|
|
| Line 1: |
Line 1: |
| − | {| border = 1
| |
| − | | Time
| |
| − | | Narration
| |
| | | | |
| − | |-
| |
| − | |00:00
| |
| − | |নমস্কাৰ বন্ধুগণ, লেটেক আৰু বিবটেকৰ সাহায্যে ৰেফৰেন্স্ তৈয়াৰ কৰা সংক্রান্ত এই সংক্ষিপ্ত টিউটোৰিয়েলত আপোনাক স্বাগতম জনাইছো।
| |
| − |
| |
| − | |-
| |
| − | |00:09
| |
| − | | প্রথমেই, আপোনি এই ref.bib ফাইলৰ ন্যায় ৰেফৰেন্সৰ এটা ডেটাবেস (database) তৈয়াৰ কৰিব লাগিব
| |
| − | |-
| |
| − | |00:23
| |
| − | |এই ফাইলৰ তলত আহা যাওক । আৰু এবাৰ ওপৰত যোৱা যাওক।
| |
| − |
| |
| − | |-
| |
| − | |00:30
| |
| − | |এই প্রত্যেকটো ৰেফৰেন্স্ এটা unique বা অনন্য keyword ৰ দ্বাৰা আৰম্ভ হৈছে।
| |
| − | উদাহৰণস্বৰুপে, এই ৰেফৰেন্সৰ keyword হল KMM07 ।
| |
| − |
| |
| − | |-
| |
| − | |00:43
| |
| − | | আৰু এবাৰ লেটেক ফাইলটো খোলা যাওক। এই ফাইলত আপোনি যেতিয়া ৰেফৰেন্স্টো ব্যবহাৰ কৰিবলৈ চাব বিছাৰে, তাত আপোনালোকে cite key word -ৰ ব্যবহাৰ কৰিব লাগিব ।
| |
| − |
| |
| − | |-
| |
| − | |01:00
| |
| − | | উদাহৰণসৰুপে cite key word, ইয়াত চাওক, cite KMM07 , ref.bib ফাইলত এটা-ই প্রথম ৰেফৰেন্স্ আছিল।
| |
| − |
| |
| − | |-
| |
| − | |01:15
| |
| − | |ইয়াৰপিছত, যি ফাইলত এই ৰেফৰেন্স্-বোৰ লিখা আছে, সেই ফাইলটোক সোর্স ফাইলত অন্তর্ভুক্ত কৰিব লাগিব ।
| |
| − | |-
| |
| − | |01:23
| |
| − | |ইয়াত আমি এইটোক ডকুমেন্টৰ শেষৰ ফাল অন্তর্ভুক্ত কৰিছো- bibliography ref । মনত কৰি চাওক, ৰেফৰেন্স্-বোৰ ref.bib নামৰ ফাইলত আছে।
| |
| − |
| |
| − | |-
| |
| − | |01:38
| |
| − | |পৰিশেষত, লেটেক্-ক জানাতে হবে আমি কোন বিবলিওগ্রাফি স্টাইল ব্যবহাৰ কৰিব বিছাৰো ।
| |
| − |
| |
| − | |-
| |
| − | |01:44
| |
| − | | এটা সোর্স ফাইলৰ উপৰৰ ফাল অন্তর্ভুক্ত কৰিবলৈ হব কমান্ডটো হল
| |
| − |
| |
| − | |-
| |
| − | | 01:48
| |
| − | | bibliography style plain ।
| |
| − | |-
| |
| − | |01:53
| |
| − | | ধৰা যাওক, আমি ইয়াত plain style ব্যবহাৰ কৰিবলৈ বিছাৰো , সেইক্ষেত্রত plain styleত ৰেফৰেন্স্ তৈয়াৰ কৰাৰ বাবে পিছৰ কমান্ড-বোৰ পিছত ব্যবহাৰ কৰিবলৈ পাৰিব ।
