোক সেভ কৰে, যাতে ভবিষ্যতত ইনস্টল কৰাৰ সময়ত পুনৰায় ইয়াৰ ব্যবহাৰ কৰিব পাৰে .
+
|এইটোক ক্লিক কৰক, ডাউনলোড কৰাৰ বাবে আপোনি mirror নির্বাচন কৰিব লাগিব. ডাউনলোড় কৰাৰ পিছত, এইটোক সেভ কৰে, যাতে ভবিষ্যতত ইনস্টল কৰাৰ সময়ত পুনৰায় ইয়াৰ ব্যবহাৰ কৰিব পাৰে .
 
|-
 
|-
 
| 06:38
 
| 06:38
Line 139: Line 139:
 
|-
 
|-
 
| 07:45
 
| 07:45
|   ডেস্কটপত আহা যাওক . ঠিকআছে , আইকন টি ডেস্কটপত আছে . এইটোক লন্চ(launch) কৰা যাওক . এইটোক বন্ধ কৰা যাওক . ইয়াৰ পিছত আমি এটিক configure কৰিম . ই কয় যে কোন স্থানত টেক্ সংস্কৰণ টি আছে .  
+
| ডেস্কটপত আহা যাওক . ঠিকআছে , আইকন টি ডেস্কটপত আছে . এইটোক লন্চ(launch) কৰা যাওক . এইটোক বন্ধ কৰা যাওক . ইয়াৰ পিছত আমি এটাক configure কৰিম . ই কয় যে কোন স্থানত টেক্ সংস্কৰণ টি আছে .  
 
|-
 
|-
 
| 08:15
 
| 08:15
Line 145: Line 145:
 
|-
 
|-
 
| 08:41
 
| 08:41
|আমি পৰবর্তী পর্যায়লৈ আহিছো . এইটি হল post script viewer . আমি ইয়াক সম্মতি দিও. আৰু একো এন্টাৰ নকৰো  
+
|আমি পৰবর্তী পর্যায়লৈ আহিছো . এইটো হল post script viewer . আমি ইয়াক সম্মতি দিও. আৰু একো এন্টাৰ নকৰো  
  
 
|-
 
|-
Line 153: Line 153:
 
|-
 
|-
 
| 09:06
 
| 09:06
| Finish. চাওক, এইটি program files adobe reader ৯.০, readerৰ ভিতৰত আছে . এইটিক ক্লিক কৰা যাওক . এতিয়া ই নির্বাচিত হৈ আছে, next তাৰপিছত finish ত ক্লিক কৰা হল .
+
| Finish. চাওক, এইটো program files adobe reader ৯.০, readerৰ ভিতৰত আছে . এইটোক ক্লিক কৰা যাওক . এতিয়া ই নির্বাচিত হৈ আছে, next তাৰপিছত finish ত ক্লিক কৰা হল .
 
|-
 
|-
 
| 09:33
 
| 09:33
| এভাবে টেকনিক্ সেন্টাৰ এৰ configuration সম্পূর্ণ কৰা হল . এতিয়া আমি এইটিক সৰু কৰিম যাতে আপোনি সম্পূর্ণটা দেখিব পাৰে .
+
| এভাবে টেকনিক্ সেন্টাৰ এৰ configuration সম্পূর্ণ কৰা হল . এতিয়া আমি এইটোক সৰু কৰিম যাতে আপোনি সম্পূর্ণটা দেখিব পাৰে .
  
 
|-
 
|-
 
| 09:46
 
| 09:46
|ই ইয়াত আহিছে. এইটিক সামান্য কিছু দাঙৰ কৰো . ঠিকআছে, এতিয়া এইটো ব্যবহাৰ কৰা যাব পাৰে . এতিয়া ইয়ালৈ উভতি আহা যাওক .
+
|ই ইয়াত আহিছে. এইটোক সামান্য কিছু দাঙৰ কৰো . ঠিকআছে, এতিয়া এইটো ব্যবহাৰ কৰা যাব পাৰে . এতিয়া ইয়ালৈ উভতি আহা যাওক .
 
|-
 
|-
 
| 10:07
 
| 10:07
Line 166: Line 166:
 
|-
 
|-
 
| 10:16
 
| 10:16
|  আমি আগেই এইটি কৰিছো . next -ত ক্লিক কৰক. ফোল্ডাৰত মিকটেক ৰ binary ফাইল-টি আছে, তাৰ অবস্থান নির্দেশ কৰিব লাগিব.  
+
|  আমি আগেই এইটো কৰিছো . next -ত ক্লিক কৰক. ফোল্ডাৰত মিকটেক ৰ binary ফাইল-টি আছে, তাৰ অবস্থান নির্দেশ কৰিব লাগিব.  
 
|-
 
|-
 
| 10:27
 
| 10:27
| আমি সেইতোও লিখিলো. আমাৰ ডাইৰেকটৰি-ত় ই ইয়াত আছে . এইটি আমি লিখিছো . PS files -ত আমি কিছু লিখা (ভৰোৱা) প্রয়োজন নাই *** . তাৰপিছত আমি ব্রাউস কৰো আৰু acrobat PDF reader বাবে ইয়াক স্থাপন (লোকেট )কৰো .
+
| আমি সেইতোও লিখিলো. আমাৰ ডাইৰেকটৰি-ত় ই ইয়াত আছে . এইটো আমি লিখিছো . PS files -ত আমি কিছু লিখা (ভৰোৱা) প্রয়োজন নাই *** . তাৰপিছত আমি ব্রাউস কৰো আৰু acrobat PDF reader বাবে ইয়াক স্থাপন (লোকেট )কৰো .
 
|-
 
|-
 
| 10:48
 
| 10:48
Line 178: Line 178:
 
|-
 
|-
 
| 11:15
 
| 11:15
| এতিয়া যদি আমি এটা নতুন ফাইল তৈয়াৰ কৰিব বিছাৰো, তেনেহলে new ত় ক্লিক কৰি টাইপ কৰৰিব পাৰিব আৰু তাৰপিছত সেভ কৰিব পাৰিব. আমাৰ উচৰত আগৰে পৰা hello.tex নামৰ এটা ফাইল আছে, এইটিক লোড কৰা যাওক . সেয়ে এয়াই যি আমি কৰিম  ,  
+
| এতিয়া যদি আমি এটা নতুন ফাইল তৈয়াৰ কৰিব বিছাৰো, তেনেহলে new ত় ক্লিক কৰি টাইপ কৰৰিব পাৰিব আৰু তাৰপিছত সেভ কৰিব পাৰিব. আমাৰ উচৰত আগৰে পৰা hello.tex নামৰ এটা ফাইল আছে, এইটোক লোড কৰা যাওক . সেয়ে এয়াই যি আমি কৰিম  ,  
 
|-
 
|-
 
| 11:24
 
| 11:24
| ইয়ালৈ যাওক, ফাইল ওপেন , এইটি লেটেক ফাইলত আছে, hello.tex . তেনেহলে এইটি ওপেন কৰা যাওক . ইয়ালৈ উভতি আহা যাওক .  
+
| ইয়ালৈ যাওক, ফাইল ওপেন , এইটো লেটেক ফাইলত আছে, hello.tex . তেনেহলে এইটো ওপেন কৰা যাওক . ইয়ালৈ উভতি আহা যাওক .  
 
|-
 
|-
 
| 11:50
 
| 11:50
Line 196: Line 196:
 
|-
 
|-
 
| 12:42
 
| 12:42
| maths সংক্রান্ত আপোনি ইয়াত আৰু অনেক বিষয় যেনে ভগ্নাংশ , matrices সম্পর্কে জানিব পাৰিব. এইটিক বন্ধ কৰা যাওক .
+
| maths সংক্রান্ত আপোনি ইয়াত আৰু অনেক বিষয় যেনে ভগ্নাংশ , matrices সম্পর্কে জানিব পাৰিব. এইটোক বন্ধ কৰা যাওক .
 
|-
 
|-
 
| 12:52
 
| 12:52
Line 205: Line 205:
 
|-
 
|-
 
| 13:25
 
| 13:25
|এইটি আপনাক টেকনিক সেন্টাৰ configure কৰিবলৈ সাহায্য কৰে . কেতিয়াবা ইয়াত এই manualত প্রদর্শিত তথ্য আৰু প্রকৃত implementationৰ মাজত পার্থক্য থাকে, সেয়ে তথ্যেৰ বাবে ইন্টাৰনেটত সার্চ কৰিব পাৰে.  
+
|এইটো আপনাক টেকনিক সেন্টাৰ configure কৰিবলৈ সাহায্য কৰে . কেতিয়াবা ইয়াত এই manualত প্রদর্শিত তথ্য আৰু প্রকৃত implementationৰ মাজত পার্থক্য থাকে, সেয়ে তথ্যেৰ বাবে ইন্টাৰনেটত সার্চ কৰিব পাৰে.  
 
