Difference between revisions of "LaTeX/C2/Inside-story-of-Bibliography/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Blanked the page)
Line 1: Line 1:
 +
{|Border=1
 +
|'''Time'''
 +
|'''Narration'''
  
 +
|-
 +
|00:00
 +
|নমস্কাৰ বন্ধুগণ, বিবলিওগ্রাফি সংক্রান্ত এই টিউটোৰিয়েলত  আপোনাক স্বাগতম জনাইছো ।
 +
 +
|-
 +
|00:06
 +
|ইয়াৰ বাবে মই বিবটেক্ ব্যবহাৰ কৰিম | বিবটেক্ লেটেকৰ পৰা বেলেগ আৰু স্বতন্ত্র হোৱা এটা উপযোগিতা |
 +
 +
|-
 +
|00:14
 +
|আপোনি ইয়াত যি '''pdf''' ফাইল্টো দেখিছে, সেইটো তৈয়াৰ কৰাৰ পদ্ধতি আমি ইয়াত শিকিম।
 +
 +
|-
 +
|00:20
 +
|প্রথম পৃষ্ঠাত টাইটল্ বা শিৰোনাম দেখা গৈছে|
 +
 +
 +
|-
 +
|00:25
 +
|এবাৰ দ্বিতীয় পৃষ্ঠাত যোৱা যাওক | ইয়াত মূল লিখাটো আছে(text) |
 +
 +
 +
|-
 +
|00:31
 +
| ইয়াত একৰ পৰা ছয় পর্যন্ত আৰু পিছৰ পৃষ্ঠাত এঘাৰ পর্যন্ত ৰেফৰেন্স আছে |
 +
 +
|-
 +
|00:41
 +
| লক্ষ্য কৰক, এই ৰেফৰেন্স্-বোৰ বর্ণানু ক্রমানুসাৰে সজ্জিত আছে।
 +
 +
|-
 +
|00:47
 +
|ইয়াত এইটো দেখা গৈছে|
 +
 +
|-
 +
|00:52
 +
|এবাৰ সেই সোর্স ফাইল্ত যোৱা যাওক,
 +
 +
|-
 +
|00:59
 +
|যাৰ দ্বাৰা এই ফাইলটো তৈয়াৰ কৰা হৈছে |
 +
এটা দেখা যাওক |
 +
 +
|-
 +
|01:07 
 +
|এটা বিষয়টো স্পষ্ট যে - যি ৰেফৰেন্স্-বোৰ আমি '''pdf''' ফাইল্ত দেখিছিলো, সেইবোৰ ইয়াত উপস্হিত নাই।
 +
 +
|-
 +
|01:13
 +
|সোর্স ফাইল্ত ৰেফৰেন্স্-বোৰ অন্তর্গত নাই।
 +
 +
|-
 +
|01:17
 +
|তেনেহলে ৰেফৰেন্স্-বোৰ কোত আছে ? সেইবোৰ '''ref''' নামৰ ফাইলত আছে | প্রকৃতপক্ষে ফাইল্টোৰ নাম হয় '''ref.bib''' |
 +
 +
 +
|-
 +
|01:26
 +
|বিবলিওগ্রাফি কমান্ড্ৰ বাবে এইটো ডিফল্ট হয়।
 +
 +
|-
 +
|01:34
 +
|চাওক '''ref.bib''' ফাইলটো উপস্থিত আছে |
 +
 +
 +
|-
 +
|01:39
 +
|এইবাৰ দেখা যাওক এই '''ref.bib'''-নামৰ ফাইলত কি আছে |
 +
 +
|-
 +
|01:52
 +
|এই ফাইলটো খোলা যাওক | এইটোত বিভিন্ন বিভাগৰ তথ্য আছে, উদাহৰণস্বৰুপে, ইয়াত '''book, tech-report, in proceedings''', '''miscellaneous''' আৰু '''article''' বিভাগ আছে।
 +
 +
|-
 +
|02:09
 +
|আমি এই ফাইল সংক্রান্তলৈ অলপতে উভতি আহিম আৰু বিস্তাৰিতত আলোচনা কৰিম |
 +
 +
|-
 +
|02:13
 +
| এতিয়া আউটপুটত ৰেফৰেন্সৰ তালিকা তৈয়াৰ কৰাৰ পদ্ধতিত মন দিয়া যাওক |
 +
 +
|-
 +
|02:19
 +
|ইয়াৰ বাবে সোর্স ফাইল্ অর্থাৎ '''references.tex''' ফাইলত উভতি আহা যাওক ।
 +
 +
|-
 +
|02:31
 +
|এই পৃষ্ঠাৰ উপৰত যোৱা যাওক |
 +
 +
 +
|-
 +
|02:36
 +
|এইবাৰ যি ফাইলবোৰৰ নাম '''references''' দি আৰম্ভ হৈছে , সেইবোৰৰ এখন তালিকা তৈয়াৰ কৰা যাওক |
 +
 +
|-
 +
|02:44
 +
|ইয়াত তালিকাটো দেখা গৈছে|
 +
 +
 +
|-
 +
|02:47
 +
| এইবোৰৰ পৰা '''references.tex''' এৰি বাকি ফাইলবোৰ ডিলিট (delete) কৰা যাওক |ডিলিট কৰা হৈছে।
 +
 +
|-
 +
|03:04
 +
|এই বিষয়ত নিশ্চিত হোৱা যাওক |
 +
 +
|-
 +
|03:09
 +
| চাওক, এতিয়া মাত্র '''references.tex''' নামৰ ফাইলটো আছে |
 +
 +
|-
 +
|03:12
 +
|এই ফাইলটো এবাৰ কম্পাইল কৰা যাওক  |
 +
 +
|-
 +
|03:19
 +
|কম্পাইল কৰাৰ পিছত দেখা গৈছে যে কিছু '''warning message''' আহিছে ।
 +
 +
|-
 +
|03:20
 +
|ইয়াত কিছু '''undefined references''' আছে, কিছু '''citation''' ইয়াত অনুপস্থিত আছে |
 +
 +
|-
 +
|03:39
 +
|চাওক '''pdf.tex''' কমান্ডৰ দ্বাৰা ইয়াত কিছু নতুন ফাইল তৈয়াৰ হৈছে।
 +
 +
|-
 +
|03:52
 +
|'''references.pdf'''ৰ লগতে আৰো কিছু নতুন ফাইল তৈয়াৰ হৈছে, যেনে '''references.log''' আৰু '''references.aux''' নামৰ ফাইল-দুটাও তৈয়াৰ হৈছে।
 +
|-
 +
|04:04
 +
|প্রথমে '''references.log''' ফাইলটো দেখা যাওক |
 +
 +
|-
 +
|04:15
 +
| ফাইলটো  খোলা যাওক | ইয়াত অনেক তথ্য আছে, প্রকৃতপক্ষে ইয়াত যি মেসেজ্ (messege) দেখা দিছিলে, ইয়াত সেইসকলো  আছে |
 +
|-
 +
|04:20
 +
|তলত গৈ দেখা যাওক | ইয়াত অনেক তথ্য আছে, লগতে এই '''warning''' - বোৰও আছে।
 +
 +
|-
 +
|04:36
 +
|ইয়াত এটা  '''warning''' আছে যে, কিছু ফন্ট্ অনুপস্থিত, এই '''warning''' - টো এতিয়া খুব গুৰুত্বপূর্ণ নহয় |
 +
|-
 +
|04:43
 +
| কিন্তু ইয়াত আৰো কিছু '''warning''' আছে যেনে- কিছু ৰেফৰেন্স, কিছু সাইটেশন অনুপস্থিত হয়  - এইবোৰ আমাৰ বাবে গুৰুত্বপূর্ণ ।
 +
 +
|-
 +
|04:50
 +
| এতিয়া আমি এই '''warning''' -বোৰ দূৰ কৰাৰ চেষ্টা কৰিম ।
 +
 +
|-
 +
|04:55
 +
|এতিয়া ফাইলটো অর্থাৎ '''references.aux''' নামৰ ফাইলটো খোলা যাওক |
 +
|-
 +
|05:04
 +
|ইয়াত অনেক সাইটেশন্(citations) কমান্ড্ আছে | এইবোৰ কৰ পৰা আহিছে ?
