Difference between revisions of "LibreOffice-Suite-Draw/C3/Edit-Curves-and-Polygons/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- |00:01 | লিব্ৰে অফিচ দ্ৰত( LibreOffice Draw) থকা বক্ৰৰেখা আৰু বহুভ...") |
|||
Line 5: | Line 5: | ||
|- | |- | ||
|00:01 | |00:01 | ||
− | | লিব্ৰে অফিচ দ্ৰত( LibreOffice Draw) থকা বক্ৰৰেখা আৰু বহুভূজ সংস্কৰন কৰা স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো । | + | |নম্সকাৰ দৰ্শক সকল. লিব্ৰে অফিচ দ্ৰত( LibreOffice Draw) থকা বক্ৰৰেখা আৰু বহুভূজ সংস্কৰন কৰা স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো । |
|- | |- | ||
Line 183: | Line 183: | ||
|- | |- | ||
|05:11 | |05:11 | ||
− | | এই | + | | এই পাঠটি বৈজয়ন্তি দেকাৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। ধন্যবাদ। যোগ দিয়াৰ বাবে ধন্যবাদ। |
|- | |- | ||
|} | |} |
Latest revision as of 11:22, 10 November 2015
Time | Narration |
00:01 | নম্সকাৰ দৰ্শক সকল. লিব্ৰে অফিচ দ্ৰত( LibreOffice Draw) থকা বক্ৰৰেখা আৰু বহুভূজ সংস্কৰন কৰা স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো । |
00:07 | এই টিউটৰিয়েলত আপোনালোকে দ্ৰত থকা বক্ৰৰেখা আৰু বহুভূজ কেনেকৈ সংস্কৰন কৰিব পাৰি তাক শিকিব । |
00:13 | এই টিউটৰিয়েলটোৰ কাৰনে আপোনালোকৰ লিব্ৰে অফিচ দ্ৰ( LibreOffice Draw) ৰ মুলগত জ্ঞান থকাতো উচিত ।যদি নহয়,সাময়িক টিউটৰিয়েলতোৰ বাবে এই ৱেবচাইটো চাওক । |
00:23 | ইয়াত আমি ১০.০৪ উবান্তু লিনাক্স ভাৰ্চন আৰু ৩.৩.৪ লিব্ৰে অফিচ চুট ভাৰ্চন ৱ্যবহাৰ কৰি আছো। |
00:32 | আকৌ এবাৰ ৰুট মেপ( Routemap) চিত্ৰখন আকৌ এবাৰ খোলা যাওক । |
00:37 | আগতে আমি বক্ৰৰেখা আৰু বহুভূজ অকা শিকিছো।এতিয়া সেইবোৰ কেনেকৈ সংস্কৰন কৰা যায় শিকো আহক । |
00:42 | এতিয়া স্কুল কেম্পাচৰ আকৃতি পৰিবৰ্তন কৰা যাওক । |
00:48 | আমি এইতো কৰাৰ বাবে এদিত পইণ্ট টুলবাৰ(Edit Points toolbar )ৱ্যবহাৰ কৰিম । |
00:52 | মেইন মেনুৰ পৰা ভিউ( View) ত ক্লিক কৰক,তুলবাৰ নিৰ্বাচন কৰক আৰু এদিত পইণ্টত ক্লিক কৰক । |
01:00 | এদিট পইণ্ট( Edit Points) তুলবাৰ দৃশ্যমান হব । |
01:04 | এতিয়া বহুভূজ স্কুল কেম্পাচতো নিৰ্বাচন কৰো আহক। |
01:09 | এদিত পইণ্টচ(Edit Points) তুলবাৰত পইণ্ট( Points) আইকনতোত ক্লিক কৰক । |
01:12 | বস্তুতোত সেউজীয়া নিৰ্বাচনি হেন্দেলবোৰ নীলা স্ংস্কৰনৰ বিন্দুলৈ পৰিবৰ্তন হব।ই বুজাই যে আপোনালোক সংস্কৰন কৰা মুদত আছে । এইতো ই বুজায় যে আপোনালোকে এদিট পইন্ত মোদত আছে । |
01:23 | এদিত পইণ্ট তুলবাৰত ইঞ্চাৰ্ত পইণ্ট আইকনত(Insert points) ক্লিক কৰক |
01:29 | দ্ৰ( Draw) পেজলৈ গতি কৰক ।কাৰ্চাৰদাল যোগৰ চিহ্নলৈ পৰিবৰ্তন হব । |
01:35 | এই যোগ চিহ্নতো স্কুল কেম্পাচ বহুভূজৰ (School Campus) বাওফালে স্থাপিত কৰক । |
01:41 | বাওফালৰ মাউচ বাটানতো দবাওক আৰু ইয়াক বাওফাললৈ টানি আনক ।বাটানতো এৰি দিয়ক।আপোনালোকে এটা বিন্দু সংস্থাপন কৰিছে । |
01:51 | এতিয়া,সংস্থাপন কৰা বিন্দুটোত ক্লিক কৰক।এদিট পইণ্ট তুলবাৰত থকা অপচনবোৰ অসমৰ্থ হব |
02:00 | চিমেত্ৰিক ত্ৰেঞ্জিকচনত(Symmetric Transition) ক্লিক কৰক । |