|-
 
|-
 
| 13:37
 
| 13:37
Line 224: Line 224:
 
|-
 
|-
 
| 15:03
 
| 15:03
| সেয়ে এতিয়া এই ডকুমেন্ট-টিক কম্পাইল কৰা যাওক . latex to pdf অপশন-টিত ক্লিক কৰক. তেনেহলে এইটি কৰা যাওক . ইয়াৰ পিছচত CTRL SHIFT আৰু F5 key একেলগে press বা প্রয়োগ কৰিব পাৰে .
+
| সেয়ে এতিয়া এই ডকুমেন্ট-টিক কম্পাইল কৰা যাওক . latex to pdf অপশন-টিত ক্লিক কৰক. তেনেহলে এইটো কৰা যাওক . ইয়াৰ পিছচত CTRL SHIFT আৰু F5 key একেলগে press বা প্রয়োগ কৰিব পাৰে .
  
 
|-
 
|-
 
| 15:27
 
| 15:27
| তেনেহলে এইটি কৰা যাওক . CTRL SHIFT আৰু F5 key একেলগে প্রয়োগ কৰলে কি হব ? ডকুমেন্ট কম্পাইল হৈ যাব আৰু তৈয়াৰ হোৱা pdf ফাইল-টি দেখা যাব . ফাইল-টিত এটামাত্র লাইন থাকা উচিত . তেনেহলে এইটি কৰা যাওক - ctrl shift, f5 .
+
| তেনেহলে এইটো কৰা যাওক . CTRL SHIFT আৰু F5 key একেলগে প্রয়োগ কৰলে কি হব ? ডকুমেন্ট কম্পাইল হৈ যাব আৰু তৈয়াৰ হোৱা pdf ফাইল-টি দেখা যাব . ফাইল-টিত এটামাত্র লাইন থাকা উচিত . তেনেহলে এইটো কৰা যাওক - ctrl shift, f5 .
 
|-
 
|-
 
| 15:48
 
| 15:48
| আপোনি দেখিব পাৰিছে যে এইটি কম্পাইল হৈআছে . আৰু এতিয়া ই pdf reader খুলিছে . সেয়ে এইটোক ইয়ালৈ আনা যাওক . এইটিকে দাঙৰ কৰা যাওক . আপোনি ইয়াত মাত্র এটা লাইন দেখিব পাৰিছে.
+
| আপোনি দেখিব পাৰিছে যে এইটো কম্পাইল হৈআছে . আৰু এতিয়া ই pdf reader খুলিছে . সেয়ে এইটোক ইয়ালৈ আনা যাওক . এইটোকে দাঙৰ কৰা যাওক . আপোনি ইয়াত মাত্র এটা লাইন দেখিব পাৰিছে.
 
|-
 
|-
 
| 16:06
 
| 16:06
Line 241: Line 241:
 
|-
 
|-
 
| 16:32
 
| 16:32
| তেনেহলে এটি কৰা যাওক . এটিকে বন্ধ কৰা যাওক আৰু report dot tex ফাইলটিকে খোলা যাওক . আমি এটিক ইয়াত ৰাখো, যাতে আমি এটিৰ আৰো বেশি অংশ দেখিব পাৰো. এইবাৰ প্রথমে crtl shft f5 key একেলগে প্রয়োগ কৰি বা press কৰে এটিকে কম্পাইল্ কৰা যাওক  
+
| তেনেহলে এটা কৰা যাওক . এটাকে বন্ধ কৰা যাওক আৰু report dot tex ফাইলটিকে খোলা যাওক . আমি এটাক ইয়াত ৰাখো, যাতে আমি এটাৰ আৰো বেশি অংশ দেখিব পাৰো. এইবাৰ প্রথমে crtl shft f5 key একেলগে প্রয়োগ কৰি বা press কৰে এটাকে কম্পাইল্ কৰা যাওক  
 
|-
 
|-
 
| 17:06
 
| 17:06
|কম্পাইল্ হোৱাৰ পিছত এটা পাতৰ ৰিপোর্ট তৈয়াৰ হৈছে . সেয়ে এইটিক ইয়াত লোৱা যাওক . এটিকোও ালপ দাঙৰ কৰা যাওক . কি হয়
+
|কম্পাইল্ হোৱাৰ পিছত এটা পাতৰ ৰিপোর্ট তৈয়াৰ হৈছে . সেয়ে এইটোক ইয়াত লোৱা যাওক . এটাকোও ালপ দাঙৰ কৰা যাওক . কি হয়
 
|-
 
|-
 
| 17:31
 
| 17:31
| তেনেহলে এইটি কৰা হৈছে . এতিয়া এই ডকুমেন্ট-এৰ ক্লাস টি ৰিপোর্টলৈ পৰিবর্তন কৰা যাওক . ইয়াত এটি আর্টিকল আছে, এইটিক ডিলিট কৰা যাওক আৰু ইয়াত ৰিপোর্ট লেখা যাওক .
+
| তেনেহলে এইটো কৰা হৈছে . এতিয়া এই ডকুমেন্ট-এৰ ক্লাস টি ৰিপোর্টলৈ পৰিবর্তন কৰা যাওক . ইয়াত এটা আর্টিকল আছে, এইটোক ডিলিট কৰা যাওক আৰু ইয়াত ৰিপোর্ট লেখা যাওক .
 
|-
 
|-
 
| 17:46
 
| 17:46
|এটিক সেভ কৰক তাৰপিছত ctrl shift f5 -এৰ প্রয়োগৰ দ্বাৰা কম্পাইল কৰা যাওক . চাওক, এতিয়া ই দুটি পৃষ্ঠা-লৈ আহিছে . এটিক দাঙৰ কৰা যাওক . এবাৰ দ্বিতীয় পৃষ্ঠায়লৈ যোৱা যাওক . এতিয়া ই দ্বিতীয় পৃষ্ঠাত আছে .
+
|এটাক সেভ কৰক তাৰপিছত ctrl shift f5 -এৰ প্রয়োগৰ দ্বাৰা কম্পাইল কৰা যাওক . চাওক, এতিয়া ই দুটি পৃষ্ঠা-লৈ আহিছে . এটাক দাঙৰ কৰা যাওক . এবাৰ দ্বিতীয় পৃষ্ঠায়লৈ যোৱা যাওক . এতিয়া ই দ্বিতীয় পৃষ্ঠাত আছে .
 
|-
 
|-
 
| 18:14
 
| 18:14
|এতিয়া ৰিপোর্ট-টি দুই পৃষ্ঠাবিশিষ্ট হৈ গৈছে আৰু মনত ৰাখিব যে আমি এতিয়া দ্বিতীয় পৃষ্ঠা দেখি আছিলো. এবাৰ এটিক পুনৰায় কম্পাইল কৰা যাওক . সেয়ে ইয়ালৈ ইভতি আহা যাওক . এইটিৰ কোনো প্রয়োজন নাই, সেয়ে এইটিক বন্ধ কৰা যাওক .
+
|এতিয়া ৰিপোর্ট-টি দুই পৃষ্ঠাবিশিষ্ট হৈ গৈছে আৰু মনত ৰাখিব যে আমি এতিয়া দ্বিতীয় পৃষ্ঠা দেখি আছিলো. এবাৰ এটাক পুনৰায় কম্পাইল কৰা যাওক . সেয়ে ইয়ালৈ ইভতি আহা যাওক . এইটোৰ কোনো প্রয়োজন নাই, সেয়ে এইটোক বন্ধ কৰা যাওক .
 
|-
 
|-
 
| 18:36
 
| 18:36
| report dot pdf ফাইলটি দেখা যাওক . আমি এইটি-উল্লেখ কৰিব বিচাৰিছো যে আমি এতিয়া দ্বিতীয় পৃষ্ঠা-টি দেখি আছো. আপোনি দ্বিতীয় পৃষ্ঠাটো ইয়াত দেখিব পাৰিছে .
+
| report dot pdf ফাইলটি দেখা যাওক . আমি এইটো-উল্লেখ কৰিব বিচাৰিছো যে আমি এতিয়া দ্বিতীয় পৃষ্ঠা-টি দেখি আছো. আপোনি দ্বিতীয় পৃষ্ঠাটো ইয়াত দেখিব পাৰিছে .
 