 +
|-
 +
|05:13
 +
|সাইটেশনৰ সকলো আর্গুমেন্ট-বোৰ সোর্স ফাইলৰ সাইট্(cite) কমান্ড্ত উপস্থিত আছিল ।
 +
 +
|-
 +
|05:18
 +
|এইটো দেখা গৈছে| ইয়াত এইটো খোলা যাওক | 
 +
|-
 +
|05:26
 +
|তললৈ যোৱা যাওক. তাত ইয়াৰ বাবে স্ক্ৰোল আছে. সোর্স ফাইল.
 +
|-
 +
|05:31
 +
| উদাহৰস্বৰুপে, ইয়াত ‘'''cite vk 79'''’ দেখা গৈছে আৰু সেই '''vk79''' ইয়াতও দেখা গৈছে,
 +
 +
|-
 +
|05:37
 +
|'''‘cite tk 80'''’ ইয়াতও দেখা গৈছে ইত্যাদি । এই '''bibstyle-plain''' -ও সোর্স ফাইলত থাকে,
 +
 +
|-
 +
|05:51
 +
|  উপৰত যোৱা যাওক, চাওক ইয়াত '''bibliography style – plain''' দেখা  গৈছে, যি plain ইয়াত দেখোৱা হৈছে|
 +
 +
|-
 +
|06:00
 +
| এই aux ফাইলত  ভেৰিয়েবল  (variable)- বোৰৰ নাম-ও সঞ্চিত থাকে। উদাহৰণস্বৰুপে, এই সেকশন বা পৰিচ্ছেদৰ এটা লেবেল যোগ কৰা যাওক |
 +
|-
 +
|06:11
 +
|এবাৰ সোর্স ফাইলত আহা যাওক |
 +
|-
 +
|06:18
 +
| প্রথমে এই  লেবেলটোক ডিলিট কৰা যাওক |
 +
|-
 +
|06:26
 +
| ডিলিট কৰা হল |  ফাইলটো কম্পাইল্ কৰা যাওক।
 +
 +
|-
 +
|06:37
 +
|এবাৰ এই ফাইলটোক পুনৰায় খোলা যাওক |
 +
|-
 +
|06:47
 +
|লক্ষ্য কৰক, এইটো এতিয়া আৰু ইয়াত নাই |
 +
 +
|-
 +
|06:50
 +
| এইবাৰ ইয়াত এটা লেবেল ‘'''label – sec arya'''’ যোগ কৰা যাওক।
 +
 +
|-
 +
|07:06
 +
|সেভ কৰি কম্পাইল্ কৰা যাওক | এইটো খোলা যাওক |
 +
 +
|-
 +
|07:13
 +
| এইবাৰ এই ফাইলটোত আহা যাওক আৰু এইটোক পুনৰায় খোলা যাওক|
 +
 +
|-
 +
|07:18
 +
|এই কমান্ড্টো  লক্ষ্য কৰক '''new label sec arya''',
 +
|-
 +
|07:23
 +
|ইয়াত যি লেবেলটো আছিলে, ইয়াতও সেই লেবেলটোও আছে । ইয়াত '''section 1''' বা ১ নম্বৰ পৰিচ্ছদ নির্দেশ কৰে
 +
 +
|-
 +
|07:31
 +
|আৰু এই ২ -ইয়াৰ অর্থ  এই ডকুমেন্ট্ট পৃষ্ঠা ২ হয়।
 +
 +
|-
 +
|07:41
 +
|পিছৰ কম্পায়লেশনত লেটেকে aux ফাইল্টো পড়ে আৰু লেবেল সংক্রান্ত তথ্য লোড কৰে |
 +
|-
 +
|07:48
 +
|এই কাৰণৰ বাবে-ই  সঠিক লেবেল পোৱাৰ বাবে দুইবাৰ কম্পায়লেশনৰ প্রয়োজন হয় ।
 +
 +
|-
 +
|07:52
 +
|তেনেহলে ৰেফৰেন্সৰ তালিকা তৈয়াৰ কৰাৰ পদ্ধতিটো ব্যাখ্যা কৰা যাওক | এতিয়া আমি বিবটেক ব্যবহাৰ কৰিবলৈ শিকিম |
 +
 +
|-
 +
|08:01
 +
|ইয়াত '''BibTeX references''' কমান্ড্টো  প্রয়োগ কৰা যাওক |
 +
|-
 +
|08:17
 +
|এই কমান্ডে '''references.aux''' ফাইলৰ পৰা '''input''' লয় | চাওক ইয়াত দেখা গৈছে যে  '''references.aux''' ব্যবহাৰ কৰা হৈছে | 
 +
 +
|-
 +
|08:30
 +
|'''plain.bst''' নামৰ স্টাইল্ ফাইলত ব্যবহাৰ কৰা হৈছে।
 +
 +
|-
 +
|08:39
 +
|এই  plain কমান্ডৰ দ্বাৰা নির্দেশ কৰা হৈছে | and the date of 'ref.bib'. আমি পূর্বেই আলোচনা কৰিছো ৰেফৰেন্স সংক্রান্ত তথ্য  '''ref.bib''' নামৰ ফাইল| চাওক, এক নম্বৰ  '''database'''  ফাইলটো হল '''ref.bib'''।
 +
 +
|-
 +
|08:51
 +
| মনত কৰি চাওক '''plain style''' ব্যবহাৰ কৰা হৈ আছিল আৰু ৰেফৰেন্স সংক্রান্ত সোর্স ফাইলটো আছিল '''ref bib'''।
 +
 +
|-
 +
|08:56
 +
|দেখা যাওক, কি ফাইলবোৰ তৈয়াৰ কৰা হৈছে.
