Difference between revisions of "Blender/C2/Installation-Process-for-Windows/Assamese"
From Script | Spoken-Tutorial
Line 33: | Line 33: | ||
|01:05 | |01:05 | ||
| ব্লেন্ডাৰ ওয়েবসাইটৰ পৰা ডাউনলোড কৰিব লগীয়া '''installer''' বা '''source''' কোড উপলব্ধ আছে। | | ব্লেন্ডাৰ ওয়েবসাইটৰ পৰা ডাউনলোড কৰিব লগীয়া '''installer''' বা '''source''' কোড উপলব্ধ আছে। | ||
− | |||
− | |||
|- | |- | ||
|01:10 | |01:10 | ||
Line 42: | Line 40: | ||
|01:15 | |01:15 | ||
|ডাউনলোড পৃষ্ঠালৈ যোৱাৰ বাবে আমাৰ এই লিঙ্কত টিপিব। | |ডাউনলোড পৃষ্ঠালৈ যোৱাৰ বাবে আমাৰ এই লিঙ্কত টিপিব। | ||
− | |||
|- | |- | ||
|01:22 | |01:22 | ||
Line 133: | Line 130: | ||
|04:08 | |04:08 | ||
| '''Open containing folder''' ত বাও ক্লিক কৰক। '''zip''' ত বাও ডাবল ক্লিক কৰক। | | '''Open containing folder''' ত বাও ক্লিক কৰক। '''zip''' ত বাও ডাবল ক্লিক কৰক। | ||
− | |||
− | |||
|- | |- | ||
|04:16 | |04:16 | ||
Line 223: | Line 218: | ||
| 07:21 | | 07:21 | ||
| আগলৈ যাবলৈ '''I agree''' বোতামত টিপক। | | আগলৈ যাবলৈ '''I agree''' বোতামত টিপক। | ||
− | |||
− | |||
|- | |- | ||
| 07:27 | | 07:27 | ||
Line 268: | Line 261: | ||
|08:45 | |08:45 | ||
| ব্লেন্ডাৰ নিজেই ৰান হব। | | ব্লেন্ডাৰ নিজেই ৰান হব। | ||
− | |||
− | |||
|- | |- | ||
| 08:52 | | 08:52 |
Latest revision as of 11:57, 21 February 2017
Time | Narration |
00:04 | ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম। |
00:08 | এই টিউটোৰিয়েলটো ব্লেন্ডাৰ 2.59 ইয়াৰ সৈতে আৰম্ভ কৰা আৰু উইন্ডোজ অপাৰেটিং সিস্টেমত ব্লেন্ডাৰ সংস্থাপিত কৰা আৰু ৰান কৰাৰ সম্পর্কে। |
00:21 | এই টিউটোৰিয়েলৰ বাবে, আমি Windows XP অপাৰেটিং সিস্টেম ব্যবহাৰ কৰিছো। |
00:28 | মই অনামিকা মেধী এই টিউটোৰিয়েলটো অনুবাদ কৰিছো। |
00:37 | আপোনাৰ ইন্টাৰনেট ব্রাউজাৰ খুলক। আমি ফায়াৰফক্স 3.09 ব্যবহাৰ কৰিছো। address বাৰত, লিখক www.blender.org আৰু Enter কী টিপক। |
00:54 | এইটোৱে আপোনাক ব্লেন্ডাৰৰ অফিসিয়েল ওয়েবসাইটলৈ লৈ যাব। |
01:01 | ব্লেন্ডাৰ হল বিনামূল্য আৰু ওপেন সোর্স। |
01:05 | ব্লেন্ডাৰ ওয়েবসাইটৰ পৰা ডাউনলোড কৰিব লগীয়া installer বা source কোড উপলব্ধ আছে। |
01:10 | ইয়াত পৃষ্ঠাৰ হেডাৰৰ তলৰ সোফালে Download Blender লিংক আছে। |
01:15 | ডাউনলোড পৃষ্ঠালৈ যোৱাৰ বাবে আমাৰ এই লিঙ্কত টিপিব। |
01:22 | যতনেকি আপোনি দেখিব পাৰিব, এইটো ব্লেন্ডাৰৰ নবীনতম ( latest) ভার্সন। |
01:28 | ইয়াত দুটা বিকল্প আছে - 32 bit বা 64 bit installer. |
01:39 | আপোনি মেশিনৰ প্রযোজ্য অনুযায়ী যি কোনো এটা ডাউনলোড কৰিব পাৰিব। |
01:44 | 32-BIT আৰু 64-BIT সিস্টেম সম্পর্কে বুঝিবলৈ, Blender Hardware Requirements ইয়াত আমাৰ টিউটোৰিয়েল চাওক। |
01:56 | ওয়েবসাইটত ব্লেন্ডাৰ প্রোগ্রাম ফাইলৰ zipped archive ও প্রদান কৰে। |