|-
 
|-
 
| 18:51
 
| 18:51
Line 262: Line 262:
 
|-
 
|-
 
| 19:03
 
| 19:03
| আপোনি দেখিব পাৰিছে যে ই পুনৰায় খুলিছে কিন্তু প্রথম পৃষ্ঠটি দেখা পাইচে . সেয়ে এইটি উল্লেখ কৰা প্রয়োজন যে pdf ফাইলটি প্রথম পৃষ্ঠাত খোলে . আমি আগে দ্বিতীয় পৃষ্ঠা-টি দেখিছিলো কিন্তু কম্পায়লেশনন কৰাত ই প্রথম পৃষ্ঠাত খোলে .
+
| আপোনি দেখিব পাৰিছে যে ই পুনৰায় খুলিছে কিন্তু প্রথম পৃষ্ঠটি দেখা পাইচে . সেয়ে এইটো উল্লেখ কৰা প্রয়োজন যে pdf ফাইলটি প্রথম পৃষ্ঠাত খোলে . আমি আগে দ্বিতীয় পৃষ্ঠা-টি দেখিছিলো কিন্তু কম্পায়লেশনন কৰাত ই প্রথম পৃষ্ঠাত খোলে .
 
|-
 
|-
 
| 19:19
 
| 19:19
Line 277: Line 277:
 
|-
 
|-
 
| 20:01
 
| 20:01
| এতিয়া এইটি দেখা গৈচ্ছে . আৰু এই ডাউনলোদ পৃষ্ঠাযলৈ যাওক . আৰু  ই আপনাকে ইনস্টল কৰিবলগিয়া ফাইলটি দেখোৱাই, এইটি প্রায় ১.৫ Mb সাইজৰ হয় যি আমি আগেই ডাউনলোড কৰে ৰাখিছো .
+
| এতিয়া এইটো দেখা গৈচ্ছে . আৰু এই ডাউনলোদ পৃষ্ঠাযলৈ যাওক . আৰু  ই আপনাকে ইনস্টল কৰিবলগিয়া ফাইলটি দেখোৱাই, এইটো প্রায় ১.৫ Mb সাইজৰ হয় যি আমি আগেই ডাউনলোড কৰে ৰাখিছো .
 
|-
 
|-
 
| 20:17
 
| 20:17
| তেনেহলে এইটি এতিয়া বন্ধ কৰা যাওক . ইয়ালৈ উভতি আসা যাওক . পৰবর্তী পৃষ্ঠালৈ যোৱা যাওক . এতিয়া এই আইকনক ডবল ক্লিক কৰি ইনস্টল কৰাৰ প্রক্রিয়া আৰম্ভ কৰা যাওক . কোনো প্রশ্নৰ উত্তৰ পৰিবর্তনৰ প্রয়োজন নেই .
+
| তেনেহলে এইটো এতিয়া বন্ধ কৰা যাওক . ইয়ালৈ উভতি আসা যাওক . পৰবর্তী পৃষ্ঠালৈ যোৱা যাওক . এতিয়া এই আইকনক ডবল ক্লিক কৰি ইনস্টল কৰাৰ প্রক্রিয়া আৰম্ভ কৰা যাওক . কোনো প্রশ্নৰ উত্তৰ পৰিবর্তনৰ প্রয়োজন নেই .
 
|-
 
|-
 
| 20:35
 
| 20:35
| এইটি কৰা যাওক . প্রথমে downloadsলৈ যোয়া যাওক, মই সুমাত্রা আগেই ডাউনলোড কৰি ৰাখিছো . এইটি ইনস্টল কৰা যাওক . ঠিকআছে, এইটি হৈ গৈছে .
+
| এইটো কৰা যাওক . প্রথমে downloadsলৈ যোয়া যাওক, মই সুমাত্রা আগেই ডাউনলোড কৰি ৰাখিছো . এইটো ইনস্টল কৰা যাওক . ঠিকআছে, এইটো হৈ গৈছে .
 
|-
 
|-
 
| 20:54
 
| 20:54
| এইটিক বন্ধ কৰা যাওক . তেনেহলে এতিয়া সুমাত্রা ইনস্টল হৈ গৈছে . এতিয়া পৰবর্তী পৃষ্ঠালৈ যোয়া যাওক . তেনেহলে আমাৰ কম্পিউটাৰ-ত ই program files-ত ইনস্টল হৈছে, sumatra dot pdf .
+
| এইটোক বন্ধ কৰা যাওক . তেনেহলে এতিয়া সুমাত্রা ইনস্টল হৈ গৈছে . এতিয়া পৰবর্তী পৃষ্ঠালৈ যোয়া যাওক . তেনেহলে আমাৰ কম্পিউটাৰ-ত ই program files-ত ইনস্টল হৈছে, sumatra dot pdf .
 
|-
 
|-
 
| 21:11
 
| 21:11
Line 295: Line 295:
 
|-
 
|-
 
| 21:43
 
| 21:43
|  এতিয়া এইটি Adobe-এৰলৈ নির্দেশ কৰিছে . মনে কৰক যে আমি এইটিক পৰিবর্তন কৰিবলৈ চাও . ব্যাক কৰা যাওক . ব্যাক  
+
|  এতিয়া এইটো Adobe-এৰলৈ নির্দেশ কৰিছে . মনে কৰক যে আমি এইটোক পৰিবর্তন কৰিবলৈ চাও . ব্যাক কৰা যাওক . ব্যাক  
 
|-
 
|-
 
| 21:54
 
| 21:54
Line 301: Line 301:
 
|-
 
|-
 
| 22:11
 
| 22:11
|  এতিয়াৰ পৰা এইটি সুমাত্রা ব্যবহাৰ কৰি কম্পাইল্ কৰিব. এইটো যি অমি কৰিলো. এতিয়া আমি সুমাত্রা ব্যবহাৰ কৰাৰ উপযুক্ত হয়.
+
|  এতিয়াৰ পৰা এইটো সুমাত্রা ব্যবহাৰ কৰি কম্পাইল্ কৰিব. এইটো যি অমি কৰিলো. এতিয়া আমি সুমাত্রা ব্যবহাৰ কৰাৰ উপযুক্ত হয়.
 
|-
 
|-
 
| 22:25
 
| 22:25
Line 313: Line 313:
 
|-
 
|-
 
| 23:08
 
| 23:08
| আচ্ছা এইটি হৈছে সুমাত্রা. এইটিক নিয়া যাওক . এতিয়া পিছৰ পাতটোলৈ যোয়া যাওক . এইটি প্রথম পাত হয়, তাৰপিছত দ্বিতীয় পাতলৈ যোৱা যাওক .
+
| আচ্ছা এইটো হৈছে সুমাত্রা. এইটোক নিয়া যাওক . এতিয়া পিছৰ পাতটোলৈ যোয়া যাওক . এইটো প্রথম পাত হয়, তাৰপিছত দ্বিতীয় পাতলৈ যোৱা যাওক .
 
|-
 
|-
 
| 23:42
 
| 23:42
Line 319: Line 319:
 
|-
 
|-
 
| 24:03
 
| 24:03
|আপোনি report dot pdf ফাইলটিত় দেখিব পাৰিছে যে পৃষ্ঠা-সংখ্যাৰ কোনো পৰিবর্তন নাই হোৱা. প্রকৃতপক্ষে এইটি আগৰে পৰা আছিল,এই বিষয়টি প্রমান কৰাৰ সবতকৈ সহজ উপায় হল এইটোক সৰু কৰা ,যাতে দুটিকে একেলগে দেখা যায় .
+
|আপোনি report dot pdf ফাইলটিত় দেখিব পাৰিছে যে পৃষ্ঠা-সংখ্যাৰ কোনো পৰিবর্তন নাই হোৱা. প্রকৃতপক্ষে এইটো আগৰে পৰা আছিল,এই বিষয়টি প্রমান কৰাৰ সবতকৈ সহজ উপায় হল এইটোক সৰু কৰা ,যাতে দুটিকে একেলগে দেখা যায় .
  