02:03 | পিছৰ বিন্দুলৈ বিন্দুযুক্ত নিয়ন্ত্ৰনী ৰেখা দৃশ্যমান হৈছে । |
02:07 | কেম্পাচতোৰ আকাৰ পৰিবৰ্তন কৰাৰ বাবে নিয়ন্ত্ৰনী ৰেখাদাল বাহিৰৰ ফালে টানি আনক। আকাৰতো পৰিবৰ্তন হৈছে । |
02:16 | এদিত পইণ্ট(Edit Points) তুলবাৰৰ পৰা নোহোৱা কৰিবলৈ পইণ্টত( Points) ক্লিক কৰক । |
02:21 | এতিয়া সোফালে কেম্পাচতো দিঘলীয়া কৰো আহক । |
02:26 | সুনিৰ্দিষ্টভাবে সোফালৰ ওপৰৰ শেষৰ বিন্দুটো মাত্ৰ পৰিবৰ্তন কৰো আহক । |
02:30 | স্কুল কেম্পাচ বহুভূজতো নিৰ্বাচন কৰক । |
02:34 | এদিত পইন্ত(Edit Points) তুলবাৰ অসমৰ্থ কৰি তোলো আহক । |
02:38 | বস্তুতোত নীলা ৰঙৰ সংস্কৰনৰ বিন্দু দেখা পোৱা যাব।এই পইণ্টতো নিৰ্বাচন কৰো আহক । |
02:45 | এদিট পইণ্ট(Edit Points) তুলবাৰত মুভ পইণ্টচ(Move points) ক্লিক কৰক । |
02:50 | আপোনালোকে দেখা পাইছে যে নিৰ্বাচিত বিন্দুটো গভীৰ নীলা ৰঙৰ হৈছে । |
02:54 | এতিয়া বিন্দুটো সোফাললৈ টানি আনক । |
02:58 | আমাৰ আৱশ্যকতা অনুসাৰে আমি জাল বস্তুবোৰৰ দিশলৈ ৱ্যবহাৰ কৰিব পাৰো। |
03:03 | আমি আকৌ স্কুল কেম্পাচৰ আকাৰ পৰিবৰ্তন কৰিব পাৰো । |
03:09 | এই টিউটৰিয়েলতো ৰখাওক আৰু এই কামটো কৰক । |
03:12 | এডাল কাৰ্ভ আকক আৰু এদিত পইণ্ট তুলবাৰৰ পৰা সকোলো অপচনবোৰ ইয়াৰ ওপৰত ৱ্যবহাৰ কৰক।এদিত পইণ্ট তুলবাৰ পাৰ্গত হবলৈ মনত ৰাখিব আপোনালোকৰ যঠেষ্ঠ অভ্যাসৰ প্ৰয়োজন হব । |
03:25 | সৰ্বশেষত,মেপত থকা আটাইবোৰ বস্তু দলবদ্ধ কৰা যাওক।কিবোৰ্দত Ctrl + A কি দবাওক আৰু ক’নটেক্স মেনুৰ বাবে সোফালে ক্লিক কৰক । |
03:35 | এতিয়া গ্ৰুপ( Group) নিৰ্বাচন কৰক।এতিয়া গোতেই বস্তুবোৰ দলবদ্ধ কৰা হৈছে । |
03:43 | মেপখন সম্পুৰ্ন হ’ল ।আপোনালোকে ঘৰবোৰ,লাইন ৱ্যবহাৰ কৰা ৰাষ্টা,ত্ৰেফিক চিগনেলবোৰ আৰু আপোনালোকে বিচৰা অন্য বৰ্ননাবোৰ ৰং কৰিব পাৰে । |
03:56 | ইয়াত আমাৰ আৰ্হি ৰং কৰা ৰুটমেপ(routemap) |
04:00 | ই আমাক এই টিউটৰিয়েলতোৰ শেষলৈ আনিছে।এই টিউটৰিয়েলতোত আমি বক্ৰৰেখাবোৰ আৰু বহুভূজবোৰ কেনেকৈ সংস্কৰন কৰে তাক শিকিলো । |
04:10 | ইয়াত আপোনালোকৰ বাবে অন্য এটা কাম আছে ।এই শ্লাইদত দেখুওৱা মেপখম সজোৱা। |
04:16 | তলৰ লিংকত উপলব্ধ ভিডিওতো চাওক ।এইটোই স্প’কেন টিউটৰিয়েল প্ৰ’জেক্টোৰ সংক্ষিপ্তকৰন কৰে ।যদি আপোনালোকৰ ভাল চিগ্নেল নাই,আপোনালোকে ইয়াক দাউনলোদ কৰিব আৰু চাব পাৰে । |
04:27 | স্প’কেন টিউতৰিয়েল প্ৰ’জেক্ত টিমে স্পোকেন টিউটৰিয়েল ৱ্যবহাৰ কৰি কাৰ্যশালা আয়োজন কৰে ।যিবোৰে অনলাইন পৰীক্ষা উত্তিৰ্ন কৰে তেওলোকক চাৰ্টিফিকেট প্ৰদান কৰক । |
04:37 | আৰু অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰ্জি( spoken hyphen tutorial dot org) ঠিকনালৈ লিখক । |
04:45 | স্পোকেন টিউটৰিয়েল প্ৰ’জেক্ট হৈছে এজন শিক্ষকৰ বক্তিতাৰ এটা অংশ ।এইতো আইচিতি,এমএইত্ছআৰদি,ভাৰত চৰকাৰৰ যৰিয়তে শিক্ষাৰ ওপৰত থকা নেচনেল মিচনৰ দ্বাৰা সমৰ্থিত হয় । |
05:00 | এই মিচনৰ ওপৰত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰজি শ্লেচ এনএমিআইচিতি হাইফেন ইনত্ৰোত উপলব্ধ আছে । |
05:11 | এই পাঠটি বৈজয়ন্তি দেকাৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। ধন্যবাদ। যোগ দিয়াৰ বাবে ধন্যবাদ। |