 +
|-
 +
|09:00
 +
|এইবাৰ দেখা যাওক,  '''BibTeX.references''' কমান্ডৰ দ্বাৰা আৰো কি কি নতুন  ফাইল্  তৈয়াৰ হৈছে |
 +
|-
 +
|09:10
 +
| ইয়াৰ এখন তালিকা তৈয়াৰ কৰা যাওক। লক্ষ্য কৰক, আগতে আমি যি ফাইলবোৰ দেখিছিলো, সেইবোৰৰ লগতে
 +
 +
|-
 +
|09:15
 +
|  আৰো দুটা নতুন ফাইল্ তৈয়াৰ হৈছে -'''references.blg আৰু references.bbl''' | 
 +
|-
 +
|09:23
 +
| '''references.blg''' ফাইলত '''formatting''' সংক্রান্ত তথ্য থাকে । এইটোক দেখা যাওক
 +
 +
|-
 +
|09:35
 +
|  চাওক ইয়াত '''formatting''' বিষয়ক তথ্য আছে |
 +
|-
 +
|09:39
 +
|ইয়াৰ পৰা বাহিৰত আহা যাওক |
 +
|-
 +
|09:41
 +
| এইবাৰ দেখা যাওক '''references.bbl''' ফাইলত কি আছে। যি ৰেফৰেন্স্-বোৰ আমি আগতে দেখিছিলো, ইয়াত সেইবোৰেই আছে |
 +
 +
|-
 +
|09:55
 +
|মূল '''pdf''' ফাইলত ৰেফৰেন্স্-বোৰ আমি যি ক্রমানুসাৰে বিছাৰো, এই '''referecences.bbl'''  ফাইলতও ৰেফৰেন্স্-বোৰ সেই ক্রমানুযায়ী সজ্জিত আছে।
 +
|-
 +
|10:07
 +
| সাধাৰনতে, এই ফাইল্-বোৰক আপোনালোকে নিজৰ হাতৰে পৰিবর্তন কৰিবলৈ নালাগে, আৰু এইবোৰক দেখাৰ-ও প্রয়োজন নহয়।
 +
 +
|-
 +
|10:15
 +
|শেষ কম্পাইলেশন্ৰ সময়ত আমি এটা '''warning''' পাইছিলো যে '''references.bbl''' নামৰ ফাইলটো অনুপস্থিত |
 +
|-
 +
|10:23
 +
|এটা '''references.log''' ফাইলত দেখা যাব পাৰে | এই ফাইল্টোক এতিয়া খোলা যাওক।
 +
 +
|-
 +
|10:35
 +
|চাওক, ইয়াত দেখা গৈছে- '''no file references.bbl''' |
 +
 +
|-
 +
|10:47
 +
|তেনেহলে, আগৰ  কম্পাইলেশনত এই সমস্যাটো  হৈ আছিল |
 +
|-
 +
|10:55
 +
|কিন্তু এতিয়া আমি বিবটেক্ ব্যবহাৰ কৰি '''references.bbl''' ফাইলটো তৈয়াৰ কৰিছো
 +
|-
 +
|11:01
 +
|তেনেহলে পুনৰায় এবাৰ কম্পাইল্ কৰা যাওক |
 +
|-
 +
|11:10
 +
|এতিয়া অন্য '''warning''' দেখা গৈছে যে - ‘'''label’s may have changed'''’ |
 +
|-
 +
|11:15
 +
|প্রকৃতপক্ষে, যি মুহুর্তে আমি এই ফাইলটোক কম্পাইল্ কৰিছো, '''references.bbl''' ফাইলটো পড়া হৈছে  আৰু সেই ৰেফৰেন্স্ - বোৰ ইয়াত লোড কৰা হৈছে ।
 +
 +
|-
 +
|11:27
 +
|আৰু, ইয়াত যি ক্রম অনুসাৰে ৰেফৰেন্স বোৰ দেখা গৈছে, '''references.bbl''' ফাইলতও সেই ক্রমে আছে |
 +
|-
 +
|11:33
 +
|আপোনি এইবোৰ এতিয়া দেখিব পাৰিছে।
 +
 +
|-
 +
|11:37
 +
|উদাহৰণস্বৰুপে, প্রথম ৰেফৰেন্স্ টো  হল '''Chang and Pearson''' , ইয়াতও এটা '''Chang and Pearson''' |
 +
 +
|-
 +
|11:43
 +
| ঠিকআছে | কিন্তু, এই তথ্য-ও সম্পূর্ণ নির্ভুল নহয়, ইয়াত এইবোৰক যথাযথ ভাবে সাইট্ কৰা নাই হোৱা ।
 +
 +
|-
 +
|11:53
 +
|তেনেহলে কম্পাইল্ কৰা যাওক | এই বিষয়টো আমি আগতও আলোচনা কৰিছো - আৰো এবাৰ  কম্পাইল্ কৰা হলেই এইটো সঠিক হৈ যাব |
 +
 +
|-
 +
|12:03
 +
|কিন্তু ইয়াৰ ব্যাখ্যা কি ? '''references. aux''' ফাইলত যোৱা যাওক।
 +
 +
|-
 +
|12:15
 +
|আগতে মাত্র '''citing''' সংক্রান্ত তথ্য আছিল, এতিয়া তাৰ লগত ৰেফৰেন্স্-ও আছে
 +
|-
 +
|12:25  
 +
| যেনে '''bibcite cp82''' ইত্যাদি | 
 +
|-
 +
|12:33
 +
|ইয়াৰ অর্থ হল '''cp82''' লেবেল-যুক্ত বিবলীয়গ্রাফি আইটেমটো  হল ১-নম্বৰ ৰেফৰেন্স্ |
 +
 +
|-
 +
|12:42
 +
| এইটো দেখা যাওক।  সোর্স ফাইল্টোক পুনৰায় খোলা যাওক |
 +
 +
|-
 +
|12:52
 +
|ইয়াত '''cp82''' খোঁজা যাওক |
 +
|-
 +
|12:56
 +
|ইয়াত '''cp82''' দেখা গৈছে| ইয়াৰ সংক্রান্ত ৰেফৰেন্স্ টো  ইয়াতে আছে আৰু এইটো এই '''citation'''ত দেখা গৈছে।
 +
 +
|-
 +
|13:07
 +
|ইয়াত দেখা গৈছে ৰেফৰেন্স্ '''cp82''' যি ৰেফৰেন্স্ তালিকাৰ ১ নম্বৰ আইটেম - এই তথ্যটো '''references.aux''' ফাইলতও উপলব্ধ আছে |
 +
|-
 +
|13:24
 +
|এতিয়া যদি পুনৰায় কম্পাইল্ কৰা হয়, তেনেহলে এই তথ্যটো নিজে নিজেই ইয়ালৈ আহে।
 +
