Difference between revisions of "C-and-Cpp/C4/Understanding-Pointers/Assamese"
From Script | Spoken-Tutorial
Line 222: | Line 222: | ||
|- | |- | ||
| 04:05 | | 04:05 | ||
− | |আহক আমি মূলভাৱ চাওঁ | + | |আহক আমি মূলভাৱ চাওঁ, এই টিউটৰিয়েলত, আমি শিকিলো: |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- |
Latest revision as of 17:02, 24 March 2017
Time | Narration |
00:01 | পইন্টাৰচ ইন C এন্দ C++ (Pointers in C and C++ )ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম |
00:06 | এই টিউটৰিয়েলটোত আমি শিকিম, |
00:08 | পইন্টাৰচ(Pointers) |
00:10 | পইন্টাৰচ(Pointers) নিৰ্মান কৰিবলৈ |
00:12 | আৰু পইন্টাৰচ( Pointers) ত অপাৰেচন( operations) |
00:14 | আমি এইটো এটা উদাহৰণৰ সহায়ত কৰিম |
00:18 | এই টিউটৰিয়েলটো বাণীবদ্ধ কৰিবৰ বাবে মই Ubuntu(উবুন্তো) অপাৰেটিং চিষ্টেম তাঙৰণ 11.10 ব্যৱহাৰ কৰিছো |
00:25 | Ubuntu(উবুন্তো)ত gcc আৰু g++ কম্পাইলাৰ(Compiler) তাঙৰণ 4.6.1 |
00:31 | আহক আমি পইন্টাৰচ (pointers)ৰ এটা পৰিচয়ৰে আৰম্ভ কৰো |
00:34 | পইন্টাৰচ(Pointers)এ মেমৰী( memory)ৰ স্থান( location) সমূহলৈ ইঙ্গিত( point) দি থাকে |
00.38 | পইন্টাৰচ(Pointers)এ মেমৰী( memory) এদ্ৰেচ( address)টো জমা কৰে |
00:41 | ই লগতে সেই এদ্ৰেচ( address)টোত জমা হৈ থকা মান দিয়ে |
00:45 | এতিয়া, আহক আমি পইন্টাৰচ (Pointers)ৰ এটা উদাহৰণ চাওঁ |
00:48 | লক্ষ্য কৰিব আমাৰ ফাইল নামটো হৈছে pointers_demo.c |
00:54 | আহক এতিয়া ক’ড(code)টোৰ সহায়ত আগবাঢ়ো |
00:56 | এইটো আমাৰ header file(হেদাৰ ফাইল) stdio.h |
01:00 | এইটো আমাৰ main()(মেইন) ফাংচন( function) |
01:03 | ইয়াত আমাৰ ওচৰত 10 মান সংযুক্ত long integer num(লং ইন্টিজাৰ নাম)আছে |
01:09 | তাৰপাচত আমি এটা পইন্টাৰ( pointer) ptr ডিক্লেয়াৰ(declare) কৰিছো |
01:12 | এটা পইন্টাৰ( pointer) ডিক্লেয়াৰ(declare)কৰিবলৈ এষ্টেৰিস্ক(Asterisk sign) চিহ্ন ব্যৱ্হাৰ কৰা হয় |
01:16 | এই পইন্টাৰ( pointer)টোৱে long intধৰণ(type)ক ইঙ্গিত(point) কৰিব পাৰে |
01:20 | Printf ষ্টেতমেন্ত(statement)টোত ভেৰিয়েবল (variable) টোৰ মেমৰী এদ্ৰেচ ( memory address) উদ্ভাবন কৰিবলৈ এম্পাৰচেন্ড(ampersand) ব্যৱ্হাৰ কৰা হয় |
01:28 | গতিকে এম্পাৰচেন্ড(ampersand) num এ num ৰ মেমৰী এদ্ৰেচটো দিব |
01:33 | এই ষ্স্টেতমেন্ত(statement)টোৱে ভেৰিয়েবল( variable) num ৰ এদ্ৰেচ(address)টো ছপা কৰিব |
01:37 | ইয়াত ptr এ num ৰ এদ্ৰেচ( address)টো জমা কৰিব |
01:41 | এই ষ্স্টেতমেন্ত(statement)টোৱে ptr ৰ এদ্ৰেচ(address)টো ছপা কৰিব |
01:45 | Sizeof ফাংচন( function)টোৱে ptr ৰ আকাৰটো দিব |
01:49 | ই ptr ৰ মানটো দিব |
01:51 | সেইটো হৈছে num ৰ মেমৰী এদ্ৰেচ( memory address) |
01:54 | আৰু ইয়াত এষ্টেৰিস্ক (asterisk)ptr এ এদ্ৰেচ(address)টোত মান দিব |
01:59 | গতিকে এষ্টেৰিস্ক( asterisk)ৰ ব্যৱহাৰে মেমৰী এদ্ৰেচ( memory address)টো নিদিয়ে |
02:03 | তাৰসলনি ই মানটো দিয়ে |
02:06 | %ld হৈছে long int ৰ বাবে ফৰমেট স্পেচিফাইয়াৰ(format specifier) |
02:10 | এতিয়া, আহক আমি প্ৰোগ্ৰাম (program)টো কাৰ্যকৰী কৰো |