 
|-
 
|-
 
| 24:23
 
| 24:23
| ঠিকআছে, তেনেহলে এইটি ডিলিট কৰা যাওক, সেভ কৰা যাওক, control f7,এইটি কম্পাইল হৈ গৈছে . এইটি খোলা যাওক, লেখাটি এতিয়া আৰু নাই .
+
| ঠিকআছে, তেনেহলে এইটো ডিলিট কৰা যাওক, সেভ কৰা যাওক, control f7,এইটো কম্পাইল হৈ গৈছে . এইটো খোলা যাওক, লেখাটি এতিয়া আৰু নাই .
 
|-
 
|-
 
| 24:38
 
| 24:38
| এতিয়া বৰং ‘chapter- new'-লৈ যোয়া যাওক . এইটি বন্ধ কৰা যাওক, সেভ কৰা যাওক, ctrl f7 .
+
| এতিয়া বৰং ‘chapter- new'-লৈ যোয়া যাওক . এইটো বন্ধ কৰা যাওক, সেভ কৰা যাওক, ctrl f7 .
 
|-
 
|-
 
| 24:59
 
| 24:59
Line 332: Line 332:
 
|-
 
|-
 
| 25:05
 
| 25:05
| এতিয়া তৃতীয় পৃষ্ঠালৈ যাও, যদি আৰু এবাৰ কম্পাইল কৰা হয়*** .ইয়ালৈ উভতি আসা যাওক . এইটি পৰিবর্তিত নাই হয়. সেয়ে এইটি সুমাত্রা-ৰ সর্বপ্রধান বৈশিষ্ট্য.
+
| এতিয়া তৃতীয় পৃষ্ঠালৈ যাও, যদি আৰু এবাৰ কম্পাইল কৰা হয়*** .ইয়ালৈ উভতি আসা যাওক . এইটো পৰিবর্তিত নাই হয়. সেয়ে এইটো সুমাত্রা-ৰ সর্বপ্রধান বৈশিষ্ট্য.
 
|-
 
|-
 
| 25:18
 
| 25:18
| তেনেহলে আমি এইবোৰ সকলো কৰিলো, এইটি এবাৰ দেখা যাওক . pdf ফাইলটি নিজে নিজেই পৰিবর্তিত হৈ যায়, আমি একো কৰিব নালাগে.
+
| তেনেহলে আমি এইবোৰ সকলো কৰিলো, এইটো এবাৰ দেখা যাওক . pdf ফাইলটি নিজে নিজেই পৰিবর্তিত হৈ যায়, আমি একো কৰিব নালাগে.
 
|-
 
|-
 
| 25:25
 
| 25:25
| সকলোতকে গুৰুত্বপূর্ণ বিষয় হল এই যে, এটি একেই পৃষ্ঠা দেখায় . এটা appendix যোগ কৰা যাওক, ctrl f7-এৰ দ্বাৰা কম্পাইল কৰা যাওক, এতিয়া ডকুমেন্টত এতিয়া তিনটি পৃষ্ঠা আছে . এতিয়া তেনেহলে তৃতীয় পৃষ্ঠাযলৈ যোয়া যাওক আৰু পুনৰায় কম্পাইল কৰা যাওক . এতিয়া ডকুমেন্ট-টি তৃতীয় পৃষ্টা-তেই খোলে .
+
| সকলোতকে গুৰুত্বপূর্ণ বিষয় হল এই যে, এটা একেই পৃষ্ঠা দেখায় . এটা appendix যোগ কৰা যাওক, ctrl f7-এৰ দ্বাৰা কম্পাইল কৰা যাওক, এতিয়া ডকুমেন্টত এতিয়া তিনটি পৃষ্ঠা আছে . এতিয়া তেনেহলে তৃতীয় পৃষ্ঠাযলৈ যোয়া যাওক আৰু পুনৰায় কম্পাইল কৰা যাওক . এতিয়া ডকুমেন্ট-টি তৃতীয় পৃষ্টা-তেই খোলে .
  
 
|-
 
|-
Line 360: Line 360:
 
|-
 
|-
 
| 26:32
 
| 26:32
| আপোনি এইটি ইন্টাৰনেটৰ পৰা ইনস্টল্ কৰিব পাৰিব . বা CDৰ পৰাও ব্যবহাৰ কৰিব পাৰিব . প্রথমে hard ডিস্ক-ত CD -এৰ সম্পূর্ণ তথ্যটি copy কৰিব লাগিব আৰু তাৰপিছত তাৰ পৰা ইন্চটল কৰক .
+
| আপোনি এইটো ইন্টাৰনেটৰ পৰা ইনস্টল্ কৰিব পাৰিব . বা CDৰ পৰাও ব্যবহাৰ কৰিব পাৰিব . প্রথমে hard ডিস্ক-ত CD -এৰ সম্পূর্ণ তথ্যটি copy কৰিব লাগিব আৰু তাৰপিছত তাৰ পৰা ইন্চটল কৰক .
 
