Difference between revisions of "PHP-and-MySQL/C2/Loops-For-Statement/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- |00:00 |ফৰ('''for''') লোপৰ(loop) মূল নীতিটো(principle) হৈছে যে ই আপুনি উল...") |
|||
Line 4: | Line 4: | ||
|- | |- | ||
|00:00 | |00:00 | ||
− | |ফৰ('''for''') লোপৰ(loop) মূল নীতিটো(principle) হৈছে যে ই আপুনি উল্লেখ কৰা সংখ্যক বাৰ ক’ডৰ('''code''') ব্লক('''block''') এটা পুনৰাবৃত্তি কৰিব, মাত্ৰ চৰ্ত('''condition''') এটা ব্যৱ্হাৰ কৰি নহয় কিন্তু লগতে আৰম্ভণীত প্ৰাৰম্ভণটো(initialization) আৰু শেষত বৰ্দ্ধিতকৰণ('''increment''')টোৰ সৈতে | + | |ফৰ ('''for''') লোপৰ (loop) মূল নীতিটো (principle) হৈছে যে ই আপুনি উল্লেখ কৰা সংখ্যক বাৰ ক’ডৰ ('''code''') ব্লক ('''block''') এটা পুনৰাবৃত্তি কৰিব, মাত্ৰ চৰ্ত ('''condition''') এটা ব্যৱ্হাৰ কৰি নহয় কিন্তু লগতে আৰম্ভণীত প্ৰাৰম্ভণটো (initialization) আৰু শেষত বৰ্দ্ধিতকৰণ ('''increment''')টোৰ সৈতে |
|- | |- | ||
|00:18 | |00:18 | ||
− | |গতিকে, আপুনি আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ বৰ্দ্ধিতকৰণ('''increment''') কৰিব বিচাৰে সি নিৰ্ধাৰিত কৰে যে আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ লোপ(loop) হ’ব | + | |গতিকে, আপুনি আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ বৰ্দ্ধিতকৰণ ('''increment''') কৰিব বিচাৰে সি নিৰ্ধাৰিত কৰে যে আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ লোপ (loop) হ’ব |
|- | |- | ||
|00:38 | |00:38 | ||
− | |গতিকে, এইটো লিখিবলৈ অলপ বেছি জটিল(complex) । যিকিনহওঁক, ই দেখিবলৈ ভাল;ই কাৰ্যটো কৰে আৰু ই অতি সংক্ষিপ্ত(compact) | + | |গতিকে, এইটো লিখিবলৈ অলপ বেছি জটিল (complex) । যিকিনহওঁক, ই দেখিবলৈ ভাল; ই কাৰ্যটো কৰে আৰু ই অতি সংক্ষিপ্ত (compact) |
|- | |- | ||
|00:43 | |00:43 | ||
− | |এতিয়া আমি '''for'''(ফৰ) লিখিম | + | |এতিয়া আমি '''for''' (ফৰ) লিখিম |
|- | |- | ||
|00:53 | |00:53 | ||
− | |গতিকে,ইয়াত আপুনি ক’ড('''code''')টোৰ তিনিটা অংশ আৰু আপোনাৰ ব্ল’ক('''block''') পালে আৰু এইটোৱেই আপোনাৰ প্ৰয়োজন আৰু আপোনাৰ বিষয়বস্তু (content) ইয়াত পাব পাৰে | + | |গতিকে, ইয়াত আপুনি ক’ড ('''code''')টোৰ তিনিটা অংশ আৰু আপোনাৰ ব্ল’ক ('''block''') পালে আৰু এইটোৱেই আপোনাৰ প্ৰয়োজন আৰু আপোনাৰ বিষয়বস্তু (content) ইয়াত পাব পাৰে |