02:01 | ব্লেন্ডাৰ ৰান কৰিবলৈ আবশ্যক সকলো ফাইল এই archive ত আছে। |
02:06 | আপোনি আপোনাৰ ফোল্ডাৰত, ফাইল unzip আৰু extract কৰিব লাগিব আৰু ব্লেন্ডাৰ এক্সিকিউটেবল ৰান কৰক। |
02:15 | আমি ব্যাখ্যা কৰো। |
02:17 | installer আৰু archive ইয়াৰ মাজত মূল পার্থক্য হল - |
02:22 | installerএ ব্লেন্ডাৰ এপ্লিকেশন ফাইলক C DRIVE Program Files ত ৰাখে আৰু start মেনুত এটা আইকন সেট কৰে। |
02:31 | ডিফল্টৰুপে, ডেস্কটপত এটা আইকন আৰু ব্লেন্ডাৰৰ সৈতে .blend ফাইল খোলে। |
02:40 | যত zip archive ত সকলো এপ্লিকেশন ফাইলস আৰু এক্সিকিউটেবল ব্লেন্ডাৰ ফাইল এটা একক ফোল্ডাৰত আছে। |
02:48 | যাক কম্পিউটাৰৰ যিকোনো ড্রাইভত কপি কৰা যাব পাৰে। |
02:53 | এতিয়া, আমি যদি মেশিনৰ বাবে archive ব্যবহাৰ কৰিব চাও, আমাক 32-Bit archive প্রয়োজন হব। . |
03:02 | 32-Bit archive ইয়াৰ বাবে ডাউনলোড লিঙ্কত বাও ক্লিক কৰক আৰু ডাউনলোড আৰম্ভ কৰক। |
03:09 | যতনেকি মই আগতে কৈছো, আমাৰ ইন্টাৰনেট ব্রাউজাৰ হল Firefox 3.09. |
03:16 | ইয়াত প্রদর্শিত ডাউনলোডৰ ধাপবোৰ, অন্যান্য সকলো ইন্টাৰনেট ব্রাউজাৰৰ অনুৰুপ। |
03:23 | আপোনি ডাউনলোড হোৱা দেখিব পাৰিব। |
03:26 | সেইজীয়া উল্লম্ব strips ইয়াৰ সৈতে, এই অনুভূমিক ডাউনলোড বাৰে প্রদর্শন কৰে যে কিমান ডাউনলোড হৈ গৈছে। |
03:44 | ডাউনলোডৰ গতি আপোনাৰ ইন্টাৰনেট সংযোগৰ উপৰত নির্ভৰ কৰে। |
03:48 | এইটো সম্পন্ন নোহোৱালৈকে অপেক্ষা কৰক। |
04:02 | archive এক্সট্ৰেক্ট (extract) কৰিবলৈ, প্রথমে download ত সো ক্লিক কৰক। |
04:08 | Open containing folder ত বাও ক্লিক কৰক। zip ত বাও ডাবল ক্লিক কৰক। |
04:16 | এইটোৱে Winzip ৰ নিচিনা এটা archiver খোলিব, যি যিকোনো উইন্ডোজ মেশিনত ডিফল্টৰুপে সংস্থাপিত হয়। |
04:24 | EXTRACTত বাও ক্লিক কৰক, সূচীৰ পৰা আপোনাৰ ফোল্ডাৰ নির্বাচন কৰক। |
04:32 | মই My Documents লৈ extract কৰিছো। Extractত বাও ক্লিক কৰক। |
04:40 | সেউজীয়ে স্ট্রিপৰ সৈতে এই প্রগতি বাৰে প্রদর্শন কৰে, যে কিমান extraction হৈছে। |
04:56 | এতিয়া স্ক্রিনত extracted folder দেখিব পাৰিব। |
05:00 | ফোল্ডাৰ খুলিবলৈ বাও ডাবল ক্লিক কৰক। Blender executable ত বাও ডাবল ক্লিক কৰক। |
05:08 | উইন্ডোয়ে সতর্কতা প্রদান কৰে the publisher could not be verified. |
05:14 | ইয়াত চিন্তাৰ কোনো কথা নাই। Run বোতামত টিপক। আপোনি ঠিকেই গৈ আছে। |
05:27 | এতিয়া আপোনি যদি installer ব্যবহাৰ কৰিব বিচাৰে, তেনেহলে ব্লেন্ডাৰ ওয়েবসাইটলৈ উভতি যাওক। |
05:35 | পৃষ্ঠাৰ সকলোতচে উপৰত Download ত টিপক। এইটোৱে আমাক ডাউনলোড পৃষ্ঠালৈ উভতাই লৈ যায়। |
05:44 | ইয়াত, 32-Bit installer ৰ প্রয়োজন হয়। |
05:48 | সেয়ে আমি 32-Bit Installer ইয়াৰ বাবে ডাউনলোড লিঙ্কত বাও ক্লিক কৰো আৰু ডাউনলোড আৰম্ভ হয়। |
06:03 | প্রদর্শনৰ সৰলতাৰ বাবে, আমি ইতিমধ্যে আমাৰ মেশিনত ব্লেন্ডাৰ ওয়েবসাইটৰ পৰা installer ডাউনলোড কৰিছো। |
