Difference between revisions of "What-is-Spoken-Tutorial/C2/What-is-Spoken-Tutorial-2min/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border = 1 |'''Time''' |'''Narration''' | - | 00: 00 |স্পোকেন টিউটোৰিয়েল প্রকল্পৰ এই দুই মিনিটৰ...") |
|||
Line 2: | Line 2: | ||
|'''Time''' | |'''Time''' | ||
|'''Narration''' | |'''Narration''' | ||
− | | - | + | |- |
| 00: 00 | | 00: 00 | ||
|স্পোকেন টিউটোৰিয়েল প্রকল্পৰ এই দুই মিনিটৰ সংক্ষিপ্ত বিবৰণলৈ আপোনাক স্বাগতম | |স্পোকেন টিউটোৰিয়েল প্রকল্পৰ এই দুই মিনিটৰ সংক্ষিপ্ত বিবৰণলৈ আপোনাক স্বাগতম | ||
− | | - | + | |- |
| 00: 06 | | 00: 06 | ||
|স্পোকেন টিউটোৰিয়েল ৰানিঙ কম্মেনটেৰিৰ সৈতে এটা স্ক্ৰীন কাস্ট হয় | |স্পোকেন টিউটোৰিয়েল ৰানিঙ কম্মেনটেৰিৰ সৈতে এটা স্ক্ৰীন কাস্ট হয় | ||
− | | - | + | |- |
| 00: 10 | | 00: 10 | ||
| স্ব শিকাৰ বাবে নির্মিত এটা ৰেকর্ডিংৰ সেশন হয় | | স্ব শিকাৰ বাবে নির্মিত এটা ৰেকর্ডিংৰ সেশন হয় | ||
− | | - | + | |- |
| 00: 13 | | 00: 13 | ||
| আমি FOSSক প্রচাৰ কৰো যি ডিজিটেল বিভক্তিক মোচিবৰ বাবে দৰকাৰী হয়, ইয়াক বিনামূল্য ডাউনলোড কৰা যায়. | | আমি FOSSক প্রচাৰ কৰো যি ডিজিটেল বিভক্তিক মোচিবৰ বাবে দৰকাৰী হয়, ইয়াক বিনামূল্য ডাউনলোড কৰা যায়. | ||
− | | - | + | |- |
| 00: 19 | | 00: 19 | ||
| আমাৰ ওয়েবসাইটত যাও. ইয়াত spoken tutorial.org আছে. | | আমাৰ ওয়েবসাইটত যাও. ইয়াত spoken tutorial.org আছে. | ||
− | | - | + | |- |
| 00: 26 | | 00: 26 | ||
| ইয়াত এটা নমুনা স্পোকেন টিউটোৰিয়েল আছে | | ইয়াত এটা নমুনা স্পোকেন টিউটোৰিয়েল আছে | ||
− | | - | + | |- |
| 00: 29 | | 00: 29 | ||
| "ফাইল ৰেকর্ডিং" | | "ফাইল ৰেকর্ডিং" | ||
− | | - | + | |- |
| 00: 34 | | 00: 34 | ||
| আমি এতিয়া স্পোকেন টিউটোৰিয়েল তৈয়াৰ হোৱা প্রক্রিয়া ব্যাখ্যা কৰো | | আমি এতিয়া স্পোকেন টিউটোৰিয়েল তৈয়াৰ হোৱা প্রক্রিয়া ব্যাখ্যা কৰো | ||
− | | - | + | |- |
| 00: 38 | | 00: 38 | ||
| ইয়াত দেখোৱাৰ দৰে আমি এটা আউটলাইন আৰম্ভ কৰো. | | ইয়াত দেখোৱাৰ দৰে আমি এটা আউটলাইন আৰম্ভ কৰো. | ||
− | | - | + | |- |
| 00: 41 | | 00: 41 | ||
| ইয়াত দেখোৱাৰ দৰে আমি প্রতিটো টিউটোৰিয়েলৰ বাবে স্ক্রিপ্ট লিখো | | ইয়াত দেখোৱাৰ দৰে আমি প্রতিটো টিউটোৰিয়েলৰ বাবে স্ক্রিপ্ট লিখো | ||
− | | - | + | |- |
| 00: 45 | | 00: 45 | ||
| তাৰপিছত আমি স্ক্রিপ্টখন ৰেকর্ড কৰো | | তাৰপিছত আমি স্ক্রিপ্টখন ৰেকর্ড কৰো | ||
− | | - | + | |- |
| 00: 47 | | 00: 47 | ||
| আমি ইতিমধ্যে ৰেকর্ডিং দেখিলো. তাৰপিছত ইয়াত দেখোৱাৰ দৰে আমি স্ক্রিপ্ট অনুবাদ কৰো. | | আমি ইতিমধ্যে ৰেকর্ডিং দেখিলো. তাৰপিছত ইয়াত দেখোৱাৰ দৰে আমি স্ক্রিপ্ট অনুবাদ কৰো. | ||
− | | - | + | |- |
| 00: 51 | | 00: 51 | ||
| ইয়াত দেখোৱাৰ দৰে আমি এইটোক ডাব কৰো | | ইয়াত দেখোৱাৰ দৰে আমি এইটোক ডাব কৰো | ||
− | | - | + | |- |
| 00: 53 | | 00: 53 | ||
| '' ৰেকর্ডিং ফাইল '' | | '' ৰেকর্ডিং ফাইল '' | ||
− | | - | + | |- |
| 00: 59 | | 00: 59 | ||
| এইটো হিন্দি ভাষাত এই টিউটোৰিয়েলটো অাছিল. | | এইটো হিন্দি ভাষাত এই টিউটোৰিয়েলটো অাছিল. | ||
− | | - | + | |- |
| 01: 03 | | 01: 03 | ||
| আমি ইয়াত উভতি আহিম. | | আমি ইয়াত উভতি আহিম. | ||
− | | - | + | |- |
| 01: 06 | | 01: 06 | ||
| ইয়াতে এইটো স্পোকেন টিউটোৰিয়েলৰ নির্মাণকৌশল হয় | | ইয়াতে এইটো স্পোকেন টিউটোৰিয়েলৰ নির্মাণকৌশল হয় | ||
− | | - | + | |- |
| 01: 10 | | 01: 10 | ||
| আমি স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰো, ডোমেইন বিশেষজ্ঞৰ কোনো প্রয়োজন নাই | | আমি স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰো, ডোমেইন বিশেষজ্ঞৰ কোনো প্রয়োজন নাই | ||
− | | - | + | |- |
| 01: 15 | | 01: 15 | ||
| কর্মশালা 2 ঘন্টাৰ সময়কাল হয় | | কর্মশালা 2 ঘন্টাৰ সময়কাল হয় | ||
− | | - | + | |- |
| 01: 18 | | 01: 18 | ||
| ছাত্রয়ে তেখেতলোকৰ নিজস্ব গতিত শিকিব পাৰে | | ছাত্রয়ে তেখেতলোকৰ নিজস্ব গতিত শিকিব পাৰে | ||
− | | - | + | |- |
| 01: 21 | | 01: 21 | ||
| তেখেতলোকে নিজৰ পছন্দমতে এটা ভাষা ব্যবহাৰ কৰিব পাৰে. | | তেখেতলোকে নিজৰ পছন্দমতে এটা ভাষা ব্যবহাৰ কৰিব পাৰে. | ||
− | | - | + | |- |
| 01: 23 | | 01: 23 | ||
| সকলোৱে একেই স্তৰত পাব পাৰে. | | সকলোৱে একেই স্তৰত পাব পাৰে. | ||
− | | - | + | |- |
| 01: 26 | | 01: 26 | ||
| আমি কর্মশালা খুবেই কার্যকৰী হোৱা পাও | | আমি কর্মশালা খুবেই কার্যকৰী হোৱা পাও | ||
− | | - | + | |- |
| 01: 30 | | 01: 30 | ||
| এই কর্মশালাবোৰ খুবেই জনপ্রিয় হৈ উঠিছে. | | এই কর্মশালাবোৰ খুবেই জনপ্রিয় হৈ উঠিছে. | ||