|- | |- | ||
|01:03 | |01:03 | ||
− | |গতিকে,মই ইয়াত ইকৌ('''echo''') ক’ম আৰু আহক এটা ভেৰিয়েবল '$num' নিৰ্মান কৰো । গতিকে, আমি 'num' ক ইকৌ(echo) কৰিলো | + | |গতিকে, মই ইয়াত ইকৌ ('''echo''') ক’ম আৰু আহক এটা ভেৰিয়েবল '$num' নিৰ্মান কৰো । গতিকে, আমি 'num' ক ইকৌ (echo) কৰিলো |
|- | |- | ||
|01:13 | |01:13 | ||
− | |ইয়াত, আমি '''num =1''' লিখিম,'= = 1' নহয় কাৰণ আমি ভেৰিয়েবল 'num' টোক মান 1লৈ স্থাপন(setting) কৰিছো | + | |ইয়াত, আমি '''num =1''' লিখিম, '= = 1' নহয় কাৰণ আমি ভেৰিয়েবল 'num' টোক মান 1লৈ স্থাপন (setting) কৰিছো |
|- | |- | ||
|01:22 | |01:22 | ||
− | |তাৰপাছত আমাৰ এটা চৰ্ত ('''condition''')আছে । উদাহৰণ স্বৰূপে, হোৱাইল('''while''') num <= to 10 | + | |তাৰপাছত আমাৰ এটা চৰ্ত ('''condition''') আছে । উদাহৰণ স্বৰূপে, হোৱাইল ('''while''') num <= to 10 |
|- | |- | ||
|01:31 | |01:31 | ||
− | |তাৰপাছত, আমাৰ বৰ্দ্ধিত('''increment''') মানসমূহ আছে । গতিকে, আমি '''num ++''' পাম আৰু লোপ('''loop''' )টো সম্পূৰ্ণ হৈছে | + | |তাৰপাছত, আমাৰ বৰ্দ্ধিত ('''increment''') মানসমূহ আছে । গতিকে, আমি '''num ++''' পাম আৰু লোপ ('''loop''' )টো সম্পূৰ্ণ হৈছে |
|- | |- | ||
|01:37 | |01:37 | ||
− | |গতিকে, আমি লিখিম '''for''' (ফৰ)আৰু আমাৰ ভেৰিয়েবল '''num=1''' | + | |গতিকে, আমি লিখিম '''for''' (ফৰ) আৰু আমাৰ ভেৰিয়েবল '''num=1''' |
|- | |- | ||
|01:47 | |01:47 | ||
− | |তাৰপাছত আমাৰ '''হোৱাইল(while) num<= 10''' চৰ্ত ('''condition''')টো আছে, লোপ('''loop''')টো চলি থাকিব আৰু তাৰপাছত আমাৰ '''num ++'''আছে | + | |তাৰপাছত আমাৰ '''হোৱাইল(while) num<= 10''' চৰ্ত ('''condition''')টো আছে, লোপ ('''loop''')টো চলি থাকিব আৰু তাৰপাছত আমাৰ '''num ++''' আছে |
|- | |- | ||
|01:52 | |01:52 | ||
− | |আপুনি দেখিছে যে, '''num ++''' টো তলত দিয়াতকৈ এইটো বেছি উপযোগী(useful) | + | |আপুনি দেখিছে যে, '''num ++''' টো তলত দিয়াতকৈ এইটো বেছি উপযোগী (useful) |
|- | |- | ||
|01:55 | |01:55 | ||
− | |আৰু আমি এইটো ইয়াত দিক্লেয়াৰ(declare) কৰাৰ প্ৰয়োজন নাই | + | |আৰু আমি এইটো ইয়াত দিক্লেয়াৰ (declare) কৰাৰ প্ৰয়োজন নাই |
|- | |- | ||
|01:59 | |01:59 | ||
− | |ইয়াক এই বন্ধনী(parentheses)ৰ ভিতৰত দিক্লেয়াৰ(declare) কৰিব পাৰি | + | |ইয়াক এই বন্ধনী (parentheses)ৰ ভিতৰত দিক্লেয়াৰ (declare) কৰিব পাৰি |
|- | |- | ||
|02:02 | |02:02 | ||
− | |ঠিক আছে, মই শাৰী-অন্তকাৰক('''line-break''')টো পাহৰিলো | + | |ঠিক আছে, মই শাৰী-অন্তকাৰক ('''line-break''')টো পাহৰিলো |
|- | |- | ||
|02:07 | |02:07 | ||
− | |মই ইয়াৰ শেষত এটা শাৰী-অন্তকাৰক('''line-break''')যোগ কৰিম | + | |মই ইয়াৰ শেষত এটা শাৰী-অন্তকাৰক ('''line-break''') যোগ কৰিম |
|- | |- | ||
|02:10 | |02:10 | ||
− | |ৰিফ্ৰেচ('''Refresh''') | + | |ৰিফ্ৰেচ ('''Refresh''') |
|- | |- | ||
|02:12 | |02:12 | ||
Line 58: | Line 58: | ||
|- | |- | ||
|02:17 | |02:17 | ||
− | |আপুনি আপোনাৰ লোপ('''loop''')টো দহবাৰ(ten times) পালে | + | |আপুনি আপোনাৰ লোপ ('''loop''')টো দহবাৰ (ten times) পালে |
|- | |- | ||
|02:25 | |02:25 | ||
− | |আৰু ইয়াক এনেধৰণে উল্লেখ কৰা হৈছে যে,ই মাত্ৰ তেতিয়াহে লোপ(loop) হ’ব যেতিয়া 'num' টো 10তকৈ সৰু বা সমান(less than or equal) হয় | + | |আৰু ইয়াক এনেধৰণে উল্লেখ কৰা হৈছে যে,ই মাত্ৰ তেতিয়াহে লোপ (loop) হ’ব যেতিয়া 'num' টো 10তকৈ সৰু বা সমান (less than or equal) হয় |
|- | |- | ||
|02:28 | |02:28 | ||
− | |তাৰপাছত লোপটো(loop) ভংগ(break) হ’ব আৰু আপুনি স্ক্ৰিপ্ত(script)টোৰ বাকী অংশৰ সৈতে ক্ৰমাগত(continue) কৰিব পাৰিব | + | |তাৰপাছত লোপটো (loop) ভংগ (break) হ’ব আৰু আপুনি স্ক্ৰিপ্ত (script)টোৰ বাকী অংশৰ সৈতে ক্ৰমাগত (continue) কৰিব পাৰিব |
|- | |- | ||
|02:36 | |02:36 | ||
− | |এইটো অলপ বেছি জটিল(complex) কিন্তু যেতিয়া আপুনি মূলসূত্র(basics) শিকিব আপুনি ইয়াক কিছু সহজ পাব | + | |এইটো অলপ বেছি জটিল (complex) কিন্তু যেতিয়া আপুনি মূলসূত্র (basics) শিকিব আপুনি ইয়াক কিছু সহজ পাব |
|- | |- | ||
|02:37 | |02:37 | ||
|দৰ্শন কৰাৰ বাবে ধন্যবাদ | |দৰ্শন কৰাৰ বাবে ধন্যবাদ |
Revision as of 18:01, 3 June 2015
Time | Narration |
00:00 | ফৰ (for) লোপৰ (loop) মূল নীতিটো (principle) হৈছে যে ই আপুনি উল্লেখ কৰা সংখ্যক বাৰ ক’ডৰ (code) ব্লক (block) এটা পুনৰাবৃত্তি কৰিব, মাত্ৰ চৰ্ত (condition) এটা ব্যৱ্হাৰ কৰি নহয় কিন্তু লগতে আৰম্ভণীত প্ৰাৰম্ভণটো (initialization) আৰু শেষত বৰ্দ্ধিতকৰণ (increment)টোৰ সৈতে |
00:18 | গতিকে, আপুনি আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ বৰ্দ্ধিতকৰণ (increment) কৰিব বিচাৰে সি নিৰ্ধাৰিত কৰে যে আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ লোপ (loop) হ’ব |
00:38 | গতিকে, এইটো লিখিবলৈ অলপ বেছি জটিল (complex) । যিকিনহওঁক, ই দেখিবলৈ ভাল; ই কাৰ্যটো কৰে আৰু ই অতি সংক্ষিপ্ত (compact) |
00:43 | এতিয়া আমি for (ফৰ) লিখিম |
00:53 | গতিকে, ইয়াত আপুনি ক’ড (code)টোৰ তিনিটা অংশ আৰু আপোনাৰ ব্ল’ক (block) পালে আৰু এইটোৱেই আপোনাৰ প্ৰয়োজন আৰু আপোনাৰ বিষয়বস্তু (content) ইয়াত পাব পাৰে |
01:03 | গতিকে, মই ইয়াত ইকৌ (echo) ক’ম আৰু আহক এটা ভেৰিয়েবল '$num' নিৰ্মান কৰো । গতিকে, আমি 'num' ক ইকৌ (echo) কৰিলো |
01:13 | ইয়াত, আমি num =1 লিখিম, '= = 1' নহয় কাৰণ আমি ভেৰিয়েবল 'num' টোক মান 1লৈ স্থাপন (setting) কৰিছো |
01:22 | তাৰপাছত আমাৰ এটা চৰ্ত (condition) আছে । উদাহৰণ স্বৰূপে, হোৱাইল (while) num <= to 10 |
01:31 | তাৰপাছত, আমাৰ বৰ্দ্ধিত (increment) মানসমূহ আছে । গতিকে, আমি num ++ পাম আৰু লোপ (loop )টো সম্পূৰ্ণ হৈছে |
01:37 | গতিকে, আমি লিখিম for (ফৰ) আৰু আমাৰ ভেৰিয়েবল num=1 |
01:47 | তাৰপাছত আমাৰ হোৱাইল(while) num<= 10 চৰ্ত (condition)টো আছে, লোপ (loop)টো চলি থাকিব আৰু তাৰপাছত আমাৰ num ++ আছে |
01:52 | আপুনি দেখিছে যে, num ++ টো তলত দিয়াতকৈ এইটো বেছি উপযোগী (useful) |
01:55 | আৰু আমি এইটো ইয়াত দিক্লেয়াৰ (declare) কৰাৰ প্ৰয়োজন নাই |
01:59 | ইয়াক এই বন্ধনী (parentheses)ৰ ভিতৰত দিক্লেয়াৰ (declare) কৰিব পাৰি |
02:02 | ঠিক আছে, মই শাৰী-অন্তকাৰক (line-break)টো পাহৰিলো |
02:07 | মই ইয়াৰ শেষত এটা শাৰী-অন্তকাৰক (line-break) যোগ কৰিম |
02:10 | ৰিফ্ৰেচ (Refresh) |
02:12 | আপুনি আগবাঢ়ক |
02:17 | আপুনি আপোনাৰ লোপ (loop)টো দহবাৰ (ten times) পালে |
02:25 | আৰু ইয়াক এনেধৰণে উল্লেখ কৰা হৈছে যে,ই মাত্ৰ তেতিয়াহে লোপ (loop) হ’ব যেতিয়া 'num' টো 10তকৈ সৰু বা সমান (less than or equal) হয় |
02:28 | তাৰপাছত লোপটো (loop) ভংগ (break) হ’ব আৰু আপুনি স্ক্ৰিপ্ত (script)টোৰ বাকী অংশৰ সৈতে ক্ৰমাগত (continue) কৰিব পাৰিব |
02:36 | এইটো অলপ বেছি জটিল (complex) কিন্তু যেতিয়া আপুনি মূলসূত্র (basics) শিকিব আপুনি ইয়াক কিছু সহজ পাব |
02:37 | দৰ্শন কৰাৰ বাবে ধন্যবাদ |