Difference between revisions of "PHP-and-MySQL/C2/Loops-For-Statement/Assamese"
From Script | Spoken-Tutorial
Line 6: | Line 6: | ||
|ফৰ ('''for''') লোপৰ (loop) মূল নীতিটো (principle) হৈছে যে ই আপুনি উল্লেখ কৰা সংখ্যক বাৰ ক’ডৰ ('''code''') ব্লক ('''block''') এটা পুনৰাবৃত্তি কৰিব, মাত্ৰ চৰ্ত ('''condition''') এটা ব্যৱ্হাৰ কৰি নহয় কিন্তু লগতে আৰম্ভণীত প্ৰাৰম্ভণটো (initialization) আৰু শেষত বৰ্দ্ধিতকৰণ ('''increment''')টোৰ সৈতে | |ফৰ ('''for''') লোপৰ (loop) মূল নীতিটো (principle) হৈছে যে ই আপুনি উল্লেখ কৰা সংখ্যক বাৰ ক’ডৰ ('''code''') ব্লক ('''block''') এটা পুনৰাবৃত্তি কৰিব, মাত্ৰ চৰ্ত ('''condition''') এটা ব্যৱ্হাৰ কৰি নহয় কিন্তু লগতে আৰম্ভণীত প্ৰাৰম্ভণটো (initialization) আৰু শেষত বৰ্দ্ধিতকৰণ ('''increment''')টোৰ সৈতে | ||
|- | |- | ||
− | |00: | + | |00:16 |
|গতিকে, আপুনি আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ বৰ্দ্ধিতকৰণ ('''increment''') কৰিব বিচাৰে সি নিৰ্ধাৰিত কৰে যে আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ লোপ (loop) হ’ব | |গতিকে, আপুনি আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ বৰ্দ্ধিতকৰণ ('''increment''') কৰিব বিচাৰে সি নিৰ্ধাৰিত কৰে যে আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ লোপ (loop) হ’ব | ||
|- | |- | ||
− | |00: | + | |00:26 |
|গতিকে, এইটো লিখিবলৈ অলপ বেছি জটিল (complex) । যিকিনহওঁক, ই দেখিবলৈ ভাল; ই কাৰ্যটো কৰে আৰু ই অতি সংক্ষিপ্ত (compact) | |গতিকে, এইটো লিখিবলৈ অলপ বেছি জটিল (complex) । যিকিনহওঁক, ই দেখিবলৈ ভাল; ই কাৰ্যটো কৰে আৰু ই অতি সংক্ষিপ্ত (compact) | ||
|- | |- | ||
− | |00: | + | |00:42 |
|এতিয়া আমি '''for''' (ফৰ) লিখিম | |এতিয়া আমি '''for''' (ফৰ) লিখিম | ||
|- | |- | ||
− | |00: | + | |00:45 |
|গতিকে, ইয়াত আপুনি ক’ড ('''code''')টোৰ তিনিটা অংশ আৰু আপোনাৰ ব্ল’ক ('''block''') পালে আৰু এইটোৱেই আপোনাৰ প্ৰয়োজন আৰু আপোনাৰ বিষয়বস্তু (content) ইয়াত পাব পাৰে | |গতিকে, ইয়াত আপুনি ক’ড ('''code''')টোৰ তিনিটা অংশ আৰু আপোনাৰ ব্ল’ক ('''block''') পালে আৰু এইটোৱেই আপোনাৰ প্ৰয়োজন আৰু আপোনাৰ বিষয়বস্তু (content) ইয়াত পাব পাৰে | ||
|- | |- | ||
− | | | + | |00:54 |