06:11 | এতিয়া আমি আপোনাক সংস্থাপনৰ ধাপবোৰ কম। installer ত বাও ডাবল ক্লিক কৰক। |
06:22 | উইন্ডোয়ে সতর্কতা প্রদান কৰে the publisher could not be verified. |
06:29 | ইয়াত কোনো চিন্তাৰ কথা নাই। Run বোতামত টিপক। |
06:35 | Blender Setup Wizard এইৰকমে দেখাত হয়। |
06:39 | সংস্থাপন প্রক্রিয়াৰ পৰবর্তী ধাপলৈ যাবলৈ Next ত টিপক। |
06:48 | অধিকতৰ সফটওয়্যাৰত, ইনস্টলাৰে, License Agreement প্রদর্শন কৰে। |
06:53 | বাকি এগ্রিমেন্ট দেখিবলৈ page down ত প্ৰেচ কৰক। |
07:07 | আমি আপোনাক এইটো পড়াৰ পৰামর্শ দিয়ো। |
07:11 | ব্লেন্ডাৰ বিনামূল্য আৰু ওপেন সোর্স। |
07:14 | আপোনি ব্লেন্ডাৰ সংস্থাপন কৰিবলৈ এই লাইসেন্স এগ্রিমেন্ট স্বীকাৰ কৰিব লাগিব। |
07:21 | আগলৈ যাবলৈ I agree বোতামত টিপক। |
07:27 | এই পৰবর্তী ধাপে সংস্থাপনৰ বাবে উপাদান নির্বাচন কৰাৰ অনুমতি দিয়ে। |
07:32 | ডিফল্টৰুপে নির্বাচিত সকলো উপাদান সংস্থাপিত কৰাৰ পৰামর্শ দিয়া হয়। সংস্থাপন আগোৱাবলৈ next বোতামত টিপক। |
07:41 | সেয়ে ইয়াত ব্লেন্ডাৰৰ বাবে সংস্থাপনৰ স্থান নির্বাচন কৰাৰ বিকল্প আছে। |
07:48 | ডিফল্টৰুপে প্রোগ্রাম ফাইল্স ফোল্ডাৰ নির্বাচিত আছে, |
07:51 | যি ব্লেন্ডাৰ সংস্থাপিত কৰাৰ এটা ভাল জাগা। সেয়ে আগোৱাই যাওক আৰু Install বোতামত টিপক। |
08:04 | সেউজীয়া স্ট্রিপৰ সৈতে এই প্রগতি বাৰে দেখায় যে, সংস্থাপন কিমান হৈছে। |
08:10 | সাধাৰণতে এইটো সম্পূর্ণ হবলৈ এক মিনিটতকৈও কম সময় লাগে। |
08:33 | এইটোৱে Blender Setup সমাপ্ত কৰে। |
08:36 | আপোনাৰ মেছিনত ব্লেন্ডাৰ সংস্থাপিত হৈ গৈছে। |
08:39 | Run Blender চেকবাক্স নির্বাচিত হৈ থাকিব দিয়ক। |
08:42 | Finish বোতামত টিপক। |
08:45 | ব্লেন্ডাৰ নিজেই ৰান হব। |
08:52 | ব্লেন্ডাৰ বাইনাৰি অৰিজিনাল এক্সট্রেকটেড (original extracted) ডিৰেক্টৰিত আছে। |
08:57 | ব্লেন্ডাৰ, অতিৰিক্ত নির্ভৰতা নোহোৱাকৈ বাক্সৰ বাহিৰত ৰান হব। |
09:03 | কোনো system library বা system preferences ৰুপান্তৰিত নহব। |
09:10 | সেয়ে এই টিউটোৰিয়েলত, আমাৰ উইন্ডোজ অপাৰেটিং সিস্টেমত ব্লেন্ডাৰ সংস্থাপিত কৰা শিকিছো। |
09:19 | এতিয়া ব্লেন্ডাৰ ওয়েবসাইটৰ পৰা ব্লেন্ডাৰ ডাউনলোড কৰি তাক সংস্থাপিত কৰক আৰু আপোনাৰ মেশিনত ব্লেন্ডাৰক ৰান কৰক। |
09:28 | এইটো ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশনৰ দ্বাৰা সমর্থিত। |
09:37 | এই বিষয়ে বিস্তাৰিত তথ্য এই লিঙ্ক-ত প্রাপ্তিসাধ্য, |
09:45 | spoken-tutorial.org/NMEICT-Intro. |
09:55 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে, টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে। |
10:01 | অনলাইন পৰীক্ষা পাস কৰাত প্রশংসাপত্র দিয়ে। |
10:06 | বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
10:13 | মই অনামিকা মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো। |
10:16 | আমাৰ সৈতে যোগাযোগৰ বাবে ধন্যবাদ। বিদায় লৈছো। |