Difference between revisions of "Spoken-Tutorial-Technology/C2/Side-by-Side-Method/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{|border=1 |''' Time''' |Narration |- |00: 01 |side-by-side পদ্ধতি ব্যাখ্যা কৰাৰ স্পোকেন টিউটোৰিয়েল...")
 
Line 238: Line 238:
 
|-
 
|-
 
|03: 54
 
|03: 54
|--------------- অডিও --------------
+
|অডিও --------------
 
|-
 
|-
 
|04: 14
 
|04: 14
Line 370: Line 370:
 
|-
 
|-
 
|07: 00
 
|07: 00
|ইয়াৰ বাবে, আমি এটা C আৰু C++ টিউটোৰিয়েল খুলিম.
+
| ইয়াৰ বাবে, আমি এটা C আৰু C++ টিউটোৰিয়েল খুলিম.
  
 
|-
 
|-

Revision as of 15:45, 28 September 2015

Time Narration
00: 01 side-by-side পদ্ধতি ব্যাখ্যা কৰাৰ স্পোকেন টিউটোৰিয়েললৈ স্বাগতম. মই মৌচুমী মেধী.
00: 07 এই টিউটোৰিয়েলত আমি নিম্নলিখিত শিকিম
00: 10 আমি side-by-side পদ্ধতি শিকিম
00: 14 আমি চাও কেনেকৈ side-by-side পদ্ধতিয়ে একে সময়ত এটা কমান্ড শিকাত সাহায্য কৰে
00: 20 আমি শিকিম স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কেনেকৈ এজনে লাহে লাহে বা দ্রুত ভাবে শিকিব পাৰে.
00: 26 আমি শিকিম স্পোকেন টিউটোৰিয়েলৰ বাবে প্রয়োজনীয় উপাদান কত পোৱা যায়.
00: 32 আমি শিকিম স্পোকেন টিউটোৰিয়েল কিভাবে ব্যবহাৰ কৰিব নালাগে.
00: 36 আমাৰ উচৰত কর্মশালাৰ আয়োজকৰ বাবে এটা বার্তা আছে.
00: 41 Side-by-side পদ্ধতি এটা  কৌশল (technique) হয় যি আমি IIT বম্বেত উন্নত কৰিছো.
00: 47 আপোনক গাইড কৰাৰ বাবে কোনো বিশেষজ্ঞ নাথাকিলেও, ই আপোনাক নিজে নিজে এটা সফটওয়্যাৰ শিকিবলৈ সাহায্য কৰে.
00: 54 আপোনি এইটো কেনেকৈ কৰিব পাৰিব?
00: 56 এটা স্পোকেন টিউটোৰিয়েলৰ পৰা এটা সময়ত মাত্র এটা কমান্ড শিকি.
01: 01 শিকা মানে কি বোঝায়?
01: 03 এইটো মাত্র এটা স্পোকেন টিউটোৰিয়েল চাই শিকা নেকি?
01: 08 নহয়!
01: 09 অথবা এইটো মাত্র এটা স্পোকেন টিউটোৰিয়েল সাবধানেৰে শুনা, নেকি?
01: 13 অাকৌ নহয়.