| |
| − |
| |
| − | |-
| |
| − | |02:04
| |
| − | |প্রথমে pdflatex references এই কমান্ড ইয়াৰ দ্বাৰা সোর্স ফাইলটোক কম্পাইল্ কৰা যাওক ।
| |
| − |
| |
| − | |-
| |
| − | |02:13
| |
| − | | ইয়াৰ পিছত ‘BibTeX references’ এই কমান্ডটো প্রয়োগ কৰা যাওক ।
| |
| − |
| |
| − | |-
| |
| − | |02:23
| |
| − | |ইয়াৰ পিছত pdflatex references ইয়াৰ দ্বাৰা সোর্স ফাইলটোক পিছত দুইবাৰ কম্পাইল্ কৰা যাওক ।
| |
| − |
| |
| − | |-
| |
| − | |02:31
| |
| − | | প্রথমবাৰ, দ্বিতীয়বাৰ ।
| |
| − |
| |
| − | |-
| |
| − | |02:35
| |
| − | | এতিয়া ৰেফৰেন্স্ তৈয়াৰ হৈ গৈছে। সেইটো দেখা যাওক ।
| |
| − |
| |
| − | |-
| |
| − | |02:40
| |
| − | | দ্বিতীয় পৃষ্ঠাত ইয়াত টেক্সট আছে আৰু ইয়াত ৰেফৰেন্স্-ইয়াৰ তালিকাটো দেখা গৈছে। আৰো তলত গৈ দেখা যাওক ।
| |
| − |
| |
| − | |-
| |
| − | |02:58
| |
| − | |এই plain styleত ৰেফৰেন্স্-বোৰক বর্ণমালাৰ ক্রম অনুযায় তালিকাবদ্ধ কৰা হয় আৰু এই ৰেফৰেন্স-বোৰৰ নম্বৰও দিয়া হয় ।
| |
| − |
| |
| − | |-
| |
| − | |03:07
| |
| − | |এই নম্বৰবোৰ মূল ফাইলতও ব্যবহাৰ কৰা হয় ।
| |
| − | |-
| |
| − | |03:13
| |
| − | |ৰেফৰেন্স্ স্টাইল u-n-s-r-t প্লেন স্টাইল-ইয়াৰ মতে, শুধু এটা মাত্র পার্থ্যক্য আছে ।
| |
| − |
| |
| − | |-
| |
| − | |03:23
| |
| − | |ইয়াত এইটো পৰিবর্তন কৰি u-n-s-r-t লিখা যাওক ।
| |
| − |
| |
| − | |-
| |
| − | |03:31
| |
| − | |এই স্টাইলত সোর্স ফাইলত ৰেফৰেন্স্-বোৰ যেই ক্রমত ব্যবহৃত হৈছে, তালিকাত়ও সেই ক্রমানুসাৰেই ৰেফৰেন্স-বোৰ দেখা যাব সজ্জিত থাকবে ।
| |
| − |
| |
| − | |-
| |
| − | |03:36
| |
| − | | তেনেহলে ইয়াত পৰিবর্তন কৰাৰ পিছত লেটেক্ও বিবটেক্ কৰাৰ প্রনালীটো সম্পন্ন কৰা যাওক । pdflatex ইয়াৰ দ্বাৰা সোর্স ফাইল লেটেক্ কৰা যাওক। ইয়াৰ পিছত সোর্স ফাইলটোক বিবটেক্ কৰা যাওক । ইয়াৰ পিছত pdflatex কমান্ড -ইয়াৰ দ্বাৰা সোর্স ফাইলটোক
| |
| − | |-
| |
| − | |04:07
| |
| − | | আৰু দুইবাৰ কম্পাইল্ কৰা যাওক Note what has happened now.