|গতিকে, মই ইয়াত ইকৌ ('''echo''') ক’ম আৰু আহক এটা ভেৰিয়েবল '$num' নিৰ্মান কৰো । গতিকে, আমি 'num' ক ইকৌ (echo) কৰিলো | |গতিকে, মই ইয়াত ইকৌ ('''echo''') ক’ম আৰু আহক এটা ভেৰিয়েবল '$num' নিৰ্মান কৰো । গতিকে, আমি 'num' ক ইকৌ (echo) কৰিলো | ||
|- | |- | ||
− | |01: | + | |01:03 |
|ইয়াত, আমি '''num =1''' লিখিম, '= = 1' নহয় কাৰণ আমি ভেৰিয়েবল 'num' টোক মান 1লৈ স্থাপন (setting) কৰিছো | |ইয়াত, আমি '''num =1''' লিখিম, '= = 1' নহয় কাৰণ আমি ভেৰিয়েবল 'num' টোক মান 1লৈ স্থাপন (setting) কৰিছো | ||
|- | |- | ||
− | |01: | + | |01:12 |
|তাৰপাছত আমাৰ এটা চৰ্ত ('''condition''') আছে । উদাহৰণ স্বৰূপে, হোৱাইল ('''while''') num <= to 10 | |তাৰপাছত আমাৰ এটা চৰ্ত ('''condition''') আছে । উদাহৰণ স্বৰূপে, হোৱাইল ('''while''') num <= to 10 | ||
|- | |- | ||
− | |01: | + | |01:22 |
|তাৰপাছত, আমাৰ বৰ্দ্ধিত ('''increment''') মানসমূহ আছে । গতিকে, আমি '''num ++''' পাম আৰু লোপ ('''loop''' )টো সম্পূৰ্ণ হৈছে | |তাৰপাছত, আমাৰ বৰ্দ্ধিত ('''increment''') মানসমূহ আছে । গতিকে, আমি '''num ++''' পাম আৰু লোপ ('''loop''' )টো সম্পূৰ্ণ হৈছে | ||
|- | |- | ||
− | |01: | + | |01:32 |
|গতিকে, আমি লিখিম '''for''' (ফৰ) আৰু আমাৰ ভেৰিয়েবল '''num=1''' | |গতিকে, আমি লিখিম '''for''' (ফৰ) আৰু আমাৰ ভেৰিয়েবল '''num=1''' | ||
|- | |- | ||
− | |01: | + | |01:37 |
|তাৰপাছত আমাৰ '''হোৱাইল(while) num<= 10''' চৰ্ত ('''condition''')টো আছে, লোপ ('''loop''')টো চলি থাকিব আৰু তাৰপাছত আমাৰ '''num ++''' আছে | |তাৰপাছত আমাৰ '''হোৱাইল(while) num<= 10''' চৰ্ত ('''condition''')টো আছে, লোপ ('''loop''')টো চলি থাকিব আৰু তাৰপাছত আমাৰ '''num ++''' আছে | ||
|- | |- | ||
− | |01: | + | |01:48 |
|আপুনি দেখিছে যে, '''num ++''' টো তলত দিয়াতকৈ এইটো বেছি উপযোগী (useful) | |আপুনি দেখিছে যে, '''num ++''' টো তলত দিয়াতকৈ এইটো বেছি উপযোগী (useful) | ||
|- | |- | ||
− | |01: | + | |01:52 |
|আৰু আমি এইটো ইয়াত দিক্লেয়াৰ (declare) কৰাৰ প্ৰয়োজন নাই | |আৰু আমি এইটো ইয়াত দিক্লেয়াৰ (declare) কৰাৰ প্ৰয়োজন নাই | ||
|- | |- | ||
− | |01: | + | |01:54 |
|ইয়াক এই বন্ধনী (parentheses)ৰ ভিতৰত দিক্লেয়াৰ (declare) কৰিব পাৰি | |ইয়াক এই বন্ধনী (parentheses)ৰ ভিতৰত দিক্লেয়াৰ (declare) কৰিব পাৰি | ||