01: 14 শিকাৰ পদ্ধতি হৈছে ...
01: 16   স্পোকেন টিউটোৰিয়েলত দেখোৱা প্রতিটো কমান্ডক বাৰে বাৰে চাই অভ্যাস কৰা.
01: 24 কোনোএজনে টিউটোৰিয়েলত দেখোৱা প্রতিটো কমান্ডক বাৰে বাৰে দেখোৱাব পাৰে নেকি?
01: 29 উত্তৰটো হয় হ্যাঁ .
01: 31 মই এইটো কলো?
01: 33 কাৰন আমি স্পোকেন টিউটোৰিয়েল self learning উপযুক্ত হোৱাকে বনাইছো.
01: 39 আমি এইটো কেনেকৈ কৰো?
01: 41 এইটো এটা দীঘল গল্প.
01: 42 মই এইটা কও যে আই আই টি বম্বেত এই উদ্দেশ্যেৰ বাবে, আমি নির্দিষ্ট পদ্ধতি উন্নয়ন কৰিছো.
01: 49 স্পোকেন টিউটোৰিয়েলবোৰ স্ব শিকাৰ বাবে তৈয়াৰ কৰা হৈছে.
01: 52 আৰু সেয়ে, আপোনি স্পোকেন টিউটোৰিয়েলত দেখোৱা প্রতিটো কমান্ডক প্রজনন কৰিব পাৰে.
01: 58 প্রতিটো কমান্ডক পুনর্গঠন কৰাৰ সবতচে ভাল উপায় কি?
02: 02  প্রদর্শন কৰা যাওক.
02: 04 আমি http://spoken-tutorial.org লৈ যাও
02: 08 আমি Scilab স্পোকেন টিউটোৰিয়েল সিনাক্ত কৰো
02: 14 মই Vector Operations বোলা স্পোকেন টিউটোৰিয়েল প্রদর্শন কৰিম.
02: 18 মই এই ভিডিওটো  ইতিমধ্যে অবস্থিত কৰিছো.
02: 21 মই ভিডিওটো সর্বাধিক( maximise) কৰো নে?
02: 23   আকৌ এবাৰ, নহয়.
02: 26 আপোনি এইটোক সৰু অাকাৰত ৰাখিব পাৰে.
02: 29 মই ইতিমধ্যে এইটোক যিমান সম্ভব হয় সিমান সৰু কৰিলো.
02: 33 পর্দাৰ/স্ক্ৰিনৰ এফালে ভিডিওটো ৰাখিবলৈ মই ব্রাউজাৰটো গতি কৰাম.
02: 43 অন্যফালে, ভিডিওত দেখোৱা সফটওয়্যাৰটো খুলো.
02: 49 এই ক্ষেত্রত, Scilab খোলক.
02: 51 কাৰন Scilab এটা ওপেন সোর্স সফটওয়্যাৰ হয়, আমি এইটো কৰিব পাৰো.
02: 56 স্পোকেন টিউটোৰিয়েল প্রকল্পয়ে বাণিজ্যিক সফটওয়্যাৰ উন্নত নকৰে.
03: 00 সেয়ে, আপোনি কাম কৰিব বিচৰা সফটওয়্যাৰবোৰ বিনামূলিয়াকৈ ডাউনলোড কৰিব পাৰে.
03: 05 আমি সফটওয়্যাৰ উইন্ডো সর্বাধিক  (maximise) কৰা উচিত নে?
03: 08 আকৌ এবাৰ নহয়.
03: 09 পৰিবর্তে, মই কৰাৰ দৰে ইয়াক সৰু কৰি অন্য ফালে বহুৱাওক.
03: 15 মই এতিয়া স্পোকেন টিউটোৰিয়েল আৰু শিকিব লগীয়া সফটওয়্যাৰটো খোলিছো মানে