 +
|-
 +
|13:41
 +
|লক্ষ্য কৰক, এতিয়া কোনো '''warning''' নাই |
 +
|-
 +
|13:47
 +
|লেটেকে '''references.aux''' ফাইলৰ পৰা ৰেফৰেন্স্ নম্বৰ সংক্রান্ত তথ্যটো লয় আৰু সোর্স ফাইলৰ সাইট্(cite) কমান্ডৰ লেবেলৰ সৈতে সেই নম্বৰ-বোৰক মিলাই।
 +
 +
|-
 +
|14:05
 +
|আমি চাও যে ফাইল্টোত '''ref.bib''' নামৰ ৰেফৰেন্স্-বোৰ আছে | তেনেহলে ইয়াত আহা যাওক,
 +
|-
 +
|14:17
 +
|'''ref.bib''',
 +
 +
|-
 +
|14:24
 +
|এই পৃষ্ঠাৰ একদম উপৰত যোৱা যাওক।
 +
 +
|-
 +
|14:29
 +
|ইমাক্স এডিটৰত আমি যি '''entry types''' ব্যবহাৰ কৰো সেইবোৰক আমাৰ পছন্দমতে ৰেফৰেন্সত যোগ কৰা সম্ভব |
 +
 +
|-
 +
|14:36
 +
|উদাহৰণস্বৰুপে, ধৰা যাওক, ইয়াত '''entry types''' ত গৈ এইটো কৰা হল।
 +
 +
|-
 +
|14:50
 +
|তেনেহলে, ইমাক্শ এডিটৰত এইটো তৈয়াৰ কৰা সম্ভব আৰু যি মুহুর্তত ‘'''article in journal'''’ টাইপ পছন্দ কৰা হব, তেতিয়াই এটা খালি ৰেকর্ড তৈয়াৰ হব যাক মই পড়ি  পূর্ণ কৰিবলৈ পাৰো।
 +
 +
|-
 +
|15:09
 +
|আপোনাৰ এডিটৰৰ যদি এই ক্ষমতা নাথাকে, তেনেহলেও কোনো অসুবিধা নাই | আপোনি '''manually''' অর্থাৎ নিজে লিখিও  এই এন্ট্রি-বোৰ তৈয়াৰ কৰিবলৈ পাৰে |
 +
 +
|-
 +
|15:16
 +
|আমি এতিয়া এইটোক নাচাও, সেয়ে এতিয়াৰ বাবে এইটোক undo কৰা যাওক।
 +
 +
|-
 +
|15:24
 +
|'''ref.bib''' ফাইলত কিছু '''string''' ক ডিফাইন কৰি সেইটোক ভেৰিয়েবল(variable) হিসাবে ব্যবহাৰ কৰা সম্ভব |
 +
 +
|-
 +
|15:33
 +
|উদাহৰণস্বৰুপে, '''JWC string''' ইয়াৰ দ্বাৰা '''John Wiley and Songs Limited, Chichester''' বোঝোৱে হৈছে, এই '''string''' - টোক ৰেফৰেন্সত ব্যবহাৰ কৰা হৈছে।
 +
 +
|-
 +
|15:44
 +
|যেনে, এইটোক ইয়াত ব্যবহাৰ কৰা হৈছে | প্রত্যেক ৰেফৰেন্সত এটা key word আছে, যিটো ৰেকর্ডৰ প্রথমত থাকে |
 +
|-
 +
|15:52
 +
|উদাহৰণস্বৰুপে, এই ৰেফৰেন্সৰ  '''key word KMM07''' আৰু এইটো ইয়াতও দেখা গৈছে। প্রকৃতপক্ষে, এই '''keyword'''ৰ দ্বাৰাই ইয়াত এই ৰেকর্ডটোক বোঝা হৈছে ।
 +
|-
 +
|16:09
 +
|বিবটেকৰ দ্বাৰা কিভাবে বিভিন্ন প্রকাৰৰ ৰেফৰেন্সিং কৰা যায়, সেই বিষয়ত আলোচনা কৰা যাওক |
 +
|-
 +
|16:21
 +
|নতুন কোনো পৰিবর্তন কৰাৰ পূর্বে, এইটো বিষয়ত মনত কৰা যাওক যে ইয়াত সকলো ৰেফৰেন্সই বর্ণানুক্রমিক-ভাবে দেখা গৈছে।
 +
 +
|-
 +
|16:29
 +
|উদাহৰণস্বৰুপে, ১ নম্বৰ ৰেফৰেন্স্ অর্থাৎ '''B. C. Chang and Pearson''' ইয়াত দেখা গৈছে|
 +
|-
 +
|16:37
 +
| উল্লেখ কৰাৰ মতে প্রথম ৰেফৰেন্স  হল ৩, তাৰপিছত ২, তাৰপিছত ১১ ইত্যাদি। ইয়াৰ কাৰণ হল, ইয়াত ৰেফৰেন্স্-বোৰ বর্ণানুক্রমিক-ভাবে সজোৱা আছে।
 +
 +
|-
 +
|16:59
 +
|এইবাৰ বিবলিওগ্রাফি স্টাইল্ পৰিবর্তন কৰি '''u-n-s-r-t''' কৰা যাওক | এই স্টাইলৰ দ্বাৰা '''unsorted''' ৰেফৰেন্সৰ তালিকা পোৱা যায় যি '''IEEE journal'''ত ব্যবহৃত হয়।
 +
|-
 +
|17:13
 +
|এবাৰ কম্পাইলেশনৰ পিছত '''references.aux''' ফাইলটো স্টাইল্ সংক্রান্ত তথ্য জানি যায় | এতিয়া ইয়াত '''u-n-s-r-t''' থাকিব |
 +
|-
 +
|17:25
 +
|'''BibTeX.references''' কমান্ডৰ দ্বাৰা বিবটেক্ ফাইলটোক '''execute''' কৰাত, '''references.bbl''' ফাইলত  ৰেফৰেন্স্-বোৰৰ এটা তালিকা তৈয়াৰ হৈ যায়।
 +
 +
|-
 +
|17:42
 +
| লক্ষ্য কৰক, '''references.bbl''' ফাইল্টোও নতুন স্টাইল
 +
|-
 +
|17:47
 +
|অর্থাৎ '''u-n-s-r-t''' স্টাইল্ অনুসাৰে তৈয়াৰ হৈ যাব|
 +
|-
 +
|17:52 এতিয়া '''references.tex''' ফাইল্টোক কম্পাইল্ কৰা যাওক |
 +
|-
 +
|18:02
 +
|লক্ষ্য কৰক, এতিয়া  ৰেফৰেন্স্-বোৰৰ ক্রমৰ পৰিবর্তন ঘটিছে |
 +
|-
 +
|18:09 
 +
|ৰেফৰেন্স্-বোৰ এতিয়া আৰু বর্ণানুক্রমিক-ভাবে নাই।
 +
 +
|-
 +
|18:16
 +
|কিন্তু এটা সমস্যা আছে যে লেবেল-বোৰ হয়তো পৰিবর্তিত হৈ গৈছে | '''cross-reference''' সঠিক কৰাৰ বাবে পুনৰায় কম্পাইল্ কৰিবলৈ হব |