02:13 | আপোনাৰ কীবৰ্ডত Ctrl+Alt আৰু T কীছ( keys)একেলগে টিপি তাৰমিনেল(terminal )উইন্দো খোলক |
02:21 | কম্পাইল কৰিবলৈ, লিখকgcc space(স্পেছ) pointers underscore demo dot(পইন্টাৰচ আন্দাৰস্ক’ৰ দেমো দত) c space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) point(পইন্ট) |
02:32 | এন্টাৰ(Enter) টিপক |
02:34 | লিখক dot slash point(দত শ্লাচ পইন্ট). এন্টাৰ(Enter) টিপক |
02:39 | আউতপুত(output)টো দৰ্শিত হৈছে |
02:42 | আমি দেখিছো যে num এদ্ৰেচ(address) আৰু ptr মানটো একে |
02:48 | য’ত num আৰু ptr ৰ মেমৰী এদ্ৰেচ(memory address)টো বেলেগ |
02:53 | তেতিয়া পইন্টাৰ(pointer)ৰ আকাৰটো হৈছে 8 bytes(বাইত্চ) |
02:57 | লগতে ptr এ ইঙ্গিত কৰা মানটো হৈছে 10 যাক num'লৈ সংযুক্ত কৰা হৈছিল |
03:03 | এতিয়া আমি একেটা প্ৰোগ্ৰাম C++ ত চাম |
03:07 | লক্ষ্য কৰিব আমাৰ ফাইল নামটো হৈছে pointer underscore demo(পইন্টাৰ আন্দাৰস্ক’ৰ দেমো).cpp |
03:13 | ইয়াত আমি কিছু সলনি কৰিম যেনে হেদাৰ ফাইল( header file)টো iostream |
03:19 | তাৰপাছত আমি std namespace(নেমস্পেছ)টো ব্যৱ্হাৰ কৰিছো |
03:23 | আৰু আমাৰ ওচৰত printf ফাংচন(function)ৰ সলনি cout ফাংচন(function) আছে |
03:28 | বাকী থকা সকলো বস্তু একেধৰণৰ |
03:30 | আহক প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো . আমাৰ টাৰ্মিনেল(Terminal)লৈ ঘূৰি আহক |
03:34 | কম্পাইল কৰিবলৈ, লিখকg++ space(স্পেছ) pointers_demo(পইন্টাৰচ আন্দাৰস্ক’ৰ দেমো).cpp space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) point1, এন্টাৰ(Enter) টিপক |
03:50 | লিখক dot slash(দত শ্লাচ) point1, এন্টাৰ(Enter) টিপক |
03:55 | আমি দেখিছো যে আউতপুতটো (output)আমাৰ C প্ৰোগ্ৰামৰ সৈতে একেধৰণৰ |
04:00 | ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
04:03 | আমাৰ শ্লাইডসমূহলৈ ঘূৰি যাওঁ |
04:05 | আহক আমি মূলভাৱ চাওঁ, এই টিউটৰিয়েলত, আমি শিকিলো: |
04:08 | পইন্টাৰৰ বিষয়ে (About the pointer) |
04:10 | পইন্টাৰ(Pointer)এটা নিৰ্মান কৰিবলৈ |
04:12 | আৰু পইন্টাৰত অপাৰেচন (operation on pointer) |
04:14 | এটা অনুশিলনী হিচাবে, এটা C and C++ প্ৰোগ্ৰাম লিখক, |
04:18 | এটা ভেৰিয়েবল( variable) আৰু পইন্টাৰ( pointer) ডিক্লেয়াৰ কৰিবলৈ |
04:21 | পইন্টাৰ( pointer)টোত ভেৰিয়েবল( variable)ৰ এদ্ৰেচটো জমা কৰিবলৈ |
04:24 | আৰু পইন্টাৰ( pointer)টোৰ মানটো ছপা কৰিবলৈ |
04:27 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব |
04:30 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
04:33 | আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব |
04:37 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে |
04:39 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
04:43 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
04:47 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
04:53 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher ) প্ৰকল্পৰ অংশ হয় |
04:58 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
05:06 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ |
05:10 | মই কৃষ্ণ কমল দুৱৰা |
05:14 | সংযোগ কৰাৰ বাবে ধন্যবাদ |