|-
 
|-
 
| 26:45
 
| 26:45

Revision as of 12:49, 19 February 2016

Time Narration
00:00 নমস্কাৰ বন্ধুগণ, উইন্ডোসত লেটেক্ ইনস্টল্ কৰাৰ এই টিউটোৰিয়েললৈ আমি আপোনাক স্বাগত জানাচ্ছি,
00:08 লেটেক্ উত্কৃষ্ট ডকুমেন্ট তৈয়াৰ কৰিবলৈ সাহায্য কৰে. আপোনি যদি আপোনাৰ জীবনত অনেক ডকুমেন্ট তৈয়াৰ কৰিবলৈ বিচাৰিব চাব, তেনেহলে আপোনি লেটেক্ ব্যবহাৰ আৰম্ভ কৰা উচিত
00:19 আপোনি যদি ডকুমেন্টত অনেক গাণিতিক চিন্হেৰ টিউটোৰিয়েল ব্যবহাৰ কৰিব বিছাৰে, তেনেহলে লেটেক্ এৰ কোনো বিকল্প নাই
00:27 লেটেক্ ডকুমেন্ট এটা অপাৰেটিং সিস্টেম, যেনে উইন্ডোসত তৈয়াৰ কৰা হৈছে , সেইটো অন্য কোনো অপাৰেটিং সিস্টেম যেনে লিনাক্স বা ম্যাক ত কোনো পৰিবর্তন নোহোৱাকে ব্যবহাৰ কৰিব পাৰে আৰু ইয়াৰ বিপৰীতটোও প্রযোজ্য. লেটেক্ সম্পূর্ণ বিনামূল্য আৰু open source software
00:44 সর্বপৰি লেটেকত উত্কৃষ্ট user community বা ব্যবহাৰকাৰীৰ সংগঠন আছে যি যিকোনো প্রকাৰৰ সাহায্য প্রস্তুত কৰে, উদাহৰণস্বৰুপে tug India
00:52 এই নিম্নলিখিত টিউটোৰিয়েলবোৰ আপোনি moudgalya.org ওয়েবসাইটত পাব
00:58 বৰ্তমানৰ টিউটৰিয়েল আগ বঢ়াৰ আগত কম্পাইলেশন কি তাৰ বিষয়ে জনা যাওক
01:06 সর্বপৰি ইন্টাৰনেটত সন্ধান কৰিলে আপোনি এই বিষয়ে সকলো উত্কৃষ্ট জ্ঞান অর্জন কৰিব পাৰিব. আপোনি http fossee.in ওয়েবসাইটৰ পৰা লেটেকৰ বিষয়ে ভবিষতে যিকোনো প্রকাৰৰ সাহায্য আশা কৰিব পাৰিব. লক্ষ্য কৰক fossee শব্দ দুটি s আৰু দুটি e এৰ ব্যবহাৰ আছে
01:22 fossee শব্দৰ সম্পূর্ণ ৰুপ টি হল free and open source software in science and engineering education. আমি এতিয়া উইন্ডোস্ অপাৰেটিং সিস্টেমত লেটেক্ ব্যবহাৰ কৰাৰ পদ্ধতি বর্ণনা কৰিম
01:37 আমি প্রথমে মিকটেক্, যি লেটেকৰ এটা বিনামূল্য সংস্কৰণ, তাৰ ইনস্টলেশান পদ্ধতি বর্ণনা কৰিম . তাৰপিছত চাম টেকনিক্ সেন্টাৰ , যি মিকটেকৰ এটা বিনামূল্য front end
01:49 আমি আপোনাক আৰু জনাম কিভাবে টেকনিক্ সেন্টাৰ ব্যবহাৰ কৰি কম্পাইল্ আৰু adobe ৰিডাৰ ব্যবহাৰ কৰি pdf ডকুমেন্ট দেখা যায়. আমি এটা বিনামূল্য আৰু ওপেন সোর্স pdf ৰিডাৰ , সুমাত্রাৰ বর্ণনা দি আমাৰ এই টিউটোৰিয়েল সমাপ্ত কৰিম. সুমাত্রাৰ ব্যবহাৰ optional অর্থাৎ ঐচ্ছিক হয়
02:04 উইন্ডোসত লেটেক্ ইনস্টল্ কৰাৰ বাবে মিকটেক্ খুবেই জনপ্রিয় software. ইয়াৰ ২.৭ সংস্কৰণ টি আপোনি miktex dot org ত পাব
02:18 আহক তালৈ যোৱা যাওক . ইয়াত এইটো আছে . আপোনি এইটোক ডাউনলোড় কৰিব পাৰে.
02:40 আপোনি যদি লেটেকত নতুন হয়, তেনেহলে এইটো ডাউনলোড হোবাৰ পিছত এইটোক সেভ্ কৰক, যাতে আপোনি এইটোক ভবিষ্যতেও ব্যবহাৰ কৰিব পাৰে. ফাইল টিৰ নাম ইয়াত দেখোৱা হৈছে. এটা এটা ডাঙৰ ফাইল হয়,প্রায় ৮৩ মেগা বাইটৰ .
02:57 মিকটেকৰ সম্পূর্ণ সংস্কৰণ টি আৰু ডাঙৰ, প্রায় ৯০০ মেগা বাইটৰ,সেয়ে আমি ইয়াক ব্যবহাৰ নকৰো.
03:04 যদি আপোনাৰ কম্পিউটাৰত ভাল সংযোগ ব্যবস্থা নাথাকে তেনেহলে আপোনি CD ব্যবহাৰ কৰক , যি ভবিষ্যতে fossee.in পৰা পাব.
03:12 আমি ইনস্টলেশন ফাইল-টিক downloads directory ত সেভ্ কৰি থৈছো. আমি সেইটিক এতিয়া ওপেন কৰিম.
03:21 আমি পূর্বেই এইটোক ইয়াতে ডাউনলোড কৰে ৰাখিছো সেই আইকনত ক্লিক কৰি ইনস্টলেশান আৰম্ভ কৰো
03:32 সকলো প্রশ্নৰ ডিফল্ট উত্তৰ দিয়া অর্থাৎ কোনো উত্তৰ পৰিবর্তনৰ প্রয়োজন নাই . এইটো প্রায় ২০ মিনিট সময় লব ইনস্টল হবলৈ ,সেয়ে আমি ইয়াত নেদেখাও
03:41 মই মোৰ কমপিউটাৰত আগতেই এইটোক ইনস্টল কৰে ৰাখিছো . এইটো এই স্থানত ইনস্টল হৈ অছে
03:47 ইয়াৰ পিছত আমি adobe ৰিডাৰ বিষয়ে আলোচনা কৰিম. ই এটা বিনামূল্য reader যা pdf ফাইলত দেখাবলৈ সাহায্য কৰে
03:56 আপোনাৰ কম্পিউটাৰত ই আগেৰে পৰা থাকিব পাৰে . যদি থাকে, তেনেহলে আপোনি এই slideৰ বাকি অংশক নাচালেও হব
04:03 যদি এইটো নাথাকে, তেনেহলে adobe dot comত যাই আৰু বিনামূল্য adobe ৰিডাৰ টো ডাউনলোড কৰক
04:11 আমি এইটোক downloads directory ত ডাউনলোড় কৰি ৰোখিছো. এইটো ইয়াত দেখা গৈছে
04:21 আইকনত ডবল ক্লিক কৰি এই ৰিডাৰ ইনস্টল কৰক . কোনো প্রশ্নেৰ উত্তৰ পৰিবর্তনৰ প্রয়োজন নাই. আমি এই ইনস্টলেশন পূর্বেই কৰি ৰাখিছো.
04:29 এবাৰ আমি উইন্ডোসত টেকনিক্ সেন্টাৰ ইনস্টল কৰিম. texnic1 center.org -এই ওএবসাইটলৈ যাওক. লক্ষ্য কৰক, texniccenter বানানত দুটি c আছে
04:43 দেখা যাওক মোৰ ওচৰত যদি এইটো আছে. টেকনিক্ সেন্টাৰৰ ওএবসাইটত ইয়াতে download directory আছে
05:01 আমি তললৈ যোৱাত texniccenter ওআৰজি লৈ উভতি গৈছো.
05:10 এইটো টেকনিক্ সেন্টাৰৰ webpage হয়
05:28 ইয়াত টেকনিক্ সেন্টাৰ বিষয়ে কিছু তথ্য জনাইছে, যি, এইটো আপোনাৰ লেটেক ইউনিভাৰ্চৰ কেন্দ্রবিন্দু ইত্যাদি
05:36 ডাউনলোডত ক্লিক কৰা যাওক . আমি আমাৰ পূর্বৰ ওয়েবপেজত উভতি গৈছো
05:45 এই ওয়েবপেজত সর্বপ্রথমে যি সংস্কৰণটিৰ উল্লেখ আছে, সেটিত ক্লিক কৰি ডাউনলোড় কৰিব লাগিব . যিহেতু আমি পূর্বে ই এইটোক ডাউনলোড কৰি ৰাখিছো,
06:00 সেয়ে আপোনি এইটোক ডাউনলোডস ডাইৰেকটৰি- ত দেখিব পাৰিছে. তেনেহলে সম্পূর্ণ পদ্ধতি-টো দেখা যাওক. ওয়েবসাইট-ত গৈ ডাউনলোড বাটন ত ক্লিক কৰক.
06:19 ই আপনাক ডাউনলোডৰ সূচীটি দেখাব যিটোৰ বিষয়ে আমি আগেই আলোচনা কৰিছো. সূচীৰ প্রথমেই থাকা টেকনিক্ সেন্টাৰ installer আপোনাৰ প্রয়োজন হব .
06:27 এইটোক ক্লিক কৰক, ডাউনলোড কৰাৰ বাবে আপোনি mirror নির্বাচন কৰিব লাগিব. ডাউনলোড় কৰাৰ পিছত, এইটোক সেভ কৰে, যাতে ভবিষ্যতত ইনস্টল কৰাৰ সময়ত পুনৰায় ইয়াৰ ব্যবহাৰ কৰিব পাৰে .
06:38 আমাৰ সিস্টেমত ই downloads ফোল্ডাৰত আছে . এইটোক ডবল ক্লিক কৰি আৰু তাৰপিছত কোনো উত্তৰ পৰিবর্তন ন কৰাকে এইটোক ইনস্টল্ কৰা যাওক .
06:47 তেনেহলে downloads ফোল্ডাৰলৈ যোৱা যাওক . ইনস্টলেশান আৰম্ভ কৰা যাওক . gpl চুক্তিক মানা যাওক. পৰবর্তী পর্যায় লৈ যাওক .ইয়াক ইনস্টল্ কৰা যাওক . ঠিকআছে, ই ইনস্টল্ হৈছে .
07:29 টেকনিক্ সেন্টাৰ ইনস্টল্ হোৱাত ডেস্কটপত এটা শর্টকাট তৈয়াৰ হৈছে . আইকনৰ ওপৰত ডবল ক্লিক কৰক আৰু টেকনিক্ সেন্টাৰ launch কৰক.
07:45 ডেস্কটপত আহা যাওক . ঠিকআছে , আইকন টি ডেস্কটপত আছে . এইটোক লন্চ(launch) কৰা যাওক . এইটোক বন্ধ কৰা যাওক . ইয়াৰ পিছত আমি এটাক configure কৰিম . ই কয় যে কোন স্থানত টেক্ সংস্কৰণ টি আছে .
08:15 মই জানো সেইটো কত আছে. আমি সেইটো ইয়াত লিখো . c colon,program files,miktex ২.৭ ,miktex,bin . ইয়াক আপোনি অবশ্যই ব্রাউস(browse) কৰি সঠিক স্থানটি বিচাৰিব পাৰিব.
08:41 আমি পৰবর্তী পর্যায়লৈ আহিছো . এইটো হল post script viewer . আমি ইয়াক সম্মতি দিও. আৰু একো এন্টাৰ নকৰো
08:49 ইয়াত আমি browse কৰিম আৰু directory ইনচ্টল কৰো যত adobe reader আছে .
09:06 Finish. চাওক, এইটো program files adobe reader ৯.০, readerৰ ভিতৰত আছে . এইটোক ক্লিক কৰা যাওক . এতিয়া ই নির্বাচিত হৈ আছে, next তাৰপিছত finish ত ক্লিক কৰা হল .
09:33 এভাবে টেকনিক্ সেন্টাৰ এৰ configuration সম্পূর্ণ কৰা হল . এতিয়া আমি এইটোক সৰু কৰিম যাতে আপোনি সম্পূর্ণটা দেখিব পাৰে .
09:46 ই ইয়াত আহিছে. এইটোক সামান্য কিছু দাঙৰ কৰো . ঠিকআছে, এতিয়া এইটো ব্যবহাৰ কৰা যাব পাৰে . এতিয়া ইয়ালৈ উভতি আহা যাওক .
10:07 'tip' -ৰ উইন্ডো-টি বন্ধ কৰক .ই এটা configuration মেনু খুলিব আৰু আপনাকে কোনো লেটেক সংস্কৰণ ইনস্টল কৰিবলৈ সোধিব. ই আপোনাক মিকটেক্ ইনস্টল কৰিবলৈতে অনুমোদন কৰে.
10:16 আমি আগেই এইটো কৰিছো . next -ত ক্লিক কৰক. ফোল্ডাৰত মিকটেক ৰ binary ফাইল-টি আছে, তাৰ অবস্থান নির্দেশ কৰিব লাগিব.
10:27 আমি সেইতোও লিখিলো. আমাৰ ডাইৰেকটৰি-ত় ই ইয়াত আছে . এইটো আমি লিখিছো . PS files -ত আমি কিছু লিখা (ভৰোৱা) প্রয়োজন নাই *** . তাৰপিছত আমি ব্রাউস কৰো আৰু acrobat PDF reader বাবে ইয়াক স্থাপন (লোকেট )কৰো .
10:48 এতিয়া আমি টেকনিক্ সেন্টাৰ ব্যবহাৰ কৰিবলৈ সাজো . আপোনি যদি moudgalya dot org ত ‘what is compilation’ নামৰ মৌখিক টিউটোৰিয়াল-টি দেখা নাই, তেনেহলে এতিয়া সেটিক চাওক.
11:00 আমি ধৰি লৈছো যে এই টিউটোৰিয়ালৰ পৰবর্তী অংশ আপোনি পূর্ব উল্লিখিত টিউটোৰিয়াল-ট দেখিছে. তেনেহলে টেকনিক সেন্টাৰলৈ যাওক আৰু ফাইল মেনু-ত় ক্লিক কৰা যাওক .
11:15 এতিয়া যদি আমি এটা নতুন ফাইল তৈয়াৰ কৰিব বিছাৰো, তেনেহলে new ত় ক্লিক কৰি টাইপ কৰৰিব পাৰিব আৰু তাৰপিছত সেভ কৰিব পাৰিব. আমাৰ উচৰত আগৰে পৰা hello.tex নামৰ এটা ফাইল আছে, এইটোক লোড কৰা যাওক . সেয়ে এয়াই যি আমি কৰিম ,
11:24 ইয়ালৈ যাওক, ফাইল ওপেন , এইটো লেটেক ফাইলত আছে, hello.tex . তেনেহলে এইটো ওপেন কৰা যাওক . ইয়ালৈ উভতি আহা যাওক .
11:50 টেকনিক সেন্টাৰ-এৰ সবতকে ভাল সহায়তা ইয়াৰ লগতে আহে. texnic center dot org ৰ পৰাও আপোনি সহায়তা পাব পাৰে, এই ওএবসাইট-টি আমি আগেও দেখিছো .
12:00 এতিয়া helpলৈ যাওক, contentsয় ক্লিক কৰা যাওক , আপোনি ইয়াত টেকনিক সেন্টাৰ আৰু লেটেকৰ বিষয়ে সহায়তা পাব পাৰে . মোৰ মানে ইয়ালৈ আহা যাওক, ইয়াতে help, contents আছে .
12:16 ইয়াত দেখা গৈছে যে আমাৰ উচৰত দুটি বিষয়ে সাহায্য উপলব্ধ আছে - এটা টেকনিক সেন্টাৰ-এৰ উপৰত আৰু latex help e-bookৰ উপৰত .
12:28 এতিয়া যদি ইয়াত ক্লিক কৰা হয়, তেনেহলে আপোনি বিভিন্ন প্রকাৰৰ তথ্য দেখিব পাৰিব . আপোনি ইয়াতো ক্লিক কৰিব পাৰিব, অনেক প্রকাৰৰ তথ্য দেখিব পাৰিব যেনে latex maths আৰু graphics সংক্রান্ত তথ্য.
12:42 maths সংক্রান্ত আপোনি ইয়াত আৰু অনেক বিষয় যেনে ভগ্নাংশ , matrices সম্পর্কে জানিব পাৰিব. এইটোক বন্ধ কৰা যাওক .
12:52 Advanced latex , environments, আপোনাৰ উচৰত alignments, environments, array, pictures, maths ইত্যাদি বিষয়ে তথ্য আছে .
13:02 এটোকোও বন্ধ কৰা যাওক . ইয়ালৈ আহা যাওক . সেয়ে help on texnic center **- প্রথমটো আপোনাক টেকনিক সেন্টাৰ-এৰ font, look and feel এৰ বিষয়ে জানিবলৈ সাহায্য কৰে .
13:25 এইটো আপনাক টেকনিক সেন্টাৰ configure কৰিবলৈ সাহায্য কৰে . কেতিয়াবা ইয়াত এই manualত প্রদর্শিত তথ্য আৰু প্রকৃত implementationৰ মাজত পার্থক্য থাকে, সেয়ে তথ্যেৰ বাবে ইন্টাৰনেটত সার্চ কৰিব পাৰে.
13:37 প্রকৃতপক্ষে, যিকোনো ওপেন সোর্স সফটওয়াৰ ৰ সম্পর্কে জানিবলৈ এইটো এটা প্রচলিত পদ্ধতি - কাৰোবাক প্রশ্ন কৰাত উত্তৰ পাব .
13:45 দ্বিতীয়টি হল লেটেক সংক্রান্ত সহায়তা- যেনে কিভাবে ৰিপোর্ট লিখিব, কিভাবে গণিত অন্তর্ভুক্ত কৰিব, কিভাবে তালিকাৰ এনভয়ৰনমেন্ট ব্যবহাৰ কৰিব ইত্যাদি .