 +
|-
 +
|18:24 
 +
|তেনেহলে এইটো কৰা যাওক | এতিয়া '''warning'''টো  চলি গৈছে। আৰু লক্ষ্য কৰক, সোর্সত ৰেফৰেন্স্-বোৰক যি ক্রমত ব্যবহাৰ কৰা হৈছে, ইয়াত এই তালিকা-তও ৰেফৰেন্স্-বোৰ সেই ক্রমত সজ্জিত আছে |
 +
 +
|-
 +
|18:40
 +
| উদাহৰস্বৰুপে, ইয়াত যি ৰেফৰেন্স্টো  প্রথমে ব্যবহাৰ কৰা হৈছে, সেইটো-ই ইয়াত ১ নম্বৰ ৰেফৰেন্স্ হিসাবে দেখা গৈছে, দ্বিতীয় ৰেফৰেন্সটো  ইয়াত  ২ নম্বৰত দেখা গৈছে ইত্যাদি।
 +
 +
|-
 +
|18:54
 +
|এতিয়া আমি '''computer science journals''' ৰ উপযোগীৰ বাবে ৰেফৰেন্স্ তৈয়াৰ কৰা শিকিম |
 +
 +
 +
|-
 +
|19:01
 +
|ইয়াত আহা যাওক আৰু '''alpha''' লিখা যাওক |
 +
|-
 +
|19:07
 +
| এবাৰ কম্পাইল্ কৰা যাওক |
 +
 +
|-
 +
|19:10
 +
|এবাৰ বিবটেক্ কৰা যাওক |
 +
 +
|-
 +
|19:14
 +
| পুনৰায় আৰু এবাৰ কম্পাইল্ কৰা যাওক |
 +
 +
|-
 +
|19:17
 +
| চাওক, তালিকাটো পৰিবর্তিত হৈ গৈছে কিন্তু ইয়াত ৰেফৰেন্সিং পৰিবর্তিত হোৱা নাই।
 +
|-
 +
|19:21
 +
|আৰু এটা অভিযোগ দেখা গৈছে যে লেবেল-বোৰ পৰিবর্তিত হৈ গৈছে |
 +
 +
|-
 +
|19:25
 +
| পুনৰায় কম্পাইল্ কৰাৰ পিছত, ৰেফৰেন্সিং সঠিক হৈ গৈছে|
 +
|-
 +
|19:30
 +
|উদাহৰণস্বৰুপে, ইয়াত '''B C Chang and  Pearson''' আছে যাৰ লেবেল  '''CP82''', যিটো ইয়াত সঠিকভাবে দেখা গৈছে।
 +
 +
|-
 +
|19:41
 +
|তেনেহলে এতিয়া এই এন্ট্রি-বোৰৰ ৰেফৰেন্সিং-ও ইয়াত দেখা গৈছে|
 +
|-
 +
|19:56
 +
| আৰো বিভিন্ন প্রকাৰ ৰেফৰেন্সিং স্টাইল্ সংক্রান্ত তথ্য জানিবলৈ, ইন্টাৰনেটত সার্চ কৰক।
 +
 +
|-
 +
|20:01
 +
|মই এতিয়া এটা স্টাইল্ দেখাম যি '''ifac''' আৰু  '''chemical engineering journals'''ত ব্যবহাৰ কৰা হয় |
 +
|-
 +
|20:08
 +
|প্রথমে '''use-packages''' কমান্ড্ত '''harvard''' যোগ কৰক। তেনেহলে এইটো কৰা যাওক |
 +
 +
|-
 +
|20:19
 +
| এবাৰ স্টাইল্টো পৰিবর্তন কৰি '''ifac''' কৰা যাওক |
 +
 +
|-
 +
|20:28
 +
|এই স্টাইল-বোৰ যথাক্রমে '''harvard.sty''' আৰু  '''ifac.bst''' নামৰ দুটা ফাইলত '''implement'''  কৰা আছে |
 +
|-
 +
|20:48
 +
| আপোনি এই ফাইল্-দুটা ইন্টাৰনেটত সার্চ কৰি ডাউনলোড কৰিবলৈ পাৰে ।
 +
|-
 +
|20:53
 +
| এবাৰ কম্পাইল্ কৰা যাওক - '''pdf-LaTeX-reference''' | এবাৰ '''BibTeX''' কমান্ডটো  প্রয়োগ কৰা যাওক |
 +
|-
 +
|21:09
 +
|দুইবাৰ কম্পাইল্ কৰা যাওক |
 +
|-
 +
|21:14
 +
|ইয়াত ৰেফৰেন্স-বোৰৰ তালিকা দেখা গৈছে |  চাওক, ইয়াত ৰেফৰেন্স্-বোৰ কোনো  নম্বৰ নোহোৱাকৈ বর্ণানুক্রমিক ভাবে সজোৱা আছে |
 +
|-
 +
|21:23
 +
| নম্বৰ-বোৰ এতিয়া আৰু দেখা নাযায়।
 +
 +
|-
 +
|21:25
 +
| ইয়াত লেখকৰ নামবোৰ ৰেফৰেন্স কৰা হিসাবে দেখা গৈছে | উহাহৰন্স্বৰুপে, ইয়াত '''Vidyasagar 1985''' দেখা গৈছে|
 +
|-
 +
|21:39
 +
| পিছৰ পৃষ্ঠা-তও ৰেফৰেন্স্-বোৰ দেখা গৈছে আৰু ইয়াতও এবোৰ বর্ণানুক্রমিক ভাবে সজ্জিত আছে।
 +
 +
|-
 +
|21:58
 +
|যেতিয়া এই ৰেফৰেন্সিং স্টাইল্ ব্যবহাৰ কৰা হয়, সাইট্(cite) কমান্ডে সম্পূর্ণ  ৰেফৰেন্স্ টো ব্র্যাকেটত ৰাখে 
 +
|-
 +
|22:06
 +
|উদাহৰণস্বৰুপে, সোর্স ফাইলত লক্ষ্য কৰা যাওক |
 +
|-
 +
|22:12
 +
|সোর্স ফাইলৰ '''the textbook by cite KMM07''' -ইয়াৰ দ্বাৰা '''the textbook by (Moudgalya, 2007b)''' পোৱা গৈছে।
 +
 +
|-
 +
|22:27
 +
|কিন্তু ইয়াত '''Moudgalya''' নামটো ব্র্যাকেটত আহা উচিত নহয়, মাত্র বসৰটো ব্র্যাকেটত আহা উচিত |
 +
 +
|-
 +
|22:35
 +
|এইটো '''cite-as-noun''' কমান্ডৰ দ্বাৰা কৰা যাব পাৰে |
 +
|-
 +
|22:43
 +
|এইটোক সেভ কৰি
 +
|-
 +
|22:45
 +
|কম্পাইল্ কৰা যাওক।
 +
 +
|-
 +
|22:48
 +
| এতিয়া '''Moudgalya''' নামটো বন্ধনীৰ বাহিৰত আহিছে, মাত্র বসৰটো ব্র্যাকেটত আছে |