| |
| − |
| |
| − | |-
| |
| − | |04:09
| |
| − | |এতিয়া টেক্সটত এই ৰেফৰেন্স্-বোৰ যেই ক্রমানুসাৰে সাইট(cite) কৰা হৈছে, এই তালিকাতও সেই ক্রমানুসাৰে দেখা গৈছে। উদাহৰণস্বৰুপে, প্রথম ৰেফৰেন্স্টো ইয়াতও প্রথম সাইট(cite) কৰা হৈ আছিল ।
| |
| − |
| |
| − | |-
| |
| − | |04:20
| |
| − | | ৰেফাৰেন্চ ২ হৈছে চাইটেদ ২ কাৰণ ইয়াক ইয়াত চাইট কৰা হৈছে
| |
| − |
| |
| − | |-
| |
| − | |04:26
| |
| − | |এই ৰেফৰেন্সটো ইয়াত সাইট কৰাৰ বাবে এটা দ্বিতীয়স্থানত আছে ।
| |
| − |
| |
| − | |-
| |
| − | |04:30
| |
| − | | এবাৰ তলত যোৱা যাওক ।
| |
| − |
| |
| − | |-
| |
| − | |04:39
| |
| − | |ঠিক আছে । এতিয়াও পিছলৈ উভতি আহা যাওক ।
| |
| − |
| |
| − | |-
| |
| − | |04:44
| |
| − | |কম্পিউটাৰ বৈজ্ঞানি কৰা যিভাবে এই ৰেফৰেন্স্ -ইয়াৰ তালিকাটো ব্যবহাৰ কৰে, সেইভাবে তালিকাবদ্ধ কৰিবলৈ হলে ইয়াত স্টাইল পৰিবর্তন কৰি alpha কৰিব লাগিব।
| |
| − |
| |
| − | |-
| |
| − | |04:52
| |
| − | | তেনেহলে এইটোক পৰিবর্তন কৰি alpha কৰা যাওক।
| |
| − |
| |
| − | |-
| |
| − | |04:59
| |
| − | |সেভ্ কৰা যাওক আৰু লেটেক্ আৰু বিবটেক্ কৰাৰ পদ্ধতি পুনৰায় কৰা যাওক । যিটো হল, pdf Latex সোর্স ফাইল, ইয়াৰ পিছত bibtex references, ইয়াৰ পিছত দুইবাৰ pdf LaTeX references । ৰেফৰেন্স্-ইয়াৰ পৰিবর্তনটো লক্ষ্য কৰক ।
| |
| − |
| |
| − | |-
| |
| − | |05:20
| |
| − | |তেনেহলে এতিয়া ৰেফৰেন্স্ কৰাৰ এই স্টাইলট পোৱা গৈছে ।
| |
| − |
| |
| − | |-
| |
| − | |05:26
| |
| − | |এবাৰ তলত যোৱা যাওক আৰু দেখা যাওক ।
| |
| − |
| |
| − | |-
| |
| − | |05:31
| |
| − | |ঠিক আছে।
| |
| − |
| |
| − | |-
| |
| − | |05:37
| |
| − | |ৰেফৰেন্স্ কৰাৰ আৰো অনেক স্টাইল আছে । আমি এতিয়া দুটা ফাইল ডাউনলোড কৰিছো Harvard.sty আৰু ifac.bst।
| |
| − |
| |
| − | |-
| |
| − | |05:48
| |
| − | | এবাৰ কিছু পৰিবর্তন কৰা যাওক । প্রথমতঃ, use package কমান্ড-ইয়াৰ Harvard প্যাকেজটো অন্তর্ভুক্ত কৰা যাওক।
| |
| − |
| |
| − | |-
| |
| − | |05:58
| |
| − | |এইটো কৰা হল । আৰু এবাৰ ইয়াত স্টাইলটো পৰিবর্তন কৰি ifac কৰা হল ।
| |
| − |
| |
| − | |-
| |
| − | |06:08
| |
| − | | ফাইলটোক সেভ্ কৰা যাওক ।
| |
| − |
| |
| − | |-
| |
| − | |06:13
| |