− | | - | + | |- |
| 01: 33 | | 01: 33 | ||
| আমি বর্তমানে এটা মাহত 200 কর্মশালা আয়োজন কৰো | | আমি বর্তমানে এটা মাহত 200 কর্মশালা আয়োজন কৰো | ||
− | | - | + | |- |
| 01: 36 | | 01: 36 | ||
| উত্তৰ, পশ্চিম, পূর্ব আৰু দক্ষিণত নিশ্চিত কর্মশালা পতা হয় | | উত্তৰ, পশ্চিম, পূর্ব আৰু দক্ষিণত নিশ্চিত কর্মশালা পতা হয় | ||
− | | - | + | |- |
| 01: 42 | | 01: 42 | ||
| ইয়াত আমাৰ ওয়েবসাইটত চতুৰ্থাংশৰ দর্শনৰ এটা গ্রাফ আছে. | | ইয়াত আমাৰ ওয়েবসাইটত চতুৰ্থাংশৰ দর্শনৰ এটা গ্রাফ আছে. | ||
− | | - | + | |- |
| 01: 48 | | 01: 48 | ||
| ইয়াত উভতি আহো. | | ইয়াত উভতি আহো. | ||
− | | - | + | |- |
| 01: 49 | | 01: 49 | ||
| আমি ডিজিটেল ডিভাইডৰ উপৰত টিউটোৰিয়েল আৰম্ভ কৰো. | | আমি ডিজিটেল ডিভাইডৰ উপৰত টিউটোৰিয়েল আৰম্ভ কৰো. | ||
− | | - | + | |- |
| 01: 53 | | 01: 53 | ||
| ইয়াতে এটা উদাহৰণ | | ইয়াতে এটা উদাহৰণ | ||
− | | - | + | |- |
| 01: 54 | | 01: 54 | ||
| "ফাইল ৰেকর্ডিং" | | "ফাইল ৰেকর্ডিং" | ||
− | | - | + | |- |
| 02: 00 | | 02: 00 | ||
| ইয়াত ফার্স্ট এইডৰ এটা নমুনা টিউটোৰিয়েল. | | ইয়াত ফার্স্ট এইডৰ এটা নমুনা টিউটোৰিয়েল. | ||
− | | - | + | |- |
| 02: 04 | | 02: 04 | ||
| "ফাইল ৰেকর্ডিং" | | "ফাইল ৰেকর্ডিং" | ||
− | | - | + | |- |
| 02: 16 | | 02: 16 | ||
| এই টিউটোৰিয়েলবোৰ ভাৰতীয় সংখ্যাগৰিষ্ঠৰ বাবে অত্যন্ত উপযোগী হব | | এই টিউটোৰিয়েলবোৰ ভাৰতীয় সংখ্যাগৰিষ্ঠৰ বাবে অত্যন্ত উপযোগী হব | ||
− | | - | + | |- |
| 02: 20 | | 02: 20 | ||
| এই টিউটোৰিয়েলটোৱে আৰু বিস্তাৰিতভাবে এই প্রকল্পক ব্যাখ্যা কৰে | | এই টিউটোৰিয়েলটোৱে আৰু বিস্তাৰিতভাবে এই প্রকল্পক ব্যাখ্যা কৰে | ||
− | | - | + | |- |
| 02: 25 | | 02: 25 | ||
| আমাৰ উচৰত কিছু প্রকাশনা আছে. আমাক যোনে নিহিত কৰে? | | আমাৰ উচৰত কিছু প্রকাশনা আছে. আমাক যোনে নিহিত কৰে? | ||
− | | - | + | |- |
| 02: 28 | | 02: 28 | ||
| যোগ দিয়াৰ বাবে ধন্যবাদ. | | যোগ দিয়াৰ বাবে ধন্যবাদ. | ||
− | | - | + | |- |
Revision as of 17:09, 10 November 2015
Time | Narration |
00: 00 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ এই দুই মিনিটৰ সংক্ষিপ্ত বিবৰণলৈ আপোনাক স্বাগতম |
00: 06 | স্পোকেন টিউটোৰিয়েল ৰানিঙ কম্মেনটেৰিৰ সৈতে এটা স্ক্ৰীন কাস্ট হয় |
00: 10 | স্ব শিকাৰ বাবে নির্মিত এটা ৰেকর্ডিংৰ সেশন হয় |
00: 13 | আমি FOSSক প্রচাৰ কৰো যি ডিজিটেল বিভক্তিক মোচিবৰ বাবে দৰকাৰী হয়, ইয়াক বিনামূল্য ডাউনলোড কৰা যায়. |
00: 19 | আমাৰ ওয়েবসাইটত যাও. ইয়াত spoken tutorial.org আছে. |
00: 26 | ইয়াত এটা নমুনা স্পোকেন টিউটোৰিয়েল আছে |
00: 29 | "ফাইল ৰেকর্ডিং" |
00: 34 | আমি এতিয়া স্পোকেন টিউটোৰিয়েল তৈয়াৰ হোৱা প্রক্রিয়া ব্যাখ্যা কৰো |
00: 38 | ইয়াত দেখোৱাৰ দৰে আমি এটা আউটলাইন আৰম্ভ কৰো. |
00: 41 | ইয়াত দেখোৱাৰ দৰে আমি প্রতিটো টিউটোৰিয়েলৰ বাবে স্ক্রিপ্ট লিখো |
00: 45 | তাৰপিছত আমি স্ক্রিপ্টখন ৰেকর্ড কৰো |
00: 47 | আমি ইতিমধ্যে ৰেকর্ডিং দেখিলো. তাৰপিছত ইয়াত দেখোৱাৰ দৰে আমি স্ক্রিপ্ট অনুবাদ কৰো. |
00: 51 | ইয়াত দেখোৱাৰ দৰে আমি এইটোক ডাব কৰো |
00: 53 | ৰেকর্ডিং ফাইল |
00: 59 | এইটো হিন্দি ভাষাত এই টিউটোৰিয়েলটো অাছিল. |
01: 03 | আমি ইয়াত উভতি আহিম. |
01: 06 | ইয়াতে এইটো স্পোকেন টিউটোৰিয়েলৰ নির্মাণকৌশল হয় |
01: 10 | আমি স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰো, ডোমেইন বিশেষজ্ঞৰ কোনো প্রয়োজন নাই |
01: 15 | কর্মশালা 2 ঘন্টাৰ সময়কাল হয় |
01: 18 | ছাত্রয়ে তেখেতলোকৰ নিজস্ব গতিত শিকিব পাৰে |
01: 21 | তেখেতলোকে নিজৰ পছন্দমতে এটা ভাষা ব্যবহাৰ কৰিব পাৰে. |
01: 23 | সকলোৱে একেই স্তৰত পাব পাৰে. |
01: 26 | আমি কর্মশালা খুবেই কার্যকৰী হোৱা পাও |
01: 30 | এই কর্মশালাবোৰ খুবেই জনপ্রিয় হৈ উঠিছে. |
01: 33 | আমি বর্তমানে এটা মাহত 200 কর্মশালা আয়োজন কৰো |
01: 36 | উত্তৰ, পশ্চিম, পূর্ব আৰু দক্ষিণত নিশ্চিত কর্মশালা পতা হয় |
01: 42 | ইয়াত আমাৰ ওয়েবসাইটত চতুৰ্থাংশৰ দর্শনৰ এটা গ্রাফ আছে. |
01: 48 | ইয়াত উভতি আহো. |
01: 49 | আমি ডিজিটেল ডিভাইডৰ উপৰত টিউটোৰিয়েল আৰম্ভ কৰো. |
01: 53 | ইয়াতে এটা উদাহৰণ |
01: 54 | "ফাইল ৰেকর্ডিং" |
02: 00 | ইয়াত ফার্স্ট এইডৰ এটা নমুনা টিউটোৰিয়েল. |
02: 04 | "ফাইল ৰেকর্ডিং" |
02: 16 | এই টিউটোৰিয়েলবোৰ ভাৰতীয় সংখ্যাগৰিষ্ঠৰ বাবে অত্যন্ত উপযোগী হব |
02: 20 | এই টিউটোৰিয়েলটোৱে আৰু বিস্তাৰিতভাবে এই প্রকল্পক ব্যাখ্যা কৰে |
02: 25 | আমাৰ উচৰত কিছু প্রকাশনা আছে. আমাক যোনে নিহিত কৰে? |
02: 28 | যোগ দিয়াৰ বাবে ধন্যবাদ. |