 +
 +
|-
 +
|23:00
 +
|এটা গুৰুত্বপূর্ণ তথ্য- '''cite-as-noun''' কমান্ডে মাত্র এই নির্দিষ্ট ৰেফৰেন্স্-স্টাইলৰ সৈতে ব্যবহাৰ হব পাৰে।
 +
|-
 +
|23:12
 +
| এটা অন্যান্য ৰেফৰেন্সিং স্টাইলৰ সৈতে কাম নকৰিবও পাৰে
 +
|-
 +
|23:16
 +
|পূর্বেই উল্লেখ কৰে হৈছে যে, অনেক প্রকাৰৰ ৰেফৰেন্সিং স্টাইল্ আছে |
 +
|-
 +
|23:20
 +
|আপোনাক মাত্র সেই স্টাইলৰ বাবে উপযুক্ত sty আৰু  bst ফাইলবোৰ ডাউনলোড কৰিব লাগে। এই উদাহৰণৰ বাবে মই '''harvard.sty''' আৰু  '''ifac.bst''' নামৰ ফাইল্-দুটা ব্যবহাৰ কৰিছো |
 +
 +
|-
 +
|23:37
 +
| যদি ভালকে চাই, আপোনি বুঝিব পাৰিব যে, উপৰৰ কোনো উদাহৰণতেই আমি ৰেফৰেন্সৰ ডেটাবেস(database) '''ref.bib''' পৰিবর্তন কৰা নাই।
 +
 +
|-
 +
|23:47
 +
|এইটো ই বিবটেকৰ অনন্য বৈশিষ্ট্য |
 +
 +
|-
 +
|23:50
 +
| যদিও আমি ৰেফৰেন্সৰ তালিকা তৈয়াৰ কৰাৰ পদ্ধতি লৈ অনেক বিস্তাৰিতভাবে আলোচনা কৰিছো, আসল প্রক্রিয়াটো কিন্তু যথেষ্ট সৰল |
 +
 +
|-
 +
|24:02
 +
| প্রথমে, ডেটাবেস(database) অর্থাৎ '''.bib''' ফাইলটো তৈয়াৰ কৰক। তাৰপিছত উপযুক্ত '''.sty''' আৰু '''.bst''' ফাইলটো সংগ্রহ কৰক|
 +
|-
 +
|24:10
 +
| এইবোৰৰ অনেকবোৰ-ই  ইনস্টলেশনৰ সময়ৰ পৰাই উপলব্ধ থাকে |
 +
|-
 +
|24:15 '''pdf LaTeX''' কমান্ড্ৰ দ্বাৰা সোর্স ফাইলটোক এবাৰ কম্পাইল্ কৰক, ইয়াৰ পিছত আৰু দুইবাৰ কম্পাইল্ কৰক।
 +
 +
|-
 +
|24:24
 +
|এইটো খুব সহজ পদ্ধতি নহয় জানো?
 +
|-
 +
|24:30
 +
|এইটোৱে কি আপোনাক কবলৈ বাধ্য নকৰে নে যে বিবটেক্ আৰু লেটেক্ যুগযুগ বাচি থাকক
 +
|-
 +
|24:35
 +
|ইয়াতেই এই টিউটোৰিয়ালৰ সমাপ্তি হল |
 +
|-
 +
|24:38
 +
|ইয়াত অংশগ্রহন কৰাৰ বাবে ধন্যবাদ।
 +
 +
|-
 +
|24:40
 +
|মই অনামিকা ইয়াতেই আপোনাৰ পৰা বিদায় লৈছো |

Revision as of 17:47, 16 November 2015

Time Narration
00:00 নমস্কাৰ বন্ধুগণ, বিবলিওগ্রাফি সংক্রান্ত এই টিউটোৰিয়েলত  আপোনাক স্বাগতম জনাইছো ।
00:06 বিবটেক্ লেটেকৰ পৰা বেলেগ আৰু স্বতন্ত্র হোৱা এটা উপযোগিতা |
00:14 আপোনি ইয়াত যি pdf ফাইল্টো দেখিছে, সেইটো তৈয়াৰ কৰাৰ পদ্ধতি আমি ইয়াত শিকিম।
00:20


00:25 ইয়াত মূল লিখাটো আছে(text) |


00:31
00:41 লক্ষ্য কৰক, এই ৰেফৰেন্স্-বোৰ বর্ণানু ক্রমানুসাৰে সজ্জিত আছে।
00:47
00:52 এবাৰ সেই সোর্স ফাইল্ত যোৱা যাওক,
00:59

এটা দেখা যাওক |

01:07 এটা বিষয়টো স্পষ্ট যে - যি ৰেফৰেন্স্-বোৰ আমি pdf ফাইল্ত দেখিছিলো, সেইবোৰ ইয়াত উপস্হিত নাই।
01:13 সোর্স ফাইল্ত ৰেফৰেন্স্-বোৰ অন্তর্গত নাই।
01:17 প্রকৃতপক্ষে ফাইল্টোৰ নাম হয় ref.bib |


01:26 বিবলিওগ্রাফি কমান্ড্ৰ বাবে এইটো ডিফল্ট হয়।
01:34


01:39
01:52 এইটোত বিভিন্ন বিভাগৰ তথ্য আছে, উদাহৰণস্বৰুপে, ইয়াত book, tech-report, in proceedings, miscellaneous আৰু article বিভাগ আছে।
02:09
02:13
02:19 ইয়াৰ বাবে সোর্স ফাইল্ অর্থাৎ references.tex ফাইলত উভতি আহা যাওক ।
02:31


02:36
02:44


02:47 ডিলিট কৰা হৈছে।
03:04
03:09
03:12
03:19 কম্পাইল কৰাৰ পিছত দেখা গৈছে যে কিছু warning message আহিছে ।
03:20
03:39 চাওক pdf.tex কমান্ডৰ দ্বাৰা ইয়াত কিছু নতুন ফাইল তৈয়াৰ হৈছে।
03:52 references.pdfৰ লগতে আৰো কিছু নতুন ফাইল তৈয়াৰ হৈছে, যেনে references.log আৰু references.aux নামৰ ফাইল-দুটাও তৈয়াৰ হৈছে।
04:04
04:15 ইয়াত অনেক তথ্য আছে, প্রকৃতপক্ষে ইয়াত যি মেসেজ্ (messege) দেখা দিছিলে, ইয়াত সেইসকলো  আছে |
04:20 ইয়াত অনেক তথ্য আছে, লগতে এই warning - বোৰও আছে।
04:36
04:43 কিন্তু ইয়াত আৰো কিছু warning আছে যেনে- কিছু ৰেফৰেন্স, কিছু সাইটেশন অনুপস্থিত হয়  - এইবোৰ আমাৰ বাবে গুৰুত্বপূর্ণ ।
04:50 এতিয়া আমি এই warning -বোৰ দূৰ কৰাৰ চেষ্টা কৰিম ।
04:55
05:04 এইবোৰ কৰ পৰা আহিছে ?
05:13 সাইটেশনৰ সকলো আর্গুমেন্ট-বোৰ সোর্স ফাইলৰ সাইট্(cite) কমান্ড্ত উপস্থিত আছিল ।
05:18 ইয়াত এইটো খোলা যাওক | 
05:26 তললৈ যোৱা যাওক. তাত ইয়াৰ বাবে স্ক্ৰোল আছে. সোর্স ফাইল.
05:31 উদাহৰস্বৰুপে, ইয়াত ‘cite vk 79’ দেখা গৈছে আৰু সেই vk79 ইয়াতও দেখা গৈছে,
05:37 ‘cite tk 80’ ইয়াতও দেখা গৈছে ইত্যাদি । এই bibstyle-plain -ও সোর্স ফাইলত থাকে,
05:51
06:00
06:11
06:18
06:26   ফাইলটো কম্পাইল্ কৰা যাওক।
06:37
06:47
06:50 এইবাৰ ইয়াত এটা লেবেল ‘label – sec arya’ যোগ কৰা যাওক।
07:06 এইটো খোলা যাওক |
07:13
07:18 এই কমান্ড্টো  লক্ষ্য কৰক new label sec arya,
07:23 ইয়াত যি লেবেলটো আছিলে, ইয়াতও সেই লেবেলটোও আছে । ইয়াত section 1 বা ১ নম্বৰ পৰিচ্ছদ নির্দেশ কৰে
07:31 আৰু এই ২ -ইয়াৰ অর্থ  এই ডকুমেন্ট্ট পৃষ্ঠা ২ হয়।
07:41
07:48 এই কাৰণৰ বাবে-ই  সঠিক লেবেল পোৱাৰ বাবে দুইবাৰ কম্পায়লেশনৰ প্রয়োজন হয় ।
07:52 এতিয়া আমি বিবটেক ব্যবহাৰ কৰিবলৈ শিকিম |
08:01
08:17 চাওক ইয়াত দেখা গৈছে যে  references.aux ব্যবহাৰ কৰা হৈছে | 
08:30 plain.bst নামৰ স্টাইল্ ফাইলত ব্যবহাৰ কৰা হৈছে।
08:39 and the date of 'ref.bib'. আমি পূর্বেই আলোচনা কৰিছো ৰেফৰেন্স সংক্রান্ত তথ্য  ref.bib নামৰ ফাইল| চাওক, এক নম্বৰ  database  ফাইলটো হল ref.bib
08:51 মনত কৰি চাওক plain style ব্যবহাৰ কৰা হৈ আছিল আৰু ৰেফৰেন্স সংক্রান্ত সোর্স ফাইলটো আছিল ref bib
08:56 দেখা যাওক, কি ফাইলবোৰ তৈয়াৰ কৰা হৈছে.
09:00
09:10 ইয়াৰ এখন তালিকা তৈয়াৰ কৰা যাওক। লক্ষ্য কৰক, আগতে আমি যি ফাইলবোৰ দেখিছিলো, সেইবোৰৰ লগতে
09:15  
09:23 references.blg ফাইলত formatting সংক্রান্ত তথ্য থাকে । এইটোক দেখা যাওক
09:35
09:39
09:41
09:55 মূল pdf ফাইলত ৰেফৰেন্স্-বোৰ আমি যি ক্রমানুসাৰে বিছাৰো, এই referecences.bbl  ফাইলতও ৰেফৰেন্স্-বোৰ সেই ক্রমানুযায়ী সজ্জিত আছে।
10:07 সাধাৰনতে, এই ফাইল্-বোৰক আপোনালোকে নিজৰ হাতৰে পৰিবর্তন কৰিবলৈ নালাগে, আৰু এইবোৰক দেখাৰ-ও প্রয়োজন নহয়।
10:15
10:23 এই ফাইল্টোক এতিয়া খোলা যাওক।
10:35
10:47
10:55 কিন্তু এতিয়া আমি বিবটেক্ ব্যবহাৰ কৰি references.bbl ফাইলটো তৈয়াৰ কৰিছো
11:01
11:10
11:15 প্রকৃতপক্ষে, যি মুহুর্তে আমি এই ফাইলটোক কম্পাইল্ কৰিছো, references.bbl ফাইলটো পড়া হৈছে  আৰু সেই ৰেফৰেন্স্ - বোৰ ইয়াত লোড কৰা হৈছে ।
11:27
11:33 আপোনি এইবোৰ এতিয়া দেখিব পাৰিছে।
11:37
11:43 কিন্তু, এই তথ্য-ও সম্পূর্ণ নির্ভুল নহয়, ইয়াত এইবোৰক যথাযথ ভাবে সাইট্ কৰা নাই হোৱা ।
11:53 এই বিষয়টো আমি আগতও আলোচনা কৰিছো - আৰো এবাৰ  কম্পাইল্ কৰা হলেই এইটো সঠিক হৈ যাব |
12:03 কিন্তু ইয়াৰ ব্যাখ্যা কি ? references. aux ফাইলত যোৱা যাওক।
12:15 আগতে মাত্র citing সংক্রান্ত তথ্য আছিল, এতিয়া তাৰ লগত ৰেফৰেন্স্-ও আছে
12:25    
12:33
12:42
12:52
12:56 ইয়াৰ সংক্রান্ত ৰেফৰেন্স্ টো  ইয়াতে আছে আৰু এইটো এই citationত দেখা গৈছে।
13:07
13:24 এতিয়া যদি পুনৰায় কম্পাইল্ কৰা হয়, তেনেহলে এই তথ্যটো নিজে নিজেই ইয়ালৈ আহে।
13:41
13:47 লেটেকে references.aux ফাইলৰ পৰা ৰেফৰেন্স্ নম্বৰ সংক্রান্ত তথ্যটো লয় আৰু সোর্স ফাইলৰ সাইট্(cite) কমান্ডৰ লেবেলৰ সৈতে সেই নম্বৰ-বোৰক মিলাই।
14:05 তেনেহলে ইয়াত আহা যাওক,
14:17 ref.bib,
14:24 এই পৃষ্ঠাৰ একদম উপৰত যোৱা যাওক।
14:29
14:36 উদাহৰণস্বৰুপে, ধৰা যাওক, ইয়াত entry types ত গৈ এইটো কৰা হল।
14:50 তেনেহলে, ইমাক্শ এডিটৰত এইটো তৈয়াৰ কৰা সম্ভব আৰু যি মুহুর্তত ‘article in journal’ টাইপ পছন্দ কৰা হব, তেতিয়াই এটা খালি ৰেকর্ড তৈয়াৰ হব যাক মই পড়ি  পূর্ণ কৰিবলৈ পাৰো।
15:09 আপোনি manually অর্থাৎ নিজে লিখিও  এই এন্ট্রি-বোৰ তৈয়াৰ কৰিবলৈ পাৰে |