13:52 তথ্যেৰ বাবে ইন্টাৰনেটত সার্চ অবশ্যই এটা উত্কৃষ্ট উপায় . এতিয়া ইয়ালৈ আহা যাওক আৰু লেখাৰ ফন্ট সামান্য দাঙৰ কৰা যাওক . সেয়ে tools, options, text format-লৈ যোৱা যাওক .
14:19 এতিয়া যদি ফন্ট সাইজ হিসাবে ১২-এৰ নির্বাচন কৰা হয়, তেনেহলে দেখা গৈছে যে লেখাবোৰ দাঙৰ হৈছে. তেনেহলে আমি ফন্ট সাইজ দাঘৰ কৰিছি . এতিয়া আপোনি এডিটৰত লাইন-এৰ নম্বৰ-ও দেখিব পাৰিব.
14:44 ইয়ালৈ আহা যাওক . tools, options, editor, show line numbers -ত ক্লিক কৰা যাওক . এতিয়া লাইন-এৰ নম্বৰবোৰ দেখা গৈছে.
15:03 সেয়ে এতিয়া এই ডকুমেন্ট-টিক কম্পাইল কৰা যাওক . latex to pdf অপশন-টিত ক্লিক কৰক. তেনেহলে এইটো কৰা যাওক . ইয়াৰ পিছচত CTRL SHIFT আৰু F5 key একেলগে press বা প্রয়োগ কৰিব পাৰে .
15:27 তেনেহলে এইটো কৰা যাওক . CTRL SHIFT আৰু F5 key একেলগে প্রয়োগ কৰলে কি হব ? ডকুমেন্ট কম্পাইল হৈ যাব আৰু তৈয়াৰ হোৱা pdf ফাইল-টি দেখা যাব . ফাইল-টিত এটামাত্র লাইন থাকা উচিত . তেনেহলে এইটো কৰা যাওক - ctrl shift, f5 .
15:48 আপোনি দেখিব পাৰিছে যে এইটো কম্পাইল হৈআছে . আৰু এতিয়া ই pdf reader খুলিছে . সেয়ে এইটোক ইয়ালৈ আনা যাওক . এইটোকে দাঙৰ কৰা যাওক . আপোনি ইয়াত মাত্র এটা লাইন দেখিব পাৰিছে.
16:06 আপোনি এই ফাইল-টিক পৰিবর্তন কৰিব পাৰিব আৰু কম্পাইল কৰি তৈয়াৰ হোৱা ফাইলটিক দেখিব পাৰিব. এতিয়া hello dot tex আৰু hello dot pdf ফাইল-দুটিকেই বন্ধ কৰা যাওক . আমি এইটোক পিছত কৰিব পাৰো.
16:19 আমি এতিয়া adobe reader -ৰ কিছু ত্রুটিৰ কথা উল্লেখ কৰিম. ইয়াৰ বাবে report dot tex ফাইলটো লোদ কৰা যাওক যি 'report writing' এৰ বিষয় মৌখিক টিউটোৰিয়াল প্রস্তুত কৰৰিবলৈ ব্যবহাৰ কৰা হৈছে . এই টিউটোৰিয়াল টি moudgalya dot org ওএবসাইটত আছে .
16:32 তেনেহলে এটা কৰা যাওক . এটাকে বন্ধ কৰা যাওক আৰু report dot tex ফাইলটিকে খোলা যাওক . আমি এটাক ইয়াত ৰাখো, যাতে আমি এটাৰ আৰো বেশি অংশ দেখিব পাৰো. এইবাৰ প্রথমে crtl shft f5 key একেলগে প্রয়োগ কৰি বা press কৰে এটাকে কম্পাইল্ কৰা যাওক
17:06 কম্পাইল্ হোৱাৰ পিছত এটা পাতৰ ৰিপোর্ট তৈয়াৰ হৈছে . সেয়ে এইটোক ইয়াত লোৱা যাওক . এটাকোও ালপ দাঙৰ কৰা যাওক . কি হয়
17:31 তেনেহলে এইটো কৰা হৈছে . এতিয়া এই ডকুমেন্ট-এৰ ক্লাস টি ৰিপোর্টলৈ পৰিবর্তন কৰা যাওক . ইয়াত এটা আর্টিকল আছে, এইটোক ডিলিট কৰা যাওক আৰু ইয়াত ৰিপোর্ট লেখা যাওক .
17:46 এটাক সেভ কৰক তাৰপিছত ctrl shift f5 -এৰ প্রয়োগৰ দ্বাৰা কম্পাইল কৰা যাওক . চাওক, এতিয়া ই দুটি পৃষ্ঠা-লৈ আহিছে . এটাক দাঙৰ কৰা যাওক . এবাৰ দ্বিতীয় পৃষ্ঠায়লৈ যোৱা যাওক . এতিয়া ই দ্বিতীয় পৃষ্ঠাত আছে .
18:14 এতিয়া ৰিপোর্ট-টি দুই পৃষ্ঠাবিশিষ্ট হৈ গৈছে আৰু মনত ৰাখিব যে আমি এতিয়া দ্বিতীয় পৃষ্ঠা দেখি আছিলো. এবাৰ এটাক পুনৰায় কম্পাইল কৰা যাওক . সেয়ে ইয়ালৈ ইভতি আহা যাওক . এইটোৰ কোনো প্রয়োজন নাই, সেয়ে এইটোক বন্ধ কৰা যাওক .
18:36 report dot pdf ফাইলটি দেখা যাওক . আমি এইটো-উল্লেখ কৰিব বিচাৰিছো যে আমি এতিয়া দ্বিতীয় পৃষ্ঠা-টি দেখি আছো. আপোনি দ্বিতীয় পৃষ্ঠাটো ইয়াত দেখিব পাৰিছে .
18:51 আমি দ্বিতীয় পৃষ্ঠাটো চাই আছো. ইয়ালৈ আসা যাওক আৰু Ctrl, shift, f5 –এৰ দ্বাৰা পুনৰায় কম্পাইল কৰা যাওক .
19:03 আপোনি দেখিব পাৰিছে যে ই পুনৰায় খুলিছে কিন্তু প্রথম পৃষ্ঠটি দেখা পাইচে . সেয়ে এইটো উল্লেখ কৰা প্রয়োজন যে pdf ফাইলটি প্রথম পৃষ্ঠাত খোলে . আমি আগে দ্বিতীয় পৃষ্ঠা-টি দেখিছিলো কিন্তু কম্পায়লেশনন কৰাত ই প্রথম পৃষ্ঠাত খোলে .
19:19 সমস্যা-টি হল এই যে adobe readerয়ে কোনো পৃষ্ঠা অগতে খোলা মনত ৰাখিব নোৱাৰে. এইটো ডকুমেন্ট-এৰ বাবে এটা সচায়ে সমস্যাৰ কাৰণ হব পাৰে .
19:27 adobe reader ব্যবহাৰ কৰিলে প্রত্যেকবাৰ কম্পায়লেশন-এৰ পিছত ডকুমেন্ট-টি সদায়ে প্রথম পৃষ্ঠাত খোলে. এইটো দাঙৰ ডকুমেন্টৰ বাবে এটা সমসা হয়.
19:37 pdf reader সুমাত্রা এই সমস্যাৰ সমাধান কৰে . সুমাত্রা নিজেই pdf-ফাইলটোক ৰিফ্রেশ কৰে আৰু ইয়াৰ সৈতে ই সর্বশেষত পড়া পৃষ্ঠা-টি মনত ৰাখে .
19:51 I’ll show that page shortly. সুমাত্রা-বিনামূল্য আৰু ওপেন সোর্স software . এই software -টি বিচৰাত আপোনি এই পৃষ্ঠা-টিত পাব . আমি এতিয়া আপোনাক এই পৃষ্ঠা-টি দেখোৱাম .
20:01 এতিয়া এইটো দেখা গৈচ্ছে . আৰু এই ডাউনলোদ পৃষ্ঠাযলৈ যাওক . আৰু ই আপনাকে ইনস্টল কৰিবলগিয়া ফাইলটি দেখোৱাই, এইটো প্রায় ১.৫ Mb সাইজৰ হয় যি আমি আগেই ডাউনলোড কৰে ৰাখিছো .
20:17 তেনেহলে এইটো এতিয়া বন্ধ কৰা যাওক . ইয়ালৈ উভতি আসা যাওক . পৰবর্তী পৃষ্ঠালৈ যোৱা যাওক . এতিয়া এই আইকনক ডবল ক্লিক কৰি ইনস্টল কৰাৰ প্রক্রিয়া আৰম্ভ কৰা যাওক . কোনো প্রশ্নৰ উত্তৰ পৰিবর্তনৰ প্রয়োজন নেই .
20:35 এইটো কৰা যাওক . প্রথমে downloadsলৈ যোয়া যাওক, মই সুমাত্রা আগেই ডাউনলোড কৰি ৰাখিছো . এইটো ইনস্টল কৰা যাওক . ঠিকআছে, এইটো হৈ গৈছে .
20:54 এইটোক বন্ধ কৰা যাওক . তেনেহলে এতিয়া সুমাত্রা ইনস্টল হৈ গৈছে . এতিয়া পৰবর্তী পৃষ্ঠালৈ যোয়া যাওক . তেনেহলে আমাৰ কম্পিউটাৰ-ত ই program files-ত ইনস্টল হৈছে, sumatra dot pdf .
21:11 প্রথমে আপোনি টেকনিক্ সেন্টাৰক সুমাত্রা ব্যবহাৰ কৰাৰ কথা কব লাগিব .সেয়ে buildলৈ যাওক তাৰপিছত আউটপুট প্রোফাইল নির্ধাৰিত কৰিব . তাৰপিছত আমি পৰবর্তী কার্যবোৰ কৰিম.
21:22 তাৰপিছত viewer-লৈ .ই ইয়াত আছে . সেয়ে এইটোক বিছচৰা যাওক . এতিয়া আমাক এইটোৰ প্রয়োজনো নেই . সেয়ে এইটোক বন্ধ কৰা যাওক . এইটো টেকনিক সেন্টাৰ , তাৰপিছত build, আউটপুট প্রোফাইল নির্ধাৰণ কৰা যাওক, viewerলৈ- যোয়া যাওক .
21:43 এতিয়া এইটো Adobe-এৰলৈ নির্দেশ কৰিছে . মনে কৰক যে আমি এইটোক পৰিবর্তন কৰিবলৈ চাও . ব্যাক কৰা যাওক . ব্যাক
21:54 ইয়ালৈ ব্যাক কৰা যাওক . প্রোগ্রাম ফাইলসত আপোনি সুমাত্রা দেখিছা. ই ইয়াত আছে . আপনি ইয়াক ব্যবহাৰ কৰিব লাগিব. ঠিকআছে,আমি কার্য সম্পন্ন কৰিলো .
22:11 এতিয়াৰ পৰা এইটো সুমাত্রা ব্যবহাৰ কৰি কম্পাইল্ কৰিব. এইটো যি অমি কৰিলো. এতিয়া আমি সুমাত্রা ব্যবহাৰ কৰাৰ উপযুক্ত হয়.
22:25 তেনেহলে adobe reader বন্ধ কৰা যাওক . এতিয়া report dot tex ফাইল টিক crtl আৰু f7 key এৰ একেলগে প্রয়োগৰ দ্বাৰা কম্পাইল্ কৰা যাওক .
22:34 সেয়ে আমি crtl আৰু f7 key টিপাত ই কম্পাইল হৈ গৈছে .
22:47 তাৰ পিছত report dot pdf ফাইলক বিছাৰক আৰু সুমাত্রাৰ দ্বাৰা সেইটিক open কৰা যাওক . তেনেহলে লেটেক্ ফাইলস -লৈ যাওক, সেয়ে report dot pdf ফাইল ইয়াতে আছে . এতিয়া সুমাত্রা-এৰ দ্বাৰা ওপেন কৰা যাওক .
23:08 আচ্ছা এইটো হৈছে সুমাত্রা. এইটোক নিয়া যাওক . এতিয়া পিছৰ পাতটোলৈ যোয়া যাওক . এইটো প্রথম পাত হয়, তাৰপিছত দ্বিতীয় পাতলৈ যোৱা যাওক .
23:42 তাৰপিছত আমি দ্বিতীয় পাতত গৈ টেক্সট-ত ১ টা লাইন যোগ কৰো . আমি ইয়াত"Added line" -এই লাইন টি যোগ কৰিম, সেভ কৰক আৰু তাৰপিছত Crtl F7 কৰিম .
24:03 আপোনি report dot pdf ফাইলটিত় দেখিব পাৰিছে যে পৃষ্ঠা-সংখ্যাৰ কোনো পৰিবর্তন নাই হোৱা. প্রকৃতপক্ষে এইটো আগৰে পৰা আছিল,এই বিষয়টি প্রমান কৰাৰ সবতকৈ সহজ উপায় হল এইটোক সৰু কৰা ,যাতে দুটিকে একেলগে দেখা যায় .
24:23 ঠিকআছে, তেনেহলে এইটো ডিলিট কৰা যাওক, সেভ কৰা যাওক, control f7,এইটো কম্পাইল হৈ গৈছে . এইটো খোলা যাওক, লেখাটি এতিয়া আৰু নাই .
24:38 এতিয়া বৰং ‘chapter- new'-লৈ যোয়া যাওক . এইটো বন্ধ কৰা যাওক, সেভ কৰা যাওক, ctrl f7 .
24:59 ইয়ালৈ আহা যাওক, লক্ষ্য কৰক ডকুমেন্ট-ত এতিয়া তিনটি পৃষ্ঠা আছে, আমি যদিও এতিয়া দ্বিতীয় পৃষ্ঠাত আছো কাৰণ আমি আগৰে পৰা দ্বিতীয় পৃষ্ঠাতেই আছিলো .
25:05 এতিয়া তৃতীয় পৃষ্ঠালৈ যাও, যদি আৰু এবাৰ কম্পাইল কৰা হয়*** .ইয়ালৈ উভতি আসা যাওক . এইটো পৰিবর্তিত নাই হয়. সেয়ে এইটো সুমাত্রা-ৰ সর্বপ্রধান বৈশিষ্ট্য.
25:18 তেনেহলে আমি এইবোৰ সকলো কৰিলো, এইটো এবাৰ দেখা যাওক . pdf ফাইলটি নিজে নিজেই পৰিবর্তিত হৈ যায়, আমি একো কৰিব নালাগে.
25:25 সকলোতকে গুৰুত্বপূর্ণ বিষয় হল এই যে, এটা একেই পৃষ্ঠা দেখায় . এটা appendix যোগ কৰা যাওক, ctrl f7-এৰ দ্বাৰা কম্পাইল কৰা যাওক, এতিয়া ডকুমেন্টত এতিয়া তিনটি পৃষ্ঠা আছে . এতিয়া তেনেহলে তৃতীয় পৃষ্ঠাযলৈ যোয়া যাওক আৰু পুনৰায় কম্পাইল কৰা যাওক . এতিয়া ডকুমেন্ট-টি তৃতীয় পৃষ্টা-তেই খোলে .
25:38 এতিয়া পৰবর্তী আলোচনালৈ আসা যাওক . আমি মিকটেক্এৰ প্রাথমিক সংস্কৰণ ইনস্টল্ কৰিছো আৰু লেটেক্এৰ এটা প্রাথমিক সংস্কৰণ উপলব্দ আছে. এইটোক ব্যবহাৰ কৰি বহু কাম কৰিব পাৰে.
25:48 কিন্তু, কিছু প্যাকেজ্ ইয়াতে উপস্থিত নাই . তাৰে কিছো ইয়াত তালিকাবদ্ধ হৈছে. যাৰ মাজত অবশ্যই এটা হল বিমাৰ .
25:57 পৰবর্তী স্লাইডত এই অনুপস্থিত প্যাকেজ্ বোৰক ইনস্টল্ কৰাৰ পদ্ধতি বর্ণনা কৰা হৈছে . মিকটেক্ এৰ প্রাথমিক সংস্কৰণ ইনস্টল্ কৰাৰ পিছত সেইটিক আপডেট্ কৰক.
26:06 Windows স্ক্রীন এৰ তলৰ taskbar এৰ বাও কোণত থাকা start button টি ত ক্লিক কৰক.
26:12 programeত ক্লিক কৰক, miktex ২.৭ত ক্লিক কৰক . আপডেট্ ত ক্লিক কৰক, mirror,proxy -ত ইতয়াদি নির্বাচন কৰক. এইভাবে মিকটেক্ আপডেট্ হব .
26:22 তাৰপিছত টিউটোৰিয়ালত যিভাবে ব্যাক্ষা কৰা আছে সেই অনুযায় টেকনিক্ সেন্টাৰ এৰ ব্যবহাৰ কৰক. যদি কোনো প্যাকেজ্ অনুপস্হিত থাকে , তেনেহলে মিকটেক্ ইনস্টলেশান -ই আপনাক সেইটি ইনস্টল্ কৰাৰ বাবে prompt কৰিব বা জিঞ্জাস কৰিব.
26:32 আপোনি এইটো ইন্টাৰনেটৰ পৰা ইনস্টল্ কৰিব পাৰিব . বা CDৰ পৰাও ব্যবহাৰ কৰিব পাৰিব . প্রথমে hard ডিস্ক-ত CD -এৰ সম্পূর্ণ তথ্যটি copy কৰিব লাগিব আৰু তাৰপিছত তাৰ পৰা ইন্চটল কৰক .
26:45 CD পৰা ইনস্টলেশান-এৰ কিছু অসুবিধা আছে . ইয়াৰ বাবে hard disc-ত প্রায় ১ GB জাগাৰ প্রয়োজন হয়.
26:55 যদি আপনাৰ কোনো প্রশ্ন থাকে তেনেহলে user community ত অবশ্যই যোগাযোগ কৰিব পাৰিব . উদাহৰণস্বৰুপ,আপোনি Tug india ত য়োগায়োগ কৰিব পাৰিব .
27:01 আমি fossee dot in এৰ মাধমেৰে সাহায্য কৰাৰ আশা ৰাখো . আমি লেটেক্ এৰ বিষয় ভবিষ্যতে আৰু মৌখিক টিউটোৰিয়াল প্রস্তুত কৰাও আশা ৰাখো .
27:12 এই বিষয় আমাক আপোনাৰ সুচিন্তিত মতামত জনাওক . আই আই বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. অংশগ্ৰহন কৰা বাবে ধনয়বাদ.

Contributors and Content Editors

Gaurav, Mousumi, Nancyvarkey, PoojaMoolya