SIDE BY SIDE পদ্ধতি.

03: 20 আমি এতিয়া কি কৰিম?
03: 22 আমি পৰবর্তী স্লাইডলৈ যাও.
03: 28 ভিডিওটো অাৰম্ভ কৰক.
03: 29 স্পোকেন টিউটোৰিয়েলত থকা কমান্ডটো শুনক.
03: 32 ভিডিওটো ৰখাওক.
03: 34 সফটওয়্যাৰত সেই একেই কমান্ড ব্যবহাৰ কৰি চাওক.
03: 37 যদি কমান্ডে কাম কৰে, পৰবর্তী কমান্ডটো শুনক.
03: 41 যদি এইটো কাম নকৰে, টিউটোৰিয়েলটো আগুৱাই দিয়ক.
03: 44 আকৌ এবাৰ শুনক আৰু চেষ্টা কৰক.
03: 47 পুনৰাবৃত্তি কৰক.
03: 49 মই এইটো Scilab ব্যবহাৰ কৰি প্রদর্শন কৰিম.
03: 54 অডিও --------------
04: 14 ইয়াক বিৰতি কৰা যাওক.
04: 15 Scilab সফটওয়্যাৰত এই নির্দেশটো পুনর্গঠন ( reproduce) কৰো.
04: 23 P সমান 1 2 3, বন্ধ বন্ধনী.
04: 32 আমি ভিডিওৰ হিসাবে, অনন্য ফলাফল পাও.
04: 35 কিন্তু, এইটো অত্যন্ত বিৰক্তিকৰ.
04: 37 আমি ভিডিওটো শুনি আৰু একো নকৰা ভাল নালাগে.
04: 40 এটি অত্যন্ত লেহেমীয়া.
04: 42 একো নাই.
04: 43 স্পোকেন টিউটোৰিয়েল পদ্ধতিয়ে আপোনাক লাহেকৈ বা দ্রুত হিচাবে অনুশীলন কৰিব দিয়ে.
04: 48 মই এতিয়া আপোনাক দ্রুতভাবে শিকিবলৈ ব্যাখ্যা কৰিম.
04: 51 আপোনি ভিডিওটো শুনি শুন, সফটওয়্যাৰটো কাম কৰিব পাৰে.
04: 57 আমি পৰবর্তী কমান্ডটো শুনি, তাক সফটওয়্যাৰত চেষ্টা কৰক.
05: 03  প্লে বাটনত টিপা যাওক.
05: 09
05: 31 মই ভিডিওটো ৰখাও.
05: 32 আপোনালোকে মোক ভিডিও শুনি একে সময়তে টাইপ কৰি থকা দেখিছে.
05: 36 এইটো স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি দ্রুতভাবে শিকা এটা পদ্ধতি.
05: 40 আকৌ এবাৰ কৈছো.
05: 41 স্পোকেন টিউটোৰিয়েল পদ্ধতিয়ে আপোনাক লাহে লাহে বা দ্রুতভাবে অনুশীলন কৰিবলৈ দিয়ে.
05: 45 কেতিয়াবা, এইটো ভিডিওৰ পৰা সফটওয়্যাৰটো বেলেগ কৰাতো কঠিন হব পাৰে.
05: 50  এই ক্ষেত্রত, এজনে কিছু ওভাৰল্যাপিং অবস্থানৰ ব্যবহাৰ কৰিব পাৰে.
05: 54  পৰবর্তী স্লাইডত, ইয়াৰ এটা উদাহৰণ প্রদর্শন কৰা যাওক.
06: 03 মই সম্প্রতি লিখিছিলো যে এইটো এটা অধ্যায়ত ব্যবহৃত এটা চিত্র হয়.
06: 09 আপোনি xfig ৰ স্পোকেন টিউটোৰিয়েল দেখিছে, আৰু লগতে 'xfig' সফ্টওয়্যাৰো.
06: 15   যদিও তাত এটা আবৃত(overlap) আছে, আপোনি এতিয়াও ইয়াৰ অংশবোৰ দেখিব পাৰিছে.
06: 18 আপোনি আগোৱাই যোৱাৰ লগতে অবস্থানৰ পৰিবর্তন, আৰু মাপৰ পৰিবর্তন কৰিব পাৰে.
06: 23 Maximizing কৰাৰ বাহিৰে বাকিবোৰ অনুমোদনযোগ্য হয়!