15:16 আমি এতিয়া এইটোক নাচাও, সেয়ে এতিয়াৰ বাবে এইটোক undo কৰা যাওক।
15:24
15:33 উদাহৰণস্বৰুপে, JWC string ইয়াৰ দ্বাৰা John Wiley and Songs Limited, Chichester বোঝোৱে হৈছে, এই string - টোক ৰেফৰেন্সত ব্যবহাৰ কৰা হৈছে।
15:44 প্রত্যেক ৰেফৰেন্সত এটা key word আছে, যিটো ৰেকর্ডৰ প্রথমত থাকে |
15:52 উদাহৰণস্বৰুপে, এই ৰেফৰেন্সৰ  key word KMM07 আৰু এইটো ইয়াতও দেখা গৈছে। প্রকৃতপক্ষে, এই keywordৰ দ্বাৰাই ইয়াত এই ৰেকর্ডটোক বোঝা হৈছে ।
16:09
16:21 নতুন কোনো পৰিবর্তন কৰাৰ পূর্বে, এইটো বিষয়ত মনত কৰা যাওক যে ইয়াত সকলো ৰেফৰেন্সই বর্ণানুক্রমিক-ভাবে দেখা গৈছে।
16:29
16:37 উল্লেখ কৰাৰ মতে প্রথম ৰেফৰেন্স  হল ৩, তাৰপিছত ২, তাৰপিছত ১১ ইত্যাদি। ইয়াৰ কাৰণ হল, ইয়াত ৰেফৰেন্স্-বোৰ বর্ণানুক্রমিক-ভাবে সজোৱা আছে।
16:59 এই স্টাইলৰ দ্বাৰা unsorted ৰেফৰেন্সৰ তালিকা পোৱা যায় যি IEEE journalত ব্যবহৃত হয়।
17:13 এতিয়া ইয়াত u-n-s-r-t থাকিব |
17:25 BibTeX.references কমান্ডৰ দ্বাৰা বিবটেক্ ফাইলটোক execute কৰাত, references.bbl ফাইলত  ৰেফৰেন্স্-বোৰৰ এটা তালিকা তৈয়াৰ হৈ যায়।
17:42 লক্ষ্য কৰক, references.bbl ফাইল্টোও নতুন স্টাইল
17:47
18:02
18:09 ৰেফৰেন্স্-বোৰ এতিয়া আৰু বর্ণানুক্রমিক-ভাবে নাই।
18:16 cross-reference সঠিক কৰাৰ বাবে পুনৰায় কম্পাইল্ কৰিবলৈ হব |
18:24 এতিয়া warningটো  চলি গৈছে। আৰু লক্ষ্য কৰক, সোর্সত ৰেফৰেন্স্-বোৰক যি ক্রমত ব্যবহাৰ কৰা হৈছে, ইয়াত এই তালিকা-তও ৰেফৰেন্স্-বোৰ সেই ক্রমত সজ্জিত আছে |
18:40 উদাহৰস্বৰুপে, ইয়াত যি ৰেফৰেন্স্টো  প্রথমে ব্যবহাৰ কৰা হৈছে, সেইটো-ই ইয়াত ১ নম্বৰ ৰেফৰেন্স্ হিসাবে দেখা গৈছে, দ্বিতীয় ৰেফৰেন্সটো  ইয়াত  ২ নম্বৰত দেখা গৈছে ইত্যাদি।
18:54


19:01
19:07
19:10
19:14
19:17 চাওক, তালিকাটো পৰিবর্তিত হৈ গৈছে কিন্তু ইয়াত ৰেফৰেন্সিং পৰিবর্তিত হোৱা নাই।
19:21
19:25
19:30 উদাহৰণস্বৰুপে, ইয়াত B C Chang and  Pearson আছে যাৰ লেবেল  CP82, যিটো ইয়াত সঠিকভাবে দেখা গৈছে।
19:41
19:56 আৰো বিভিন্ন প্রকাৰ ৰেফৰেন্সিং স্টাইল্ সংক্রান্ত তথ্য জানিবলৈ, ইন্টাৰনেটত সার্চ কৰক।
20:01
20:08
20:19
20:28
20:48 আপোনি এই ফাইল্-দুটা ইন্টাৰনেটত সার্চ কৰি ডাউনলোড কৰিবলৈ পাৰে ।
20:53 এবাৰ BibTeX কমান্ডটো  প্রয়োগ কৰা যাওক |
21:09
21:14   চাওক, ইয়াত ৰেফৰেন্স্-বোৰ কোনো  নম্বৰ নোহোৱাকৈ বর্ণানুক্রমিক ভাবে সজোৱা আছে |
21:23 নম্বৰ-বোৰ এতিয়া আৰু দেখা নাযায়।
21:25 উহাহৰন্স্বৰুপে, ইয়াত Vidyasagar 1985 দেখা গৈছে|
21:39 পিছৰ পৃষ্ঠা-তও ৰেফৰেন্স্-বোৰ দেখা গৈছে আৰু ইয়াতও এবোৰ বর্ণানুক্রমিক ভাবে সজ্জিত আছে।
21:58 যেতিয়া এই ৰেফৰেন্সিং স্টাইল্ ব্যবহাৰ কৰা হয়, সাইট্(cite) কমান্ডে সম্পূর্ণ  ৰেফৰেন্স্ টো ব্র্যাকেটত ৰাখে 
22:06
22:12 সোর্স ফাইলৰ the textbook by cite KMM07 -ইয়াৰ দ্বাৰা the textbook by (Moudgalya, 2007b) পোৱা গৈছে।
22:27
22:35
22:43 এইটোক সেভ কৰি
22:45 কম্পাইল্ কৰা যাওক।
22:48
23:00 এটা গুৰুত্বপূর্ণ তথ্য- cite-as-noun কমান্ডে মাত্র এই নির্দিষ্ট ৰেফৰেন্স্-স্টাইলৰ সৈতে ব্যবহাৰ হব পাৰে।
23:12 এটা অন্যান্য ৰেফৰেন্সিং স্টাইলৰ সৈতে কাম নকৰিবও পাৰে
23:16
23:20
23:37 যদি ভালকে চাই, আপোনি বুঝিব পাৰিব যে, উপৰৰ কোনো উদাহৰণতেই আমি ৰেফৰেন্সৰ ডেটাবেস(database) ref.bib পৰিবর্তন কৰা নাই।
23:47
23:50
24:02
24:10
24:15 pdf LaTeX কমান্ড্ৰ দ্বাৰা সোর্স ফাইলটোক এবাৰ কম্পাইল্ কৰক, ইয়াৰ পিছত আৰু দুইবাৰ কম্পাইল্ কৰক।
24:24 এইটো খুব সহজ পদ্ধতি নহয় জানো?
24:30 এইটোৱে কি আপোনাক কবলৈ বাধ্য নকৰে নে যে বিবটেক্ আৰু লেটেক্ যুগযুগ বাচি থাকক
24:35
24:38 ইয়াত অংশগ্রহন কৰাৰ বাবে ধন্যবাদ।
24:40

Contributors and Content Editors

Mousumi