| − | | আৰু এবাৰ লেটেক্ আৰু বিবটেক্- ইয়াৰ প্রক্রিয়াটো পুনৰায় সম্পন্ন কৰা যাওক ।
| |
| − |
| |
| − | |-
| |
| − | |06:18
| |
| − | |লেটেক্ , বিবটেক্ , প্রথমবাৰ লেটেক্ , দ্বিতীয়বাৰ লেটেক্ ।
| |
| − |
| |
| − | |-
| |
| − | |06:31
| |
| − | | এতিয়া আমি pdf ফাইলত ৰেফৰেন্স্-ইয়াৰ তালিকাটিক দেখিব পাৰো ।
| |
| − |
| |
| − | |-
| |
| − | | 06:37
| |
| − | |এবাৰ তলত যোৱা যাওক।
| |
| − |
| |
| − | |-
| |
| − | |06:46
| |
| − | |ৰেফৰেন্স্-ইয়াৰ তালিকাটো এতিয়া বর্ণানুক্রমিক ভাবে সজোৱা আছে , কিন্তু plain স্টাইলত যেনে নম্বৰ আছিল, ইয়াত কোনো নম্বৰ নাই ।
| |
| − |
| |
| − | |-
| |
| − | |06:52
| |
| − | | ইয়াত লিখকৰ নাম আৰু বসৰ অনুসাৰে ৰেফৰেন্স্ কৰা হৈছে ।
| |
| − |
| |
| − | |-
| |
| − | |07:00
| |
| − | |লেখকৰ নাম আৰু বসৰ । এই স্টাইলত এটা বিশেষ কমান্ড আছে যিটোৰ নাম - cite-as-noun।ইয়াৰ দ্বাৰা ব্যক্তিৰ নাম মূল টেক্সট-ইয়াৰ মধ্যেই লিখা যায়, ব্র্যাকেট্-ইয়াৰ মধ্যে লিখা নহয়।
| |
| − | |-
| |
| − | |07:15
| |
| − | |লক্ষ্য কৰক আমি যেতিয়া cite কমান্ড-ইয়াৰ ব্যবহাৰ কৰিছো, তাতেই আমি ৰেফৰেন্স্-বোৰ ব্র্যাকেটত পেয়েছি ।
| |
| − |
| |
| − | |-
| |
| − | |07:22
| |
| − | |উদাহৰণস্বৰুপে,
| |
| − | |-
| |
| − | |07:28
| |
| − | |দ্বিতীয় প্যাৰাগ্রাফ্ বা দ্বিতীয় পৰিচ্ছেদ টো দেখা যাওক । the textbook by cite KMM07 । ইয়াত the textbook by -ইয়াৰ পিছৰ সম্পূর্ণ লিখাটো-ই ব্র্যাকেটত আছে ।এতিয়া এটা পৰিবর্তন কৰি cite-as-noun কৰা যাওক ।
| |
| − |
| |
| − | |-
| |
| − | |07:44
| |
| − | | এবাৰ সেভ্ কৰি কম্পাইল্ কৰা হল ।
| |
| − |
| |
| − | |-
| |
| − | |07:50
| |
| − | | ইয়াৰ ফলত, Moudgalya শব্দটো এতিয়া ব্র্যাকেটৰ বাহিৰত মূল টেক্সটত দেখা গৈছে।
| |
| − |
| |
| − | |-
| |
| − | |07:59
| |
| − | | আপোনাৰ যদি আৰো অন্য কোনো ৰেফৰেন্স্ স্টাইলৰ প্রয়োজন হয়, তেনেহলে আপোনি ইন্টাৰনেটত সার্চ কৰক ।
| |
| − |
| |
| − | |-
| |
| − | |08:04
| |
| − | | হয়তো প্রয়োজনীয় sty আৰু bst ফাইল টো অন্য কেউ আগতই লিখে ৰেখেছে ।
| |
| − |
| |
| − | |-
| |
| − | |08:10
| |
| − | |ইয়াতেই এই টিউটোৰিয়াল্-ইয়াৰ সমাপ্তি হল । ইয়াত অংশগ্রহন কৰাৰ বাবে ধন্যবাদ । আমি অনামিকা ইয়াত-ই আপোনাক পৰা বিদায় লৈছো । শুভবিদায়।
| |