06: 27 আমি সকলো পদক্ষেপবোৰ প্রকাশ কৰিবলৈ অন্য এটা প্রয়োজনীয় সম্বোধন কৰো .
06: 32 কি হব যেতিয়া স্পোকেন টিউটোৰিয়েলে এটা ফাইল খোলিবলৈ কয়?
06: 37 সেই ফাইলৰ অবিহনে, শিকাবোৰ ব্যর্থ হব - নহয় জানো?
06: 41 চিন্তা নকৰিব - আমি স্পোকেন টিউটোৰিয়েলত ব্যবহৃত হোৱা প্রতিটো ফাইল উপলব্ধ কৰাও.
06: 47 কাৰন, এইবোৰ উপস্থিত নাথাকিলে স্পোকেন টিউটোৰিয়েলৰ সকলো পদক্ষেপবোৰ পুনর্গঠন কৰা নহব.
06: 55 আমি এতিয়া এটা উদাহৰণ দি এইটোক প্রদর্শন কৰিম.
07: 00 ইয়াৰ বাবে, আমি এটা C আৰু C++ টিউটোৰিয়েল খুলিম.
07: 11 মই  ইতিমধ্যে ইয়াক সঠিক অবস্থানত ৰাখিছো. 
07: 15 এতিয়া আৰম্ভ কৰা যাওক.
07: 20 অডিও -----------------
07: 40  বিৰতি কৰা যাওক.
07: 41 ভিডিওটোৱে কয় যে tokens.c' নাম ব্যবহাৰ কৰি এটা ফাইল খুলক.'
07: 46 যেতিয়া এইটো ফাইল উপলব্ধ কৰা হব, তেতিয়া সকলো পদক্ষেপবোৰ পুনর্গঠন কৰা হব.
07: 50 আমি চাও এইটো ফাইল ওয়েব পেজত পোৱা যায় নে নেযায়.
07: 55 আমি ব্রাউজাৰলৈ উভতি আহো যাতে আমি সকলো লিঙ্কবোৰ চাব পাৰো.
08: 06 আমি তললৈ স্ক্রল কৰো.
08: 13 ইয়াতে এটা Code files নামৰ লিঙ্ক আছে.'
08: 16 ইয়াতে tokens.c ফাইলটো দেখা গৈছে.
08: 21 আমি চাও যদি ইয়াক ডাউনলোড কৰিব পাৰো.
08: 24  এই লিঙ্কটো ক্লিক কৰা যাওক.
08: 27 শিকক আৰু বিবেচনা কৰক, ফাইলটো সংৰক্ষণ কৰিবলৈ প্রস্তুত হয়.
08: 31 যি নহওক, এইটোক আমি সংৰক্ষণ নকৰো.
08: 35 মই এইটো আপোনালোকৰ বাবে এটা অনুশীলনী হিসাবে এৰি দিম.
08: 38 বিভিন্ন অপাৰেটিং সিস্টেমৰ আচৰণ কৰাত তাত কিছো পার্থক্য হব পাৰে.
08: 43 উদাহৰণস্বৰুপে, জিপ ফাইলটো আপোনাৰ নিশ্চিতকৰণ নোহোৱাকৈ, অবিলম্বে ডাউনলোড হব পাৰে.
08: 48 যি কোনো ক্ষেত্ৰত,  নিশ্বিত কৰক যে সকলো প্রয়োজনীয় ফাইল এনে এটা লিঙ্কৰ মাধ্যমেৰে উপলব্ধ হব.
08: 54 ইন্টাৰনেট আপোনাৰ উচৰত উপলব্ধ নাথাকিলে কি কৰিব?
08: 57 চিন্তা নকৰিব.
08: 58 অফলাইন চাবৰ বাবে, এটা ইমেজ ফাইল তৈয়াৰ কৰা সম্ভব হব.
09: 02 মই দেখাও, স্পোকেন টিউটোৰিয়েল ওয়েব পৃষ্ঠাৰ কোনটো ঠাইত আপোনি এই ইমেজ তৈয়াৰ কৰিব পাৰিব.
09: 09 এইটো পিছৰ ট্যাবত আছে.
09: 12 যিহেতু ব্রাউজাৰটো খুব সৰুকে ৰখা হৈছে, সকলো লিঙ্কবোৰ দৃশ্যমান নহয়.
09: 16 সকলো লিঙ্কবোৰ দেখিবলৈ, আমি স্ক্ৰীনখন ডাঙৰ কৰি দিও.
09: 21 এইটো Software Training, Downloads, Create your own disk image. ইয়াত উপলব্ধ