|- | |- | ||
− | | | + | |01:59 |
|ঠিক আছে, মই শাৰী-অন্তকাৰক ('''line-break''')টো পাহৰিলো | |ঠিক আছে, মই শাৰী-অন্তকাৰক ('''line-break''')টো পাহৰিলো | ||
|- | |- | ||
− | |02: | + | |02:04 |
|মই ইয়াৰ শেষত এটা শাৰী-অন্তকাৰক ('''line-break''') যোগ কৰিম | |মই ইয়াৰ শেষত এটা শাৰী-অন্তকাৰক ('''line-break''') যোগ কৰিম | ||
|- | |- | ||
− | |02: | + | |02:09 |
|ৰিফ্ৰেচ ('''Refresh''') | |ৰিফ্ৰেচ ('''Refresh''') | ||
|- | |- | ||
− | |02: | + | |02:11 |
|আপুনি আগবাঢ়ক | |আপুনি আগবাঢ়ক | ||
|- | |- | ||
− | |02: | + | |02:12 |
|আপুনি আপোনাৰ লোপ ('''loop''')টো দহবাৰ (ten times) পালে | |আপুনি আপোনাৰ লোপ ('''loop''')টো দহবাৰ (ten times) পালে | ||
|- | |- | ||
− | |02: | + | |02:15 |
|আৰু ইয়াক এনেধৰণে উল্লেখ কৰা হৈছে যে,ই মাত্ৰ তেতিয়াহে লোপ (loop) হ’ব যেতিয়া 'num' টো 10তকৈ সৰু বা সমান (less than or equal) হয় | |আৰু ইয়াক এনেধৰণে উল্লেখ কৰা হৈছে যে,ই মাত্ৰ তেতিয়াহে লোপ (loop) হ’ব যেতিয়া 'num' টো 10তকৈ সৰু বা সমান (less than or equal) হয় | ||
|- | |- | ||
− | |02: | + | |02:23 |
|তাৰপাছত লোপটো (loop) ভংগ (break) হ’ব আৰু আপুনি স্ক্ৰিপ্ত (script)টোৰ বাকী অংশৰ সৈতে ক্ৰমাগত (continue) কৰিব পাৰিব | |তাৰপাছত লোপটো (loop) ভংগ (break) হ’ব আৰু আপুনি স্ক্ৰিপ্ত (script)টোৰ বাকী অংশৰ সৈতে ক্ৰমাগত (continue) কৰিব পাৰিব | ||
|- | |- | ||
− | |02: | + | |02:31 |
|এইটো অলপ বেছি জটিল (complex) কিন্তু যেতিয়া আপুনি মূলসূত্র (basics) শিকিব আপুনি ইয়াক কিছু সহজ পাব | |এইটো অলপ বেছি জটিল (complex) কিন্তু যেতিয়া আপুনি মূলসূত্র (basics) শিকিব আপুনি ইয়াক কিছু সহজ পাব | ||
|- | |- | ||
− | |02: | + | |02:38 |
|দৰ্শন কৰাৰ বাবে ধন্যবাদ | |দৰ্শন কৰাৰ বাবে ধন্যবাদ |
Revision as of 01:42, 10 June 2015
Time | Narration |
00:00 | ফৰ (for) লোপৰ (loop) মূল নীতিটো (principle) হৈছে যে ই আপুনি উল্লেখ কৰা সংখ্যক বাৰ ক’ডৰ (code) ব্লক (block) এটা পুনৰাবৃত্তি কৰিব, মাত্ৰ চৰ্ত (condition) এটা ব্যৱ্হাৰ কৰি নহয় কিন্তু লগতে আৰম্ভণীত প্ৰাৰম্ভণটো (initialization) আৰু শেষত বৰ্দ্ধিতকৰণ (increment)টোৰ সৈতে |
00:16 | গতিকে, আপুনি আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ বৰ্দ্ধিতকৰণ (increment) কৰিব বিচাৰে সি নিৰ্ধাৰিত কৰে যে আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ লোপ (loop) হ’ব |
00:26 | গতিকে, এইটো লিখিবলৈ অলপ বেছি জটিল (complex) । যিকিনহওঁক, ই দেখিবলৈ ভাল; ই কাৰ্যটো কৰে আৰু ই অতি সংক্ষিপ্ত (compact) |
00:42 | এতিয়া আমি for (ফৰ) লিখিম |
00:45 | গতিকে, ইয়াত আপুনি ক’ড (code)টোৰ তিনিটা অংশ আৰু আপোনাৰ ব্ল’ক (block) পালে আৰু এইটোৱেই আপোনাৰ প্ৰয়োজন আৰু আপোনাৰ বিষয়বস্তু (content) ইয়াত পাব পাৰে |
00:54 | গতিকে, মই ইয়াত ইকৌ (echo) ক’ম আৰু আহক এটা ভেৰিয়েবল '$num' নিৰ্মান কৰো । গতিকে, আমি 'num' ক ইকৌ (echo) কৰিলো |
01:03 | ইয়াত, আমি num =1 লিখিম, '= = 1' নহয় কাৰণ আমি ভেৰিয়েবল 'num' টোক মান 1লৈ স্থাপন (setting) কৰিছো |
01:12 | তাৰপাছত আমাৰ এটা চৰ্ত (condition) আছে । উদাহৰণ স্বৰূপে, হোৱাইল (while) num <= to 10 |
01:22 | তাৰপাছত, আমাৰ বৰ্দ্ধিত (increment) মানসমূহ আছে । গতিকে, আমি num ++ পাম আৰু লোপ (loop )টো সম্পূৰ্ণ হৈছে |
01:32 | গতিকে, আমি লিখিম for (ফৰ) আৰু আমাৰ ভেৰিয়েবল num=1 |
01:37 | তাৰপাছত আমাৰ হোৱাইল(while) num<= 10 চৰ্ত (condition)টো আছে, লোপ (loop)টো চলি থাকিব আৰু তাৰপাছত আমাৰ num ++ আছে |
01:48 | আপুনি দেখিছে যে, num ++ টো তলত দিয়াতকৈ এইটো বেছি উপযোগী (useful) |
01:52 | আৰু আমি এইটো ইয়াত দিক্লেয়াৰ (declare) কৰাৰ প্ৰয়োজন নাই |
01:54 | ইয়াক এই বন্ধনী (parentheses)ৰ ভিতৰত দিক্লেয়াৰ (declare) কৰিব পাৰি |
01:59 | ঠিক আছে, মই শাৰী-অন্তকাৰক (line-break)টো পাহৰিলো |
02:04 | মই ইয়াৰ শেষত এটা শাৰী-অন্তকাৰক (line-break) যোগ কৰিম |
02:09 | ৰিফ্ৰেচ (Refresh) |
02:11 | আপুনি আগবাঢ়ক |
02:12 | আপুনি আপোনাৰ লোপ (loop)টো দহবাৰ (ten times) পালে |
02:15 | আৰু ইয়াক এনেধৰণে উল্লেখ কৰা হৈছে যে,ই মাত্ৰ তেতিয়াহে লোপ (loop) হ’ব যেতিয়া 'num' টো 10তকৈ সৰু বা সমান (less than or equal) হয় |
02:23 | তাৰপাছত লোপটো (loop) ভংগ (break) হ’ব আৰু আপুনি স্ক্ৰিপ্ত (script)টোৰ বাকী অংশৰ সৈতে ক্ৰমাগত (continue) কৰিব পাৰিব |
02:31 | এইটো অলপ বেছি জটিল (complex) কিন্তু যেতিয়া আপুনি মূলসূত্র (basics) শিকিব আপুনি ইয়াক কিছু সহজ পাব |
02:38 | দৰ্শন কৰাৰ বাবে ধন্যবাদ |