09: 33 এই সুবিধাৰ মাধ্যমেৰে তৈয়াৰ হোৱা জিপ ফাইলত সকলো সংশ্লিষ্ট ফাইল আছে.
09: 37 কিছু ক্ষেত্রত, প্রয়োজনীয় ফাইলবোৰ অনুপস্থিত হব পাৰে.
09: 41 যদি সেইটো হয়, সমস্যাটো সংশোধনৰ baabe আমাক আপোনাৰ সাহায্যেৰ প্রয়োজন হয়.
09: 44 আমাৰ ওয়েব পেজত এইটো প্রদর্শন কৰা যাওক.
09: 47 স্ক্ৰিনখন আকৌ এবাৰ সৰু কৰা যাওক.
09: 50 আমি পূর্বৰ ট্যাবলৈ যাও.
09: 56 আমি উপৰলৈ স্ক্রল কৰো.
09: 59 Report missing component.' নামৰ লিঙ্কটো চাওক
10: 03 এই লিঙ্কত ক্লিক কৰক আৰু প্রয়োজনীয় তথ্য প্রদান কৰক.
10: 08 ইমানেই.
10: 09 আমি পৰবর্তী স্লাইডলৈ যাও.
10: 12 আমি এই টিউটোৰিয়েলত শিকাখিনি সংক্ষেপ কৰা যাওক.
10: 16 আমি শিকিলো side-by-side পদ্ধতি কি হয়.
10: 20 আমি দেখিলো যে কেনেকৈ side-by-side পদ্ধতিয়ে একে সময়তে এটা কমান্ড শিকিবলৈ সাহায্য কৰে.
10: 25 আমি শিকিছো যে কেনেকৈ লাহে লাহে বা দ্রুতভাবে স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি শিকিব পাৰে.
10: 31 আমি শিকিছো স্পোকেন টিউটোৰিয়েলৰ সমস্ত প্রয়োজনীয় উপাদানবোৰ কত পোৱা যায়.
10: 36 আমি স্পোকেন টিউটোৰিয়েল কিভাবে ব্যবহাৰ কৰিব নালাগে শিকিছো.
10: 40 আপোনি স্পোকেন টিউটোৰিয়েল  মাত্ৰ  চালে সম্পুৰ্ণ উপকাৰ নাপাব.
10: 45 এইটো খালি কর্মশালা নহয়.
10: 47 যদি এজন সংগঠকে মাত্ৰ স্পোকেন টিউটোৰিয়েল চাব কয় তেনেহলে তেখেতলোকে তেখেতলোকৰ দায়িত্ব পালন কৰা নাই.
10: 52 এই টিউটোৰিয়েলত ব্যাখ্যা কৰা হিসাবে, side-by-side পদ্ধতি অনুসৰণ কৰক.
10: 58 মোৰ উচৰত সৰু চাই এটা নিয়োগ আছে.
11: 01 এই টিউটোৰিয়েলত দেখোৱা সকলো পদক্ষেপবোৰ দেখাওক.
11: 05 স্পোকেন টিউটোৰিয়েলৰ অন্য এটা বিষয়ত এই পদ্ধতি প্রয়োগ কৰক.
11: 08 শব্দটো প্রসাৰ কৰক যে - স্পোকেন টিউটোৰিয়েলে এজন ছাত্রক কার্য কৰি শিকাত সাহায্য কৰে.
11:14 এই পাঠটিয়ে স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ সাৰাংশ দিয়ে
11:18 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
11:22 আমি স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰো।
11:25 প্রশংসাপত্র (সার্টিফিকেট) প্ৰদান কৰা হয়
11:26 অনুগ্ৰহ কৰি আমাক যোগযোগ কৰক
11:28 স্পকেন টিউটোৰিয়েল প্ৰজেক্ট ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
11:34 মই মৌচুমী মেধি বিদায় লৈছো। ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble